তৰুণ গগৈ ডাঙৰীয়া পুৰণি এটা ভিডিঅ' এ কন্দুৱাইছে অসমৰ লাখ লাখ জনতাক/চকু পানী ৰখাব নোৱাৰিব আপুনি

  Рет қаралды 467,251

News 8 Assam

News 8 Assam

Күн бұрын

Пікірлер: 870
@TanmoyAxomEntertainment291
@TanmoyAxomEntertainment291 7 ай бұрын
এজন খুব ভাল মনৰ গৰাকী আছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱ।
@gogoi5064
@gogoi5064 6 ай бұрын
মিছা ক'লে কিদাল হ'ব সছাকৈ তেওঁ অতি জনপ্ৰিয় আৰু শ্ৰদ্ধাৰ আছিল।
@mandiraboro5657
@mandiraboro5657 6 ай бұрын
Jiyai thokat koneo val boli nokoy mritur pisot saboke val boliye koy
@kingangel777
@kingangel777 6 ай бұрын
Baad dia he❤
@pranjalnath573
@pranjalnath573 6 ай бұрын
মোৰ জীৱনৰ প্ৰথম মুখ্য মন্ত্ৰী শ্ৰদ্ধাৰ স্বৰ্গীয় তৰুণ গগৈ ❤
@AfsarAli-up5iq
@AfsarAli-up5iq 6 ай бұрын
মই বুজমান হৈ দেখা পোৱা প্ৰথম মুখ্য মনত্রী জন হৈছে তৰুণ গগৈ
@future_geographer
@future_geographer 6 ай бұрын
অসমৰ মুখ্যমন্ত্ৰী কোন? তৰুণ গগৈ। সৰুকালৰ পাহৰিব নোৱাৰা স্মৃতি।🥺
@mibapanmix8641
@mibapanmix8641 6 ай бұрын
Yes কথা টো মনত পৰিলে।
@lutfurmixassamese
@lutfurmixassamese 6 ай бұрын
Yes
@jitupegu8209
@jitupegu8209 5 ай бұрын
Ghenta
@future_geographer
@future_geographer 5 ай бұрын
@@jitupegu8209 Reply dekhke toh lg raha hai, BJP ke chatne wale ho🤣
@loknathshaktiashram3286
@loknathshaktiashram3286 5 ай бұрын
P bbye
@mriduldutta8000
@mriduldutta8000 7 ай бұрын
আজিও তেঁওক খুব মণত পৰে প্ৰতিজন অসমীয়াৰ হৃদয়ৰ কোণত তেঁও আছে 😢❤❤
@juweluzir9182
@juweluzir9182 6 ай бұрын
Aro xoday thakibo
@Karmakar1136Assam-p9e
@Karmakar1136Assam-p9e 7 ай бұрын
জীয়াই থাকিলে ভাল আছিল বুলি কোনেওঁ নকয় ।
@srigunajitsharma8282
@srigunajitsharma8282 7 ай бұрын
😂👍
@AXOM435
@AXOM435 7 ай бұрын
Dada, apuni hosa kotha koise.
@jahidulhaque8357
@jahidulhaque8357 7 ай бұрын
Nidsrun
@C.M.S.Official
@C.M.S.Official 6 ай бұрын
Right
@gogoi5064
@gogoi5064 6 ай бұрын
জইয় থাকোঁতে ভাল বুলি কোৱা লোক আছিল গতিকে ১৫ বছৰ হাঁহি হাঁহি পাৰ কৰি গল ।
@gitanjalimedhi4349
@gitanjalimedhi4349 7 ай бұрын
সচাকে বহুত ভাল মানুহ আছিল তেখেত 🙏
@deepkumarnath1994
@deepkumarnath1994 6 ай бұрын
বাদ দিয়াহে, ভগৱানে সন্তুষ্ট কৰিব নোৱাৰে মানুহক আৰু মই মানুহ হে ভগৱান নহয়!!!" ডাইলগটো বহুত জনপ্ৰিয় আছিল!!!
