কোন এই বাবুল বৰা ? কিয় মানুহক এঘৰিয়া কৰে শংকৰ সংঘই ? "বাবুল বৰা থাকিলে অসমৰ উন্নয়ণ অসম্ভব"

  Рет қаралды 61,819

Times Guwahati News

Times Guwahati News

Күн бұрын

Пікірлер: 142
@assamunlimited348
@assamunlimited348 2 жыл бұрын
শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আমিও মানো। তেওঁ কেতিয়াও কতো হাঁহ কুকুৰা বা গাহৰি পুহি জীৱন নিৰ্বাহ নকৰিবলৈ কোৱা নাই। গুৰুজনাৰ প্ৰকৃত আদৰ্শ আৰু আৰ্হিক আগবঢ়াই নিয়ক
@taradihingia2545
@taradihingia2545 2 жыл бұрын
আন ধৰ্ম সংঘই নিন্দা কৰে। সংঘই কাৰো সহায় নোলোৱাকৈ অকলে থাকক।
@KrishnaDas-ts8nu
@KrishnaDas-ts8nu 5 ай бұрын
মইও সংঘৰ নহয় ! কিন্তু বাপ জনাই প্ৰশ্ন ভাগ অৱতাণা কৰিব জনা নাই । আহোম সকলৰ ধৰ্মৰ বিষয়ে নাজানো ! কিন্তু সংঘ সমাজ শংকৰ গুৰুজনাৰ আদৰ্শ মতেহে চলে ! যিহেতু আহোম সকলৰো বেলেগ ধৰ্ম ৰীতি নীতি , সংঘ সমাজৰো বেলেগ । গতিকে মিছাতে কিয় হৈ চৈ কৰিছেনো ! ধৰ্মতো আচলতে কি বুজিছেনে নাই । গতিকে অসমীয়া হিচাপে একতাৰ দোলেৰে থাকক । পাপ পাপেই ! অধৰ্ম অধৰ্মই ! কিছুমান জীৱৰ বস্তুৰ বেপাৰহে কৰিব পাৰি ! কিন্তু জীৱৰ বেপাৰ কৰাটো কিহত পৰে জানেই নিশ্চয় ! গতিকে ধৰ্মত যিমান ভাগ নাথাকক , ইজনে সিজনক সন্মান কৰক । আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় ! সত্যত থাকক , শুদ্ধত থাকক । ৰাম কৃষ্ণ শংকৰ গুৰু !!
@mukulsahariah5048
@mukulsahariah5048 6 ай бұрын
এওঁ কি ফালটু কথা কৈ আছে সংঘৰ কথা । সংঘৰ নীতি নিয়ম বহু ওপৰত ।এওঁৰ লগত কথা কিয় পাতি আছে বৰা বাপ ।
@mamaassam3044
@mamaassam3044 2 жыл бұрын
Apona loi hajar hajar pranam jonaishu raijor majot Eman val News diyar babe good news🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏👍👍👍❤
@kjeng9809
@kjeng9809 2 ай бұрын
ভাল দিছে
@runmonivlog5715
@runmonivlog5715 6 ай бұрын
শংকৰদেৱে কি ধৰ্ম্ম পচাৰ কৰিছিল পাবত গজা মানুহ এচামে মাজ বাটতে গুৰুজনাক কলঙ্ক কৰি গুৰুজনাক বদনাম কৰি নিজৰ মতে ডাঙৰ ডাঙৰ কথা কৈ ফুৰে এইবোৰ ক কাচিয়ে কাটি নিমখ ধালিব লাগে বৰা দেৱ মইয়ো এজন আহোম ।আহোমৰ চাকৰ আছিল শংকৰদেৱৰ জাতিটো মাছ চাউল এইবোৰ জোগাৰ ধৰা ।এৰি নিদিব এইবোৰ মানুহক 🙏🙏🙏
@Bg22224
@Bg22224 2 жыл бұрын
মুৰ্গী নুপুহিবা , গাহৰি নুপুহিবা , মাছ মাংস নাখাবা , মনে মনে খাবা, বঙাল , মিঞাই আৰ্থিক ভাৱে স্বাৱলম্বী হব, অসমীয়াই হিতাধিকাৰী হৈ হৰি নাম লব
@assamunlimited348
@assamunlimited348 2 жыл бұрын
সঁচা কথা।
@assamunlimited348
@assamunlimited348 2 жыл бұрын
এটা জাতিৰ খাদ্য সংস্কৃতি, এটা পৰিয়ালৰ জীৱন নিৰ্বাহৰ বাবে কৰা উপাৰ্জনৰ ক্ষেত্ৰত কোনো ধৰণৰ ধাৰ্মিক বিষয়বস্তুৰ লগত জড়িত হব নালাগে।
@dheneswakonwar4324
@dheneswakonwar4324 5 ай бұрын
@@assamunlimited348 apuni hosakei koise.
