Sunil Gogoi Exclusive | সুনীল গগৈৰ পত্নীৰ বিস্ফোৰক মন্তব্য ‘সুনীল গগৈক লুকুৱাই ৰখা হৈছে’ N18V

  Рет қаралды 144,948

News18 Assam/Northeast

News18 Assam/Northeast

Ай бұрын

Sunil Gogoi Exclusive | সুনীল গগৈৰ পত্নীৰ বিস্ফোৰক মন্তব্য ‘সুনীল গগৈক লুকুৱাই ৰখা হৈছে’ N18V
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#sunilgogoi #assampolice #lakhimpurpolice #policecustody #deepankardas #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/desc-youtube
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Пікірлер: 182
@vidyawatibora
@vidyawatibora Ай бұрын
সাঙবাদিক হ'ল বুলি গাড়ী চলাই থাকিলেও চালক ক কথা সুধিব পাৰে নে
@parikhitgoswami4620
@parikhitgoswami4620 Ай бұрын
পৰিয়ালটোৰ মানু্হকেইজনক অলপ শান্তি দিয়ক , যদি সচাকৈয়ে সুনিল গগৈৰ মৃত্যু হৈছে তেতিয়াহলে মহিলাগৰাকীয়ে নিজৰ স্বামী আৰু লৰাজনে নিজৰ পিতৃক হেৰুৱাইছে । কিমান বিষাদৰ কথা ।। অলপমান নিজৰ গাত চিকুতি চাই উপলব্ধি কৰক ; এই ঘটনাটোৰ সমান্তৰালভাৱে ডিব্ৰুগড় জেইলত ৰহস্যজনকভাৱে এজন ব্যক্তি মৃত্যু হ'ল। সেই ঘটনাটো ৰহস্য উদ্ঘাটন কৰক ; নতুবা জোনমনি ঘটনাটোৰ ৰহস্য ফাদিল কৰি মাক গৰাকীক ন্যায় দিয়াৰ চেষ্টা কৰক ...
@Rekhasvlog1515
@Rekhasvlog1515 Ай бұрын
জোনমণি কেনেকৈ মৃত্যু হৈছিল😢এই সাংবাদিক জনে পুলিচক যদি এনেকৈ প্ৰশ্ন কৰিল হয়।😢 আজি জোনমণি মাকে ন্যায় পালে হয় 😢😢
@pubaligogoi2351
@pubaligogoi2351 Ай бұрын
সাংবাদিকে কিয় ভুতৰ ওপৰত দানহ পৰিছে
@gopaldutta4115
@gopaldutta4115 Ай бұрын
সাংবাদিক জনৰ মূৰৰ বিকৃতি ঘটিছে।
@binoykalita7597
@binoykalita7597 Ай бұрын
এই পৰিয়ালটোৰ ওপৰত অতি অনুসন্ধান কৰাৰ বিপৰীতে জয়ন্ত গোস্বামীক তদন্ত আওতালৈ ননাৰ ৰহস্য কি? এই সকলোবোৰ জনসাধাৰণে লক্ষ্য কৰি আছে। আইন কাৰোৱেই পৈত্ৰিক সম্পত্তি হব নোৱাৰে।
@rinkushivam8759
@rinkushivam8759 Ай бұрын
Tumi সাংবাদিক হৈ পুলিচৰ দৰে এনেকৈ প্ৰশ্ন কৰা উচিত হোৱা নাই তুমি জেলৰ ভাত খাৱ লাগিৱ যেন পাও
@thedreamwannafly2000
@thedreamwannafly2000 Ай бұрын
Limit cross kori dise😂😂😂😂
@rupkhan-pl7bj
@rupkhan-pl7bj Ай бұрын
Tumiki Ainar manu
@LohitSonowal-lq6mz
@LohitSonowal-lq6mz 28 күн бұрын
L gt KKK mp no cf​@@thedreamwannafly2000
@pubaligogoi2351
@pubaligogoi2351 Ай бұрын
তুমি সাংবাদিক নে পুলিচ, তুমিহে মানসিক হাৰাহাস্তি দিয়াৰ বাবে জেললৈ যাব লাগিব পাৰে
@bwhwigoyary8751
@bwhwigoyary8751 Ай бұрын
হৈ দে
@jayantachetia4488
@jayantachetia4488 Ай бұрын
পৰীয়াল তোক কি‌য় ইমান তৰঢা কৰা হৈছে সুনিল গগৈ জীয়াই আছে যদি বিছাৰি উলিয়াক কেনে মানৱতা কিমান দুখত আছে ভাবি চাওক পাগল কৰিব নেকি পৰি‌য়ালটৃক
@pankaj12360
@pankaj12360 Ай бұрын
প্লিজ, মানুহজনীক অযথা অশান্তি নিদিবচোন ! গাড়ী চলাই থাকোতেও লৰাটোক নেৰিলে !! আইন আদালত আছেটো !!