@kuheswarpayeng5813
@kuheswarpayeng5813 7 ай бұрын
great CM asil tekhet
@bijitkumardeka3281
@bijitkumardeka3281 7 ай бұрын
অসমৰ আৰ্শীবাদ গৌৰৱ গগৈ জিন্দাবাদ ❤ 😊😊❤❤
@bakulboruah2026
@bakulboruah2026 7 ай бұрын
প্ৰয়াত মূখ‍্যমন্ত্ৰী তৰুণ গগৈ দেৱলৈ শ্ৰদ্ধা নিবেদিলোঁ। আজি সেই ৰামো নাই, অযোধ‍্যাও নাই। বৰ্তমান ৰাৱণৰ যুগ চলি আছে,বৰ্তমান অসুৰৰ যুগ চলিছে,বৰ্তমান কৌৰৱ সেনাই কাকো শান্তিত থাকিবলৈ নিদিয়া হৈছে।শকুণি মামাই নিজেই ৰাজ সিংহাসনত বহি লৈ নিজ ইচ্ছামতে সকলোবোৰ তল ওপৰ কৰিছে।আশাকৰোঁ অতি সোনকালে ভগৱান শ্ৰীকৃষ্ণই সকলো অন‍্যায়-অবিচাৰ নি:শেষ কৰি অসমত ধৰ্মৰ প্ৰতিষ্ঠা কৰিব।মানুহবোৰ শান্তিৰে থাকিব পৰা হব।
@manashbaruah780
@manashbaruah780 7 ай бұрын
Tarun Gogoi r nisina corrupt kunu nasil. Hei homoyot Assam r condition bohut bea asil
@gogoiaxomia1426
@gogoiaxomia1426 7 ай бұрын
​@@manashbaruah780umm tumi pent nipindha ke ghuri furibo logia hoisile gom paisu
@Anshumanbaruah174
@Anshumanbaruah174 7 ай бұрын
দাদা আপুনি আকৌ মহাৰামায়ণ (মহাভাৰত/ ৰামায়ণ) লিখিব পাৰিব। আপোনাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো😂। পিছে আপুনি কোৱা কথাখিনি ভুল নহয়।
@anukulkalita1605
@anukulkalita1605 6 ай бұрын
Right
@DragonRider9
@DragonRider9 6 ай бұрын
​@@manashbaruah780mama dhua tulokhi paat?
@barunbarman4965
@barunbarman4965 7 ай бұрын
প্ৰায়ত তৰুণ গগৈ ডাঙৰীয়া অসমীয়া জাতিৰ অভিভাৱকেই নহয় তেখেত প্ৰতিজন মানুহৰ ভগৱান ও আছিল যেতিয়ালৈকে লোভ মোহ মায়াত ময়ো আশা কৰি ২০১৪ আৰু ২০১৬ চনত বি জে পি দলক ভোট দিয়াৰ পাপৰ ফল ভোগ কৰি আছো আৰু প্ৰতিজন অসমীয়াই আচনী লোভত পৰি ভোট দি থাকিব তেতিয়ালৈকে পাপৰ ফল ভোগ কৰি থাকিবই লাগিব
@anukulkalita1605
@anukulkalita1605 6 ай бұрын
Right
@soonmoni6746
@soonmoni6746 6 ай бұрын
Right
@gitarthabaruah3328
@gitarthabaruah3328 7 ай бұрын
Dada plzzz ,ai manuh Jon r uport Ata valkoi teor bikhoie vedio diok , ai jon Mohan manuh ,hoi ,Teo itcha korile 15 bosort bahut nijor property gutabo parile hoi , ji ase axomor raijok di goise Nijole aku narakhile, nijor putekok o Val Saritra ,dangorok respect kriboloi xikai goise , so Ata bhut dhunia vedio bonaok ,jate Amar axomor manuhe Tarun gogoi cm sir k atiao aku monot kore❤❤❤❤❤❤❤❤❤
@arpanachutia4866
@arpanachutia4866 7 ай бұрын
Etiao homoi ase amar majoloi gourab daa ahile hokolu thik hoi jabo🎉🎉gourab daa jindabut .
@ajitphukan7345
@ajitphukan7345 7 ай бұрын
He was a realy good person!
