Tumar Babe ~ তোমাৰ বাবে । Pinkal Pratyush | Surabhi Das | Assamese Short Film | Anamika Films

  Рет қаралды 4,178,936

Pinkal Pratyush

Pinkal Pratyush

Күн бұрын

"Tumar Babe" Short Film
AUDIO CREDITS::
Singer: BHASKAR OPSWEL & AAKANGKHYA DAS
Music/Background Score: PINKAL PRATYUSH
Compose/Lyrics: KISHORE BARUAH
Audio Mastering: DIGANTA BORDOLOI
Flute: ANJAN MEDHI
Song Guitar Artist: TRION MAHANTA
VIDEO CREDITS:
Starring: PINKAL PRATYUSH & SURABHI DAS
Direction/Screen-Play/Dailouges: KISHORE BARUAH
Story: PINKAL PRATYUSH
D.O.P. : SANTANU DUTTA,BAIDURJYA SENAPOTI, PINKAL DAS
Aerial : PINKAL DAS
Asst.Direction: THOMAS RAJKHOWA
Cast: SANTANU DUTTA, ANKHUMAN, THOMAS, AKASH, PRAGYAN, BIDISHA
Editing: SANTANU DUTTA
Visual Effects: PINKAL PRATYUSH
Mua: PRIYASRI
Mehendi Artist: DIMPI K DISHA
Colour Grading: BAIDURJYA SENAPOTI
Still Photography: ADITYA SAIKIA
Photography Studio: LENS QUEEN STUDIO
English Subtitles: NAINA GOGOI & NIKITA GOGOI
Voice Dubbing: BARNALI POOJARI,RAJASHREE,RUPANTAR,BAIDURJYA
In Association With : RAW STAR STUDIOS & CINEPLEX PICTURES
Traveling: BABUL
Special Thanks to: Rajashree Das, Bitupon,TL7 Cafe, Panbazar Police, Hill Crest View Hotel.
#TumarBabe #OfficialRelease

Пікірлер: 5 600
@PinkalPratyush
@PinkalPratyush 3 жыл бұрын
বৰষুণ আৰু ৰ’দৰ মধুৰ আলিংগনৰ পৰশতহে ৰামধেনুয়ে হাহেঁ _ঠিক সেইদৰে আপোনালোকৰ মৰম আৰু আৰ্শীবাদৰ ফলত বহু অপেক্ষাৰ অন্ত পেলাই জীপাল হৈ পৰিল আমাৰ চুটি ছবি "তোমাৰ বাবে" ❤️ মইও নাজানো প্ৰেমৰ সংজ্ঞা কি ? তথাপিও কল্পনা আৰু দিঠকৰ দোমোজাত বাস্তৱৰ ৰং বোৰ বিচাৰিব শিকিছো , আপোনালোকৰ একাঁজলি মৰম আশীষ নহলে মোৰ বাবে সকলো শূন্য ,প্ৰতিশ্ৰুতি থাকিল আমাৰ ক্ষুদ্ৰ প্ৰয়াসে আপোনালোকৰ ব্যস্ততাপূৰ্ণ জীৱনত এক সুকীয়া মাদকতাৰ ৰং সিঁচিব_ Team Anamika Films💝
@user-pl9jh7qg1b
@user-pl9jh7qg1b 3 жыл бұрын
3 baar salu khosai bohut dhunia hoise.... Mon sui jua kahini👌😊.... Aguwai jua😊.....
@priyankapriyankasaikia2843
@priyankapriyankasaikia2843 3 жыл бұрын
Mjaa
@ankurboraamtech8892
@ankurboraamtech8892 3 жыл бұрын
Moi tumar logt xodai asu bht val pap tumak
@madhabisaikia9921
@madhabisaikia9921 3 жыл бұрын
Bohut besi vaal lagil ❤❤❤❤
@darshanabaruah6901
@darshanabaruah6901 3 жыл бұрын
2mr voice 2r premt pori a asilu...atia acting r prem t porisu dada ❣️❣️❣️
@SurabhiDas22
@SurabhiDas22 3 жыл бұрын
সকলোকে বহুত বহুত ধন্যবাদ ইমান মৰম উপচাই দিয়াৰ বাবে। কষ্ট বোৰ সার্থক হোৱা দেখি সঁচাকৈ বহুত সুখী 🙏 ❤️❤️❤️
@banditakalita8949
@banditakalita8949 3 жыл бұрын
You are really awesome baa😍😍😍... love you a lot...
