Talatal Ghar (তলাতল ঘৰৰ ভিতৰত অদ্ভূত সুৰঙ্গ || ইতিহাস || তলাতল ঘৰৰ ভিতৰত পথ ৰহস্য || Moniram Timung

  Рет қаралды 5,539

Moni Vlogs

Moni Vlogs

Жыл бұрын

Talatal Ghar (তলাতল ঘৰ) অদ্ভূত ৰহস্য বোৰ চাওঁক || Talatal Ghar Vlogs video || Moniram Timung
#like #comment #share #subscribetomychannel
✔️ইতিহাসৰ ভিডিঅ' মই প্ৰথম বাৰ বনাছো
এই ভিডিঅ' মই কোৱা কথা বোৰ কিছুমান ভুল হ'ব পাৰে ✔️ ভুল বোৰ আঙুলিয়াই দিব 🙏আৰু এই ভুল বোৰ মই শুদ্ধৰাবলৈ চেষ্টা কৰিম 🙏
👉তলাতল ঘৰ (ইংৰাজী: Talatal Ghar) অসমৰ শিৱসাগৰৰ ৰংপুৰত অবস্থিত আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা ৰাজমহল। এই মহলটো আহোম স্থাপত্যকলার এক উল্লেখযোগ্য নিদর্শন। এই ঐতিহ্যপূৰ্ণ ৰাজ প্ৰসাদটো আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই (খ্রীষ্টাব্দ ১৭৫১-৬৯) তেওঁৰ ৰাজত্ব কালত সজাইছিল।
👉স্থাপত্য আৰু ভাস্কর্য্য :- তলাতল ঘৰৰ তিনিটা মহল মাটিৰ তলত আৰু চাৰিটা মহল মাটিৰ ওপৰত আছে। সমতলৰ তলাত সোমাই বাওঁ পাকে ঘুৰিলে সোঁ দুৱাৰেদি ওপৰ তিনিতলা আৰু তললৈ তিনি তলা । সমতলৰ তলাত সোমাই বাওঁপাকে ঘুৰিলে সোঁ দুৱাৰেদি ওপৰ তিনি তল৷ আৰু তললৈ তিনি তলা । সমতলৰ তলাত সোমাই যাওঁ পাকে ঘুৰিলে সোঁ পাকে সোঁ দুৱাৰেদি ওপৰ তিনি তলালৈ উঠা যায় আৰু সোঁ থাকে বাওঁ দুৱাৰেদি তলৰ ভিনিতলালৈ নমা যায় । তলাতল ঘৰৰ দুটা গোপন সুৰংগ আছিল । তলাতল ঘৰৰ পৰা দিখৌ নৈৰ লগত সংযোগ কৰা সুৰংগৰ দৈঘ্য আছিল ৩ কিলেমিটাৰ আৰু তলাতল ঘৰৰ পৰা গড়গাঁৱৰ কাৰেংঘৰৰ লগত সংযোগ কৰা সুৰংগৰ দৈঘ্য আছিল ১৫ কিলোমিটাৰ ।
১/ তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই।
২/ তলাতল ঘৰ কিমান চনত নিৰ্মাণ কৰা হৈছিল?
উত্তৰ:- ১৭৬৫ খ্ৰীষ্টাব্দত।
৩/ তলাতল ঘৰ কিমান চনত নিৰ্মাণ আৰম্ভ কৰা হৈছিল
আৰু কিমান চনত নিৰ্মাণ সম্পূর্ণ হৈছিল?
উত্তৰ:- ১৭৫১ চনত নিৰ্মাণ আৰম্ভ কৰি ১৭৬৯ চনত
নির্মাণ সম্পূর্ণ হৈছিল।
৪/ তলাতল ঘৰৰ স্থাপত্যবিদ জনৰ নাম কি?
উত্তৰ:- ঘনশ্যাম।
(তলাতল ঘৰটো প্রথমে স্বৰ্গদেউ ৰুদ্ৰ সিংহই
১৬৯৮ চনত নিৰ্মাণ কৰি উলিয়াইছিল।)
👉/ কল্পজ্যোতি বৰগোহাঁই
#talatalghar #trending
#Talatal
#Ghar
#তলাতল_ঘৰ #তলাতল_ঘৰ_ভিডিঅ
#talatal_ghar_vlogs_2022
