হাফিজ মাওলানা নুৰ আলম শইকীয়া খুব সুন্দর কথা আগবঢ়াইছে। কি সুন্দর কথা, কি সুৰ, কি কণ্ঠ মওলানা নুৰ আলম শইকীয়াৰ, আমি তেখেতৰ কথাত মুগ্ধ। আনহাতে কামাল আজহাৰী ৰ কোৰআন আৰু হাদীস সম্পর্কে জ্ঞানৰ অভাৱ আছে। অৰ্থাৎ কামাল আজহাৰীৰ আৰু বহুত Study ৰ প্ৰয়োজন আছে।
হাফিজ-মৌলানা নুৰ আলম শইকীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। সঠিক তথ্য দাঙি ধৰাৰ বাবে।
@SarjahanAli-zg4gz10 күн бұрын
এইবোৰে ই কোৰানৰ সঁচা কথা। ধন্যবাদ নুৰ আলম।
@NHforever1710 күн бұрын
Bhut khanti palu apunalukor Juktijudda onushthan tur pora ❤❤❤❤❤bhut dhuniyaa Ami oxombakhi hantit thkibo bisaru ...logote apunalukor duyojon conversation bhut dhuniya 🎉🎉🎉🎉Val lgil raijor major positive massage diyar bade thank you so much ❤
@IbrahimVlogs-mq4su10 күн бұрын
বহুত সুন্দৰ উপস্থাপন কৰাৰ বাবেই ধন্যবাদ ❤❤❤❤
@faijuddinahmed839011 күн бұрын
সুন্দৰকৈ আমাক বোজাই দিছে
@sumayachannel738110 күн бұрын
Val lagil shab, nuralom dawriya aponar kotha bor aponi val koi bujaise kothabor, ❤
@KamarujJaman-gl2yz11 күн бұрын
বহুত ভাল লাগিছে, নুৰ আলম শইকীয়া ডাঙৰীয়াই পাজাহাৰীক বুজাই দিয়া বাবে ৷ পাজাহাৰীৰ আচলতে মুৰৰ বিকৃতী হৈছে ৷ ধন্যবাদ Da news plus.
@Mrsabir27811 күн бұрын
😅😅
@shahabuddinvlogs492710 күн бұрын
জ্ঞানী মানুহৰ কথা বতৰা শুনি বহুত ভাল লাগিল এয়াই হল ভাল মানুহৰ লক্ষণ,
@RokibulEnterprise11 күн бұрын
Egypt পৰা Israel বেচি দূৰ নহয় কামাল ছাগে ইহুদী ধৰ্ম লৈ টকা লৈ এই কাম কৰি আছে।
@ashadulhoque26011 күн бұрын
😂😂😂😂
@Fakiragramtv3311 күн бұрын
সঁচা কথা কৈছে আপুনি
@HRC191611 күн бұрын
Yes hosa koise😂😂😂😂
@SahidulIslam-po3os10 күн бұрын
Moiu aei kotha tuk loi comment korisu. Apunar logot khohmot.😊
@anowara.begum2310 күн бұрын
সুব সুন্দৰ বক্তব্য 🎉🎉 ধন্যবাদ
@gamingnooryt37111 күн бұрын
মস্তুফা কামাল আজহাৰী আল আজহাৰৰ বিশ্ববিদ্যালয়ৰ শেষ বেঞ্চৰ ছাত্ৰ আছিল 😂😂😂😂😂😂 মস্তুফা নিজেই কুৰাআনৰ নতুন নতুন ব্যাখ্যা কৰি আছে 😂😂😂 যিবোৰৰ ম্যাদ বহু বছৰ আগতে উকলিছে।🤣🤣
আমি অজ্ঞানি মানুহ কিন্তু এটা প্ৰশ্ন সুধিব মন যায়, মুষ্টাফা কামাল চৌদি আৰৱৰ মানুহতকৈ বেছি জ্ঞানী নেকি?
@RameswarRajbongshi-i1o8 күн бұрын
শুন্দৰ যুক্তি
@muftialauddinsabili880311 күн бұрын
Dhunia
@nabihussain79979 күн бұрын
Nur hojur kotha bohut val lagise
@HRC191611 күн бұрын
মই এজন class 12 ৰ student হও মই বহু teacher দেখিচো science ৰ গতিকে এটা কথা কও যে বেচি উচ্চ শিক্ষা থকা teacher যে ভালকে বুজাব নেবাৰে কিন্তু কম শিক্ষা থকা teacher যেহে ভালকে বুজাব পাৰে আৰু আজি এইটোবেই প্ৰমাণিত হল | কিয়নো কম শিক্ষা থকা teacher হে students ক attracted কৰাব পাৰে | মই কম শিক্ষা থকা teacher পৰাহে বুজি পাইছো science stream টো কি | আচলতে বেচি শিক্ষা থকা teacher ৰেহে class ত বেছি lecture মাৰে আৰু বছৰৰ শেষত Crouse শেষ কৰিব নোবাৰে | ইতি .................from Nagaon concept junior college student .