@jyotidev4151
@jyotidev4151 2 жыл бұрын
সংঘৰ মানুহে মনে মনে সকলো পন্থাৰ ঘৰতে খায় ফুৰে। সমাজতহে কিছুমান নোহোৱা নোপোজা নিয়ম বান্ধি ফুৰে। সংঘৰ বাহিৰৰ লৰাৰ লগত ছোৱালীক বিয়া কিয় দিয়ে। গুৰুজনাই এইবিলাক লিখি থৈ গৈছে নেকি। এইবিলাক আৰু এৰিব হল। মইতো সংঘৰ বহুত মানুহক মঠ মন্দিৰত লগ পাও। কিয় যায়?????
@sacindradeka8192
@sacindradeka8192 2 жыл бұрын
আপোনালোকৰ মতে শঙ্কৰদেৱৰ আদৰ্শ অসমৰ পৰা নোহোৱা কৰিব লাগে?
@kamrup133
@kamrup133 2 жыл бұрын
@@sacindradeka8192 গুৰুজনাক আমীও সন্মান কৰো............কিন্তু তহত কেনেকুৱা মূৰ্তি পূজা নেমান দূৰ্গা পূজা চাব যাৱ বেলেগৰ বীয়া সভাহত মাছ মাংস খাব পাৰে কিন্তু নীজে নুখূৱাও তহত ভকত কি ভকত দীনত ধৰ্ম পালন কৰি ৰাতী বটল খাও ।।
@bijuduarah6490
@bijuduarah6490 2 жыл бұрын
Right
@gogoi4250
@gogoi4250 2 жыл бұрын
@@sacindradeka8192 gyan ase jd olp vab lob gurujonar adarkha k loi ami kobo logiya aku nhoi . Tau adarkhai agt rakhi solu kin2 thot kisuman gyani murkha manuha bonuwa niyam ok loi khong utha are jd eam a jano kosun gurujonai amuk nupuhib amuk nakhab hom puwa biya t najab aibilak kot likhi thoi goise jd ans jd ase db . Durga puja kali puja lokhi puja adike dhori kio sabo jaw hutal ot dhabat bohi mas mankha a kio dogori khaw . Poman ase lage jd ahib afalor pora djam
@jyotidev4151
@jyotidev4151 2 жыл бұрын
@@sacindradeka8192গুৰুজনাৰ আদৰ্শ নোহোৱা কোনে কৰিছে। পাবত গজা কিছুমানে হে কৰিছে। এইবিলাক কথাত লাগি থকাত কৈ ইমানদিনে গুৰুজনাৰ জন্মস্থান খনৰ উন্নতিৰ কথা চিন্তা কৰিলে হেতেন আজি ভাৰতবৰ্ষত বৰদোৱা জাকত জিলিকি স্থান হিচাপে পৰিগণিত হ'লহেতেন। কিন্তু আমাৰ নিজৰ মাজতে ভাগ ভাগ কৰি কি পাইছে। সকলো লগ হৈ এৰাধৰাৰ মাজেৰে আগুৱাই যোৱা ভাল। নহলে ভূপেন হাজৰিকাৰ কথাৰে " অসমতে অসমীয়া ভগনীয়া হব। "
@haripriyaboro739
@haripriyaboro739 2 жыл бұрын
হাঁহ কুকুৰা গাহৰি ঘৰত পহিব নোৱাৰে আৰু ঘৰ খনত সমাজ এখন পাতিলে গাহৰি সমাজত হলে আন কষ্টৰ সমাজ খায় কিও আৰু কিছুমানে ঘৰত গাহৰি আনি ৰান্ধি লুকাই লুকাই খাব পায় কিও যিসকল গাহৰি খায় সেই সকলক চোৱা বুলি ঘৃণা ও কৰে কি মানে এবিলক খোৱা বস্তু হে খায়চে নোখোৱা বস্তু টো খোৱা নাই ।।।
@abinashdutta8617
@abinashdutta8617 2 жыл бұрын
শংকৰ সংঘত থকাৰ প্ৰয়োজন কি? শংকৰ দেৱে অসমত সত্ৰহে প্ৰতিষ্ঠা কৰিছিল যি সত্ৰ সমূহত সনাতন বৈদিক বৈষ্ণৱ ধৰ্ম ৰক্ষিত হৈ আছে।তুলসী,ব্ৰাহ্মণ, বেদ, শালগ্ৰাম , মূৰ্তি আদিক শংকৰ দেৱে সদায় সন্মান কৰিছিল তাৰ প্ৰমাণ চৰিতপুথিত পাব পাৰি। তদুপৰি তেওঁজগন্নাথ পুৰী, বৃন্দাবন ,কাশী,গঢ়া আদিত মন্দিৰ সমূহ দৰ্শন তথা ইয়াত পিতৃ মাতৃৰ পিন্ড দান কৰিছিল। কীৰ্তনৰ ঊৰেষা বৰ্ননা কৰোঁতে জগন্নাথ,বলৰাম সুভদ্ৰাৰ পূজাৰ মহিমা,মহাপ্ৰসাদ আৰু নিৰ্মালি ৰ মহিমা,শিৱ লিংগৰ পূজাৰ মহিমা আদি বৰ্ণনা কৰিছে।এইবোৰ সংঘৰ মানুহে পঢ়া নাই নেকি? নে চকুমুদা কুশলী হৈ আছে। যি বেদক ভগবানে বাৰে বাৰে অবতাৰ ধাৰণ কৰি ৰক্ষা কৰিছে সেই বেদৰূপী ভগবানক নিন্দা কৰাৰ ফল শংকৰ সংঘ ই অতি সোনকালেই লাভ কৰিব।
