অসমীয়া চিনেমা জয় জয় কাৰা 🔥🔥🔥back to back অসমীয়া চিনেমা আহিব ধৰিছে এখনৰ পিছত সিখন wow... অসমীয়া চিনেমা ভাল্ দিন আহি গল.. কোনো producer এ এতিয়া big budget ত চিনেমা বনাব ভয় নকৰা হৈছে কাৰণ অসমীয়া চিনেমা এতিয়া কোটি টকা income কৰে ❤❤❤love it জয় আই অসম
@himanshudutta6092 ай бұрын
bhain joy hanumen bhal cinema asil kinto ordience napale , aeikhonoro anegoti jate nohoi tar karne maa kalir usorot parathana jonaisoo.
@bhumikapriyammusical9216Ай бұрын
👍🏻👍🏻yess
@DEBAJIT.PATHAK3 ай бұрын
2:37 বাঘৰ প্ৰবেশ 🔥 গীতটো খুবেই ভাল লাগিল । তাতোকৈ বেছি ভাল লাগিল জুবিন দাৰ নতুন ৰূপটো। Poster সমূহত দাদাৰ ফটো দেখা নাপালোঁ , নাজানো জুবিন দা এই গীতটোৰ বাহিৰে আৰু চিনেমাখনত কিমান % দেখিবলৈ পাম । কিন্তু এতিয়ালৈকে গীতটোত দেখিয়ে খুব ভাল লাগিছে ।। Assam Hero ❤ অসমীয়া চিনেমা মানেই আমাৰ চিনেমা । আমি সকলোৱে অসমীয়া চালে হে অসমীয়া চিনেমা জীয়াই থাকিব । গতিকে জ্যোতি প্ৰসাদ আগৰৱালা দেৱে জন্ম দিয়া আমাৰ অসমীয়া চিনেমা উদ্যোগটো আমি সকলোৱে একেলগে লগ হৈ জীয়াই ৰাখোঁ আহঁক ।। এতিয়া অপেক্ষা ১৫ নবেম্বৰ ২০২৪
@Coolboy445563 ай бұрын
@@DEBAJIT.PATHAK tur koti tur klas Suduvai bal tur tiger Klaa fokotiya singer aru acting😂 klaa lion jon akor ahiboloi hole guwahati kopi jabo. lion jon ahi goisili e guwahati t Kopai di thoi goisil tur tiger I ki dal koribo😂 Lion jon hol Arijit singh🦁💥🔥
@zbmelody3 ай бұрын
Jorhat Jail Road le ah bhai@@Coolboy44556
@jiyarulhaque38363 ай бұрын
@@Coolboy44556jetiya 2r lion gakhir pan kori asil tetiyai sob fali thoi ahise 100 ta lion zubeen dai breakfast ote khai dibo pare😂😂
@DEBAJIT.PATHAK তেওঁৰ দৰে হয়টো দ্বিতীয়জন জন্ম না এইখন পৃথিৱীত। ভগৱানে তেওঁক মূৰৰ চুলিৰ সমান আয়ুস দিয়ক।।
@pallbarman99793 ай бұрын
What a zubeen garg entry 💥🔥❤️❤️
@garudaguarding61422 ай бұрын
অসমীয়া চিনেমা জয় জয় কাৰা 🔥🔥🔥back to back অসমীয়া চিনেমা আহিব ধৰিছে এখনৰ পিছত সিখন wow... অসমীয়া চিনেমা ভাল্ দিন আহি গল.. কোনো producer এ এতিয়া big budget ত চিনেমা বনাব ভয় নকৰা হৈছে কাৰণ অসমীয়া চিনেমা এতিয়া কোটি টকা income কৰে ❤❤❤love it জয় আই অসম
@Jubin_roy_zg_editz10 күн бұрын
কোনে কোনে 2025 ত চাই আছা ❤
@DipsikhaBarman-kc9bb3 ай бұрын
কি কম ভাষা নোহোৱা হয় গৈছে মন চুই গৈছে ❤ জুবিন দা জুই
@TusharRana-h3o2 ай бұрын
ভাইয়া এটা কোন ভাষা
@kanishkadas49353 ай бұрын
অসমীয়া চলচ্চিত্ৰৰ জয়জয় ময়ময় 💥💥❤
@bishalbiswas33883 ай бұрын
2:38 the king's entry ...❤❤
@anshumangogoi7222 күн бұрын
Assam shocked Zubeen da rocked
@durlavmshry13123 ай бұрын
বাদ বাকী পিছৰ কথা জুবিন দাৰ Enrty টো মেইন 🥵😎
@parthajyoti323 ай бұрын
Singer hisape val bhut but acting t nhoi bro 😢
@toxicscott51503 ай бұрын
Bohut bea acting kore
@BIKIK-K-TI203 ай бұрын
Yes
@durlavmshry13123 ай бұрын
@@parthajyoti32 Ummm hoi dwk 🙂
@ZAZABORARMY3 ай бұрын
Bollywood level 🔥🔥🔥 Video
@kuldeepkakati2 ай бұрын
Fuf khon 😂😂😂😂
@Withhprcreation3 ай бұрын
Legend always live in future.....next দহবছৰ অসমীয়া গীত আৰু চিনেমাত এই ধৰণৰ নগ্নতাই থাকিব....ভাল লাগিল গীতটি
@biplabshorts1233 ай бұрын
Nudity nhoi eaibor bollywood r effect hai ye 😅😂
@Deepikafanhu3 ай бұрын
Bollywood r pora u copy hobo dhorise. Dress jur Tamanna Bhatia r dore lagise (stree2) colour tu beleg@@biplabshorts123.
