Sangeetmoi Bhagawat Katha Live From Biswanath Chariali.

  Рет қаралды 91,870

Riju Pathak.

Riju Pathak.

Күн бұрын

Пікірлер: 306
@gitalineog6489
@gitalineog6489 2 жыл бұрын
হে মোৰ পৰম পূজ্য প্ৰভু কৃপালো বাপজনা আপোনাৰ এই সুমধুৰ সঙ্গীতময় ভাগৱত অনুষ্ঠানভাগিলৈ আমাৰ পৰিয়ালৰ তৰফৰ পৰা শতকৌটি প্ৰণাম প্ৰভু কৃষ্ণ কৃষ্ণ ।আপোনাৰ এই মনোমোহা কণ্ঠ শুনি হেঁপাহ নপলায় প্ৰভু ঈশ্বৰে আপোনাক দীৰ্ঘায়ু কৰক এইয়াই আমাৰ প্ৰাৰ্থনা কৃষ্ণ।
@bijulitalukdar3193
@bijulitalukdar3193 2 жыл бұрын
কৃষ্ণ ৰাম🙏🙏 ।বাপ গৰাকীৰ পদধূলি পালে এই‌ জনম সাৰ্থক হব।ভগবানৰ ওচৰত সমূহ ভগৱন্তৰ একান্ত ভক্তগণৰ কুশল কামনা 🙏 কৃষ্ণ ৰাম কৃষ্ণ ৰাম🙏🙏
@montimahanta1977
@montimahanta1977 2 жыл бұрын
হে, প্ৰভূ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব মন প্রান হৰি নিচে আপোনাৰ সুন্দৰ পাঠ ভাঙনি শুনি কোটি কোটি প্ৰনাম।
@monmayuriboruah9914
@monmayuriboruah9914 Жыл бұрын
পুনৰ বাৰ আমি ধন্য হলো...মহান গুৰুদেৱ....আপোনাৰ মুখে নিগৰা ভাগৱতৰ অমৃত তত্ত্বই পুনৰ বাৰ আমাক জ্ঞানৱন্ত কৰিলে....গুৰুদেৱক ভগৱান পুৰুষে কুশলে ৰাখক....🙏🙏🙏🙏
@phatikhazarika9539
@phatikhazarika9539 2 жыл бұрын
Krishna Krishna Krishna Krishna Eman sundra sumadhur sullalit apunar kantha pravu hidaya vari jai 🙏🙏🙏🙏🙏🙏🙏Babita Hajarika
@nilimapathak4130
@nilimapathak4130 2 жыл бұрын
Krishna koti koti pranam pravu krishna 🙏🙏🙏🙏🙏🙏
@anuraggogoi4455
@anuraggogoi4455 2 жыл бұрын
কৃষ্ণ ! সেৱা নিবেদিলোঁ প্ৰভুজনা ! মধুৰ প্ৰৱচনত আপ্লুত হলোঁ , বিমুগ্ধ মনে ভাগৱত কথামৃত সুধা পান কৰাই আমাক ধন্য কৰাইছে আপুনি , ভক্তিযুক্ত আন্তৰিক কৃতজ্ঞতা জনাইছো আপোনাৰ সহিতে আপোনাৰ সমূহ সংগী ভক্ত বৃন্দলৈ !
