সচাঁকৈ আমাৰ মিছিং জাতি 6 schedule পাবনে আৰু এতিয়ালৈকে কিয় পোৱা নাই?||

  Рет қаралды 11,621

MAHATMA VLOGS

MAHATMA VLOGS

Күн бұрын

Misingnews
Misinglutad
News
Newslive
Majulinews
Mising6schedule
#misingnews
#misinglutad
#tmpk
#tmmkmedia
#misingnews

Пікірлер: 92
@SonadharpeguPeguSonadhar
@SonadharpeguPeguSonadhar 4 күн бұрын
টি এম পি কে জিন্দাবাদ , এতিয়া আমি ভাবিলৈ বাধ্য হৈছো । গন শক্তি নামত জোনাই সমষ্টিৰ বিধান সভা সমষ্টি পৰা এক মাত্ৰ ভূৱন পেগুক ধনী কৰাৰ বাদে মিছিং একো উন্নতি নাই । সংগঠন কৰক নিশ্বাৰ্থৰূপে কৰক দলীয় স্বাৰ্থ ত্যাগ কৰক ।সকলো দলৰ পৰা আৰু সমাজৰ পৰা আদৰ্শ লাভ কৰক ।ধন্যবাদ ।
@Santushcharoh
@Santushcharoh 4 күн бұрын
👍
@GhanakantaDole
@GhanakantaDole 4 күн бұрын
মিচিং সঙঘটনসকলে ৰাজনৈতিকত বিক্ৰী গৈছে। সকলো নিজ স্বাৰ্থ।আলি আই লিগাঙ ৰাজ্যিক বন্ধ হিচাপে কিয় দিব পৰা নাই লাজ নাই টি এম পিকে এম এম কে !অসমত থকা সকলো জাতি জনগোষ্ঠীৰ বন্ধ মানি আহিছোঁ। আমাৰ আলি আই লিগাঙ বাকী জনগোষ্ঠীৰ বন্ধ নাথাকে কিয়? গতিকে ইয়াৰ উত্তৰ দিয়া?
@BijoypeguBijoyPegu-t3y
@BijoypeguBijoyPegu-t3y 4 күн бұрын
Ajikalir manuhok togibo nuhare sixsidul namot mising raigok butbeng bonaiase
@Utopl-o3m
@Utopl-o3m 4 күн бұрын
Tmpk jindabad
@raghunathbori3639
@raghunathbori3639 4 күн бұрын
Aagotiya pe Rajyachhem bideshi mukta mopaye.Hemmim pe meeting mola laabh kama.Gangkune somoy chhilo bideshiye aamak jiyai thakiboloi nidibo.Jai TMPK. Jai Doney polo.
@DMedok-t9r
@DMedok-t9r 4 күн бұрын
Congres r dinot mac dise . bjp party eku diya nai
@SubhashKardong
@SubhashKardong 4 күн бұрын
Good❤❤❤❤❤
@raghunathbori3639
@raghunathbori3639 4 күн бұрын
Tmpk jindabaad.Aamar missing sokole kunu dinei bideshi khedar aajiloike kunu leaderokei maat mota shuna naai.Jai Aai Asom.Jai Maa Kamakhya
@ViralSaajanKoDoley
@ViralSaajanKoDoley 4 күн бұрын
Keep it up bro 💪
@ajonayang
@ajonayang 4 күн бұрын
হা হা হা মহোদয় ডাঙৰীয়া কেতিয়া কেবিনেটত পাছ কৰিলে, সিদিনা ৰনোজ পেগু ডাঙৰীয়ীই কি কৈছিল মনত আছেনে কেবিনেটত মিছিঙে ৬ জনজাতি ৰ পোৱাৰ যুগ্য নহয় বুলি , আকৌ আপোনি পাৱ বুলি চিঞৰি আছে
@LakhiwatiPayeng-bs2qb
@LakhiwatiPayeng-bs2qb 4 күн бұрын
Good nice
@joypadun7771
@joypadun7771 4 күн бұрын
TMPK long live সকলোবোৰ কথাই সঁচা, ইয়াত কিছুমান লোকে TMPK ৰ লক্ষ্য উদ্দেশ্যবোৰক উপলব্ধি নকৰাকৈ বেয়াকৈ নিজৰ জাতীয় সংগঠনক গালি দিয়া আৰম্ভ কৰে। গতিকে ইয়াৰ দ্বাৰাই সকলোকে অনুৰোধ জনাও যে নিজৰ জাতীতোক আগুৱাই নিয়াত সকলোৰেই ভাল পৰামৰ্শ আৱশ্যক।
@hemchandradoleyofficial6612
@hemchandradoleyofficial6612 4 күн бұрын
Robujvipeguvi palama emkamalang
@Gautam-g6m
@Gautam-g6m 4 күн бұрын
No Political mising Rengam...... ?
