সত্য-তথ্য আৰু প্ৰতিদিন গোষ্ঠী; অসমৰ মানুহক বুৰ্বক ভাবিছে নেকি হিমন্তই?

  Рет қаралды 66,511

NorthEast Now

NorthEast Now

Күн бұрын

Пікірлер: 126
@taradoi7957
@taradoi7957 Ай бұрын
যি‌কম সঁচা কম ।------------ এখন ৰাজ্য শাসন কৰিবলৈ হলে বহু গুনৰ অধিকাৰী হব লাগিব , নৈতিকতা, ,মানৱতা, সততা, সহনশীলতাৰ বিশেষ প্ৰয়োজন ।লগতে বহল দৃষ্টি ভংগী, দূৰদশী হব লাগিব কিন্তু হিমন্ত বিশ্ব শমাৰ' এই গুনবোৰ একেবাৰেই নাই । সেয়েহে প্ৰতিদিন কাকত, প্ৰতিদিন চেনেলৰ সত্যৰ ওপৰত প্ৰকাশিত বাতৰি তেওঁৰ সহ্য নহয় ।
@prabinmallabaruah8845
@prabinmallabaruah8845 Ай бұрын
ৰাইজৰ কাম কৰিবলৈ শিক্ষা-দীক্ষাৰ লগতে এখন বহল অন্তৰ লাগে, লাগে মানবতা । সত্য আৰু ন্যায় পৰায়ণ হব লাগে, তেহে জগত জিনিব পাৰি ।
@manjubarman1855
@manjubarman1855 Ай бұрын
জ্ঞানী মূৰ্খ ৰজা
@Assamese-w2x
@Assamese-w2x Ай бұрын
Md bin Tughluq😂😂😂
@sureshmohan8165
@sureshmohan8165 25 күн бұрын
এওঁ মূৰ্খৰ ৰজা৷
@rajusarma9691
@rajusarma9691 Ай бұрын
101℅ right Best Chanel
@RanaSaikia-p1e
@RanaSaikia-p1e Ай бұрын
বামূণ ৰজা হলে এনেকুৱা হয়েই, চিন্তা কৰিব নালাগে
@rajibramphookan9034
@rajibramphookan9034 Ай бұрын
বামুণৰ প্ৰতিভা আছে ৷ সকলোতে ভাল কাম কৰে ৷ বিদেশ মন্ত্ৰী জয়শংকৰ বামুণ , অজিত ডোভাল বামুণ ৷ তেখেত দুয়োজনে বহুত ভাল কাম কৰি আছ ৷ নিৰ্মলা সীতাৰমণ বামুণ ৷
@mriduldas-zj6eq
@mriduldas-zj6eq 29 күн бұрын
Hiteswar ahum,tarun ahum.kintu gulam Italian pora oha b...r...d....ce...😂😂😂😂😂
@mriduldas-zj6eq
@mriduldas-zj6eq 29 күн бұрын
Kiyo bamun Roja hobo nuware neki dangoriya.kot likha aase.kormo i .nirdharoon kore .gadho neki.
@TCF573
@TCF573 29 күн бұрын
Bamoon raj uska sed hobo . Yolingsbojuws patu. 😂😂😂
@TarunDasTarundas-i4t
@TarunDasTarundas-i4t Ай бұрын
তেওঁৰ জ্ঞানৰ পৰিসৰ যিমান আছে বুলি ভাবিছিলো কিন্তু আজি বুজি পালো যে তেওঁৰ জ্ঞানৰ অভাৱ আছে।
@ramapegu122
@ramapegu122 Ай бұрын
100% Right
@gobindastidar2082
@gobindastidar2082 Ай бұрын
এৰা ! আমিবোৰে জীৱনটো জাতিৰ ভবিষ্যৎৰ কথাবিলাক ভাবি ভাবিয়েই এতিয়া ষাঠী উৰ্ধ হ'লোহি ! কেবা গৰাকীও মুখ্য মন্ত্ৰীৰ শাসন স্বচক্ষ্যে প্ৰত্যক্ষ কৰিলো ! কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰীজনাই যিধৰনে শাসন চলাইছে সেয়া পূৰ্বতেও দেখা নাছিলো আৰু কস্মিণ কালেও যেন এনে নহওক ! যিহেতু আমাৰ দেশ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰু গান্ধীজীৰ আদৰ্শেৰে পৰিচালিত ৰাষ্ট্ৰ য'ত শান্তিপূৰ্ণ সহাৱস্থানৰ দৰ্শনক সদায় উচ্চ স্থান দিয়া হয় ।
@NaliKhan-r6y
@NaliKhan-r6y Ай бұрын
Right 👍👍👍
@dr.jainuddinislam3275
@dr.jainuddinislam3275 29 күн бұрын
অতি সুন্দৰ বিশ্লেষণ। ভাল লাগিল। ধন্যবাদ থাকিল....
