Son-Daughter Abandoned Mother : পুত্ৰই অৱহেলা কৰা এগৰাকী অসহায় মাতৃ | N18V

  Рет қаралды 123,450

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Son-Daughter Abandoned Mother | পুত্ৰৰ লাঞ্চনাৰ বাবে স্মৃতি শক্তি হেৰুৱাই আনৰ ঘৰত আশ্ৰয় ল'ব লগা হৈছে এগৰাকী মাতৃ। এগৰাকী জনজাতি লোকে আশ্ৰয় দিছে উচ্চ বৰ্ণৰ এইগৰাকী অসহায় মহিলাক ।
#News18Assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#uadalgurinews #udalgurinewstoday
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 107
@ushadas1841
@ushadas1841 2 ай бұрын
আপোনাক ঈশ্বৰে ভাল কৰিব, যত নিজৰ পুত্ৰৰ সময় নাই মাতৃক চাবলৈ চুবুৰীয়া হিচাবে আপুনি ইমান কৰিছে🙏👍
@popybordoloi
@popybordoloi 2 ай бұрын
😮
@lukumailekharu1022
@lukumailekharu1022 2 ай бұрын
😊 God help u dads
@SwapnaDevi-i5s
@SwapnaDevi-i5s 2 ай бұрын
অসমত এখন কাৰাগাৰ বনাব লাগে এইবোৰ সন্তানৰ বাবে ।
@Neenasonowal
@Neenasonowal 2 ай бұрын
100% right
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 2 ай бұрын
কুলাংগাৰ পুত্ৰই এদিন নিজে প্ৰস্তাৱ। মই শত কোটি প্ৰণাম জনাইছো এই মহান হিদয়বান ব্যক্তি জনক,যি ইমান অতিৰিক্ত বস্তুৰ দামৰ দিনতো খোৱা বোৱা চিকিৎসাৰ নামত ইমান টকা ব্যয় কৰিছে। ভগৱানে সদায় ভালে ৰাখক 🙏🏻🙏🏻🙏🏻🙏🏻
@durgadeori1422
@durgadeori1422 2 ай бұрын
আপোনাৰ দৰে এটা অঞ্চলত দহ জন হৃদয়বান মানুহ থাকিলে অঞ্চলটু বহুতো ভাল হ'ল হ্য় আপোনাক ভগৱানে সহায় কৰে যেন।লগতে মাতৃয়ে ও ন্যায় পাওক।
@RanuBuragohain-h2z
@RanuBuragohain-h2z 2 ай бұрын
আপোনাৰ মহানুভৱতা ক শলাগ লৈছোঁ। বৰ্ণ বৈষম্য ই বিভেদৰ সৃষ্টি কৰে।।মানৱ ধৰ্মৰ সমান কোনো ধৰ্ম হ'ব নোৱাৰে। ভগৱান থাকে মানুহৰ হৃদয়ত। পিতৃ মাতৃ সেৱাই ঈশ্বৰৰ সেৱা।।
@KulenGogoi
@KulenGogoi 2 ай бұрын
শৰণীয়া ডাঙৰীয়া আপোনাৰ দীৰ্ঘায়ূ তথা সুস্থ ও সুখী জীৱনৰ কমনা
@damarapotaklg2907
@damarapotaklg2907 2 ай бұрын
শৰণীয়া ছাৰ লৈ ধন্যবাদ জ্ঞাপন কৰিলো।
@babulali3856
@babulali3856 2 ай бұрын
নিম্ন বৰ্ণ বা উচ্ছ বৰ্ণ হলেই মানুহ নুবুজাই মানসিকতা সকলোতকৈ উৰধ্ত মানসিকতা নিম্ন বাবেই মাককো এবহেলা কৰিব পাৰিছে আৰু ইয়াকে কয় কুলাংগাৰ পুত্ৰ ।
@bontisarmah7541
@bontisarmah7541 2 ай бұрын
আচলতে কামত হে বৰ্ণৰ বিচাৰ হয় ।তেওঁলোকৰ চিন্তা ধাৰা ইমান উচ্চ তেওঁলোকক আমি উচ্চ বৰ্ণৰ বুলি কব লাগিব
@faridaahmed5968
@faridaahmed5968 2 ай бұрын
God bless the neighbor who is very kind hearted.
