তোমালৈ এ বুলি বৰে ঘৰ বনালোঁ Tomaloi Buli Bare Ghar Banalo by Mahendra Hazarika and Alka Yagnik

  Рет қаралды 5,694,658

Asom ETC

Asom ETC

Күн бұрын

নাহৰ ফুলা নাই গানটোৰ লিংক • নাহৰ ফুলা নাই Nahar fu...
.For more song plz subscribe this channel / channel
New tech channel / @প্ৰজ্ঞা-খ৫স

Пікірлер: 1 100
@nabakumarkalita5618
@nabakumarkalita5618 5 жыл бұрын
এই বোৰ গীতে পুৰনি স্মৃতি সুৱৰাই দিয়ে । অন্তৰ চুই যোৱা গীত ।
@manoranjansarmah8708
@manoranjansarmah8708 29 күн бұрын
I like such feeling and experience always. Hope that such contributions will be evergreen.
@jaanbiswas5122
@jaanbiswas5122 4 жыл бұрын
গাঁৱৰ পটভূমিত সৃষ্টি এই গীতটো পৃথিৱীৰ চুকে-কোণে থকা প্ৰত্যেক গৰাকী অসমীয়াৰে প্ৰিয় গীত,, গীতটো শুনি থাকিলে চকুৰ আগত বহুতো সপোনে ডোলা দি যায়,, এই গীতটোৰ প্ৰতিতো শব্দই হৃদয়স্পৰ্ষী,, চিৰ্-যুগমীয়া গীত 🕊
@mridulsarmah1338
@mridulsarmah1338 4 жыл бұрын
সঁচাই মোৰ ১৫-১৬ বছৰ বয়সত ওচৰৰ বাইদেউ এজনীৰ বিয়াত পাগল হৈ গৈছিলো গীতটি শুনি।।।। আৰু এতিয়াও।।।। টামাম ৰোমান্টিক হৈ যাওঁ,,,,,
@siddikahmed3921
@siddikahmed3921 4 жыл бұрын
🎧
@bireswarchouhan5318
@bireswarchouhan5318 2 жыл бұрын
Mahendra Hazarika Da is an emotion... hundor ... 🙏🙏
@CookingWithBarnali
@CookingWithBarnali 4 жыл бұрын
আজি আপোনাৰ গান শুনিলো প্ৰতিদিন টাইমত..চকুলো নিগৰি আহিল বহুদিনৰ পিছত দেখা পাই
@kushalbarman1643
@kushalbarman1643 6 жыл бұрын
ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ য আপুনি আমাৰ মাজত এনেকৈ সদায় গান থাকে যেন
@uddhavbarman1047
@uddhavbarman1047 4 жыл бұрын
বহুত বাৰ শুনিছিলো গানটো তথাপিও হেপাঁহ নপলায় ৷
@upashanavlogs
@upashanavlogs 2 жыл бұрын
শুনি থাকিব মন যায় এনেকুৱা গান বোৰ 💚
@sumvlogs5941
@sumvlogs5941 4 жыл бұрын
মোৰ অতিকৈ আদৰৰ মহেন্দ্ৰ দাৰ লৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আমাৰ মাজত ইমান ধুনীয়া,, গীত দিয়া বাবে আৰু লাগে আমাক আপোনাৰ আদশৰ গান দাদা,,, আপুনি সদায় আমাৰ মাজত এনেদৰে থাকিব,,,,
@manjitborah191
@manjitborah191 Жыл бұрын
Bohut Val lage Dadar gan bur
@petvetsolution629
@petvetsolution629 Жыл бұрын
Dadak hoday log paw Dadak ketiyaba dami garir pora noma dekhisa ni? Moi ki kobo bisarisu bujisa ne?