@ridulraj5043
@ridulraj5043 Ай бұрын
Driving কৰি থকাৰ সময়ত কিয় প্ৰশ্ন সুধিবলগীয়া হল। আপুনি এটা অ বিবেচক কাম কৰিছে।
@anjanborah-5069
@anjanborah-5069 Ай бұрын
এনেই নেটপেক খৰছ কৰি এই পাগল বিলাকক চাই থাকিব লগা হৈছে 😂 । এইজনক NEET পৰীক্ষা কেলেংকাৰীৰ তদন্তৰ ভাৰ দিয়া হওঁক । ( বিষয় টো বা শুনিছে নে নাই 😢😢)
@Runjunsarmah-zk8ec
@Runjunsarmah-zk8ec Ай бұрын
😂😂😂😂😂😂
@rinkushivam8759
@rinkushivam8759 Ай бұрын
ধেৎ তুমি সাংবাদিকতা বাদ দিয়া গাড়ী চলাই থাকোতে এই পগলা টোৰ কৰ পৰা ওলালহি নাজানে জ্ঞানৰ অভাৱ
@dimbeswarkonwar7659
@dimbeswarkonwar7659 Ай бұрын
মানু্হ গৰাকীক অলপ শান্তিত থাকিবলৈ দিয়ক। ইমান জেৰা কিয়। এই কথাবোৰ আমি আগতেই শুনিলো আকৌ কিয় একেবোৰ কথা। Drive কৰোঁতে কিয় সুধিছে।
@runjunborah7600
@runjunborah7600 Ай бұрын
সাঙবাদিক জনে কিয় ইমান জেৰা কৰিছে। ল'ৰা টোৱে গাড়ী চলাই থাকোতে কিয় আমনি কৰিছে।
@hemantakumarborooah1104
@hemantakumarborooah1104 Ай бұрын
সৰু ল’ৰা , গাড়ী চলাই থাকোঁতে এনেকৈ প্ৰশ্ন সুধি থকা এই বদমাছটোক চৰকাৰে গ্ৰেপ্তাৰ নকৰে কিয় ?
@janmonichetia2479
@janmonichetia2479 Ай бұрын
হয়, সৰু ল'ৰা টোক আৰু কিমান পাহাৰ পৰ্বতৰ দৰে বোজা জাপি দিব তাৰ মূৰৰ ওপৰত কওঁকচোন ।
@Akashmika_123
@Akashmika_123 Ай бұрын
আপুনি কেনেধৰণৰ সাংবাদিক ..... সেই লৰা জনে গাড়ী খন চলাই আছে আৰু সেই লৰা জনক আপুনি কথা সুধি আছে । কৰবাত ৰৈ দুইজনৰ লগত কথা পাতক
@h1239640
@h1239640 Ай бұрын
পাগল নেকি সাংবাদিক জন , কেলা গাড়ী চাওঁতে ও প্ৰশ্ন,,,, ইয়াৰ ওপৰত গোচৰ দিব লাগে।। শিয়াল
@babulbora8228
@babulbora8228 Ай бұрын
আৰক্ষীৰ নিমিলা অংক,কোনোবা তৃতীয় সক্তিহে জড়িত আছে যেন অনুভৱ হয়।
@sanatankalita5214
@sanatankalita5214 Ай бұрын
গাড়ী চলাই থকা সময়ত এনেকুৱা কথা নপতাই ভাল বুলিঅনুভৱ কৰো
@gajendranathsaloi5362
@gajendranathsaloi5362 Ай бұрын
সাংবাদিক বোৰ পুলিচত তকৈও ওপৰত যেন পাও।
@anjanborah-5069
@anjanborah-5069 Ай бұрын
এই সাংবাদিক জন যোৱা প্ৰায় ২০ দিন মান চাগৈ ঘৰমুৱা হোৱাই নাই নেকি ? পুলিৎজাৰ বঁটাৰ বাবে যোগ্যতা অৰ্জন কৰা বুলি বিবেচনা কৰা হওঁক 🎉🎉
@kabitamoran6158
@kabitamoran6158 Ай бұрын
​@@tirthajyotigogoi9942😂😂😂😂😂😂😂😂
@kabitamoran6158
@kabitamoran6158 Ай бұрын
​@@tirthajyotigogoi9942সাংঘাটিক মজা
@kabitamoran6158
@kabitamoran6158 Ай бұрын
😂😂😂😂😂😂😂😂
