নিৰানব্বৈ চনতে কাৰ্গিলৰে যুজঁতে | কন্ঠ- জিতুল সোনোৱাল,নিতুমণি বড়া| সোণালী ২০০০| বিহুগীত|সোণ প্ৰডাকচন

  Рет қаралды 173,007

Soan Productions

Soan Productions

Күн бұрын

Пікірлер: 152
@JintuPegu-kg7ue
@JintuPegu-kg7ue 6 ай бұрын
বীৰ শ্বহীদ জিন্তু গগৈ ৰ জীৱন কাহিনীৰ ফিল্ম এখন বনাব লাগে। জয় হিন্দ
@rimlideka1312
@rimlideka1312 Жыл бұрын
মোৰ শৈশৱৰ স্মৃতি এইবোৰ গীত জয় হিন্দ 🇮🇳
@nature6576
@nature6576 3 жыл бұрын
শ্বহীদ প্ৰণামোঁ তোমাক । 🙏🙏🙏.. ধন্যবাদ এই গীতটো দিয়া বাবে। বহুত বাৰ বিচাৰিছিলো আজি পাই গলোঁ।
@dipankarsaikia526
@dipankarsaikia526 2 жыл бұрын
ধন্যবাদ ৷ কিমান বছৰৰ পৰা যে এই গানটো বিচাৰি আছিলোঁ ৷ প্ৰথম শুনিছিলোঁ গাঁৱৰ মাঘ বিহুৰ ভেলাঘৰৰ মাইকত ৷ জিণ্টু গগৈৰ কথা, কাৰ্গিল যুদ্ধৰ কথা তেতিয়া সকলোৰে মুখে মুখে ৷ গীতটো শুনিলেই বুকুখন কিবা লাগি যায় এতিয়াও ৷
@lakheswarkalita5013
@lakheswarkalita5013 3 жыл бұрын
বহুদিনৰ মূৰত এই কালজয়ী গীতটি শুনি আপ্লুত হলো । আবেগিক হৈ দুচকু সেমেকি উঠিল।
@abinashhazarika6501
@abinashhazarika6501 3 жыл бұрын
অৱশেষত অপেক্ষাৰ অন্ত পৰিল।কিমান যে পাগলৰ দৰে বিছাৰি ফুৰিছিলো।ধন্যবাদ upload দিয়াৰ বাবে।
@pranjalofficial6019
@pranjalofficial6019 2 жыл бұрын
বেয়া লাগে ঐ কি সুন্দৰ গীত জগত দা
@dharmeswarbarua1158
@dharmeswarbarua1158 3 жыл бұрын
খুব সুন্দৰ গীত। বহুদিনৰ আগতেই শুনিছিলোঁ। আজি আকৌ শুনিবলৈ পাই ভাল লাগি গ'ল। পুৰণি গীতবোৰ এনেকৈ পুনঃসম্প্ৰচাৰৰ কৰিব বুলি আশা কৰিলোঁ। লগতে এটি অনুৰোধ- শিৱসাগৰৰ এটা ডুবিত এখন যাত্ৰীবাহি বাছ দুৰ্ঘটনাত পতিত হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি এটি বিহু গীত সেই সময়ৰ কেছেট ত (বিশেষ নাম আছিল কেছেটটিৰ) শুনিছিলোঁ। পুনৰবাৰ গীতটি সম্প্ৰচাৰৰ ব্যৱস্থা কৰিলে ধন্য হম।
@utpolneog3324
@utpolneog3324 3 жыл бұрын
এবাৰ শুনিলে হৃদয় চুই যায়। ধন্যবাদ জনাইছো আৰু সেৱা জনালোঁ বৰাদেৱক,সোণ প্ৰডাকচনৰ সমূহ কৰ্মকৰ্তাক।
@dipumpbora7904
@dipumpbora7904 3 жыл бұрын
ৰৈ আছোঁ ককাই
@pronabkonkon9331
@pronabkonkon9331 3 жыл бұрын
আমি সৰুতে বিহু মাৰোতে গাইছিলো‌‌ তেতিয়া কেছেটত শুনি.. ধন্যবাদ আপোনাক।
@monuranjangayan7237
@monuranjangayan7237 3 жыл бұрын
bohut bisari bisari aji palu khub val lagisay
@pranjalsharma7103
@pranjalsharma7103 3 жыл бұрын
বহুদিনৰ পাছত আজি পালো গানটো,, আমাৰ শৈশৱত আৱেগিক আৰু আলোড়িত কৰি এই গীতটোয়ে দেশ প্ৰেমৰে ওপচাই পেলাইছিল
@rashmirekhabora2527
@rashmirekhabora2527 3 жыл бұрын
🙏🙏🙏 কবলৈ ভাষা নাই 🙏🙏🙏
@parthabhokotia5252
@parthabhokotia5252 3 жыл бұрын
আজিহে মনতো ভাল লাগিছে
@bijitsaikia1491
