KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
শিল্পী বিপিন চাউদাংৰ ফিছাৰী । আচৰিত বস্তুৰে ভৰি আছে বিঘা বিঘা মাটি । আদৰ্শ বহুজনৰ বাবে Assamese Vlog
14:17
📌PROGRAM EDITOR নিপ কুমাৰ বৰুৱাৰ সৈতে ‘ভোগালীৰ প্ৰস্তুতি’ | #Live
Learn Colors Magic Lego Balloons Tutorial #katebrush #shorts #learncolors #tutorial
00:10
家庭版踩气球挑战,妈妈竟然什么也没得到#funny #宝宝 #萌娃 #comedy
01:04
Cheerleader Transformation That Left Everyone Speechless! #shorts
00:27
Каха и дочка
00:28
কেনে আছে নেত্ৰকাই খ্যাত অৰুণ হাজৰিকা ?ক'ভিডসৃষ্ট পৰিৱেশত কি কৰিছে শিল্পীগৰাকীয়ে ?
Рет қаралды 352,419
Facebook
Twitter
Жүктеу
1
Жазылу 2 МЛН
TIME8 News
Күн бұрын
Пікірлер: 389
@buliborah5758
3 жыл бұрын
অহ আপোনাক বহুত দিনৰ পিছত দেখিলোঁ বহুত ভাল লাগিল। ভগৱানে ভালে ৰাখক🙏🙏🙏
@atjunrongphar9087
3 жыл бұрын
Xundor
@pranjoldeka9246
3 жыл бұрын
আপোনাৰ পথত আমিও আছো
@jayantagogoi2466
3 жыл бұрын
Um
@trithathengal1177
3 жыл бұрын
আপুনাক আজি দেখা পাই ভহুত ভাল লাগিল আৰু আপোনাৰ গাহৰি ফাম দেখি ভগৱানে আপুনাক ভালে কুশলে ৰাখক
@narayansaikia1692
3 жыл бұрын
অলপো অহংকাৰ নথকা মোৰ প্ৰিয় অভিনেতা গৰাকীক দেখি বৰ ভাল লাগিল।
@prachuryyabaruah7
3 жыл бұрын
Akdom hosa dei ...ohonkar akdom nai
@kangkankalita895
3 жыл бұрын
সচা দেই, বহুত ভালপাওঁ এখেতৰ অভিনয়
@dimpalnath7753
3 жыл бұрын
বহুত দিনৰ মূৰত দেখা পালোঁ এই দৰে জীৱন আগুৱাই যাব লাগিব❣️❣️
@kaniskarabha96
3 жыл бұрын
মাজে সময়ে এনেবোব বাতৰি পৰিবেশন কৰিলে ভাল লাগে , আপোনাৰ সুস্বাস্থ্য কামনা কৰিলো
@azjzulhoque5947
3 жыл бұрын
Ki Kabhi ko
@girindrasharma3561
3 жыл бұрын
Sosa.. val lagil news tu sai
@lokeswargogoi2063
3 жыл бұрын
ছাৰ প্ৰণাম জনাইছোঁ 🙏। নক্ষত্ৰ শিল্পী হৈও অতি সাধাৰণ মানুহৰ প্ৰতি সন্মান জনোৱাৰ বাবে । সঁচাকৈয়ে আপুনি এনে কৰ্ম তথাকথিত শিক্ষিত বহুত ব্যক্তিৰ প্ৰেৰণাৰ উৎস । নিজৰ হাতেৰে কৰ্ম ।ধন্য ধন্য ধন্য ।
@bikiboruah5339
3 жыл бұрын
সৰুৰে পৰা প্রিয় অভিনেতাজন দেখি ভাল লাগিল।।।
@pobitrogogoi3077
3 жыл бұрын
অপূৰ্ব অৱদান আছে অসমৰ সাংস্কৃতিক জগতত আপোনাৰ ভগৱানে ভাল কৈ ৰাখক আপোনাক ।
@dimpalnath7753
3 жыл бұрын
সৰুতে জেনেকুৱা দিখিছিলো বৰ্তমান ঠিক তেনেকুৱা আছে
@jinturajofficial
3 жыл бұрын
Hooi dei
@axom..tezpur3975