@shajibroy7910
@shajibroy7910 7 ай бұрын
That song is my hard and soul you are ever green shajib kr roy kokrajhar assam
@saidulsaidul4715
@saidulsaidul4715 7 жыл бұрын
আপোনাৰ গান বোৰে মোৰ কলিজা চুই জাই ।
@bishaljyotisharma9120
@bishaljyotisharma9120 5 жыл бұрын
সম্পুর্ন গাঁৱলীয়া বস্তুৰ এক পুৰ্ন উপস্থাপন। বৰ ভাল লাগে। ❤
@ashimborah1712
@ashimborah1712 2 жыл бұрын
Yes
@konnath3502
@konnath3502 Жыл бұрын
Love you song
@konnath3502
@konnath3502 Жыл бұрын
My favourite song proud of you
@monuranjanphukon9187
@monuranjanphukon9187 3 жыл бұрын
একেবাৰে অসমীয়া জীবনৰ সচাঁ শব্দ। মৰম আৰু শুভকামনাৰে জনমিঙ দিলোঁ।
@enukhan8126
@enukhan8126 2 жыл бұрын
Korim
@NripenArandhara
@NripenArandhara 9 ай бұрын
​@@enukhan8126hhi mo nhi nhi hol ki
@manashpratimnath8247
@manashpratimnath8247 3 жыл бұрын
দাদাৰ গান শুনি থাকিলে বেলেগ গান শুনিবলৈ মন নাযায় । মই গাড়ীত যতেই যাওঁ তাতেই লগাই লওঁ । দাদাৰ গান মোৰ বহুত প্ৰিয় । ভগৱানে দাদাক সদায়েই ভালে কুশলে ৰাখক ।
@bituchetia547
@bituchetia547 Жыл бұрын
.
@bituchetia547
@bituchetia547 Жыл бұрын
.
@pranabkalita523
@pranabkalita523 Жыл бұрын
দাদাৰ গান শুনি শুনি গাড়ী চলাও দিনে ৰাতি ভাগৰ নালাগে
@sibabora2857
@sibabora2857 Жыл бұрын
000000000000000000000000000000000Qqq00000qq0000
@litumonichelleng6654
@litumonichelleng6654 Жыл бұрын
@@bituchetia547 %
@Unknownboygaming-b24
@Unknownboygaming-b24 6 жыл бұрын
অন্যতম শ্ৰেষ্ঠ অসমীয়া প্ৰেমৰ গীত, যৌৱনৰ জয়গান!
@barshadas9741
@barshadas9741 2 жыл бұрын
From
@jitubaruahvideos7655
@jitubaruahvideos7655 Жыл бұрын
🙄
@kashyapdas
@kashyapdas Жыл бұрын
Plllpppl
@sanjibkalita8906
@sanjibkalita8906 3 жыл бұрын
অসমীয়াৰ গৌৰৱ , এনেকুৱা এক সঙ্গীত আমাৰ মাজত পৰিবেশন কৰি সঁচাকৈ বহুত ভাল লগাই। আৰু সঁচা কথা আৰু সঁচা প্ৰেম ভালপোৱাৰ পৰিচয় দি গৈছে এই গীতটোৰ মাজেৰে
@rbgassam4422
@rbgassam4422 6 жыл бұрын
কি সুন্দৰ গান..😍
@debajitbhuyan6384
@debajitbhuyan6384 6 жыл бұрын
এই গানটোৱে অসমৰ অতীতৰ ৰীতি-নীতি , পৰম্পৰা সকলো ফুটাই টোলিছে।
@banikanta5805
@banikanta5805 4 жыл бұрын
P
@bhaskardas223
@bhaskardas223 2 жыл бұрын
@@banikanta5805 kkkkkkkk, folk, fkopk9
@soinikaboro5290
@soinikaboro5290 5 жыл бұрын
অসমীয়াক ভাল পোৱা আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে গান গোৱা অসমীয়াৰ অনুভৱ বুজি পোৱা মহেন্দদালৈ বহোত বহোত ধন‍্যবাদ
@AmirHussain-eo6tv
@AmirHussain-eo6tv 3 жыл бұрын
Y
@abdulsiddikali3540
@abdulsiddikali3540 3 жыл бұрын
🙏🙏🙏♥️♥️♥️
@DSqrtda
@DSqrtda 4 жыл бұрын
তেখেতৰ সকলো গীতেই অতুলনীয় |
@user-no3sg8vj1o
@user-no3sg8vj1o 4 ай бұрын
@nayankumarbarman4791
@nayankumarbarman4791 3 жыл бұрын
গীতটি শুনিলে সচাঁ‌কৈ সুখে নধৰা হয় ,
@injach523
@injach523 3 жыл бұрын
Alka ji aru Mahendra dar golden voice...Dhuniya lge geet ❣️
@janakumarpegu9918
@janakumarpegu9918 6 жыл бұрын
I have never ever heard such a sweet and melodious song ... If someone sing this song to me I will just fall in love.... Really it's my most favourite song . Thanks for upload this golden song .