@champadoley2644
@champadoley2644 3 жыл бұрын
love you baa
@champadoley2644
@champadoley2644 3 жыл бұрын
love you baa
@parthabharali16
@parthabharali16 3 жыл бұрын
বহুত ভাল লাগিছে ♥️
@zahirislam2615
@zahirislam2615 3 жыл бұрын
Khundor obhinoi korisa khurobhi.enekoye aagbahi jua👍
@ankitasaikia7889
@ankitasaikia7889 3 жыл бұрын
অনুৰাগ আৰু মৌচুমী 💙🖤❣️ নদী আৰু ভালপোৱাৰ কোনো লক্ষ্য নাথাকে। নদীয়ে বৈ যাব জানে আৰু ভালপোৱাই মাথো ভালপাব জানে❣️❣️। Pinkal pratyush 🥺😍😍 বাৰে বাৰে প্ৰেমত পৰো অ' মাতটোৰ❣️❣️ সচাকৈয়ে অহংকাৰ‌ আৰু স্বাভিমানৰ মাজত বহুত পাৰ্থক্য 😌 অশেষ কষ্টৰ সাৰ্থকতা দেখিবলৈ পাইছোঁ সুৰভি বা আৰু পিংকল দাদা❣️❣️
@mostakimarrahman9037
@mostakimarrahman9037 3 жыл бұрын
Kndinr pra imn lixa krsa😂😂
@informationworld5657
@informationworld5657 3 жыл бұрын
এবাৰ চাবা 👨‍❤️‍💋‍👨😘kzbin.info/www/bejne/q56qpXyem9mXoJo
@chakradhar9237
@chakradhar9237 2 жыл бұрын
"তুমি ধুনীয়া ভাৱে তোমাক ভাল নাপাওঁ , তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া " এই লাইন টো মোৰ হৃদয় জিকিছে 🙏🙏🙏🙏
@hiraknath3329
@hiraknath3329 Жыл бұрын
Mur koni tu
@kirandas1310
@kirandas1310 Жыл бұрын
Same
@jiarulislam5447
@jiarulislam5447 2 жыл бұрын
Pinkal: এটা কথা কি জানা, সাগৰ আৰু ভালপোৱাৰ কোনো লক্ষ নেথাকে, সাগৰে কেৱল বৌ যাৱ জানে আৰু ভালপোৱাই কেৱল ভাল পাব জানে। So much love it 💞❣️❣️
@_axm_664
@_axm_664 2 жыл бұрын
Bro sarag e sunami o ane
@jiarulislam5447
@jiarulislam5447 2 жыл бұрын
@@_axm_664 ☺😂
@assamesehiker1033
@assamesehiker1033 3 жыл бұрын
"তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ, তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া" বঢ়িয়া লাগিল 👍👍
@informationworld5657
@informationworld5657 3 жыл бұрын
এবাৰ চাবা 👨‍❤️‍💋‍👨🥰😍😘kzbin.info/www/bejne/q56qpXyem9mXoJo
@goardeka3756
@goardeka3756 3 жыл бұрын
Hvy
@geniousboy8588
@geniousboy8588 3 жыл бұрын
Katha 2 video r khatot he real life t bhtt kom
@saneswarbarman2211
@saneswarbarman2211 3 жыл бұрын
kzbin.info/www/bejne/fIfZgqWsZ9iimsU
@sauravnath2725
@sauravnath2725 3 жыл бұрын
@@geniousboy8588 agreed
@mintumonihisofficialaccoun7336
@mintumonihisofficialaccoun7336 3 жыл бұрын
কি কম আৰু কবলে একো ভাষা বিচাৰি পোৱা নাই ইমান সুন্দৰ লাগিছে লগত আছো SUPPROTকৰি যাম সদায় 👍👍👍
@Kidslifestyle2-y7g
@Kidslifestyle2-y7g 3 жыл бұрын
"অহংকাৰ আৰু স্বাভিমানৰ মাজত পাৰ্থক্য আছে"", "নদী আৰু ভালপোৱাৰ কোনো লক্ষ্য নাথাকে, নদীয়ে মাথো বৈ যাব জানে, আৰু ভালপোৱাই মাথো ভালপাব জানে"" ❤️💫🌼
@darshanabaruah6901
@darshanabaruah6901 3 жыл бұрын
তুমি ধুনীয়া বাবে তোমাক ভাল নাপাও তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া ❣️ This diolog uff😘😘
@Dronecomplexx
@Dronecomplexx 3 жыл бұрын
hi darshana, sini paisa?
@darshanabaruah6901
@darshanabaruah6901 3 жыл бұрын
@@Dronecomplexx nai pua...kun hoi nu
@manishabarman6926
@manishabarman6926 3 жыл бұрын
Moi Tu status a di dilu
@superboy4899
@superboy4899 3 жыл бұрын
mast dialogue
@karabichutia7664
@karabichutia7664 3 жыл бұрын
m.kzbin.info/www/bejne/oafCfWaen5KSoc0 please watch this video.