3 жыл бұрын
Ohhh
@lachitgotra1956
3 жыл бұрын
2mar sakut bal gajise
@dimpalnath7753
3 жыл бұрын
@@lachitgotra1956 mukhedi humai ding ah
@lachitgotra1956
3 жыл бұрын
@@dimpalnath7753 moi 2mar mukhat sumai dm,,,,
@migangcpasung5114
3 жыл бұрын
সুন্দৰ। নিজৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি যাওক ককা। ভবিষ্যতলৈ আৰু নাম ৰাখক তাৰে কামনা কৰিছো।
@atulhazarika4227
3 жыл бұрын
এখেত এগৰাকী সদায় ভাল লগা শিল্পী। প্ৰত্যেকটো অভিনয়ে নিপুণতাৰ সুন্দৰ চানেকী।
@xplorwithbhargav..travelpeople
3 жыл бұрын
Apuni bhaale thaakok Dada🙏🙏🙏
@dipalibora9247
3 жыл бұрын
আপোনাৰ অভিনয়ে বিষাদৰ সময়তো মানুহৰ মুখত হাঁহি বিৰিঙাই ❤️ভগৱানে সদায় আপোনাক কোশলে ৰাখে 🙏🙏
@pinkysaikia3207
3 жыл бұрын
সদায় ভালে থাকক আকৌ অভিনয় জগতত দেখা পাম।
@dhrubajyotidasnaturalworld3028
3 жыл бұрын
মোৰ ভাল লগা শিল্পী গৰাকীক বহুত দিনৰ মুৰত দেখা পালোঁ
@indianpanorama303
3 жыл бұрын
নেত্ৰ কাকা,,, ধন্যবাদ you are great spirit of youngsters 👍🏽👍🏽👍🏽👍🏽
@gaaoliyamon2256
3 жыл бұрын
আপোনাৰ অভিনয় আমাৰ অতি প্ৰিয় দাদা। আপোনাৰ দৰে খুব কম সংখ্যক শিল্পী হে খেতি বাতিত মনোনিবেশ কৰা দেখা যায়। ভাল লাগিল আপোনাক বহুদিনৰ মূৰত দেখা পায়।
@nature6576
3 жыл бұрын
মানুহজন ভাল লাগে।🙏🙏🙏
@__manoj__vlog8049
3 жыл бұрын
বহুত ভাল লাগিছে আপোনাক এই মুহুৰ্তত দেখি মই বহুত সুখী, আপুনি আমাৰ মাজত সদায় এনেকৈ থাকক।আশা থাকিল কেতিয়াৱা হথাৎ আপোনাক ওচৰৰ পৰা লগ পোৱাৰ হেপাঁহ।
@dhrubajyotikoch2440
3 жыл бұрын
অতুলনীয় আদৰ্শ । অৰ্থনৈতিক স্বচ্ছলতা, শাৰিৰীক সুস্থতা, সময়ৰ আহ্বান আদি সকলোতে এনেবোৰ কাৰ্যৰ যোগাত্মক অৱদান আছে ।
@bidyutdekavlogs7695
3 жыл бұрын
ভাল লাগিল এইদৰে সুস্থ অৱস্থাত দেখা পাই।🙏🙏🙏
@rocktimphukon8086
3 жыл бұрын
ভাল লাগিল মানুহজন দেখি
@shusildeka9244
3 жыл бұрын
সচাকৈ মানুহ জন বৰ সহজ সৰল মৰমীয়াল হয় ।এওঁৰ অভিনয় বহুত ধুনীয়া হয় ।এনেকৈ যাতে তেওঁ জীৱনটো অতিবাহিত কৰি থাকিব পাৰে ।সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেত্ৰাআজি আমাৰ লাইভ ত অহা কাৰণে বহুত ভাল লাগিল ।
@ranjansaikia9256
3 жыл бұрын
আপোনাক বহুত দিনৰ পিছত দেখা পাই বৰ ভাল লাগিল। আশাঁ কৰো ভগৱানে আপোনাক কুশলে ৰাখক। 😍🤗☺️
@dildarhussain9067
3 жыл бұрын
Prio manuh jon dehi bohot val lagil... 🙏🙏🙏
