Рет қаралды 73,016
সাপে খুটিলে গাওলীয়া চিকিৎসা নকৰিব, কাৰন মানুহৰ আজি বহুত অন্ধবিশ্বাস আছে যে সাপে খোঁটাৰ পাছত নিজে চিকিৎসা কৰিব বিচাৰে, গতিকে যদি কোনোবা এজন বিক্তিক সাপে খুটে যিমান পাৰে তেওঁক সোনকালেই চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।