@assamunlimited348
@assamunlimited348 2 жыл бұрын
আজিৰ যুগত এইবোৰ শেষ কৰা উচিত। শাস্ত্ৰ নপঢ়াই ভাল বুজিছে। যিমানে এইবোৰত সোমাই যোৱা হয় ঠেক মনোবৃত্তিৰ হয় দেখুন মানুহ বোৰ। গুৰুজনাই কৈ গৈছে মিলাপ্ৰীতিৰে থাকিবা দেই সকলো। আমাৰ গুৰুও শ্রীমন্ত শংকৰ দেৱেই হয়। আপোনালোকৰো। তেওঁ কেৱল সংঘৰ পৈত্ৰিক সম্পত্তি নহয়। এনে লাগে যে আমি বোৰ মাহী মাকৰ পো-জী। মাত্ৰ ভাগৱত -কীৰ্তন পাঠ বা বাখ্যা কৰিলেই নহয়। প্ৰতিটো শাৰীৰ প্ৰকৃত প্ৰেক্টিকেল অৰ্থক মনেৰে বিবেচনা কৰক।
@bhabenbora1453
@bhabenbora1453 2 жыл бұрын
শঙ্কৰ সংঘ মানুহে পুজা নামানে। কিন্তুু তেওলোকৰ ঘৈনিয়েক বিলাগে কিয় সেন্দুৰ ফোট লয়। হিৰত কিয় লয়।সেন্দুৰটো পুজাত লাগে।
@assamunlimited348
@assamunlimited348 2 жыл бұрын
গুৰুজনাই কৈ গৈছে।।। সকলো সমান। জাতি ধৰ্মৰ নিৰ্বিশেষে অসমীয়া জাতি। গুৰুজনাই কোনো সংঘ বনোৱা নাছিল। মই ভাবিছিলোঁ সংঘ যোগদান কৰিম। কিন্তু এনে ঘটনাই আৰু উক্ত সংঘৰ বাপ জনৰ ego থকা কথা বোৰে মোক তেওঁলোকৰ পন্থালৈ যোৱাত বাধা দিলে। নকওঁ ....কে..... অল্প বিদ্যা ভয়ংকৰ।।।। ধাৰ্মিক নে গণতান্ত্ৰিক সংস্থা? কোনো ধাৰ্মিক সংবিধানক গণতান্ত্ৰিক ভাবে স্বীকাৰ কৰা নাযায়। প্ৰাণজিত গগৈ দেৱে ভাগৱত বাখ্যাত যেনেদৰে সংঘক উপস্থাপন কৰে তেনে অকণো নহয়। বহু আহোম মানুহ সংঘত আছে। চকলং বা কিবা অনুষ্ঠান এটাত গলেই যে তেওঁলোকক সমাজৰ পৰা বাহিৰ কৰিব লাগে তাৰ যুক্তি টো বুজি নাপালোঁ। গুৰুজনাই কেতিয়াও এনে নিৰ্দেশ দিয়া নাই। অন্য নহলেও জাতিৰ ভেদা ভেদক তেওঁ কদাপি স্বীকৃতি নিদিছিল। আপোনালোকৰ সংবিধানত কিছুমান হয়তু ভুল ধাৰণাৰ সন্নিবিষ্ট কৰা হৈছে। একো নাই সংশোধন কৰক। ধন্যবাদ
@monujnathofficial5684
@monujnathofficial5684 11 ай бұрын
জয় গুৰু শঙ্কৰ ❤❤
@babuldas3464
@babuldas3464 2 жыл бұрын
বৰা দেও এক শৰণ ভালকৈ বুজাই দিয়ক আপোনাৰ সংগী ভকত জনক।ইমান এটা মহান অনুষ্ঠান ৰ বিতৰ্ক ভাল নালাগে।
@punaram2694
@punaram2694 2 жыл бұрын
সকলো জীৱৰ ধৰ্ম ই হৈছে সনাতন শংকৰ সঙ্ঘ ধৰ্ম নহয় ই এক পন্ঠাহে মাথুন ।
@ranjanborah8190
@ranjanborah8190 6 ай бұрын
কোন এই প্ৰশ্ন সোধা জধামূৰ্খ মানব
@BikiDeka-td6uq
@BikiDeka-td6uq 11 ай бұрын
Joi babul bora
@suranjanakalakendra5752
@suranjanakalakendra5752 2 жыл бұрын
Valai hoise diyok . Asomt jonmo grohon Kori nijor majot bitorko Kori anok dolisa pari diyok.....
