স্পষ্টবাদী হোৱাৰ বাবেই বাৰে বাৰে উজুটি খাই নেকি বৰষাৰাণী বিষয়াই ?

  Рет қаралды 148,634

BAARTA LAAP

BAARTA LAAP

Күн бұрын

Пікірлер: 165
@zenith1614
@zenith1614 2 жыл бұрын
মোৰ দৃষ্টিত বৰষা বা চিনেমা জগতত খোজ দিয়াৰ পৰা এতিয়ালৈকে কোনোৱে চেৰ পেলাব পৰা নাই ❤️ বৰষা বাৰ অভিনয়ৰ লগত তেখেতৰ ব্যক্তিত্বই মানুহৰ অন্তৰ জয় কৰি ৰাখিছে❤️ মই সৰুৰ পৰা এতিয়ালৈকে তেখেতৰ অনুৰাগী🤗
@chiranjeebsonowal1377
@chiranjeebsonowal1377 2 жыл бұрын
নম্ৰতা প্ৰিয়ম আহিবলগীয়া অসমৰ‌ এগৰাকী সম্ভাৱিতা অনুষ্ঠান আগধৰুতা (media জগতৰ)।।। বাৰ্তালাপত ..তেওঁৰ অনুষ্ঠান উপস্থাপন শৈলীবোৰ খুব ধুনীয়া। চক্ৰ পাণী পৰাশৰ‌ দাৰ দৰেই অতিথিৰ লগত বাৰ্তালাপ কৰে.... ❤️ ❤️
@justthings9450
@justthings9450 2 жыл бұрын
ধন্যবাদ জনালোঁ😊 এতিয়া মই মাত্ৰ এগৰাকী ন-শিকাৰু। আপোনালোকৰ কথাবোৰে আৰু বেছি ভাল কাম কৰিবলৈ উৎসাহিত কৰে😊
@sanjusarma3060
@sanjusarma3060 2 жыл бұрын
প্ৰথম প্ৰশ্নটোৱেই বহুত ধুনীয়া সুধিছা। এনেবোৰ বিষয়ৰ আলোচনাই কলাৰ আয়ত্তত সহায় কৰে। আগুৱাই যোৱা নম্ৰতা
@justthings9450
@justthings9450 2 жыл бұрын
বহুত বেছি ধন্যবাদ
@sristisarmah6184
@sristisarmah6184 2 жыл бұрын
ছাত্ৰী গৰাকীৰ ভৱিষ্যত ভাল হ'ব।ইমান সুন্দৰ কঠনশৈলী। এগৰাকী দক্ষ সাংবাদিক জগতৰ anchore আশা কৰিলো।
@justthings9450
@justthings9450 2 жыл бұрын
ধন্যবাদ.. এই জগতখনত মই খুবেই নতুন..মৰম দি থাকিব.. 😊
@BLGEntertainmentASSAM
@BLGEntertainmentASSAM 2 жыл бұрын
@@justthings9450 tumi agbahisa aru agoloi aru val hobo.. Mur budhere tumi atia perfect hoisa aru Namrata
@justthings9450
@justthings9450 2 жыл бұрын
@@BLGEntertainmentASSAM thankyou so much ☺️
@BLGEntertainmentASSAM
@BLGEntertainmentASSAM 2 жыл бұрын
@@justthings9450 moi kintu tumar kotha botora bur aru tumak khub valkoi sau dei...
@justthings9450
@justthings9450 2 жыл бұрын
@@BLGEntertainmentASSAM dhonyobad... ktyaba kiba vul hole dekhuai dibo 😊
@gayatrirajguru6854
@gayatrirajguru6854 2 жыл бұрын
বৰ সুন্দৰ অনুষ্ঠান।বৰষা বা সদায়ে প্ৰিয় অভিনেত্রী।নম্ৰতাৰ প্ৰশ্ন উপস্থাপনশৈলী অতি সুন্দৰ।
@justthings9450
@justthings9450 2 жыл бұрын
ধন্যবাদ জনালোঁ
@momiborah7019
@momiborah7019 2 жыл бұрын
@@justthings9450 see 3ç cz
@mneog7180
@mneog7180 2 жыл бұрын
ভণ্টি গৰাকীৰ প্ৰশ্ন উত্থাপন, কঠ্ন শৈলী বহুত ভাল লাগিল। keep it up
@justthings9450
@justthings9450 2 жыл бұрын
Thankyou ☺️ keep supporting...
