SANKARE HISE | CHINAKI GEET | ASSAMESE LYRICAL VIDEO SONG | BHUPEN HAZARIKA

  Рет қаралды 1,356,446

DIGI Music

DIGI Music

Күн бұрын

Пікірлер: 297
@khirodhira3881
@khirodhira3881 2 жыл бұрын
ইমান সুন্দৰ সৃষ্টি। ইমান সুন্দৰ গীট। ভূপেন দা আুনিও সদায় অমৰ।।
@sochinkumargogoi7258
@sochinkumargogoi7258 Жыл бұрын
দুখীযা নে ৰখীয়া জনাবচোন ,
@PareshRabha-h3m
@PareshRabha-h3m Жыл бұрын
.
@vijaykumardev1345
@vijaykumardev1345 2 жыл бұрын
মোৰ অতি মৰমৰ হিয়াৰ আমঠু ভূপেন দা ৷অসম প্ৰীতি জাতি প্ৰীতি ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই থকাজনেই হল আমাৰ হিয়াৰ আমঠু ভূপেন দা ৷চিৰনমস্য ব্যক্তি এইসকল যাক পাহৰিব নোৱাৰি ৷
@haridas_mosrong07
@haridas_mosrong07 6 ай бұрын
Aqqq,,,
@tanmisaikia8965
@tanmisaikia8965 Жыл бұрын
Goosebumps uthi jai ei omor geet bur xunile🙏❤
@SAMOOSAHU
@SAMOOSAHU 7 ай бұрын
Bhupen hazarika is great my baba❤❤❤ I love this bhupen hazarika all songs
@abhiseshneog9365
@abhiseshneog9365 2 жыл бұрын
শুনি শুনি আমনি নালাগে । ভূপেন মামা তুমি আমাৰ মাজত সদায় অমৰ😍
@nityanandarajbonshi1504
@nityanandarajbonshi1504 2 жыл бұрын
Oo
@lachitsaikia9044
@lachitsaikia9044 2 жыл бұрын
সঁচাকৈ ভাল লাগি গল চিৰদিনলৈ অমৰ হৈ গল তেওঁৰ স্মৃতি 💕💕💕💕
@prahladphukan2697
@prahladphukan2697 3 жыл бұрын
Aibur manuh aji ai axom khont thoka hle axom khon aru aguai gol hoi,bhupek koka kio gusi gola amar major pora🙏🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️
@mgserviceall4012
@mgserviceall4012 2 жыл бұрын
Hundor♥️♥️♥️♥️
@jitenbora9231
@jitenbora9231 3 жыл бұрын
Thank you dear Bhupen Hazarika for this song 💖💞 apunr aii gaan tur babe dhoinyobad🙏🙏💖
@krishnagogoi1657
@krishnagogoi1657 3 жыл бұрын
বহুত ভালো লাগিল আৰু দুখো লাগিল | জয় আই অসম |
@kadirali9098
@kadirali9098 2 жыл бұрын
হৈ সচাকৈ ভূপেন দা সদাই অমৰ হৈ ৰব
@craftwithankita1037
@craftwithankita1037 3 жыл бұрын
Wow that's awesome..... Bohut besi val lagil 😊😊👏👏👍👍
@bububorah1640
@bububorah1640 3 жыл бұрын
Xup xundor👍
@UttamRabha-on7kw
@UttamRabha-on7kw 2 ай бұрын
Joi bhupen mama joi ai oxom
@JOY-sm6vz
@JOY-sm6vz 2 жыл бұрын
Bohut hundor geet
@tikudutta7722
@tikudutta7722 2 жыл бұрын
Joy guru sankardev 🙏🙏🙏🙏🙏🙏🙏🙏🙏...
@UrduDoley-yb9nk
@UrduDoley-yb9nk Жыл бұрын
❤❤❤
@k.kacharibhai4355
@k.kacharibhai4355 2 жыл бұрын
❤❤❤❤❤❤❤❤❤❤❤val puwa prothom sinaki ❤❤❤❤❤love you D.B.PN.H ❤❤💎💎💎ajiu Moram upoji utha...