@padmeswartaku4221
@padmeswartaku4221 4 күн бұрын
Ase
@AmiAroMigom
@AmiAroMigom 4 күн бұрын
হয় অটৰ্ভুক্ত কৰিব লাগে লগতে স্বায়ত্তশাসননোও লাগে কিন্তু ৰনোজ পেগু কৈছে মিচিং ঙে স্বায়ত্তশাসন নাপাই বুলি কি হব।
@dilipmili5474
@dilipmili5474 4 күн бұрын
এই মানুহজনে কিজানি বাতৰি কাকত বা News নাছাই কিজানি নতো তেওঁৰ মুবাইল নাই। নহ'লে হি তেনে কথা নকয়।
@amulya3613
@amulya3613 4 күн бұрын
ইমান দিনে কি কৰি আছে।
@Anantapegu-ix3fw
@Anantapegu-ix3fw 4 күн бұрын
😊😊😅
@MgruhanMusic-fp4li
@MgruhanMusic-fp4li 5 күн бұрын
Mising rengam irroi❤
@romenmiliromenmili3356
@romenmiliromenmili3356 5 күн бұрын
Kam kamane adebulu .poisa donobong
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 4 күн бұрын
MAC is for all round devt of twelve lakh Mising people. We should try to uplift entire Mising people. We should try to rehabilate the Misings who are flood affected, who are living at Khanapra,who are at Laika Ladhiya,Amsang forest lands.
@rdmcrazy7612
@rdmcrazy7612 4 күн бұрын
শিক্ষাই হৈছে জাতিৰ মেৰুদণ্ড । পাৰে যদি প্ৰথমে শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ক। মিছিং শিক্ষক নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছতো কিয় নিযুক্তি দিব পৰা নাই তাৰ প্ৰশ্ন উত্থাপন কৰক ? যদি নিযুক্তি দিবই নোৱাৰে তেন্তে পৰীক্ষা কিয় পাতিছিল আৰু কোনে পাতিব দিছিল তাৰ উত্তৰ বিচাৰ কৰক? মই এইখিনি মোৰ ব্যক্তিগত স্বাৰ্থত কোৱা নাই জাতিৰ স্বাৰ্থত কৈছোঁ। জাতিৰ উন্নতি হলেই দেশৰ উন্নতি।
@rdmcrazy7612
@rdmcrazy7612 4 күн бұрын
শিক্ষাই হৈছে জাতিৰ মেৰুদণ্ড । পাৰে যদি প্ৰথমে শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ক। মিছিং শিক্ষক নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছতো কিয় নিযুক্তি দিব পৰা নাই তাৰ প্ৰশ্ন উত্থাপন কৰক ? যদি নিযুক্তি দিবই নোৱাৰে তেন্তে পৰীক্ষা কিয় পাতিছিল আৰু কোনে পাতিব দিছিল তাৰ উত্তৰ বিচাৰ কৰক? মই এইখিনি মোৰ ব্যক্তিগত স্বাৰ্থত কোৱা নাই জাতিৰ স্বাৰ্থত কৈছোঁ। জাতিৰ উন্নতি হলেই দেশৰ উন্নতি।
@Jayprakashdoleyjpdoley
@Jayprakashdoleyjpdoley 5 күн бұрын
ৰাজনৈতিক দল নহয় কি? কাৰন ভূৱন ৰুনোজ তে সীমিত। ভূৱা প্ৰচাৰ নকৰাই ভাল।
@rdmcrazy7612
@rdmcrazy7612 4 күн бұрын
পাৰিলে প্ৰথমে মিছিং এলেকাসমূহত থকা বিদ্যালয়সমূহত মিছিং ভাষাটো অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰক দাবী জনাওক।
@GhanakantaDole
@GhanakantaDole 4 күн бұрын
তুমি বি জে পি নেকি?তুমি নিজ স্বাৰ্থৰ বাবে ৰাজনিতি কৰিছা!