@bijitsaikia1491 3 жыл бұрын
পুৰণি গীতবোৰ শুনি সচাকৈয়ে অতীতৰ সেই মধুৰ ক্ষণ বিলাকলৈ বাৰুকৈয়ে মনত পেলাইছে।
@jotintamuli5325
@jotintamuli5325 Жыл бұрын
বীৰ সৈনিকজনৰ মৃৰ্তু দিৱসত শ্ৰদ্ধাৰে সুৱৰিছোঁ।
@pallavjyotigogoi5377
@pallavjyotigogoi5377 3 жыл бұрын
আগ্ৰহেৰে অপেক্ষা কৰিলো| আৰু এটি গীত আছিল পাৰিলে দিবচোন... '৯৪ চনতে অমৰজ্যোতি বাচতে ' শিৱসাগৰৰ ৰজাবাৰীৰ দুৰ্ঘটনাক লৈ লিখা গীতটি
@ridipkumar5386
@ridipkumar5386 3 жыл бұрын
Moi u ai gaantu bisarisu dibo
@manashsaikia2881
@manashsaikia2881 3 жыл бұрын
Absolutely rt but ei song tu utube t nai
@manashsaikia2881
@manashsaikia2881 3 жыл бұрын
Pl dbosun
@SoanProductionsOfficial
@SoanProductionsOfficial 3 жыл бұрын
Jihetu xeitu Soan Productions r cassette r geet gotike okol eitu You Tube channel te pabo xei geet ti... Sonali 1995 r geet hoi... Ghotona tu 1994 r asile
@junjunakdutta8163
@junjunakdutta8163 3 жыл бұрын
@@SoanProductionsOfficial গান তো ভাল লাগে কেতিয়া পাম
@digantaborah9489
@digantaborah9489 2 жыл бұрын
Bohut dhunia geet horutei xuna.
@dipjyotidutta8156
@dipjyotidutta8156 3 жыл бұрын
বহুত ভাল লাগে গান টো
@nipenmajuli9437
@nipenmajuli9437 3 жыл бұрын
ভাল লাগিল দাদা আজি গানটো শুনি ।।
@mintubauri2504
@mintubauri2504 2 жыл бұрын
Khub.hundor.lagil.kesetor.dinote.hunisilu.aji.you.tabotpai.nothoi.hukhi.anuvob.korisu
@juribhuyan7403
@juribhuyan7403 3 жыл бұрын
Dhanyabad thakil 2maloi.❤️❤️
@dipjyotitalukdarvlogs4691
@dipjyotitalukdarvlogs4691 3 жыл бұрын
নীল আকাশত উৰা মাৰে গংগা চিলনী , কবানে বাৰু তুমি মৰমী ভাল পাও বুলি ঐ ভাল পাও বুলি " অনুগ্ৰহ কৰি এই গীতটো দিবচোন । বহুত বিচাৰি আছো কতো পোৱা নাই । দিলে বহুত সুখী হ'ম ।❤️
@SoanProductionsOfficial
@SoanProductionsOfficial 3 жыл бұрын
নিশ্চয়, অকল আমাৰ KZbin চেনেলতে পাব সেই গীতটো। আৰু কোনো KZbin চেনেলৰ হাতত নাই। কোনোবাই আপলোড কৰিলেও বে-আইনী ভাৱে আপলোড কৰিব পাৰে। বিনা সোণ প্ৰডাকচনৰ অনুমতিত।
@dipjyotitalukdarvlogs4691
@dipjyotitalukdarvlogs4691 3 жыл бұрын
@@SoanProductionsOfficial আশা কৰিছোঁ , সোনকালেই যেন আমাৰ বাবে এই গীতটো উপলব্ধ হয় ❤️ ।
@hemantabhuyanbhuyan2499
@hemantabhuyanbhuyan2499 2 жыл бұрын
Moio bisari aso aajiloi powa nai
@bububorah1640
@bububorah1640 3 жыл бұрын
Bor val lagil gaantu khuni
@nipenmajuli9437
@nipenmajuli9437 3 жыл бұрын
গানটো শুনিব পাম বুলি বহু আশাৰে অপেক্ষা কৰি আছো।।
@abhijitphukon7322
@abhijitphukon7322 3 жыл бұрын
বহুত বহুত ধন্যবাদ গানটো দিয়াৰ বাবে