@prayasiaxom6574
3 жыл бұрын
বহুত মৰম আৰু শুভকামনা থাকিল আপোনালৈ
@scalper4159
3 жыл бұрын
জুনবাইৰ যুগৰ পৰা এতিয়ালৈকে নেত্ৰকাই নেত্ৰকায়ে হৈ আছে ❤️ বহুত ভাল পাওঁ আপোনাক ❤️ সু সাস্থ্য কামনা কৰিলো ❤️
@Radha3487
3 жыл бұрын
Bhal lagil ❤️👍👍👍👍👍
@arupborah2212
3 жыл бұрын
ভাল লাগিল। সুন্দৰ পদক্ষেপ।
@jongogoi6663
3 жыл бұрын
Hoi bahut bhal katha kale,huni bhalpaisu.kisumane aku sidhai belegak beya,kam nakare buliye koi.Thanks.
@Khirud_dunia
3 жыл бұрын
আপোনাৰ কামখিনি দেখি বহু অনুপ্রাণিত হৈছোঁ।
@palashbhuyan1503
3 жыл бұрын
প্রিয় অভিনেতাজনক বাবা মাতায়ে কুশলে ৰাখক তাৰেই কামনাৰে,, বোকাখাতত দেখিছো কেইবাদিনো,, লগ কৰিম অতি সোনকালে আপোনাক🙏
@jitukumardeka2918
3 жыл бұрын
Sir... Love You Always and God bless yiu Sir 🙏🏻🙏🏻🙏🏻
@ankurrajkhanikar4821
3 жыл бұрын
খুব সুন্দৰ পদক্ষেপ
@narayandeka5088
3 жыл бұрын
আপোনাক বহুত দিনৰ মূৰত দেখিলোঁ। ভগৱানে কূশলে ৰাখক ❤️❤️
@manalishadas2421
3 жыл бұрын
সৰুৰে পৰাই প্ৰিয় তেখেত ❤ভগৱানে কুশলে ৰাখক তেখেতক 🙏❤
@purabideka2459
3 жыл бұрын
বহুত দিনৰ মূৰত আপোনাক দেখিলো ভাল লাগিল,, সুখী থাকক ভালে থাকক 🙏
@hemantaborah3953
2 жыл бұрын
নেত্ৰ কাই ; সুন্দৰ ।
@jaysaikia3343
3 жыл бұрын
আমি অসমীয়া মানুহবোৰৰ বাবে এইটোয়ে সুযোগ এতিয়া উন্নয়নৰ বাবে আগবঢ়িব হৈ গৈছে ✊🏼
@ajoyboruah993
3 жыл бұрын
Apunak dekha paai mon2 bohut Vaal lagil,,, hodai kukhole thakok
@jintumonikalita9502
3 жыл бұрын
Good job sir 🙏...aponi manuhok hohowabo khikaise aponak vogobane vle kukhole rakhok❤️
@lovewithpdas4815
3 жыл бұрын
অসমৰ অভিনেতা অভিনেত্ৰীসকলৰ বৰ্তমান অৱস্থিতি ।😓😓😓😓
@abhijitgogoi3305
3 жыл бұрын
বহুত ভাল লাগিল বহু দিনৰ মূৰত দেখা পাই
@binuddeka7799
3 жыл бұрын
নিজেই নিজৰ কামত ব্যস্ত 🤗🤗🤗 ভাল লাগিল
@jeena8463
3 жыл бұрын
Mur ake bare fvt actor...😊Allahe apunak hodai vale rakhok
@syampawe5024
3 жыл бұрын
আপোনাৰ আৰ্দশ,অসমৰ উঠি অহা যুৱ চামে আকোৱালি লব বুলি আশা ৰাখিছো👍
@keshobbora9489
3 жыл бұрын
বহুত ভাল লাগিল দাদা,,, পোৱালি পাম নি
@anupgogoi8433
3 жыл бұрын
ভাল লাগিল ফাৰ্ম খনৰ দেখি আপোনালোক দেখি আমিয়ু মনত সাহস পাইছো। মোৰ এখন সৰু ফাম আছে
@Brai20001
3 жыл бұрын
Hundor 🙏😇❤ Bohut val lagile Aapunak Eman pusto heldi dikhe 🙏👏