@nityanandadoley-mg7xq
@nityanandadoley-mg7xq Ай бұрын
গা ও ধূৱা নাই চাগে সাংবাদিক জনে। লগে ৰ হ ও।😊😊😊
@mrigakhiboruah7271
@mrigakhiboruah7271 Ай бұрын
মানসিক পেচাৰ দিছে
@rupjyotiborah1209
@rupjyotiborah1209 Ай бұрын
সাংবাদিকে পাগল কৰিব এতিয়া
@jagatgogoi3281
@jagatgogoi3281 Ай бұрын
বাৰে বাৰে একেখিনি কথাকে সুধি আছে , সাংবাদিকজনৰ আৰু কাম নাই নেকি।
@user-hy3rt6eb6i
@user-hy3rt6eb6i Ай бұрын
মেডিয়া সকল পুলিচ আৰু পুলিচ কৰ্মী সকল ক মেদিয়া বনাই দিব হল আৰু
@AnantaDasDas-lb2zl
@AnantaDasDas-lb2zl Ай бұрын
অই সুদুৰ্ভাই হত মৰাকে কিয় মাৰি আছ পলাই জুৱা জাহাঙ্গীৰ কথা কবলৈ মামাই মানা কৰিছে নেকি নে বিক্ৰী গলি
@manojbaruah6208
@manojbaruah6208 Ай бұрын
সাংবাদিক জনককেলাকানতলীয়াচৰমাৰঅসভক
@DibyajyotiBaruah-lz2mm
@DibyajyotiBaruah-lz2mm Ай бұрын
গোটেই কমেণ্ট বোৰ মাত্ৰ সাংবাদিক জনৰ বিৰুদ্ধে ৷
@jitendrarabha4660
@jitendrarabha4660 Ай бұрын
ধুই ------ ,তদন্ত কৰিব লাগে আৰক্ষীয়ে,তদন্ত কৰি আছে সাংবাদিকসকলেহে৷সাংবাদিকসকলে এনেদৰে বাৰে বাৰে হাৰাশাস্তি কৰি থকাটো কোনোৱেই কামনা কৰা নাই৷৷
@user-ws1yp1py7q
@user-ws1yp1py7q Ай бұрын
আপোনালোকে মানুহগৰাকীক মানসিকভাবে হাৰাশাস্তি কৰা বন্ধ কৰক।
@mukutborah4081
@mukutborah4081 Ай бұрын
মানুহ গৰাকী মুখত একো দুখ নাই, এই গৰাকী জেল যোৱা খাটাং।
@pankaj12360
@pankaj12360 Ай бұрын
Judgement.. হাঁহিহে উঠে ।
@bijoyagogoi6248
@bijoyagogoi6248 Ай бұрын
এইবোৰ কি দেখিছো।এইবোৰৰ কাম নাই।মানৱতাহীন ব্যক্তি।
@JitenSaikia-jw9fg
@JitenSaikia-jw9fg Ай бұрын
গেলা গৰো পালেই হ'ল
@pubaligogoi2351
@pubaligogoi2351 Ай бұрын
সাংবাদিকজনহে পগলা হ'ল যেন লাগিছে
@imoff-sv4jw
@imoff-sv4jw Ай бұрын
Moro tene lagise 😂😂
@hemantakumarborooah1104
@hemantakumarborooah1104 Ай бұрын
এইটো পগলাই ৷
@anjaligogoikonwar9024
@anjaligogoikonwar9024 Ай бұрын
সাংবাদিকৰ নামত ভেনামাখিৰ দৰে মানুহ জনীক কিয় মানসিক অত্যাচাৰ কৰি আছ
@rontusonowal9704
@rontusonowal9704 Ай бұрын
মাইকী লুভিয়া এই জন সাংবাদিক।
@rajdeepgogoi8194
@rajdeepgogoi8194 Ай бұрын
Manuh gorakik kio eman jara korisa
@user-sd4pr3ht5u
@user-sd4pr3ht5u Ай бұрын
জোনে ভাবুকী দীচীল তাক জেৰা কৰকনা
@user-up3ig9yp8f
@user-up3ig9yp8f Ай бұрын
আপোনালোকৰ মানবিয়তাকনো নাইকীয়া নেকি? কিয় অদৰকাৰী কথা বিলাক সুধি আছে। 😂😂😂
