সংসদৰ মজিয়াৰ পৰা হিন্দুক অপমান কৰিলে নেকি ৰাহুল গান্ধীয়ে?

  Рет қаралды 4,180

DY365

DY365

Күн бұрын

সংসদৰ মজিয়াৰ পৰা হিন্দুক অপমান কৰিলে নেকি ৰাহুল গান্ধীয়ে? হিন্দুৰ প্ৰসংগৰে বিজেপি, RSSক আক্ৰমণ কৰিবলৈ গৈ মুছলমানৰ তুষ্টিকৰণ নেকি ৰাহুলৰ? নে ৰাহুলৰ বক্তব্যৰ ভুল বাখ্যা আগবঢ়াইছে বিজেপিয়ে ?
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Пікірлер: 46
@dipakgogoi5084
@dipakgogoi5084 3 ай бұрын
পকৃততে ৰাহুল গান্ধীযে কি কৈছিল হেই কথা নজনা মূৰ্খ কিছুমানক লৈ আহিছে নেকি মেদিয়ালৈ?
@xzaxe
@xzaxe 3 ай бұрын
কমল মেধি অন্ধ ,ৰাহুল গান্ধীয়ে হিন্দু অপমানিত কৰা ভাষান দিয়া নাই!
@riturajboruahsgkclass5510
@riturajboruahsgkclass5510 3 ай бұрын
ৰাহুল গান্ধীয়ে শুদ্ধ কথা কৈছৃ
@KrishnaDoley-b4h
@KrishnaDoley-b4h 3 ай бұрын
Komal Medi কোন দলৰ পৰা পৰিচয় পালে?
@prabinmallabaruah8845
@prabinmallabaruah8845 3 ай бұрын
চাৰি জুনলৈ বিজেপিত থকা বুলি জানোঁ । আজি টিভিত দেখিহে 31 জুলাই মানলৈ extension লোৱা বুলি ধাৰণা হৈছে । ধৈৰ্য্য ধৰক, সোনকালে তেওঁ ঘোষণা কৰিব।
@prakashborah5396
@prakashborah5396 3 ай бұрын
বি জে পি য়ে ওলটা বুজি পাইছে উত্তৰ একো নাই তেওলোকৰ।
@dipakgogoi5084
@dipakgogoi5084 3 ай бұрын
বিজেপি আচলতে শিক্ষাহীন মোদীৰ দলৰ মানুহ গতিকে কৰ পৰা বুজিব।
@prabinmallabaruah8845
@prabinmallabaruah8845 3 ай бұрын
নকল হিন্দু লাহে লাহে কমি আহিব ধৰিছে । দেশৰ বাবে ই এক শুভ লক্ষণ।
@sandhiram9574
@sandhiram9574 3 ай бұрын
কণাই নকল হিন্দু দেখে
@SURENBorah-z8j
@SURENBorah-z8j 3 ай бұрын
ৰাহুল গান্ধীয়ে শুদ্ধ কথা কৈছে কোনো অপমান কৰা নাই
@dipakgogoi5084
@dipakgogoi5084 3 ай бұрын
ৰাজনৈতিক দালাল কমল মেধিয়ে বিজেপিলৈ গল নেকি? আওপাকে মোদীক সমৰ্থন কৰিছে নেকি?
@taradoi7957
@taradoi7957 3 ай бұрын
মন্তব্য টো শুনিলো ইয়াত কোনো ভুল নাই । সত্য শুদ্ধ কথা কৈছে । ইয়াত চেনেলবোৰে হৈ চৈ কৰাৰ কাৰণ ক? ময়ো এজন হিন্দু । মই মানেই গোতেই হিন্দু সমাজক বা হিন্দুক নোবোজাই । বাক্যৰ অথ' বুজি নেপায় নেকি কোনেও । সনাতন ধম'ত হিংসাৰ স্হান নাই ।
@nayankumarpawe2671
@nayankumarpawe2671 3 ай бұрын
বি.জে.পি মতে নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰিলে। হিন্দুক অপমান কৰাটোক বুজায় ভক্ত সকলৰ মতে কথাটো কোনোবা প্ৰকাৰে ফালৰি কাটি হিন্দু মুছলিম বিভক্ত কৰি কথা টো কয় আমাৰ হিন্দু সমাজক আৱেগিক কৰি ভোট লব খুজে। বহুত হিন্দু সমাজেও বিজেপি ক বেয়া পাইছে। কথাটো মনত ৰাখিব। আগতে আজমল আজমল কৈ সুবিধা লৈছিল ২০২৬ত আজমল নাম লবলৈ উপায় নাই। এতিয়া আবুল তাবুল ভুকিব ধৰিছে।
@anjugogoi6222
@anjugogoi6222 3 ай бұрын
Dibetত আলোচনা কৰিবলৈ আহিলে শালীনতা বজাই কথা কব লাগে ওফৰাই ওপৰিকৈ কব নালাগে চাবলৈ বেয়া লাগে
@DipuHazarika-yk4rz
@DipuHazarika-yk4rz 3 ай бұрын
KAMAL MEDHI kabloi diok teo ajn dlar bagri
@dipakgogoi5084
@dipakgogoi5084 3 ай бұрын
গদী মিডিয়া হিচাপে আপুনিও প্ৰকৃত নিউজটো কাটি দিছে। ৰাহুল গান্ধীযে মোদী আৰু RSS লক্ষ্য কৰি কৈছিল তাক সংসদ পৰা কাটি দিয়াৰ দৰে আপুনিও কিমান টকা লৈ কাটি দিলে।
@samudranathdeka4879
@samudranathdeka4879 3 ай бұрын
কংগ্ৰেছে ভাবিছিল যে আমি চৰকাৰ গঠন কৰিম পিছত 99ত অতি নিলাজৰ দৰে থাকিব লগীয়া হোৱাত বলিয়াৰ নিচিনা হৈছে !
@TCF573
@TCF573 3 ай бұрын
Ketia opoman korile o.. Kothabur bhalke nuhuno neki??? Kan. Kola neki.. 😅😅😅😅????