@dilipgogoi3009
3 жыл бұрын
ঈশৰে আশিবাদ কৰক কাইটি ৷
@krishnagogoi8960
3 жыл бұрын
Bohutt Val lagise .. Ami hokolua akeloge agg barhibo lagibo ... Joi AI AXOM
@theheartless5349
3 жыл бұрын
ভালে থাকক খুৰা।বহু দিন হʼল লগ নোপোৱা।❤️
@anjalipathak4964
3 жыл бұрын
ধন্যবাদ,এই বয়সতো যে তেখেতে বহি সময় অতিবাহিত কৰা নাই। ঈশ্বৰ সহায় হওঁক।
@binandadas9565
3 жыл бұрын
Bor khundor... Bhal lagil enekua news he bhal lage.. kisumn odorkari news dekhuatke...
@lightsoundcenter8105
3 жыл бұрын
ঈশ্বৰে আপোনাক ভালে ৰাখক,, আপোনাৰ অভিনয় ভাল লাগে ,,আশা ৰাখিছোঁ অভিনয় জগতত আকৌ আপোনাক দেখা পাম ।
@kapilkumar1113
3 жыл бұрын
উপায় নাই ভাই। বৰকৈ ভাল লাগিল । এনেকুৱাকৈ কাম কৰি খোৱা মোৰো ইচ্ছা। বঢ়িয়া ককাইদেউ।
@kishorkalita3052
3 жыл бұрын
Bahut val lagil dekha Pai vale rakhok apunak
@rupanengti1884
3 жыл бұрын
Dada bohut ,,, encourage palu aru bohut bhal lagil amiu apunak follow korisu,,bhogobanor usorot parthona korisu ,,,apuni bhale thakok,,,
@kaustovsaikia1390
3 жыл бұрын
Bhal lagile apunar kotha Keita.....
@Dhrubajyoti_1991
3 жыл бұрын
প্ৰিয় অভিনেতা জন
@nirmalrabha-i8k
3 жыл бұрын
আপোনাৰ অভিনয় চাই মই খুবেই ভাল পাওঁ। বহু দিনৰ মূৰত দেখিলো আৰু আপোনাৰ কৃষি কৰ্মৰ প্ৰতি থকা উৎসাহ দেখি ভাল লাগিল।
@manjitborah191
3 жыл бұрын
Bohut val lagil...bohut dinor murot dekha pai
@prabhatkrgogoi8153
3 жыл бұрын
ব্যস্তহৈ থকা দেখি ভাল লাগিল ৷ বোকাখাটলৈ গাড়ী চাৰ্ভিছিঙত গলে Y2Kত দুপৰীয়াৰ সাঁজ খাওঁৱেই , এই কৰ’ণাই শেষ কৰি পেলালে ৷
@himantadas9471
3 жыл бұрын
Val lagil tejhetok dekhi 😍😍😍😍
@alokbhowal4139
3 жыл бұрын
You are a talented actor of Assamese television film industry... Like you ❤️
@feronik642
3 жыл бұрын
last kua kotha khini dil pe lag geya ❤
@dimpalkalita7059
3 жыл бұрын
Bohut val lagise.ammr silpi sokole hate kame notun projonmok poth dekhuwai ase
@bhaskarjyotisaikia648
3 жыл бұрын
বৰ ভাল লাগিল হাতে কামে লাগিছে আপোনি নতুন প্ৰজন্মৰ মাজত আদৰ্শ
@bulletrider5049
3 жыл бұрын
অসমৰ অমূল্য সম্পদ.......শিল্পী সকল
@mulukbasumatari1583
3 жыл бұрын
Apunar adorkhoi uthi aha prajanmok atma-nirvorkhil haba khikabo. Good job.
