এটা সুখী পৰিয়ালৰ কাহিনী- assamese new vlog

  Рет қаралды 488,708

Prince Bharali's Vlog

Prince Bharali's Vlog

8 ай бұрын

assamese vlog
assamese new vlog
an amazing family
assamese family
prince bharali's vlog
Dodo

Пікірлер: 411
@JaganathLalung-tx6xe
@JaganathLalung-tx6xe 8 ай бұрын
সছাকৈ মানিব লাগিব । কলিযুগৰ পঞ্চ পাণ্ডৱ । মোৰ আশা ইয়াত যাতে দুৰ্যোধনৰ কূটনৈতী নুসোমাই ।
@champakdekanicesong.zubeen2679
@champakdekanicesong.zubeen2679 8 ай бұрын
দেউতাক যে সৎ খেতিয়ক, খেতিয়কৰ চেষ্টা আৰু আদৰ্শ অতি মূল্যৱান, therefore বহুত বহুত ধন্যবাদ থাকিল । Proud of Assam.
@dilepbay5015
@dilepbay5015 8 ай бұрын
Sorkaror.gulampaise.buli.anondo.paiseneki,
@JayantiGogoi-wi3yl
@JayantiGogoi-wi3yl 8 ай бұрын
N​@@dilepbay5015f ,
@Rgaming00704
@Rgaming00704 8 ай бұрын
​@@dilepbay5015q1)) ❤
@sarojinichoudhury3115
@sarojinichoudhury3115 7 ай бұрын
বিয়া পাতিলে phone no tu দিয়ক
@priyalataphukan4619
@priyalataphukan4619 8 ай бұрын
মা গৰাকী দেখাত হাইলাখ লক্ষ্মী আই ইমান ধুনীয়া মা মই শত কুটি প্ৰণাম জনাইছো এই আৰ্দশবাদি মা লৈ🙏🙏🙏🙏🙏🙏🙏❤️❤️
@labheswarmoran7494
@labheswarmoran7494 8 ай бұрын
বহুত বহুত ভাল লাগিল কথা খিনি জানি এজন অসমীয়া হিচাৱে শুনি সুখী হলো আটাই কেইজনলৈ অন্তৰৰ পৰা শুভেচ্ছা জনালোঁ ভৱিষ্যত জীৱন আগুৱাই যাওক তাকে কামনা কৰিলো
@jitendrarabha4660
@jitendrarabha4660 8 ай бұрын
বাঃ!অতি সুন্দৰ,আদৰ্শ পিতৃ - মাতৃ৷সকলোলৈকে অভিনন্দন জনালো আৰু ধন্যবাদ জনালো৷
@lilykalitasaikia3322
@lilykalitasaikia3322 8 ай бұрын
Thank you Maa thank you Abba good Luck All the best
@hemkantaborah7434
@hemkantaborah7434 8 ай бұрын
পৰিয়াললৈ খেচেৰী মাইকী বিয়া হৈ আহিলে হে সকলো চিন্ন ভিন্ন হৈ যায়, সেয়ে ভাল পৰিয়ালৰ সকলোৰে লগত মিলিব পৰা ছোৱালী আনিব।
@mrinmoy13
@mrinmoy13 8 ай бұрын
Bhugi asu..
