KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Ladies band music 🎶
5:40
'বিহুৱতী বোৱাৰী'ৰ মঞ্চত স্বামীৰ ঢোলৰ চেওত পত্নীয়ে নাচিলে কঁকাল ভাঙি
18:44
Why no RONALDO?! 🤔⚽️
00:28
Don’t Choose The Wrong Box 😱
00:41
He Hid His Second Girl Under the Bed! 😱🛏️ #prank #wife #comedy
00:31
Players push long pins through a cardboard box attempting to pop the balloon!
00:31
দুই যুৱতীৰ আচৰিত প্ৰতিভা চাওঁক সকলোৱেই❤️
Рет қаралды 360,318
Facebook
Twitter
Жүктеу
1
Жазылу 100 М.
tech tips Supported
Күн бұрын
Пікірлер: 337
@hiranyarajkhowa4119
6 ай бұрын
শান্তিছায়া এগৰাকী বহু মুখী প্ৰতিভা সম্পন্ন যুৱতী। তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰিলো। মনৰ হেঁপাহেৰে সুখী হৈ থাকক সকলো। তোমালোক আমাৰ কাৰণে একো পৰাকী গৌৰৱী অসমীয়া হৈ জগত সভালৈ যাত্ৰা আৰম্ভ কৰা তাকেই আন্তৰিক শুভ কামনাৰে। ভগৱানে দলটোৰ সকলোৰে সু-স্বাস্থ্য আৰু কুশল কৰক। ধন্যবাদ।❤❤❤
@AnilDutta-v2o
5 ай бұрын
😊 33:01
@LalitchandraDevnath
27 күн бұрын
তোমালোকৰ বিহু আৰু নাচ চাই বহুত ভাল লাগিল তোমাৰ লোকক কি বুলি কয় মোৰ ভায়া নাই যিমান পাৰা আগ বাহি যোৱা মই ভগৱানে ওচৰত প্ৰাথনা কৰিছো শেষত তোমাৰ লোকৰ ধন্যবাদ থাকিল ।❤❤❤
@techtipssupported8958
27 күн бұрын
ধন্যবাদ🙏🙏🙏
@rejiabegum2355
6 ай бұрын
এওঁলোক আমাৰ আদৰ্শ । সুন্দৰ পদক্ষেপ , আগলৈ আগবাঢ়ি যোৱা আশীৰ্বাদ দিছো ।
@bipulkalita8915
6 ай бұрын
বহুত ভাল লাগিছে ।এওঁলোকৰ দৰে আৰু দল ওলাই আহক তাকেই কামনা কৰিলোঁ বিপুল কলিতা
@deepjyotigogoi8116
6 ай бұрын
22:52 hai
@subhashsut2215
6 ай бұрын
Best ধুনীয়া বহুত ধুনীয়া। শুভেচ্ছা থাকিল ।
@pranabbharali8521
6 ай бұрын
ভাল লাগিল। আৰু আগুৱাই যোৱা।
@JyotiBuraguhain
6 ай бұрын
ইমান প্ৰতিভা আছে ,দেখি শুনি বহুত বহুত মন ভৰি গল।সকলোলৈকে শুভেচ্ছা থাকিল।
@PronotiMohon
6 ай бұрын
মজ্জা ।কণ্ঠও সুন্দৰ ।তোমালোকৰ উজ্বল ভবিষ্যৎ কামনা কৰিলো !