@NazrulIslam-db4cz
@NazrulIslam-db4cz 7 ай бұрын
Great c.m Torun gogoi❤❤❤
@assambora5856
@assambora5856 7 ай бұрын
Monot pore Tarun Gogoi sir loi😢😢😢😢
@pratimgogoi8649
@pratimgogoi8649 7 ай бұрын
Yes তেওঁ ভাল মানু্হ আছিল
@monjulahon7712
@monjulahon7712 6 ай бұрын
সচা তেওঁৰ কথাবোৰ , তেওঁৰ ফটো খন দেখিলে বৰ বেয়া লাগে , আজিৰ দিনত তেওঁৰ দৰে সহজ সৰল , কোনো চতুৰালি নথকা , কপটতা নথকা এজন মহান , সুদক্ষ মুখ্যমন্ত্ৰী দ্বিতীয় এজন নোলাব ।
@kabyadowerah8538
@kabyadowerah8538 7 ай бұрын
তৰুণ গগৈ এজন মহান অসমীয়া পৰুষহয়
@balendas4259
@balendas4259 7 ай бұрын
হয় । তেওঁৰ আত্মাই শান্তি পাওক তাৰে কামনাৰে । 3:16
@mohendradohutia
@mohendradohutia 6 ай бұрын
এখেতৰ কাৰ্য কালৰ পৰাই আৰম্ভ উন্নয়নৰ পথ। সেয়েহে ধন্যবাদ জ্ঞাপন কৰিলো।
@pranjaldas1235
@pranjaldas1235 7 ай бұрын
Right
@kumuddeka4403
@kumuddeka4403 6 ай бұрын
তেখেতে জনগনৰ গণতান্ত্ৰিক মৰ্যদা সুৰক্ষা দিছিল। নিজে মই বৰ বুলি ভাবি জনগণৰ ওপৰত অপশক্তি প্ৰয়োগ কৰা নাছিল। যতেই আছে কুশলে থাকক তাৰেই কামনা।
@robinchangmai9312
@robinchangmai9312 7 ай бұрын
ভাল কামৰ গুণ গৰিমা সদায় থাকি যায় । ঠিক তেনে ধৰণে বেয়া কাম ,বা ৰাজ্যৰ হকে জনসাধাৰণৰ হকে যদি বেয়া কিবা কৰে তেন্তে চিৰ জীৱন লিপিবদ্ধ হৈ থাকি যাব । প্ৰতিজন মানু্হ এদিন সংসাৰৰ পৰা বিদায় হব । মাত্ৰ নিজৰ প্ৰতিচ্ছবি বা বুৰঞ্জী কেনেকৈ থৈ যাব বিচাৰে , ভাল নে বদনাম । আজি তাৰে প্ৰয়াত ex CM তৰুণ গগৈ দেৱ ৰ কিছু কাম ৰাইজে উপলদ্ধি কৰিব পাৰিছে । আমি সকলোৱে দেশৰ ৰাজ্য ৰ , জনসাধাৰণৰ হকে সদায় উচিত কাম কৰিব লাগে ।
@lavitakumar2071
@lavitakumar2071 5 ай бұрын
এতিয়াও মুখ্যমন্ত্ৰীৰ নাম বুলিলে তেওঁৰ নামটো আহে❤❤❤
@ajitnarah6687
@ajitnarah6687 7 ай бұрын
He is good man
@utpalbdas
@utpalbdas 7 ай бұрын
তেখেতে চিৰসেউজ হৈ থাকিব,, সদায়ে শ্ৰদ্ধা, ভক্তি থাকিব।অতীত, বৰ্তমান আৰু ভবিষ্যৎ ৰ বাবে।।। ❤🎉 মানৱীয় গুণসম্পন্ন ৰাজনীতিবিদ।।
@monujhazarika8163
@monujhazarika8163 6 ай бұрын
মুখ্য মন্ত্ৰী বুলিলে তৰুণ গগৈ ডাঙৰীয়াক আমি স্মৰণ কৰোঁ কিন্তু সীমন্ত বিশ্ব শৰ্মাক তেনে নালাগে তেঁওক কিবা লুভিয়া আৰু স্বাৰ্থপৰ কোনোবা অৰাজক ব্যক্তি যেন হে মোৰ অনুভৱ হয় 🤬
@pradyuthandique5994
@pradyuthandique5994 7 ай бұрын
Salute ex CM Sir
@premadasenapati4483
@premadasenapati4483 7 ай бұрын
Xosa Kotha .
@HujiatubinIkram
@HujiatubinIkram 7 ай бұрын
Tarun gogoi sir is always legend in Assam politics..He was really a kind hearted man..
