গানৰ লগত জড়িত তেওঁ,মই চেনেলৰ বিপক্ষে কোৱাৰ বাবে চেনেলৰ পৰা Banned , Anannya Dutta interview singer

  Рет қаралды 40,634

Shemim Ahmed ssiddiki

Shemim Ahmed ssiddiki

Күн бұрын

Пікірлер: 58
@junakorxeujiya2873
@junakorxeujiya2873 11 ай бұрын
অনন্যাক দেখিয়েই মনত পৰি গ'ল তাহানিতে দেখা সেই অনন্যা জনীলৈ। ডাঠ ছেলাউৰি, কপালত ক'লা ফোঁট, ঢৌ খেলা চুলি দেখাত অকনমান মোৰ ভণ্টীৰ সৈতে একে😊 তোমাৰ গান কণ্ঠ সকলো প্ৰিয় আছিল তেতিয়াৰ পৰাই। আজি বহু বছৰৰ পাছত তোমাৰ সেই সৰলতা ভৰা মুখখনি, কথাখিনি. অভিজ্ঞতা শুনি ভাল পালোঁ।
@ananyadutta2883
@ananyadutta2883 11 ай бұрын
নাজানো কেনেকৈ ধন্যবাদ জনাও, আপোনালোকৰ এই মৰমেই মোৰ সাহস… ভালে থাকক. আপোনাৰ ভন্টীলৈও মৰম আৰু শুভেচ্ছা❤️
@biswajitbarman-x6x
@biswajitbarman-x6x 10 күн бұрын
ন'দি ক'বলৈ পাৰো, অসমৰ কমসংখ্যক গাইকায় অনন্যা দত্তৰ লগত তক্কৰ দিব পাৰিব!! নামেই যাৰ পৰিচয় অনন্যা ! সুন্দৰ কন্ঠস্বৰৰ অধিকাৰী তেওঁ!! শব্দহীন তেওঁৰ বিষয়ে ক'বলৈ লিখিবলৈ!! আকৌ উভতি আহক, তাৰেই কামনাৰে!!! বাইদেউ অসমৰ সংগীত জগতত এতিয়া এৰাল সদৃশ গৰুৰ লেখিয়া পাবত গজা কিছুমান শিশ্পীৰ জন্ম, না সুৰ, না তাল, না গানৰ কথা, মাথো শিল্পীৰ নামলৈ বেপাৰ চলিছে বা!! ইমান দিনে ওচৰতেই থকা বা গৰাকী বিষয়ে নজনা কথাবোৰ জানি হৃদযন্ত্ৰ সেমেকি উঠিল!
@pinkidas870
@pinkidas870 9 ай бұрын
Congratulations ba
@pratimadas4613
@pratimadas4613 2 ай бұрын
Very good
@krishnaenterprise3369
@krishnaenterprise3369 10 ай бұрын
Amaar ataikeijoni logor or a annanya baa k log pabo mon ase amar apuni poriyal tu bohut a val santy baidew ru sir ok nijor maa deuta dore lage ru shemim baa loi u dhanyabad thakim teur joriote annanya baa life journey kotha bhut gom palu Thank you ❤
@rupabhuyan330
@rupabhuyan330 11 ай бұрын
তোমালৈ মৰম আৰূআৰ্শীবাদ থাকিল
@krishnabaruah9715
@krishnabaruah9715 9 ай бұрын
❤❤❤
@jyotimalabordoloi8745
@jyotimalabordoloi8745 11 ай бұрын
বৰ ভাল লাগিল।সেই সুন্দৰ গান গোৱা অনন্যা দত্ত নামৰ ছোৱালী জনীক আজি বহুদিনৰ মূৰত দেখিলোঁ। মনত পৰিছে তেওঁ গাইছিল "ভৰিৰ তলুৱাৰ পৰা যদি ধৰাখন"..খুব মন পৰশা আছিল পৰিবেশন..
@phatikmahantaphatikmahanta286
@phatikmahantaphatikmahanta286 10 ай бұрын
😅😅😊😊😅😅😅😅😅y😊😅😅😊😅😅😅😅😅😅😅😅😅😅😅TTTT😅t😊t
@mayurborah5878
@mayurborah5878 11 ай бұрын
kotha khini val lagile
@umanandabezbaruah5287
@umanandabezbaruah5287 11 ай бұрын
বহুমুখী প্ৰতিভা সম্পন্ন প্ৰচাৰ বিমুখ যেন লগা শ্ৰীমতী অনন্যা দত্ত আইদেউলৈ অভিনন্দন আৰু শুভেচ্ছা জনালোঁ। ঘাইকৈ লোক কৃষ্টিৰ চৰ্চাত থাকি বাউল গীতৰ প্ৰতিয়ো মোহাবিষ্ট বুলি জানি অতিকে ভাল লাগিল। বাউল গীতৰ সুৰৰ অসমীয়া আকুল প্ৰাৰ্থনা গীত কেইটামান আছে। কোনেও নোগোৱা গীতকেইটি দৰদীকণ্ঠেৰে সুৰাৰোপিত কৰি গালে সদায় কৃতজ্ঞ থাকিম। 😊
