Рет қаралды 47,960
Pratidin Time
‘সুনীল গগৈ জীয়াই আছে’। সুনীল গগৈৰ পত্নীক আশ্বস্ত কৰিলে সংযুক্তা পৰাশৰে। CIDৰ IGP হিচাপে কৰ্মৰত সংযুক্তা পৰাশৰ। সুনীল গগৈৰ পত্নীক বগা সাজ নিপিন্ধিবলৈ ক’লে পৰাশৰে।#PratidinTime #assam #SunilGogoi