@Nitulchutia
@Nitulchutia Жыл бұрын
তুমি এই আমাৰ হিয়া কপোৱা ইস্পন্ধন , তুমি হিয়াৰ আমঠো❤❤❤❤❤
@juntibordoloi8008
@juntibordoloi8008 3 жыл бұрын
বৰ। ভাল লাগিছে 🙏🙏🙏🙏
@learnwithme-mt8lm
@learnwithme-mt8lm 2 ай бұрын
Hodai omor hoi thakibo ❤😢😮
@Legal_weapon295
@Legal_weapon295 2 жыл бұрын
আহা অসমীয়া, হাতে হাত ধৰি আগুৱাই যাওঁ।
@sanjibchutia1370
@sanjibchutia1370 Жыл бұрын
সুন্দৰ গীত 😗👌😍😍😘
@jagannathmahanta7940
@jagannathmahanta7940 2 жыл бұрын
আমাৰ হৃদয়ৰ গীত তথা অতি আপোন গীত।
@himakshisahariah9211
@himakshisahariah9211 2 жыл бұрын
Dhuniya
@TanJiEdiTz
@TanJiEdiTz 3 жыл бұрын
Miss u Hhupen Hazarika😪😪😪
@paragjyotinath1365
@paragjyotinath1365 2 жыл бұрын
Old is Gold. সোণসেৰীয়া গীত। আজিকালি গায়কে দুটা গান জনপ্ৰিয় হ'লে শিল্পী বুলি জাহিৰ কৰি ফুৰে।
@ranjanling5566
@ranjanling5566 2 жыл бұрын
৪টা গীতগালেই গায়কৰ সকলো গুন নাহে
@manabendranath2117
@manabendranath2117 Жыл бұрын
@@ranjanling5566 হয় !!এওঁলোকৰ গীতহে প্ৰকৃত গীত। গীত গালেই নহয়, গীতৰ কথা কি গাইছে সেইটোহে গুৰুত্বপূৰ্ণ। মানুহে (বিশেষকৈ আজিৰ প্ৰজন্মই) ভাল পাইছে বুলিয়েই যিহকে তিহেকে এসোপা লিখি গাই দিলেই নহয়। এটা লুপত সকলো বন্দী হৈ গৈ আছে। গায়কে ভাবে গীতটি মানুহে ভাল পাইছে আৰু গাব পাৰি, আৰু কিছুমান শ্ৰুতাই ভাবে আজি কালি গীতেই এনেকুৱা বেলেগ কি শুনিম। সেইবুলি মই সকলো গায়কৰ আৰু সকলো শ্ৰুতাৰ কথা কোৱা নাই।।
@bitopankalita8042
@bitopankalita8042 2 жыл бұрын
কি সুন্দৰ কন্ঠ।😍
@PinkuKonwar-uf3cd
@PinkuKonwar-uf3cd 25 күн бұрын
অভিনেতা অভিনেত্ৰী এই মৰম লগা গীত তোৰ লগত বৰ মিলিছে
@ramjanzg906
@ramjanzg906 2 жыл бұрын
Super💥👌 Behut miss korim dada aponak 😭😭
@Dipankaroficeal9843
@Dipankaroficeal9843 2 жыл бұрын
Xosai val lagisa song tu 😁🥰🥰🥰
@TaslimAliBabul
@TaslimAliBabul 3 ай бұрын
আপোনাৰ গীতৰ শব্দৰ ভাজে ভাজে নিহিত হৈ আছে জাতিৰ জীৱন গাথা ?❤❤🙏❤❤
@chanuahmed7956
@chanuahmed7956 2 жыл бұрын
এইবোৰ গানে অন্তৰ চুই যায়,,🙏🙏🙏
@maramisharma2039
@maramisharma2039 2 жыл бұрын
এটা চিৰ যুগমীয়া গীত, এই গীতবোৰৰ শব্দ বোৰ ভূলকে স্ক্ৰীন ত উপস্থাপন কৰা দেখিলে দুখ লাগে, যেনে ইয়াত দিয়াৰ দৰে অসমীয়া হব বুলি দুখীয়া নহয় , অসমীয়া হব বুলি ৰখীয়া হে
@likeaboss3695
@likeaboss3695 2 жыл бұрын
হয় জানো?