@mridulborah7805
@mridulborah7805 3 жыл бұрын
ভাল লাগিল আৰু দি থাকিব
@jaybori2792
@jaybori2792 Жыл бұрын
ধন্যবাদ, অতিত জি উঠা গান দিয়াৰ ভাবে ।
@JaganathLalung-tx6xe
@JaganathLalung-tx6xe 5 ай бұрын
সঁচাকৈয়ে বৰ দুখ লগা
@pranabnath120
@pranabnath120 2 жыл бұрын
Moja
@surenkonwar2514
@surenkonwar2514 3 жыл бұрын
mojja lagise huni
@__all___assam____collabration_
@__all___assam____collabration_ 3 жыл бұрын
Bohut puroni gan to xuni bor bhal lagil
@dikshitadas3938
@dikshitadas3938 3 жыл бұрын
"shershaah" sai uthi, Assamor swahid cpt. Jintu Gogoi devloi akow aber pranam🙏
@সপোন-জ৩জ
@সপোন-জ৩জ 3 жыл бұрын
পুৱাই গীতটোৰ নটিফিকেচন পাই লৰালৰিকৈ প্লে কৰিছো ! বহুত বহুত ধন্যবাদ@তোমাক
@rajudekakantha
@rajudekakantha 3 жыл бұрын
আপেক্ষাৰ অন্ত পেলাই,,,, বুকুখন ধপধপ কৰিছে।
@ratulrajbongshi7437
@ratulrajbongshi7437 3 жыл бұрын
অপেক্ষা অন্ত । ভাল লাগিল ।
@robin.saikia
@robin.saikia 3 жыл бұрын
কি সুন্দৰ গীত বাহ।
@chandansaikia5194
@chandansaikia5194 3 жыл бұрын
Aji he মনটো val lagise । বহুত বহুত ধন্যবাদ শ্বপ্নিল দা
@kulenbarman6935
@kulenbarman6935 Жыл бұрын
Oh bap re kiman dinor pora roi asilu ai git to hunim buli aji monor akha puron hol thanks 🙏
@debajitmahanta6666
@debajitmahanta6666 Жыл бұрын
বহুত ভাল লাগিল
@apurbachoudhury5468
@apurbachoudhury5468 3 жыл бұрын
বহুত অপেক্ষা কৰি আছিলোঁ দাদা ভাল লাগিল শুনি
@bontiburagohainchetia1953
@bontiburagohainchetia1953 Жыл бұрын
Bohut val lagil.
@rumibora1612
@rumibora1612 2 жыл бұрын
old is gold. bor val lagil
@anantakalitakalita4492
@anantakalitakalita4492 3 жыл бұрын
Val lge enekuwa geet belak xunibole pale
@KoshakantaDutta
@KoshakantaDutta 5 ай бұрын
Bahut bahut dhai na bad...bar...Piya gan...🌹🙏👍💕👍🙏💕🌹
@gunajitsarma5579
@gunajitsarma5579 3 жыл бұрын
Bohut happy holu gaan2 suni .jodio ba gaan2 dukh loga 🙏🙏🙏
@juribokal6336
@juribokal6336 3 ай бұрын
Enakua geet bur herai gol❤
@mrinmay_N
@mrinmay_N 3 жыл бұрын
বৰদেউতাই এই গীতটোৰ কথা বহুদিনৰ আগতেই কৈছিল। আজি হে শুনিবলৈ পালোঁ। ভাল লাগিল দেই।
@bhaitibhaiti2332
@bhaitibhaiti2332 3 жыл бұрын
সুন্দৰ
@simantasaikiaofficial9196
@simantasaikiaofficial9196 Жыл бұрын
উফ মনবোৰ কিবা হৈ যায় অ' 😢
@jyotiprasad6858
@jyotiprasad6858 3 жыл бұрын
soan production k dhoinyo bad jonalu...bohut val loga gaan ata pam hunibole
@chandanbora7148
@chandanbora7148 2 жыл бұрын
hundor anubhav
@ajitbori9112
@ajitbori9112 6 ай бұрын