@ranuDevi-i2n
@ranuDevi-i2n 2 ай бұрын
এনেকুৱা মাতৃ এগৰাকী মোৰ বহুত প্ৰয়োজন।
@momasvlog6238
@momasvlog6238 2 ай бұрын
শিক্ষক গৰাকী মহান। তেখেতৰ কৰ্মৰাজী শলাগিব লগীয়া ।
@JinuBorgohain-y6n
@JinuBorgohain-y6n 2 ай бұрын
চাৰজনক 🙏 জনালো।বিষয়টো সংবাদমাধ্যমে মূখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰিব বুলি আশা কৰিলো।
@pobitraboruah9266
@pobitraboruah9266 2 ай бұрын
মানৱ সেৱাই আচল সেৱা , ভগৱানে আপোনাৰ সু মঙ্গল কৰক । তেওঁ লোকক ওচৰৰ চুবুৰীয়াই আইনক জনাব লাগে
@ISeeYou-fc5zg
@ISeeYou-fc5zg 2 ай бұрын
পুত্ৰ আৰু বোৱাৰী দুয়োজনৰেই চৰকাৰী চাকৰি টো চেতেপ কৰি দিব লাগে।
@lakhikalita8394
@lakhikalita8394 2 ай бұрын
কৃষ্ণ কৃষ্ণ আপোনাক ভগবানে সহায় কৰক
@rajumonibaruah8389
@rajumonibaruah8389 Ай бұрын
আপুনি মহান ।ভাষা নাই বুজাব নোৱাৰি। কৃষ্ণ কৃষ্ণ সেৱা জনালোঁ
@mamoniboraphukanhabiawc5196
@mamoniboraphukanhabiawc5196 Ай бұрын
Great 🙏.Apunar dhormo hoise.
@animachetia2172
@animachetia2172 2 ай бұрын
পুত্ৰ জনেও এদিন তাৰ ফল বাৰুকৈয়ে পাব,কথাতে কয় আৰ্জিলে ফল ভুনজীবলে পায়, আশ্ৰয় দিয়া জনক হতকুতি প্ৰনাম
@jyotigogoi3852
@jyotigogoi3852 2 ай бұрын
You are so good person, Thank
@bharatisaikia1388
@bharatisaikia1388 2 ай бұрын
আপুনি মহান ঈশ্বৰে আপোনাক মঙ্গল কৰক।
@kamalagogoi2428
@kamalagogoi2428 2 ай бұрын
পুত্ৰৰ নামত কলংক, চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰক🙏🙏
@HiteshDeka-hp7nf
@HiteshDeka-hp7nf 2 ай бұрын
এই জন আকৌ কিমান আদৰ্শ ৱান শিক্ষক লৰা ছোৱালী য়ে তেওঁৰ পৰা কি পোৱাৰ আশা কৰিব পাৰি
@pompydevi769
@pompydevi769 2 ай бұрын
কলি যোগত কোনো কাকো চিনি নাপাই লৰা ছোৱালী মাক দেউতাকক চিনি নাপায়।আৰু কিছুমান মাক দেউতাকে নিজৰ পৰা বোৱাৰী লগত মিলিব নোৱাৰে । বহুত দেখিছোঁ লৰা বোৱাৰী মাকক দেউতাকক অবহেলা কৰা।আৰু কিছুমান এনে মাক দেউতাক আছে নিজৰ পৰা বোৱাৰী দেখিব নোৱাৰা এনে বোৰ নহয় সকলো মিলি জুলি থাকিব পৰাকৈ। সকলোকে। দিয়া প্ৰভু ।
@DINAM_BX
@DINAM_BX 2 ай бұрын
Sarania sir 🙏🙏🙏🙏 god bless ❤
@mintusarmah1271
@mintusarmah1271 2 ай бұрын
❤❤❤ God bless him
@mayaranidas189
@mayaranidas189 2 ай бұрын
Great you sir God bless you
@Bidbeast
@Bidbeast 2 ай бұрын