@sukdevkonwar3816
@sukdevkonwar3816 2 жыл бұрын
যি সকল লোকে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সঙ্গী হৈ বিতৰ্ক সৃষ্টি কৰি আছে সেই সকল লোকে যদিহে শঙ্কৰ সঙ্ঘৰ নিয়মৰ মতে মানি চলিবলৈ নোৱাৰে প্ৰাথমিকত আবেদন কৰি উলাই আহিলেই হ'ল।। নিজৰ ইচ্ছা অনুসৰি আপুনি গাহৰি পুহে নে গাহৰি ফ্ৰাম খুলে মদ্যপান কৰে কৰি থাকক ।।
@kjeng9809
@kjeng9809 2 ай бұрын
100%
@kjeng9809
@kjeng9809 2 ай бұрын
কিছুমানে শংকৰ সংঘক বদনাম কৰিবলৈ join কৰিছে
@jayadass2681
@jayadass2681 5 ай бұрын
কোনোবা জাতিয়ে গাহৰি মূগী পোহে কোনোবা জাতিয়ে হাঁহ ছাগলী পোহে এইটো নিজৰ নিজৰ জাতি নিয়ম নীতি ইয়াত যুক্তি তৰ্ক কিয় আহিছে বাৰু?
@boraananta830
@boraananta830 2 жыл бұрын
খাব পাৰি পুহিব নোৱাৰি🤧
@phatikwary248
@phatikwary248 2 жыл бұрын
Main ke ved vab holoni koribo lage, ami hindu bos himanei
@lakhyadharbezboruah6944
@lakhyadharbezboruah6944 2 жыл бұрын
Hundar
@debasishbhuyan3217
@debasishbhuyan3217 2 жыл бұрын
অসমীয়া মানুহ বিলাকক ভাগ ভাগ কৰাৰ বাহিৰে আপোনালোকে একো কৰা নাই। ইয়াৰে সুযোগ লৈছে অনা অসমীয়া সকলে।
@DEKA2199
@DEKA2199 2 жыл бұрын
আচা আছে বিচা নাই?🙏 ডাঙৰ ডাঙৰ বেয়া কাম কৰি আছে কিছুমান ভকতে সেইবো সমাজে দেখিও নেদেখা ভাও ধৰে কিয়?🙏 🙏🙏 পতি 2 মাহে মাহে আজি 200 কালি 500 টকা চানদা মাচুল দিবৰ জানো পাৰে দুখীয়া মানুহবোৰে???আৰু এটা কথা পতি মাহে মাহে চাউল ৰ সলনি 20 টকা দিবৰ লাগে যে?? ভগৱানে টকা বিচাৰিছে নে চাউল ??? পখাদ মানে কি???🙏🙏🙏🙏চানদা বো বহুত বেছি তুলা হৈছে???🙏🙏🙏🙏🙏🙏পাৰে যদি নিয়ম নিতী বো অলপ সলনি কৰক 🙏🙏🙏🙏🙏🙏🙏🙏
@punyanath4745
@punyanath4745 2 жыл бұрын
এইটোবে একো নেজানে । আমাৰ ইয়াত গাহৰি/ বইলাৰ /হাহঁ পোহে আৰু নাম ৰ্কিতনীয়া সকলোৱে খায় অ😜😜😁😁
@skdas5318
@skdas5318 2 жыл бұрын
supar👍👍👍
@dimbeswarkonwar7659
@dimbeswarkonwar7659 6 ай бұрын
গাহৰি খাই নাখায় তেওঁলোকে
@sauravrajbongshi1768
@sauravrajbongshi1768 6 ай бұрын
Ami bindas vii karu katha khuni nathaku❤❤❤i love asssam ❤❤❤
@phuleshwardeka9686
@phuleshwardeka9686 2 жыл бұрын
যদি আহোমৰ ঘৰত, বাহ্মুনৰ ঘৰত বিয়া বা শোকাম খাব নেপাই তেন্তে সেই খন সংবিধান নহয়। সেইখন ফালি ছিৰি জাবৰ পেলোৱা ঠাইত পেলাই দিব ।
@mahanandakonch5583
@mahanandakonch5583 Жыл бұрын
Toi val manuh ho bupai
@jibongogoi6940
@jibongogoi6940 6 ай бұрын
শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ ই অসমীয়া সমাজ খন ভাগ ভাগ কৰিছে l
@sacindradeka8192
@sacindradeka8192 2 жыл бұрын
আহোমৰ ধৰ্ম নিৰ্দিষ্ট কিবা আছে জানো?
@MohamPathori-rc5fb
@MohamPathori-rc5fb 6 ай бұрын
আপোনাৰ ব্যক্তিগত মনোমালিন্য শঙ্কৰ সঙ্ঘৰ বিষয় নহয় । আমিও শঙ্কৰ সঙ্ঘৰ সঙ্গী হয় । আমি গাহৰি , কুকুৰা পুঁহি আছো । আমাক আজিলৈকে কোনেও দেখোন সেইবোৰ নুপুঁহিবি বুলি কোৱা নাই !