@AnuranNath
@AnuranNath 2 жыл бұрын
কৃষ্ণ প্ৰভূ আপোনাৰ শ্ৰীমুখে সংগীত ভাগৱতৰ যি অমৃত ময় বাখ্যা প্ৰাণ কৰিলো নিজকে ধন্য মানিছো .সমস্ত জগতত ভক্তি ৰস বোৱাই দি আনন্দ প্ৰদান কৰক..কৃষ্ণ কৃষ্ণ...,
@tnath6513
@tnath6513 2 жыл бұрын
কৃষ্ণ, বাপ--------সুন্দৰ উপস্থাপন। প্ৰথমৰ পৰা শেষলৈ যিটো গতিৰে সমাজ সংস্কাৰৰ ধাৰা বোৱাই দিলে, আমি বোৰে ৰুচিঅনুয়াই কেনেধৰণৰ সোৱাদ পালো--------- নিজৰ বিচাৰ্য !!!। কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
@daisyrabha2343
@daisyrabha2343 2 жыл бұрын
Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 Krishna🙏🙏🙏🙏
@nabajyotidas6117
@nabajyotidas6117 Жыл бұрын
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏
@paruldutta5898
@paruldutta5898 2 жыл бұрын
Krishna krishna krishna pranam janaisu baap hakaluloi 🙏 🙏 🙏 🙏
@manikahazarika9506
@manikahazarika9506 2 жыл бұрын
krishna krishna, probhu koti koti pronam.,,🙏🏼🙏🏼🙏🏼🙏🏼
@ranjanarabha6619
@ranjanarabha6619 2 жыл бұрын
কৃষ্ণ কৃষ্ণ 👏👏দেউতা ঈশ্বৰ আপোনাৰ এনে সুললিত 'সুমধুৰ সঙ্গীতময় ভাগৱত গুনানুকীৰ্তন অনুষ্ঠানলৈ আমি অধমেও কোটি কোটি প্ৰণাম জনাও 👏👏কৃষ্ণ কৃষ্ণ
@hobigogoi7195
@hobigogoi7195 2 жыл бұрын
কালি শুনি শুনি টোপনী গলো আজিহে ভালদৰে শুনিলো প্ৰভূ বাপজন বহুত কৃতজ্ঞ হলো। কৃষ্ণ
@priyadoleypegu597
@priyadoleypegu597 2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤️🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@babitakumarimajudekaborah4995
@babitakumarimajudekaborah4995 2 жыл бұрын
Krishna Krishna Krishna Krishna sewa nibedan karilu Krishna Krishna Krishna Krishna bap
@surabhihazarika5269
@surabhihazarika5269 2 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব ।🙏🙏🙏
@iboroboro2755
@iboroboro2755 2 жыл бұрын
Krishna Krishna Krishna 🙏🙏🙏🙏 khokolu bhokot boishnobor soronot khotokuti pronam jonaisu Krishna Krishna 🙏🙏🙏
@gunamaidevi4570
@gunamaidevi4570 2 жыл бұрын
Krishna Krishna 🙏🏿 prabhu madhumai bhagabat apuner srimukhe xuni anandit holu Krishna 🙏🏿
@junadutta8438
@junadutta8438 2 жыл бұрын
নমস্কাৰ কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আমাৰ সেৱা ভাগি গ্ৰহণ কৰিব 🙏
@bhumitabora2496
@bhumitabora2496 2 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ ইশ্বৰ বহুত বহুত ভাল লাগিল পৰম শান্তি পাইছো কৃষ্ণ কৃষ্ণ কোটি কোটি প্ৰণাম জনালোঁ কৃষ্ণ কৃষ্ণ ৰাম ৰাম কৃষ্ণ কৃষ্ণ ৰাম ৰাম কৃষ্ণ কৃষ্ণ
@pramudnath2228
@pramudnath2228 2 жыл бұрын
প্ৰনাম প্ৰভু ।
@chitramalkakati4332
@chitramalkakati4332 2 жыл бұрын
Pranam Prabhu Iswar, Suni dhanya Halo, bhagabana apunar lagata gharar ataira mangal karak kripa karak, Krishna krishna, Bap,
@namitadevi4913
@namitadevi4913 2 жыл бұрын
কৃষ্ণ কৃষ্ণ সেৱা আগবঢ়ালো।
@kumudgayan1664
@kumudgayan1664 2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ। সঙ্গীত ময় ভাগৱত বাখ্যাৰ দ্বাৰা সকলোৰে অন্তৰত এক মধুৰ আলোড়ন সৃষ্টি কৰিছে, সেয়ে ‌আপোনাক শ্ৰদ্ধাৰে সেৱা জনালো।সকলো ভকত বৈষ্ণৱ ভক্তি পূৰ্ণ ৰসত আপ্লুত হৈ কৃষ্ণ ভক্তিৰ ভাৱ জাগ্ৰত কৰাইছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@jnanadachoudhury8095