@kamalborah98
@kamalborah98 2 жыл бұрын
আজি দেওঁবাৰ ইংৰাজি ১৩ ফেব্ৰুবাৰি ২০২২ । সচাঁকৈ ভূপেনদাৰ গীতত অসমীয়া হিচাপে গৌৰাম্বিত আমি। তেওঁৰ সৃষ্টি সমূহ সদায় আমাৰ মাজত জিয়াই ৰাখিৱ লাগে আজিৰ নতুন প্ৰজন্মই।
@xoruhopun680
@xoruhopun680 2 жыл бұрын
Yes all right
@lachitsaikia9044
@lachitsaikia9044 2 жыл бұрын
সঁচাকৈ
@sujituzir3493
@sujituzir3493 2 жыл бұрын
Legend ..sasai Ami nijak pahari goisu
@Jublee_Borah
@Jublee_Borah Жыл бұрын
A person who famous in the world 🌎❤, Very Gorgeous song ❤❤❤
@shibamkalita7841
@shibamkalita7841 Жыл бұрын
Bahi r khel tu dhuniya khele dei 🙏🙏🔥🔥❤️❤️
@Sarat933
@Sarat933 2 жыл бұрын
গৌৰৱী নহয়, 'গৰবী'হে। মানে গৰ্বী।
@assamkaushikgaming7356
@assamkaushikgaming7356 3 жыл бұрын
Legend never really die জয় ভূপেন দা ❤️✨
@6v1c
@6v1c 2 жыл бұрын
Bruh!
@ChandanGautamOfficial
@ChandanGautamOfficial 2 жыл бұрын
ৰসানন্দ গগৈ দাৰ এক অপূৰ্ব সৃষ্টি৷
@axomiyarhahi
@axomiyarhahi 2 жыл бұрын
Uff❤️❤️❤️ki kom❤️
@chinmoyjyotisarmah2636
@chinmoyjyotisarmah2636 2 жыл бұрын
Mon beya lagi thakila moi ai gaan to xuni tupni jaw❣️
@minakhiborah726
@minakhiborah726 3 жыл бұрын
What a song💖💖💖
@rosanandagogoi7871
@rosanandagogoi7871 3 жыл бұрын
ৰসানন্দ গগৈৰ গীত নং ৮ : A : ১৭ জুলাই ১৯৮৬, সাউদকুছি (যোৰহাট), ফুকন নগৰ (শিৱসাগৰ) ( সেই সময়ত অসমৰ শংকৰী কলা-কৃষ্টিক ৰাষ্ট্রীয় পৰ্য্যায়ৰ স্বীকৃতিৰ বাবে চলি থকা আলোচনাক কিছু শক্তি যোগাবৰ মানসেৰে-) "কমলাকান্তই লিখিছে কবিতা- তুমি অসমীয়া ! তুমি নুবুজিলা- তোমাৰেই অতীতৰ অমিয়া !! শংকৰে সিঁচে নামৰ কঠীয়া অসমীয়া হ’ব বুলি ৰখীয়া, পিচে দেখোঁ শংকৰৰ মহিমা আজিৰ অসমীয়াই একো নুবুজা, কিহৰে ৰাগিণী পালা, অসমীয়া ! কিহৰে ৰাগিণী পালা ? *** অতীতৰ ৰস-গুণ কিয়নো পাহৰা, মিছা আৱৰণে নিজক কিয় সজোৱা ? লক্ষ্মীনাথৰ ভাষা তুমি নিশিকা, ‘হেমকোষ’-ৰ শব্দকো নুবুজা; শ্ব্যেইক্সপিয়েৰ্, শ্ব্যেলি বুলি চিঞৰা, সত্রীয়া নাট-গীতক নুবুজা; কিহৰে ৰাগিণী পালা, অসমীয়া ! কিহৰে ৰাগিণী পালা ? *** ‘অসমীয়া’ বুলি গৰবী নহ’বা, আছে আছে বুলি ভাবি নাথাকিবা; আজি যদি তুমি নিজকে নিচিনা, পুৰণি পুৰুষৰ গৰিমাক পাহৰা; অহাকালি নিজকে হেৰুৱাবা অসমীয়া ! হ’বা তুমি নিচলা; পুৰণিক সুঁৱৰি চোৱাঁ, অসমীয়া ! পুৰণিক থমকি চোৱাঁ !! তুমি অসমীয়া ! তুমি নুবুজিলা- তোমাৰেই অতীতৰ অমিয়া !! কমলাকান্তই লিখিছে কবিতা- তুমি অসমীয়া ! তুমি নুবুজিলা- তোমাৰেই অতীতৰ অমিয়া !! শংকৰে সিঁচে নামৰ কঠীয়া অসমীয়া হ’ব বুলি ৰখীয়া, পিচে দেখোঁ শংকৰৰ মহিমা আজিৰ অসমীয়াই একো নুবুজা, কিহৰে ৰাগিণী পালা, অসমীয়া ! কিহৰে ৰাগিণী পালা ? কিহৰে ৰাগিণী পালা, অসমীয়া ! কিহৰে ৰাগিণী পালা ? কিহৰে ৰাগিণী পালা, অসমীয়া ! কিহৰে ৰাগিণী পালা ?" ==** ৰসানন্দ গগৈ **==
@koushikdas5140
@koushikdas5140 3 жыл бұрын
🙏🙏🙏🙏
@preetiparashar7830
@preetiparashar7830 Жыл бұрын
Oh my god......what a song...... ekdom heart touching 🤗🤗
@bphajong8
@bphajong8 3 жыл бұрын
I Love it.