@naridshwarsaikia1775
@naridshwarsaikia1775 5 жыл бұрын
এই গীতটি শুনিলে এখন নিভাঁজ গাঁৱৰ ছৱি চকুৰ আগত ভাহি উঠে ৷
@rajudas8900
@rajudas8900 4 жыл бұрын
সছাকৈ কিবা এটা মনটোৱে ভাল লাগি যায় Really ,
@yuvrajchetry8630
@yuvrajchetry8630 2 жыл бұрын
মোৰ প্ৰিয় গীত ❤️
@debanshibhuyan2055
@debanshibhuyan2055 5 жыл бұрын
সচাঁকৈ সুন্দৰ গীত...সঞ্জীবনীৰ কণ্ঠ বৰ সুৰীয়া...মহেন্দ্ৰ হাজৰীকা all time favorite...
@snigdhajonakmusic2324
@snigdhajonakmusic2324 2 жыл бұрын
সঞ্জীৱনী নহয় অলকা য়াগনিক
@ritakalita6017
@ritakalita6017 6 жыл бұрын
ইমান সুন্দৰ গীত কোৱাৰ ভাষাৰ হেৰেই গল মন ভৰি পৰিল
@ganeshbarman4244
@ganeshbarman4244 6 жыл бұрын
হাজাৰ বাৰ শুনিলেও শুনিয়েই থাকিবলৈ মন যায়....! ভাষাৰে বুজাব নোৱাৰি | সঁচা দেশপ্ৰেমৰ এইয়া বহিপ্ৰকাশ |
@anishamassum9386
@anishamassum9386 2 жыл бұрын
0) ppppplppp0ppplp
@hemantasaikia7371
@hemantasaikia7371 6 жыл бұрын
স্কুলত পঢ়ি থকা সময়ৰ স্কুলৰ পৰা আহি এই গানবোৰ শুনি থকা মনত আছে । কেছেট বোৰ সজতনে সাঁচি ৰাখিছো।
@mukutdutta5822
@mukutdutta5822 5 жыл бұрын
upload them brother in any website such that we can listen them,thanks
@ajaharali7880
@ajaharali7880 4 жыл бұрын
ak
@sandimalakar7237
@sandimalakar7237 4 жыл бұрын
@@mukutdutta5822 cxccc. Xedexcxcdxcexcxxedde ececdececx xe cecdxdc exxcxcddeeccxccdxcecxxececcccceeccxcxcxec cheeseburger çe d xxxxxx xxxxwx 😉😚xwxwxxx d wxxx xwxwxwx x x. Xxx😉😉😉😉😉😉😉😃😉w😃😉1q
@sandimalakar7237
@sandimalakar7237 4 жыл бұрын
@@mukutdutta5822 qqzazawzazwsq
@jiaulhaque1488
@jiaulhaque1488 4 жыл бұрын
Sodai rakhiba bhal koi caset bur
@user-os1ov2rl6d
@user-os1ov2rl6d 4 жыл бұрын
শিৱসাগৰীয়া হিচাবে আপোনাক লৈ গৌৰৱ কৰো। সদায় আপোনাৰ আৰু ভূপেন দাৰ গান বেছি শুনো।
@monimakalita8301
@monimakalita8301 5 жыл бұрын
হিয়াৰ মাজত সদায় সোমাই থকা গান শুনি থাকিলেও আমনি নালাগে
@rashmipayeng1533
@rashmipayeng1533 2 жыл бұрын
❤️❤️❤️❤️❤️❤️প্ৰিয় গীতটো । গীতটোৰ প্ৰতিটো শাৰী অসমীয়া জন জীৱনৰ লগত খাপ খোৱাকৈ গাইছে । সুন্দৰ
@samutjalpatar8863
@samutjalpatar8863 Жыл бұрын
Mm
@muhinkhanikar2371
@muhinkhanikar2371 6 жыл бұрын
আপোনাৰ গানবোৰ শুনি বহুত ভাল লাগে ।
@gautambaidya1448
@gautambaidya1448 2 жыл бұрын
অলকা আগনিকৰ অসমীয়া accentটোও ধুনীয়া হৈছে... বাকী হাজৰিকা দেৱৰ তুলনা নাই
@manashphukon6226
@manashphukon6226 5 жыл бұрын
