Sannidhya Bhuyan X Bozropat Music - Smriti ( স্মৃতি ) [ Official Visualizer ]

  Рет қаралды 2,911,596

BOZROPAT MUSIC

BOZROPAT MUSIC

Күн бұрын

Пікірлер: 2 900
@kumarkrishnasarma5075
@kumarkrishnasarma5075 3 жыл бұрын
Lyrics with translation- • Haasi Rokha Meetha Huworoni (Stored Sweet reminders from past) • Loralite Oka Sobi Khoni (A picture drawn by me during my childhood) • Monere Ubhoti Sao (My mind recalls those pictographic memories) • Loralire Geet Gao (I sing the song of my childhood) • Mon Praan Utola Kora, Hopune Haboti Dhora (Certainly my mind and soul gets ebullated and my dreams hug me all of a sudden) • Smriti Papori Hiya Bhori Ase Jana (My heart is filled with petals of memories) • Bukur Umere Bhora, Hurore Shruti Dhaara (Hearing the tune filled with enormous love) • Aabege Bhora Murchona (My cadence is filled with emotions.) • Bhawonate Jilike Mukh Khoni (Every thought of yours makes my face glitter) • Loralire Hongi Tumi Joni (You're my childhood love) • Jetiya Ubhoti Sau, Horogi Hurobhi Pau (Whenever I look back I sense a fragrance from heaven) • Mon Praan Utola Kora, Hopune Haboti Dhora (Certainly my mind and soul gets ebullated and my dreams hug me all of a sudden) • Smriti Papori Hiya Bhori Ase Jana (My heart is filled with petals of memories) • Bukur Umere Bhora, Hurore Shruti Dhaara (Hearing the tune filled with enormous love) • Aabege Bhora Murchona (My cadence is filled with emotions) 👍
@vaskarkalita6085
@vaskarkalita6085 3 жыл бұрын
Lyrics... Amazing wow
@mr_jyotish__arts
@mr_jyotish__arts 3 жыл бұрын
💚💚
@nitudeka9277
@nitudeka9277 3 жыл бұрын
♡♡♡
@langpherrecords2486
@langpherrecords2486 3 жыл бұрын
Bhal le laqe Se Lyrics 🙏❤️
@ramizraja7559
@ramizraja7559 3 жыл бұрын
I actually wanted this. Lots of love for translating the lyric. You did a wonderful job as the English lyric is also awesome.
@simpooldaivar8717
@simpooldaivar8717 3 жыл бұрын
কমেণ্টত সকলোৱে অসমীয়াত লিখা বাবে ভাল লাগিছে। অসমীয়া ভাষাটো এনেকৈয়ে সকলোৱে জীয়াই ৰাখক ❤️বাকী গানটোৰ কথা নো কি কম সকলোৱে জানে সান্নিধ্যৰ গান সদায় SUPERHIT ❤️🔥
@greeny_vibes.
@greeny_vibes. 3 жыл бұрын
Mojja dada♥️♥️😘
@debojitbg9407
@debojitbg9407 3 жыл бұрын
❤️
@abhilashakalita5128
@abhilashakalita5128 3 жыл бұрын
সচা দেই
@randipdas9877
@randipdas9877 3 жыл бұрын
Priyo gaan or prothom xarit rakhisu ai gaan tu
@hridaykumarsingha5714
@hridaykumarsingha5714 2 жыл бұрын
😪😪😪😪😪
@__w4r.m4chin3__
@__w4r.m4chin3__ 3 жыл бұрын
♥️সাঁচি ৰখা মিঠা সোঁৱৰণী 🖤 🖤ল'ৰালিতে অঁকা ছবিখনি♥️ 🖤মনেৰে উভতি চাঁও♥️ ♥️ল'ৰালিৰে গীত গাঁও।।🖤
@dipankarbharali9377
@dipankarbharali9377 3 жыл бұрын
Changmai daa
@__w4r.m4chin3__
@__w4r.m4chin3__ 3 жыл бұрын
@@dipankarbharali9377 😳
@prokashmili390
@prokashmili390 3 жыл бұрын
Nomoskar Sir🙏Big Frnd Apunar😊
@__w4r.m4chin3__
@__w4r.m4chin3__ 3 жыл бұрын
@@prokashmili390 babu🖐
@junak947
@junak947 3 жыл бұрын
সান্নিধ্য মানেই সুৰৰ বৰষা , তাতে মিঠা বাঁহীৰ সুৰে উন্মনা কৰিছে । এই হেতা পৰা মন প্ৰাণ আকৌ জীপাল কৰি তুলিলে 😍😍😍
@ytuer4024
@ytuer4024 2 жыл бұрын
ভাই এটা কি ভাষা???? বাংলা না অন্য?
@himjuri3842
@himjuri3842 2 жыл бұрын
❣️
@itsgogoi_9129
@itsgogoi_9129 Жыл бұрын
@@ytuer4024 Assamese brother...