@globalvillage6416
3 жыл бұрын
Ejon adorkho baan byakti 👏👏
@mahanta6699
3 жыл бұрын
Salute netro kai🙏apuni khodai vale thake...
@hemantabora3693
3 жыл бұрын
Val lagil cai videotu bohut dinor picot arun dak dekha palu👍👍👍👍👍👍👍👍👍👍👍👍👍
@bitumoniburagohain732
3 жыл бұрын
All time favourite actor❤️ God keeps him hpy nd healthy always
@bindabangthai7735
3 жыл бұрын
বহুত ভাল কাম কৰিছে
@jitjyotimalakar9853
3 жыл бұрын
Apunalokok loi ASSAM a gourab anuvob kore.. God bls u dada 😍
@rdentertainment6878
3 жыл бұрын
মই ও এখন গাহৰি ফাৰ্ম কৰিম বুলি ভাবি আছোঁ,🙏 বহুত ভাল লাগিছে মনটো।।
@babugaming1315
3 жыл бұрын
Bhut val paw manuh jokok 💓💓💓
@SatyavratRaj781
3 жыл бұрын
ভগৱানে আপোনাক কুশলে ৰাখক ৷
@krishnaray1905
3 жыл бұрын
Jibon zindabad
@dpdhun5491
3 жыл бұрын
Bht dinr pist dekhi bht vl lagil dada apunak
@pradipkumarhazarika4307
3 жыл бұрын
অতি সুন্দৰ।
@rumizulislam4795
3 жыл бұрын
Dadak dekhi khoru kaliloi manat porise mor. Ki j din asil kheibor . Aru kar kar dadak dekhi khoru kaloloi mant porise like kora 🙏🙏🙏🙏
@ashtabalirrong7374
3 жыл бұрын
Bhut hundar dada vgobana mongal krk
@barman9935
3 жыл бұрын
আপোনাক বহু দিনৰ পিছত দেখা পাই ভাল লাগিল 🙏🙏🙏
@TaruPhukan
3 жыл бұрын
অৰুণদা সদায়ে মোৰ প্ৰিয় শিল্পী |তেখেতৰ অভিনয়ত নিভাঁজতা আছে সেই বাবে তেখেতৰ অভিনয় আমাৰ পৰিয়ালৰ সকলোৱে প্ৰিয়…সদায়ে কুশলে থাকক…
@AlakeshStatusVideo
3 жыл бұрын
বহুত ভাল লাগিছে ককা আপোনাক দেখা পাই
@chow8934
3 жыл бұрын
Bhal lagil dada🙏
@manuranjandutta249
3 жыл бұрын
Apuni vale thakok, hustho thakok ❣️
@biswajitbaruah4989
3 жыл бұрын
আপোনাক লগ পায় বহু ত ভাল পালো লগতে আপোনাৰ কামবোৰ। আপোনাৰ মঙ্গল কামনা কৰিলো।
@paranjits189
3 жыл бұрын
Love you Arun Hazarika ❤️❤️❤️❤️❤️❤️ 🤗 🤗
@kamalnath-pm7os
3 жыл бұрын
Priyo kyjnr vtrt akheto 1jn..mr priyo..😘💕❤👌
@happyprince1236
3 жыл бұрын
Very good life....busy thakile mon tan sobe bhaal thake.....nohole manuh depression ot gusi jai...