@dimpikonwar1895
@dimpikonwar1895 2 жыл бұрын
সছাকে মোৰ মনৰ কথা টোকে কৈ দিলে ...অসিমত যাৰ হেৰাল সীমা..চম্পা ‌ চৰিতত বৰষা ৰাণী বিষয়াক বহু ত ধুনিয়া লাগিব ,🥰🥰🥰🥰
@nayanmonidutta7369
@nayanmonidutta7369 2 жыл бұрын
বৰষা বা সদায় প্ৰিয়❤️ গঠনমূলক দৃষ্টিভঙ্গীৰে স্পষ্টবাদীতাই মন জুৰ পেলায়😘 বাকী নম্ৰতা প্ৰিয়মৰ উপস্থাপনশৈলী খুউব সুন্দৰ হৈছে🥰
@justthings9450
@justthings9450 2 жыл бұрын
@Nayanmoni Dutta ❤️❤️❤️❤️
@chaocheng9076
@chaocheng9076 2 жыл бұрын
@@justthings9450দুচকুত ভাহে তোমাৰ ছবি তুমি মোৰ সপোন পৰি 😊😍😍😍
@ritahazarika6108
@ritahazarika6108 2 жыл бұрын
সচাকৈয়ে বৰষাৰ কথাবোৰ শুনিথাকিলে শুনি থাকিবৰ মন যায়৷
@manalishadas2421
@manalishadas2421 2 жыл бұрын
বৰষা বা নামটোৱে যাৰ পৰিচয় ❤ সৰুৰেপৰাই বৰষা বা তোমাৰ অভিনয়ে চাই ডাঙৰ হৈছো ❤ বহুত বহুত ভাল পাওঁ বৰষা বা তোমাক ❤ দিনে দিনে বেছি ধুনীয়া হৈ গৈ আছা বা❤ নম্ৰতা বা তুমি ইমান ধুনীয়াকৈ প্ৰশ্নবোৰ সুধিছা ভাল লাগিল বহুত তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ❤
@justthings9450
@justthings9450 2 жыл бұрын
ধন্যবাদ জনালোঁ❤️
@nonichutia3034
@nonichutia3034 2 жыл бұрын
১০০/সত্য আৰু শুদ্ধ কথা কৈছে, বৰষাই। কিন্তু?????? বহুত থাকি গ'ল। বৰষাৰ নিচিনা কৈ বহুত ২ ভাল দক্ষ অভিনেতা অভিনেত্রী আছিল। চৰকাৰৰ গাফিলতি,,,,,,,
@rantugogoiofficial2770
@rantugogoiofficial2770 2 жыл бұрын
বৰষা বা সদায় প্ৰিয় 💝 আৰু সদায় প্ৰিয় হৈ থাকিব 🥰 ভাল লাগিল অনুষ্ঠানটো আৰু বাকী নম্ৰতা প্ৰিয়মৰ কথা টো কবই নালাগে যি সুন্দৰ উপ স্হাপনশৈলী আৰু কথা কোৱাৰ ধৰণ 💝 অতি সুন্দৰ বাৰ্তালাপ ৰ নম্ৰতা ৰ অনুষ্ঠানবোৰ চাই তেওঁ ৰ freind হৈ পৰিছো 💝
@senswasvlog2795
@senswasvlog2795 2 жыл бұрын
ক'বলৈ ভাষা নাই বহুত ভাল লাগিল কথাবোৰ শুনি
@krishnagogoi301
@krishnagogoi301 2 жыл бұрын
নম্ৰতা নামতেই আছে সুন্দৰ মনৰ গৰাকী। আগুৱাই যাওক বহু দূৰলৈকে 😘😘
@justthings9450
@justthings9450 2 жыл бұрын
ধন্যবাদ😊
@kanishkadas4935
@kanishkadas4935 2 жыл бұрын
নম্ৰতা বাৰ কথাবোৰ বৰ ভাল লাগিল❤❤❤
@justthings9450
@justthings9450 2 жыл бұрын
ধন্যবাদ থাকিল😊
@harekrishnabora6743
@harekrishnabora6743 2 жыл бұрын
ভাল লাগিল। বৰষাক বহুত ভাল পাওঁ। সাক্ষাৎকাৰ লোৱা ছোৱালীজনীও বহুত ভাল লাগিল
@justthings9450
@justthings9450 2 жыл бұрын
ধন্যবাদ জনালোঁ😊
@bibhagogoibibhagogoi4148
@bibhagogoibibhagogoi4148 2 жыл бұрын