@POINTPEDIA
@POINTPEDIA 3 жыл бұрын
অসমীয়া সংগীত জগত খনক ধ্বংসৰ পথৰ পৰা ঘূৰাই আনিছাঁ তোমালোক কেইজন মান প্রতিভাভান অসমীয়া যুৱকে । ধন্যবাদ আৰু শুভেচ্ছা । আশা ৰাখিছোঁ আগলৈও এনেদৰে ভাল ভাল গীত সৃষ্টি কৰিবা ।❣️❣️❣️❣️
@EduCareGK
@EduCareGK 3 жыл бұрын
অন্য এখন জগতলৈ লৈ যায় এনে গীতে 💚 ৰাজীৱ ভূঞা আৰু সান্নিধ্য ভূঞালৈ ধন্যবাদ আৰু এটি অনন্য সুন্দৰ গীত আমাক উপহাৰ দিয়া বাবে… অসমৰ বাহিৰৰ মানুহবোৰে যেতিয়া আমাৰ গীতবোৰৰ ইমান প্ৰসংশা কৰে, গৌৰৱত মনটো উথলি উঠে! 😊
@Technicalgaoliya
@Technicalgaoliya 3 жыл бұрын
💖💖
@srawanabhuyan3872
@srawanabhuyan3872 3 жыл бұрын
😡😡😡😡😡😡😡😡
@srawanabhuyan3872
@srawanabhuyan3872 3 жыл бұрын
🤮🤮🤮🤮🤮🤮🤮
@srawanabhuyan3872
@srawanabhuyan3872 3 жыл бұрын
😾😾😾😾😾
@srawanabhuyan3872
@srawanabhuyan3872 3 жыл бұрын
😑😑😑😑😑
@Pranamidutta12
@Pranamidutta12 3 жыл бұрын
Rajib Bhuyan Rajat ছাৰ হৃদয় চুই যোৱা এটা গান ❤️ এই সুন্দৰ গানটিয়ে আজি সন্ধিয়াৰ জীপাল কৰি তুলিলে,,, ভৱিষ্যত লৈও এইদৰে সদায় সান্নিধ্য কন্ঠত আৰু আপোনাৰ হাতৰ পৰশত যেন প্রান পায় উঠক অসমীয়া গানৰ জগত খন 💗💗
@_Karan_das_
@_Karan_das_ 3 жыл бұрын
Pure Magic ❤️
@jyotishmanboruah1454
@jyotishmanboruah1454 3 жыл бұрын
Hats off to RAJIB BHUYAN sir (Sannidhya's father) what a lyrics man!!🖤
@akashnil_music
@akashnil_music 2 жыл бұрын
Yes you're right
@subhachayaofficial5672
@subhachayaofficial5672 2 жыл бұрын
বাঁহীৰ মাত লগতে সান্নিধ্যৰ মাত 😍😍😍 হৃদয় চুই গ'ল ❤❤❤
@manavkashyap5688
@manavkashyap5688 3 жыл бұрын
খুব সুন্দৰ। সান্নিধ্য ভূঞা আৰু team ক বহুত শুভেচ্ছা থাকিল। অসমীয়া গানৰ ভঁৰাল চহকী কৰি যাওক এনেকৈয়ে।
@nilakshiborah3980
@nilakshiborah3980 3 жыл бұрын
বাঁহীৰ মাতে পাগল কৰিছে,,তাতে সান্নিধ্য ৰ মাত❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@porismitaporismita1139
@porismitaporismita1139 3 жыл бұрын
😘😘😘
@amitmuktiar4521
@amitmuktiar4521 3 жыл бұрын
উফ বাহীঁৰ সুৰে বেছি পাগল কৰি দিছে গানটো.....
@Isolvedthis
@Isolvedthis 3 жыл бұрын
kzbin.info/www/bejne/jYSvZY2Xfb6MmLc
@jitumoran2087
@jitumoran2087 3 жыл бұрын
বহু অপেক্ষাৰ অন্তত পুনৰ এটি মনপৰশা গীত শুনিবলৈ পালো। সান্নিধ্য দাৰ গীতবোৰত শাস্ত্ৰীয় সংগীতৰ সান্নিধ্য থাকে সদায়ে। তোমাৰ গীত সদায়েই প্ৰিয়। আগুৱাই যোৱা ........
