Рет қаралды 359,806
বাক্সাৰ ছহিদ সুমন স্বৰ্গিয়াৰীৰ ঘৰত উপস্থিত হৈ বীৰ ছহিদজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ছহিদৰ পৰিয়ালৰ হাতত তুলি দিলে ৫০ লাখ টকাৰ চেক। ছহিদ পৰিয়ালৰ বাবে কৰণীয় সকলোখিনি চৰকাৰে কৰি যাব বুলি মন্তব্য কৰিলে মুখমন্ত্ৰীয়ে।