@asfaqrazakhan6592
@asfaqrazakhan6592 3 жыл бұрын
অহংকাৰ আৰু স্বাভিমানৰ মাজত পাৰ্থক্য আছে ✅❤🙂
@madhusmitagoswami2505
@madhusmitagoswami2505 Жыл бұрын
আপোনাৰ প্রতিখন Short flim যে ইমান ধুনীয়া হয় কবলৈ ওচৰত ভাষাই নোহোৱা হৈ যায় চোন❤️💞
@priyankagogoi9439
@priyankagogoi9439 3 жыл бұрын
তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া (এই সাৰ কথাই মন চুই যায়) ❣️❣️❣️❣️❣️❣️❣️❣️👍👍🥰🥰😘
@anamikasarkar96
@anamikasarkar96 3 жыл бұрын
তুমি ধুনীয়া বাবেই তোমাক ভাল নাপাওঁ, তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া। [best line ever].... #anamikaAcreations
@boropawan1025
@boropawan1025 3 жыл бұрын
Hoi dhuniya holei val lagibo kheitu nohoi nije val puwa bostu tu dhuniya nohobou pare
@iamnayannilim
@iamnayannilim 3 жыл бұрын
অহংকাৰ আৰু স্বাভিমানৰ মাজত পাৰ্থক্য আছে! Love is eternal!❤️
@informationworld5657
@informationworld5657 3 жыл бұрын
এবাৰ চাবা 👨‍❤️‍💋‍👨🥰😍😘kzbin.info/www/bejne/q56qpXyem9mXoJo
@informationworld5657
@informationworld5657 3 жыл бұрын
এবাৰ চাবা 👨‍❤️‍💋‍👨🥰😍😘kzbin.info/www/bejne/q56qpXyem9mXoJo
@saneswarbarman2211
@saneswarbarman2211 3 жыл бұрын
kzbin.info/www/bejne/fIfZgqWsZ9iimsU
@Science-Daily
@Science-Daily 2 жыл бұрын
love is the most worst feeling
@lakhyajyotisaharia5748
@lakhyajyotisaharia5748 Жыл бұрын
Bohut val lagise ketiya xekh hol gomei napalu 💞❤❤💞💝
@sajinabegum9030
@sajinabegum9030 2 жыл бұрын
Xosakoi bohut val lagise... Veido tu sai.....
@DIPSHIE25
@DIPSHIE25 3 жыл бұрын
That means she thinks that she is too beautiful😊 সকলো ল’ৰাই সৌন্দৰ্য চাই ভালপাবলৈ নাযায়৷ কিন্তু এবাৰ ভালপোৱা হোৱাৰ পিছত সেই ছোৱালীজনী সেই ল’ৰাজনৰ বাবে পৃথিৱীৰ ভিতৰতেই ধুনীয়া হৈ পৰে😊
@papugogoi2837
@papugogoi2837 3 жыл бұрын
Wish hokolu e tumar dore vabil heten...
@kaushikdeka1873
@kaushikdeka1873 3 жыл бұрын
Right 👍
@assameseswag7502
@assameseswag7502 3 жыл бұрын
সত্য
@taetae5107
@taetae5107 3 жыл бұрын
Right
@janaksinghahzzzth5595
@janaksinghahzzzth5595 3 жыл бұрын
right
@bhanitadas7935
@bhanitadas7935 3 жыл бұрын
তুমি ধুনিয়া বাবে ❤তোমাক ভাল নাপাও 😌তোমাক ভাল পাও 😊বাবে তুমি ধুনিয়া 😍 চুই গল 😌বাক্যশাৰী এ 🌸uffffff voice
@seemasaikia9220
@seemasaikia9220 2 жыл бұрын
Really
@HussainAli-fw1yi
@HussainAli-fw1yi 10 күн бұрын
Bohut bohut val lagil sai❤❤
@MonirulIslam-dk9ep
@MonirulIslam-dk9ep Жыл бұрын
হ্নদয় চুই যোৱা এটা ভাল পোৱাৰ কাহিনী...তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ, তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া❤❤.... your right 👍
@MusicalAssamJD
@MusicalAssamJD 3 жыл бұрын
বহুত বেছি ভাল লাগিল । তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ, তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া 💓
@saneswarbarman2211
@saneswarbarman2211 3 жыл бұрын
kzbin.info/www/bejne/fIfZgqWsZ9iimsU
@haidulvillagerocker.4940
@haidulvillagerocker.4940 3 жыл бұрын
Exactly
@isbimalboy
@isbimalboy 3 жыл бұрын
Really bro
@simangboro7098
@simangboro7098 3 жыл бұрын
😂😂umm
@trailukyanathgohain9299
@trailukyanathgohain9299 3 жыл бұрын
Aitu kobi ujjal paugam r poem r dailoge hoi Aitu copy karise
@aniketduttagupta7435
@aniketduttagupta7435 3 жыл бұрын
সদাই ভাল লগা বোৰে আটাইতকৈ বেছি দুখ দিয়ে। Nothing can be more perfect then this line.❤️