@jayabaruah1801
@jayabaruah1801 8 ай бұрын
সঁচাকৈ এনেকুৱা এখন ঘৰলৈ এজনী ভাল বোৱাৰী হে প্ৰয়োজন 💗
@RikimoniSarma
@RikimoniSarma 11 күн бұрын
Xosaikoi
@AshrafRock-od5rt
@AshrafRock-od5rt 3 күн бұрын
Most important comment
@lekhachutia7393
@lekhachutia7393 16 күн бұрын
মাতৃ গৰাকীক ধন্যবাদ জনাইছো মাতৃৰ দায়িত্ব আৰু কৰ্তব্য বহুত থাকে বুকুৰ বেদনা লুকাই ৰাখি দুখে সুখে সন্তান কেইটাক প্ৰকৃত মানৱ কৰিলে । শত বাৰ প্ৰণাম জনাইছো ।
@user-qq5fr1fv2f
@user-qq5fr1fv2f 8 ай бұрын
পৰিয়ালটিলৈ বহোত বহোত শোভকামনা জনালোঁ৷ সৌভাগ্যবান এটি পৰিয়াল৷ আমাৰ অসমীয়াৰ গৗেৰৱ এনে এটি পৰিয়াল৷
@krishnagogoi1657
@krishnagogoi1657 8 ай бұрын
বহুত ভাল লাগিল। গৌৰৱ অনুভৱ কৰিছো। জয় আই অসম। জয় হিন্দ।
@HireswarBoro-zf3ob
@HireswarBoro-zf3ob 7 күн бұрын
৫ ককাই ভাইৰ সাদৃশ্যটো দেখি বহুত ভাল লাগিল সদায় এনেকৈ থাকিব আপোনালোকে ।❤
@user-rm3fz9xm7c
@user-rm3fz9xm7c 8 ай бұрын
আজিৰ যুগৰ পঞ্চ পাণ্ডৱ কাকপথাৰতে আছে , নমস্কাৰ জনালো ! এনে আদৰ্শবান পৰিয়াল পাবলৈ কঠিন অসমত ৷ অসমৰ ডেকা সকলে শিকক একতা কি ? কাৰন বাটৰ সাৰথি কণাৰ লাখুটি , শতৰুৰ সাৰথি ভাই ’’ পাচঁ ভাই ককাইক কাৰো সাহস নাই কিবা দম দিবলৈ তাতে প্ৰশাসনৰ মানুহ আটাইকেইজন , শুভেচ্ছা থাকিল ❤❤❤❤❤
@im_pbm
@im_pbm 8 ай бұрын
বহুত ভাল লাগিল। সকলো দিশতে পৰিয়ালটোৰ পৰা আদৰ্শ ল'ব পাৰি । আৰু যথেষ্ট উৎসাহ পোৱা যায় এনে পৰিয়াল দেখা পালে । ভগৱানে কুশলে ৰাখক । আৰু প্ৰীন্স ভৰালীৰ Energy পুনৰ ঘূৰি অহা যেন লাগিল ভিদিঅ'টো চাই ।।।👌👌
@gitashreeborah4801
@gitashreeborah4801 8 ай бұрын
বহুত বহুত ভাল লাগিল আপোনালোকৰ আটাইকেইজন লৈ শুভেচ্ছা থাকিল ভগৱানে ভালে কুশলে ৰাখক।
@thedineshff3620
@thedineshff3620 8 ай бұрын
বহুত বহুত ভাল লাগিল, ভবিষ্যতলৈ যাতে এনেদৰে দেখা পাওঁ,তাৰে কামনা কৰিলো।
@ahom__suwali8165
@ahom__suwali8165 8 ай бұрын
ভাল লাগিছে সকলোলৈকে আশিবাদ কৰিছো যাতে শুখেৰে শান্তিৰে পাৰ হৈ যায় ভগবানৰ ওচৰত মিনতি কৰিছো
@jitendrasaikia9508
@jitendrasaikia9508 7 ай бұрын
পুলিচ প্ৰধান পৰিয়াল টি লৈ সেৱা জনালো । ধূতি গামোচা লোৱালৈ চাই মহাপুৰুষীয়া আদৰ্শৰ পৰিয়াল যেন পাইছোঁ ।
@puspaborah4779
@puspaborah4779 8 ай бұрын
অসমীয়া পৰিয়াল গৌৰব অনুভৱ কৰিছো ।
@sangitanath2135
@sangitanath2135 8 ай бұрын
দেখিয়ে ভাল লাগে এনেকুৱা family
@krishnakhaund3014
@krishnakhaund3014 4 күн бұрын