@PankajPatir-r8v
@PankajPatir-r8v Күн бұрын
ধুনীয়া বুজাইছে ,ভাল লাগিল আতাই,TMPK জিন্দাবাদ MMK জিন্দাবাদ,TMMK জিন্দাবাদ ।
@JadavmohanKuli
@JadavmohanKuli Күн бұрын
Mr Ram gubind Doley Six scheduleপাবলৈ কি কি condition লাগে, এইবোৰ একো নজনাকৈ এনে ধৰনৰ ভূল ভাষন নিদিবৰঞ্চ
@ballavpegu-4437
@ballavpegu-4437 Күн бұрын
মিছং জাতীয় সংগঠন সমূহে নিজৰ লক্ষ্য আৰু উদ্দেশ্যৰ পৰা এৰাই চলা পৰিলক্ষিত হৈছে যেন লাগিছে। ইয়াৰ কাৰণ নেতৃত্ব দিয়া নেতা সকলে ভালকৈ ভাবিবৰ হল। কাৰন নিৰ্বাচনৰ দিন চমু চাপি আহিলেই Six-scheduled ৰ কথাবোৰ মুখৰ পৰা ওলাই আহে। ইয়াত নেতাসকলৰ লাভালাভৰ ভিতৰুৱা কিবা আছে কাৰনেই নিৰ্বাচন আহিলে আবোল তাবোল কবলৈ আৰম্ভ কৰে।দীঘয়া সংগ্ৰামত কিবা এটা সাল-সলনি কিয় কৰিব পৰা নাই ।কাৰনেই মিছিং সমাজৰ সাক্ষেপ।
@misingaodeny123
@misingaodeny123 4 күн бұрын
তোমাৰ ভাষণত কোনো ধৰণৰ সাৰ পানী নাই। এফালৰ পৰা মই প্ৰশ্ন সুধিলে এটা উত্তৰো দিব নোৱাৰিব। মিচিং চহকী ভাষা লিখিত ৰূপত যেনে তেনে প্ৰাথমিক বিদ্যালয়ত আনিছিল বৰ্তমান কথিত ৰূপতো হেৰাই যাবলৈ ধৰিছে নিজৰ স্বাৰ্থৰ কাৰণে মিচিং মানুহ এটা সময়ত লুপ্ত হৈ যাব পাৰে .....।
@GhanakantaDole
@GhanakantaDole 4 күн бұрын
বি জে পিও নকৰো কংগ্ৰেছো নিজৰ জাতিৰ বাবে সঙগৰাম কৰা---
@raghunathbori3639
@raghunathbori3639 4 күн бұрын
Tmpk zindabaad. Aagotiya pe Bangladeshi aru Rohingiya kiro dem Asom chok ke lapag paye.Jai Aai Asom.Jai Maa Kamakhya.Jai Doney polo.
@Enus65
@Enus65 4 күн бұрын
Ratit meeting 2 kele hoise...public place ot hobo lage...lukai..lukai mane meeting... mising omang amin o de...leader omang elang...buluk poriyal a
@Ilovemusic-ro7fc
@Ilovemusic-ro7fc 3 күн бұрын
Very very nice video ❤👍
@hemantabori8339
@hemantabori8339 5 күн бұрын
তেখেতৰ বত্তব্যটো অমায়িক আৰু ভদ্ৰভাৱে,মাৰ্জিত ভাষাৰে ৰাখিছে । গতিকে শলাগিছো ।
@BijuKumbang2024-bb5wk
@BijuKumbang2024-bb5wk 4 күн бұрын
Bidhan showa t uttapon korai nai dekun
@Ramendrapegu93
@Ramendrapegu93 5 күн бұрын
26t jodi congres assamt hoy tetia mac r doha ki hob. 19t amit shahe assamt ahi nijei 6shidle dimbuli siyori2 gugamukht koi goisil kintu aji 5 bosr gol akou 24json gol sorkar bjp ki bishas ase.pmye nijor powere kotab pora nai , misinge kenekoi 6 shidule pab paribo.babiboloi olop tan lage.jodiu mising jati hisape ahabadi . Rajnoitik labalabr kotabur bad di jatituk kulakoi kisuman kota kua bal .karon mising manuh bohut jona ase.kisumane kotabur biporit2 babi sai.6 sdl hosake pabo janu buli.