@prachuryaentertainment6854
@prachuryaentertainment6854 2 жыл бұрын
OLD IS VERY GOLD FROM ASSAMESE .... BHUPEN HAZARIKA DWIPEN BARUAH AND OTHERS .......
@dipankarchetry6422
@dipankarchetry6422 2 жыл бұрын
You r the legend of the world....no one can take your place in Assam.......
@sahidul...indianarmylover7277
@sahidul...indianarmylover7277 3 жыл бұрын
Monot porile soku pani olai ami Bhupen air k heruwaisu ..
@VibeStream6265
@VibeStream6265 3 жыл бұрын
ভূপেন দাৰ গীত সদায় অমৰ ❣️💕
@mridusmitaphukon3430
@mridusmitaphukon3430 2 жыл бұрын
Hosai kole apuni 🙂
@AlehaBegum-fg5qg
@AlehaBegum-fg5qg 7 күн бұрын
❤😮 nice ❤😮😮😮
@Parthalahkar2844
@Parthalahkar2844 3 жыл бұрын
I love bhupan hazorika
@minakshiphangshang5841
@minakshiphangshang5841 3 жыл бұрын
খুবেই তাৎপৰ্যপূৰ্ণ গানটো। অসমীয়াই সকলো পাহৰিলে আজি।
@xoruhopun680
@xoruhopun680 2 жыл бұрын
Ajiii pahora nai
@exsbchchariali6970
@exsbchchariali6970 24 күн бұрын
বৰ্তমান আমাৰ দশা!! বিহু বুলিলে বহাগ,জেঠ,আষাঢ় , ৰাসোৎসৱ বুলিলে দুটা অমাৱস্যা অতিক্ৰম কৰে,হায় অসমীয়া আমি কেতিয়া শিকিবলৈ যত্ন কৰিম!!!!!
@dipsingh7576
@dipsingh7576 2 жыл бұрын
Joi aai axom
@sadiyar4
@sadiyar4 3 жыл бұрын
❤️❤️❤️
@richitasharma5111
@richitasharma5111 Жыл бұрын
Bhupen hazarika is a best singer ❤️❤️❤️
@tapon2698
@tapon2698 10 ай бұрын
Bhupen Da hodai hunu apunar geet ❤❤❤❤
@TheGamer-sr6uc
@TheGamer-sr6uc 2 жыл бұрын
Ily bh 💜
@HimangshutalukdarDuldult-rv5ds
@HimangshutalukdarDuldult-rv5ds 5 ай бұрын
Bohut bohut vl lagise
@pallabisaikia9161
@pallabisaikia9161 3 жыл бұрын
Love it
@bikashkonwar3596
@bikashkonwar3596 2 жыл бұрын
🌷🌹মজা🌹🌷
@mousamcreation4510
@mousamcreation4510 2 жыл бұрын
Xosai old is gold😊🥰🥰🥰🥰🤗
@indianboy7881
@indianboy7881 2 жыл бұрын
Old is gold ❤️💖
@dibyajyotilagachu4271
@dibyajyotilagachu4271 2 жыл бұрын
Old is ultimate pure... Gold 💖💚💚🔫🔪
@jitulkalita4455
@jitulkalita4455 2 жыл бұрын
bhupen Hazarikar proti to geet bahut lagai .
@manuranjandutta4804
@manuranjandutta4804 2 жыл бұрын
Super hit.
@seenasedyappu6107
@seenasedyappu6107 2 жыл бұрын
Thr soil of Assam and great soul of india we are poor but rich in culture
@Khitish_sarma
@Khitish_sarma 2 жыл бұрын
Yeah , It's one of the best of Dr.Bhupen Hazarika . But we should remember this song . As , (if you listen carefully ) he his warning us . But in today we are not accepting this warning . If we don't we will be destroyed soon as he warned !