@tonkeswargogoi5761
@tonkeswargogoi5761 3 ай бұрын
হিন্দু ক অপমান নাই কৰা।
@DibharaniRabha-ny9rg
@DibharaniRabha-ny9rg 3 ай бұрын
Immediately need to arrest to Raha Gandhi . he was created violence in India.
@karabibaruah2135
@karabibaruah2135 3 ай бұрын
Baidew k parliament loi pothauk.....baidew k u valkoi bojabo rahul gandhi and gaurav gogoi e
@ziaburrahman9591
@ziaburrahman9591 3 ай бұрын
Komol Kumar medi agot congres asil atiya bjp manu hoi se
@poreshkumar5446
@poreshkumar5446 3 ай бұрын
Kamal medhi akou kon dolooli jai ba😮
@prabinmallabaruah8845
@prabinmallabaruah8845 3 ай бұрын
@@poreshkumar5446 কমল মেধি সমস্যাত পৰিছে। তেও যাবলৈ অসমত আন দল নোহোৱা হৈ গল। গোটেই কেইটা আগতে কাম কৰি অহা দল। এতিয়া বহুতে পৰামৰ্শ দিছে তেওঁক চেকেণ্ড ৰাউণ্ড আৰম্ভ কৰিব'লৈ ।
@SubodhMedhi-g5k
@SubodhMedhi-g5k 2 ай бұрын
Kamolok aar laj loga hoice
@sandhiram9574
@sandhiram9574 3 ай бұрын
ৰাহুলৰ অভদ্ৰামি বেছি হৈছে। পাপী ৰাহুলে শিৱৰ ফটো সংসদত প্ৰদৰ্শন কিয়?শিৱ সনতনী হিন্দু সকলৰ আৰাধ্য দেৱতা।
@dipakgogoi5084
@dipakgogoi5084 3 ай бұрын
আপুনি হিন্দু বাংলাদেশী নে? কংগ্ৰেছে গঢ়ি যোৱা সম্পত্তি বেচি বিজেপিয়ে 1500 টকাত কিনা মাথাত ঘিঁ বিহীন অসমীয়া?
@kailashboruah5969
@kailashboruah5969 3 ай бұрын
Kamal bhai 2r kin2 akdom laz nai dei. 2k val paon babehe kalu. Pahari goli toy o j adin Rahulor dalot asili .
@RukunAhmed-qj5sw
@RukunAhmed-qj5sw 3 ай бұрын
Kamal Kumar ata badmas. Toi congress t kiya ahisili
@manikdax2858
@manikdax2858 3 ай бұрын
Dy sabo arilu lahe lahe
@karabibaruah2135
@karabibaruah2135 3 ай бұрын
Rahul gandhi ❤❤❤
@NabaDeka-r7g
@NabaDeka-r7g 3 ай бұрын
Kamal medhi k hahai dhore
@jadukoch7576
@jadukoch7576 3 ай бұрын
কমল মেধি ৰ জীৱন টো দল বাগৰি ফুৰোতেই লাইফ শেষ। এও পৰজিবী। নিজৰ ভৰিৰ তলৰ মাটি নাই। এওৰ কথা শুনিলে হাহি উঠে।
@SarkarDEBOJITYouTuberSarkar__
@SarkarDEBOJITYouTuberSarkar__ 3 ай бұрын
Ulta pulta bate karte hai rahul koi kam ke nahi desh chala nahi payenga rahul bakwas karta har din😡😡😡😡😡😡😡😡😡
@TCF573
@TCF573 3 ай бұрын
Modi aru shah a Congress r opiprosar koriboloi roi ase karon agot Assembly elction ase.... Ehot bhoyot ase karon jot jot election ase tat Bjp r obostha oty beya.... Harianattu bjp sorkar jau jau atyai. Kunumote dhori rakhi ase... 😅 Atya jodi Congress bikhoye ata bhool opoprosar koribo pare hihotor lav hobo buli bhabise... Pise lav nai.. Assembly t jonotai Bjp k vote nidiye .. Zharkhand t napai.. Harianat tu napayei. Krikhok andulonei hekh huwa nai.. Moharastra t hihotor nijore khelimeli.. Kashmirotu napai. Gotike aibur vuwa kotha koi kunu faida nohobo
@cristiano55-u4g
@cristiano55-u4g 3 ай бұрын
আপুনি কিবুজাবো বিচাৰিছে ডাঙৰীয়া
@cristiano55-u4g
@cristiano55-u4g 3 ай бұрын
teo misa matise
@nilakanatapatir969
@nilakanatapatir969 3 ай бұрын
BJP kela
Win This Dodgeball Game or DIE…
00:36
Alan Chikin Chow
Рет қаралды 41 МЛН
The Joker wanted to stand at the front, but unexpectedly was beaten up by Officer Rabbit
00:12
Win This Dodgeball Game or DIE…
00:36
Alan Chikin Chow
Рет қаралды 41 МЛН