@lipikathakuria1883
@lipikathakuria1883 3 жыл бұрын
ধন্যবাদ সান্নিধ্য আৰু এটি ধুনীয়া গান অসমবাসী ৰাইজলৈ আগবঢ়োৱাৰ বাবে। এনেদৰেই আগুৱাই যোৱা।
@animeaxom7274
@animeaxom7274 3 жыл бұрын
I made a Lyrics video of this Awesome song Smriti❤️ kzbin.info/www/bejne/pWeQpa2pi7FmiK8 Hope u will like it 🥺🥺❤️
@prastutii_abc2421
@prastutii_abc2421 Жыл бұрын
কি ক'ম আৰু...... কবলৈ একো বাকী নাই 🙌😍... সকলো মাত, সুৰ,কথা ই হৃদয় চুই গ'ল আৰু বাহীৰ সুৰটো......❤🤩
@sewalidihingia3245
@sewalidihingia3245 2 жыл бұрын
কিমান যে ভাল লাগে এই গানটো কব নোৱাৰো 😍😍বাঁহীৰ সুৰে আৰু সুন্দৰ কৰিছে গানটো।মন প্ৰাণ ভৰি যায়❤️
@jimpisaikia9103
@jimpisaikia9103 3 жыл бұрын
আগৰ গান কেইটা শুনি ইমানেই ভাল লাগিল যে আৰু আহালৈ বাত হে চাই আছিলোঁ। এতিয়া মাথোঁ অপেক্ষা "স্মৃতি" ৰ♥️♥️♥️
@somethingbudgetfriendly6952
@somethingbudgetfriendly6952 3 жыл бұрын
চকুৰ সন্মুখতে অসমীয়া সংগীত জগতত ইমান ধুনীয়া পৰিবৰ্তন😄💕ধন্যবাদ দাদা 🙏অসমীয়া সংগীতক পুনৰ জীয়াই তোলাৰ বাবে😇অনেকৰ বাবে আদৰ্শ হৈ ৰোৱা তুমি। Best wishes❤✌
@arpidas4028
@arpidas4028 3 жыл бұрын
পুৱাই শুনি দিনটোলৈ সান্নিধ্যৰ কণ্ঠই জিপাল কৰি দিলে । সুৰৰ কথাই ক'মনে, লিৰিক্স,নে মিউজিক নে বাঁহীৰ সুৰটো😍😍😍শব্দহীন‌ । অসমীয়া সংগীত জগতলৈ আকৌ এটা বিশেষ ব্যতিক্ৰমী গান উপহাৰ দিয়াৰ বাবে বহু বহু ধন্যবাদ ।আগুৱাই যোৱা‌ ।ৰাজীৱ ভূঞা চাৰৰ শব্দবোৰে মন ভৰাই তুলিলে।
@deepjyotilekharu3154
@deepjyotilekharu3154 3 жыл бұрын
I love you
@Isolvedthis
@Isolvedthis 3 жыл бұрын
kzbin.info/www/bejne/jYSvZY2Xfb6MmLc
@jindaginamilgengidubara1217
@jindaginamilgengidubara1217 3 жыл бұрын
ভাষা বিচাৰি পোৱা নাই বন্ধু বহুত ভাল লাগিল গানটো শুনি শুনি কেতিয়া টোপনি আহি যায় গমেই পোৱা নাযায় হৃদয়ৰ কোনোবা এটা কোণত যেন আকৌ প্ৰেমে জিপাল হৈ উঠিব লৈছে ❤️❤️❤️
@fighter.501
@fighter.501 3 жыл бұрын
আমৰ ভাষাত ক’বলৈ গ’লে অগ্নি হৈছে গানটো . .... শুনি সৰু কালৰ কথাবোৰ মনত আহিছে ...... আপুনৰ গানৰ পাৰা আজি বহুত পাহৰা কথা মনত পৰি ল ৷
@arijitbhuyan9750
@arijitbhuyan9750 3 жыл бұрын
I'm literally obsessed with the flute part❤️
@mousam5849
@mousam5849 3 жыл бұрын
Nich bro
@cyberangel.3140
@cyberangel.3140 3 жыл бұрын
🥺🥺❤️❤️❤️
@gitalikonwar6020
@gitalikonwar6020 3 жыл бұрын
❤️❤️💓💓💓💓❤️
@dekabrother
@dekabrother 3 жыл бұрын
Yeah, I'm also❤️
@rudreswar6459
@rudreswar6459 3 жыл бұрын
I'm literally obsessed with the flute part same bro ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@saikiasabita1904
@saikiasabita1904 3 жыл бұрын
কি কম শব্দৰ অভাৱ গান শুনি তাহানিৰ কথাবোৰ মনত পৰি গৈছে তোমালোকৰ প্রত্যেকটো গীতে হৃদয়ত থিতাপি লৈছে 💚❤💚
@acs4659
@acs4659 3 жыл бұрын
ঘৰতে আছিলো শুই Notifications ৰ শব্দত সাৰ পাই উঠিলো মই Mobile টো অন কৰি দেখিলো সান্নিধ্য দা তুমি জুই🔥🔥🔥🔥
@ultimatecreation....