#sivasagar
#assam
#sivasagartalatalghar
#talatalgharsivasagar
#rongghar
#rongpur
#rongpurer_git
#rongpur_talatal_ghar
#শিৱসাগৰ
#শিৱ
#সাগর
#শিৱসাগৰ_তলাতল_ঘৰ
#শিৱসাগৰ_ৰংঘৰ
#শিৱসাগৰৰংপুৰ
#শিৱসাগৰ_ৰংপুৰ_তলাতল_ঘৰ
#তলাতল_ঘৰ_ভিডিঅ'
#sivasagar_news
#sivasakthi_nadaga_amaipagam_8098032514
#sivasagarvlogs #sivasagar_talatal_ghar_vlogs_2023
#ৰংঘৰ #ৰং #ৰংপুৰ_শিৱসাগৰ #ৰংপুৰ_শিৱসাগৰ_তলাতল_ঘৰ
#sivasagar_rongpur_talata_Ghar
@ritoriba8852 @shakti kapoor @sunidhichauhanofficial9200
‪@DimpusVlogs‬ ‪@DimpuBaruah‬ ‪@BBoysTube‬
‪@KARBIEntertainers‬ ‪@KarbiAssamBoy66‬ ‪@NEkarbilive7755‬ ‪@newsfastka‬
‪@Serproductionmusic‬‪@assameseoldsongs3806‬ ‪@nobinburagohainhistorycult5958‬
my 1st vlog
my 1st Vlogs
my 1st vlog sivasagar,
my 1st visit sivasagar
Assam
Ranghar
Rang Ghar
Assamese Bihu
sivasagar original Rang ghar
sivasagar Assam
Assam SIVASAGAR
i love sivasagar
Rong ghor
Ranghar Assam
Rang Ghar bihu Show Full enjoy
Rang Ghar bihu dance
rang Ghar photo shoot
sivasagar police station
Sivasagar bass station road sector
sivasagar bass station roads,
sivasagar train 🚆
sivasagar train station
sivasagar bass
sivasagar Rang ghar
sivasagar tatatal ghar
sivasagar Sivadol
sivasagar Jay Hagar
sivasagar bar pukhuri
talatal Ghar
talatal Ghar vlogs
talatal Ghar Assam
talatal Ghar SIVASAGAR
sivasagar
sivasagar original Rang ghar
#assam #RangGhar
#sivasagarvlogs #sivasagarnews
#sivasankarbaba #sivasankar #rangghar #rangoli
#raistar #ranggharvlogs @RangTV
#rangGharvlogs
#rangerover #ranggharvlogs2023
#my1stvlogs #myfirstvlogviral #myfirstblog
#sivasagarrangharvlogs #rang_ghar_my_1st_vlogs_video
#daylivlog #daylivlogs #daylightnews
#sivasagar_original_Rang_ghar
#sivasagar_bar_ukhuri #sivasagar_train station
#shorts #shortsvideo #shortviral
#sivasagar_dawon
#ilovesivasagar
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
🙏Thanks for watching 🙏