@jnanadachoudhury8095 2 жыл бұрын
হে প্ৰভু আপোনাৰ মুখেৰে ভাগৱতৰ অমৃত ময় বাখ্যা শুনি নিজকে ধন্য মানিছো ।
@animadevi4327
@animadevi4327 2 жыл бұрын
Prabhu jona apunar xumodhu xur aru biyakha xuni apluto hoi onoborote kanot baji thake Krishna kotha pranam Prabhu bap 🙏🙏🙏🙏🙏🙏
@antonychetia8478
@antonychetia8478 2 жыл бұрын
কৃষ্ণ বাপজনা কৃষ্ণ
@japanchandrabora7502
@japanchandrabora7502 2 жыл бұрын
কৃষ্ণ! বাপ প্ৰণাম 🙏🙏🙏
@sewaligogoi3175
@sewaligogoi3175 2 жыл бұрын
প্ৰভূ জন সেৱা গ্ৰহণ কৰিব।। উদ্যোক্তা বাপ বান্ধব সমস্তলৈ ভক্তিভৰা সেৱা নিবেদন কৰিলোঁ।
@ganeshkoch561
@ganeshkoch561 2 жыл бұрын
Krishna 🙏🙏🙏 bappp pronam jonalu apunaxobok bappp Moi ovajone apunaxobor shoronot xhato kouti pronam jonaluuu bapp krishna ❤️ ❤️ ❤️ 🙏🙏🙏❤️❤️❤️ xhewa vag grohon. koribo krishna 🙏🙏🙏
@prafullabora5386
@prafullabora5386 2 жыл бұрын
জয় গুৰু শঙ্কৰ । কৃষ্ণ কৃষ্ণ । হে মোৰ প্রভু জন, আমাৰ ভক্তি ভৰা সেৱা আৰু প্রণিপাত গ্রহন কৰিব ।
@localboys9676
@localboys9676 2 жыл бұрын
🙏🙏❤️
@daduldas1643
@daduldas1643 2 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ আপোনাৰ শ্ৰী চৰনত সেৱা জনাইছো গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@atulokalita4134
@atulokalita4134 2 жыл бұрын
বাপ কৃষ্ণ কৃষ্ণ। অতি সুন্দৰ সুমধুৰ ভাগৱত কথা শুনিব পাই থাকিম বুলি আশা ৰাখিলোঁ। কৃষ্ণ কৃষ্ণ
@harkumarnath4217
@harkumarnath4217 2 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু সেবাহে বাপ
@animakalita8523
@animakalita8523 2 жыл бұрын
Anima kalita krishn krishan provu koti koti pronam
@bontiborah5014
@bontiborah5014 2 жыл бұрын
কৃষ্ণ কৃষ্ণ প্রভু পুৱাৰ শশ্ৰদ্ধ প্ৰণিপাত গ্ৰহণ কৰিব ।কৃষ্ণ হৰি ৰাম ৰাম
@ranjudeka5852
@ranjudeka5852 2 жыл бұрын
Krishna Krishna krishna Krishna Krishna Krishna Krishna Krishna
@phuleningtikathar.ingtikat6236
@phuleningtikathar.ingtikat6236 2 жыл бұрын
সংগীত ময় ভাগৱতৰ এই সুন্দৰ ব্যাখ্যা আপোনাৰ শ্ৰীমুখে শুনিবলৈ পায় আমি ধন্য হৈছো আৰু কৃতাৰ্থ মানিছো বাপ । আগলৈকো কৃপা কৰিব । কৃষ্ণ কৃষ্ণ হৰি ৰাম ।🙏🙏🙏
@Jitumoni77
@Jitumoni77 Жыл бұрын
krishna taoi
@phuleningtikathar.ingtikat6236
@phuleningtikathar.ingtikat6236 Жыл бұрын
@@Jitumoni77 কৃষ্ণ কৃষ্ণ পৰম গুৰু শ্ৰীমন্ত শঙ্কৰদেৱে আমি সমষ্ট অধমক আগলৈ কৃপা কৰক । আপোনাৰ কৃপা আশীষ ৰূপে শীৰত লৈছো । কৃষ্ণ কৃষ্ণ 🙏🙏🌹
@kabitadas61
@kabitadas61 2 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ শত কোটি প্ৰণাম জনালো ।কৃষ্ণ কৃষ্ণ
@nilimarabha7373
@nilimarabha7373 2 жыл бұрын
Krishna bap sewa jonalu
@bipinsaikia5008
@bipinsaikia5008 2 жыл бұрын
Krishno krishno krishno krishno
@Request_motivation
@Request_motivation Жыл бұрын
কৃষ্ণ অতি সুন্দৰ বাপ কৃষ্ণ।। মইঅভাজনে আপোনা শবৰ চৰণত ভক্তিভাৱেৰে সেৱা জনালো কৃষ্ণ 💞💞💞🙏🙏🙏।। ৰাম।। ৰাম।। ৰাম।। জয় জগত গুৰু শ্রী মন্ত্ৰ শংকৰ দেব "
