স্কুলৰ পৰা আহি থাকোতে বাটত অকলে বাতৰি পঢ়ি অহা ছোৱালীজনী Anjela Changmai Interview / কিয় আনতকৈ বেলেগ

  Рет қаралды 203,607

Chifung Suriya Jatra

Chifung Suriya Jatra

Күн бұрын

Пікірлер: 238
@SangitaDevi-ej8yf
@SangitaDevi-ej8yf Ай бұрын
এঞেলা তোমাৰ অনুষ্ঠান চাই বহুত ভাল লাগে ।এনেকৈয়ে আগবাঢ়ি যোৱা তাৰে কামনা কৰিলো ।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 4 ай бұрын
❤❤❤❤❤❤❤❤ অতি সুন্দৰ অনুষ্ঠান আৰু পৰিৱেশন শৈলীও ব্যতিক্ৰম। ভগ্নী স্বৰপ এজ্ঞেলালৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আগুৱাই যোৱা সদায়। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন।❤❤❤
@ChifungSuriyaJatra
@ChifungSuriyaJatra 4 ай бұрын
Dhanyabad
@AmarNath-wd9rm
@AmarNath-wd9rm 4 ай бұрын
এঞ্জেলা চাঙমাইৰ শুৱলা কথা আৰু সুন্দৰ বক্তৃতা শুনি ভাল লাগিল, ধন্যবাদ, আৰু আগবাঢ়ি যাওক,তাৰেই কামনা কৰিলো।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
@@AmarNath-wd9rm thnx
@digantabaruah5243
@digantabaruah5243 3 ай бұрын
উৱা,সছায় অতি হৃদয়স্পৰ্শী সুন্দৰ কথোপকথন ,🎧 বহুত ভাল লাগিল ,👍"
@RashmiKonwar
@RashmiKonwar 4 ай бұрын
ইমান ধুনীয়া কথা বতৰা ঔ ❤❤❤...ইমান মৰম লগা । খুব ভাল লাগিল ইন্টাৰভিউটো ❤️❤️
@advika...8603
@advika...8603 3 ай бұрын
বহুত সুন্দৰ কথা কয় এঞ্জেলা বা ধন্যবাদ ❤❤❤
@benudharrabha1729
@benudharrabha1729 3 ай бұрын
Nice , cordial and very impressive discussion .
@Abcdef-oj3sr
@Abcdef-oj3sr 3 ай бұрын
তোমাৰ বক্তৃতা মোৰ বহুত ভাল লাগে এঞ্জেলা
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
Thnx
@prodipbharali2889
@prodipbharali2889 4 ай бұрын
ধন্যবাদ ভাল লাগিল, আগ বাহি জোৱা
@Charahravijit
@Charahravijit 3 ай бұрын
এঞ্জেলা চাংমাই কিন্তু বহুত smart আৰু beautiful❤❤❤
@bipulkalita5824
@bipulkalita5824 3 ай бұрын
অতি সুন্দৰ এঞ্জেলা নতুন প্ৰজম্মৰ পথ প্ৰদশʼক হওক তাৰে কামনা কৰিলো।❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
Thnx
@ajitkardong6210
@ajitkardong6210 2 ай бұрын
God bless you Angela, go ahead. Nice
@ReenaDewri-lx6ql
@ReenaDewri-lx6ql 3 ай бұрын
ধন্যবাদ থাকিল এঞ্জেলা । গুৰুজনাৰ প্ৰতি অগাধ শ্ৰদ্ধা থকাৰ বাবে গুৰুৰ আশীৰ্বাদ আছে ।সেয়ে তেওঁৰ কণ্ঠ মিঠা, স্বাদযুক্ত । আমাৰ আশীৰ্বাদ থাকিল। আগুৱাই যোৱা। ঈশ্বৰ সহায় হওঁক 🙏🙏❤️❤️🌹🌹🌺🌹🌹
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
@@ReenaDewri-lx6ql thnx
@SUBASHCHBARMAN-hx9hj