50+Credit King Off 1990 Bollywood Female Singer,Alka Yagnik.R Bina Ey2 Gaan r Adhoroa,Hoy,Love You Alka Mam
@gokul5162
@gokul5162 Жыл бұрын
Legend of Assam ❤️❤️
@g4u602
@g4u602 5 жыл бұрын
গানটো বহুত ভাল লাগে মোৰ।।
@ringkiboro3652
@ringkiboro3652 5 жыл бұрын
1000th bar xunileow hepa nopolai ai gaan t xuni thakibo mon jai ...bht bht bhtei vl lage. ....I love this song.
@dr.ghanakantasarma9852
@dr.ghanakantasarma9852 5 жыл бұрын
মহেন্দ্ৰ হাজৰিকাৰ গানত এক সুকীয়া মাদকতা আছে৷ শুনি থাকিবলৈ মন যায়৷
@barendrakumardas5918
@barendrakumardas5918 2 жыл бұрын
9l ⁰ 0l
@rashmirekhachetia5246
@rashmirekhachetia5246 7 жыл бұрын
শুনি শুনি শেষ নোহোৱা গান, এয়াহে জাতীয় জীৱনৰ গান ,য'ত প্ৰাণ আছে । মোৰ অতি প্ৰিয় তথা শ্ৰদ্ধাৰ শিল্পী ।
@chandanchangmai3232
@chandanchangmai3232 5 жыл бұрын
মহেন্দ্ৰ দা কিয়? লুকাই গৈছে ।
@swapnilrc7319
@swapnilrc7319 5 жыл бұрын
আপোনাৰ প্ৰথম গান কথাৰ ছন্দেৰে আজিও বহুত ভাল লাগি আছে ।
@assamrb........1182
@assamrb........1182 2 жыл бұрын
Hi
@comedybpl9737
@comedybpl9737 Жыл бұрын
অতীতৰ স্মৃতি ❤❤❤
@kaustavdas4009
@kaustavdas4009 6 жыл бұрын
Some of the sweet words of our language which are not at all spoken by us in this time has been reflected in the song nicely
@parthaprotimdasofficial919
@parthaprotimdasofficial919 4 жыл бұрын
জীবনৰ মধুময় সময় বোৰ এই গানৰ মাজতে পাৰ করিছিলো৷
@pmr.....2508
@pmr.....2508 6 жыл бұрын
My fvrt singer.... Jar gaan mur Bht Bht Bht vl lga.... 😊😊😊😊
@adityaduaraha3904
@adityaduaraha3904 4 жыл бұрын
😍
@santoshkr.7245
@santoshkr.7245 4 жыл бұрын
Legendary singer ❤️🙏🏼👍❤️🙏🏼👍
@beenaborah1098
@beenaborah1098 4 жыл бұрын
শুদ্ধ অসমীয়া শব্দ। বৰ ভাল লাগে শুনি ।
@siddharthgogoi6837
@siddharthgogoi6837 5 жыл бұрын
alka yagnik voice is amazing.... alka yagnik became an assamese in this song...😊😍😍😘😘
@bickytaye3275
@bickytaye3275 Жыл бұрын
I love mahendra sir I love this song old is gold !❤️❤️❤️❤️❤️❤️
@pinkiakshayborah248
@pinkiakshayborah248 3 жыл бұрын
মোৰ প্ৰিয় গীতটি🌹🌹🌹
@irabarman1976
@irabarman1976 Жыл бұрын
মহেন্দ্ৰ হাজৰিকাৰ গীত মোৰ বহুত প্ৰিয় 😍😍👌
@ShivaPrasad-qm6df
@ShivaPrasad-qm6df 5 жыл бұрын
Mr Hajarika love becomes from God. Your this song sign of truth love in Assamese social life. With thanks. God bless you.