গীতটোৰ জড়িয়তেই বীৰ শ্বহীদ গৰাকীলৈ অশ্ৰদ্ধ প্ৰণাম ও সকলো শিল্পী কেইগৰাকীক ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
@digantadutta3141
@digantadutta3141 3 жыл бұрын
Sundor geet
@sam5372
@sam5372 4 ай бұрын
❤❤val lagile 2024 hune asu
@amordutta4659
@amordutta4659 2 жыл бұрын
Bor val lagil
@dibyajyotisarmah8714
@dibyajyotisarmah8714 3 жыл бұрын
গীতটি শুনিলে সচাই গাৰ নোম শিহৰি যায়
@dipumpbora7904
@dipumpbora7904 3 жыл бұрын
ধন্যবাদ ককাই
@mridudas450
@mridudas450 3 жыл бұрын
Gantu akou abar hunibole Pam buli vibai nasilu bahut bahut dhanyabad thakil apunaloi
@bhardraantbora626
@bhardraantbora626 3 жыл бұрын
হৃদয়ৰ শৰাই আগবঢ়াই সন্মান যাচিছো , আপোনালোকক অনুৰোধ কৰা বিহু গীত সমুহ আমালৈ দিয়াৰ বাবে,।।( ধন্যবাদ শিল্পী জগত) Bhabra Kanta bora,,
@mayandas9581
@mayandas9581 2 жыл бұрын
Jai.hind
@gdas8965
@gdas8965 Жыл бұрын
I love song jitul sanowal...
@rajudekakantha
@rajudekakantha 3 жыл бұрын
"ব্ৰহ্মপুত্ৰৰ সিপাৰে তুমাৰনো ঘৰ উজনি অসমতে" গীতটো দিবৰ চেষ্টা কৰিব।
@NipamTalukdar
@NipamTalukdar Ай бұрын
Already diya ase gaan2 Moi just sunilu 16/11/24 ,,,Love from Nalbari
@gdevburagohain4700
@gdevburagohain4700 Жыл бұрын
Baa aaji ei Album gaan kita huni Mur horu kaal orr din tu le monot pori goise. Eta Philips tape aasil ei Album khon release houte kini aanisile deutai
@Deepshikhabora14
@Deepshikhabora14 3 жыл бұрын
বহুত ভাল লাগে গানটো ।
@manowarhussain8076
@manowarhussain8076 Жыл бұрын
১৯৯৫ সোনালী । নীল আকাশত উৰা মাৰে গংগা চিলনী গীতটৌ দিবচোন
@pushpadas5208
@pushpadas5208 3 жыл бұрын
Beautiful
@dhrubajyotigogoi518
@dhrubajyotigogoi518 3 жыл бұрын
ভাল লাগিল । সোনালী ৯৬ ৰ গীতকেইটি আপলোড দিবচোন
@গোগামুখৰলৰা
@গোগামুখৰলৰা 3 жыл бұрын
Waiting
@hemantabhuyanbhuyan2499
@hemantabhuyanbhuyan2499 2 жыл бұрын
Xarute xuna aajio manot ase bahut bhal pao aybor gan.. Parag dasr hatyak loi gan ata aasile xeytu diboson plz
@kolaidas9286
@kolaidas9286 2 жыл бұрын
👌👌👌🙏🙏🙏
@tanmayeeboruahentertainmen1205
@tanmayeeboruahentertainmen1205 2 жыл бұрын
হিমালয়ৰ শিখৰত যুদ্ধ চলিল সীমান্তত গীতটো দিবছোন মোৰ প্ৰিয় গীত
@dipuborah5467
@dipuborah5467 2 жыл бұрын
এই গীতটো মইও বিচাৰি ফুৰিছো । অনুগ্রহ কৰি কাৰোবাৰ ওচৰত কিবা তথ্য থাকিলে জনাওৱক না।
@jintumonidutta2788
@jintumonidutta2788 3 жыл бұрын
Gaantu bhut bhal lage
@PrankrishnaBorah-u4u
@PrankrishnaBorah-u4u Ай бұрын
Mantu val lagil gaan to xuni