আমাৰ বৰ্তমান সমাজত সম্পৰ্ক বোৰৰ মাজত ফাট মেলা দেখা গৈছে।ভাবিলে আচৰিত লাগে।বৰ্তমান পুত্ৰ বোৰক বিশেষকৈ ধাৰাখাই কৰা দেখা গৈছে। মই ভাবো কোনোবা দুষ্ট আৰু কুতিল মনৰ লোকৰ বলি হৈছে।কাৰণ সমাজত পুত্ৰ সন্তানক অধিক গুৰুত্ব দিয়া হৈছিল।আগৰ দিনত পৰিয়ালৰ মাজত মিলা প্ৰীতি বহুত আছিল।মইও তেনেকুৱা এখন ঘৰতে তৈয়াৰ হৈছিলো।একে পৰিয়ালৰ যি কেইগৰাকীৰ লৰা নাই ছোৱালী আছে তেওঁলোকে সম পৰিমাণত দুওকে মৰম কৰা দেখা গৈছিল।তেতিয়া হিংসা পৰিহাৰ কৰি চলিছিল ।সেইকাৰণে কাজিয়া পেছাল কম আছিল।আজিকালি যিবিলাক লোকৰ লৰা নাই তেওঁলোকে জোৱাই গৰাকীক পুত্ৰ জ্ঞান কৰক। তাত কব লগীয়া নাই।কিন্তু জোৱাই গৰাকী কাৰোবাৰ পুত্ৰ মনত ৰখা উচিত।পিতৃ মাতৃৰ মনত লৰা ছোৱালী সমান হোৱা উচিত।তেওঁলোক আমাৰ সম্পত্তি ।মানৱতা জাগ্ৰত কৰি কান ঘোলা নকৰি মূৰত বোজা দিয়া বন্ধ হলে স্বামী স্ত্ৰী মাতৃ পুত্ৰৰ সম্পৰ্ক সুস্থিৰ হব বুলি মোৰ ভাৱ হয়।
@nityanandamahanta1849
@nityanandamahanta1849 2 ай бұрын
You are great salute sir❤
@foujilifestyle3545
@foujilifestyle3545 2 ай бұрын
u r great sir
@sandhyadas7651
@sandhyadas7651 2 ай бұрын
পুত্ৰ বোৱাৰীৰ o একে অবস্থা হব
@punjanbaruah9427
@punjanbaruah9427 2 ай бұрын
তেখেতৰ পুতেকবোৱাৰীয়েক কুলাংগাৰ বৰ্ণৰ।
@priyankabaruah2311
@priyankabaruah2311 2 ай бұрын
সচাকৈ এনেকুৱা সন্তানক ৰাখিবলৈ এখন কাৰাগাৰৰ ব্যৱস্থা কৰিব লাগে। মামাই কিয় একো পৰিবৰ্তন কৰিব পৰা নাই, এই বিশেষ বিষয়টো। ভাগিনীয়েকহতক পঢ়া শুনাৰ নামত দিয়া পইচা, অন্য আঁচনিবোৰ আছেই। সকলো হৈছে। কিন্তু এইটো কিয় সমাধান নহয়। এই মানুহজনকহে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাব লাগে। এইবোৰ আৰু বাঢ়িবহে। কাৰণ চৰকাৰ আগতেও আছিল কিন্তু এতিয়াৰ দৰে মেট্ৰিক, হায়াৰ চেকেণ্ডেৰী পাচ কৰিলেই ধনৰ টোপোলাটো, স্কুটিখন কিয় দিব লাগে। ইহঁতৰ দায়িত্ব পঢ়াটোৱেই। একো নৌহওঁতেই যদি সিহঁতৰ চেঙেলীয়া বয়সত এই বস্তবোৰ পাই যায়। মই আকৌ পোৱা কাৰণে বেয়া নাই পোৱা কিন্তু চৰকাৰে এই সুবিধা অভিভাৱকক দিব লাগে যাতে অপব্যৱহাৰ নহয়। আৰু কিমান কি হ'ব কোনে জানে।
@daimary2597
@daimary2597 2 ай бұрын
God Blessed you
@PrabitaSaikia-ud3vh
@PrabitaSaikia-ud3vh 2 ай бұрын
Apunak koti koti pranam apuni bahut purnya kam korise vagabane apunak mangal korib
@Rokcybhai-v7i
@Rokcybhai-v7i 2 ай бұрын
সুন্দৰ পদক্ষেপ
@ranjitamahanta7707
@ranjitamahanta7707 Ай бұрын
সচাই বৰ দুখ লগা
@manojdeka5430
@manojdeka5430 Ай бұрын
very good sir
@ManjuBoruah-q6o
@ManjuBoruah-q6o 5 күн бұрын