@ranjudutta7109
@ranjudutta7109 2 жыл бұрын
Krishno Krishno Krishno
@priyakheebora25
@priyakheebora25 2 жыл бұрын
Krishna 🙏
@debadash7047
@debadash7047 2 жыл бұрын
Rahila Bala Das Krishno Bap Pronam
@gulabchandchoudhury9621
@gulabchandchoudhury9621 2 жыл бұрын
Govind Govind Govind Govind Govind 🙏🙏🙏🙏🙏
@sarbeswardoley2388
@sarbeswardoley2388 2 жыл бұрын
প্ৰণাম বাপ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🌹🌹🌹
@prodipkumarborah9946
@prodipkumarborah9946 2 жыл бұрын
Krishna Krishna pravu
@dimbeswaripatardeka2793
@dimbeswaripatardeka2793 2 жыл бұрын
👃 Krishna Krishna Krishna 👃👃👃
@ratulbora6910
@ratulbora6910 2 жыл бұрын
ঈশ্বৰ বিশ্বাসৰ ওপৰত নিৰ্ভৰশীল হব লাগিব উপযুক্ত স্থান লাভ কৰিব লাগিব নিজৰ মনৰ ভাব প্ৰকাশ কৰাৰ পাছত মোৰ ভগবান:কৃষ্ণ:ৰাম:হৰি:কৃষ্ণ বাপ
@lakhyajit9987
@lakhyajit9987 2 жыл бұрын
ৰাম ৰাম ৰাম 🙏🙏🙏🙏🙏🙏🙏🙏🙏
@labanyakakoty5143
@labanyakakoty5143 2 жыл бұрын
Krishna Krishna Prabhu, bohut bhal lagil.
@deepaborah3013
@deepaborah3013 2 жыл бұрын
প্ৰভু মোৰ জন্ম স্থানৰ সকলোকেআপোনাৰ অমৃতময় বাণীয়ে কল্যাণ কৰক। প্ৰণাম
@ranuhazarikanayak9601
@ranuhazarikanayak9601 2 жыл бұрын
জয় শ্ৰী কৃষ্ণ 👏👏
@nabajyotidas6117
@nabajyotidas6117 Жыл бұрын
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏 ohari 🙏 oram 🙏🙏🙏❤️🌹🙏
@tulikabarua2838
@tulikabarua2838 2 жыл бұрын
শ্ৰীকৃষ্ণ বাসুদেবায়ে নমঃ 🙏🙏🙏
@parineetapari2645
@parineetapari2645 2 жыл бұрын
কৃষ্ণ কৃষ্ণ,,সহস্ৰ সেৱা নিবেদিলো🙏🙏🙏🙏🙏
@ajantamedhidas8946
@ajantamedhidas8946 2 жыл бұрын
Hari Hari Hari Ram Ram Ram 🙏🙏🙏
@upakhisivam5568
@upakhisivam5568 2 жыл бұрын
সুমধুৰ কণ্ঠৰ হৰি নাম অমৃত ময় বানি পান কৰি কৃতাৰ্থ হলো বাপ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
@minakshideka1470
@minakshideka1470 2 жыл бұрын
Krishna krishna ram ram 🙏🙏🙏🙏
@ranjanarabha828
@ranjanarabha828 2 жыл бұрын
কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু 🙏🙏🙏
@nilimachoudhury5019
@nilimachoudhury5019 2 жыл бұрын
কৌটি কৌটি প্ৰনাম ।🙏🙏🙏 কৃষ্ণ কৃষ্ণ
@rubigogoi5227
@rubigogoi5227 2 жыл бұрын
কৃষ্ণ🙏প্ৰভু অতি সুন্দৰ।বৰ ভাল লাগিল🙏🙏মাধৱে সদায় কুশলে ৰাখক আপোনাক🙏
@dipkalita8273
@dipkalita8273 Жыл бұрын
ইমান ধুনীয়া বাখ্যা ইমান সুন্দৰ শুৰ শুনি হেঁপাহ নপলাই প্ৰভু । কৃষ্ণ কৃষ্ণ কৃষ্ণ
@mamonidas1659
@mamonidas1659 2 жыл бұрын
Krishna probhu pronam
@user-iy4dy8ke9j
@user-iy4dy8ke9j 9 ай бұрын
সুমধুৰ সঙ্গীতময় ভাগৱত ব্যাখ্যা শুনিবলৈ পাই ধন্য মানিছো। বাপ প্ৰভূ আপোনাক সশ্ৰদ্ধ প্ৰণাম জনাইছো। কৃষ্ণ কৃষ্ণ।
@gitanjalipathak1375
@gitanjalipathak1375 2 жыл бұрын
কৃষ্ণ প্ৰভু সেৱা আগবঢ়ালোঁ। আপোনাক ভগৱানে কুশলে‌ ৰাখক কৃষ্ণ 🙏🙏
@bhairabjyotidas613
@bhairabjyotidas613 2 жыл бұрын
হৰি ৰাম কৃষ্ণ প্ৰভু
@ranubaruah2372
@ranubaruah2372 2 жыл бұрын
🙏কৃষ্ণ প্ৰভু সেৱা জনালো
@RajEntertains
@RajEntertains 2 жыл бұрын
Krishna Krishna, sundar Bhagobat pathe mur mon pulokit korise .