@thehindustanexpress7380
@thehindustanexpress7380 5 жыл бұрын
My fathers favourite singer!
@khargeswarsarania2628
@khargeswarsarania2628 6 жыл бұрын
সচাঁকৈয়ে আপুনি সংগীত সেত্ৰত ডঃভূপেন হাজৰিকাৰ পিছতেই আপোনি যিবোৰ গীত সুনিলে দেহ মন জুৰ পৰি যায় ।
@sameernath7734
@sameernath7734 5 жыл бұрын
Wordless 👍👌👌👌❤❤
@Nisi162
@Nisi162 5 жыл бұрын
অতুলনীয় কথা , সুৰ , কণ্ঠ । মোৰ অতি প্ৰিয় কণ্ঠশিল্পী ।
@bhargovlyrics
@bhargovlyrics 3 жыл бұрын
My favorite song ❤️
@manoranjansarmah8708
@manoranjansarmah8708 Жыл бұрын
For explanation l am not expert, but l like such songs absolutely. Thanks to all.
@misimipborah6250
@misimipborah6250 5 жыл бұрын
এসময়ত খুব নাছিলো,,,,,,খুব মনত পৰে সেইটো দিনলৈ।
@prafullakrgogoi5678
@prafullakrgogoi5678 4 жыл бұрын
I like best
@parthasaikia9891
@parthasaikia9891 2 жыл бұрын
Moi atiu hunu ai Jann too.. vl lage
@sailenray584
@sailenray584 2 жыл бұрын
Umm hy hei diboroloi akou ubhoti jabo Mon Jay....
@parthachetia1525
@parthachetia1525 2 жыл бұрын
এই গান টো শুনিলে সঁচাকৈ সোণালী শৈশৱলৈ বহুত মনত পৰে।
@jintutipam1008
@jintutipam1008 2 жыл бұрын
গানবোৰ শুনি হেপাহ নপলাই ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@munnaahmed2693
@munnaahmed2693 5 жыл бұрын
Emanei dhunia gan je,,,, gar xire xire biyopi Jai,,,,,,
@apurbagogoi729
@apurbagogoi729 5 жыл бұрын
One of the best singer anytime
@anupomgogoi3688
@anupomgogoi3688 6 жыл бұрын
A true artist...
@rupamgamingshorts3004
@rupamgamingshorts3004 4 жыл бұрын
এই গানে মন জুৰ কৰি পেলায়
@onlinestudy2785
@onlinestudy2785 6 жыл бұрын
Its not a boring song... My mine say listen again and again...
@tutumonichetia5827
@tutumonichetia5827 3 жыл бұрын
মোৰ প্ৰিয় গীতটো । শুনিলে শুনি থাকিবৰ মন যায় ।
@debashissaikia5723
@debashissaikia5723 5 жыл бұрын
কমেন্ট পঢ়ি পঢ়ি কোনে কোনে শুনি আছা?