@informationworld5657
@informationworld5657 3 жыл бұрын
এবাৰ চাবা 👨‍❤️‍💋‍👨🥰😍😘kzbin.info/www/bejne/q56qpXyem9mXoJo
@Science-Daily
@Science-Daily 2 жыл бұрын
moitu real lifet aitu situationt asu karubk lifer pora heruwalu😕💔
@bichitraaxom6283
@bichitraaxom6283 3 жыл бұрын
ভাল লগা আৰু ভালপোৱাৰ মাজতো পাৰ্থক্য আছে ভাল লগা সদায় থাকি যায়, ভালপোৱা ব্ৰেক আপৰ পিছত শেষ হৈ যায়। ভাললগাই প্ৰতাৰণা নকৰে,ভালপোৱাই কৰে , সেইবাবে মই ভাললগাহে কৰো , ভালপোৱা নহয় ভালটো মোৰ প্ৰিয়ংকা চোপ্ৰাকো লাগে , আৰু মোৰ মৃত্যুৰ শেষৰলৈকে থাকি যাব হৃদয়ত
@Rabi-hn1ps
@Rabi-hn1ps 7 ай бұрын
""তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ ,, তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া,,""❤❤
@visualeffect1397
@visualeffect1397 3 жыл бұрын
নদী আৰু ভাল পোৱাৰ মাজত কোনো পাৰ্থক্য নাথাকে ।।।সদায় ভাল লগা বোৰেহে আটাইতকৈ বেছি দুখ দিয়ে ।।।।।।।🥺🥺 এক হৃদ়স্পৰ্শী চুটি ছবি ।।।।
@informationworld5657
@informationworld5657 3 жыл бұрын
এবাৰ চাবা 👨‍❤️‍💋‍👨🥰😍😘kzbin.info/www/bejne/q56qpXyem9mXoJo
@pranabdihingia8795
@pranabdihingia8795 2 жыл бұрын
নদীৰ আৰু ভালপোৱা মাজত কোনো লক্ষ্য নাথাকে নদীয়ে বৈ যাব জানে আৰু ভালপোৱায়ে ভাল পাব জানে
@omiyasaikia9807
@omiyasaikia9807 3 жыл бұрын
দুই জনেই প্ৰিয়❤️প্ৰিয় হৈ থাকক সদায় ❤️
@gitikabarman5114
@gitikabarman5114 3 жыл бұрын
Anurag's voice is soo mesmerizing ❤️❤️
@agcreation866
@agcreation866 2 жыл бұрын
অনুভৱ কৰিছো, ইমানদিনে অকলশৰীয়া হৈ থকা মইটোৰ হৃদয়টো আপোনালোকৰ কাহিনীটোৱে প্ৰেমত পেলাই থৈ গ'ল ৷ প্ৰেমৰ বৰষুণজাকত যেন জুৰুলী-জুপুৰী হৈ যাম ৷ যি কি নহওঁক ৷ খুউব সুন্দৰ কাহিনী ৷ হৃদয় চুই গ'ল ৷
@bituchutia1527
@bituchutia1527 3 жыл бұрын
নদী আৰু ভাল পোৱা মাজত কোনো পাৰ্থক্য নাথাকে .!💓 সচাই কাহিনীটো বহুত ভাল লাগিল 👍👌🌹
@pranabdas3850
@pranabdas3850 3 жыл бұрын
সচাকৈ নদী আৰু ভাল পোৱাৰ কোনো লক্ষ নাথাকে.... সচাকৈ বহুত বেছি ভাল লাগে তোমাৰ video বোৰ❤️❤️❤️ দাদা সচাকৈ আপোনাৰ কবিতা আৰু কাহিনী বোৰ সচাকৈ বহুত ভাল লাগে💟
@arjunvloger3184
@arjunvloger3184 2 жыл бұрын
যিমান চালেও মন নভৰে অতি সঁচাকৈ বহুত ভাল লাগিছে, মাথোঁ তোমাৰ বাবে ❤️❤️❤️
@sunitasonowal7223
@sunitasonowal7223 2 жыл бұрын
বহুত বাৰ চালো,, মন চুই যায় এনেকুৱা প্ৰেমৰ কাহিনী,,,ভাল লাগে,, really loving both of you so beautiful act, choreography,,
@akashborah6447
@akashborah6447 3 жыл бұрын
সঁচা ভাল পোৱা চিনি পোৱাত ভুল নকৰিবা....👍💐সচাকৈ কাহিনীটো বহুত বেছি ভাল লাগিল❣️ love you all💝💞
@informationworld5657
@informationworld5657 3 жыл бұрын
এবাৰ চাবা 👨‍❤️‍💋‍👨🥰😍😘kzbin.info/www/bejne/q56qpXyem9mXoJo
@parishmita4536
@parishmita4536 3 жыл бұрын
নদী আৰু ভালপোৱা ৰ কোনো লক্ষ্য নাথাকে 🍁wahhh😍
@saneswarbarman2211
@saneswarbarman2211 3 жыл бұрын
kzbin.info/www/bejne/fIfZgqWsZ9iimsU
@SamarBorah
@SamarBorah Ай бұрын
Apunr video moi Sai bohut vl pau dada ❤
@goutomnon3307
@goutomnon3307 2 жыл бұрын
So beautiful ❤️ bohot moja lagil sai
@moranofficial5504
@moranofficial5504 3 жыл бұрын
আকৌ কৈছু এনেকুৱা এখন আমাক চত ফ্লিমচ লাগে Next ইমানে মজা লাগিল সছাকৈঁ চাই থাকোঁতে চকুলো নিগৰি আহিল ৷ বহুত বহুত ভাল লাগিল
@saneswarbarman2211
@saneswarbarman2211 3 жыл бұрын
kzbin.info/www/bejne/fIfZgqWsZ9iimsU
@dhirumonitalukdar7292
@dhirumonitalukdar7292 3 жыл бұрын
💓
@debasish_saikia9918