@saddikurrahman7617
@saddikurrahman7617 Ай бұрын
সাংবাদিকতাৰ অধিকাৰ এইজনে হেৰুৱাইছে নেকি গাড়ী চলাই আছে তাতেই আকৌ ড্ৰাইভাৰ লগত কথা পাতি আছে, পাগল হয় এইজন 🤬😡🙄
@lalitadeka7406
@lalitadeka7406 Ай бұрын
এই প্ৰাণী 2 কৰ পৰা টপকিল গাড়ী ভিতৰত 😂😅
@rafikulali4396
@rafikulali4396 Ай бұрын
ইমান জনপ্ৰিয়তা,, এজনি celebrity হে,বোপাই পিতৃ হাৰা স্বামী হেৰুৱা মাইকী লগত চলন্ত গাড়ীত interview,,, আচৰিত,,,,কিবা ১৯৮০ চনৰ অসমীয়া ছবিৰ দৃশ্য হে উপভোগ কৰি আছো,,, এইয়া সাংবাদিক জনে মাইকী জনিক প্ৰশ্ন বোৰ যি সুধিলে মানসিক চাপ দিয়া নাই জানো
@ManjuNiranath
@ManjuNiranath Ай бұрын
সাংবাদিক জনৰ মগজুত মাল নাই নেকি?
@madanchandrakarjee2283
@madanchandrakarjee2283 Ай бұрын
এই সাংবাদিক জনেও এনেকুৱা সমস্যা পাব ।
@ujjalkonwar2859
@ujjalkonwar2859 Ай бұрын
কাম নাই এই সাংবাদিক বিলাকৰ । ঘণ্টাই ঘণ্টাই চুনিল গগৈ জাহাঙ্গিৰ জাহাঙ্গিৰ । বৰ ডাঙৰ ৰহস্য
@abhijitlikson8734
@abhijitlikson8734 Ай бұрын
এই সাংবাদিক টোৰ মুখ খন বেয়া, D N A report অহা দিনা দেখিছোঁ ক্ৰাইম ব্ৰাঞ্চ ৰ মানুহ যেন তেওঁক হে লগা হৈছে । অনৰ্থক প্ৰশ্ন সুধি মানসিক ৰোগী বনাব এইজনে।
@sahabuddinahmed-mp3hu
@sahabuddinahmed-mp3hu Ай бұрын
VVIP মানুহৰ নিচিনা গাৰিৰ ভিতৰত বহি গৈ গৈ নিউজ দেখাই কি বুজাব বিচাৰিছে
@abdulkhalequemondal9591
@abdulkhalequemondal9591 Ай бұрын
Accident hole kone daiee hobo, gari cholaote je prosno kore ?
@bitupanphukan9139
@bitupanphukan9139 Ай бұрын
Hangbadik jon sinaki dore hol aru ghrr mnuhr dre
@CRPF41
@CRPF41 Ай бұрын
Ai reporta2 dekhi amoni lagise ru dei
@harenbaruah430
@harenbaruah430 Ай бұрын
এই সাংবাদিক জনৰ মূৰত ঘিউঁ নাই নেকি।কি বাল প্ৰশ্ন কৰি আছে তেওঁ সাংবাদিক নে পুলিচ বিষয়া। মই হোৱা হ'লে চৰিয়াই দিলোহেতেন।
@basantahira8645
@basantahira8645 Ай бұрын
অই ফাগলা গাড়ী চলাই আছে কিবা এটা ঘটনা যদি ঘটা হয়? অই ফাগলা তুমি ফুলিছ নেকি?
@baishwajitbordoloi6240
@baishwajitbordoloi6240 Ай бұрын
জুনমনি ৰাভাদৰে হবনিকি চাগে ঘড়মানোবিলাকক মিচাকে জিতি হোধি কিলাভ নিওচ বিলাকৰ কামনাই আৰু
@RanjitBorah-tm6tp
@RanjitBorah-tm6tp Ай бұрын
1
@user-em7up5ev8z
@user-em7up5ev8z Ай бұрын
Eai 2 eata bodmas hoy
@TridipDoley-ro3rr
@TridipDoley-ro3rr Ай бұрын
Kiyo iman beyake koisa..enquiry hobo diyok na..napay !