Kotha bilak huni thakile thakibloi mon jai thank you bartalav anekoi val val kotha kuwa atithi mati anib dei bhut morom jasisu kerala r pora❤❤
@dekaappudeka5600
@dekaappudeka5600 2 жыл бұрын
বৰষা বাৰ অভিনীত কহিনুৰ থিয়েটাৰৰ অবুজ দৰা অচিন কইনা আৰু ৰাধা এবাৰ হাঁহি দে নাটক দুখন কোনে কোনে চাইছে।❤️ কথোপকথন খিনি শুনি বহুত ভাল লাগিল। মনোগ্ৰাহী কথা পাতিছে।
@ankurdas8081
@ankurdas8081 2 жыл бұрын
Bohhut dhunia
@pallabi2043
@pallabi2043 2 жыл бұрын
Moi sysu obuj dora osin koina
@manakhiborahboruah1625
@manakhiborahboruah1625 2 жыл бұрын
Borsha baa ktha bilak huni amoni nalage ...bohut vl lagil thanks
@monishaborah3324
@monishaborah3324 2 жыл бұрын
নম্ৰতা বাক খুব ভাল লাগে মোৰ, কথা বোৰ। ইমান ধুনীয়া কৈ কয় যায় ।
@justthings9450
@justthings9450 2 жыл бұрын
ধন্যবাদ দেই😊
@meenagogoiborgohain4170
@meenagogoiborgohain4170 2 жыл бұрын
Baartalap r xokolu programme/ conversation khuub bhal lage..ajiu khuub bhal lagil. Baartalap shreni kotha aru aag barhi jauk..All the best,
@nonichutia3034
@nonichutia3034 2 жыл бұрын
আমি বিচাৰো সদায় অসম অসম হৈয়ে থাকক। আমাৰো চাবৰ মন আছে অসমৰ এগৰাকী য়ে বেণ্ড এম্বেচাদৰ হওক
@banasridevi489
@banasridevi489 2 жыл бұрын
অভিনয়ৰ ক্ষেত্ৰত বৰষা বা সদায় অনন্য..তেওঁৰ প্ৰতিটো কথাই শ্ৰোতাৰ মনত সাঁচ বহুৱাই যায়..বাৰ প্ৰত্যেকটো অভিনয় চাই মোৰ নোম শিয়ৰি উঠে 🥺
@nitishabarman5702
@nitishabarman5702 2 жыл бұрын
Barsha baa khub val lagil kathabur xuni❤️ aat dhoruta gorakileo khub morom thakil. Eman dhunia k hahitu loi katha but kua babe❤️
@narayanchilakala22
@narayanchilakala22 2 жыл бұрын
বহুত ভাল লাগিল বৰষা বা❤️❤️❤️👍👍👍👍❤️
@luhitkoch9279
@luhitkoch9279 2 жыл бұрын
বৰষা বাক সচাই বহুত ভাল পাওঁ।❣️❣️❣️❣️
@madhusmitadas1933
@madhusmitadas1933 2 жыл бұрын
Thankyou so much for all the questions..keep up with your good works..long live bartalap 🙂👍
@bishnuvlog5194
@bishnuvlog5194 2 жыл бұрын
bohut val lagile video barasha bar kotha bilak xuni👍 beautiful shareing
@basantiboro4314
@basantiboro4314 2 жыл бұрын
সাংবাদিক হলে এই গৰাকীৰ দৰেই হব লাগে। ধন্যবাদ।
@justthings9450
@justthings9450 2 жыл бұрын
বহুত বেছি ধন্যবাদ😊 কিন্তু মই এতিয়া বাৰ্তালাপৰ এগৰাকী ছাত্ৰীহে😊 সাংবাদিক হোৱাৰ যোগ্যতা এতিয়াও হোৱা নাই...