@debasish_saikia9918 3 жыл бұрын
কি সুন্দৰ ছবি । মোৰ জীৱনৰ আটাইতকৈ ভাল লগা ছবিখন ।
@saneswarbarman2211
@saneswarbarman2211 3 жыл бұрын
kzbin.info/www/bejne/fIfZgqWsZ9iimsU
@alamgaming1437
@alamgaming1437 3 жыл бұрын
Hi
@ramchiarydelaisri2511
@ramchiarydelaisri2511 3 жыл бұрын
Really heart touching story ❤️❤️
@sangeetaboruah5292
@sangeetaboruah5292 2 жыл бұрын
বহুত ভাল লাগিল.. প্ৰত্যেকটো কথাই ইমান সুন্দৰ... হৃদয় চুই গ'ল... আগলৈও অপেক্ষা কৰিলো। ❤❤
@satyajitsaikia631
@satyajitsaikia631 3 жыл бұрын
"নদীয়ে সদায় কেৱল বৈ যাব বিচাৰে আৰু ভালপোৱাই সদায় কেৱল ভাল পাই যাব বিচাৰে , দুয়োৰে সীমা নাথাকে" সঁচাই অন্তৰ চুই যোৱা এটা কাহিনী। বহুতেই বেছি ধুনীয়া লাগিল। ✨💗✨💗✨💗✨💗✨💗✨
@jayantabora2826
@jayantabora2826 3 жыл бұрын
Wowww🥰🥰🥰🥰 bht mrm laga
@joyshreekakati4804
@joyshreekakati4804 2 жыл бұрын
My fvrt 😍👌👌🔥it's really awsm beautiful mind blowing.... Superb 👌
@MOON-yp9qe
@MOON-yp9qe 3 жыл бұрын
তুমি ধুনীয়া বাবে তোমাক ভাল নাপাও, তোমাক ভাল পাও বাবে তুমি ধুনীয়া। ❤❤❤ আকৌ কৈছো তোমাক ভালপোৱাৰ কোনো লক্ষ্য নাথাকে,নদীয়ে মাথো বৈ যাব জানে আৰু ভালপোৱাই মাথো ভাল পাব জানে। ❤❤❤ Amazing line🔥🔥🔥
@informationworld5657
@informationworld5657 3 жыл бұрын
এবাৰ চাবা 👨‍❤️‍💋‍👨🥰😍😘kzbin.info/www/bejne/q56qpXyem9mXoJo
@MOON-yp9qe
@MOON-yp9qe 3 жыл бұрын
@@informationworld5657 নিশ্চয় চাম
@VickyPahariya
@VickyPahariya 2 күн бұрын
Apunr video sai bhut bhut bhut val lge Dada.
@dipamdk19
@dipamdk19 Жыл бұрын
বহুত আবেগিক হৈ পৰো এই short film খন চালে । সচাঁকৈয়ে বাস্তৱিক । য'ত লুকাই আছে সচাঁ প্ৰেমৰ এক প্ৰতিচ্ছবি ❤️❤️❣️❣️❣️❣️
@Manash_Sahariah
@Manash_Sahariah 5 ай бұрын
Xosake ❤
@rohanjyotinath
@rohanjyotinath 3 жыл бұрын
নদী আৰু ভালপোৱাৰ কোনো লক্ষ্য নাথাকে। নদীয়ে বৈ যাব জানে আৰু ভালপোৱাই মাথো ভালপাৱ জানে। 💗💗
@bhagyashreedevi8639
@bhagyashreedevi8639 3 жыл бұрын
সচাকৈ অন্তৰ চুই গাল..... মোৰ জীৱনৰ অনুৰাগ, যাক নিজৰ কৰিব নোৱাৰিলো বহুত মনত পৰিছে আজি।।।।। তুমি যতেই আছা, যাৰ লগতেই আছা সুখত থাকা।
@Assamboyww
@Assamboyww 3 жыл бұрын
kzbin.info/www/bejne/pmrUo2aPlNp6gZY
@riturajkalita2767
@riturajkalita2767 Ай бұрын
নদী আৰু ভালপোৱাৰ কোনো লক্ষ্য নাথাকে, নদীয়ে কেৱল বৈ যাব জানে আৰু ভালপোৱাই কেৱল ভাল পাব জানে।বাঃ, কি সুন্দৰ ডাইলগ। সঁচাকৈ ভাল লগা এটি লাভ ষ্টৰি।
@deepshikhasaikiagogoi3571
@deepshikhasaikiagogoi3571 2 жыл бұрын
প্ৰতিটো শব্দ ই মন চুই গৈছে।😍
@hemantahazarika9715
@hemantahazarika9715 3 жыл бұрын
""অহংকাৰ আৰু স্বাভিমানৰ মাজত পাৰ্থক্য আছে"", "নদী আৰু ভালপোৱাৰ কোনো লক্ষ্য নাথাকে, নদীয়ে মাথো বৈ যাব জানে, আৰু ভালপোৱাই মাথো ভালপাব জানে"" এইবছৰৰ শ্ৰেষ্ঠ সংলাপ পিংকল দা, I love you
@ajitbora947
@ajitbora947 3 жыл бұрын
সদায় ভাল লগা বোৰেহে আটাইতকৈ দুখ দিয়ে,,,,, হয় কথাটো,,,😭😭😭 নাজানো কিয় কিন্তু পিঙ্কল দা আপোনাৰ কবিতা,কাহিনী মোৰ বহুত ভাল লাগে.....😭😭😭💞 আপুনি কবিতা কাহিনী কলে এটা বেলেগ আবেগ লৈ কই,,ভাল লাগে বহুত.... 💝💝
@informationworld5657
@informationworld5657 3 жыл бұрын
এবাৰ চাবা 👨‍❤️‍💋‍👨🥰😍😘kzbin.info/www/bejne/q56qpXyem9mXoJo
@santanadas1790
@santanadas1790 3 жыл бұрын
" তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ, তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া ।" 🔥🔥❤️❤️❤️
@manikabarman8816
@manikabarman8816 3 жыл бұрын
One of the most favourite short film😍......