@ananyadutta2883
@ananyadutta2883 11 ай бұрын
অশেষ ধন্যবাদ দাদা। গীতকেইটি বিচাৰি মই গাবলৈ চেষ্টা কৰিম। পুনৰবাৰ ধন্যবাদ।
@animadeka4476
@animadeka4476 11 ай бұрын
অনন্যা,বহুত দিনৰ মূৰত এনদৰে লগ পাই বৰ ভাল লাগিল | আগুৱাই যোৱা | সফলতাৰ শিখৰ নিশ্চয় ঢুকি পাবা |
@lajme345
@lajme345 2 ай бұрын
😊😊amr maam r suwali hoi ....
@PixelboixESports
@PixelboixESports 11 ай бұрын
ভাল লাগিল
@mondirakalita4221
@mondirakalita4221 11 ай бұрын
আনক সাহস দিব পৰা কথাবোৰ শুনি ভাল লাগিল৷ মনে ভবাৰ দৰে আগুৱাই যোৱা ৷
@tksarmah2632
@tksarmah2632 11 ай бұрын
নামটো মনত পৰিছে কিন্ত তেওঁৰ কি গান শুনিছিলো এতিয়া মনত নপৰে। খোলা খুলি কৈ কথা কব পৰাটো নিশ্চয় এটা বহু ডাঙৰ গুণ। মই ভাবিছিলো কিজানি ময়হে depression ত ভুগি আছো কিন্তু বহু মানুহে এই মানসিক ব্যধিত ভোগে। ওলায় অহাৰ যে এটা পথ আছে আৰু তাৰ বাবে যে নিজৰ মানসিক শক্তিৰ প্ৰয়োজন সেইটো এই podcast টো চোৱাৰ পিছত অনুভৱ কৰিলোঁ। ভাল লাগিল, দুয়ো গৰাকিলৈ ধন্যবাদ জনালোঁ।
@abanigogoi
@abanigogoi 11 ай бұрын
বৰ ভাল লাগিল ইন্টাৰভিউটো। অনন্যাৰ অকপত কথা বতৰা আৰু সৰলতাৰ শলাগ নলৈ নোৱাৰিলো।
@mamonidevi617
@mamonidevi617 11 ай бұрын
Birat bhal lagil
@sukanyachoudhury6376
@sukanyachoudhury6376 11 ай бұрын
অনন্যা বাৰ কণ্ঠ মোৰ বহুত প্ৰিয় আছিল। মনত পৰি থাকে মাজে মাজে ক'তনো গ'ল মানুহজনী। আজি ইমান বছৰৰ মূৰত দেখি বৰ ভাল পাইছো। বহুত মৰম দিলো বা। ❤
@ananyadutta2883
@ananyadutta2883 11 ай бұрын
অশেষ মৰম আৰু ধন্যবাদ❤️
@dipalidey8882
@dipalidey8882 11 ай бұрын
বহুত দিনৰ মূৰত দেখা পাই ভাল লাগিল ❤
@alpanapakgharandvlog6312
@alpanapakgharandvlog6312 11 ай бұрын
Vl lagil kotha khini
@dharitriroy3316
@dharitriroy3316 11 ай бұрын
চেমিমলৈ ধন্যবাদ থাকিল। মনে বিচৰা মাজনীক বহুত বিৰতিৰ পিছত দেখা পালোঁ
@rumigogoi5098
@rumigogoi5098 11 ай бұрын
Ainuuuu❤❤❤
@Parthaworld-d3n
@Parthaworld-d3n 11 ай бұрын
Val lagil gutei episode tu salu
@lovelykitchenmoran1337
@lovelykitchenmoran1337 11 ай бұрын
Val lagile dekha pai kitha bur janilu ❤❤
@sangitakalita9293
@sangitakalita9293 11 ай бұрын
🥰🥰❤️❤️👌👌👍👍
@minadeka4757
@minadeka4757 11 ай бұрын
Bohut val lagil anannyr kotha bur xuni
@ronjitborah1997
@ronjitborah1997 10 ай бұрын
Shemime kintu aanok besikoi prasansha kore,
@bhaylinasaikia5940
@bhaylinasaikia5940 11 ай бұрын
বহুত ভাল লাগিল।কেনেদৰে সময় পাৰ হ'ল গম নাপালো।
@DulendraBorah-e4u
@DulendraBorah-e4u 11 ай бұрын
মাতটো বৰ ভাল লাগিল মোৰ
@saberamamtaz1202
@saberamamtaz1202 11 ай бұрын
Assam ldlet gaan guwa hunisilo anannya dattak bohut dhuniya gaan gaisil.
@ankurbaruah6380
