Sar bhut bhut val lagile Vauna akol toka pisale gol. Agor natr boson naye. Tuty pyar lesari bilap aibu naykiya hol
@JadumoniSaikia-q5xАй бұрын
Hundor boktreeta. Bhauna (vauna)k modern koribo juwa hakole,, vauna business hisape luwa hakole aru vauna premy raije kotha khinir pora jothesta upokrito hobo.......🤟🙏
@sumitsaikiaofficial2991Ай бұрын
🙏
@lalithazarika9394Ай бұрын
শ্ৰৱণ কৰি বৰ আনন্দ পালো ৷ এনে বিদগ্ধ জেষ্ঠ তথা অভিজ্ঞ সকলক গুৰুত্ব নিদিলে আমি বিপথে গতি কৰা হব ৷ গুৰুত্ব দিব লগা কথা ৷ আপোনাৰ সুস্বাস্থ্য কামনা কৰি চৰণ কমলত সেৱা জনালো ৷
@sumitsaikiaofficial2991Ай бұрын
🙏🙏🙏
@hiteshdas7174Ай бұрын
কৃষ্ণ শ্ৰদ্ধাৰ বাপ জনে অতি বাস্তৱ কথাটোৱে উল্লেখ কৰিছে । আমাৰ উত্তৰ পুৰুষ সকলে কথা খিনি বিবেচনা কৰিলে হে ভাওনা সংস্কৃতি টো বাচি থাকিব । কৃষ্ণ কৃষ্ণ
@sumitsaikiaofficial2991Ай бұрын
🙏
@tridipjyotisaikia9495Ай бұрын
থিকেই কৈছে, ভাওনাত আধুনিক পোহৰ আৰু শব্দযন্ত্ৰিয়ে অত্যাচাৰ কৰিছে।