@PM-gw1ou
@PM-gw1ou 7 ай бұрын
মৃত্যৰ পিছত সকলো ভাল।
@mridusmitasaikia83
@mridusmitasaikia83 6 ай бұрын
মৃত্যু আগতে ও তেওঁ ক ভাল বুলি এ কৈছিল,,,ভাল ক ভাল কব লাগিব ই,,,,,
@SUDAN-rc7hd
@SUDAN-rc7hd 6 ай бұрын
​@@mridusmitasaikia83right
@trishnitanath2905
@trishnitanath2905 6 ай бұрын
তেওঁৰ নিচিনা কাম কোনেও কৰিব পৰা নাই এতিয়ালৈকে
@rattdutta6350
@rattdutta6350 6 ай бұрын
Great😂😂😂 aa bad dia haii 🌹
@AbdulHakim-k8d
@AbdulHakim-k8d 6 ай бұрын
তৰুণ গগৈ অমৰ ৰহে, অমৰ ৰহে ! যুৰি, যুগ - যুগান্তৰ অসমীয়াৰ মানষ পটত জিলিকি থাকক সকলোৰে শ্ৰদ্ধাৰ তৰুণ গগৈ দেৱ ..... !
@dulengogoi537
@dulengogoi537 6 ай бұрын
এখেতৰ দৰে আকৌ এজন সহজ সৰল আৰু সঁচা অন্তৰৰ মূখ্যমন্ত্ৰী অসমে ঘূৰাই নাপাব চাগে কেতিয়াও 😢😢😢🙏🙏
@xztotalexperiment4359
@xztotalexperiment4359 7 ай бұрын
Hosai teu ajon Val manuh asil ❤
@DeepGogoi-q1j
@DeepGogoi-q1j 7 ай бұрын
আমি সেই দিনবোৰৰ দৰে গণতন্ত্ৰ ঘূৰাই পাবলৈ বিচাৰোঁ। বৰ্তমান অসহ্যকৰ হৈ পৰিছে পৰিস্থিতি!!!!!
@Sherlock03
@Sherlock03 7 ай бұрын
জীয়াই থাকোঁতে গালি পাৰি পাৰি ঢুকোৱাৰ পিছত সব ভাল ভাল বুলি কৈ থকাতো অসমীয়া/ ভাৰতীয়ৰ চৰিত্ৰ।
@renubegum3639
@renubegum3639 7 ай бұрын
Hoi o manuh Bor j aru
@anubhutisaikia4754
@anubhutisaikia4754 6 ай бұрын
তৰুণ গগৈ ‌চাৰে ৰাজনীতি হে‌ কৰিছিল কিন্তু সম্পত্তি বুলিবলৈ নিজৰ একোৱেই কোম্পানী নকৰিলে 🙏
@DigantaKalita-cn9wq
@DigantaKalita-cn9wq 6 ай бұрын
অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ তৰুন গগৈ ডাঙৰীয়া দেৱ।
@moonmikalita
@moonmikalita 6 ай бұрын
এই খিনি কথা তেখেতৰ জীৱিতকালত প্ৰকাশ কৰিব লাগিছিল......তৰুণ গগৈ ডাঙৰীয়া সদায়ে সকলৰে হৃদয়ত থাকিব ❤🙏🙏🙏🙏
@himakhiborgohain2881
@himakhiborgohain2881 7 ай бұрын
Hasa katha..........
@RajNath-wh6nw
@RajNath-wh6nw 6 ай бұрын
অসমত শ্ৰদ্ধাৰ তৰুণ গগৈ ডাঙৰীয়াৰ দৰে আন এজন কোনো হব নোৱাৰে🙏🙏🙏🙏
@SoloniOfficial
@SoloniOfficial 6 ай бұрын
Val asil❤ Tarun Gogoi
@divyanshuboro2314
@divyanshuboro2314 6 ай бұрын
Tarun gogoi❤❤❤❤
@digantakhataniar7793
@digantakhataniar7793 7 ай бұрын
Ajiu monot pore " Baad diye he" , "Misa kole kidal hobo" 😭😭
@AbulHussain-dl6og
@AbulHussain-dl6og 7 ай бұрын
Umm.... "That is also important matter".... Texetor atmai xanti pai thakok ononto kaloloi....😪😪
@NKMedia-d6k
@NKMedia-d6k 7 ай бұрын
এতিয়া দেশৰ উঠি ৰজা বহি ৰজা নৰেন্দ্ৰ আৰু ৰাজ্যৰ উঠি ৰজা বহি ৰজা হিমন্ত
@LiveNews.2
@LiveNews.2 7 ай бұрын
Good
@AjitGamer-ch4lh
@AjitGamer-ch4lh 7 ай бұрын
বাংলাদেশী কৰি থৈ গৈছে অসম খন ।আৰু বস্তুৰ দামৰ কথা কৈছ তেতিয়া হজিৰা ২৫/৩০ টকা আছিল ।যেতিয়া ৩৭০ টকা চিলিণ্ডাৰ ৰ মূল্য ১০/১২ দিন হাজিৰা কৰিব লাগিছিল এতিয়া ২ দিন হাজীৰা কৰি এটা চিলিণ্ডেৰ ৰ দাম উলিয়াব পাৰে।
@kanakrajkhowa9057
@kanakrajkhowa9057 7 ай бұрын
Apuni u asil sage lgt na akham khn Bangladesh karute...I don't like politics..kin2 apunar dore kisuman manuhr kotha hunile kisuman kotha kble mn jai..