@prasantasaikia6881
@prasantasaikia6881 Ай бұрын
Reporter bure investigation officer nisinake rule play nokorile bhal lage.
@jugalpurnarayanpur430
@jugalpurnarayanpur430 Ай бұрын
টকাৰ কাৰণেই মানুহে, মানুহক অত্যাচাৰ,,
@SubashSharma-tl8xq
@SubashSharma-tl8xq 11 күн бұрын
Are you policewala ya reporter?
@PhukanBasumatary-do4qm
@PhukanBasumatary-do4qm Ай бұрын
Polise jen ey sangbadikok jera sola Bo dise...
@prasantasaikia6881
@prasantasaikia6881 Ай бұрын
Reporter tur educational qualification kiman bary?
@prabitachutia448
@prabitachutia448 Ай бұрын
সাংবাদিক জনৰ ওপৰত সন্দেহ আছে , সাধাৰণ জ্ঞান খিনিও নাই যেন লাগিছে
@kakoligayan2065
@kakoligayan2065 Ай бұрын
সত্য কেতিয়াও লুকাই নাথাকে অপৰাধি হলে ভোগ কৰিব লাগিব
@ranjugogoi4117
@ranjugogoi4117 Ай бұрын
জল জীৱন মিচনৰ কেলেংকাৰি ধাকিবৰ বাবে বাৰে বাৰে আকেবোৰ কথাকে সুধপুচ কাঢ়ি হৰহস্তি কৰী থকা হৈছে ।
@user-il8hn6ur4e
@user-il8hn6ur4e Ай бұрын
Gari pora nmai de bai
@smritichetia7497
@smritichetia7497 Ай бұрын
Nyai দিয়াতকৈ হৰাহস্তি কৰি ভাল পোৱা এখন সমাজ ,
@jomeruddin1602
@jomeruddin1602 Ай бұрын
Rohoshya shesh nohoy aru. Jonmoni rabhar nichina hobo
@JayantaRabha-gx9ll
@JayantaRabha-gx9ll Ай бұрын
Aibar reporter jn garite uthi aril
@KalpanaDuttaKakoty.
@KalpanaDuttaKakoty. Ай бұрын
গাড়ী‌ চলাই যাওঁতে এনেকৈ প্ৰশ্ন সোধা জানো ভাল কথা হৈছে? মানসিক চাপ পৰি যদি নিয়ন্ত্ৰণ হেৰুৱাই পেলায়।🎉
@nilimakalita7018
@nilimakalita7018 Ай бұрын
Bare bare jera karato police' r kartyaba kinto midiya r hahanobhutir bahut prayojan,row barali haraki jai pothi khalihana fasi jai , disturb di neya napaba kowato akkebare comman katha
@dhunbora8815
@dhunbora8815 Ай бұрын
Ji ki nohok manuh jni vl lagise mr
@entertainmentandexercies415
@entertainmentandexercies415 Ай бұрын
ৰাজপথত ড্রাইভাৰ চিটত বহা এজন কম বয়সীয়া উঠি অহা ল'ৰা এজনক এনেকৈ চুঙাটো মুখৰ আগত পাতি দিয়াৰ ফলত যদি আকস্মিক ভাৱে বিপৰীত দিশৰ পৰা অহা ব্যক্তি বা জীৱৰ অঘটন ঘটে দায়ী কোন হ'ব? এইজনৰ উপৰত তদন্ত হ'ব লাগে যান বাহন আৰক্ষীয়ে দেখা নাই নিকি এইবোৰ?
@minakshisaikia2672
@minakshisaikia2672 Ай бұрын
Aitu kotha manuhgarakie janilenu emman tadantai koriboe nalagil hoi ki j hudhi ase... Ainonai
@prasantasaikia6881
@prasantasaikia6881 Ай бұрын
TRP lage karone moza loisa?
@tridibbaruah1494
@tridibbaruah1494 Ай бұрын
Motive is clear, suspect prime jayanta gsaimi,then why police not questioning,instead fishing in the pond
@KalpanaDuttaKakoty.
@KalpanaDuttaKakoty. Ай бұрын
গাড়ী‌ চলাই যাওঁতে এনেকৈ প্ৰশ্ন সোধা জানো ভাল কথা হৈছে? মানসিক চাপ পৰি যদি নিয়ন্ত্ৰণ হেৰুৱাই পেলায়।
@Rozeemoni
@Rozeemoni Ай бұрын
Ethical sense nai media persons r
@drtsi
@drtsi Ай бұрын
Madam.... Apunar opoot doubt ase.... your mind is coo and you are good dramatist....