@anupamgogoi814
@anupamgogoi814 3 жыл бұрын
Kunudini amone nalage bhupen da gaan bur
@pankajborah6538
@pankajborah6538 2 жыл бұрын
Bhupen mama is uqnike person
@kamalkalita7059
@kamalkalita7059 3 жыл бұрын
I love it
@মইঅসমীয়া-ম৪স
@মইঅসমীয়া-ম৪স 3 жыл бұрын
First👍
@mritunjyoidutta3651
@mritunjyoidutta3651 3 жыл бұрын
👍👍
@sharebazaardeva
@sharebazaardeva 8 ай бұрын
হৃদয়ৰ গীত তথা অতি আপোন গীত
@Mayuri.changmai.5
@Mayuri.changmai.5 2 жыл бұрын
Legend Never Die 😊
@gokulbania29
@gokulbania29 2 жыл бұрын
Gantu xuni bohut vl lagi gol montu..agoloi ru xunibo pale vl lagibo🙏🙏🙏
@khirudhazarika2364
@khirudhazarika2364 2 жыл бұрын
🙏🙏🙏👌👌👌
@rgendrarajbongshi5003
@rgendrarajbongshi5003 2 жыл бұрын
Kaljoi gan
@theharmoniumguy3270
@theharmoniumguy3270 3 жыл бұрын
What a nice song
@hareswarbordoloi554
@hareswarbordoloi554 2 жыл бұрын
Very great song for assamese
@Rim-Jhim123
@Rim-Jhim123 Жыл бұрын
Nice voice😊😊😊😊❤️❤️❤️🙏🙏
@gitikadevi836
@gitikadevi836 2 жыл бұрын
Evergreen,songofassameseculture
@zubeengargfans9750
@zubeengargfans9750 3 жыл бұрын
Great man always 🤍💝
@mahimabasumatry2413
@mahimabasumatry2413 2 жыл бұрын
Ohh very very. Nice ssong
@NathStudioPrakash
@NathStudioPrakash Жыл бұрын
চিৰসেউজীয়া গীত ভূপেন হাজৰিকা আমাৰ গৌৰৱ 🙏
@GODNARUTOUZUMAKI
@GODNARUTOUZUMAKI 2 жыл бұрын
Moja gaan
@sangitabaruah5252
@sangitabaruah5252 Жыл бұрын
মোৰ প্ৰিয় কণ্ঠশিল্পী 🤗🙏 🙏
@BiplabiMudoi298
@BiplabiMudoi298 2 жыл бұрын
Old is gold ❤️🙏
@pankajsaikia9236
@pankajsaikia9236 2 жыл бұрын
শংকৰদেৱৰ নামৰ কঠিয়া আমি কিন্তু ধৰি ৰাখিব পৰা নাই ।
@tunudad1495
@tunudad1495 2 жыл бұрын
I love you bhupen da apunak ame assamiya kateau napaharu
@rikichakraborty2713
@rikichakraborty2713 2 жыл бұрын
Bhupen Da never dies.
@ajitmusicsonghindi7105
@ajitmusicsonghindi7105 3 жыл бұрын
I love 🥰🥰🥰song
@phatikbarman8013
@phatikbarman8013 2 жыл бұрын
Moja
@KangkanaSaikia-b2d
@KangkanaSaikia-b2d 2 ай бұрын
🙏❤️
@gobindsharma8830
@gobindsharma8830 2 жыл бұрын
Jay. Gorkha.aamaa.aai
@hemantanath8271
@hemantanath8271 2 жыл бұрын
Nixe song
@shreyasaikia6267
@shreyasaikia6267 2 жыл бұрын
OLD IS GOLD 🙏🙏
@MaijanBordoloi
@MaijanBordoloi Ай бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@rimpidutta1414
@rimpidutta1414 Жыл бұрын
Old is gold 🥺
@Jk70000
@Jk70000 2 жыл бұрын
🙏🙏🙏🙏
Bhupen Hazarika golden collection | 5 song | ভূপেন হাজৰিকাৰ গীত | Assamese song Jukebox
18:12
সংস্কৃতিৰ দিগন্ত Culture's Horizon
Рет қаралды 85 М.
Гениальное изобретение из обычного стаканчика!
00:31
Лютая физика | Олимпиадная физика
Рет қаралды 4,8 МЛН
Une nouvelle voiture pour Noël 🥹
00:28
Nicocapone
Рет қаралды 9 МЛН
Мясо вегана? 🧐 @Whatthefshow
01:01
История одного вокалиста
Рет қаралды 7 МЛН
Ai Khon Desh
6:31
Bijoy Bhuyan - Topic
Рет қаралды 780 М.
Aai O Aai
7:22
Bhupen Hazarika - Topic
Рет қаралды 914 М.