@swapankumarsarma6840
@swapankumarsarma6840 Ай бұрын
এওঁ মোৰ দেউতা নহয় মাৰ গিৰিয়েক হে হয়। আমাৰ মুখ্য মন্ত্ৰীৰ ভাষা এনেকুৱাই।
@KhushiBiswas-t6x
@KhushiBiswas-t6x Ай бұрын
মামা একো নহয় তেওঁ এজন চতুৰ মানুহ ।তেওঁ নিজকে বিৰাট জনা বুলি বাবে।
@RanjanDas-bi8rq
@RanjanDas-bi8rq Ай бұрын
পাগলৰ কথা আলোচনা কৰি লাভ নাই ।
@amzadali9546
@amzadali9546 Ай бұрын
হিমন্ত sir মিচলিয়া
@sureshmohan8165
@sureshmohan8165 25 күн бұрын
হিমন্তৰ কাষত থকাটো কোন??
@TCF573
@TCF573 Ай бұрын
Ki je nilaj Himonto 😂😂😂😂
@Samsul-rp8op
@Samsul-rp8op Ай бұрын
Right kotha
@ruhitdihingia8210
@ruhitdihingia8210 29 күн бұрын
মাজে মাজে অৰ্থহীন কথা কৈ নিজেই 19:51 নিজক মূল্যহীন কৰি তুলিছে। ভিডি বোৰ ৰাইজে সাছি ৰাখিছে নে???
@umeshkuli849
@umeshkuli849 29 күн бұрын
Himanta অকল চতুৰ য়েই নহয় মিছলীয়াও হয়।
@pranabkhakhalary539
@pranabkhakhalary539 22 күн бұрын
অসমীয়া মানুহৰ দুৰ্বল চিন্তা ধাৰাৰ বাবে তেওঁ এনেধৰণৰ কৈ আছে।
@TridipDutta-qz1fy
@TridipDutta-qz1fy Ай бұрын
GOOD JOB --SIR
@ManjuHazarika-g4r
@ManjuHazarika-g4r 29 күн бұрын
Right
@dipkamaldeka9696
@dipkamaldeka9696 29 күн бұрын
আনক সদায় বুৰবক বনাই ৰজাই আৰু কিমান দিনলৈ মূৰ্খ হৈ থাকিব??? ৰজা ইমান মূৰ্খ হলে জনতাৰ লাজ লাগিবলৈ আৰু থাই নাথাকিব।
@anathktalukdar681
@anathktalukdar681 28 күн бұрын
এক মাত্র ভোটৰ লাল সাত হিতাধিকাৰীক পুহি আছে। সহজ সৰল মানুহক ললিপপ দি আছে।
@hiranyamudoi1767
@hiranyamudoi1767 29 күн бұрын
Right kotha koise
@MsSubhashdas
@MsSubhashdas 29 күн бұрын
হিমন্ত হাতাও দেশ বচাও
@jayamoniborah3928
@jayamoniborah3928 24 күн бұрын
Hosa kotha
@mohammedahad293
@mohammedahad293 28 күн бұрын
মামাই কাকো নেৰে! পাগল হোৱা নাইতু ??