@hridaiprakashsaikia2126
@hridaiprakashsaikia2126 6 ай бұрын
​@@kanakrajkhowa9057 ki nu misa kotha tu kole.... Ei khon sorkarei tu axom oloi lakh lakh bangladeshi k anisil.................kai loi porohile axom ot hindu muslim r ratio 50 50% hou hou...... Aru xei 50% hindur bhitorot axomiya ase ketia aoooo................ Tar pisot pati thakibo paribo dhuniya koi bihu dei......
@STGamerz-c4c
@STGamerz-c4c 6 ай бұрын
Morijowa manuhok somaluchona nokoribo ,
@hridaiprakashsaikia2126
@hridaiprakashsaikia2126 6 ай бұрын
@@STGamerz-c4c mori jua manuh ok xomaluchona kora nai.... Axom ex cm jonok he korisu
@Zone07376
@Zone07376 6 ай бұрын
​@@hridaiprakashsaikia2126😂assam r population 200% barhisl between 1970-1991 aru eru time t kun asil ebar check kri saba
@Sam_iiip_07
@Sam_iiip_07 7 ай бұрын
তেওঁ‌ক জীয়াই থাকোতে অসমৰ মানুহে বুজি নাপালে..এতিয়া মৃত্যুৰ পিছত দুখ কৰি লাভ নাই..বস্তুৰ দাম তেওঁৰ দিনত ইমান হোৱা নাছিল, কাৰেণ্টৰ বিল ইমান অহা নাছিল...বৰ্তমান সময়তো মানুহবোৰ ছাগে একেই আছে, মোৰ বোধেৰে চৰকাৰখনৰ টকা পইছাহে বেছিকৈ প্ৰয়োজন হৈছে, সন্তান-পত্নীৰ নামত অট্টালিকা, শ শ বিঘা মাটি কিনোতে খৰচ হয়তো ৰাইজে সেইখিনি বুজি পোৱা উচিত । 😅
@manashbaruah780
@manashbaruah780 7 ай бұрын
Tetiya bostur dam etiyatkoi besi bahisil
@leogaming1297
@leogaming1297 6 ай бұрын
​@@manashbaruah780hoi agte cylinder r dam 1000 asil hoi ne
@KonwarBoy
@KonwarBoy 7 ай бұрын
এটাই কথা কও যেতিয়া আমাৰ চৰকাৰ খন বিজেপি ৰ ওচৰত গল তেতিয়াৰ পৰাই আমাৰ ৰাজ্যখন খেলিমেলি হব আৰম্ভ হল।
@monjitkarmakar2179
@monjitkarmakar2179 6 ай бұрын
Kinto T.G.L maanu bor kostat solisil..ami to modi kay vaal paw
@kumarsimanta8802
@kumarsimanta8802 7 ай бұрын
জীয়াই থাকোতে সকলোৱে বাদ দিয়া হে বুলি হেকান পাৰিছিল । আজি আপোনালোকৰ চেনেলটোৱেও মনত পেলাইছে গৌৰৱ গগৈৰ ভোট বিচাৰি । Topon Gogoi zindabad 🪷🪷🪷🙏🙏🙏
@kanakrajkhowa9057
@kanakrajkhowa9057 7 ай бұрын
Apunar lukar dore jadi sinta dhara hoy sab manuhare tetia ai2 confirmed akham j rakhatole jab.
@hridaiprakashsaikia2126
@hridaiprakashsaikia2126 6 ай бұрын
​@@kanakrajkhowa9057 baki thoka nai rokhatole jabo... Tumer ei congress or sokarei axomo loi lakh lakh bangladeshi k anisi...... Kom miya k axomot xumualene......