@ultimatecreation.... 3 жыл бұрын
এ দিয়ক না জল্দি
@acs4659
@acs4659 3 жыл бұрын
@@ultimatecreation.... yes bro🤙
@odinsama5186
@odinsama5186 Жыл бұрын
সকলো দুখ ভাগৰ শেষ হৈ নাযা়য় যদিও এইবিলাক গানে মনটো মুকলি কৰি দিয়ে😌😌😌 ধন্যবাদ সান্নিধ্য দা
@tripernatithi7768
@tripernatithi7768 3 жыл бұрын
This song is soo beautiful and soothing! & this is my 1st time listening this genre of assamese song! Love this❤️ Greetings from Bangladesh🇧🇩
@Lovemusic0133
@Lovemusic0133 3 жыл бұрын
এই গৰমত ব্ৰজপাতৰ দৰকাৰেই আগৰবোৰ শুনি শুনিয়েই শান্তি লৈ আছিলো আজি আকৌ এটা বাঢ়িব❤️শুভকামনা🌼😌
@utdeepkumar1210
@utdeepkumar1210 3 жыл бұрын
Xosa dei 😌
@parthapratimsarma795
@parthapratimsarma795 3 жыл бұрын
Tanmoy r instagram story t tumr cmmnt tu ase😀😀
@Lovemusic0133
@Lovemusic0133 3 жыл бұрын
@@parthapratimsarma795 Oo moi atia saute dekhisilu❤️😁
@parthapratimsarma795
@parthapratimsarma795 3 жыл бұрын
@@Lovemusic0133 😁
@mriduD7785
@mriduD7785 3 жыл бұрын
Xosai de Vai😌❤️
@pabitrabhuyan8960
@pabitrabhuyan8960 3 жыл бұрын
বহুত ভাল লাগিল গান টো শুনি,,,অসমীয়া গানৰ এনেধৰণৰ গতিয়ে অসমক আৰু আগুৱাই লৈ যাব বুলি আশা কৰিলোঁ,,,,,লগতে শিল্পী সকলৰ উজ্জ্বল ভবিষ্যত কামনা কৰিছোঁ❤️❤️❤️
@lakshyapratimbora1663
@lakshyapratimbora1663 3 жыл бұрын
সঁচাকৈয়ে স্মৃতি ৰোমন্থন কৰিব পৰা এটি গীত ...🍃 Quite soothing...🌸
@sangitaborah5519
@sangitaborah5519 3 жыл бұрын
ধন্যবাদ সান্নিধ্য ইমান সুন্দৰ গীত এটা এটাকৈ আমাক উপহাৰ দিয়া বাবে। বহুত সুন্দৰ কি কম। উফ তোমাৰ কন্ঠৰ বিষয়ে যিমান লিখিলেও শেষ নহব জানা। সুৰ , সংগীত, কন্ঠ, আৰু বাহীৰ সুৰত সচাকৈয়ে আকৌ এবাৰ তোমাৰ প্রেমত বহুত বেয়াকৈ পৰিলো। আৰু আগুৱাই যোৱা শুভকামনা থাকিল ব্র।
@beyondthesky8570
@beyondthesky8570 3 жыл бұрын
হিমাংশু বৰাৰ বাঁহীৰ সুৰে গানটোক অধিক প্ৰাণৱন্ত কৰি তুলিছে...
@jayantadas3532
@jayantadas3532 Жыл бұрын
Are u bts lvr? 🤢🤢🤮
@anuraghazarika7590
@anuraghazarika7590 3 жыл бұрын
Man,the flute!! literally healed me
@therupamsvlog6749
@therupamsvlog6749 3 жыл бұрын
বাঁহীৰ সুৰত গাৰ নোম শিয়ঁৰি উঠিছে। উফ কি দিছা এইটো ♥️ কথা-সুৰ Music উফ ভাষাহীন ❤️💜❤️
@ERROR-ee5us
@ERROR-ee5us 3 жыл бұрын
এই গেলা গৰমত....ঠাণ্ডা ঠাণ্ডা ভাইব ❤️😌🌻.........#আগুৱাই যোৱা তোমালোক🙏🏻👍🏻
@namalibasumatey9939
@namalibasumatey9939 3 жыл бұрын
বসুত ভাল লাগিল 🥰👍❣️
@rashmitadas2444
@rashmitadas2444 2 жыл бұрын
Bohut vall lage gantu..... kisuman honsake smriti ghuri ahe monole gan tu hunile ..💓💓💓
@twinkledas683
@twinkledas683 3 жыл бұрын
Wowww😍....such a beautiful song ❤....aebar hunaa pasot huni ee thakibo mon goiseee
@pragyaprashasti3788
@pragyaprashasti3788 3 жыл бұрын
খৰাং বতৰত এজাক বৰষুণে মনটো যেনেকৈ জীপাল কৰেহি ,ঠিক তেনেকৈয়ে সান্নিধ্যৰ প্ৰতিটো গানে জীপাল কৰিথৈ যায় সকলো....। প্ৰতিটো শব্দ , প্ৰতিটো লহৰে স্পৰ্শ কৰি যায় হৃদয়...।🔥🔥❤️❤️💚
@debasishgogoi2141
@debasishgogoi2141 3 жыл бұрын
ইমান এটা সুন্দৰ গীতেৰে মন চুই গল❤️❤️, গানটোত ল'ৰালি কালটো উপলব্ধি কৰিব পাৰিছো ধন্যবাদ সুন্দৰ গীতটো আমালৈ প্ৰেৰণ কৰা বাবে ❤️❤️❤️❤️❤️❤️❤️❤️❤️
@dipankardutta2237
@dipankardutta2237 3 жыл бұрын
Gantur bahir mat2 a deha Mon jur pelai dile dei...sannidhya daa tmi agbahi jua😍😍🥰 god bless you
@tirtharajlahkar9972
@tirtharajlahkar9972 3 жыл бұрын
অপুৰ্ব অতুলনীয়। অসমীয়া সংগীতক অন্য এক মাত্ৰা প্ৰদান কৰিছে।।।
@user-mp7zg5yf2w
@user-mp7zg5yf2w 3 жыл бұрын
Sannidhya daar smriti eei sokolure motolia Mon jipaal korile ✨❤️
@rajbhaktiyari6740
@rajbhaktiyari6740 3 жыл бұрын
Uuufff hannttii , finally oxomiya music industry secure hoi gol.. nhole tu duta man a borbad a disil.. aru aag barhi juwa .. bht bhal lagil
@knowledgeistruth3693
@knowledgeistruth3693 3 жыл бұрын
Dutaman r example
@DebashishRay-sj5od
@DebashishRay-sj5od 3 жыл бұрын
@@knowledgeistruth3693 yes example
@gyan9573
@gyan9573 3 жыл бұрын
Jubin da aru Papon dar baahire beleg r geet khuniboi vaal nupuwa hoisilu. Kintu atiya bohutu vaal vaal geet uliyaise atiyar notun axomiya deka saam a. Xosai Axomiya geet atiya hai besi vaaldore thon dhori uthibo.