@akashbaglary6187
@akashbaglary6187 3 жыл бұрын
11:11 Tumak val pau babe tumi dhunia👍❣🌻
@Assamboyww
@Assamboyww 3 жыл бұрын
kzbin.info/www/bejne/pmrUo2aPlNp6gZY
@inspiring_life.18
@inspiring_life.18 3 жыл бұрын
নদী আৰু ভাল পোৱাৰ কোনো লক্ষণ নাথাকে , নদীয়ে বৈ যাব জানে আৰু ভাল পোৱাই মাথো ভাল পাব জানে ❣️
@baikunthapatar4966
@baikunthapatar4966 3 жыл бұрын
🥰🥰🥰👌👌👌👌👍👍👍
@SKAMIN-nx8tl
@SKAMIN-nx8tl 3 жыл бұрын
👍👍👍👍👍
@dimpolgogoi9287
@dimpolgogoi9287 3 жыл бұрын
@priyanka-vu3oq
@priyanka-vu3oq 3 жыл бұрын
Essss FidAaaa 😍 😜
@Ratul9707
@Ratul9707 3 жыл бұрын
😍😍😍😍
@manjaaye7282
@manjaaye7282 3 жыл бұрын
Mojja 😘🥰😘🥳😘
@Trishna80
@Trishna80 8 ай бұрын
Bahut dhuniya.. Anurag tumi xasai khub moromloga...xaralota tumar dusakut futi uthe...God bless you
@ankitagogoi2474
@ankitagogoi2474 3 жыл бұрын
বহুত ভাল লাগিল পিংকল দা মাজে মাজে তোমাৰ অভিনয় চায় মোৰ চকুপানী ওলাই গ'ল তোমাৰ মাতটো ইমান মিঠা তোমাক আৰু সুৰভী বা সঁচাকৈয়ে ধুনীয়া লাগিছিল
@johnpg684
@johnpg684 3 жыл бұрын
Yess same condition
@AbdulMajid-mo8om
@AbdulMajid-mo8om 3 жыл бұрын
নদী আৰু ভালপোৱাৰ কোনো লক্ষ্য নাথাকে। নদী মাথোঁ বৈ যাব জানে আৰু ভালপোৱাই মাথোঁ ভাল পাব জানে।😍(সঁচা ভালপোৱা সকলেহে এইখিনি কথা বুজি পায়)
@poojamishra7505
@poojamishra7505 3 жыл бұрын
Right
@y.k.creative8410
@y.k.creative8410 3 жыл бұрын
Yess Right 👍👍👍
@Assamboyww
@Assamboyww 3 жыл бұрын
kzbin.info/www/bejne/pmrUo2aPlNp6gZY
@inamulhoque7986
@inamulhoque7986 3 жыл бұрын
Nice
@hemontadeka3824
@hemontadeka3824 3 жыл бұрын
Yes👍👍❤️
@meryll89
@meryll89 3 жыл бұрын
Amazing Cinematography Pinkal... Kudos...
@jintukulicreation8308
@jintukulicreation8308 3 жыл бұрын
One of the best short film ever I have seen in my n I think I will never see anymore best than this lots from luv from me n from majuli pinkal da n u have a sweet voice n I hope u will do more n we will go on supporting u n do your best n God will see the rest
@kuhi203
@kuhi203 3 жыл бұрын
তুমি ধুনীয়া বাবে তোমাক ভাল নাপাও.... তোমাক ভাল পাও বাবে তুমি ধুনীয়া🥰❣️
@informationworld5657
@informationworld5657 3 жыл бұрын
এবাৰ চাবা 👨‍❤️‍💋‍👨🥰😍😘kzbin.info/www/bejne/q56qpXyem9mXoJo
@rnvlogs3797
@rnvlogs3797 3 жыл бұрын
Pomi gesa nki
@nibeditadeka3247
@nibeditadeka3247 3 жыл бұрын
তুমি ধুনীয়া বাবে তোমাক ‌ভাল নাপাও.... তোমাক ‌ভাল পাও বাবে তুমি ধুনীয়া 😍😍🥰🥰
@deepjyoti834
@deepjyoti834 3 жыл бұрын
নদী আৰু ভালপোৱাৰ কোনো লক্ষ্য নাথাকে... নদীয়ে মাঁথো বৈ যাব বিছাৰে আৰু ভাল পোৱাই মাথোঁ ভাল পাব জানে ❤️❤️ সঁচা ভালপোৱাক ইমাণ নিখুঁত ভাৱে প্ৰকাশ কৰি তোলাৰ বাবে সকলো লৈ অশেষ ধন্যবাদ ❤️ Nothing can be more perfect then this line💞
@nabanitapatar7826
@nabanitapatar7826 3 жыл бұрын
Bht mozzzaaaaa lagise ❤️❤️❤️
@himashreegoswami707
@himashreegoswami707 2 жыл бұрын
I am just so obsessed with this short film ❤️❤️❤️❤️❤️
@madhurjyahazarika9839
@madhurjyahazarika9839 3 жыл бұрын
বহুত ভাল লাগিল পিঙ্কল দা আৰু সুৰভি বা ❤️ আৰু যাতে তোমালোক আগুৱাই যোৱা তাৰেই কামনাৰে👍🏻🙏🏻