@kamalpatir9255
@kamalpatir9255 Күн бұрын
There is no impossible Six shedul for our society.
@binudtayung876
@binudtayung876 4 күн бұрын
আপুনি মিছা মাতিছে।
@padmeswartaku4221
@padmeswartaku4221 4 күн бұрын
Sixth scheduled payebong. Emla non ludung hoy granted dibo paribo apuni Jodi pamamilo.raijoloy apunaluk jabo nuwaribo .oddoke TMP k naykiya hobo adin karon bhuban pegu aru ronuj pegu creditot bahire.missing Raijor karone
@prashantapagag2672
@prashantapagag2672 4 күн бұрын
Missing omajor logat missing jatir sartot ahojog korag nicsai sixth schedule pabo.
@srabanpasung345
@srabanpasung345 4 күн бұрын
Missing নহয় ng:lu mising
@Bennyddoley
@Bennyddoley 4 күн бұрын
Nice comment
@Lil-m9z
@Lil-m9z 3 күн бұрын
Constitution of India arolopé langarupayépé...
@trinayanmili391
@trinayanmili391 4 күн бұрын
TMPK jindabad❤
@LakhiDoley-ob6gz
@LakhiDoley-ob6gz 5 күн бұрын
আপোনাৰ কথাটো সচা কিন্তু অমি সচা কথা কলে বেযা পাই আমবিন দপচঙ কাক কৈছিলো তাৰ পৰা অকমান সাবধান ইআমাৰ মিছিংঙক তলে তলে মেনামক দঙ
@jitenpatir2015
@jitenpatir2015 4 күн бұрын
মিচা খতা আপোনাৰ বাকনতু ৰাজনীতি আগতে ড ৰনুজ পেগু কৈইসে শইইগশইদউ নাপাব কৈই আছিল আপোনাৰলুকে শুনাইকি গাদিৰকানে মিছাকৈ কতাকৈ আছে ইভিলাগমিচাকতা
@jawaharlalpait2879
@jawaharlalpait2879 4 күн бұрын
আজিকালিয়ে সাৰ পাইছে,নিৰ্বাচন সমাগত , জাতীয় সংগঠনক ৰাজনীতিৰ লগত চামিল নকৰিব। ৰাইজে বিছাৰিছিল বহু দিনৰ আগতেই,এতিয়া কৈ লাভ নাই আগতেই এই কথা কব লাগিছিল।চৰকাৰ কাৰ হয় কব নোৱাৰি।
@chandantaye147
@chandantaye147 4 күн бұрын
Morileu nepai maksudur pagro
@deepjyotipegu9547
@deepjyotipegu9547 4 күн бұрын
সুন্দৰ উপস্থাপন 👍🔥
@DmGaming683
@DmGaming683 3 күн бұрын
Mojja bro
@Essaygameplay
@Essaygameplay 4 күн бұрын
Tmpk ❤❤❤
@TariPegu
@TariPegu 4 күн бұрын
TMPK jindabad
@keshabkuli2974
@keshabkuli2974 5 күн бұрын
সচা কখা দেই ❤❤❤
@lakhinathkuli8669
@lakhinathkuli8669 4 күн бұрын
T m p k র ভাল পদফেপ
@promodpegu6951
@promodpegu6951 4 күн бұрын
TMPK aru MMK loi anurudh korisu ze zikunu rajonoitik dolor hoi kam nokori raijor kamor proti monuzug di zikunu rajonoitik dolor pora ba chorkaror pora sangbidhanik prapiyo aday koriboloi.