@helloassamjorhat
@helloassamjorhat 2 жыл бұрын
সংঘই ওলোৱাত কাম কৰে ...আৰু আনক নিতিশিকা দিয়ে 😀
@mahanandakonch5583
@mahanandakonch5583 Жыл бұрын
Tumi nalole hoi tat ki problem ase
@karunadihingia9374
@karunadihingia9374 2 жыл бұрын
Yes it is a club as said. They are exploiting Srimanta Sankardev. There is politics only..
@ratneswarnath1424
@ratneswarnath1424 11 ай бұрын
এই মূৰ্খ জনৰ প্ৰশ্নৰ উত্তৰ দিয়ে কিয় বাপ?
@rajudeka8081
@rajudeka8081 2 жыл бұрын
Khab pare pub nuware faltu dishar
@HaricharanThakuria-zl1jl
@HaricharanThakuria-zl1jl 6 ай бұрын
Sankardeve bhedhbhab koriboloi ketia koichil
@bubulboruah6267
@bubulboruah6267 5 ай бұрын
সকামত মাছ মাংস নাখাই ঘৰত হা্হঁ কুকুৰা মাৰি দিঙিলেকে খাই ৷ আপোনালোকৰ ভগৱান দুজন নেকি ? সকামত কাৰ নাম লই খাই ঘৰত কাৰ নামলৈ খাই ৷ 5:43
@devenphukan5699
@devenphukan5699 5 ай бұрын
চাৰিযুগ,ভিতৰত,এতিয়া, কিযুগত,আমাৰ,বসবাস,গতিকে,যুগ,ধমৰ,পতনি,ছাব,লাগে
@romensaikia6653
@romensaikia6653 2 жыл бұрын
গুৰুজনাই এক কৰিছিল বাবুল বৰাই ভাগকৰিছে বাবুল বৰা নিজে এটা গাহৰি
@monjitgogoi4477
@monjitgogoi4477 5 ай бұрын
এই বাবুল বৰা মনুহটোৱে স্্ঘৰ টকা খাই পলাব এদিন
@prasantagogoi1374
@prasantagogoi1374 2 жыл бұрын
Kla puhibo jodi nuwaro khabo*u nalage🙏🙏🙏🙏
@krishnakakaty2624
@krishnakakaty2624 5 ай бұрын
Krishna Krishna provu. Xokolu. Khabo. Pai. Puhobohe. Napai. Dei. Abir vab. Aru. Titi bab. Mane. Ki. Take. Najane. Dei.
@sunilkonwar3376
@sunilkonwar3376 2 жыл бұрын
ধৰ্মৰ নামত ৰাইজক গোড়ামিৰে পনবন্দী কৰি ভাল পাই এনেধৰনৰ তথাকথিত বাপ সকলে ৷
@biswajitgogoi8383
@biswajitgogoi8383 2 жыл бұрын
Babul bora ....nonsence man
@shymantakoch1305
@shymantakoch1305 2 жыл бұрын
Oi times guwahati batori bisari napao neki, nitibasok khobarbur bad di etibasok khaborbur dibolai sesta karok
@udayborah4214
@udayborah4214 Жыл бұрын
Hai hongbedhan khn guru jonai bonai selay ne kunai bonai selay hai2 koi deok
@dr.robindrakumarsharma741
@dr.robindrakumarsharma741 5 ай бұрын
Sankar sangha is the largest religious organization of Assamese society & it must thinks about the economic upliftment of our society. Govt. job is not possible for all. Poultry ,fishery &small shops are ways by which thousands can earn livelihoods. Sankar Sangh can lead this means for the needy members without separating them from the Sangh. job
@arunchandradutta8423
@arunchandradutta8423 2 жыл бұрын
Dada please ai " Sankar Hangha aru Bamuniyar " r majot ji mataved ase tak alusanar madhyamt anok sun jadi pare. Sankar Dev e Hindu Musalman Kalita vag vag kri dekhuwa nasile. Hakaluke milai he hamaj garhisile. Ai Katha manuhe pahori goise
@bishnuramrabha4714
@bishnuramrabha4714 2 жыл бұрын
Songha... Sangha... Sonkori songhor ki kam, letera manuhor homosti sonkori songha
@mahanandakonch5583
@mahanandakonch5583 Жыл бұрын
Toi mane ki bujabo besariso harami
@poranjyoti
@poranjyoti 2 жыл бұрын
Babul Bora even can't speak 10minutes about the Great Sankardeva's philosophy in today's context
@subhasburagohain2567
@subhasburagohain2567 2 жыл бұрын
মুঠতে আহোমবিলাকে নিজৰ পৰমপৰা এৰিব নালাগে ।
@ajaymech5797
@ajaymech5797 6 ай бұрын
@@subhasburagohain2567 ktya pora sristi hua 1253 pora ne tar pasot...