@monujkumargogoi2013
@monujkumargogoi2013 2 жыл бұрын
🙏🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ, বাপ আপোনাৰ লগতে তাত উপস্থিত আটাইৰে চৰনত কোটি কোটি সেৱা জনালো, ঈশ্বৰে সকলোকে কুশলে ৰাখক 🌺❤️🙏🙏🙏🙏🙏
@kalpanasaikia4588
@kalpanasaikia4588 2 жыл бұрын
মধুৰ সংগীতময় ভাগৱত ভাগীৰ শ্রী চৰণলৈ হত সহস্ৰ সেৱা নিবেদিলোঁ কৃষ্ণ👏👏👏👏
@punyarabha151
@punyarabha151 2 жыл бұрын
Krisnha 🙏🙏 probhu aewa dharisu...... 🙏🙏🙏🙏🙏🙏
@oujaribhurbandha3982
@oujaribhurbandha3982 2 жыл бұрын
বাপ ঈশ্বৰ কৃষ্ণ কৃষ্ণ
@diptirekhaborah6912
@diptirekhaborah6912 Жыл бұрын
প্ৰনাম শ্ৰদ্ধাৰ বাপ ঈশ্ৱৰ সেৱা জনালো, আপোনাৰ কন্ঠত হৰি নাম অন্তৰ চুই যায়,
@mohanchandrakalita362
@mohanchandrakalita362 2 жыл бұрын
Hai Iswar prabhu, Isware aponar sushathy aru dighau kamana karisu, kiyano aponar bhagavat pathar bakhya amaku amreet pran karar subidhakan dileboli anubhab karisu.
@nabajyotidas6117
@nabajyotidas6117 Жыл бұрын
Bap krishna ohari Oram pranam janalo pravu krishna
@mnath7444
@mnath7444 2 жыл бұрын
বিশেষ অসুবিধা বশত পলমকৈ হ'লেও মোৰ গুৰুজনাৰ সতে আটাইলৈ শতকৌতি প্ৰণাম ।
@urmilabordoloi5725
@urmilabordoloi5725 2 жыл бұрын
🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ
@probitiburagohain1318
@probitiburagohain1318 Жыл бұрын
ৰাম কৃষ্ণ বাপ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব। বুজাব নোৱাৰা সুন্দৰ অনুভৱ কৰিছো। ভগৱানক প্ৰাৰ্থনা কৰিছোঁ সদায় কুশলে ৰাখক। ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ
@ranudas4561
@ranudas4561 2 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏
@sarajonisardar429
@sarajonisardar429 2 жыл бұрын
Krishna Krishna Krishna 🙏🙏
@sabitrimedhi6564
@sabitrimedhi6564 2 жыл бұрын
কৃষ্ণ কৃষ্ণ হৰি ৰাম সু-প্ৰভাত কৃষ্ণপিতা 'সুললিত কণ্ঠেৰে শ্ৰুতিত পৰমপ্ৰসাদত আমিসৱ আৱেগিক ঈশ্বৰ' !!!! আপোনাৰ শ্ৰীচৰণত কৃতজ্ঞতাৰে কৃতাঞ্জলী ধৰিলোঁ প্ৰভূ' গ্ৰহন কৰি কৃপা কৰিব প্ৰভূ'' জয় জগত গুৰুদেৱ শ্ৰীমন্তশঙ্কৰদেৱ কৃষ্ণ হৰি
@tutumonideka571
@tutumonideka571 2 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰনাম গ্ৰহণ কৰিব । সুন্দৰ পাঠ শ্ৰৱণ কৰাই আমাৰ জীৱন ধন্য কৰিলে 🙏🙏🙏🙏🙏কৃষ্ণ কৃষ্ণ
@bhaskarjyotikachari6938
@bhaskarjyotikachari6938 Жыл бұрын
Ooooo o o ooooooooooooooooooo
@dhirabharalidhira4675
@dhirabharalidhira4675 7 ай бұрын