সঁচাকৈ বহুত বহুত ভাল লাগিল এইবোৰ হে video
@deepdhadumia9684
@deepdhadumia9684 14 күн бұрын
খুব সুন্দৰ লাগিল পৰিয়াল টো মিলা পিতৃ দেখা পাই। সদাই এইদৰে থাকক আপোনালোকে ককাই ভাই । আদৰ্শ এটা পৰিয়াল হৈ ।
@user-jc7kp1iu3r
@user-jc7kp1iu3r 12 күн бұрын
আমাৰ চুতীয়া পৰিয়াল দেখি গৌৰময় অনুভৱ কৰিছো। আপোনালোকৰ পৰিয়ালৰ সকলো লৈকে ভগৱানে আশিবাদ কৰক।
@taramaiphukan8785
@taramaiphukan8785 8 ай бұрын
আমাৰ দেউতাৰ ল'ৰা, নাতি সকলোৰে ডিফেন্স আৰু অসম পুলিচত চাকৰি।মোৰ দেউতা অৱশ্যে ইণ্ডিয়ান এয়াৰ ফৰ্চৰ চাকৰি আছিল যদিও গাঁৱলীয়া এজনখেতিয়কো আছিল।আৰু অতি দুখীয়া পৰিয়ালৰ ল'ৰা আছিল।ঠিক তেনে দৰে তেওঁলোকো তেনে কুৱাই।শুনি ভাল লাগিল। ধন্যবাদ
@rojoniprovabaruah5461
@rojoniprovabaruah5461 8 ай бұрын
আদৰ্শ বিহীন শিক্ষাৰ মূল্য নাই। সুন্দৰ।🙏🙏🙏🙏🙏
@nirusaikia7631
@nirusaikia7631 8 ай бұрын
সুন্দৰ ।আইতা, মা, দেউতালৈ সেৱা নিবেদিলো।🙏🙏 আৰ্দশৱান পৰীয়াল ।
@worldskatingboy2960
@worldskatingboy2960 Күн бұрын
বহুত সুখী পৰিয়াল ভাল লাগিল দাদা। ❤🎉
@anjanabezbaruah9617
@anjanabezbaruah9617 8 ай бұрын
পাচ পাণ্ডৱ যুধিষ্ঠিৰ,ভীম, অৰ্জন,নকুল,শহদেব, বহুত বহুত ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏🙏🇮🇳🇮🇳
@nabanitabaishya
@nabanitabaishya 8 ай бұрын
চাকৰি কৰিলে সুখী নহবও পাৰে.... টকা আৰু সুখ দুয়োটা বেলেগ বেলেগ...পৰিয়ালটোলৈ সেৱা জনালোঁ...
@GaneshDas-zw7qu
@GaneshDas-zw7qu 8 ай бұрын
ভাল লাগিছে খুব সুন্দৰ পৰিয়াল ঈশ্বৰে অশিবাদ দিয়ক
@user-tk9we3zf7i
@user-tk9we3zf7i 8 ай бұрын
Bohut bhal lagil aru aguia jayak
@SidharthaSaikia-
@SidharthaSaikia- 8 ай бұрын
Bahut vall lagil -Very wender full❤❤❤❤❤
@moinamedhi5085
@moinamedhi5085 13 күн бұрын
ভাল লাগিল আৰু আশিবাদ থাকিল।
@niranjankalita4493
@niranjankalita4493 5 ай бұрын
Bahut bhal lagil.Gentle family.Namaskar
@SanjibPatar-ru9kh
@SanjibPatar-ru9kh 8 ай бұрын
Oti xundar video to sai khubey vl lagil
@bidyabonrabha8709
@bidyabonrabha8709 8 ай бұрын
Good very good👍👍👍👍 congratulations to all family members.. ❤❤❤
@SandhyaSangmaji
@SandhyaSangmaji 10 күн бұрын
মা গৰাকী চকুত চকুলো দেখি মোৰো চকুলোঁ বৈ গৈছে।ধন্যবাদ মা।বহুত সুখী আপোনাৰ সকল আৰু সুখী হওঁক।
@momsmagia8503
@momsmagia8503 8 ай бұрын
Very ideal family , ideal parents.God bless you all. 🙏⚘.