@RanBahadurLama-r6f
@RanBahadurLama-r6f Ай бұрын
Thik kotha koise protidin times A
@lnbora7529
@lnbora7529 Ай бұрын
Shacha katha koise dhaynabad
@nirvana.09-m4f
@nirvana.09-m4f 28 күн бұрын
Yes Sir,you are cent percent right
@harunalrashid5419
@harunalrashid5419 Ай бұрын
Himant satur mohamanab
@UpenDeka-t9r
@UpenDeka-t9r 29 күн бұрын
Very good 👍👍👍 Salute
@joynalabedinbhuyan5785
@joynalabedinbhuyan5785 29 күн бұрын
Right🎉
@bhumidharkalita6766
@bhumidharkalita6766 29 күн бұрын
Thanku u sir
@MahendraDohutia
@MahendraDohutia 14 күн бұрын
বিজেপি চৰকাৰ অহাৰ পৰা অসমৰ দুখীয়া, মধ্যবিত্ত পৰিয়াল ,দুগুন দুখীয়ালৈ পৰিণত হল।ধনী সকল বেছি ধনী হোৱাৰ বাদে আন কোনোৱেই নহল।
@Tox1keditzzz-s5y
@Tox1keditzzz-s5y Ай бұрын
লিতিকাই কাৰণে এনেকৈ কবলৈ পাই বেয়া নাপাব
@AswiniDas-dk9zf
@AswiniDas-dk9zf Ай бұрын
চৰকাৰী শক্তি ব্যৱহাৰ কৰিব নোৱাৰিলে তেওঁ সকলো বুদ্ধি চতুৰামি প্ৰমান পোৱা যাব ক্ষমতাই মুৰত ধৰিছে ।
@binoddutta4714
@binoddutta4714 29 күн бұрын
বাঘ জৰিদাল নেজাব লগীয়া মানুহৰ হাতত গলে ৰাজ্যখনত নোহোৱা নুপুজা ঘটনা ঘটিবই। ইতিহাসে তাকেই কয়।
@DHANJITKALITA-xc5bz
@DHANJITKALITA-xc5bz Ай бұрын
কিছুমান ব্যক্তি বিশেষৰ বাবেহে এই বোৰ উপাধি! কিন্তু সকলো ৰাইজৰ বাবে নহয়।
@jitenkonwar2942
@jitenkonwar2942 29 күн бұрын
আচনিৰ পৰিবৰ্তে গাঁৱৰ পথাৰত নিবনুৱা আচনি ল'লে হয় তেতিয়া অসমৰ বহুত উন্নতি হ'ল হয়।🙋🙋🙋
@pranabkhakhalary539
@pranabkhakhalary539 22 күн бұрын
তেওঁ কৈছিল ছাত্ৰ সংগঠনে আন্দোলন কৰিব নোৱাৰে বুলি।
@ashiqahmed1375
@ashiqahmed1375 Ай бұрын
CLASSIC DISCUSSION..... KEEP BY CONTINUING THIS TYPE OF REAL ACTUAL ASSERTIONS AMONGST THE PEOPLE OF ASSAM IN THIS WAY..... BOTH OF YOU ARE IMMENSE NEED OF US..... .....SO ATTRACTIVE
@kandarpa2622
@kandarpa2622 Ай бұрын
Right judgement of the people of Assam.
@arunsaikia3774
@arunsaikia3774 Ай бұрын
খাটাং ভোট কিনা আঁচনি।
@debakrsaikia2993
@debakrsaikia2993 Ай бұрын
চতুৰ মানে intelligent নে cunning বুজিব নোৱাৰা সময় এতিয়া।
@sureshmohan8165
@sureshmohan8165 25 күн бұрын
Cunnig
@maheshreddy6158
@maheshreddy6158 29 күн бұрын
👍👍👍
@amalabasumatary4562
@amalabasumatary4562 21 күн бұрын
আপুনি ঠিকে কৈছে
@prabinmallabaruah8845
@prabinmallabaruah8845 Ай бұрын
আছে গৰু নাবায় হাল। আছে বুদ্ধি নহয় ভাল।। ভাল বুদ্ধিৰ মানুহে ভাল ফল পায়। দুদিন দেৰি হব পাৰে । শিয়াল বুদ্ধিৰ লোক বিপদত পৰিলে উদ্ধাৰ হব নোৱাৰে ।
@azaharulislam2800
@azaharulislam2800 Ай бұрын
Hemanto nimno srenir mnuh
@parameshardas802
@parameshardas802 29 күн бұрын
Himantak Kshamatai Murat Dharise.
@rituneog683
@rituneog683 Ай бұрын
Right kotha koise. Himanta bishwa khyamotat ohar pasor porai Assam khon 100 year back t gusi gol. Raije free tokar luv hamoribo hol. Nhle pasor generatione khabole aru jiyai thakible bipod hobo. Hokolue nijor nijor hontanok hurkhito korar kotha vabok.
@BabulAli-n4d
@BabulAli-n4d Ай бұрын
Hitlari sarkar
@Maxx-bg7co
@Maxx-bg7co Ай бұрын
💕💕💕
@TelgoromSuperman
@TelgoromSuperman Ай бұрын
Brahmon hol morak Mari khowa ata jati gotike anakuwai hoboi
@mukundahazarika9455
@mukundahazarika9455 29 күн бұрын
স্বাৰ্থ ৰক্ষাৰ্থে ৷
@bibhadas5050
@bibhadas5050 23 күн бұрын
আমি জনসাধাৰণো কম স্বাৰ্থান্বেষী নহয় দেই।
@pankajdeka9119
@pankajdeka9119 Ай бұрын
R8
@rishidas5761
@rishidas5761 Ай бұрын
Very good
@dipankarkhargharia9952
@dipankarkhargharia9952 25 күн бұрын
আমি কাইলৈৰ পৰা প্ৰতিদিন লম আমাৰ অসম লৈছিলো
@manobendrabordoloi4630
@manobendrabordoloi4630 Ай бұрын
We want Congress aß ruling party
@nripenborgohain201
@nripenborgohain201 18 күн бұрын
এওঁক ৰাইজে বুজিলে ?