@gunakantabaruah6243
@gunakantabaruah6243 2 жыл бұрын
সঙঘৰ নিয়ম বৰ বিভাজন বাদী। কোনো লোকে বৰ ভাল মত পোষণ নকৰে কেৱল এই বেয়া মত জনমানসত বিয়পাব ধৰিব ইএক বিচাযয় হৈছে। গুৰু জনাই এই বিলাক কোৱা নাছিল। মুঠতে বৃটিছৰ বৰবিহ কানিকৈয়ো মাৰাত্মক এই নিয়ম নীতি। সকলোকে পৰিহাৰ কৰি চলিবলৈ কম যেতিয়ালৈকে সকলো এক মতত উপনিত নহয়।
@gunakantabaruah6243
@gunakantabaruah6243 2 жыл бұрын
হয় এক হিন্দু ধৰ্মৰ লোক যেতিয়া একত্ৰিত হয় তেতিয়া দেশ সবল হয়। কোনো গুৰু পৰধমৰমৰ অমঙগল আনকি নিজ ধৰ্মৰ অনুসৰণকাৰীৰ প্ৰতি ইমান কঠোৰ দেখা নাযায়। বিশ্বৰ আসন শুৱনি কৰা শৃমনত জনায় কেতিয়াও তেঁওৰ অনুগামীক ইমান কঠোৰ হ'ব দিয়া নাই।বৰঙ মাধৱদেৱৰ দৰে শিষ্যৰ জন্ম দি উদাহৰণ ৰাখি গৈছে। আমি ধৰ্মৰ নামত পৰধমৰমৰ লগত সঙঘাত নিবিচাৰোঁ। বিশেষকৈ পুজা পাৰবনত সমানে সমানে প্ৰতিযোগিতা মোলক তিথিৰ অবতাৰনা জনমানসত বিপৰীত ধৰ্মী প্ৰভাৱ আনে।একসতৰ চাৰিসতৰহৈ দুৰ্বল হয় একতা থানবান হয়।বীজয় বেলিমাৰ যায়। ধৰ্মৰ সঙকুচন ঘটে দ
@gunakantabaruah6243
@gunakantabaruah6243 2 жыл бұрын
পৰশৃকাতৰ কৰে। নিজেই দিপানতৰ হ'ব লাগে। অসমৰ এতিয়া একতা বৰ দৰকাৰ। নহ'লে নিশৃননতাৰ পথ সমাগত।
@ajitkumarphukan9736
@ajitkumarphukan9736 2 жыл бұрын
Boinsab pondit Hounarm Chutia বাপৰ জীৱনী পুথি ভাগ পঢ়িব গগৈ বাপ,আৰু মনত ৰাখিব শংকৰ সংঘ Club buli কবলৈ কত অধিকাৰ পালে , শ্ৰীমন্ত শঙ্কৰদেৱ জগত গুৰু ,
@prahladbordoloi6884
@prahladbordoloi6884 2 жыл бұрын
খাব পাৰে, কিন্তু পুহিব নোৱাৰে।ইয়াৰ অৰ্থ কি বাৰু? এইবিলাক নিয়ম মানুহে হে বনাই লৈছে। ধৰ্মই মানুহৰ মাজত বিভাজন আনি শেষ কৰিলে। হিন্দু মুছলিমৰ কথাটো বাদেই দিছোঁ,এইযে শংকৰ সংঘ,কৃষ্ণ গুৰু ধৰ্ম, গোঁসাই শৰণ,বাল ব্ৰহ্মচাৰী আৰু যে কিমান ধৰ্ম মানুহে নিজে নিজেই বনাই লৈছে, আৰু তাৰ কাৰণে যে কিমান হিংসা ককাই ভাইৰ মাজত কাজিয়া পেচাল লাগি ককাই ভাইৰ শেষ। গতিকে এইবিলাক ধৰ্মৰ কথা চিন্তা কৰি কোনো লাভ নাই। কেৱলমাত্ৰ ভগৱানৰ কথা চিন্তা কৰি মনৰ পৰা বেয়া ভাৱ আঁতৰাই সকলোৱে মৰম স্নেহৰ মাজত ইজনে আনজক সন্মান দি চলিলে পৃথিৱীৰ খন সুন্দৰকৈ চলিব। ভগৱানে পৃথিৱীৰ খন সৃষ্টি কৰিছে,মানুহ জীৱ-জন্তু চৰাই চিৰিকতি গছ বন আদিকে লৈয়েই। গতিকে মই ধৰ্মৰ প্ৰতি ইমান বিশ্বাস নকৰোঁ।ধৰ্ম লৈ কি লাভ যদিহে মনত কিছুমান বেয়া ভাৱ লৈ মানুহক সন্মান দিব নাজানোঁ। গতিকে সেয়া ধৰ্মৰ কোনো কাম নাই ❤️🙏❤️🙏
@PankajHandique-yc9ms
@PankajHandique-yc9ms 5 ай бұрын
Hosa kotha koisa tumi
@JITUMONIKAKATI
@JITUMONIKAKATI 6 ай бұрын
ihotor Sonkor shonghor manuh amar fale nayo aru ei dhormoto ajir pora 2 bosor agote asil . .jetiya ihotor ajob gajob niyom tar pisot gotei raij mili amar district t elekat Nirmul korilu ihot thakile somajor vedaved jonme Santi nathake sodaye mel miting mimangkha Jai Sonaton Om Nomoh Shivay
@sasankamrblogs626
@sasankamrblogs626 2 жыл бұрын
Mu name hunilei khong uthe
@pranitabordoloi1918
@pranitabordoloi1918 2 жыл бұрын
Biat niramis.. Khai xomaj bhoga pisot mangs bhat khai mod khai .. Aru krisn krisn kori thake
@sauravrajbongshi1768
@sauravrajbongshi1768 6 ай бұрын
Kone ki nakhai kone ki nakoi 😂😂😂sbe sakari napai nhoi /ai bor puhi kiba to enkam hoi/ boji napai
@kripalsaikia2965
@kripalsaikia2965 2 жыл бұрын
Leadership olop change hole bhal hobo Bitorko hum katibo
@biswajitgogoi8383
@biswajitgogoi8383 2 жыл бұрын
Babul bora eta faltu manush..........