@deijikalita4181
@deijikalita4181 8 ай бұрын
Bahut val lagil... Proudly family 👍
@Santanahazarika1
@Santanahazarika1 8 ай бұрын
Bahut vll lagil dekhi iman hundor hahokh.
@jitulkalita4455
@jitulkalita4455 8 ай бұрын
বহুত ভাল লাগিল দে , পৰিয়ালটোলৈ বহুত ধন্যবাদ , নিজেই কষ্ট কৰি পোৱা চাকৰি মজা বেলেগ, ৰঙিয়াৰ পৰাই বহুত বহুত ধন্যবাদ, ময়ো এটা চাকৰিৰ বাবে বহুত পৰিমাণে কষ্ট কৰি নাজানে কি হৈ ,
@JLI321
@JLI321 8 ай бұрын
Iman hundor family upojukto pita Matar upojukto putro buwari ❤
@munindradas6586
@munindradas6586 6 ай бұрын
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো 🙏🙏👌👌👌
@user-ht1bw2jr2q
@user-ht1bw2jr2q 3 күн бұрын
খুব সুন্দৰ ভাল লাগিল❤
@user-iz3vk6lp9c
@user-iz3vk6lp9c 8 ай бұрын
Bohut val lagil....🌹❣️🌹nice...👍🙏
@user-im7qm2gw1g
@user-im7qm2gw1g 13 күн бұрын
Bohut val lagil eya adarsha sworup
@sonitsaikia1884
@sonitsaikia1884 10 күн бұрын
ভাল লাগিল... এমুঠি ইকৰা দুমুঠিৰে ভাঙিবলৈ কষ্ট। সকলোকে ভগৱানে মংগল কৰক
@rangkimrabha9521
@rangkimrabha9521 7 ай бұрын
VL lgiel 😊sukur Pani rokhabo nowarilw 😢😊🥰happy family 😊🥰
@LakhinathGogoi-ck6gg
@LakhinathGogoi-ck6gg 6 күн бұрын
Family👪 Tu dekhi bohut val lagel🎉
@PujaChetia-ty6yt
@PujaChetia-ty6yt 8 ай бұрын
Dada videotu said khub val lag il apunar logote teolukor porilor hokolue kukhole thkar kamona korilu dhonybad
@user-zu5kz9ed1k
@user-zu5kz9ed1k 8 ай бұрын
Bhut vl lagila sai video tu
@dimbendrasankarbora-er2zq
@dimbendrasankarbora-er2zq Ай бұрын
আইতা ,মা,দেউতাৰ বৰ্তমান ত সন্তানৰ এই প্ৰাপ্তি এক বিৰল পৰিঘটনা।সৌভাগ্য বান পিতৃ মাতৃ আৰু লগতে সন্তান।হাঁহি মুখীয়া মাতৃ গৰাকীৰ মুখত সন্তান গঢ়াৰ প্ৰতি চ্যুতি বিদ্যমান।এক সুখী পৰিয়াল।আতাই লৈ আন্তৰিক অভিনন্দন থাকিল।
@ssss-ok4xj
@ssss-ok4xj 8 ай бұрын
Anekuwa family moi pratham dekhisu.bohut bhal lagil video tu sai.
@barnalibora7974
@barnalibora7974 8 ай бұрын
Bohut val lgil.anaka xdai thakiba
@nurahmed1133
@nurahmed1133 7 ай бұрын
Bohut val lagil yaus man voba joi AaiAhom
@user-gc5gu5qp9n
@user-gc5gu5qp9n 7 ай бұрын
Hosai bohut val lgse...❤❤❤❤❤
@BarbieKachari
@BarbieKachari 3 күн бұрын
Hosa ke bohut val lagil de sai ❤❤
@user-rv6mg4wv9w
@user-rv6mg4wv9w 8 ай бұрын
❤❤❤❤❤❤❤❤ bohut besi val lagile joi I akhom.