@SUBASHCHBARMAN-hx9hj 4 ай бұрын
বহুত ভাল লাগিল আজিৰ আয়োজন কৰা অনুষ্ঠান টো চাই
@ChifungSuriyaJatra
@ChifungSuriyaJatra 4 ай бұрын
@@SUBASHCHBARMAN-hx9hj dhonyabad
@BishnuChangmai-yu1ff
@BishnuChangmai-yu1ff 4 ай бұрын
ভাল লাগিল ।
@labhiramsaikia844
@labhiramsaikia844 3 ай бұрын
সচাই অতি সুন্দৰ প্ৰদৰ্শন । শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শৰে আগবঢ়া এগৰাকী উদীয়মান বক্তা এজন শুভাকাঙশী হিচাপে তোমালৈ বহুত বহুত শুভেচ্ছা ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
Thnx
@tarundas7535
@tarundas7535 3 ай бұрын
মাজনী তোমালৈ মোৰ হিয়াভৰা আশীৰ্বাদ ও শুভেচ্ছা যাচিছো। আশা ৰাখিছো তুমি আৰু বহু দূৰলৈ আগুৱাই যাবা।
@upenbarman4972
@upenbarman4972 4 ай бұрын
সময় সুযোগ পালে কেতিয়াবা বিশেষ উদ্দেশ্য লৈ বঙাইগাঁও জিলালৈ বাইদেউক আমন্ত্ৰণ কৰিম।
@dimpeenayak9328
@dimpeenayak9328 4 ай бұрын
বহুত সুন্দৰ কথোপকথন। অনিতা ma'am ৰ লিখনি এঞ্জেলাৰ আবৃত্তি শুনিলে মন ভৰি যোৱা। জয়তু LGC
@ChifungSuriyaJatra
@ChifungSuriyaJatra 4 ай бұрын
Thnx
@khagengogoi5951
@khagengogoi5951 4 ай бұрын
Anjala তোমাক লৈ আমি গৌৰৱাম্বিত ।
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 3 ай бұрын
মই আজি অষ্ট্ৰেলিয়াত আছোঁ যদিও অসমীয়া তথা অসমলৈ বহুত মনত পৰে তথাপি সকলো ভাৱ ভাষা ব্যৱহাৰ কৰি প্ৰকাশ কৰিবলৈ সক্ষম সাহসিকতাৰ অভাৱ নিজৰ ঠাইত ঠাকুৰ হ'লে প্ৰবাদ আছে যে পৰ দেশত কুকুৰ নহ'লে এই পৃথিৱীৰ বুকুত জিৱিত থকাই তান তুমি মোৰ লগত কাম কৰাৰ বাবে প্ৰস্তোত হ'ব পৰা নাই চাগৈ মোৰ বিধাতাৰ বাধ্য ই বিশ্বজুৰি বিয়পি আছে তেনে আঁচোৰ হয়তো তোমাৰ ওচৰত গৈপায়ছে হবলা।। আজিৰপৰা মোৰ অনুৰোধ তোমাৰ ওচৰত নাজাই।।
@GokulchandraBhuyan
@GokulchandraBhuyan 4 ай бұрын
ঘৰ যোৰহাটত শ্রীমন্ত শঙ্কৰ গুৰু জনাৰ নীতি আদৰ্শৰে চলি আছা দ দুলীয়াজানৰ ৰাভা দিৱস ৰ ভাষণটোৱে মোৰ হৃদয় চুই গল " আগ বাহি যাওক তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা |
@maheswardeka6139
@maheswardeka6139 2 ай бұрын
বাইদেউ আপুনি সকলো দিশতে আগবঢ়া।আমাৰ সমাজত এনেকুৱা এজনী ব্যক্তি লাগে,ভগৱানে কুশলে ৰাখক।
@DaisyRaniPatirDoley
@DaisyRaniPatirDoley 3 ай бұрын
এটি সুন্দৰ সাক্ষাৎকাৰটি চাই খুব ভাল লাগিল! স্পষ্টবাদী আৰু জিজ্ঞাসু মানসিকতাৰ গৰাকী এঞ্জেলা আমাৰ যুৱ প্ৰজন্মৰ বাবে সদায় আদৰ্শ হৈ ৰওঁক সুন্দৰ পথ যাত্ৰী হওঁক!❤❤
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
Thnx
@kanaktalukdar2847
@kanaktalukdar2847 3 ай бұрын