@diptisaikia1823
6 ай бұрын
বহুত ভাল লাগিলে। আটাইকেইগৰাকীলৈকে হিয়াভৰা আশীৰ্বাদ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলো
@indiramnathmusical3996
6 ай бұрын
শান্তিপ্ৰীয়াৰ প্ৰমুখ্যে আটাইকেইজনীলৈকে হিয়াভৰা আশীৰ্বাদ আৰু উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।বিশেষকৈ শান্তিপ্ৰীয়া নাৰীসমাজৰ আদৰ্শ।
@RajuHazarika-eb7gq
Ай бұрын
অতি সুন্দৰ বহুত ভাল লাগিল আগবাঢ়ি যোৱা তোমালোক আগলৈ আৰু ভাল হ'ব আশীৰ্বাদ থাকিল ।
@monikabaruah5576
6 ай бұрын
সুৰুজমুখী বিহুৱা দললৈ বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু আগুৱাই যোৱাৰ আশীৰ্বাদ থাকিল
@RinkiChoudhury-b7q
6 ай бұрын
বহুত ধুনীয়া ভন্টী বুকুত সাহস বান্ধী আগুৱাই যৱা।
@chandanbordoloi4452
6 ай бұрын
বহুতো ধুনীয়া লাগিছে
@krishnagogoi1657
5 ай бұрын
অভিনন্দন জনালোঁ | তোমালোকৰ বিহু দল টিৰ প্রতি গৰাকীলৈ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ | নামৰুপৰ পৰা মৰম যাচিলো |
@amritkotoky9383
6 ай бұрын
বহুত ভাল লাগিছে তোমালোক আগবাঢ়ি যোৱা
@hiranyarajkhowa4119
6 ай бұрын
অতি সুন্দৰ প্ৰদৰ্শন আৰু সকলো লৈকে বহুত বহুত শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।
@ranjanborah8190
6 ай бұрын
তোমালোকৰ অনাগত দিনত আৰূ কৃপা কৰক ভগবানে... অতি সুন্দৰ
@tarungogoi8841
6 ай бұрын
সুৰুয মুখী যুৱতী দলটিলৈ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।তোমালোক আগবাঢ়ি যোৱা ।আমাৰ আৰ্শীবাদ সদায় আছে ।লগতে অনুপম দাদালৈ ও শ্ৰদ্ধা আগবঢ়াইছোঁ ।
@PankajDas-xw5hw
5 ай бұрын
বহুত ভাল লাগিছে আগবাঢ়ি জোৱা
@mayasaikia291
5 ай бұрын
বহুত ভাল লাগিছে। তোমালোক মহান হোৱা
@binasaikia-xc9dr
5 ай бұрын
ধুনীয়া। হৈছে
@Dchetia77
6 ай бұрын
বহুত ভাল লাগিল দলটি লৈ অভিনন্দন জনালো ৷ দ'লৰ সকলো সদস্যাৰ সুস্বাস্থ্য কামনা কৰিলো । আৰু অগুবাই যোৱা ৷
@muninoza4944
6 ай бұрын
তোমালোকলৈ হিয়া ভৰা শুভেচ্ছা আগবঢ়ালোঁ দেই, আৰু আগবাঢ়ি যোৱা। ভগৱান সহায় হওক তোমালোকৰ।
@banalatadas1824
6 ай бұрын
বহুত ভাল অতি সুন্দৰ এই শান্তিপ্ৰিয়া জনী কি কম ইমান ধুনীয়া কন্ঠ তোমালো আটাই কেই জনী লৈ মোৰ মৰম আৰু শুভেচ্ছা জনালো ইশছৰে তোমালোকক সুস্থ সবল শক্তিশালী কৰি ৰখাক তেওৰ ওচৰত প্ৰাথনা জনাইছো
@DilpSaikia-qx6by
6 ай бұрын
সুন্দৰ অতি সুন্দৰ পদক্ষেপ আমি গোলাঘাট জিলাৰ অন্তৰ্গত আঠখেলীয়া নামঘৰৰ ওচৰৰ বেবেজীয়া গাঁৱৰ পৰাই আৰ্শীবাদ ও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো লগতে ভবিষ্যতৰ উজ্জ্বল কামনা কৰিছোঁ আৰু লগতে মৰম স্নেহ আগবঢ়ালোঁ ধন্যবাদ।
@techtipssupported8958
6 ай бұрын
ধন্যবাদ দাদা,মইও গোলাঘাট মেৰাপানীৰ পৰা দাদা🙏❤️❤️❤️🙏
@junugogoi4458
6 ай бұрын
বৰ সুন্দৰ চাই থাকিবৰ মন যায়
@runuchetia1658
6 ай бұрын
অতিকে প্ৰশংসনীয় অনুস্থান ❤️❤️অতিকে মন্তমূগ্ধ হৈ গ'লো!!অসমীয়া জাতীৰ হিয়া-মুকুতা❤️মনৰ হেপাহেৰে আগুৱাই যোৱা আইজনীহঁত!!কোনো কাৰণতে যাতে থমকি ৰৈ নোযোৱা তাৰে কামনা আৰু আৰ্শীবাদ জনাইছো ।তোমালোক আসমী আইৰ সমল❤️❤️
@R.KMunnaofficial....