Пікірлер: 37
@next_level_axom_news
@next_level_axom_news Жыл бұрын
Hundor .
@MoniramTimung
@MoniramTimung Жыл бұрын
Thank you so much 🥰 keep supporting dada🙏✔️✔️🙏🙏
@Nehadoley389
@Nehadoley389 Ай бұрын
Moja
@MoniramTimung
@MoniramTimung Ай бұрын
Thank you so much 🤩 Keep supporting ✅🙏
@ahaduzzaman5718
@ahaduzzaman5718 Жыл бұрын
Very nice
@MoniramTimung
@MoniramTimung Жыл бұрын
Thank you so much 🥰 keep supporting bro✔️🙏🙏🙏
@saliyaentertainment8248
@saliyaentertainment8248 Жыл бұрын
Mojaa moni
@MoniramTimung
@MoniramTimung Жыл бұрын
Thank you so much 🥰🙏 Keep supporting saliya
@pramilatissopi294
@pramilatissopi294 Жыл бұрын
Wow nice vedieo ❤❤👌👌..keep it up 👍👍👍
@MoniramTimung
@MoniramTimung Жыл бұрын
Thank you so much 🥰 keep supporting 🙏🥰 Please share kori dbo video tu ✔️🙏🙏
@sunilteronofficial01
@sunilteronofficial01 Жыл бұрын
Mojjja
@MoniramTimung
@MoniramTimung Жыл бұрын
Thank you so much 🥰🙏 keep supporting Sunil sir ✔️🙏🙏🙏
@bisnumilik8826
@bisnumilik8826 Жыл бұрын
Nice 🥰🥰🥰
@MoniramTimung
@MoniramTimung Жыл бұрын
Thank you so much 🥰🙏
@MonjitTimung
@MonjitTimung Жыл бұрын
Moja bro
@MoniramTimung
@MoniramTimung Жыл бұрын
Thank you so much monjit bhai 🥰🙏
@rajibkiling999
@rajibkiling999 Жыл бұрын
Jhakas...
@MoniramTimung
@MoniramTimung Жыл бұрын
Thank you so much 🥰 keep supporting ik🥰🥰
@ilovemobilegaming9876
@ilovemobilegaming9876 Жыл бұрын
Moja moja bondhu aaguwai jua tmi
@MoniramTimung
@MoniramTimung Жыл бұрын
Thank you so much 🥰 keep supporting 🙏
@sarsonofficial317
@sarsonofficial317 Жыл бұрын
Eimozaaaaa 👍
@MoniramTimung
@MoniramTimung Жыл бұрын
Thank you so much 🥰 keep supporting bhai✔️🙏🙏
@hungryfly4991
@hungryfly4991 Жыл бұрын
Kardom Sir... Val hoise video tu sai....
@MoniramTimung
@MoniramTimung Жыл бұрын
Thank you so much 🥰🙏 keep supporting 🙏 And please share kori dba video tu 🙏🙏✔️
@nsjatin0721
@nsjatin0721 Жыл бұрын
Juii juii🔥
@MoniramTimung
@MoniramTimung Жыл бұрын
Thank you so much 🥰🙏
@kartiktimung3875
@kartiktimung3875 Жыл бұрын
Nice video❤️❤️
@MoniramTimung
@MoniramTimung Жыл бұрын
Thank you so much 🥰 ik
@homemakerpurnima
@homemakerpurnima Жыл бұрын
Nice sharing friend.. Stay tuned
@MoniramTimung
@MoniramTimung Жыл бұрын
Thank you so much mam🥰🙏🙏 Keep supporting 🙏🙏🙏
@jiaburrahman4228
@jiaburrahman4228 Жыл бұрын
হে মণিৰাম মোৰ বন্ধু মজাৰ video বনাইছা আৰু মাজত সৰু সৰু গানৰ এটি screen দিয়া বাবে আৰু ধুনীয়া হৈছে
@MoniramTimung
@MoniramTimung Жыл бұрын
বহুত বহুত ধন্যবাদ থাকিল বন্ধু🙏🙏 আগলৈ support কৰি থাকিব 🙏 লগতে আহি থকা ভিডিঅ'বোৰ ও support কৰিব লগতে আশীৰ্বাদ দিব তেনেদৰে ভিডিঅ' দি থাকিম ✔️ আৰু ভিডিঅ' টো share কৰিব🙏🙏 🙏🙏 ধন্যবাদ 🙏🙏🥰🥰🥰
@RtanTabai-vm8lr
@RtanTabai-vm8lr Ай бұрын
আহোমৰ ৰাজত্বকালৰ ৰাজ কাৰেংৰ কৃতি চিহ্ন বোৰত paranomomal investigator আহিব লাগে এতিয়াও কৰবাত কিবা আছে নেকি বুলি
@MonjitTimung
@MonjitTimung Жыл бұрын
Nefan k ng paklng k c
@MoniramTimung
@MoniramTimung Жыл бұрын
Ng ta dolo ti ko Thank you Bhai 🙏
@atulkarmakar6705
@atulkarmakar6705 Жыл бұрын
Moja
@MoniramTimung
@MoniramTimung Жыл бұрын
Thank you so much 🥰🙏
MISS CIRCLE STUDENTS BULLY ME!
00:12
Andreas Eskander
Рет қаралды 10 МЛН
Эффект Карбонаро и нестандартная коробка
01:00
История одного вокалиста
Рет қаралды 9 МЛН
🤔Какой Орган самый длинный ? #shorts
00:42
Charaideo vlog | History of Charaideo Moidam | মোৰ আই
8:38
মোৰ আই Hemi Mohan
Рет қаралды 4,6 М.
TALATAL GHAR ৰ বহুতো নজনা কথা #MirajView
28:48
MISS CIRCLE STUDENTS BULLY ME!
00:12
Andreas Eskander
Рет қаралды 10 МЛН