@junakiboy4125
@junakiboy4125 Жыл бұрын
Moi oo❤
@jibonjyotigogoijibonjyotigogoi
@jibonjyotigogoijibonjyotigogoi Жыл бұрын
Moi
@krishnagogoi9190
@krishnagogoi9190 Жыл бұрын
​@@junakiboy4125ohc😊
@PorimalDas-lq9dm
@PorimalDas-lq9dm Жыл бұрын
🖐️
@jaganathdutta5981
@jaganathdutta5981 9 ай бұрын
​@@jibonjyotigogoijibonjyotigogoimoi❤❤❤❤
@nbstatus1388
@nbstatus1388 2 жыл бұрын
Wonderful song..❤️ Loralir dinburloi monot pori jaai..
@niyangogoi5111
@niyangogoi5111 6 жыл бұрын
এবাৰ শুনিলেই গুনগুনাই থাকিব পাৰি।
@bhabenloying8893
@bhabenloying8893 6 жыл бұрын
kolija khai dim deii ganture 👌👌👌👌👌👌👌👌
@padumkashyap5004
@padumkashyap5004 Жыл бұрын
দাদা গান খুনি বৰ ধুনীয়া লাগে ❤❤
@prodipgogoi1753
@prodipgogoi1753 5 жыл бұрын
বহুত ভাল লাগে আপোনাৰ গান শুনিলে, শুনি থাকিবলৈ মন যায় ,,,,,,,,,,,
@alliswellilovemyindia9257
@alliswellilovemyindia9257 6 жыл бұрын
Apunar voice mur bohut val lage... apunar gitat deh mon xat pori jai sir I love you so much
@Unknownboygaming-b24
@Unknownboygaming-b24 6 жыл бұрын
অন্যতম শ্ৰেষ্ঠ অসমীয়া প্ৰেমৰ গীত।
@youtubeworld5085
@youtubeworld5085 Жыл бұрын
Sweet voice 💚
@bedantagogoi5838
@bedantagogoi5838 4 жыл бұрын
সোৱনশিৰী কেন্দ্ৰীয় ৰঙালী বিহুলৈ আকৌ এবাৰ আহিব দেই , মহেন্দ্ৰ দা ,কাবৌ কৰি মাতিছো -----
@jintumanidekaj.m.d5237
@jintumanidekaj.m.d5237 6 жыл бұрын
আপোনাৰ গান বাজিলে, কথা পতাই বন্ধ হৈ যায় ৷ বহুত ভাল পাওঁ আপোনাৰ গান বোৰ শুনি ৷
@hemantakumarboruah8060
@hemantakumarboruah8060 6 жыл бұрын
আপোন গানবোৰ শুনি পাৰ হৈ যোৱা দিনবোৰ সোৱঁৰো ।ভাবো, সেই দিনবোৰ আকৌ ঘুৰি অহাহেতঁন ।
@nabagitdas1320
@nabagitdas1320 5 жыл бұрын
আপোনাৰ গান বহুত ভাল লাগে
@putulpatar4304
@putulpatar4304 6 жыл бұрын
gan to xuni bohut bohut val lagil akha korisu aru xunib pam buli.