@Zone07376
@Zone07376 6 ай бұрын
​@hridaiprakashsaikia2126 😂 manuh sai vote diba nai ki party sai
@hridaiprakashsaikia2126
@hridaiprakashsaikia2126 6 ай бұрын
@@Zone07376 BJP
@AnilkumarGogoi
@AnilkumarGogoi 7 ай бұрын
সুন্দৰ উপষ্ঠাপন
@hridoi_rajkhowa
@hridoi_rajkhowa 6 ай бұрын
Dukh lagi gol , puroni din monot pelai dila😭😭😭😭❤️❤️❤️
@manikkalita3288
@manikkalita3288 7 ай бұрын
মূল্য , দৰমহা, উৎপাদিত সামগ্ৰীৰ মূল্য একে নাথাকে। কিন্তু তেখেত এজন অসৎ মানুহ নাছিল 😢
@mridulchoudhury2504
@mridulchoudhury2504 7 ай бұрын
430 টকাৰ পৰা ১২০০ টকাৰ পৰা ১২৫০ টকা ইমান ও দাম একেলগে নাবাঢ়ে নেকি
@SAMINCHOUDHURY
@SAMINCHOUDHURY 7 ай бұрын
নিৰপেক্ষ হৈ কৈছো আগতে চৰকাৰে কিবা ভুল কৰিলে মাত মাতিব পাৰিছিল, এতিয়া মাত মাতিব ভয় লাগে, হঠাৎ মূল্যবৃদ্ধি ২গুণৰ পৰা ৩ বাঢ়ি যাব ধৰিছে।
@SocialMedia-lv1rm
@SocialMedia-lv1rm 7 ай бұрын
আগতে মই গাঁৱৰ পৰা চহৰলৈ গ'লে ৰাস্তাটোত নাচি -নাচি যাঁ‌ও, এতিয়া নাচিব দৰকাৰ নাই যেন পাওঁ😂​@@mridulchoudhury2504
@AXOM435
@AXOM435 7 ай бұрын
Aaijon 1000tokia andho bhokto
@7gc970
@7gc970 7 ай бұрын
গগৈৰ ডাঙৰীয়াই দিনত বস্তুৰ দাম কম আছিল ডাঙৰীয়াই আগতে এক টকাত ছাৰিতা কনি পাইছিল সেইবোৰ চাব লাগিব আগৰ দিনৰ লগত বতমান দিন একেই নহয় । গগৈৰ ডাঙৰীয়াই এজন কিন্ত বহুত ভাল মানুহ আছিল । গগৈৰ চৰকাৰ দিনত বহুত দুৰ্নীতিৰ হৈছিল । টকাৰ ঘুছ নিদিলে একো কাম হোৱাৰ নাছিল ।
@dilipkurmi6716
@dilipkurmi6716 7 ай бұрын
Hosa kotha
@7gc970
@7gc970 7 ай бұрын
@@dilipkurmi6716 ধন্যবাদ ।
@cricketjosh4781
@cricketjosh4781 6 ай бұрын
Tetiya media corkare kina nasil..ajir dinot news live channel tuk bjp a kini loisee.. okol bjp positive news di thake beya kamor news nedekhuwaii.. xei karone public a corkaror negative pointt caboloi napaii Bjp Jodi iman a Val tenete media kio kini loisee.. nije Val kam kori asea Jodi Val dekhai boi..
@dilipkurmi6716
@dilipkurmi6716 6 ай бұрын
@@cricketjosh4781 toi bangadesi sure
@ChinmoysChemistryPoint
@ChinmoysChemistryPoint 6 ай бұрын
Logot dhurondhor Kalanta tu asil je, hie dubale manuh jonok
@ranjitawary5293
@ranjitawary5293 6 ай бұрын
Really yaar...A good man T Gogoi was....May God Almighty bless him❤
@assameseorganisation
@assameseorganisation 7 ай бұрын
Thank you sir 🎉🎉🎉
@prachurjyachutia9829
@prachurjyachutia9829 7 ай бұрын
Great person...
