Рет қаралды 83,248
TINSUKIA Second Hand Car Dealers || 75,000 টকাৰ পৰা Starting || Doomdooma
Disclaimer: যিকোনো গাড়ী লোৱাৰ আগত সদায় চালি-জাৰি চাইহে গাড়ীখন ল'ব ।পাছত কোনোধৰণৰ সমস্যাত ভুগিলে তাৰবাবে মই দায়ী নহয় । কাৰণ মই মাথো Promotion হে কৰিছো Dealer টোৰ ।গ্ৰাহক হিচাপে আপোনালোকৰ দায়িত্ব সঠিক গাড়ী এখনৰ বিচাৰ কৰাটো ।
তিনিচুকীয়াৰ ডুমডুমাৰ এটা Second Hand car dealer আপোনালোকক Video টোত দেখুওৱা হৈছে ।বহুতো গাড়ী তেওঁলোকে Dealer ত ৰাখে আৰু "Kormoi Jeeban" চেনেলটোৰ ভিডিঅ' চাই অহা বুলি ক'লে আপোনালোকে ভাল Discount পাই যাব বুলি North East Car Zone এ কথা দিছে । এখন গাড়ী কিনিবলৈ হ'লে কি চাই এখন গাড়ী কিনিব লাগে সেইখিনিও আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুওৱা হৈছে ।
North East Car-Zone
Address:Doomdooma,Pather Gaon.
Ph no:+917896512437 or +918099759032
This is promotion video.
#dhrubajyoti #secondhand #secondhandcardealer #tinsukiasecondhanddealer #tinsukiasecondhandbikedealer #secondhandcar #secondhandcarmarket #secondhandbikedealer #secondhandcardealer #secondhandcars #tinsukia #newtinsukia #tinsukiacity #doomdooma #doomdoomamarket #doomdoomatown #tinsukiatown #citylife #nirtheastcarzone #dhrubajyoti #assam #kormoijeeban