আইতা গৰাকী য়ে পেঞ্চন পাব লাগে । খবৰ কৰিবচোন।
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd 2 ай бұрын
কৰ্ম অনুযায়ীহে জাত পাতৰ কথা থাকে কৃষ্ণ
@indian9943
@indian9943 2 ай бұрын
Ainor pora nishoi khari ase kintu upar walar pora ketiyaw khari najai pravu 🙏🏻
@White-vt9yy
@White-vt9yy 2 ай бұрын
Aibur ki hoise 😑
@SurajjyotiDeka
@SurajjyotiDeka 2 ай бұрын
এনেকুৱা পুত্ৰ কন্যা বোৱাৰিক গৰম পানী ঢালি ধুনীয়া মুখ মণ্ডল কুটছিত কৰি দিব লাগে। আৰু এনেকুৱা আশ্ৰয় দাতাক ভগৱানে মঙ্গল কৰক।
@BosuBorah
@BosuBorah 6 күн бұрын
শৰণীয়া ডাঙৰীয়া আপুনি গোনৰ দ্বাৰা উচ্চ হৈছে। তেওঁ লোক হে নিজ কাৰণ তেওঁলোকৰ জাতি উচ্চ হ'লেও গওনত নিচ ।কাৰন জন্মত কোনোৱে জাতিলৈ নাহে ।
@mahendrakalita8549
@mahendrakalita8549 2 ай бұрын
Sarkare directly salary cuti makak diar bebastha korak
@BinaGohain-un2ot
@BinaGohain-un2ot 2 ай бұрын
Apuner Mongol kamona korilu
@purnimadevi1660
@purnimadevi1660 2 ай бұрын
😭😭
@girishchtalukdar2574
@girishchtalukdar2574 2 ай бұрын
Need to avoid such son /daughter
@horensaikia2912
@horensaikia2912 2 ай бұрын
Great
@hemantiroy8004
@hemantiroy8004 2 ай бұрын
Manuh jonok bohut val babehe
@niranjankalita4493
@niranjankalita4493 2 ай бұрын
Saraniya da, aponak ki buli ko,bhasa bisari powa nai,apuni dhanya, aponak satakoti pranam jonalo.krishna.
@Digantahazarika-v5h
@Digantahazarika-v5h 2 ай бұрын
মোৰ এজন বন্ধুৱে কথাৰ মাজতে কলে “কি হে হাজৰিকা কাম নাপালা আৰু তুমি বুলি পৰহি মা দেউতাকো লগত ৰাখিম বুলি লৈ আহিলা..ছিঃ ছিঃ তুমি লৰাটোৰ পৰীক্ষাৰ সময়ত বৰ বেয়া কাম কৰিছা“..পত্নীয়ে মুখ উফন্দাই মোক কলে “মই কাইলৈৰ পৰা এই খন ঘৰত নাথাকো তুমি মা দেউতাৰা লগতে থাকা....আদি কথাবোৰ শুনি শুনি কানঘোলা হৈ পৰিছে৷ এতিয়া মোৰ কৱলগীয়া এইটোৱেই যে যি সকলে মোৰ বৃদ্ধ পিতৃ মাতৃক আবজনা বুলি কবলৈ গৈছে তেওঁলোকে কিয় এবাৰো ভবা নাই সকলোৱেই এদিন বৃদ্ধ হৱ সকলোৱেই এদিন পিতৃ মাতৃ হৱ৷
@pariboruah6694
@pariboruah6694 2 ай бұрын
Apunakpranamjanayshu❤❤❤pravu
@upenpokhrel1740
@upenpokhrel1740 2 ай бұрын
Sir apuni mahan,putra buwari k punishment habo lage
@tribenihazarika4244
@tribenihazarika4244 2 ай бұрын
Mamai kebal bailya vivah r case burake biser korar uporiu enekuwa case burat kio gurutta nidiye strange ......