অতি সুন্দৰ অনুষ্ঠান ,সচাকে বৰ ভাল লাগিল ।
@totogogoi5706
@totogogoi5706 3 ай бұрын
তোমালোক দুয়ো লৈ অশেষ ধন্যবাদ । নৱ প্ৰজন্মৰ আদৰ্শ হৈ আগ বঢ়া ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
ধন্যবাদ আপোনাক
@KobitaChutia-n8b
@KobitaChutia-n8b 29 күн бұрын
আগ বাঢ়ি যোৱা বহু দূৰলৈ
@ritamonigogoi9256
@ritamonigogoi9256 4 ай бұрын
ইমান সুন্দৰ অনুষ্ঠান বহুত বহুত ভাল লাগিল🎉🎉
@hiranyarajkhowa4119
@hiranyarajkhowa4119 4 ай бұрын
ভগ্নী এঞ্জেলাৰ কথন বীক্ষন অনুষ্ঠানটো বহুত ধূনীয়া লাগে এগৰাকী প্ৰতিভাসম্পন্ন যুৱ সাংবাদিক। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। ভগৱানে এঞ্জেলাৰ কুশল কৰক।❤❤❤
@ChifungSuriyaJatra
@ChifungSuriyaJatra 4 ай бұрын
Dhanyabad
@sunitadeka3189
@sunitadeka3189 4 ай бұрын
God bless u.
@namaluzir2759
@namaluzir2759 3 ай бұрын
এঞ্জেলা ভন্টিৰ পূৰ্বৰ কথাবোৰ জানিব পাৰি ভাল লাগিল, তোমাৰ ভাষণ বোৰ মই শুনি থাকো। বহুত কথা শিকিব পৰা যায়।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
Thnx
@binitachetia7327
@binitachetia7327 2 ай бұрын
বহুত ভাল লাগিলে❤
@prasantagogoi7525
@prasantagogoi7525 4 ай бұрын
ভাল লাগিল ❤❤
@juntiduwarah
@juntiduwarah 3 ай бұрын
বহুত বহুত ভাল লাগিল ❤❤❤❤❤
@jatindeka940
@jatindeka940 2 ай бұрын
বহুত ভাল লাগিল ❤❤❤
@UsserOfficial-h1q
@UsserOfficial-h1q 4 ай бұрын
এঞ্জেলা এগৰাকী সাংবাদিক নহয় অসমৰ সুবক্তা।
@ritadas-gv4og
@ritadas-gv4og 3 ай бұрын
আপোনাৰ প্ৰত্যেকটো দিহা পৰামৰ্শত বহুত প্ৰেৰণা পোৱা যায় । আগলৈ আশীৰ্বাদ কৰিছোঁ ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
Thnx
@Tina-z7r
@Tina-z7r 3 ай бұрын
God bless you Baido
@AlakaDas-s1g
@AlakaDas-s1g 4 ай бұрын
Apunar bohut val lage God bless you
@chetiaDipanjali
@chetiaDipanjali 4 ай бұрын
সঁচাই বেয়া বেয়া বাতৰি বিলাক দিলে মই ও বেয়া পাওঁ। বাকী সকলো দিশটো দেখুৱাই দিয়াৰ দৰে হয় ন। তোমাৰ কথা বিলাক ৰাইট 🎉🎉🎉।
@NurulIslam-u1k2r
@NurulIslam-u1k2r 3 ай бұрын
Bhaido upnar kotha bohut ball lage ami upnar program khini dekhi thaku Bhaido amar gor Bilasi para east Tila para Thanks
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
ধন্যবাদ
@binasaikia1675
@binasaikia1675 3 ай бұрын
খুব ভাল. লাগিল কথাখিনি শুনি ।
@jurijhakaria
@jurijhakaria 3 ай бұрын
খুউব ভাল লাগিল ।
@PankajHazarikaPankaj
@PankajHazarikaPankaj 3 ай бұрын