@lakhsmanlagachu6345
@lakhsmanlagachu6345 4 күн бұрын
Hei Mising leather bur akol devlopment namot akol pocket gorom, atiya MAC election ahise nohoi potharona, prolubhon r politics bahire ako nai
@ManojLagasu-rj4dl
@ManojLagasu-rj4dl 4 күн бұрын
Only TMPK not bjp agent
@BasabPegu
@BasabPegu 4 күн бұрын
TMPK JINDABAD💘
@DhrubjyotiPegu
@DhrubjyotiPegu 3 күн бұрын
hsa janu abin Kai?
@padmeswartaku4221
@padmeswartaku4221 4 күн бұрын
Mur nijor isa vote diyato
@momipolong7923
@momipolong7923 5 күн бұрын
Very good speech. Mising re'gam i'rroi
@bichitrapegu1949
@bichitrapegu1949 4 күн бұрын
Napai ketuai
@AjoyNarah-c5p
@AjoyNarah-c5p 3 күн бұрын
Tp
@DMedok-t9r
@DMedok-t9r 4 күн бұрын
TMPK mising rengam me beya napai Ronuj pegu bhubon pegu beya pai
@sonitpurmisingao838
@sonitpurmisingao838 4 күн бұрын
Tmpk írroí ❤
@padmeswartaku4221
@padmeswartaku4221 4 күн бұрын
Odogke Guna sakti yem bot biye
@padmeswartaku4221
@padmeswartaku4221 4 күн бұрын
Application dile buli pababo janu baiy
@HiraKuli
@HiraKuli 4 күн бұрын
নিৰ্বাচন আহি আছে
@Kinsuto
@Kinsuto 5 күн бұрын
Ram bi aro Rame Ram bi jikiye Ravon me Mising rengam legape ngo vote dem biye Vote binam de emume Eyyem biye mising rengam irroi ✊✊✊
@rajudoley3371
@rajudoley3371 4 күн бұрын
TMPK long live 👍👍👍👍
@knowledged8420
@knowledged8420 2 күн бұрын
United mishing community , than definitely get
@JyotiPegu-u8h
@JyotiPegu-u8h 4 күн бұрын
সপোনে বাস্তৱ
@rahuldoley5509
@rahuldoley5509 5 күн бұрын
Rajniti kori kori Kauai kai ase
@HirakantaKuli
@HirakantaKuli 5 күн бұрын
BJP ye ki dishe paltu khata
@BhabeshPegu-l5t
@BhabeshPegu-l5t 4 күн бұрын
Tmpk mmk sixth schedule rasniti all
@tilokpegu5453
@tilokpegu5453 4 күн бұрын
Aamak 6 shedule nalage.
@biswajitpanging9032
@biswajitpanging9032 4 күн бұрын
Misa kota koisi
@nomalkamal5712
@nomalkamal5712 4 күн бұрын
Airup Aidag
@jankojan8235
@jankojan8235 4 күн бұрын
Tmpk jinabad
@padmeswartaku4221
@padmeswartaku4221 4 күн бұрын
Moi conges vote dim arope
@reshnakumbang8053
@reshnakumbang8053 4 күн бұрын
It is election issue
@LalitSonowal-ff3ir
@LalitSonowal-ff3ir 4 күн бұрын
Tamam Gorom
@padmeswartaku4221
@padmeswartaku4221 4 күн бұрын
Ba
@Riyanko22
@Riyanko22 4 күн бұрын
Ane kam nai
@suryaKumaryadavlover-m5d
@suryaKumaryadavlover-m5d 4 күн бұрын
Tmpk murdabad six schedule diya nohobo tohotok
The joker favorite#joker  #shorts
00:15
Untitled Joker
Рет қаралды 30 МЛН
Остановили аттракцион из-за дочки!
00:42
Victoria Portfolio
Рет қаралды 3,7 МЛН
NADIR ALI PODCAST FEATURING DR ZAKIR NAIK !!
1:41:28
Nadir Ali
Рет қаралды 5 МЛН
UI/UX Course | UI/UX Free Course | UI/UX Training | Intellipaat
3:34:54
The joker favorite#joker  #shorts
00:15
Untitled Joker
Рет қаралды 30 МЛН