@DilipChakraborty-j6b
@DilipChakraborty-j6b Ай бұрын
সীমান্ত বিশ্ব শৰ্মা দেৱে আপুনি ভালকৈ বুজাই দিয়ক যে প্ৰতিবাদ আৰু সমদলৰ মাজত পাৰ্থক্য কি , আৰু আপুনি ইয়াকে বুজাই যে মই মাংস নেখাও কিন্তু মাংসৰ ৰস খাও , মাংসৰ ৰস খোৱা মানে নিৰামিষ ভুজি বুজাই আপোনাৰ মতে
@nazimahmed1610
@nazimahmed1610 Ай бұрын
Every Assamese person is suffering and realizes but somebody is unable to express themselves. No more time to save Assam. Everyone should be alert.
@kushalbora4823
@kushalbora4823 29 күн бұрын
Janata themselves responsible for all this happening,they are compelled to act as needed by govt in every injustice.
@MayawatiChungkrang-d7b
@MayawatiChungkrang-d7b Ай бұрын
Bartamanor CM Jon Oxmor Janahadharonok Burbok bulihe jane.
@ForidulIslam-jp1nv
@ForidulIslam-jp1nv Ай бұрын
Foolish CM
@ashiqahmed1375
@ashiqahmed1375 Ай бұрын
100 PER CENT TRUE TALK THAT THE MOST OF PEOPLE KNOW IN WELL MANNER TO BE TAKEN PER CENT OF ANY GOVERNMENT CONSTRUCTION, SUCH AS -BRIDGE, PROJECT OF 100, 300, 500 CRORE..... THIKADAR SAYS TO ME SO....SUCH
@dilipgayan8695
@dilipgayan8695 29 күн бұрын
পলাই থকা নাই, লুকাই আছে।
@rammohandeka4520
@rammohandeka4520 29 күн бұрын
তহঁতৰ চেনেলৰ 90% দৰ্শক মুছলমান কিয় 😂 সেইটো ক 😂
@SyedaFisham-vv3rf
@SyedaFisham-vv3rf Ай бұрын
🎉why tequest afrimly aply C M is not head of dept
@pramodchoudhury6598
@pramodchoudhury6598 Ай бұрын
Napitar katha kai labh nai.
@AnimaBoro-jk6yk
@AnimaBoro-jk6yk Ай бұрын
Laz ni mama
@KarunaBoruah-k9y
@KarunaBoruah-k9y 29 күн бұрын
Lage.loganai
@mosudurrahman907
@mosudurrahman907 Ай бұрын
Assam r manuh burbok hoi karone himanta CM hobo parise
@UmeshBarman-tr5mv
@UmeshBarman-tr5mv 28 күн бұрын
C M H B Sharma sir pratha mate aponak anurodh karim . Apuni yo jiman basar rak karile ,tato mor anhi gyata kam nahai . Se he anurodh kari ba bisariso . Apuni rajyar hitarthe kam dekhuwai asomar dakalo janatar man jai kari sira dinar banr raj karal eai mor aponar prati anurodh .
@TCF573
@TCF573 29 күн бұрын
Nilaj... Bamoon. . 😂😂
@Sulaiman-i8x
@Sulaiman-i8x Ай бұрын
Himanta Bishwa Sormah Khub Sotur Axomor 70% Manush Murkho, Modahi,Swartho Lubi
@masudlaskar7478
@masudlaskar7478 29 күн бұрын
Only SOLUTION 2026 o BJP mukt Amr Assam kon deki chai Sarada scan Himantar gundagiri assam o no cholibo Sob ajjuth hobo lage AJi din O SABJI , UNEMPLOYMENT ...Aitut kuno kam kuwa nai aru 5 kg RATiOn card dise ShAME 😢
@ruhitdihingia8210
@ruhitdihingia8210 29 күн бұрын
বুদ্ধিয়ক বুলি ক'লে ৰাইজে খুৱ হাঁহে। ফেচবুকত বুদ্ধি বোৰ নিৰৱিচিন্ন দৰ্শায় আছে।
@UmeshBarman-tr5mv
@UmeshBarman-tr5mv 28 күн бұрын
My antim katha kana bisariso . Garut dingit lagai tilinga garuwe ghah khai sing jakari .