He.prabhu.tomar.charanat.koti.koti.pranam...aponar.mukhere.harinam.sunile.monpran.saat.pori Jay. ....he.prabhu.sarbakusle.rakhiba. prabhu. More. Santan..nai.ki.pap.korile.santan.nahay.prabhu
@reetabordoloi5258
@reetabordoloi5258 2 жыл бұрын
প্রণাম শ্রদ্ধাৰ প্রভু ঈশ্বৰ | 🙏🙏🙏🙏
@manojnath9217
@manojnath9217 2 жыл бұрын
🙏🙏🙏🙏🙏
@dipakborah4416
@dipakborah4416 2 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ নামে আমাৰ মন মগজু শীতল পৰি গৈছে , কৃষ্ণ কৃষ্ণ কৃষ্ণ
@archanadas6557
@archanadas6557 2 жыл бұрын
Pranaam Prabhu ishwar 🙏🙏🙏
@prayasheeborah2121
@prayasheeborah2121 2 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ, আপোনাক প্ৰণাম জনাইছো ।
@gitanjalipathak1375
@gitanjalipathak1375 Жыл бұрын
কৃষ্ণ প্ৰভু সশ্ৰদ্ধ প্ৰণাম জনালোঁ কৃষ্ণ 🙏🙏🙏
@rinakutumpegu1427
@rinakutumpegu1427 Жыл бұрын
🙏 Krishna Krishna Krishna Krishna.
@gapaldas451
@gapaldas451 2 жыл бұрын
Dandabad Prabhu Dandabad
@vijayasaikia9168
@vijayasaikia9168 2 жыл бұрын
প্রভু কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏
@r.ctalukdar1659
@r.ctalukdar1659 2 жыл бұрын
The Bhagavad and Gita path and it's explained is not an easy work it is. Possible only by the grace ofGod.
@jyotshnasaikia8443
@jyotshnasaikia8443 2 жыл бұрын
KRISHNA 🙏
@dipkalita8273
@dipkalita8273 Жыл бұрын
হে মহা প্ৰভু জ্ঞানৰ সাগৰ আপোনাৰ ভাগৱত বাখ্যা শুনিবলৈ পায় বহুতো জ্ঞান লাভ কৰিছো প্ৰভু কৃষ্ণ কৃষ্ণ কৃষ্ণ হে মহা প্ৰভু বাপজনা আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদিছো
@dhrubajyotisaikia2812
@dhrubajyotisaikia2812 2 жыл бұрын
Krishna Krishna Baaphokal ru AI hokal...... Jai Guru Sankara
@bimangogoi379
@bimangogoi379 2 жыл бұрын
Krishnakrishnaprobhukotikotipronam👏👏👍👍
Bhagawat Path Live From Morigaon (Borngabari).
2:27:37
Riju Pathak.
Рет қаралды 104 М.
Bend The Impossible Bar Win $1,000
00:57
Stokes Twins
Рет қаралды 43 МЛН
小丑和白天使的比试。#天使 #小丑 #超人不会飞
00:51
超人不会飞
Рет қаралды 36 МЛН
❌Разве такое возможно? #story
01:00
Кэри Найс
Рет қаралды 7 МЛН
ভগবান কে? | Who is God? | By H.H. Bhakti Charu Swami Maharaja
37:30
HH Bhakti Charu Swami
Рет қаралды 2,4 МЛН
Geeta Mahatmya 1
19:10
Geeta & Naam Ghosha Bakhya Assamese
Рет қаралды 791 М.
#Bhagwat_Path || #Riju_Pathak || Venue : Riha bari . Guwahati
46:36
Bhagawat Path Live From Naokata (Morigaon)
1:54:18
Riju Pathak.
Рет қаралды 111 М.
Bend The Impossible Bar Win $1,000
00:57
Stokes Twins
Рет қаралды 43 МЛН