No video

এসময়ত তেওঁ দিন হাজিৰা কৰিছিল,এতিয়া এখন বৃহৎ নাৰ্ছাৰীৰ মালিক | Nursery Business in Assam

  Рет қаралды 27,387

UPARJAN

UPARJAN

Күн бұрын

এসময়ত তেওঁ দিন হাজিৰা কৰিছিল,এতিয়া এখন বৃহৎ নাৰ্ছাৰীৰ মালিক | Nursery Business in Assam
এসময়ত তেওঁ দিন হাজিৰা কৰিছিল ৷কাঠৰ মিলত ৮ঘন্টা হাজিৰা কৰি উপাৰ্জন কৰিছিল দৈনিক ২০০ টকা ৷ কিন্তু যোৱা ছবছৰৰ পৰা তেওঁৰ ভাগ্য সলনি হৈছে ৷ "নন্দন কানন" নাৰ্ছাৰী খুলি তেওঁ এতিয়া মাহে ব্যৱসায় কৰে ১ লাখ টকাৰ ৷ দেৱকৃষ্ণ সোনোৱালৰ জীৱন কাহিনীয়ে আচম্বিত কৰিব আপোনাক...
uparjan.in

Пікірлер: 32
@porinitaburagohain8163
@porinitaburagohain8163 3 жыл бұрын
দুখৰ পাছতহে সুখ আহে দাদা । ঈশ্বৰে আপোনাক আৰু আশীৰ্বাদ কৰক । আপোনাৰ সকলো আশা ঈশ্বৰে পূৰণ কৰক
@priyagaming8309
@priyagaming8309 2 жыл бұрын
ধন্যবাদ, চিনাকী মানুহজন নন্দনকাননৰ। বহুতবাৰ গৈছো, লগ পাইছো, আজি আপোনাৰ জীৱনীটো জানিলো, ভাল লাগিল। আকৌ যাম দেই।
@rirleyarfarme8133
@rirleyarfarme8133 3 жыл бұрын
ধন্যবাদ এনেকৈয়ে ভাল পদক্ষেপ লোৱাৰ বাবে আৰু উপাৰ্জন চেনেলৈ ধন্যবাদ ।
@uparjan1873
@uparjan1873 3 жыл бұрын
thank you
@DaRPaN123-h7l
@DaRPaN123-h7l 2 жыл бұрын
বৰ ভাল লাগিল। বহুত প্ৰেৰণা পালো। মইও এখন নাৰ্ছাৰী আৰম্ভ কৰিছোঁ সৰুকৈ।
@jpathak2405
@jpathak2405 2 жыл бұрын
Kot ghor aponar
@adventuredreamworld8091
@adventuredreamworld8091 2 жыл бұрын
Khub sundor dada
@devibijoya6503
@devibijoya6503 3 жыл бұрын
Great wook durniti kori uparjon kora keijonotkoi aponalok bohut opprot God bless you
@jintisaikia483
@jintisaikia483 3 жыл бұрын
Hundor. val lagil progame2
@umanandagogoi4997
@umanandagogoi4997 9 ай бұрын
❤❤❤❤❤❤❤❤❤❤
@mintutalukdar9619
@mintutalukdar9619 3 жыл бұрын
Khundor.
@axomiamur1stporichoi461
@axomiamur1stporichoi461 3 жыл бұрын
Paribi tohoti bongal 😈
@gardeningwithlipika3537
@gardeningwithlipika3537 Жыл бұрын
মই আপোনাৰ ভিডিঅ'সদায় চাওঁ। আপোনাৰ ভিডিঅ' চাই মনত বৰ প্ৰেৰণা পাওঁ। মইও সম্পূৰ্ণ অকলে যথেষ্ঠ কষ্টৰ মাজেৰে এখন নাৰ্চাৰি গঢ়ি তুলিলো। এতিয়া বৰ্তমান মোৰ নাৰ্চাৰিখনৰ বয়স বাৰ বছৰ হ'ল।
@bhagyabaruah
@bhagyabaruah 2 жыл бұрын
কাটিঙ কৰিলে পানী সদাই দিব লাগে নে কেনেকৈ দিব লাগে জনাব দাদা
@juridhekialborah4551
@juridhekialborah4551 3 жыл бұрын
Val lagil
@ritusonowal1562
@ritusonowal1562 3 жыл бұрын
Hundar
@neergoutamsarma4546
@neergoutamsarma4546 3 жыл бұрын
Mur khub priyo ai anusthanti...
@devibijoya6503
@devibijoya6503 3 жыл бұрын
Work
@parthabonia6756
@parthabonia6756 3 жыл бұрын
মই শাক পাচলিৰ দোকান দিম বুলি ভাবিছো। কিন্তু কিছুমানে নোৱাৰিবি নালাগে কৰিব । শাক পাচলিৰ দোকান দি কি কৰিবি সেইবোৰ কৈ আছে।
@mixmusiccompany2413
@mixmusiccompany2413 3 жыл бұрын
From karbianglong
@hindu6777
@hindu6777 Жыл бұрын
তেখেতৰ ফন number টো দিলে ভাল পাম
@MadhushmitaChutia
@MadhushmitaChutia Жыл бұрын
Kor pora ana hoi seeds
@Rk-uf6er
@Rk-uf6er 2 жыл бұрын
আপোনাৰ পৰা প্ৰশিক্ষণ পাম নেকি ?
@bhaskarjyotiborah3090
@bhaskarjyotiborah3090 3 жыл бұрын
আপোনাৰ না’ছাৰি খন কত আছে ৷
@juridhekialborah4551
@juridhekialborah4551 3 жыл бұрын
Tiso culture boganvili tu kenekuwa
@acassamculture2219
@acassamculture2219 Жыл бұрын
আপোনাৰ ফোন নম্বৰ টো দিবচোন
@a2powerfulmotivation943
@a2powerfulmotivation943 3 жыл бұрын
Apunar aii video bure notun kiba ata korar utxha dia..😊😊
@uparjan1873
@uparjan1873 3 жыл бұрын
thank you
@parthapori795
@parthapori795 Жыл бұрын
Apunar no tu dibo
@sahinsiddiqueix-a-1899
@sahinsiddiqueix-a-1899 2 жыл бұрын
Moi. U. Akron. Khulesu . Name. Bright. Star. Narsare.
@akashimoran8025
@akashimoran8025 5 ай бұрын
Phone number tu pam niki
Daffodil Nursery Guwahati। North East ৰ সকলোতকৈ ডাঙৰ Nursery। Assam Nursery। Assam Biggest nursery।
10:09
Fortunately, Ultraman protects me  #shorts #ultraman #ultramantiga #liveaction
00:10
123 GO! Houseによる偽の舌ドッキリ 😂👅
00:20
123 GO! HOUSE Japanese
Рет қаралды 5 МЛН