@Debashishazarika-c3t
@Debashishazarika-c3t Ай бұрын
Dakhata vot bepari c m.phlawvarat kamisa khab pai mamai
@abulbasarmohiuddin6993
@abulbasarmohiuddin6993 29 күн бұрын
Etia musalman loi nutan kun harassment ulaba para Nai neki
@DhaneswarNath-r8f
@DhaneswarNath-r8f 29 күн бұрын
Kisumanor Dehoto Jalatanka Viras Lagise Asamot
@PankajGogoi-t6j
@PankajGogoi-t6j Ай бұрын
পাঁচ বছৰৰ পাছত সূতা কম্বল পোৱাতকৈ মাহে মাহে ১২৫০/- পোৱাই ভাল।
@ankushff9867
@ankushff9867 Ай бұрын
Andhabhakt spotted 😂
@PankajGogoi-t6j
@PankajGogoi-t6j 29 күн бұрын
ভালকৈ লিখিবলৈ শিকি ল'।
@rajendas6707
@rajendas6707 22 күн бұрын
Tenoloke adinat baralakh.kamai aro garib raijak mahat barkh panshash taka. Diye
@mrhealthcare6370
@mrhealthcare6370 Ай бұрын
2025 sonot RSSe 100 bosor xampurno koribo . Gotike dexot Manubaadi xaaxon aaniboloi hole ji kono prokare , sole , bole , kouxolere , naaiba laathire bondukere holeo punor xaaxonoloi aahiboloi BJPr aapran sesta .
@robinbora5950
@robinbora5950 Ай бұрын
Have you got the degree of journalism? Faltu hai.
@bishaldas3964
@bishaldas3964 Ай бұрын
Right...murkhor Roja himanta
@moinulhaque6391
@moinulhaque6391 Ай бұрын
Lovnai,they are giyani,we are Foolish.
@jugeswarphukan9726
@jugeswarphukan9726 29 күн бұрын
Hai.assam.salabale.bahugonar.adhiksrihaba.lagiba.tene.gon.asene.doinambari.manuhe.kibhal.kam.kariba.harure.para.doinambari.karisala.manuh
@BabulAli-n4d
@BabulAli-n4d Ай бұрын
Lora roja
@navajyotisarmah2033
@navajyotisarmah2033 Ай бұрын
হিতাধিকাৰী কোন ইয়াৰ প্ৰকৃত অৰ্থ কি ?
@dipankarkhargharia9952
@dipankarkhargharia9952 25 күн бұрын
থিক কথা ভাল বুদ্ধি নাই
@prasannakumar9373
@prasannakumar9373 Ай бұрын
Moi tu ajan faltu buli vabu
@robinbora5950
@robinbora5950 Ай бұрын
You are vandami
@NurulIslamkhan-e6x
@NurulIslamkhan-e6x Ай бұрын
Topi pindath bal
@gunajitsarma5579
@gunajitsarma5579 Ай бұрын
অসম মানুহ বুৰ্বোক নহৈ বাবে2 আপোনালোকৰ কথা ৰাইজে গুৰুত্ব দিয়া নাই ,,আপোনালোকৰ নিউজ portel2 j Congress dolar babe hei seytu o rayje jane xo 8years siyari siyari news bonai o patta powa nai ,karon rayj murkho nohai 🙏🙏
@chand8918
@chand8918 Ай бұрын
আপোনালোকৰ গোষ্ঠীগত দুখ আছে, নহলেনো মন্দিৰত ঘন্টা নবজাই এই ৰাজনীতিৰ মাজত কিয় আহিব লাগে। ভিক্ষা খুজিও চুন খাব পাৰা বামুনৰ তু সেয়াই কাম খেতিত ধৰিব তু নোৱাৰই দালালি কৰি খাওতে দিন যাব তহতৰ 🙄🙄
@BobitaDas-n7m
@BobitaDas-n7m Ай бұрын
Right kotha
Une nouvelle voiture pour Noël 🥹
00:28
Nicocapone
Рет қаралды 9 МЛН
VIP ACCESS
00:47
Natan por Aí
Рет қаралды 30 МЛН
Леон киллер и Оля Полякова 😹
00:42
Канал Смеха
Рет қаралды 4,7 МЛН
Каха и дочка
00:28
К-Media
Рет қаралды 3,4 МЛН
Une nouvelle voiture pour Noël 🥹
00:28
Nicocapone
Рет қаралды 9 МЛН