@bobysvlogs4265
@bobysvlogs4265 8 күн бұрын
Dhuniya lagil de
@golapsikdar604
@golapsikdar604 7 ай бұрын
❤❤ Big Salute. Great family
@kobitarabha9934
@kobitarabha9934 8 ай бұрын
Bahut bhal lagil Famili to dekhi enkuwa hob lage femelibor
@mainaborah2820
@mainaborah2820 8 күн бұрын
বহুত, সুন্দৰ
@MonimaDevi-te7il
@MonimaDevi-te7il 11 күн бұрын
O prinsda apunak##BohutDhonybad anekuwa Ve#diwoSai bohut Sukhi
@umeshborah219
@umeshborah219 8 ай бұрын
Congrats to Druna and Abanti.
@sitadeviray5007
@sitadeviray5007 8 ай бұрын
❤❤❤❤❤❤ God bless all family members 👌👌👌
@user-ul2yk6yy8y
@user-ul2yk6yy8y 8 ай бұрын
Bohut bohut val lgise
@rimpisunamixedvlog
@rimpisunamixedvlog 8 ай бұрын
বহুত ভাল লাগিল ভিডিঅ'টো চাই। নাজানো কিয় চকুপানী ৰখাব নোৱাৰিলোঁ।এটি সুন্দৰ পৰিয়াল 🥰 সদায় যাতে এনেকৈয়ে থাকে।
@Lakhyajitborah819
@Lakhyajitborah819 19 күн бұрын
Vl lagil family❤ tu dekhi😮
@KarabiKalita-so5bv
@KarabiKalita-so5bv 8 ай бұрын
Bahut val lagil ❤
@nirusaikia484
@nirusaikia484 10 күн бұрын
Val lagil nijor vai ti dada hotk dehki .❤❤❤❤hokoluwe kam koijuwa.🎉🎉🎉
@ghanashyamborah1063
@ghanashyamborah1063 8 ай бұрын
Great Chutia family. We can proud for the particular mainly defence family.Great grandmother, father,mother,uncles and their sons and grand sons.May God bless all the ideal family. I am Ghanashyam Bora from Khanapara,Guwahati also pray to the Almighty for their bright future. Thanks for video.
@BinaGohain-un2ot
@BinaGohain-un2ot 10 күн бұрын
Vl lagil dhonyobad jonalu
@kamalakantanath2896
@kamalakantanath2896 8 ай бұрын
Bahut bhagyaban pariyal.Dhanyabad janalu.
@yuwarajsaikia
@yuwarajsaikia 8 ай бұрын
Val lagil da da sai ❣️❣️❣️❣️
@ankitasaikia140
@ankitasaikia140 8 ай бұрын
Maa, baba e bohut kosto korise ru bohut val Kam korithoise hai babe vogobn a saise hokoluke ❤❤vale rakhok maa, baba hokoluke,❤❤❤
@purobibora6143
@purobibora6143 8 ай бұрын
Bohut val lagile video tu Sai
@user-tb1zl3xe5q
@user-tb1zl3xe5q 8 ай бұрын
Bohut val lagisae apunalukot porihal to bohut hukhe
@badansaikia3029
@badansaikia3029 8 ай бұрын
ma kosom bey.....ai kaijon axomia gourob hoi....bohut val lagi gol dakhi.....gutai kaijon vale thakok niceeeeeeeeee..