@Withhprcreation3 ай бұрын
@hiyakalita9827 তাকেই বুজাব বিচাৰিছোঁ মইও আওপকীয়াকৈ.....দেহৰ অংশ খিনি নেদেখালে আজিকালি গীত চিনেমা নচলে বুলি producer ৰ ভয়... বিশ্বাস নাই content দিব নোৱাৰে....লাহে লাহে এই বস্তুবোৰেই নৱপ্ৰজন্ম এটাক ধ্বংসৰ ভালে ঠেলি দি থাকে....জুবিন বুলি কলে বতাহ এজাক আমাৰ বুকুটো বলে কিন্তু কিছুবছৰৰ বাবে এই মানুহজনক অসমীয়াই বৰ্জন কৰাটো দৰকাৰ... আত্মউপলব্ধিৰ বাবে এতিয়া বুজিছে বাইদেউ
@Withhprcreation3 ай бұрын
@hiyakalita9827তাকেই কৈছোঁ....দেহৰ অংশ নেদেখালে আজিকালি গীত চিনেমা নচলে বুলি producer ৰ ভয়.... যুৱচাম ধ্বংস হয় সংস্কৃতি শেষ হয় জৰুৰী নহয়....
@dowhandiq115517 күн бұрын
Dudu Keita pura lorai lorai dise... Set eibur fal2 kori bonaise
@PujaDas-zn4to3 ай бұрын
আজিকলি প্ৰায়ভাগ অসমীয়া চিনেমা আৰু গান মা দেউতাৰ লগত একেলগে বহি চাব নোৱাৰা হ'লো । একেলগে চাই থাকিলে এনেকুৱা কিছুমান কাপোৰ পিন্ধে এনেকুৱা কিছুমান দৃশ্য দেখাই তাৰ পৰা উঠি আহিব লগা হৈ যায় । হয়টো কিছুমানৰ বাবে এইবোৰ সৰু কথা কিন্তু আমি আমাৰ মা দেউতাৰ লগত এইবোৰ চাব নোৱাৰোঁ। চাগে এয়াই অসমীয়া চিনেমাৰ উন্নতি। কিন্তু যিমান যি বনালেও আগৰ নিচিনা হবই নোৱাৰে ....😊
@Assamese-YoutuberАй бұрын
Zubeen da ও এটা এটা পিচ আনে দে ❤❤❤🎉😊 Film khn blockbuster hoise
@jugalkashyap35293 ай бұрын
Zubeen has magnetic screen presence 🔥 He is truly blessed man
@AnkuranHazarika3 ай бұрын
Ako abr zubeen daa k cornal r rup t dekhi vl lagile.....❤ Joy zubeen daa🤍
@zglover28053 ай бұрын
OMG dhamaka sun dada ❤❤❤❤❤❤❤❤❤
@Manash1673 ай бұрын
Boss r Entry pagol hoi golu re❤😊
@Nk__nobo2 ай бұрын
Bollywood level dada 🔥🔥 Jay zubeen da❤
@ManojDas-rx6iw3 ай бұрын
Zubeen dar looks tu ufff❤❤❤❤
@Kabitadeviii3 ай бұрын
জুবিন গাৰ্গ নামটোতেই যেন মায়া। দুয়োটা গান তেওঁৰে সৃষ্টি আৰু ৰস ভিন্ন ❤❤❤❤
@tarzankalita99973 ай бұрын
Wow zubeen da 🔥🔥🔥🔥🔥 rockstar ❤
@s.kstatus77393 ай бұрын
Dadar Look 😮😮 ❤... Ses de aibar
@DipuLahan1073 ай бұрын
2:37 Dr ZG in the house bbbabbbyyy 🔥❤
@xeverseee883 ай бұрын
Tor set dalor doctor goruto . Najana nki Zubeen dai tohtok goru buli koise jote toe Dr zg kuwa karone sudurvai
@@hirakkalita5100 tur koti tur klaa Suduvai bal tur tiger Klaa fokotiya singer aru acting😂 klaa lion jon akor ahiboloi hole guwahati kopi jabo. lion jon ahi goisili e guwahati t Kopai di thoi goisil tur tiger I ki dal koribo😂 Lion jon hol Arijit singh🦁💥🔥
@chandanneog19653 ай бұрын
@@Coolboy44556 tur baperor soidhyo puruxor kotit dom nai o zubeen gargok kiba exar kuwar okad ni ooo...okadot thak Okman xun jote tote comment dilei nohoi oxomor historyeee kobo ..... nhy tohot baki vuki thak.kukur huwaru jugyo nhy
@zubeennath9343 ай бұрын
35thousand + gaan Gaise Zubeen Daai Ru Toi Jaa Axomor Pora Pola.Klaaa@@Coolboy44556
@Coolboy445563 ай бұрын
@@zubeennath934flop je marile gan gita😂😂😂😂😂😂
@zubeennath9343 ай бұрын
@@Coolboy44556 Xuni Paiso janu Aji Loike Zubeen or Gaan
@BidyadharDas-gg5uu2 ай бұрын
World no 1 best song video, my favourite video, best song video, I love you this video.
@ShibajiLoing3 ай бұрын
ZG entry woo hooo ki be 🔥🔥🔥🔥 Status logaisu dei beya paleo upai nai
@D_Editz_003 ай бұрын
Now it's changed... fabulous 🤩😍
@himashimorang97193 ай бұрын
Our Zubeen da with russian 🔥
@purnimabegum228Ай бұрын
Zubeen dar entry 🔥🔥❤
@nayankashyap73823 ай бұрын
Awesome music and vedio…. It’s truly an amazing creation from Achinta, Debojit daa and Diganta. Fantastic Choreography from Deepak….