সপোনৰ সুহুঁৰি শুনো || Xopunor Xuhuri Xunu || মিনু বৰুৱা || Minu Baruah

  Рет қаралды 12,743

I K

I K

Күн бұрын

Пікірлер: 22
@bhadrakantadas6101
@bhadrakantadas6101 2 жыл бұрын
সুন্দৰ সুহুৰি বাইদেউ আপুনাৰ। ভগবানে মঙ্গল কৰক। এনেদৰেই সুহুৰি বজাই থাকক।
@chanadra
@chanadra 2 жыл бұрын
মিনু বাইদেউ ৰ চিৰসেউজ গীতসমূহে তেখেতক চিৰসেউজ কৰি ৰাখিছে। ধন্যবাদ থাকিল বাইদেউ লৈ।
@chanadra
@chanadra 6 ай бұрын
কি সুন্দৰ গীত! গীতটি বাৰে বাৰে যেন শুনিয়েই থাকিম!মিনু বাইদেউৰ এই গীতটি ৰেডিঅ'ত গীতিমালিকা অনুষ্ঠানতৰ যোগেদি শুনি শুনিয়েই স্কুললৈ যাবলৈ সাজু হৈছিলো।মিনু বাইদেউৰ এই গীতসমূহ চিৰসেউজ হৈ থাকিব আমাৰ মনত।
@lakhijan2366
@lakhijan2366 6 ай бұрын
Beautiful ❤
@ridipduarah1427
@ridipduarah1427 4 жыл бұрын
"সপোনৰ সুহুৰি শুনো"--গীতটো শুনি থাকিলে সচাকৈ সপোন যেনেই লাগে ।
@manujkrhazarika102
@manujkrhazarika102 4 жыл бұрын
Minu Barua is one of the best singers of Assam
@lakhijan2366
@lakhijan2366 5 ай бұрын
Beautiful so ❤
@susilatanti22
@susilatanti22 5 жыл бұрын
Hosa ye gaan ti bht mitha Val lgl huni
@uttamkumarroy2583
@uttamkumarroy2583 2 жыл бұрын
কবিতা কবিতা লগা সুন্দৰ গীতটিয়ে হৃদয় আলোড়িত কৰি তোলে। মিনু বৰুৱা বাইদেউৰ গায়কী অতি উচ্চ মানদণ্ডৰ। প্ৰতিটো গীতেই শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছে।এই গৰাকী মহান দৰদী শিল্পীলৈ জনালোঁ মোৰ শত সহস্ৰ প্ৰণাম। এনে এটি চিৰসেউজ গীত আপলোড কৰা বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।
@IK-hf2vb
@IK-hf2vb 2 жыл бұрын
ধন্যবাদ
@purabinath2465
@purabinath2465 5 жыл бұрын
Bhal lagil
@IK-hf2vb
@IK-hf2vb 5 жыл бұрын
Thanks
@chandramahatiboruah7589
@chandramahatiboruah7589 2 жыл бұрын
গীতটোৱে আৱেগিক কৰি তোলে মোক এতিয়াও । শুনি থাকিলেও আমনি নালাগে।
@promudborgohain7920
@promudborgohain7920 2 жыл бұрын
চিৰ সেউজ গীত যুগমীয়া হৈ থাকক।
@BhupenBaruah-kn4uc
@BhupenBaruah-kn4uc 8 ай бұрын
Geetikar dwijendra mohan sarmah devar anupam sristrire kantha shilpee minu Baruah baideor ati hridoi jurua gaan ayato keval gaanei nahay tapit pranay yen ashati jur moloya.
@BhupenBaruah-kn4uc
@BhupenBaruah-kn4uc 8 ай бұрын
Tapita paranat asati jur moloya.
@BhupenBaruah-kn4uc
@BhupenBaruah-kn4uc 8 ай бұрын
😮😮
@harinarayansaikia8550
@harinarayansaikia8550 11 ай бұрын
কথাতু নাছিল দুয়ো দূৰে দূৰে ৰৈ চোৱাৰ... কিন্তু ; এতিয়া সেয়াই হ'লচোন মোৰ । সেয়ে কিজানি গীতটি হাজাৰবাৰ শুনিয়ো , আবেগিক হৈয়ো আমনি নালাগে।
@hemaborgohain7752
@hemaborgohain7752 5 жыл бұрын
মিনু বৰুৱাৰ গানৰ CD পামনেকি?ক'ত পাম ঠিকনা দিবচোন
@BhupenBaruah-kn4uc
@BhupenBaruah-kn4uc 8 ай бұрын
For correction to delete. The earlier
@BhupenBaruah-kn4uc
@BhupenBaruah-kn4uc 8 ай бұрын
Commentto correction nohowar babe dukhita.
@BhupenBaruah-kn4uc
@BhupenBaruah-kn4uc 8 ай бұрын
Anugrahh kori agarto delete kari diba daei.
সপোনৰ সুহূৰি শুনো মিনু বৰুৱা sopunor suhuri sunu Minu Barua
6:15
Мясо вегана? 🧐 @Whatthefshow
01:01
История одного вокалиста
Рет қаралды 7 МЛН
Quando eu quero Sushi (sem desperdiçar) 🍣
00:26
Los Wagners
Рет қаралды 15 МЛН
Bidhi Mur Kinu Bhagyot
6:14
Zubeen Garg Music
Рет қаралды 97 М.
Bhonti Deepa Anurupa ( ভন্টি দীপা অনুৰূপা ) - by Minu Baruah.
4:37
Assamese Old Songs অসমীয়া পুৰণি গীত
Рет қаралды 13 М.
Seikhon Ghoroloi Bohudin Jowa Nai (সেইখন ঘৰলৈ বহুদিন যোৱা নাই) - by Minu Baruah.
6:16
Assamese Old Songs অসমীয়া পুৰণি গীত
Рет қаралды 16 М.
Torar Akhorere(তৰাৰ আখৰেৰে)
5:41
Prity Arpana Gogoi
Рет қаралды 55 М.
BOHAG DHUNIYA   Singer  Monoranjan Gogoi
6:30
monoranjan gogoi
Рет қаралды 643 М.