@pallabisaikia7050
@pallabisaikia7050 2 жыл бұрын
Aji questions kora baa jni r kotha kuwa styal tu bor mrm laga... Hahi tu cute dai 😊
@justthings9450
@justthings9450 2 жыл бұрын
Thank-you😊
@pallabisaikia7050
@pallabisaikia7050 2 жыл бұрын
@@justthings9450 welcome baa ❤️
@bedonadas4833
@bedonadas4833 2 жыл бұрын
Borosha,Tumar Kotha huni thakileu,Amoni nalage,,Bohut bhal lagil
@debajani100rightchamua8
@debajani100rightchamua8 2 жыл бұрын
I always selute you borosha ma'am.
@Gitanjali223
@Gitanjali223 2 жыл бұрын
eman val lagile vediotu sai aru barsha baa apuni mur karone inspirations ❤️❤️
@ayushboruah3110
@ayushboruah3110 2 жыл бұрын
I can listen to her all day! Such an authentic woman!
@emotionalboysimanta2667
@emotionalboysimanta2667 2 жыл бұрын
All time favourite ❣️,,,,barasha baa,,,,horur pora val pao
@pnvassam
@pnvassam 2 жыл бұрын
সুন্দৰ
@geegeesaikia6208
@geegeesaikia6208 2 жыл бұрын
Great 👍
@deeptykalita4069
@deeptykalita4069 2 жыл бұрын
মোৰ প্ৰিয় অভিনেত্ৰী বৰষা
@rupaliphukan1951
@rupaliphukan1951 2 жыл бұрын
Right barasha
@priyankagayan6802
@priyankagayan6802 2 жыл бұрын
বৰ্ষা বাৰ কথাবোৰ শুনি থাকিবলৈ কে মন যাই
@sushilkonwar7012
@sushilkonwar7012 2 жыл бұрын
সচাঁ অৰ্থত বিষয়া বা অভিনয়ত যথেষ্ট পাৰদৰ্শিতা আছে ।অকপতে স্বীকাৰ কৰিব লাগিব । আপুনি সকলোকে আপোন কৰিব লৱ পৰা আৰু সহজ হব পৰা দুৰ্বাহ ক্ষমতা আছে । ধন্যবাদ। সকলোৰে এনে ক্ষমতা নাথাকে । ভাবি ভাবি বেমাৰ কৰিব নালাগে । নিস্বাৰ্থ ভাৱে আগবাঢ়ি যোৱা । যিকোনো কাম কৰাক লৈ গৌৰৱ বা অভিমানী হব নালাগে ।
@Bhajanforkrishna
@Bhajanforkrishna 2 жыл бұрын
Ati sundar anusthan barsa ba aru tumaloi bohut bohut morom jasilu
@farminbegumofficial3442
@farminbegumofficial3442 2 жыл бұрын
Khub bhal lagise
@hridayhazarika3751
@hridayhazarika3751 2 жыл бұрын
My favourite artist
@mrids6579
@mrids6579 2 жыл бұрын
Huge fan of her!!! Barasha Baa!!! ❤️
@pinkinath3416
@pinkinath3416 2 жыл бұрын
Val lagil sai❤️❤️❤️
@BLGEntertainmentASSAM
@BLGEntertainmentASSAM 2 жыл бұрын
Barasha baa you are absolutely Right
@pramodgogoi522
@pramodgogoi522 2 жыл бұрын
সুন্দৰ ভাল লাগিল
@trishna-colourful-kitchen-vlog
@trishna-colourful-kitchen-vlog 2 жыл бұрын
বাৰ্তালাপ চাই বহুত ভাল লাগে 🥰🥰🥰
@prasantabora6865
@prasantabora6865 2 жыл бұрын
Bohut vl lagil
@dipusaikia6179
@dipusaikia6179 2 жыл бұрын
বা আপোনিও কিন্তু কেইবাখনো চিনেমাত ৰাইজক কন্দোৱাছে দেই...