3 ай бұрын
JB à
@jayantachetia4488
2 ай бұрын
সূন্দৰ অতি সুন্দৰ সকলো লৈকে আন্তৰিক শুভেচ্ছা থাকিল লগতে উজ্জল ভবিষ্যত কামনা কৰিলো ধন্যবাদ
@techtipssupported8958
2 ай бұрын
ধন্যবাদ🙏🙏🙏
@rekhagogoi322
6 ай бұрын
Bahut bahut dhanyabad bhanti keijaniloi aru agbarhi juwa ,bihur lagate bakibilakatu agbarhi juwa tumalukaloi mur huvesya thakil 👍👍👍🎉🎉🎉
@DuluKrDas
2 ай бұрын
বহুতো ধুনীয়া হৈছে। আৰু আগুৱাই যোৱা।
@techtipssupported8958
2 ай бұрын
ধন্যবাদ🙏🙏🙏
@dayarambharali7710
6 ай бұрын
সূৰুযমুখী দলটো সঁচাই মনভুতহৈছে। আগলৈও অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধন কৰিবলৈ সমৰ্থ হৈছে বুলি জনা গৈছে। ধন্যবাদ দেশৰ ভিতৰতে আটাইতকৈ শক্তিশালী আৰু হেঁপাহৰ ৰঙালী বিহুৰ ওলগ জনালোঁ।
@sabitritalukdar3696
6 ай бұрын
বহুত ভাল লাগিল !
@DipamoniKalita-u4m
6 ай бұрын
Bout.bohut.val.lagil
@urbashidevi6614
6 ай бұрын
আৰু উন্নতি হ ওক, আশীৰ্বাদ কৰিছোঁ
@chenimaiBora-gc2bw
6 ай бұрын
বহুত ভাল লাগিচে
@pradipgogoi3182
6 ай бұрын
অতি সুন্দৰ, সকলোলৈকে শুভেচ্ছা জনালোঁ। আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব্।
@kamalsaikia9196
5 ай бұрын
ভাল লাগিছে আৰু আগুৱাই যোৱা
@kunjalatakalita4174
6 ай бұрын
সুন্দৰ পদক্ষেপ আন্তৰিক শুভেচ্ছা জনালোঁ । ❤❤🎉🎉
@ZiyanDoley
6 ай бұрын
Very very nice
@dipankadas3870
6 ай бұрын
Bohut val lagil
@rupalipegu6409
6 ай бұрын
বহুত বহুত ভাল লাগিল 👌 শুভ কামনা জনাইছোঁ ❤
@triptihazarika9185
6 ай бұрын
বহুত মৰম লাগি আগবাঢ়ি যায় যেন ভগৱানে কুশলেৰাখক
@hiranyarajkhowa4119
6 ай бұрын
শান্তিপ্ৰিয়া এগৰাকী সুদক্ষ, সাহসী আৰু শক্তিশালী আৰু যথেষ্ঠ বহুমুখী প্ৰতিভাসম্পন্ন যুৱতী। আগুৱাই যোৱা সদায়। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন। তাকেই আন্তৰিক শুভ কামনাৰে। শান্তিপ্ৰিয়াৰ লগতে বিহুদলটোৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। সকলো সুখী হৈ থাকক। তাকেই ভগৱানৰ ওচৰত কামনা কৰিলো।❤❤❤❤❤❤
@Venom-ir9iq
6 ай бұрын
Bohut bohut val lagil .dolteloi morom aru akhirbad thakil.