@BikiDeka-td6uq
@BikiDeka-td6uq 11 ай бұрын
Apunar puhibo mon ase puhok
@bituponboruah1060
@bituponboruah1060 6 ай бұрын
অসমীয়া নহয় আপুনি
@nishantabhuyan2038
@nishantabhuyan2038 2 жыл бұрын
Sangho ase jetia sangho niti niyom mani soliboi lagiboi.tane dore satro maha sabha niti niyom ase.gotike niti niyom mani soliboi lagibo
@shyamalkampuria5858
@shyamalkampuria5858 2 жыл бұрын
Babul bora Kun buli kiyo kotha koise..
@assampriyamusic6194
@assampriyamusic6194 Жыл бұрын
Babul borahrr vorir tolor bali ataru juigo nhy oo toi
@monuramatamuli744
@monuramatamuli744 2 жыл бұрын
Question korajonor kiman ki ase buja gol...mod agal gahori logot khai Hui nathako keo?
@gogoi4250
@gogoi4250 2 жыл бұрын
Kio laj paisa . Tumalukor prodhan jona sun aku ata ku ans dbo nuwaril . Ata ktha kuwa ajon dukhiya manuha hah ata ba kukura ata baa gahori ata puhilai tat ki apoti kunjon gurue koisel ja aibur puhila pap hoi bujai koba jd gyan kon ase ru ata kotha aghar dukhiya manuhor ghart goi saba adn kiman kostot thake hai kukura gahori bika poisai lora suwali pohar khors adi kori ghar khan solai . Ru kiba uparjon koribola nijor pat puhibor hola kunu adha saluwa manuha bonuwa homajor kisuman olagotiyal kotha hunar poujon nhi buli moi vab . 2Mi bor hundar mogojur jen paw mat hunilai kobo para modahi buli .
@jitublssedwidd5026
@jitublssedwidd5026 2 жыл бұрын
@@gogoi4250 akmot
@gogoi4250
@gogoi4250 2 жыл бұрын
@@jitublssedwidd5026 thanks .
@pranabgogoi6427
@pranabgogoi6427 2 жыл бұрын
Babul Bora dalaal , hi asomiya jati hekh koriba
@nandabibharali7442
@nandabibharali7442 5 ай бұрын
Jodi manuhjon Aahum sampradayor hoi tente haijon ajon. Ahumei nayai. Tao buli kio koba nuware.
@phatikwary248
@phatikwary248 2 жыл бұрын
Paswna hudha jon mohan, Moi u vabu Hindu Homaj khonot kiyo ved vab ase.
@bishnuramrabha4714
@bishnuramrabha4714 5 ай бұрын
Sonkor Songho Muslimor Obotaar...
@kanakbordoloi822
@kanakbordoloi822 Жыл бұрын
🙏🙏🙏🙏🙏😭😭😭😭😭
@purnendurabha4414
@purnendurabha4414 2 жыл бұрын
Belegor ghorot gahori murgi khabo para ghorot pohibo noyara , ki sangkorihe ? Third class sangkori eibor .
@Parysati
@Parysati Жыл бұрын
They have destroyed ahom community
@dheneswakonwar4324
@dheneswakonwar4324 5 ай бұрын
Ane namghoriya manuh ase, gahori nupuhu bule koi gahori puhe, mod pani nakao bule koi mod khai ,Ane burok gu khuwai dibo lage.
@shyamalkampuria5858
@shyamalkampuria5858 2 жыл бұрын
Shankar Shangha r niom ekei..bibah.shardha sakoli
@junakrajanimedia2246
@junakrajanimedia2246 2 жыл бұрын
Batori bisari napao... Unsubscribe korilu
@TimesGuwahati
@TimesGuwahati 2 жыл бұрын
Thank You so much for unsub...
