মন যায় কেতিয়াবা কেতিয়াবা মন যায যে ---- মই ওকলে বহু দূৰণিলৈ গুচি যম যত নাথাকে কোনো মানুহ ওকল থাকিব গছ , লতা , চৰাই , পাহাৰ , নদী , জন্তু । তাত মই সিহঁতৰ লগত থাকিম , খেলিম আৰু সুখ-দুখৰ বহু কথা পাৰিম । ৰাতিপুৱা হলে চৰাইবোৰে ধুনীয়া গীত গায় গায় মোক টোপনিৰ পৰা জোগাব কিযে আনন্দ লাগিব । কেতিয়াবা কেতিয়াবা মন যায় যে ---- মই চৰাই হয় এই বিশাল আকাশত উৰিম ফুৰিম আৰু এই ধুনীয়া মহোনীয়া অসম খন চাম আৰু নিজকে এবাৰ কম যে মোৰ স্বদেশখন ইমানে ধুনীয়া ইমানে ধুনীয়া গছ-লতা , নদ-নদী , পাহাৰ-ভৈয়াম আদি বহু মনোমহা প্ৰাকৃতিক বস্তুৰে ভৰা যিফালে চাওঁ সেইফালে মাথো সেউজীয়া- সেউজীয়া , কেতিয়াবা কেতিয়াবা মন যায় যে ---- সেই বিশাল সাগৰৰ বুকুত উতি-ফাহি ফুৰা মাছবোৰ সিহঁতৰ দৰে সেই বিশাল সাগৰৰ বুকুত উতি-ফাহি বহু দূৰ-দূৰণিলৈ ইতো পাৰৰ পৰা সিতো পাৰলৈ বহু ঢৌ-সোত আদিৰ মাজেৰে জীবন কটাব কিয়নো তেতিয়া মোক কোনেও একো কব নোৱাৰিব । আৰু মই কাৰো কথা শুনিবলৈ নালাগিব সচাকৈ মই তেনেকুৱাই এটি মধুৰ জীবন বিচাৰো
@ritupornadas832810 ай бұрын
Mojja❤
@ankur19669 ай бұрын
ধুনীয়া কবিতা
@junitatanti545910 ай бұрын
Cinema sai asu nisina lagise sai bhut dhuniya .really dream place
@Dixita63210 ай бұрын
Farst comment💬
@abinashmajumdar379510 ай бұрын
Dimpu ৰ সপোন পূৰণ হ'ল, পেৰিছত তামোল-পাণ খাই।😂❤
@jorhatialoravlogs396210 ай бұрын
ভাল Maja লাগিল সুন্দৰ আৰু দিয়া video dhamaka dhamaka Parishar video❤❤❤
@PritirajPatir10 ай бұрын
Dimpu da mozaaa lagli video sai😮😮😮 next level
@nuclearkim467810 ай бұрын
One thing awesome about Dimpu is how unique each of his videos is, they each bring you different insights and experiences. One of the best KZbinrs, made my day!
Dimpu dar video বোৰ সদায় এ চাও+ সদায় এটা কথা সিকিছো. আমাৰ মাজত এনেকুৱা হয় যে গাওঁ ৰ পৰা গৈ গুৱাহটীত হিন্দী কব নাজানি অসুবিধাৰ কাৰণে কাম এৰি দিয়ে আৰু guwahati, অসম, India বাদে আন দেশত গৈ অসমীয়াত ভিদিও বনাব সক্ষম হৈছে, নিজৰ ভাষা নিজৰ মনৰ একাগ্ৰতা আছে বাবে ❤
@baser83210 ай бұрын
Good morning 🌅🌅 nase video ❤❤❤❤
@rijaldas14729 ай бұрын
Dimpu da Moja Lagise Video tu Sai 😍😍🥰🥰
@chintomanidas888410 ай бұрын
Really...Bahut bhal lagil..🎉🎉🎉
@Ankita930542 ай бұрын
Dimpu dar video sai bhut val lage
@prasantabarman53810 ай бұрын
Love from nalbari পাগলাদিয়া নদীৰ পাৰৰ পৰা ❤😅
@deltagaming910610 ай бұрын
Great video! What a surprise to see you in Paris. watching your videos feels like taking a break from reality. WOW. Thank you for taking us along. Keep it up. 😊
@DBKapilsVlogs0010 ай бұрын
Assam no 1 youtuber dimpu da r karone ata like ❤️❤️❤️👍🥰🥰
@brojenmohanboro766610 ай бұрын
বহুত বহুত ধন্যবাদ দিমপু। তোমাৰ দ্বাৰা বিভিন্ন দেশৰ বিষয়ে বহুতো কথা জানিব পাৰিলো।
@mostpopular63599 ай бұрын
Dimpu vhaity nice blog vhal lagil sai❤️❤️😍
@funnypopmridul806110 ай бұрын
বাকীবোৰ অসমৰ youtuber Vlogs আৰু ডিম্পু দাৰ Vlogs বহু গুণে পাৰ্থক্য আছে। কাৰণ ডিম্পু দৰ vlog বিলাক ভাল কে বুজায় আৰু Normal video বোৰ টো সৰু-সুৰা information থাকে এই টোৰ কাৰণে ভাল লাগে আপোনাৰ ভিডিও চাবলে।
@Marlyyy40010 ай бұрын
Next level🎉🎉
@user-ud1qc4cc1g10 ай бұрын
Video to sai bahut besi val lagile dimpu da
@crafttechnique472410 ай бұрын
Dimpu da apunak bohut bohut Danyabad dilu eman bhal k bujai diye
@risinath583510 ай бұрын
Mojja lage apunar video sai
@bornaliduarah999910 ай бұрын
Bahut dhuniya lagisa sai,Dimpu tumr karana sabala paisu.God help u.
@kapilrayff587510 ай бұрын
আমি সদায় আপোনাৰ লগত আছে এনেদৰে আগবাঢ়ি যোৱা 💝এয়াই কামনা কৰিছে। 𝐥𝐨𝐯𝐞 𝐟𝐫𝐨𝐦 𝐛𝐨𝐧𝐠𝐚𝐢𝐠𝐚𝐨𝐧 😘
@user-ws4jm5iw4r10 ай бұрын
Love from pathsala dimpu daaaaa❤❤❤❤❤
@Jintu_moran_10 ай бұрын
Mojja Dimpu da love from Tinsukia ❤❤first comment 😩😢 print ❤
@tinytittoo847410 ай бұрын
One of my dream place❤
@jesminsultana129 ай бұрын
Dimpu da Apunar joriya Paris dekhar xoivagya hol. Aristha tomaku bohut dhanyawad ❤