@ashimborah1712
@ashimborah1712 2 жыл бұрын
অসমীয়া সংস্কৃতি ক সন্মান প্ৰদান কৰি গীত ৰ মাজেৰে প্ৰকাশ কৰা ভূপেন হাজৰিকাৰ পিছত দ্বিতীয় জন গায়ক যাৰ গানে মন প্ৰাণ শিহৰিত কৰি তোলে।❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@ponkajbasumatary7043
@ponkajbasumatary7043 2 жыл бұрын
00
@ritenbordoloi2089
@ritenbordoloi2089 2 жыл бұрын
@@ponkajbasumatary7043 l
@krishnamonirajkonwar8455
@krishnamonirajkonwar8455 2 жыл бұрын
tigtigr7egytyt5f5hen7y5iuiiiiiuiuiii rttrt
@debojittalukdar8436
@debojittalukdar8436 2 жыл бұрын
Moro bahut vl lage
@jintuhaloi3575
@jintuhaloi3575 2 жыл бұрын
@@ponkajbasumatary7043 a moja
@user-ig8bj8ny4m
@user-ig8bj8ny4m 4 жыл бұрын
মোৰ আটাইতকৈ প্ৰিয় শিল্পী মহেন্দ্ৰ দা। ভূপেনদাৰ পিছত আপোনাৰ স্থান। আপোনাৰ গীতত মাটিৰ গোন্ধ আছে।আপোনাৰ গীতত প্ৰেমৰ সুৱাস আছে।আপোনাৰ গীতত প্ৰকৃতিৰ সজীৱতা আছে। আপোনাৰ গীতত দেশ প্ৰেমৰ বাৰ্তা আছে। আপোনাৰ যিকোনো গানেই শুনি থাকিলেও হেপাহ নপলাই। (আজি কালি ওলোৱা বোৰক শিল্পী বুলি নাভাবো,কাৰণ গানৰ কোনো ৰস জীৱ ভাৱ ভাষাৰ অৰ্থৰ কোনো সংগতি নাই।)
@hemantaborah2303
@hemantaborah2303 4 ай бұрын
100 percent
@paragbaruah8634
@paragbaruah8634 6 жыл бұрын
গানবোৰ শুনি বলৈ পায় ভাল লাগিছে,,,,,,
@pankajkalita4154
@pankajkalita4154 6 жыл бұрын
Ayahe geet xunile xuni thakibor mon jai thanks uploader
@nitulsut808
@nitulsut808 7 жыл бұрын
sur mitha, kantha mitha, shabda mitha, apunar geetat ache bhagabanar daan,geetbur natun same aru purana same 100% Grahan kariche.asha karo ei geet bor sangrakhan kori rakhile pichor chame apunak Ashirbad diba.thanks hazarika Daa
@sameerkoxu2938
@sameerkoxu2938 3 жыл бұрын
Take in Assamese not albl
@gagonboruah7020
@gagonboruah7020 4 жыл бұрын
Hosakoi bahut hundor, bhalpuwa joni ossorat jabo mon jai ,mojjo
@jobhelpingassam916
@jobhelpingassam916 5 жыл бұрын
mahendra da and alka agnik 😘😘😘😘
@sgogoi459
@sgogoi459 11 ай бұрын
কেঁচা মাটিৰ গোন্ধ থকা গীত💯 মোৰ প্ৰিয় গীতৰ ভিতৰত অন্যতম, হৃদয় চুই যোৱা❤❤শৈশৱৰ সেই সোণালী দিনবোৰলৈ মনত পৰি যায় গানটো শুনিলে❤ হেই সময়ত Super Dupar Hit আছিল🔥🔥 মহেন্দ্ৰ হাজৰিকা দেৱলৈ বহুত বহুত ধন্যবাদ 🙏🙏 তেওঁৰ কুশল তথা দীৰ্ঘায়ো কামনা কৰিলোঁ🙏🙏
@mahendraborah1038
@mahendraborah1038 7 жыл бұрын
মনটো কিবা এটা ভাল ভাল লাগি যায় ঐ এইবোৰ গান শুনিলে।
@munmunchutiaphukon889
@munmunchutiaphukon889 6 жыл бұрын
mahendra borah AB₩₩09
@HaidarAli-tx4ms
@HaidarAli-tx4ms 6 жыл бұрын
mahendra borah bohot Bhal lagise
@mantudds2395
@mantudds2395 5 жыл бұрын
Dadar ai gan ti uagio mon cui jay
@beautyranichangmai8716
@beautyranichangmai8716 4 жыл бұрын
mahendra borah TU hu
@dimpudimpu3730
@dimpudimpu3730 4 жыл бұрын
mahendra borah Mjaa lgee
@mrinaldas6773
@mrinaldas6773 5 жыл бұрын
এনে বোৰ গান শুনিলে নিজকে অসমীয়া বুলি অলপ বেছি কৈ য়ে গৌৰৱ হয়।।।
@pranjalsaikia4501
@pranjalsaikia4501 4 жыл бұрын
মোৰ প্ৰেয়সী(বৰ্তমান মোৰ অৰ্ধাংগিনী)য়ে এই এলবাম্‌টো বিহুত উপহাৰ দিছিলে অ'। গানটো শুনিলে সেই সময়লৈ মনত পৰি যায় ।
@MRDHARMADAS
@MRDHARMADAS 2 жыл бұрын
🙏
@assamcreation1956
@assamcreation1956 Жыл бұрын
@@MRDHARMADAS ep22ppppppp2fepqr1p00002029990000000000999p20pl pe0000000000e0e9900e
@fairreviewbydeep8768
@fairreviewbydeep8768 Жыл бұрын
❣️🙏❣️
@ritamonibhuyan1116
@ritamonibhuyan1116 Жыл бұрын
Um ,aigeet tuye bohut kathai koi.