@mrinmoykalita3811
@mrinmoykalita3811 3 жыл бұрын
শব্দবোৰ কেতিয়াবা আৱেগ হৈ যায় কিতাপ আৰু পঢ়া টেবুলৰ সংগ্ৰামৰ বাবে ৰবলৈ সময় নাই... স্বীকৃতিৰ জেতুঁকাৰ পৰশৰ নিচাই আগবঢ়াই দি যায় স্মৃতিৰ খোৰাক.. জিৰাবলৈ সময় নাই থমকিব হোৱা নাই কিয়নো পদুলিৰ নঙলাই এতিয়াও আশা আৰু সাহস হেৰুওৱা নাই.. 😊❤
@tapanr23
@tapanr23 Жыл бұрын
ধুনীয়া music 🎶
@bituponsaikia7534
@bituponsaikia7534 3 жыл бұрын
হৃদয় চুই গল্
@parthap.bharadwaj9355
@parthap.bharadwaj9355 3 жыл бұрын
কভিদ হৈ পৰি আছো। দিন নাযায় নুপুৱাই হৈছে। কিন্তু গান টো শূণি দেহা মন ভাল লাগি গল। Update: মই জীয়াই আছো দিয়ক ৰাইজ 😁
@bozropatmusic7968
@bozropatmusic7968 3 жыл бұрын
Take care ❤️..more power to you 💪
@acs4659
@acs4659 3 жыл бұрын
Take care of your health
@jollygogoi5744
@jollygogoi5744 3 жыл бұрын
Take care of your health sir
@palashborah1201
@palashborah1201 3 жыл бұрын
Get well soon
@axomcode1851
@axomcode1851 3 жыл бұрын
Get well soon
@ashmidnightbeats2621
@ashmidnightbeats2621 3 жыл бұрын
Love It 💙 Flute Hitting Hard Lord Krishna Would Be Happy Listening To This. BTW love from Odisha 🕉️😉
@sourovdehingia5763
@sourovdehingia5763 3 жыл бұрын
আজি 7:00 কেতিয়া বাজিব দিনটো দীঘলীয়া হৈ গৈছে। @sannidhya and Bozropat music 😍
@riki198
@riki198 3 жыл бұрын
It is not just a song,🎧it is a medicine💊 for relax 😌💞
@BhupenNath-wc5tw
@BhupenNath-wc5tw Жыл бұрын
Dada moja গাইছে💕💕💕💕💕so lovely to beautiful to nice song 💕💕💕💕
@axomiyaloramoi5225
@axomiyaloramoi5225 3 жыл бұрын
হৃদয় চুই গৈছে ❤️❤️❤️ কিছুমান দুখ যেন আজি ও স্মৃতি হৈ আছে ❤️
@nabadipbaruah-wo2ux
@nabadipbaruah-wo2ux 10 ай бұрын
🫀💓💯
@kamalsaikia4670
@kamalsaikia4670 3 жыл бұрын
keep rising Assam Sanindhiya da
@hunkonkonwar1360
@hunkonkonwar1360 3 жыл бұрын
মন-প্ৰাণ শাত পেলাই দিব পৰা গান.. বাঁহীৰ সুৰ আৰু তাবলাটো icing on cake. ❤❤ just Wow!congratulation Sannidhya and the team Bozropat ❤❤
@fitnesswithaayanassamesest4457
@fitnesswithaayanassamesest4457 3 жыл бұрын
1st time hunilu..val lagil.. Bahi music huni bhut val lagil
@kapilpayeng8
@kapilpayeng8 Жыл бұрын
কিছুমান গানে বুকু খন কপাই সঁচাই আজি হে অনুভৱ কৰিছো কি কি এৰি থৈ আহিলো । লৰালিৰ ধেমালি, মাৰ মৰম বোৰ .....😢😢 সৰুতে ভাবিছিলো কেতিয়া ডাঙৰ হম, এতিয়া ভাবোঁ কিয় ডাণৰ হলো বাকী গানটো আজি হে শুনিছোঁ, বহুত ভাল লাগিল
@arupkonwar743
@arupkonwar743 3 жыл бұрын
গীতৰ কথাৰ মাধুৰ্য আছে, সেয়া অনস্বীকাৰ্য। কিন্তু তোমাৰ প্ৰতিটো গীতৰ সুৰ আৰু সংগীতৰ মাজত সাদৃশ্য পৰিলক্ষিত হৈছে। সেয়া পৰৱৰ্তী গীতবোৰত যাতে ফুটি নুঠক।😊 আগলৈও এনেদৰে ভাল গান উপহাৰ দিবা বুলি আশা ৰাখিলো।👍
@BhikiPathak
@BhikiPathak 3 жыл бұрын
ৰাজীৱ ভূঞা ছাৰৰ বাবে এটা like❤️ আপুনি অনুপম❤️
@ritamonibora4443
@ritamonibora4443 3 жыл бұрын
Good evening