@villagelife9307
@villagelife9307 2 ай бұрын
😭😢
@jogeswarinath4467
@jogeswarinath4467 2 ай бұрын
He. Mahàn. Tumi. Dhanya. Howa
@AnimaC19
@AnimaC19 2 ай бұрын
🙏🙏🙏
@surabhiboro7490
@surabhiboro7490 2 ай бұрын
সিহতৰে একে গতি হব
@sumitraphukan6916
@sumitraphukan6916 2 ай бұрын
আইন আইন ভাগে থাকক চৰকাৰে দিব নোৱাৰিছে আমাৰ কাম আমি কৰি জাম সেই ভাবি কৰি গৈছে মাক দেউতাকক ৰাখিব নোৱাৰে ভাল জাতৰ কুকুৰ দুটামান ৰাখিব পাৰে
@binitagogoi1991
@binitagogoi1991 2 ай бұрын
News reporter jonor varna k loi kua kothakhinie asorit korile.usso barna etc wordbur hunibole srutikotu aru akha koru hangbadikotar lgt joritoluk ajone enekua word porihar korile val aru mak deutakor vabe dayitwo kebol purek buwariyekore nohoi jiyek juwayekoru.so matrigorakir ai abosthar babe kebol putroi kulangar nohoi jiyeku kulangar.hontan mane kebol lorajone nohoi jiyeku hontan.aloi athani kora putro aru jiyek hokolu homane jogoria .
@PradipDas-td2eb
@PradipDas-td2eb 2 ай бұрын
Ussa barna nimna barna buli kono kotha nay eya matro ohonkaror protik dada apuni mohan
@anilboro4741
@anilboro4741 2 ай бұрын
আপুনি আগতে বড়ো আছিল পিছত শৰণীয়া উপাধি লৈছে। বাকি যি কি নহওঁক কামটো যথেষ্ট ভাল কাম কৰিছে।
@Nikun31
@Nikun31 2 ай бұрын
Apunar hatot ki proman ase boro asil boli, tekhetor deotako Sarania opadhire lok asil konu boro manoh nasil, ekhetor deotak ajon jatiyo sohid asil,
@Nikun31
@Nikun31 2 ай бұрын
Anekowa kothato bitorko nera, ki boro ki Sarania, apunar manokhikota kiman thek boja goise
@anilboro4741
@anilboro4741 2 ай бұрын
@@Nikun31 বাবু তোমাৰ জ্ঞাতাৰ্থে জনাইছোঁ যে আগতে শৰণীয়া বুলি কোনো জনগোষ্ঠী নাছিল। এতিয়া যিমান বোৰ শৰণীয়া আছে সবেই বড়ো ৰাভা বা অন্য জনগোষ্ঠীৰ পৰা শৰণ লৈ গঠন হোৱা এক জাতি। প্ৰাক্তন সাংসদ নৱ শৰণীয়াও আগতে বড়োৱে আছিল। এতিয়াও লিগেচি ডাটাত তেওঁ লোকৰ পূৰ্ব পুৰুষ বড়ো বুলি ওলাব।
@hemantiroy8004
@hemantiroy8004 2 ай бұрын
Reporter jon kio jatpat ullekh koribo lage manu hishabe korise seyai bohut korise
@dipabhuyan3684
@dipabhuyan3684 2 ай бұрын
এই পুএ বোৱাৰী ক অধম
@mrinmoy13
@mrinmoy13 2 ай бұрын
News tu bohut dukhor aru ajir xomoyt soli thka ghotona, kisuman bibekhin xontanor babe ene obostha hoise... But reprtr jone bhul kotha eta koise, matri goraki ussho bornor, aru jot teu asroy loise teulukk xoronia jonojatio buli koise.. Kothaxare usso jati nimno jatir bhed vaab udongai diyat xohay kora jen bhaab hoise mur..
@monalishasaiki7842
@monalishasaiki7842 2 ай бұрын
Saikaijon nij putro nohoinaki,teulokeu tulise nijor lorachualie iatkoi basi kosta dibo,ami arshibad disu
@chandanburagohain276
@chandanburagohain276 2 ай бұрын
Sakori pale kio emn ohongkar hoi baru manuhor buji napaw moi ,sakoriye hokolu buli bhabe ne ki njnu
@ProbhatSaikia-u6k
@ProbhatSaikia-u6k 2 ай бұрын
ধিক্কাৰ !!