@digantanath148
6 ай бұрын
সুন্দৰ লাগিল ❤
@bibharaninath8242
6 ай бұрын
Bhut bhut Dhanybad thakil tomalokly aru Val kribly Asirbad dilo
@junumoninath9521
6 ай бұрын
আগুৱাই যোৱা ৷আশীৰ্বাদ থাকিল ৷
@pikugogoivlogs88
6 ай бұрын
Bohut val lagil 👌
@lambodarnath7923
4 ай бұрын
বহুত ভাল লাগিল❤
@hiranyarajkhowa4119
6 ай бұрын
অতি প্ৰশঙ্শনীয় পদক্ষেপ। আগুৱাই যোৱা সকলো। অসমৰ বাৰে বনৰীয়া কৃষ্টি সঙ্কৃতি পৰিশীলিত পৰিবেশনেৰে ৰক্ষা কৰাৰ দায়িত্ব আৰু কৰ্তব্য আমাৰ সকলোৰে। ইয়াত পুৰস মহিলা বা ল'ৰা ছোৱালী বুলি কথা নাই। বিহুৰ মৌলিকতা আৰু পৰম্পৰা খিনি সুন্দৰ ভাৱে ৰক্ষা কৰাৰ দায়িত্ব আমাৰ সকলোৰে। এইসকল ছোৱালী সৎ সাহস হৈ আগুৱাই যাওক। অন্তত ৰাতিৰ বিহুৰ সাঙ্কৃতিক অনুষ্ঠানত এটুপি টেটুলৈকে গিলি লৈ বোকা নৃত্য কৰা পুৰুষ/ ল'ৰা বোৰতকৈ অন্তত বহুত ভাল কাম কৰিছে। অসমৰ কৃষ্টিৰ পথাৰত সৃষ্টিৰ অজ্ঞলি সিঁচি আগুৱাই যোৱা। ভগৱানে সকলোকে কুশলে ৰাখক। ধন্যবাদ।❤❤❤❤❤
@JunuBoruah-sx9hq
6 ай бұрын
Bohut val lagile aru aguwai juwa
@panchamirabhadas23
6 ай бұрын
Bht val lagil,
@ghanashyamsaikia3292
6 ай бұрын
সুন্দৰ ভৱিষ্যত আছে
@Official_jintu
6 ай бұрын
কবলৈ গলে বহুখিনি কথা মনলৈ আহে। মাথো এয়াই কম তোমালোক আৰু আগুৱাই যোৱা । বহুত ভাল লাগিল । ❤
@rashmikallita5169
6 ай бұрын
সুন্দৰ কণ্ঠ ❤️
@TamuliTamuli-iz7cv
4 ай бұрын
❤❤Bohot bohot bohot val lagil
@বিহুৱাযতীন
6 ай бұрын
সুন্দৰ অপূৰ্ব ধুনীয়া ❤️
@PadminiDas-wp6br
6 ай бұрын
6
@MonujSarmah-tg3vz
5 ай бұрын
গোটেই দল টো লৈকে শুভেচ্ছা জনালোঁ।
@mukutlukhurakhon1411
5 ай бұрын
সুন্দৰ, পৰিৱেশন চাইও ভাল লাগিল, ভৱিষ্যতে ও এনে পৰিৱেশন চাবলৈ আশা কৰিলোঁ খুবেই কৈ,,
@LabanyaHazarika-g2h
6 ай бұрын
বহুতো সুন্দৰ হৈছে
@diptimahanta5900
6 ай бұрын
Doltiloi subhesha thakil❤❤
@DipaBaruah-m8l
6 ай бұрын
Mojja mojja❤❤❤❤❤❤❤
@alpanakonwar3499
6 ай бұрын
বহুত বহুত ভাল লাগিল।প্ৰতিগৰাকী শিল্পীলৈ মোৰ অকৃত্ৰিম মৰম ও শুভাৰ্শীষ যাঁচিলোঁ।আশা কৰোঁ পঢ়া-শুনাৰ লগতে তোমালোকৰ প্ৰতিভাসমূহ প্ৰকাশ কৰি যাবা।কুশলে থাকা আটাইয়ে।
@AtulDas-d2g
6 ай бұрын
Bohut dhuniya❤❤🎉
@nikunjasarma2549
6 ай бұрын
Val. Lagil. Thanks🙏
@dibyagogoi1473
6 ай бұрын
Bohut val lagil aguai jua.
