Thanks for all the love 🙏 পাপনদাৰ সৈতে সৃষ্টি কৰা প্ৰতিটো গীতৰ আঁৰত একো একোটা কাহিনী থাকে, নতুন অভিজ্ঞতা থাকে। কেতিয়াবা কাহিনীবোৰ কম। আমাৰ পূৰ্বৰ গীতবোৰৰ দৰে এই নতুন গীতটোকো মৰম দিব বুলি আমি আশাবাদী। গীতটোত Reels বনালে আমাক টেগ কৰিব। - ৰাজদ্বীপ
@utpalsaikia54714 ай бұрын
ভাল হৈছে ✌️
@mrinaljyotisarma73214 ай бұрын
@rajdweepofficial dada kotha ata kao beya napabo apnar natok khon kio main natok noorile rajmukut theatre.. aru natok khon last rakhise.. kiba issue hoise nki
@munakalita604 ай бұрын
যোৱাবাৰো বনৰজা খনৰ একে দশা হৈছিল@@mrinaljyotisarma7321
@munakalita604 ай бұрын
বহুত ধুনীয়া হৈছে❤❤❤❤❤❤ কিন্তূ এইবাৰ অলপ দেৰি হল দাদা