@sanjeebdas1211
@sanjeebdas1211 2 ай бұрын
News channel journalist wrong bed Thinker
@MinuKakoti-r2h
@MinuKakoti-r2h 2 ай бұрын
Apunakkibulithanksdim
@darshanalahon2024
@darshanalahon2024 2 ай бұрын
Ucha barno nimno barno bhogobana bhag kora nai ,aibilak manuha atitota bhag korisil ,jar folot homajor manhu bilakor monot ahongkar bhab khuponi puti rol ,monbilak nika nohol,bhogobana kabol ronga tajara kola aru boga dutaha bhag korisa,hokolu manuhora akai ronga taj ,
@NipulBorthakur
@NipulBorthakur 2 ай бұрын
Kuti kuti pronam jasisu aapunak, apuni sosa arthat ajon Bhagabane, Apunak agoloi bahut val koribo 0poralai,
@manikadas6987
@manikadas6987 2 ай бұрын
Ajikali aibilak besi haise. Kasto kari mak dangor kore sakori powar pisot makok pahori jai. Mor gharoto aito hayse mor mako puteke abar hudhi sabo homoy nai . Aji sorkare ji niom dise aibilak palon karisenenai sorkar tare ata prabhu dibo kobao lage ane ata niom dibo lage. Amar jono mastor hay tak aji mor ghin lage dada buli matibo. Misa akha di sister aru makok manohik kasto di ase. Aibilak adin pani atupio napabo. Mok kaysi toy ako karibo nalage my sob dim ghar khaner kam kart ho hai kari de buli kaysil my bhabisilu haito mar logat thakim aru gharkhan sam atiya aibilak hol biya patile tar pisor pora mak aru mok khateng karibo lagigol . Tar bebohar dekhai dile mastor hai.
@lizagogoi2206
@lizagogoi2206 2 ай бұрын
Khub pitibo lage aenokua lora suwali burok juney nijor parentsor care noloi , hath bhori bhangi dibo lage
@ghanashyamborah1063
@ghanashyamborah1063 2 ай бұрын
Putrak sini paiba bibahar pasat. Cent pèrcent correct.
@MinuKakoti-r2h
@MinuKakoti-r2h 2 ай бұрын
Apunakbohutfhanabad
@jayantabora5368
@jayantabora5368 2 ай бұрын
Apunak pranam korisu . Apuni Bina sarthot manuh garakik halp korise. Ajir dinot apunar Dore manuh puwato tan . Bhogabane apunAk arshibad dibo. Kintu putek aru buwarik sakorir pora uliai dibo Lage aru ketiao kotu jate sakori napai tarbabe redline maribo lage tetia Bujibo nij matrik dukh Diya porinam kihoi.
@monalishasaiki7842
@monalishasaiki7842 2 ай бұрын
Ane chakorialok sarkare aporadhir Dore punishment diok
@PordipGogoi-qr3li
@PordipGogoi-qr3li 2 ай бұрын
Bar Bea Kam korise dei
@rupalisarmah4722
@rupalisarmah4722 2 ай бұрын
Vle korise atia ake logot ase...
@minakshisaikia2672
@minakshisaikia2672 2 ай бұрын
Kut kut pronam janaisu byakt jonoloi
@dipankardutta515
@dipankardutta515 2 ай бұрын
Assom t kot jaat pat ase o ? ki mne
@MinuKakoti-r2h
@MinuKakoti-r2h 2 ай бұрын
Apunakbhaganaarusaktidiok
@bituponsaikia1932
@bituponsaikia1932 2 ай бұрын
Sir apuni vle thakok vl lgl apunar teor bbe ji krse apuni mohan.
@SurjaBasumatary-yf2eu
@SurjaBasumatary-yf2eu 2 ай бұрын
ᴀsᴏᴍɪʏᴀ ᴍᴀɴᴜʜᴏʀ ᴍᴀᴊᴏᴛ ʙᴇsɪ ᴊᴀᴛ ᴘᴀᴛ ᴋᴏᴛᴀ ʙᴇsᴇ sᴏʟᴇ
小蚂蚁会选到什么呢!#火影忍者 #佐助 #家庭
00:47
火影忍者一家
Рет қаралды 115 МЛН
Watermelon magic box! #shorts by Leisi Crazy
00:20
Leisi Crazy
Рет қаралды 118 МЛН