কামৰ ব্যয়স্থততাৰ মাজত ভিদিঅতো মই বহু দেৰিকৈ চাইছোঁ, এঞ্জেলা চাংমাই মই প্ৰথম ভিদিঅ চাইছিলোঁ ফেচবুকত তলাতল ঘৰৰ live দিছিল সেই ভিদিঅতো ,কিন্তূ এতিয়া বহুত ভিদিঅ চাওঁ, বহুত ভাল লাগে, ❤❤❤❤
@MitaliBora-ow1yi
@MitaliBora-ow1yi 2 ай бұрын
❤❤❤❤❤❤❤❤❤Bhal lagil
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 3 ай бұрын
সময়ত লগ পায় মই নিশ্চয় ভাল লাগিল আপুনি ডাঙি ধৰা কথা সকলো সৰস্বতীয়ে আৰু লগোৱাই যাওঁতে যেন প্ৰভুৱে সহায় কৰাৰ বাবে প্ৰাৰ্থনা জনালোঁ।।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
ধন্যবাদ
@rimasnursery1409
@rimasnursery1409 2 ай бұрын
Aji ha anjalak khula koi kotha pota dakhilu bhal lagil loralir kotha jani.
@ratikantamili.5442
@ratikantamili.5442 4 ай бұрын
Apunar voice tu bahut dhuniya dai...
@SunilPatar-qb6yy
@SunilPatar-qb6yy 4 ай бұрын
এঞ্জেলা নতুন প্ৰজন্মৰ পথ প্ৰদৰ্শক হওক তাৰে কামনা কৰিলো৷
@PujaAlex-lp4br
@PujaAlex-lp4br 3 ай бұрын
Anjela Ba mur senior asil Lakhimpur girls college r aru mur same District r asil i am very proud of her ❤🥰
@BankhiGogoi
@BankhiGogoi 3 ай бұрын
Thank you mach ❤❤❤❤❤❤❤
@bipulbitu1680
@bipulbitu1680 4 ай бұрын
Val lagil🎉🎉🎉🎉
@ramadas5839
@ramadas5839 3 ай бұрын
Majani have u ever gone to Balijan, arunachal.almost of all ur program I watch I like most.go ahead like this.Das uncle from Gahpur.God bless you.
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
Thnx
@jatinsarma7938
@jatinsarma7938 4 ай бұрын
Anjala you are most beautifull from allside.your progress our strength.
@PhulenIngtiKathar
@PhulenIngtiKathar 3 ай бұрын
এঞ্জেলা ভনি তোমাৰ ভক্তিভৰা কথাবোৰ শুনি সচাঁই ভাল লাগিল। তুমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান বানী আৰু যুক্তিবোৰ ফহিয়াই কব পৰা বাবে। এতিয়া কথা হল উত্তৰ টো দিবাচোন। ৰাধা আৰু কৃষ্ণৰ মাজত কি সম্পৰ্ক কোনখন শাস্ত্ৰত উল্লেখ আছে। গুৰুজনাই বাৰু কৈছিল নে। 10/8/24।
@prativadevi7460
@prativadevi7460 3 ай бұрын
Bohut besi val lagil Anjela memor kothaxiini
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 2 ай бұрын
তুমি যেন মোৰ লগত শুই আছা যুগতো মোৰ গাত । আজি তোমাৰ জন্ম দিনৰ বহুত শুভকামনা অন্ত কাৰনে প্ৰেৰণ কৰিলো।। শুভ ৰাতি।।
@ajitkumarphukan9736
@ajitkumarphukan9736 4 ай бұрын
বহুত বহুত suveswar জনালোঁ আগ বাঢ়ি যোৱা
@anudas2314
@anudas2314 3 ай бұрын
Very nice perfomance.
