Рет қаралды 38,888
TIME8 News
ৰাজ্যত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। বিপদসীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰৰ লগতে নদীসমূহ। চকুৰ সন্মুখতেই জাহ গৈছে ঘৰসমূহ। আজি নিশা কোন কোন প্ৰান্তত বানে চলাব সংহাৰ ? বানপানীৰ ২১টা এলাৰ্ট