No video

সৰ্বানন্দ সোণোৱালৰ সিদ্ধান্ত খাৰিজ কিয় হিমন্ত বিশ্ব শৰ্মাৰ?

  Рет қаралды 33,944

The CrossCurrent

The CrossCurrent

Күн бұрын

#graphiccontent
সৰ্বানন্দ সোণোৱালৰ সিদ্ধান্ত খাৰিজ কিয় হিমন্ত বিশ্ব শৰ্মাৰ?
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

Пікірлер: 35
@RatulBorah-xk6ir
@RatulBorah-xk6ir Ай бұрын
মৌখিক পৰীক্ষা লোৱা মানে টকা খেল
@hemkantaborah7434
@hemkantaborah7434 Ай бұрын
মৌখিক পৰীক্ষা হ'লেহে নিজৰ মানুহবোৰক নিযুক্তি দিব পাৰিব।বাহিৰে ৰংচঙীয়া, ভিতৰে কোৱাভাতুৰী।
@AbulSarkar-zw7js
@AbulSarkar-zw7js Ай бұрын
হেম কান্ত বৰা ডাঙৰীয়া স্বজন প্ৰিতি মোৰো আছে। মই মন্ত্ৰী হ'লে মোৰ স্বজনৰ আশা থাকিব ই পাৰে আৰু ময়ো স্বজনৰ হকে অৱশ্যে কিবা কৰিব বিচাৰিমে
@manikchandradas7057
@manikchandradas7057 Ай бұрын
লুভিয়াক টকা লাগে চাগৈ, সেই কাৰণে এইজন পন্ডিতে এনেকুৱা লমফ -জমফ কৰিবলৈ ধৰিছে। 😵
@AB-kb9qe
@AB-kb9qe Ай бұрын
মৌখিক সাক্ষাৎ কাৰ পৰীক্ষা ত নিশ্চয় মুখ্য মন্ত্রী ৰ গোপন উদ্দেশ্য নিহিত হৈ আছে
@tapanchandrakalita6420
@tapanchandrakalita6420 Ай бұрын
১০০শতাংশ শুদ্ধ
@rajanikalita984
@rajanikalita984 Ай бұрын
​@@tapanchandrakalita6420😅😅😅😅😮😅😅😮😮😮😅😅😅😅😅
@utpalgoswami1990
@utpalgoswami1990 Ай бұрын
পৰুৱাৰ পাখি গজে মৰিবলৈ, হিমন্তৰ বৰ বেয়া দিন আহিছে সাৱধান। তোমাৰ লাজ অপমান একো নায় নেকি?
@saminkumar1259
@saminkumar1259 Ай бұрын
কাৰ স্বাৰ্থত মানে বহুবছৰ ধৰি চাকৰি নোপোৱা বিজেপি কৰ্মীৰ স্বাৰ্থতেই চাগে।
@bhabendoley6151
@bhabendoley6151 Ай бұрын
চাকৰি দিয়া মানে গাধি বাচিব । উন্নটিও হল গাধিও বাছিল।ধন্যবাদ।
@nijunjadas9733
@nijunjadas9733 Ай бұрын
আমাৰ এই জনো চাগৈ নন্ বায়োলজিকেল। গতিকে এওঁ কাৰো কথা নুশুনে। কাৰণ ভগবানৰ লগত পোনপটীয়া সম্পর্ক আছে যে!!
@tapanchandrakalita6420
@tapanchandrakalita6420 Ай бұрын
মৌখিক পৰীক্ষা এটা প্ৰহাসন মাথো
@rtamuli8511
@rtamuli8511 Ай бұрын
মৌখিকভাৱে হ'লে স্বজন তোষণ চলিব।
@kaushikbarman229
@kaushikbarman229 Ай бұрын
মৌখিক হলে আৰু কব নালাগে ।
@ratuldas4987
@ratuldas4987 Ай бұрын
টকা লাগে টকা ,,,,,,যি কেইটা লাওৰা কটি ৰ পিছে পিছে ঘূৰে সেই কেইটাই পাব চাকৰি
@Lalit-ug3yn
@Lalit-ug3yn Ай бұрын
মৌখিক পৰীক্ষা হলে চাকৰিৰ বজাৰ এখন হব। যত দাম দৰ চলিব। দালাল ৰাজ চলিব ।
@SavagemodeON973
@SavagemodeON973 Ай бұрын
দলীয় কৰ্মীয়ে কেনেকৈ চলিব নহলে 😂😂 ঘোচ লব লাগিব না । ইলেকশচন আহি আছে টকা লাগে মামা আৰু মামীক ।
@djrock5500
@djrock5500 Ай бұрын