@Parthabaruah-m4m
@Parthabaruah-m4m 3 ай бұрын
এঞ্জেলা তুমি যিমান ধুনীয়া তোমাৰ মাত কথাবোৰ সিমানেই ধুনীয়া।
@sadoriboruah8990
@sadoriboruah8990 3 ай бұрын
Anjela changmai vonti tumar UTRB moi sadai cau tumar kotha vason adorso mur bohut val lagice agorle bohut agbahi juwa vogotbanor ocort prarthana jonaicu
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
ধন্যবাদ
@swapnaligogoi3225
@swapnaligogoi3225 3 ай бұрын
ইমান ভাল লাগিছে তোমাৰ কথাবো❤
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
@@swapnaligogoi3225 thnx
@NandaNath-iq7nr
@NandaNath-iq7nr 3 ай бұрын
Xundar hoise
@rajengogoi193
@rajengogoi193 4 ай бұрын
Thank you Anjela. God bless you. We are hop that in your futur
@jatinborah-hj9jf
@jatinborah-hj9jf 3 ай бұрын
Anjela , mor ghor dhemajit , moi tomak log paboloi bohut itssa koro tomar kotha bilak iman intaresting iman modhur ,, bisnupur, dhemaji , Assam,
@MOJNUKUMARDOLEY
@MOJNUKUMARDOLEY 3 ай бұрын
এঞ্জেলাৰ কথাবোৰ শুনি সঁচাই বৰ ভাল লাগে।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
ধন্যবাদ
@nirupamaborah3186
@nirupamaborah3186 3 ай бұрын
তোমাৰ কথাই মন মুহি দিছে
@julihazarika362
@julihazarika362 3 ай бұрын
বহত ভাল লাগে কথাবোৰ শনি
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
ধন্যবাদ
@GitanjaliBora-yf3pn
@GitanjaliBora-yf3pn 3 ай бұрын
Ba god bless you I hope
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
Thnx
@mousumiboruahsaikia1654
@mousumiboruahsaikia1654 3 ай бұрын
শুনি ভাল লাগিল ❤❤
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
Thnx
@sofikulislam7533
@sofikulislam7533 4 ай бұрын
Reply দিয়াৰ বাবে ধন্যবাদ ।সাহসৰে আগবাঢ়ি যাওক ।আপোনাৰ ঘৰ কত বা।কিবা এটা ভাল লাগে।আপোনাৰ ভিডিও বহুত দেখিলো।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 4 ай бұрын
ধন্যবাদ গুৱাহাটীত লগ পাম
@chinmoyrabha6705
@chinmoyrabha6705 3 ай бұрын
ভাল লাগিল শুনি
@deepalideka718
@deepalideka718 3 ай бұрын
ভাল লাগিছে।
@rupshanjibanjatra
@rupshanjibanjatra 4 ай бұрын
Ba mur duta computer institute ase aru kunubai franchise lole diu .,xoru koi channel ata o ase ba tumak moi msg Kori a thaku aru tumi emn dhuniya koi reply Kora bor Val Lage. Mur cute ba joni tumi mur ata interview luwa na tumr lgt bohi kotha patibo bor mon ase plzzz plzz plz ba muk mati loi jua na na. Thanks
@ChifungSuriyaJatra