@user-tb5uv5fk2x
@user-tb5uv5fk2x 8 ай бұрын
Very good family God bless you are family
@DhunHatimuria
@DhunHatimuria 8 ай бұрын
Bhut bhut Val lagile
@nirjugogoi2832
@nirjugogoi2832 8 ай бұрын
পৰিয়ালটো বিষয়ে জানিব পাৰি বহুত বেছি ভাল লাগিল আদশবান পৃতি মাতৃ লৈ সেৱা নিবেদন কৰিছো🙏🙏🙏🙏🙏🙏🌹🌺🌹🌺🌹🌺🌹🌺
@sudarshansamaddar9210
@sudarshansamaddar9210 8 ай бұрын
Very good Honest father and mother
@chandiramkhatowal9632
@chandiramkhatowal9632 8 ай бұрын
Vedio tu Sai kub bhal lagil bordoloi nager tinsukia assam
@PutuliLaskar
@PutuliLaskar 8 ай бұрын
ভাল লাগিল পৰিয়ালটো দেখি ।
@villagelife9307
@villagelife9307 8 ай бұрын
বাঃভাল লাগিছে 👍👍
@sagarjukti2289
@sagarjukti2289 8 ай бұрын
Bhal lagil👍👍👍
@shikhamonibora2955
@shikhamonibora2955 8 ай бұрын
❤❤ xundor Val lagel
@mununath9179
@mununath9179 11 күн бұрын
Val lagil dei
@MOSTAFAKAMAL-ru3kn
@MOSTAFAKAMAL-ru3kn 8 ай бұрын
So Wonderful Family ❤❤
@monikaphukon9051
@monikaphukon9051 8 ай бұрын
বহুত ভাল লাগিল
@user-fj9cs1qo8r
@user-fj9cs1qo8r 8 ай бұрын
Val lagil bhaihot ,,,,
@Elumoni
@Elumoni 8 ай бұрын
Bht vl lagil
@lachitpatra4194
@lachitpatra4194 14 күн бұрын
Mar kom kothat bohut gabhir mulya agbohale. Hodai bhogobane anakoi akeloga hukhi rakhok porialtik🙏
@hiranyarajkhowa4119
@hiranyarajkhowa4119 8 ай бұрын
❤❤❤ grand salute to him.
@user-os1os6uk4d
@user-os1os6uk4d 8 ай бұрын
বহুত ভাল লাগিল❤
@CalmMountainLandscape-wm2ok
@CalmMountainLandscape-wm2ok 6 ай бұрын
Val lagil sai
@user-yx5bq4oc7t
@user-yx5bq4oc7t 14 күн бұрын
Bhut Val lagil sai ❤❤❤❤
@prakashsarma5550
@prakashsarma5550 8 ай бұрын
So nice Congrats
@ajitkumarphukan9736
@ajitkumarphukan9736 8 ай бұрын
Antrik ovinandan jonalu Krishna 🙏, আগ বাঢ়ি যাওঁক
@kartikdeka3364
@kartikdeka3364 8 ай бұрын
Mojaaa Deeee......
@ranamedak7867
@ranamedak7867 6 ай бұрын
Video tu Sai bhut Val lagil
@nirupamagohain1945
@nirupamagohain1945 7 ай бұрын
Worthy sons of a worthy father May God bless you.
Alex hid in the closet #shorts
00:14
Mihdens
Рет қаралды 11 МЛН
39kgのガリガリが踊る絵文字ダンス/39kg boney emoji dance#dance #ダンス #にんげんっていいな
00:16
💀Skeleton Ninja🥷【にんげんっていいなチャンネル】
Рет қаралды 8 МЛН
Little girl's dream of a giant teddy bear is about to come true #shorts
00:32
Русалка
01:00
История одного вокалиста
Рет қаралды 7 МЛН
২১ জুলাই, দিনটো আমাৰ বাবে কিয় বিশেষ??
9:58
হিয়াৰ আমঠু🌸 (HIYAR AMOTHU)
Рет қаралды 1,7 М.
Alex hid in the closet #shorts
00:14
Mihdens
Рет қаралды 11 МЛН