@dipanjalidas1441
@dipanjalidas1441 2 жыл бұрын
Moi kintu log nepaoteu jitu vabisilu log paio setu e paisu...bohut besi sweet humble down to earth...
@junuhazarikadihanam375
@junuhazarikadihanam375 2 жыл бұрын
বৰষালৈ বৰ মৰম লাগে।
@jahnabineog7990
@jahnabineog7990 2 жыл бұрын
Bohut val lagil
@dipugogoi3804
@dipugogoi3804 Жыл бұрын
ভাল লাগিছে বৰষাবা কথা শুনিবলৈ
@niharikanath1330
@niharikanath1330 2 жыл бұрын
Barsha ba❤️
@monalitahu7044
@monalitahu7044 2 жыл бұрын
বৰ ভাল লাগিল চাই
@shayanikakalita4960
@shayanikakalita4960 2 жыл бұрын
Always fvrt barsha baa
@animadevi9625
@animadevi9625 2 жыл бұрын
Khub val lagil hosake😍
@nirurajkhowakonch4324
@nirurajkhowakonch4324 7 ай бұрын
বৰ ভাল লাগিল
@ayotriphukonmohan5638
@ayotriphukonmohan5638 2 жыл бұрын
ভাল লাগিল
@dileepchangmai9092
@dileepchangmai9092 2 жыл бұрын
Good good thanks
@Chandan52524
@Chandan52524 2 жыл бұрын
Val lagil tumar fan holu
@dimpigogoi3434
@dimpigogoi3434 2 жыл бұрын
Bor vl lagel. Sai 👌👌😍🌼😘
@MadhushmritisStyle
@MadhushmritisStyle 2 жыл бұрын
Barashak bhal Pau .kintu aji namrataku bhal lagil. Namrata wish you very bright future
@justthings9450
@justthings9450 2 жыл бұрын
Thank-you so much☺️
@monichoudhury59
@monichoudhury59 2 жыл бұрын
আইঔ 2ndবৰষা। ভাল লাগিল দেই
@justthings9450
@justthings9450 2 жыл бұрын
❤️❤️
@Hemashree710
@Hemashree710 2 жыл бұрын
I ❣️ u baa.tumar kotha botora aru bisar bohut....bohut besi hundor.tumi hosai positive.
@smitabaishya8122
@smitabaishya8122 2 жыл бұрын
Love u Barsha ba ❤️😍
@nvonitvlog6799
@nvonitvlog6799 2 жыл бұрын
Bohut vl lgil
@alpanapakgharandvlog6312
@alpanapakgharandvlog6312 2 жыл бұрын
Vl lagil
@abhijitdey5071
@abhijitdey5071 2 жыл бұрын
Namrata r voice bhut dhunia 👌👌
@justthings9450
@justthings9450 2 жыл бұрын
Thank you 😊
@parthaborah2984
@parthaborah2984 2 жыл бұрын
বৰ ভাল লাগিল🥰
@smritirekhasaikia6119
@smritirekhasaikia6119 2 жыл бұрын
Bahut bhal lagil
@jupitoragogoi9662
@jupitoragogoi9662 2 жыл бұрын
Barasha ba apunak bhut val lge
@dipikamalakar9809
@dipikamalakar9809 2 жыл бұрын
Bht bhal lgile sai
@tarulataborah5944
@tarulataborah5944 2 жыл бұрын
Very nice
@lipikadeka5439
@lipikadeka5439 2 жыл бұрын
U r absolutely correct ba 👍👍👍👍👍👍
@lawanipatgiri6124
@lawanipatgiri6124 2 жыл бұрын
Good
@manashsarma4385
@manashsarma4385 2 жыл бұрын
Baa apunar kotha bor bahut val lage xodai aneke thakibo🙏🏻
@udhabsaikia9898
@udhabsaikia9898 2 жыл бұрын
Maramar Barasha ba Jane ..... Aupunar dare moyu ovinay bahut val paw .... Kiba aeta riply pam bule aukha thakil aupunar para