@bokulda3191
@bokulda3191 Ай бұрын
Aegorakik Lakhimpur Thanat Ani Jerra Koribo Lagay.
@tapandas2831
@tapandas2831 Ай бұрын
don't disturb her
@Virusmusic597
@Virusmusic597 Ай бұрын
Good 👍👍👍👍😂😂😂😂
@parthapratimsaikia3837
@parthapratimsaikia3837 Ай бұрын
Mur family k lakhimpur police a false case ata loi bohut harrasment korile...i have proof..bohut joldi amak dia false case tu details pabo...
@ranjitborah1106
@ranjitborah1106 Ай бұрын
সংবাদিক বাঃ বাঃ
@ashokdas6426
@ashokdas6426 Ай бұрын
Journalist bilak nije police, nije judge hoy. Aibilak ki. Blackmailing kori toka ghota journalist bilakok alap sepibo laage
@gamesoffreefireindia7622
@gamesoffreefireindia7622 Ай бұрын
হা হা হা হা কি অভিনয় তাইৰ কিমান অভিনয় কৰিব পাৰে😅😅😅😅😅😅😅
@gamesoffreefireindia7622
@gamesoffreefireindia7622 Ай бұрын
এইৰ কথা লেহেমীয়াই লেহেমীয়াই কৈছে ছাঁ ক'ত অভিনয় এতিয়া কথাষাৰ এনেকুৱা হল দিনত হলে মাহী পেহী ৰাতি হলে আউদেহী 😅😅😅😅😅😅😅😅😅
@a.b.7630
@a.b.7630 Ай бұрын
Mur najanu kio enekua lagise jahangirei marile niki sunil gogoi k... But forensic report t jodi Jahangir r nam nathakil heten tetia confirm hobo pora gol heten..
@stockmarkettraders304
@stockmarkettraders304 Ай бұрын
Acting val korise...
@A2Zby-cd5qc
@A2Zby-cd5qc Ай бұрын
রাতি 2টার পিছত জেরা করিলে 😢উলাই জাব 😮
@molinadas9009
@molinadas9009 Ай бұрын
Eibur nokoribo..teulukor mon dukhere vori aase aapuni bare bare tuk eke khini kotha khudi aase. Teuluk buli aapunak koi aase moi hua eku kobo nuarilu .hoi asanti nidibo teukukok..
@SyamantaSaikia
@SyamantaSaikia Ай бұрын
Eyak gadit kio uthibo dile ...
@shekharrajbongshi6929
@shekharrajbongshi6929 Ай бұрын
Hi Lebel intravew😂 😢
@user-yi1yg2gt1e
@user-yi1yg2gt1e Ай бұрын
তহঁতে মিচা মিচিকৈ কিয় মানসিক টচাৰ চলাছ?
@kushaldoley4590
@kushaldoley4590 Ай бұрын
Valor eku rohosso nohoy.Natok
@user-to6yi6jk6r
@user-to6yi6jk6r Ай бұрын
13:21 13
@runukonwar8328
@runukonwar8328 Ай бұрын
Parial tik kiy xati dise ❤ake bor kathake chubi 2 manush garakik axanti karise 😂val laga nai 😮😮
@JaiSreeRam2034
@JaiSreeRam2034 Ай бұрын
সাংঘাটিক আৰু দেই এইজন
@renusaharia5726
@renusaharia5726 Ай бұрын
@user-bx8gv2ct2i
@user-bx8gv2ct2i Ай бұрын
Jelepir paak !! Kisuman mrityu kiyo jelepir paak hoise ?
@nirulabasumatary710
@nirulabasumatary710 Ай бұрын
Dhet ,aponiyo police neki?
@Virusmusic597
@Virusmusic597 Ай бұрын
Jo d ga beya buli gm paiso tenehole jiyo ktha pati aso
THEY made a RAINBOW M&M 🤩😳 LeoNata family #shorts
00:49
LeoNata Family
Рет қаралды 43 МЛН
НРАВИТСЯ ЭТОТ ФОРМАТ??
00:37
МЯТНАЯ ФАНТА
Рет қаралды 2,8 МЛН
DAD LEFT HIS OLD SOCKS ON THE COUCH…😱😂
00:24
JULI_PROETO
Рет қаралды 15 МЛН