@ankuronhangskritikgoshthi7954
@ankuronhangskritikgoshthi7954 3 жыл бұрын
The flute piece is really heart touching one.Sannidhya Bhuyan’s voice always can touch anyone heart and also Rajib bhuya’s lyrics. Really Love it ❤️❤️
@KinaramBorah
@KinaramBorah 11 ай бұрын
বহুত। ভাল লাগিছে
@abinashbarman478
@abinashbarman478 3 жыл бұрын
কথা, সুৰ, সংগীতে হৃদয় চুই গ'ল আৰু বাঁহীৰ সুৰটো আহ্ ||❤❤❤
@inspiasm
@inspiasm 3 жыл бұрын
Rajib bhuyan Sir is an underrated Gem of Assam 💎 Sannidhya Da Is really lucky to have him as his father 🍀
@Faillstory96
@Faillstory96 Жыл бұрын
@Buddha__vlög1
@Buddha__vlög1 9 ай бұрын
Xxx 🎉🎉🎉🎉🎉🎉
@anuragneog1386
@anuragneog1386 3 жыл бұрын
গানটি শুনাৰ আগত Like এটা প্ৰথমতেই মাৰি দিলোঁ , তাৰ পাছত হে শুনিবলৈ লৈছোঁ । কাৰণ Sannidhiya Da ই গালে সেইটো গান Super Hit হ'ব । আগলৈও এনেকোৱা ভাল ভাল গান গায় যোৱা । ❤️❤️❤️❤️ Best wishes 🎉🎉
@rithikroshanhazarika3350
@rithikroshanhazarika3350 3 жыл бұрын
Sannidhya and Bozropat Music, I will never be able to thank you enough for this masterpiece 🖤🖤
@samuyeltirkysamuyeltirky7795
@samuyeltirkysamuyeltirky7795 Жыл бұрын
Mja aata hbdo hunisu 💖💖💖💖😘😘
@MonikaBorgohain-uv7zx
@MonikaBorgohain-uv7zx 9 ай бұрын
প্ৰতিটো শব্দই মনটো চুই যায়❤
@sankarisangeet3898
@sankarisangeet3898 3 жыл бұрын
হৃদয় স্পৰ্শ কৰা এটা গান❤️❤️❤️
@pulaksaikia5791
@pulaksaikia5791 3 жыл бұрын
তুমি আমাৰ অসমৰ গৌৰৱ sannidya Dada 😍😍😍😍 tumi aru অাগুৱাই যোৱা.
@nihar9723
@nihar9723 3 жыл бұрын
The flute part is “UNREAL” ♥️🍂
@banashreedas8032
@banashreedas8032 Жыл бұрын
Gan xunile xuni a thakibor mn jai😌😌😌😌😌😌😌😌😌😌😌😌😌😌😌😌😌😌❤️❤️❤️
@swapnalimohan2792
@swapnalimohan2792 3 жыл бұрын
বুকুত জীপাল হৈ ৰোৱা গান বোৰ 😘😘
@priyakhibora9449
@priyakhibora9449 3 жыл бұрын
কি সুন্দৰ 😭❤️সঁচাকৈ তোমাৰ গীত শুনি কিবা বেলেগ অনুভূতি এটা পোৱা যায়💝
@nikubarman2374
@nikubarman2374 2 жыл бұрын
ইমান ভাল পোৱা 😇
@iiseritesri
@iiseritesri 3 жыл бұрын
The badluck of you is that you can't understand the meaning 🙁but the good thing, you know what? You can feel it ❤😌❤
@bidyutborah7333
@bidyutborah7333 3 жыл бұрын
That's the universality of good music 🎶
@Cjkcjkcjk1010
@Cjkcjkcjk1010 3 жыл бұрын
Why? I am understanding..the outside of assam people will not understand
@amlanjyotikalita3742
@amlanjyotikalita3742 3 жыл бұрын
There's a new pin comment in this video, you will get the English subtitles,go check it out,you will love it
@iiseritesri
@iiseritesri 3 жыл бұрын
@@amlanjyotikalita3742 Thanks ☺.. I check it out🌻
@amlanjyotikalita3742
@amlanjyotikalita3742 3 жыл бұрын
@@iiseritesri Welcome
@dutta22
@dutta22 3 жыл бұрын
*সুন্দৰ❤️🙏এনেকৈ মন প্ৰাণ জীপাল কৰি তোলা ভাই*
@rinkubharali9755