@MukulMahanta-ip9pw
Ай бұрын
আমাৰ সংস্কৃতি ৰক্ষা কৰিছা বহুত ভাল লাগিল ।
@techtipssupported8958
Ай бұрын
ধন্যবাদ🙏🙏🙏
@ShashiprovaShasiprova
6 ай бұрын
Go ahead.God bless you.
@SubhankarkalitaKalita
6 ай бұрын
Love from golaghat,singorajan gaon .... ❤️🫶 Agbahi juwa 🔥
@Santi12320
4 ай бұрын
🙏❤️
@kaminineog9026
6 ай бұрын
তোমালোকলৈ মোৰ ফালৰ পৰাও বহুত বহুত ধন্যবাদ থাকিল
@PunaHandiqui
6 ай бұрын
Best ধুনীয়া হৈছে আগলৈকে এনেকৈয়ে আগুৱাই যোৱা❤❤❤
@hunali12345
6 ай бұрын
বহুত ভাল লাগিলে ❤
@96noborpatragaurisagar82
6 ай бұрын
Bhout Val lagil good
@Junmonii
6 ай бұрын
ভাল লাগিল
@sonowalkachari6218
6 ай бұрын
Bht bht vl lagil di very nice
@JibanSarania-se7dt
6 ай бұрын
Video to Sai Val lagil
@JigoyaMahali
4 ай бұрын
Nice ❤aru vl vl bhui kore ja
@PuspaOzah
6 ай бұрын
সুন্দৰ ।
@Ranjanbora-vd5lv
Ай бұрын
Bahut bhal lagil, aru aguai jabaloi asha thakil.
@ritunborah858
6 ай бұрын
Bahut dhuniya hoise...
@polakhigogoi4558
6 ай бұрын
Ati hundor vonti hokol,bhabisyate aru aguwai juwa,hokolu dikhe pargot hokolu goraki..
@bhaktisagargroup
6 ай бұрын
Bht vl lgse...agowai jowa..
@MadhavDas-rr2pk
6 ай бұрын
Bhot val ❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@JustPlant45
6 ай бұрын
Val lagil
@NilomoniBordoloi-f5x
6 ай бұрын
বহুত সুন্দৰ
@senswasvlog2795
6 ай бұрын
Bhut Val lagil ❤❤❤❤
@narenhazarika2975
6 ай бұрын
Bahut Bhal Lagisa Aru Aguy Jua
@PranjalKakati-kr1jd
6 ай бұрын
Very nice .aru aagurai juwa
@DipenSaikia-z7c
6 ай бұрын
Bhout hundor hoise welcome to Bihu dance party
@tapanbaruah1006
6 ай бұрын
Ajikali lora aru suwali buli kunu kotha nai.pratibha thakile sokolue koribo pare.Bohut dhunia hoise.
@Anita-m5r
2 ай бұрын
Bah bah eman boriya hoise val lagil
@techtipssupported8958
2 ай бұрын
tq so much🙏🙏🙏
@promiladevi5406
5 ай бұрын
Bahu val idia, thankyou
@nirmalidevi7389
6 ай бұрын
বহু ধুনীয়া কাম কৰিছে ।পিছলে নাছাবা
@BoloramDas-g3p
5 ай бұрын
Bohut. Xundor. Lagile. Bihu. Sai
@champakbarman3946
5 ай бұрын
এনেকুৱা বিহু দল সমূহ আমাৰ বাবে গৌৰাৱান্বিত ।
@pinkuborah7018
6 ай бұрын
Good vall koi sa kotha khini vall lagil
@parajitasaikia
6 ай бұрын
কৃষ্ণ কৃষ্ণ।। মোৰ দেখোন ভাষাই হেৰাই গৈছে তোমালোকৰ অতুলনীয় কাৰ্য্য প্ৰতিভাক কিদৰে ধন্যবাদ জনাম ।। মাথোন ঈশ্বৰ কৃষ্ণৰ চৰণত ইয়াকে প্ৰাৰ্থনা জনাইছোঁ তোমালোকৰ সকলোৰে সৰ্বতো প্ৰকাৰৰ মঙ্গল হওঁক।। কৃষ্ণ ।।
@anjudadhora7839
6 ай бұрын
Bhut vaal.Asami bkut sadai jilike thakak
@manitahbildar5162
6 ай бұрын
Oti xundor bohut vl lagise aaijonihot aru aguai joa ashirwad korisu❤❤❤❤❤❤❤
@nironburagohain
6 ай бұрын
Very good party n may God bless the whole members to make more well progress.