@iranidipak444
3 жыл бұрын
Bohut val lagel apunak Dekha pai
@palashdas684
3 жыл бұрын
Moza da
@ashimnath711
3 жыл бұрын
Apuni kuxole thakk. Bhut Val lage apunek
@hunorasom129
3 жыл бұрын
Bohut Val lagil aapunak dekha Pai.🙏🙏🙏🙏🙏
@binodlalchoudhury6521
3 жыл бұрын
Apponak Dhanyabad arunda
@binitaborah4696
3 жыл бұрын
Dada apunar video sai bht vl lge
@achikboymomin484
3 жыл бұрын
God bless you sir ❤️....moyu gaon loi goi kheti korim.. bortoman mumbai t sakori Kori asu❤️👍
@desshantdehingiablogs3426
3 жыл бұрын
Manuh jon jate hodai anekoi thake bhogobanor usorat kamona karilu
14:17
শিল্পী বিপিন চাউদাংৰ ফিছাৰী । আচৰিত বস্তুৰে ভৰি আছে বিঘা বিঘা মাটি । আদৰ্শ বহুজনৰ বাবে Assamese Vlog
purbanchal
Рет қаралды 424 М.
📌PROGRAM EDITOR নিপ কুমাৰ বৰুৱাৰ সৈতে ‘ভোগালীৰ প্ৰস্তুতি’ | #Live
News Live
Рет қаралды 71
00:10
Learn Colors Magic Lego Balloons Tutorial #katebrush #shorts #learncolors #tutorial
Kate Brush
Рет қаралды 45 МЛН
01:04
家庭版踩气球挑战,妈妈竟然什么也没得到#funny #宝宝 #萌娃 #comedy
搞笑爸爸带俩娃
Рет қаралды 10 МЛН
00:27
Cheerleader Transformation That Left Everyone Speechless! #shorts
Fabiosa Best Lifehacks
Рет қаралды 16 МЛН
00:28
Каха и дочка
К-Media
Рет қаралды 3,4 МЛН
3:33
অন্ধ্ৰৰ মাছেৰে ভৰিছে নগাঁৱৰ বজাৰ
Prag News
Рет қаралды 21 М.
9:04
Vegetable Price in Kharupetia : পানীৰ দৰত বিক্ৰী হৈছে খাৰুপেটীয়াৰ পাচলি | N18V
News18 Assam/Northeast
Рет қаралды 42 М.
5:13
উমৰাংছ’ৰ ভয়ংকৰ ঘটনাই ৰাজ্যত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছে।
DY365
Рет қаралды 55 М.
2:24
pezon farming Assam SHQ
SHQ
Рет қаралды 50 М.
6:54
তামুলী কাইক মনত আছে নে?
NKTV PLUS
Рет қаралды 53 М.
5:37
প্ৰকৃতিৰ সন্মুখত যেন এতিয়া উত্তৰ নাই আমেৰিকাৰ!
TIME8 News
Рет қаралды 6 М.
5:27
দেউতাকে গাহৰি কাটে… সৰুপথাৰৰ সৰু ল'ৰা উজ্জ্বল গগৈৰ কণ্ঠই মুহিব আপোনাক
NKTV PLUS
Рет қаралды 42 М.
5:37
Titabor News | মেৰাপানী সীমান্তত উত্তেজনা, অসমৰ ভুমিত নগাৰ ফলক N18V
News18 Assam/Northeast
Рет қаралды 25 М.
16:29
Adarar Achore [ আদৰৰ আঁচোৰ ] || Ep 292 || 10.01.2025
Rengoni TV
Рет қаралды 42 М.
8:37
সম্পূৰ্ণ হল ভাৰতৰ ডাঙৰ Pig processing Centre ॥বিদেশলৈ পঠাব অসমৰ গাহৰি মাংস॥Pork Processing Centre
JIBON ARU HONSTHAPON - Pranjal Gogoi
Рет қаралды 66 М.
00:10
Learn Colors Magic Lego Balloons Tutorial #katebrush #shorts #learncolors #tutorial
Kate Brush
Рет қаралды 45 МЛН