@DulumoniGogoi
@DulumoniGogoi 3 жыл бұрын
তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া 😍 Uff hurt touching ❤️❤️❤️💖💖
@dikshitamusic7507
@dikshitamusic7507 2 жыл бұрын
Dhuniya lagile o sai ,Pinkal dada
@moromirafi7166
@moromirafi7166 3 жыл бұрын
I had watched many short movies but never watch such a beautiful emotional movie
@jusukikalita2293
@jusukikalita2293 3 жыл бұрын
কবলৈ একো ভাষা নাই বুজাবলৈ কোনো শব্দ নাই 🔥 ,কিমান যে সুন্দৰ অভিনয় তোমাৰ পিংকল দা❤️❤️ ।। আৰু সুৰভি বা ও💞 ।। ইমান নিখুঁত তোমালোকৰ প্ৰতিটো অংশ চালে চাই থাকিব মন যায় 💕।আৰু তোমাৰ মিঠা মাত টো শুনি থাকিব এ মন যায়😍 ,,আৰু আগুৱাই যোৱা তোমালোক এয়াই অদৃশ্য জনৰ ওচৰত প্ৰাৰ্থনা🙏
@samiranbhuyan1126
@samiranbhuyan1126 3 жыл бұрын
নদী আৰু ভালপোৱাৰ কোনো লক্ষ্য নাথাকে,,নদীয়ে বৈ যাব জানে আৰু ভালপোৱাই মাথোঁ ভাল পাব জানে।❤️❤️ সঁচাই ভাল লাগিল চাই ❣️❣️
@reshadunique7901
@reshadunique7901 2 жыл бұрын
Bohut dhuniya...prinkal Da ND Shurbi ba ☺❤✨
@krishnakolita9827
@krishnakolita9827 2 жыл бұрын
Kahinito hosake bht val lagile sai bht bht bhttttt dhuniya hoi 😊😊🥰🥰❤️❤️
@expolresomethingelse8865
@expolresomethingelse8865 3 жыл бұрын
❤️❤️❤️একো নাই কবলৈ.. পিংকল সদায় প্ৰিয়। আৰু সুৰভী ৰ মাতটো😘
@kang_kana_2790
@kang_kana_2790 3 жыл бұрын
বহুদিনৰ অপেক্ষাৰ অন্ত পেলায়।🥰অনুমতি অবিহনে আকৌ এবাৰ তোমাৰ যাদুকৰী কন্ঠৰ প্ৰমত পৰিলো।❣️❣️
@durlabmili9009
@durlabmili9009 3 жыл бұрын
Hi
@kabitaborah5007
@kabitaborah5007 2 жыл бұрын
Xosakoi mojaaa lagise oo❤️❤️❤️❤️
@AnupamaNath99
@AnupamaNath99 2 жыл бұрын
Bhut dhuniya kahini.. 😍🥰❤✨
@belive498
@belive498 3 жыл бұрын
প্ৰেমবোৰ যদি সচাই এনেকুৱা হলে । নাজানো নিজৰ সকলো দি ভালপোৱাৰ পিছতো কিয় প্ৰতাৰনাৰ সন্মূখিন হব লগা হয় ।
@nitudevi2982
@nitudevi2982 3 жыл бұрын
🙂💔
@faithyt7958
@faithyt7958 3 жыл бұрын
Kla 16 months wait kri asu ajile mk vl npale tai
@itsvenom9494
@itsvenom9494 3 жыл бұрын
@@faithyt7958 😭😭😭😭😭
@saneswarbarman2211
@saneswarbarman2211 3 жыл бұрын
kzbin.info/www/bejne/fIfZgqWsZ9iimsU
@dipuborasvlogs1037
@dipuborasvlogs1037 3 жыл бұрын
বহুত বহুত ভাল হৈছে দাদা। ❤️ কিন্তু যিমান যি নহলেও কিয় জানো আপোনাৰ 14 February ৰ সেই চুটি ছবি দুখন আৰু তাৰ কবিতাৰ এটা এটা শব্দই মনত আলোড়ন সৃষ্টি কৰি যায়। কাৰোবাৰ প্ৰেমত পৰোঁ বা নপৰো একো কথা নাই, কিন্তু 14 ফেবৰুৱাৰী ৰ কবিতা কেইটাই শিকাই যায় ভালপোৱা কি? পুনৰ অপেক্ষাত 14 February সেই বিশেষ ভালপোৱা দিনটোলৈ.....
@bijoyteron3209
@bijoyteron3209 2 жыл бұрын
Kishore Baruah dangoriya da moi aamar tribal bhakhat ataai kotha kong mojjjjjja lagisi video tu sai ❤️❤️❤️ ❤️❤️ love you.
@ansengmarak2823
@ansengmarak2823 2 жыл бұрын
😘😘😘 ❤️❤️ love...bujabole baxa nai
@dailyportrait9473
@dailyportrait9473 3 жыл бұрын
Perfect Perfect Perfect.... Every moment,Every Min Every sec💝 কবিতাৰ শব্দ music Bhaskar dar সুৰ just এখন পৃথক Dimension
@himadrihatimuria2039
@himadrihatimuria2039 3 жыл бұрын
Pinkal Pratyush☺ are bare bare premot poru tmr voicet💕 Shurabhi baa tmi🔥🔥🔥bht val lge tmk....