@rinkubharali9755 3 жыл бұрын
কবলৈ ভাষা নাই আৰু ইমান সুন্দৰ। তোমালোকৰ গীত বিলাকে আকৌ পুৰণি দিনৰ কথা সোৱৰাই দিয়েহি।
@monmayuri1975
@monmayuri1975 3 жыл бұрын
গীতৰ কথা , সুৰ , বাহীঁৰ সুৰে সঁচাকৈয়ে মনলৈ এক শান্তিৰ বাৰ্তালাপ কঢ়িয়াই আনিছে 🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍🤍
@eyeball3933
@eyeball3933 2 жыл бұрын
What a beautiful song ❣lot of love from kerala
@devsagar7051
@devsagar7051 3 жыл бұрын
অতি সোনকালে লাগে 🥺❤️🔥
@xvrgmusic
@xvrgmusic 3 жыл бұрын
বহু অপেক্ষাৰ মোৰত এই গীতটি পালোঁ। ধন্যবাদ সান্নিধ্য আৰু বজ্ৰপাত MUSIC ❤️❤️🙏🙏
@ritupandas2522
@ritupandas2522 Жыл бұрын
দেহ মন ভাল লাগি যাই এই গানটো শুনিলে ❤️🤞
@bablubikashborah9195
@bablubikashborah9195 3 жыл бұрын
শুনি শুনি আমনি নালাগে । গান বোৰ😍😍😍😍
@nitulelectrogaming1176
@nitulelectrogaming1176 8 ай бұрын
সুন্দৰ হৈছে
@jyotishmanbaruah8366
@jyotishmanbaruah8366 3 жыл бұрын
স্মৃতিৰ পাতত সাঁজ বহুৱাবলৈ অপেক্ষা কেৱল এটি মিঠা ' স্মৃতি '
@dibyajyotiborah5539
@dibyajyotiborah5539 3 жыл бұрын
So soothing
@jyotishmanbaruah6534
@jyotishmanbaruah6534 3 жыл бұрын
Hi jyotish man
@boneysaikia988
@boneysaikia988 3 жыл бұрын
Kudos to Bozropat Music for their original debute with a masterpiece...
@davidgamer3198
@davidgamer3198 3 жыл бұрын
Gantu bohut huni bhal lagil
@lalitboruah1786
@lalitboruah1786 3 жыл бұрын
ভাল লাগিচে দেই
@mrigankakumarborah2675
@mrigankakumarborah2675 3 жыл бұрын
অধীৰ আগ্ৰহেৰে বাট চাই মিঠা স্মৃতিক অনুভৱ কৰিবলৈ খনচেৰেক হৈ আছোঁ ৰৈ!
@mrigankakumarborah2675
@mrigankakumarborah2675 3 жыл бұрын
স্মৃতিৰ পাপৰি এ মন ক্লান্ত কৰি তুলিলে সান্নিধ্য দা ❤️
@CS_Production
@CS_Production 3 жыл бұрын
feel..❤️ enekua lagise hill station t akole akole drive kori goi asu aru sip sipia boroxun....... just feel.....❤️❤️
@moisibani785
@moisibani785 3 жыл бұрын
Just amazing 😍😍😍The flute section melted my heart ♥️♥️♥️Today's assamese songs are really so wonderful ♥️sannidhya manei jen korobat xanti kon bisari pau ❤️thank you for giving us another masterpiece ❣️
@mridusmitaborgohain933
@mridusmitaborgohain933 3 жыл бұрын
কিমানবাৰ শুনিলো হিচাপ নাই, তথাপি হেঁপাহ পলুৱা নাই শুনি 💕
@pranjalboruah3670
@pranjalboruah3670 3 жыл бұрын
Hi baby
@srawanabhuyan3872
@srawanabhuyan3872 3 жыл бұрын
😑
@sushmitasenapati9484
@sushmitasenapati9484 3 жыл бұрын
Moi u sam 🤭😝
@kakolihazarika2356
@kakolihazarika2356 3 жыл бұрын
Hoineki
@mrinmoykashyap8671
@mrinmoykashyap8671 3 жыл бұрын
Really 😍😍
@sabitakalita494
@sabitakalita494 3 жыл бұрын
বৰ ধুনীয়া গীত, শৈশৱ লৈ মনত পৰি গ'ল।
@upasanagogoii6038
@upasanagogoii6038 3 жыл бұрын
শুনাৰ আগতে like টো মাৰি লৈছো 😊🥰❤❤
@AJayTHakuria
@AJayTHakuria 3 жыл бұрын