@pankajsaikia9599
@pankajsaikia9599 3 жыл бұрын
আজি সোনালী গান বোৰ পোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ
@junhazarika407
@junhazarika407 3 жыл бұрын
Very nice song Thank-you
@srisrikamalabarisatrapuron249
@srisrikamalabarisatrapuron249 Жыл бұрын
পাহৰিব নোৱাৰা সেই গীতবোৰ
@nipondeka2057
@nipondeka2057 Жыл бұрын
O god..kimn bosor murot palu gantu
@hujiatubinikram7775
@hujiatubinikram7775 2 жыл бұрын
Nil akaxot ura mare Ganga siloni song tu plz upload koribo soon..🙏🙏🙏🙏
@bipulboruah9937
@bipulboruah9937 3 жыл бұрын
🙏🙏🙏
@shuklengmunggogoi4238
@shuklengmunggogoi4238 5 ай бұрын
😢😢😢😢😢😢😢😢😢
@SanjayDas-jy4gm
@SanjayDas-jy4gm 8 ай бұрын
Very very nice
@sunilgogoi115
@sunilgogoi115 2 жыл бұрын
Hidoi. Sui. Jai
@MadhujyaboraSrimadhujyabora
@MadhujyaboraSrimadhujyabora Жыл бұрын
❤❤❤
@naturalindia7740
@naturalindia7740 2 жыл бұрын
Nostalgic...😭😭
@dipuborah5467
@dipuborah5467 2 жыл бұрын
কাগিল যুদ্ধ ৰ আন এটি বিহুগীত আচে, অনুগ্রহ কৰি আপলোড কৰিবচোন।।
@SoanProductionsOfficial
@SoanProductionsOfficial 2 жыл бұрын
Xeitu Soan Productions r cassette r geet nasile. Producer aru production house beleg. Iyaat okol aami amar Soan Productions r banner t mukoli huwa cassette buror geet he pabo... Jene Sonali, Paharor Juriti, Kalpana eikeita hoise amar premium album. Sonalir Series asile 1994-2007. Paharor Juriti Series asile 1991-2002. Thik tenekoi Kalpana Series asile. Aami belegor cassette album bihugeet horinaam upload nokoru. Dhonyobad.
@dipuborah5467
@dipuborah5467 2 жыл бұрын
@@SoanProductionsOfficial ধন্যবাদ দাদা। কিন্তু গীতটো কোন প্ৰডাকচনৰ আছিল জনাব পাৰিব নেকি, কেছেটটো নামটো।
@SoanProductionsOfficial
@SoanProductionsOfficial 2 жыл бұрын
Aan eta comment t reply korisu. Sabo.
@dipuborah5467
@dipuborah5467 2 жыл бұрын
দাদা বিচাৰি পোৱা নাই 🥺
@SoanProductionsOfficial
@SoanProductionsOfficial 2 жыл бұрын
Xeitu geet amar xokolure shrodhar xilpi Sibsagaror baxinda Chandra Chamuah debe likha. Amar Sonali Albumot teu bohu keita xundor xuriya kalojoyi geet Soan Productionor jugedi axombakhi raijok upohar dise. Khub xomvob Himalayar Xikhorot geet tu Wave Production house tur kunuba eta bihu albumor hobo. Aru xei album tur Porisalok Soan Productionor Proprietor Dhol Samrat Somnath Borah Oja debei asile sage xomvoboto. Imaan najanim. Kintu amar cassette r nohoi. Xeitu ekebarei sure.