@iloveassam7896
@iloveassam7896 7 ай бұрын
One of the best part of my life
@PkStatus2358
@PkStatus2358 2 жыл бұрын
Nice pinkal da Dada apunr video tu sai sokupani ulai gol
@saidurrahman3158
@saidurrahman3158 3 жыл бұрын
One of the best short movie I have seen ever.Waiting for the next one.
@arvindkhanal2138
@arvindkhanal2138 3 жыл бұрын
Kbhi kota factory nhi dekha kya???
@Assamboyww
@Assamboyww 3 жыл бұрын
kzbin.info/www/bejne/pmrUo2aPlNp6gZY
@kabitatalukdar552
@kabitatalukdar552 3 жыл бұрын
আজি আকৌ এবাৰ প্ৰেমত পৰিলো আপোনাৰ কন্ঠৰ❤💘ধুনীয়া লাগিছে কাহিনীটো চাই💕ইমান ধুনীয়া আবেগ! অনাগত দিনসমূহত এনে ভাল লগা উপহাৰ পোৱাৰ আশাৰে শুভেচ্ছা থাকিল😍😍
@deepakdeka3905
@deepakdeka3905 3 жыл бұрын
Bht bht bht vl lgil..Ru sbo pm buli akha thkil
@hirakkamalbaruah6535
@hirakkamalbaruah6535 2 жыл бұрын
bohu val lagaa love story😍😍
@dimpidas4410
@dimpidas4410 3 жыл бұрын
After seeing this I cried sometime😭😭it was awsm love story.. I love you surabhi baa nd pinkal daa.. Nd both of u r my 😍fav
@kangkanaborthakur875
@kangkanaborthakur875 3 жыл бұрын
💕1st time an assamese short film could touch my heart❤adorable and fabulous story💕
@imamulpradhani6045
@imamulpradhani6045 Жыл бұрын
Best line "তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ, তোমাক ভাল পাওঁ বাবে ধুনীয়া লাগে❣️"
@misingyameko4789
@misingyameko4789 3 жыл бұрын
Bohut duniya lagise video to
@oliviasangma6980
@oliviasangma6980 3 жыл бұрын
26 minutes kenek gol gomei napalu...😍aru okonman dighol hole😊 Btw part 2 kune kune bisare??❤❤
@tinamou769
@tinamou769 3 жыл бұрын
nibisaru karon aibur kalponik he bastob bht voyonkor
@aporajitaboruah9417
@aporajitaboruah9417 3 жыл бұрын
Bht bht bht vlll lagila oooo ❤️❤️❤️❤️❤️
@rajcreation_2m..
@rajcreation_2m.. 2 жыл бұрын
বহুত বহুত ভাল লাগিল😘😘😘😘
@inzamamulhaque6668
@inzamamulhaque6668 3 жыл бұрын
BoHut wait kori asilu.....finally aji dekhi asu.... Gorgeous Looks...And Awesome Voice Pinkle da...aru Surabhi bar Smile Tu lajabab...
@karabideka489
@karabideka489 3 жыл бұрын
বাৰে বাৰে সেই অচিনজনৰ প্ৰেমত পৰো👀👓.কিন্তু সদায় ভাল লগা বোৰেহে আটাইতকৈ বেছি দুখ দিয়ে। তথাপি নদীৰ দৰেই মোৰ অনুভৱবোৰো বাঢ়ি গৈ থাকিব। ❤🌈
@swapnaleeesarmah8729
@swapnaleeesarmah8729 2 жыл бұрын
Lots of love Pinkal Pratyush
@iloveassam7896
@iloveassam7896 7 ай бұрын
Pinkal pratush my fbrt Hero ❤❤❤
@praygyanjyoitisaikia367
@praygyanjyoitisaikia367 3 жыл бұрын
আজি লৈ কে যিমান বোৰ love story চালোঁ তাৰ ভিতৰত এইখন এ আছিলে best দাদা বহুত ভাল লাগিল চাই
Llegó al techo 😱
00:37
Juan De Dios Pantoja
Рет қаралды 60 МЛН
Как бесплатно замутить iphone 15 pro max
00:59
ЖЕЛЕЗНЫЙ КОРОЛЬ
Рет қаралды 8 МЛН
Викторина от МАМЫ 🆘 | WICSUR #shorts
00:58
Бискас
Рет қаралды 5 МЛН
Они так быстро убрались!
1:00
Аришнев
Рет қаралды 2,3 МЛН
УДИВИЛА ПАРНЯ🤯👏
0:20
Бутылочка
Рет қаралды 5 МЛН
Did you like the picture with my cat? #cat #cats
0:28
Prince Tom
Рет қаралды 19 МЛН
УЙЛАНМАГАН БОЛАР ОГОХ БУЛИНГ БУНИ КУРИМ #трент #тренды
0:13
ОНЛАЙН ТИК ТОК БАТИЛ
Рет қаралды 2,7 МЛН
Самый Лучший Дедушка ❤️
0:15
Глеб Рандалайнен
Рет қаралды 3,7 МЛН