@Bastobff
@Bastobff 6 ай бұрын
Tarun gogoi BETTER Then HEMANTA 😢😢😢
@Ansh_illu666
@Ansh_illu666 6 ай бұрын
Tarun Gogoi Sir ❤❤ Always Our Heart ❤️
@kangkanboro1288
@kangkanboro1288 7 ай бұрын
Hemanta kori buhut val asil sir aa❤
@DIGITALASOMIYA
@DIGITALASOMIYA 6 ай бұрын
সদায় অন্তৰত থাকিব। ❤❤
@goutamsaikia727
@goutamsaikia727 6 ай бұрын
He was a great person we miss him 🥺🥺🥺..now his so is a great leader...vote for Gourav sir 🙏
@assamramdhenu2501
@assamramdhenu2501 6 ай бұрын
কৈছিলো তৰুণ গগৈদেৱ থকা হোৱাৰ হলে কোনো অসুবিধা নাছিল ❤🎉
@khadasabegum4877
@khadasabegum4877 7 ай бұрын
Reaĺy good.C.M
@JYOTIRMAY2851
@JYOTIRMAY2851 6 ай бұрын
তেওঁক আমি কেতিয়াও পাহৰিব নোৱাৰো।
@purnakrbasumatary8447
@purnakrbasumatary8447 5 ай бұрын
হয়, মইয়ো তৰুন গগৈ ছাৰক বহুত ভাল পাইছিলো।এখেতৰ কথা বতৰা, মিচিকিয়া হাহি থকা মূখ মনদল খন চাই ভাল লাগিছিলে। এতিয়াও জিয়াই থাকিলে আমাৰ খুব ভাল হলহেতেন।
@ajitsarma8237
@ajitsarma8237 7 ай бұрын
কি কম আই ❤কংগ্ৰেছ 💐🙏
@kamalvlogs383
@kamalvlogs383 7 ай бұрын
I want this days back
@AftabAnsari-q7n
@AftabAnsari-q7n 5 ай бұрын
বিৰোধী দলৰ মুখ্য মন্ত্ৰী হৈও সন্মান জনাইছিল। Proud of Assam.
@pratapmedhi8161
@pratapmedhi8161 6 ай бұрын
🙏 তৰুণ গগৈৰ দিনত খেতিয়কৰ কে চি চি লোন ৰেহিয় কৰি দিছিল চাকৰিও হৈছিল
@SanjitNath-mo7jz
@SanjitNath-mo7jz 6 ай бұрын
😢😢❤❤❤❤❤
@AbyanNafi567
@AbyanNafi567 6 ай бұрын
Very nice ❤❤❤❤❤❤❤
@njyotithangta999
@njyotithangta999 6 ай бұрын
জীয়াই থাকোঁতে কোনোৱে নকয় এতিয়া বহুত কব ।।।
@monidas4548
@monidas4548 27 күн бұрын
মোৰ সকলোতকৈ বেছি ভাল পোৱা মুখ্য মন্ত্ৰী জনেই হ'ল স্বৰ্গীয় তৰুণ গগৈ ডাঙৰীয়া।
@premgurung4236
@premgurung4236 6 ай бұрын
Right😢😢😢🙏🙏🙏👍
@niruborah1823
@niruborah1823 7 ай бұрын
আজিও তেওঁ সহজ-সৰল মুখখনিলৈ মনত পৰিলে মনটো সেমেকি উঠে।
@MunindraDas-p2s
@MunindraDas-p2s 7 ай бұрын
Tarun gogoi sir❤❤❤❤
@ManabPegu-vu5wp
@ManabPegu-vu5wp 5 ай бұрын
তৰুন গগৈ চাই ভাল লাগিল
@ranjangogoi2076
@ranjangogoi2076 7 ай бұрын
Tarun Gogoi dangoriya ajon mohan leader asil ji jone kaku beya koi kua nasil
@viralvdo2425
@viralvdo2425 6 ай бұрын
Gogoi sir mont xodai thakibo
@Monowar-l7k
@Monowar-l7k 6 ай бұрын
আমাৰ সকলোৰে প্ৰিয় মুখ্যমন্ত্ৰী গৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছো।
@ForidulIslam-yz3yl
@ForidulIslam-yz3yl 6 ай бұрын
Dear sir ❤ God bless you ❤❤❤❤❤❤❤❤❤❤🎉🎉🎉🎉🎉
@Fshmms
@Fshmms 6 ай бұрын
Our dearest Tarun Gogoi
@assamramdhenu2501
@assamramdhenu2501 6 ай бұрын
অসমৰ মুখ্যমন্ত্ৰী বুলি তৰুণ গগৈ তেওঁৰ কোৱা জনপ্ৰিয় আছিল সচাঁই একো অসুবিধা নাছিল
@PapuGogoi-p5i
@PapuGogoi-p5i 7 ай бұрын
Hosa kotha
@RantuPanging
@RantuPanging 7 ай бұрын
Yes❤❤❤
@tapashkumarcreations4820
@tapashkumarcreations4820 7 ай бұрын
yes tekhetor nija kuno news channel nasilll aji r govt khon sbo cm r wife r e sob assamese news channel bur nijor val kamor praise to wife e koriboi noh
@pankajgogoi9233
@pankajgogoi9233 6 ай бұрын
মূখ্যমন্ত্ৰী হৈও তেওঁ একোকে কৰিব নোৱাৰিলে। ভিতৰত কি হৈ আছে, গমেই নেপালে😢 অঙহী - বঙহীয়ে জীৱন বৰ্বাদ কৰি দিলে😢 পাছত কোনোবা ঘৰৰ মানুহ নেথাকিলে বা টকা পইচা নেথাকিলে চাকৰিয়েই নেপাইছিল 😢 অসম দেশে বিজেপিক আদৰি লৈছিল। কিন্তু দলাৰ বগৰীচবে বিজেপি ক শেষ কৰি পেলালে। অন্ধ ভক্তবোৰে জপিয়াই পৰি দুই এটা পইচাৰ বাবে নিজক আৰু বিবেকক বিক্ৰী কৰি পেলালে.....