5:40
Ladies band music 🎶
Yuvan Life style
Рет қаралды 45 М.
18:44
'বিহুৱতী বোৱাৰী'ৰ মঞ্চত স্বামীৰ ঢোলৰ চেওত পত্নীয়ে নাচিলে কঁকাল ভাঙি
NB News
Рет қаралды 233 М.
00:28
Why no RONALDO?! 🤔⚽️
Celine Dept
Рет қаралды 102 МЛН
00:41
Don’t Choose The Wrong Box 😱
Topper Guild
Рет қаралды 40 МЛН
00:31
He Hid His Second Girl Under the Bed! 😱🛏️ #prank #wife #comedy
Skitsters
Рет қаралды 2,1 МЛН
00:31
Players push long pins through a cardboard box attempting to pop the balloon!
Daily Viral Brief
Рет қаралды 64 МЛН
21:23
শিশু সকলৰ সাংঘাটিক প্ৰতিভা দেখি সকলো আচৰিত।কিয় দিহানাম প্ৰতিযোগিতাত মঞ্চতেই পুৰস্কাৰ দিলে উদ্যোক্তই
Pronabjit Borah Vlog
Рет қаралды 123 М.
6:25
কেনেকৈ জুবিন গাৰ্গৰ প্ৰেমত পৰিছিল পশ্চিমবংগৰ মৰ্মিতা?
NKTV PLUS
Рет қаралды 114 М.
7:04
নাহৰ গীতটি//শিশু শিল্পী হিয়া হিমাশ্ৰীয়ে//বিহু মঞ্চত//#music #subscriber #viral #like #comment 🙏🙂🙂🙂
Hiya Himashree
Рет қаралды 48 М.
18:41
এগৰাকী কনমানিৰ গীতে সমগ্ৰ বিশ্বতে তুলপাৰ লগাইছে শালিকি পুৱাৰ গীতটো শুনি চাওঁক বুকু ফাটি উঠিব #viral
Drishti Duliajan
Рет қаралды 48 М.
1:01:01
PRIME DEBATE | গো মাংস নিষিদ্ধকৰণক লৈ কি প্ৰতিক্ৰিয়া হ'ব ৰকিবুল হুছেইনৰ?
News18 Assam/Northeast
Рет қаралды 710
34:03
চৈধ্য বছৰীয়া কণমানিয়ে বাঁহী বাদ্যযন্ত্ৰ গীত গাই সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে #viralnews
ZM Food & Vlogs
Рет қаралды 118 М.
2:14:12
MUR TEZ MUR MOROM / OFFICIAL FULL DRAMA/ AWAHAN THEATER/PROSTUTI PORASOR/মোৰ তেজ মোৰ মৰম।
Prostuti Porasor
Рет қаралды 692 М.
3:19:26
অসমীয়াত সম্পূৰ্ণ গীতা I Gita All Chapters Assamese II
Assamese Story Teller
Рет қаралды 603 М.
20:43
চৌকিডিঙ্গী বিহু | চৰাইদেউ সমন্বয় বিহু হুঁচৰি দল | Charaideo Samannoy Bihu Husori Dol-2024
Anupom Bitupon
Рет қаралды 77 М.
18:05
Gungun Kotha Moromor ধাৰাবাহিকৰ পদ্মা আচলতে কোন..?? ঘৰ ক'ত হয় লগতে বহুতো নজনা কথা, চাওঁক শেষলৈ
Mayur Mix Assamese
Рет қаралды 269 М.
00:28
Why no RONALDO?! 🤔⚽️
Celine Dept
Рет қаралды 102 МЛН