@ChifungSuriyaJatra 4 ай бұрын
গুৱাহাটী ঘৰ যদি মোক কব আৰু যদি গুৱাহাটীত ঘৰ নহয় তেনে কত ঘৰ জনাব মেচেজত মই কম কেতিয়া লম
@rupshanjibanjatra
@rupshanjibanjatra 4 ай бұрын
Instagram t msg disu baa
@guneswaripatiri1060
@guneswaripatiri1060 4 ай бұрын
😊😊
@maheshbrahma7764
@maheshbrahma7764 4 ай бұрын
​@@ChifungSuriyaJatraJiye nohok Anjelak pale biya patim
@JunumaiDihingia
@JunumaiDihingia 3 ай бұрын
😢
@jogeswarinath4467
@jogeswarinath4467 3 ай бұрын
Very. Good
@GokulchandraBhuyan
@GokulchandraBhuyan 4 ай бұрын
জ্ঞানৰ পথত নাহি কে সহায় | কৰ্মত বিঘিনি ভয় " ভক্তিৰ পথত ঈশ্বৰ সহায় জানিবা ৰাজা নিশ্চয় " ভাগৱতৰ এই নীতি আদৰ্শৰে আগ বাহি যাওক এই কামনাৰে "ভক্তি ভৰা সেৱা জনালো কৃষ্ণ কৃষ্ণ কৃষ্ণ
@JyotiGogoi-us8hy
@JyotiGogoi-us8hy 3 ай бұрын
Thank you anjela
@NilutpalSaikia-Axom02
@NilutpalSaikia-Axom02 4 ай бұрын
Mojjjja ba ❤😊
@KunjaGogoi-s7t
@KunjaGogoi-s7t 3 ай бұрын
Nice
@Guninchangmai-sj5tz
@Guninchangmai-sj5tz 3 ай бұрын
sister. Tumar. Kothabur. Bohut. Val lage❤
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
Thnx
@parthapratimdas354
@parthapratimdas354 4 ай бұрын
Really angel.,
@ChifungSuriyaJatra
@ChifungSuriyaJatra 4 ай бұрын
Thnx
@NarendranathKalita-z6j
@NarendranathKalita-z6j 2 ай бұрын
Happy birthday to you
@r.ctalukdar1659
@r.ctalukdar1659 2 ай бұрын
মন্তব্য সমূহ অসমীয়া লিপিৰে লিখিবলৈ আৰম্ভ কৰিলে ভাল হয় নেকি কাৰণ আমাৰ মাতৃভাষা অসমীয়া। ৰোমান লিপি ৰে লিখা টো অশোভনীয় দেখা যায়, কৃষ্ণ। তোমাৰ ভাষন শুনি ভাল লাগে কেতিয়াবা মাতিমবাৰু। আজিৰ অনুস্থান শুনি ভাল পালোঁ, কৃষ্ণ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 ай бұрын
ধন্যবাদ
@DhanistaBaruah
@DhanistaBaruah 3 ай бұрын
Thankyou
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 2 ай бұрын
মই এটা কথা কৈ থোৱা ভাল হ'ব লক্ষ্মীমপুৰ ৰেল ষ্টেচনত আছিলো বৰদেকা স্বৰ্গীয় বেনুধৰ বৰাই ৰেলত চাকৰি কৰি তাতেই নকাৰিত ঘৰ সাজি আছে।।ৰেলৰ ডক্তৰ ব্ৰক্ষ্মদতব বৰদলৈ মোৰ মোহা আছিল।।
@sewalimohan4103
@sewalimohan4103 3 ай бұрын
Anjala kothakhini khub vl lgil.❤
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
Thnx
@djelectricals34
@djelectricals34 3 ай бұрын
Very nice
@ritumonidutta6
@ritumonidutta6 4 ай бұрын
আপোনাৰ ভাষণে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে।
@menamkopegu6939
@menamkopegu6939 2 ай бұрын
❤❤❤❤❤❤❤ love you
@MonikaGogoi-m8n
@MonikaGogoi-m8n 4 ай бұрын