@ankurbaruah6380 11 ай бұрын
Val. Lagiele annanya k emn dinr pisot dekha pai ..Mont porisile olop dinr pora vabisu suwali joni kot gol dekhi val palu 😊
@nanditasarma9294
@nanditasarma9294 11 ай бұрын
খুব ভাল লাগিল❤❤
@rupalidutta9170
@rupalidutta9170 11 ай бұрын
Anannya ba loi bohut morom 🤍🤍🤍
@animamisra7513
@animamisra7513 11 ай бұрын
Anannyar kotha xuni bothut bhal lagil. Iman omayik mouchumi sahariar nisina
@RijuMoni-zv2sx
@RijuMoni-zv2sx 11 ай бұрын
Bohut besi vl lagil ❤ Semim ba Ratul Das bartoman je angikar kori ase teur interview loba son plz🙏
@Munmahz9395
@Munmahz9395 11 ай бұрын
আইনু
@AnkurjyotiBordoloi
@AnkurjyotiBordoloi 11 ай бұрын
More power to you buddy 👏❤
@anjalisaikia919
@anjalisaikia919 11 ай бұрын
Bohut bohut val lagil..❤
@prakritishbezbaruah181
@prakritishbezbaruah181 11 ай бұрын
Khub bhal lagil, kothakhini eman dhuniake koise. Wishing u all success.
@MunmiBorah-f7u
@MunmiBorah-f7u 11 ай бұрын
Bohut besi val lagil kothabur.... ❤
@JintuBorah-eu8cy
@JintuBorah-eu8cy 11 ай бұрын
Bohut val lagil
@susmitaboruah5928
@susmitaboruah5928 11 ай бұрын
Bohut val lagil tumar kotha xuni tumi xodai aagbarho juwa tumar xokolu aaxa vogobane puron koribo.vale thaka.credit goes to Samim.
@ayanrongpurvlog210
@ayanrongpurvlog210 11 ай бұрын
val lagil video 2sai annyna mur mamar swali hoi
@pinkidas870
@pinkidas870 11 ай бұрын
Anannya ba mor senior asil ❤
@basantiborthakur3476
@basantiborthakur3476 11 ай бұрын
অনন্যাক বহুত দিনৰ মূৰত দেখা পাই ভাল লাগিল । ভালে থাকা ❤️❤️
@jyotidas2063
@jyotidas2063 11 ай бұрын
♥️♥️
@bhuboneswarbhuyan7251
@bhuboneswarbhuyan7251 11 ай бұрын
Hearty thanks to both of you for such a memorable as well as enjoyable talk __wishing u a brighter tomorrow .......
@binuhazarika3856
@binuhazarika3856 11 ай бұрын
Moi hodai saw bor bhal lage
@Mayur__Manash
@Mayur__Manash 11 ай бұрын
Shemim bar video Sai vl pau ❤
@hemalatasarma291
@hemalatasarma291 11 ай бұрын
আমাৰ মনত আছে❤
@mixmasalainformation5097
@mixmasalainformation5097 11 ай бұрын
❤❤❤
@Moyuri-w3u
@Moyuri-w3u 11 ай бұрын
Vl lagill sai baa bohutdinor murot my close friend ananyak dekha palu ...
@mrmrinmoyborah6180
@mrmrinmoyborah6180 11 ай бұрын
Bor vl lagil kothabur xuni
Cool Parenting Gadget Against Mosquitos! 🦟👶
00:21
TheSoul Music Family
Рет қаралды 19 МЛН
Flipping Robot vs Heavier And Heavier Objects
00:34
Mark Rober
Рет қаралды 54 МЛН
Cool Parenting Gadget Against Mosquitos! 🦟👶
00:21
TheSoul Music Family
Рет қаралды 19 МЛН