২বছৰ ৬ মাহ হ'ল হিমন্ত চৰকাৰ কিমান নিবনুৱাই চৰকাৰী চাকৰি পালে , কিমান জন‌ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পালে।
@dhanjitdaxx6301
@dhanjitdaxx6301 Ай бұрын
Viva hole he mal 2 kamabo... Per appointment 3-4 lakh ...... Amar dore gorib manuhe 3-4 lakh dibo nuwau, but diya manuh ase....
@RinjuBorah-f3s
@RinjuBorah-f3s Ай бұрын
মোৰ মানুহজন ১৬চন ধূকালে জিলাৰ মিটিঙত পাছ কৰা পাছতো চাকৰিটো নিদি লে আমি কেনেকে চলিম ল'ৰা কাৰনে চাকৰি বিচাৰিছিলো সেইৱাও চাগে টাকা কাৰনে নিদিলে
@pallibanglagramtv2925
@pallibanglagramtv2925 Ай бұрын
সংখ্যালঘুক চাকৰি নিদিবৰ বাবেই সাক্ষাতকাৰ
@kalitakamal1859
@kalitakamal1859 Ай бұрын
Viva tu hol kheli melir mul utsah
@Jaggu12385
@Jaggu12385 Ай бұрын
26 ot agot maal collection koribo lagibo. 😂
@AbulSarkar-zw7js
@AbulSarkar-zw7js Ай бұрын
ঘৰ যাৰ পৰিচালন ক্ষমতা তাৰ। অসম নামৰ ঘৰ হেমন্ত বিশ্ব শৰ্মাৰ গতিকে মৌখিক পৰিক্ষা খাৰিজ কৰণ নকৰণ সেয়া মূখ্যমন্ত্ৰীৰ ইচ্ছাৰ কথা। যদি মূখ্য মন্ত্ৰীয়ে ভেটি লৈছে ধৰিব লাগে।যি দেশৰ সৰহ সংখ্যক লোক অশুদ্ধ মণৰ সেই দেশত হেমন্ত বিশ্ব শৰ্মাৰ দৰে দুই চাৰি জন সৎ চৰিত্ৰ প্ৰাপ্ত ই শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰে।
@premodharphukan1101
@premodharphukan1101 Ай бұрын
প্ৰধানমন্ত্ৰীৰ কথা মানিবলৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয় ইমান পৰিমৰা নহয়😅
@AlomUddin-sy2pb
@AlomUddin-sy2pb Ай бұрын
সানোয়াল, , ,,,, এর, ,, , দরকার,,,
@kushalbaruah8438
@kushalbaruah8438 Ай бұрын
SES kari ASE.. ASOM...MANUHE bujak...aibur kebal Dalal kariboloi...taka d sakari ..subidha bas
@AbdulSamad-oh8sc
@AbdulSamad-oh8sc Ай бұрын
𝚂𝚞𝚙𝚎𝚛 𝚖𝚊𝚗.
@GamePlay-ib2cj
@GamePlay-ib2cj Ай бұрын
Bajao thali
@budheswarsaikia3103
@budheswarsaikia3103 Ай бұрын
Unemployed votere monot pelua uchit.
@user-ec4rt8ij6k
@user-ec4rt8ij6k Ай бұрын
Previous decision is changed only to facilitate some interested circle, to help the dalals of bjp net's....
@KrishnaChetia-fy4lm
@KrishnaChetia-fy4lm Ай бұрын
Eta bamunor Eman hahokh Valor babe ne kalor babe?
а ты любишь париться?
00:41
KATYA KLON LIFE
Рет қаралды 2,9 МЛН
女孩妒忌小丑女? #小丑#shorts
00:34
好人小丑
Рет қаралды 52 МЛН
Look at two different videos 😁 @karina-kola
00:11
Andrey Grechka
Рет қаралды 14 МЛН
Can This Bubble Save My Life? 😱
00:55
Topper Guild
Рет қаралды 69 МЛН
а ты любишь париться?
00:41
KATYA KLON LIFE
Рет қаралды 2,9 МЛН