@jintumanikalita155
@jintumanikalita155 6 ай бұрын
School t thakotei exam t ahisil.. Assam r muikhyo montri kun..?? Bohut Emotion ase Sir r lgt..
@bikirbhaofficial1072
@bikirbhaofficial1072 7 ай бұрын
কংগ্ৰেছ দিনত কিমান মাটি বিক্ৰী কৰা হৈছে জনাব
@anwekhachetia1124
@anwekhachetia1124 6 ай бұрын
এতিয়া চিলিণ্ডাৰ ঘৰত পায় ।দুই তিনিদিন লাইন পাতিব নালাগে ।আৰু এটা কথা অইল বণ্ড কৰি পিছৰ চৰকাৰ খনক কেন্দ্ৰীয় (কংগ্ৰেছ) চৰকাৰে কিমান মাধমাৰ দিলে সেইবোৰো প্ৰকাশ কৰিব লাগে ।
@STGamerz-c4c
@STGamerz-c4c 6 ай бұрын
Oi bjp badi , bortoman sorkar khona ,kie koricha toi deakha nai ,nilaj korbar mor logot kotha pat tur mukh bondha hoi jabo 😮😮😮
@reallegendgamingyt1619
@reallegendgamingyt1619 7 ай бұрын
❤❤❤❤❤
@hridaiprakashsaikia2126
@hridaiprakashsaikia2126 6 ай бұрын
এই জনেই সেই জন নহয় জানে অসমলৈ লাখ লাখ বাংলাদেশীক অনা
@babajan6873
@babajan6873 7 ай бұрын
নিজলে একুৱে কৰিব নোৱাৰিলে
@Nsaisdidmiaka
@Nsaisdidmiaka 6 ай бұрын
Tarun gogoi dangoriya r nisina ditiyo hobo nuare...aji teo r nisina CM r dorkar..teo amar majot nathakileo antorot xodai thakibo... selute to former chief minister sir Tarun Gogoi ❤🥺❤🥺❤🥺❤
@RikumoniBorah-m5p
@RikumoniBorah-m5p 7 ай бұрын
সছাকৈয় ভাল মানুহ আছিল
@darshanassam699
@darshanassam699 6 ай бұрын
All time Best Chief Minister Tarun Gogoi.
@terimerikahani1484
@terimerikahani1484 6 ай бұрын
হিমন্তই টো ধ্বংস কৰিলে তৰুণ গগৈ sir অক।
@ranjitdas-fw8wq
@ranjitdas-fw8wq 7 ай бұрын
Hoi dada right
黑的奸计得逞 #古风
00:24
Black and white double fury
Рет қаралды 29 МЛН
Wait for the last one 🤣🤣 #shorts #minecraft
00:28
Cosmo Guy
Рет қаралды 21 МЛН
Will A Basketball Boat Hold My Weight?
00:30
MrBeast
Рет қаралды 136 МЛН
兔子姐姐最终逃走了吗?#小丑#兔子警官#家庭
00:58
小蚂蚁和小宇宙
Рет қаралды 15 МЛН
Moina Kolija (Web Series) - EP 01 | Adityam Saikia | Percelia Productions
21:51
Percelia Productions
Рет қаралды 3,7 МЛН
Human foetus found in lavatory of Guwahati-Delhi Air Asia flight
3:24
黑的奸计得逞 #古风
00:24
Black and white double fury
Рет қаралды 29 МЛН