@goneshkalita8150
@goneshkalita8150 Жыл бұрын
Purna bihu geeta asomia nont notuj ahoron jaga gonesh kalita tamil nadu
@unknownreason8672
@unknownreason8672 25 күн бұрын
Ai gan tu sonali casste hunilu bahut dukh Lage hei kargilar hamayt
@dhruvvlogs4608
@dhruvvlogs4608 3 жыл бұрын
৯৪ চনতে অমৰজ্যোতি বাছ তে এই গীত টি পোৱা নাই, আছে যদি দিব চূণ
@SoanProductionsOfficial
@SoanProductionsOfficial 3 жыл бұрын
নিশ্চয়। সোণালী কেছেটৰ গীত অকল মাথোঁ এই You Tube চেনেলতেই পাব। দুদিনমান দেৰি হ'ব পাৰে কাৰণ এতিয়া পৰিস্থিতি বেয়া কাৰণে আমি কিছু কিছু কেছেটৰ Processing কৰিব পৰা নাই।
@dhruvvlogs4608
@dhruvvlogs4608 3 жыл бұрын
@@SoanProductionsOfficial বহুত আশাবাদী । এই চেনেল টোৰ জৰিয়তে অতীতলৈ উভতি যাব পৰিছো। বহুত ধন্যবাদ
@SoanProductionsOfficial
@SoanProductionsOfficial 3 жыл бұрын
আমি যিমান পাৰোঁ চেষ্টা কৰিম🙏🏻
@marvigogoilifes8381
@marvigogoilifes8381 5 ай бұрын
Aaji aaku hunilu,,kargil judhor 25bosor hol
@mridulborah7805
@mridulborah7805 3 жыл бұрын
অনুপম শইকীয়া বিহু গান দিব
@ajitneog7659
@ajitneog7659 3 жыл бұрын
গানটো বহুত বিচাৰিছিলো কিন্ত নাপালো॥ আজি গানটোৰ নটিফিকেইছন অহাৰ লগে-লগে গান তো ডাউনলোড কৰি থলোঁ॥ 🌹শ্বহীদ প্ৰণামো তোমাক🌹 🙏🙏🙏🙏🙏🙏🙏🙏 পাৰিলে অডিঅ দিবছোন
@nitubarman513
@nitubarman513 3 жыл бұрын
Amorjoyti busere durbhogiya jatri saba goisile ujanile ei geet to diboson plz
@rajusaikia6451
@rajusaikia6451 Жыл бұрын
আমেৰিকাতে ওচামা বিন লাদেনে দেশৰ গড়ৰ পেন্টাৰ গনত বমা দি ভাঙিলে গান টো দিবচোন প্লিজ!🙏
@SoanProductionsOfficial
@SoanProductionsOfficial Жыл бұрын
Already upload kori thuwa ase...
@inuborah2286
@inuborah2286 Жыл бұрын
Bohut dukh lage geet tu xunile
@biswajitgayan6631
@biswajitgayan6631 Жыл бұрын
মাটিৰ গান শুনি থাকিলেও আমনি নালাগে।
@robinhazarika2995
@robinhazarika2995 3 жыл бұрын
Nolin hazarika r mitur ata gan asil heitu parile dibsun
@babuborah9155
@babuborah9155 3 жыл бұрын
A niboja sun
@SoanProductionsOfficial
@SoanProductionsOfficial 3 жыл бұрын
Deubare bajibo... Premier hobo puwa 5:55 bojaat... Premier korim karone eneke ulaise...
@debojitkalitaofficial
@debojitkalitaofficial 3 жыл бұрын
শৰাইঘাটৰ দলং নকৰে ধলং পলং বিহু গীতো দিব
@SoanProductionsOfficial
@SoanProductionsOfficial 3 жыл бұрын
সেইটো সোণ প্ৰডাকচনৰ গীত নহয় যেন পাইছোঁ।
@SoanProductionsOfficial
@SoanProductionsOfficial 3 жыл бұрын
Aami agote ullekh kori disu je ei channelot okol Soan Productions cassette xomuhor geet he upolobdho hobo... Belegor production geet aami upload koriboloi odhikaar napaam... Etia kori dileu... Pisot maat matile aami jobaabdihi hom Xeikarone ei kaam tu aami ketiyau nokoru... Dhonyobad
@anupkalita8322
@anupkalita8322 3 жыл бұрын
Mur maramar junmoni chikun tumar mukhkhni gaanto diba. please
人是不能做到吗?#火影忍者 #家人  #佐助
00:20
火影忍者一家
Рет қаралды 20 МЛН
So Cute 🥰 who is better?
00:15
dednahype
Рет қаралды 19 МЛН
Cat mode and a glass of water #family #humor #fun
00:22
Kotiki_Z
Рет қаралды 42 МЛН
জীৱনত মই এবাৰহে জান ডাঙৰ ভূল কৰিলো JIBONOT MOI EBAR HE JAAN DANGOR BHOOL KORILU
6:38
ভাল লগা পুৰণি অসমীয়া বিহু গীত
Рет қаралды 4,8 МЛН
Pub Akaxor
7:52
Zubeen Garg Music
Рет қаралды 432 М.
人是不能做到吗?#火影忍者 #家人  #佐助
00:20
火影忍者一家
Рет қаралды 20 МЛН