Tomi aru agbahi jua Anjala
@parulkalita6222
@parulkalita6222 4 ай бұрын
Very nice 👌
@buddhaboruah3008
@buddhaboruah3008 4 ай бұрын
Super❤❤❤🙏🙏🙏🤝🤝🤝
@SwadhinSutradhar-nm9uv
@SwadhinSutradhar-nm9uv 4 ай бұрын
Very Nice
@runuchetia1658
@runuchetia1658 3 ай бұрын
এঞ্জেলা চাংমাইৰ দৰে উঠি অহা নৱ প্ৰজন্ম আমাৰ গৌৰ! আমাৰ আস্থা আমাৰ ভৰসা❤️❤️❤️❤️
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
@@runuchetia1658 thnx
@assamniyor
@assamniyor 3 ай бұрын
এঞ্জেলা সঁচাই এগৰাকী ৰসিক ,বৰ ভাল লগা ম ইও গোগামুখ ৰ ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
ধন্যবাদ
@MahendranathBoro-s9f
@MahendranathBoro-s9f 4 ай бұрын
God bless to you
@pramilakhakhlary9882
@pramilakhakhlary9882 4 ай бұрын
মিঠা মাতৰ ছোৱালী। বৰ মৰম লগা।আগুৱাই যোৱা।যিজন ব্যক্তি য়ে তোমাক তুলি ধৰিলে তেওঁ বহুতো মহান হ'ব। তুমি আগুৱাই যোৱা। বোকাতহে পদুম ফুল ফুলে। কংক্রিট নহয়৷। ময়োএজনী গাঁৱলীয়া ছোৱালী।তুমি সৎ সাহসী ছোৱালী। বৰ বৰ ভাল লাগিল। লগ পাম কেতিয়াবা।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
@@pramilakhakhlary9882 thnx
@sushilkonwar7012
@sushilkonwar7012 3 ай бұрын
নাজানো তুমি -- কি কৰিব বিচাৰিছা-- সাহসয়েই আত্মাৰ -- চেতনাৰ বিষয়ে --- প্ৰকাশ পায় -- হয়তো মিচা -- কোৱা নাই -- তোমাৰ আশাৰ কৰনিত -- ভৰি পৰক -- হিয়াৰ সফুৰাত -- সাঁচি ৰখা - আজুত কল্পনাৰ -- সঁচা ৰং
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
ধন্যবাদ
@NomanMohanta
@NomanMohanta 4 ай бұрын
Apunar moromar bhakhan bohut val lage vonti
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 3 ай бұрын
এঞ্জেলা তুমি ধেমাজিৰ বুলি মানিবলৈ পাইছিলো মোৰ বয়স তোমাতকৈ প্ৰায়ে আধা বয়সত ডাঙৰ তোমাৰ ভাৱনাবোৰৰ লগতে মোৰ ভাৱ দৰষন সজাই দিবলৈ সহযোগী হোৱাৰ আশাকৰো উত্তৰ দিবা।। সুপ্ৰভাতম ।।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
ধন্যবাদ
@prasantagoswami1477
@prasantagoswami1477 Ай бұрын
ভালেই হৈছে দেখোন সাখ্যাতকাৰটো।
@ChifungSuriyaJatra
@ChifungSuriyaJatra Ай бұрын
ধন্যবাদ
Players push long pins through a cardboard box attempting to pop the balloon!
00:31
А я думаю что за звук такой знакомый? 😂😂😂
00:15
Денис Кукояка
Рет қаралды 5 МЛН
I thought one thing and the truth is something else 😂
00:34
عائلة ابو رعد Abo Raad family
Рет қаралды 10 МЛН
A Day In The Life Of A Farmer | ANGELA CHANGMAI
26:46
ND24
Рет қаралды 198 М.
Anzela sungma at kalakuchi
11:48
Comedian Ajay Nalbari
Рет қаралды 15 М.