@Rimpi223
@Rimpi223 2 жыл бұрын
Mza
@rekhamonikonwar1167
@rekhamonikonwar1167 2 жыл бұрын
বৰষা বাক বহুত ভাল পাওঁ
@bindasslife4417
@bindasslife4417 Жыл бұрын
Right Borakha ba
@bindasshahok....3862
@bindasshahok....3862 2 жыл бұрын
বহুত ভাল লাগিল
@DibakarBaro-ll1bq
@DibakarBaro-ll1bq Жыл бұрын
@dikhitabora2684
@dikhitabora2684 2 жыл бұрын
Nic
@tutumonidevi1888
@tutumonidevi1888 2 жыл бұрын
Sai val lagile.. But student r question bur valke xuni napai. Sound tu alop dibo sun. Plz kuwar babe bea napabo
@jyotsnadas6468
@jyotsnadas6468 2 жыл бұрын
Barasha ba vl lge bhut😍😍
@minturay7983
@minturay7983 2 жыл бұрын
I love so much barsha ba
@sumimedhi3943
@sumimedhi3943 2 жыл бұрын
Barshaarani ek piece ei...we love u...
@karanpator2207
@karanpator2207 2 жыл бұрын
Barsa baa so sweet
@utpalentertainm...6808
@utpalentertainm...6808 2 жыл бұрын
My favourite barakha baa
@moyurirajowar2666
@moyurirajowar2666 2 жыл бұрын
Vl lagill sai mur priyo obhinetri borokharani bikhoiya baa
@Debasish0101
@Debasish0101 2 жыл бұрын
Nice Namrata. Carry on. From - Simaluguri.
@justthings9450
@justthings9450 2 жыл бұрын
Thank-you 😊
@sandhyanaiding605
@sandhyanaiding605 2 жыл бұрын
🙏🙏🙏
@sherryburagohain1472
@sherryburagohain1472 2 жыл бұрын
She is bold and beautiful.Barsha is the only heroine who can adopt any character of Assamese movie like Hemamalini.
@ranjanagogoi531
@ranjanagogoi531 2 жыл бұрын
Very Nice
@electricianexpart
@electricianexpart 2 жыл бұрын
Namratak vl lage kotha koar style
@justthings9450
@justthings9450 2 жыл бұрын
Thank-you😊
@pranitanath4637
@pranitanath4637 2 жыл бұрын
Nice
@mitalinath1068
@mitalinath1068 2 жыл бұрын
Keep shinning Namrata✨
@justthings9450
@justthings9450 2 жыл бұрын
Thank-you❤️
@gouridaimary4940
@gouridaimary4940 2 жыл бұрын
🙏💞💞💞
Famous Actress Barsha Rani Bishaya Interview 2022
21:49
JSS Unscrripted
Рет қаралды 300 М.
How do Cats Eat Watermelon? 🍉
00:21
One More
Рет қаралды 13 МЛН
Worst flight ever
00:55
Adam W
Рет қаралды 53 МЛН
This mother's baby is too unreliable.
00:13
FUNNY XIAOTING 666
Рет қаралды 35 МЛН
А что бы ты сделал? @LimbLossBoss
00:17
История одного вокалиста
Рет қаралды 5 МЛН
MAINA 2006 - Full Movie | Barsha Rani | Arup | Padmarag | Porag | Anupam Saiki |Zuben Garg
1:31:16
Tuna fish Sandwich in my style | Barsha Rani Bishaya | Bhaskar Boruah | Munmi
16:06
Barsha Rani Bishaya on Celeb Travel Season 6 with RJ Pahi | Episode 1 |
17:11
How do Cats Eat Watermelon? 🍉
00:21
One More
Рет қаралды 13 МЛН