@kamrup133
@kamrup133 2 жыл бұрын
Aitu ata news a hoi
@shankartalukdarofficial5822
@shankartalukdarofficial5822 2 жыл бұрын
Ajone hai koriso ki hol
@monsomdutta9661
@monsomdutta9661 2 жыл бұрын
Au ki election tikot laga Niki ahom sokol sankardeb sanman nokara Niki .iar sankardeb logout direct connection asa Niki faltu concept.
@pushpadhardeka6071
@pushpadhardeka6071 2 жыл бұрын
Sankar deve assamia jatik akata kari thoi goisil. Kintu aamar samajar murkhya bore niyan banai belegar kam kaj. Bia sabhat jaaba noware ai bandhanere bandhi pelaise. Hum jagya t jaba noware .Saba noware. Kidhar hindu. Muslim howai vall.
@jayantanath9277
@jayantanath9277 2 жыл бұрын
বেপাৰ চলি আাছে
@mahanandakonch5583
@mahanandakonch5583 Жыл бұрын
Apuni nejei bepar kori ase
@skvlog4003
@skvlog4003 2 жыл бұрын
Khab pari puhib nowari eitu ki niyom
@mahanandakonch5583
@mahanandakonch5583 Жыл бұрын
Tumar kotha
@rosejoshi5722
@rosejoshi5722 2 жыл бұрын
🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣
@BikiDeka-td6uq
@BikiDeka-td6uq 11 ай бұрын
Apuni akkhron dharma kotha akue njanu apuni .apunie njane kotha tu apuni dharma akue njanu
@Mr..parbinphangchong7824
@Mr..parbinphangchong7824 2 жыл бұрын
Gahri puhatkoi xuwa keijnr he moha pap aru jiy jib puh pal kore teulukehe prakit manuh .
@rlrajibhussain4244
@rlrajibhussain4244 2 жыл бұрын
Who is babul bora.
@monujkotoky6654
@monujkotoky6654 2 жыл бұрын
Khbaloi laz nai....
@mahanandakonch5583
@mahanandakonch5583 Жыл бұрын
Toi nakhao j
@RAHULRoy-ue2jd
@RAHULRoy-ue2jd 2 жыл бұрын
Andhabishwas kab jaiga hamare bish ma se
@acharyapranay
@acharyapranay 2 жыл бұрын
😆😆😆
@sacindradeka8192
@sacindradeka8192 2 жыл бұрын
আহোম ৰজাই শঙ্কৰদেৱক খেদিছিল ।গতিকে.....
@mahanandakonch5583
@mahanandakonch5583 Жыл бұрын
Toi dekhisel mane
@jatinlaujary9147
@jatinlaujary9147 5 ай бұрын
Sur.kuri.khabida.
@dipankarsaikia8272
@dipankarsaikia8272 2 жыл бұрын
Sur kori pari o.rati rati +mal2 u
@shymantakoch1305
@shymantakoch1305 2 жыл бұрын
Kunubai surkarise tarbabe anusthantU dari hobo nuware stopit,gom pale tar bebosthar Lua dekhise ne apuni
@mahanandakonch5583
@mahanandakonch5583 Жыл бұрын
Nejei khao j kla
@dipankarsaikia8272
@dipankarsaikia8272 Жыл бұрын
@@mahanandakonch5583 ami kela open khau.rati sur kori nakhau kela
@dhirajbordoloi8755
@dhirajbordoloi8755 6 ай бұрын
পথমে মানুহ হৈ. পাছত ধৰম কৰম পূজা পাতল
@jatinlaujary9147
@jatinlaujary9147 2 жыл бұрын
Bal.aibilak
@allone2175
@allone2175 2 жыл бұрын
Manuhak dukhia ,arthik durbal kora system ,bidekhi ahi paliba pare ,saf sikan kori pali ,besi ,parial solabo pare ,tetiahe asol dharma ,Babul borak bujai dia je karma he dharma
@bababora757
@bababora757 2 жыл бұрын
Aitu kun murkho oo?
@mahanandakonch5583
@mahanandakonch5583 Жыл бұрын
Murkho Toi
@bababora757
@bababora757 Жыл бұрын
@@mahanandakonch5583 mod vang khai ghuri fur
@subhasburagohain2567
@subhasburagohain2567 2 жыл бұрын
মুঠতে আহোমবিলাকে নিজৰ পৰমপৰা এৰিব নালাগে ।
It works #beatbox #tiktok
00:34
BeatboxJCOP
Рет қаралды 41 МЛН
She made herself an ear of corn from his marmalade candies🌽🌽🌽
00:38
Valja & Maxim Family
Рет қаралды 18 МЛН
Quando eu quero Sushi (sem desperdiçar) 🍣
00:26
Los Wagners
Рет қаралды 15 МЛН
Mom Hack for Cooking Solo with a Little One! 🍳👶
00:15
5-Minute Crafts HOUSE
Рет қаралды 23 МЛН
It works #beatbox #tiktok
00:34
BeatboxJCOP
Рет қаралды 41 МЛН