গানটো শুনি নিজকে সেই পৰিবেশৰ লগত থকা যেন উপলব্ধি কৰিব পাৰি 🎧😊 মনটো জীপাল হৈ উঠে
@Yein-14
@Yein-14 3 жыл бұрын
শব্দ হীন হৈ পৰিছোঁ... 🤩 সোঁৱৰণী বোৰে বৰকৈ আমনি কৰিছেহি ❤️🤍🖤 বহুত বহুত ধন্যবাদ জনাইছোঁ 🙏🏼 এনেকুৱা গীত উপহাৰ দিয়াৰ বাবে 🙏🏼.. আৰু আপোনাক কি দিম আমাৰ মৰম আৰু আশীৰ্বাদ সদাই থাকিব ❤️😘😘😘😘😘 আনন্দৰ চকুপানী বোৰত বহুত সুখ পালোঁ 🥺🥰🤍🖤❤️😘🤩💓
@parikshitdutta1331
@parikshitdutta1331 3 жыл бұрын
তোমালোকৰ হাতত অসমীয়া সংগীত সুৰক্ষিত। এনেকুৱা কথা আৰু সংগীত আগলৈও শুনিবলৈ পাম বুলি আশাৰে অপেক্ষা কৰিম। মাত্ৰ এটা অনুৰোধ, লাগিলে বছৰত এটা বা দুটাই গানেই বনোৱা কিন্তু মানদণ্ড উন্নত ৰাখিবা। বাকী তোমালোক মানে , সান্নিধ্য-তন্ময়-শঙ্কুৰাজ অসমৰ একো একোটা নক্ষত্ৰ।
@Flameeezzz
@Flameeezzz 3 жыл бұрын
মুগ্ধ😌✌❤️
@Satya-452
@Satya-452 3 жыл бұрын
ঘৰত সান্নিধ্যৰ এ গান বাজি থাকে মাই কয় পাগলৰ দৰে এটা গীত এ শুনি থকা যে 😂😂😂
@axomron589
@axomron589 3 жыл бұрын
Same bro
@Satya-452
@Satya-452 3 жыл бұрын
@@axomron589👍❤️❤️
@abhilashadas2081
@abhilashadas2081 3 жыл бұрын
Same 😅😅
@Satya-452
@Satya-452 3 жыл бұрын
@@abhilashadas2081 😂😂👍👍
@jyotishmanbaruah8366
@jyotishmanbaruah8366 3 жыл бұрын
😂same condition But amoni nlage ❤️❤️
@AssameseMixculture
@AssameseMixculture 3 жыл бұрын
বহু অপেক্ষাৰ অন্তত বন্ধু সান্নিধ্যৰ স্মৃতিৰ কেইটামান ঘন্টা ❤️ অধিক আগ্ৰহী আমাৰ সকলো।
@tulikabhuyan4025
@tulikabhuyan4025 3 жыл бұрын
Unbelievable music system and song......হিয়া চুই যায়। ❤
@ritamanikalita3039
@ritamanikalita3039 3 жыл бұрын
ৰাতিপুৱা উঠাৰ পৰা ৰাতি শুৱালে আপোনাৰ গানেৰে দিনটো পাৰ হৈ যায়। আগ্ৰহৰ অন্তত গানটো পালোঁ। কব ভাষা নাই,বহুত ভাল লাগিল।
Sannidhya Bhuyan x Tavreed - Keteki ( Official Visualizer )
4:23
Sannidhya Bhuyan
Рет қаралды 6 МЛН
НАШЛА ДЕНЬГИ🙀@VERONIKAborsch
00:38
МишАня
Рет қаралды 2,9 МЛН
兔子姐姐最终逃走了吗?#小丑#兔子警官#家庭
00:58
小蚂蚁和小宇宙
Рет қаралды 10 МЛН
Fake watermelon by Secret Vlog
00:16
Secret Vlog
Рет қаралды 29 МЛН
REAL 3D brush can draw grass Life Hack #shorts #lifehacks
00:42
MrMaximus
Рет қаралды 12 МЛН
DHRUV THAKURIA - NIXA NIXA | MRITYUNJOY KAKATI | SNOWY ALPS FILMS | Assamese Song
4:07
Tumi Xubaxh
4:07
The Nikhil's
Рет қаралды 3,9 МЛН
কেন মেঘ আসে হৃদয়-আকাশে।
7:53
Beauty voice 5307
Рет қаралды 1,3 МЛН
Sannidhya Bhuyan x Aarxslan - Mouxona (Official Visualizer)
3:56
Sannidhya Bhuyan
Рет қаралды 4,4 МЛН
Sannidhya Bhuyan All Hit Song 2021 || Music Tonmoy Krypton || TB Creation
26:18
Asqar Bozorov - Yetardi | Аскар Бозоров - Етарди
3:50
Alisher Konysbaev & Duman - Мен болуым керек (Official MV)
2:35
akimmmich & bimo - Mazalamaiyn | cover
2:51
akimmmich
Рет қаралды 159 М.
Amre - Күзгі қайың
3:00
Amre Official
Рет қаралды 308 М.
akimmmich & bimo - QAITADAN BASTAMA| lyric video
2:38
akimmmich
Рет қаралды 532 М.