@mrinmayvlog1264
@mrinmayvlog1264 5 жыл бұрын
আপুনাৰ গান বোৰত নিজক বিচাৰি পায়, ভাল লাগে গান বোৰ শুনি
@manashphukon746
@manashphukon746 5 жыл бұрын
Very nice old duet song . I feel very nostalgic hearing this song.
@user-iy1dg6dl3l
@user-iy1dg6dl3l 3 жыл бұрын
6
@arnibanbordoloi6039
@arnibanbordoloi6039 6 жыл бұрын
এইবোৰ প্ৰকৃত গান
@utpalnath3675
@utpalnath3675 6 жыл бұрын
One of the greatest singer of assam
@sonitjyotiborah2530
@sonitjyotiborah2530 6 жыл бұрын
বহুত ভাল লগা মন প্ৰাণ জুৰ চুই যোৱা গান। মোৰ পছন্দৰ গান
@sonitjyotiborah2530
@sonitjyotiborah2530 6 жыл бұрын
👌👌👌👌💞💞💞💞💖💖💖
@_piku_2502
@_piku_2502 6 жыл бұрын
bahut bhal Lage Jai
@jitumanisahariah3702
@jitumanisahariah3702 4 жыл бұрын
দাদা আপোনাৰ যিকোনো গীত শুনি মই বহুত ভাল পাওঁ।
@KeshabsVlogs536
@KeshabsVlogs536 Жыл бұрын
Dada o. Apunar ganor morombur vakhare bujab nuwarim. Matir gundho thoka aong 🥰🥰
@beyourself4224
@beyourself4224 2 жыл бұрын
Mahendra Hazarika is Made My Childhood ..I loved listening His all song ..Horubhoni Song is Wow ❤️❤️
Imanei Dhuniya Tumi Jupitora
6:28
Mahendra Hazarika - Topic
Рет қаралды 990 М.
Самое неинтересное видео
00:32
Miracle
Рет қаралды 2,1 МЛН
I Took a LUNCHBAR OFF A Poster 🤯 #shorts
00:17
Wian
Рет қаралды 16 МЛН
ДОКАЗАЛ ЧТО НЕ КАБЛУК #shorts
00:30
Паша Осадчий
Рет қаралды 1,6 МЛН
Nijan Bonote by Mahendra Hazarika Assamese Song
5:13
Culture of Assam
Рет қаралды 2,1 МЛН
Mahendra hazarika|Lakshi potharor |mahendra hazarika assamese song|
8:55
Mahendra Hazarika || Assamese Hits Old Song || All Time Hits
10:30
boruah#Assam
Рет қаралды 193 М.
Atiya Ujoni Axomor ।। Mahendra Hazarika
8:14
HOPUNOR DEUKA (সপোনৰ ডেউকা)
Рет қаралды 254 М.
Самое неинтересное видео
00:32
Miracle
Рет қаралды 2,1 МЛН