স্কুটি দিবই লাগিব🙂(Assam govt.scooty)

  Рет қаралды 3,491

Poli Dutta

Poli Dutta

Күн бұрын

Пікірлер: 12
@tarunchandraborah4052
@tarunchandraborah4052 Ай бұрын
প্ৰতি মাননীয় সংবাদ সেৱী সকল। মেধাবী ছাত্ৰ ছাত্ৰী সকলে কান্দোনত ভাঙি পৰিছে। ৰাইজ আৰু মেধাৱী ছাত্ৰ ছাত্ৰী সকলৰ প্ৰশ্ন।১) বানী কান্ত কাকতী মেধা বঁটা কেতিয়াও দুখীয়াৰ নহয়। ২) যদি দুখীয়াৰ কাৰনে হয় তেতিয়া হলে এজন দুখীয়া ছাএই ৫০ শতাংশ নম্বৰ লাভ কৰা ছাএ জনক Scooty দিব পাৰিবনে? নিশ্চয় নোৱাৰে। ৩) আমাৰ সাংবাদিক সকলক অনুৰোধ সোনকালে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব লাগে। আৰু P.I.L দিব লাগে।৩) R.T.I কৰাৰো আহ্বান। ৪) ২০১৮/২০১৯ চনত প্ৰদান কৰা বানী কান্ত কাকতী উদ্বোধন কৰাৰ পুৰনা V.D.Oটো বজালে সকলো ওলাই পৰিব। ৫) সচা অৰ্থত ই এটা মেধা বঁটা। ৬) এই বাৰ অসম চৰকাৰে আগন্তুক ২০২৫ চনৰ বানী কান্ত কাকতী মেধা বঁটা শতকৰা ৮০ শতাংশ লাভ কৰা ছাএ ছাত্ৰীক হে দিব। ঠিক তেনেকৈ ২০২৪ বৰ্ষৰ বাণীকান্ত কাকতি বঁটা Coaching কৰা ছাত্ৰ ছাত্ৰী দিয়া নহ'ব বুলি ২০২৩ চনতে ঘোষণা নকৰিলে কিয়? ৭) Coaching কৰা ছাত্ৰ ছাত্ৰী সকল অধ্যয়নৰ ভিতৰতে পৰে।৮) তেওঁ লোকে Coaching কৰি একোজন সু চিকিৎসক আৰু ইঞ্জিনিয়াৰ হোৱাৰ সপোন।৯) তেওঁ লোকে NEET পৰীক্ষাত অৱতীৰ্ণ হৈ M.B.B.S cource ত নামভৰ্তি কৰাৰ হেপাহ। উচ্চ শিক্ষা লোৱাটো কোনো অপৰাধ হ'ব নোৱাৰে। ১০) আজি সমগ্ৰ অসমৰ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী সকল অৱহেলিত হৈছে। ১১) মূখ্য মন্ত্ৰী মহোদয়ে অগ্ৰাধিকাৰৰ ভিত্তিত মেধা ছাত্ৰ ছাত্ৰী সকলোকে Scooty প্ৰদান কৰিবলৈ ছাএ ছাত্ৰী আৰু অভিভাৱক সকলে আহ্বান জনাইছে।
@PoliDutta-01
@PoliDutta-01 Ай бұрын
নিশ্চয়কৈ আপোনাৰ প্ৰশ্নকেইটা গ্ৰহণযোগ্য আৰু যুক্তি পূৰ্ণ । এই কথাখিনিকে সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়লৈ ই-মেইল কৰি জনাব পাৰিব । আপোনাৰ সঁহাৰিৰ বাবে বহুত বহুত ধন্যবাদ ❤🙏।
@AfrojaParbin_01
@AfrojaParbin_01 Ай бұрын
Right didi mur hubut beya lagi ase 😢😢😢 buhut akha korisili
@MK_00018
@MK_00018 Ай бұрын
Coaching maanei KOTA nhoi..... Ktha olop jani-buji kbo lage....
@milibuwari9122
@milibuwari9122 Ай бұрын
Right
@VidyaEditz
@VidyaEditz Ай бұрын
Yes , If they don't give us scooty then give us money 👍.
@hemantsharma9007
@hemantsharma9007 Ай бұрын
উচিৎ কথা কৈছে আপোনি.. চৰকাৰে ন্যায় প্ৰদান কৰক
@PoliDutta-01
@PoliDutta-01 Ай бұрын
@@hemantsharma9007 ধন্যবাদ 🙏. channel টো subscribe কৰি দিব।
@hemantsharma9007
@hemantsharma9007 Ай бұрын
কৰিলো দেই
@priyangshuroy6487
@priyangshuroy6487 12 күн бұрын
It is injustice with coaching students. This is Award not scheme. During two times Facebook Live ,the chief minister has told that all Students will get and he will inform again. During his Facebook Live he has not mentioned one time also about dropper students that theywill not get. The government has published notice on 18 July, the student came to know after some days. During this period colleges had already completed process , portal was closed. The college seat capacity was full, a student can't take admission. So, Government should provide on basis of merit to all students.During ceremony he is telling that they are not eligible. He should give to all students as they will take admission after entrance examination. He should have clearly mention during his interviews earlier. He should provide to everyone .
@kasturidutta3386
@kasturidutta3386 26 күн бұрын
Amak muthote justice lage
@PoliDutta-01
@PoliDutta-01 25 күн бұрын
Please subscribe my KZbin channel for more updates ❤🙏.
Quando eu quero Sushi (sem desperdiçar) 🍣
00:26
Los Wagners
Рет қаралды 15 МЛН
Мясо вегана? 🧐 @Whatthefshow
01:01
История одного вокалиста
Рет қаралды 7 МЛН
To Brawl AND BEYOND!
00:51
Brawl Stars
Рет қаралды 17 МЛН
黑天使被操控了#short #angel #clown
00:40
Super Beauty team
Рет қаралды 61 МЛН
എച്ചിൽ കോയ കാളിങ്
14:57
Shafeena beevi
Рет қаралды 21 М.
Trump made a decision / North Korea withdraws troops
13:03
NEXTA Live
Рет қаралды 416 М.
MASSIVE FIRE BREAKS OUT AT LAHORIJAN; SEVERAL HOUSES DAMAGED
7:32
Quando eu quero Sushi (sem desperdiçar) 🍣
00:26
Los Wagners
Рет қаралды 15 МЛН