তুমি ঠিকেই কৈছা , কিন্তু ইয়াত কৈছে যে যিকোনো এটা সংখ্যাৰ যিমান কেইটা উৎপাদক আছে তাৰে মাজত কিমান টা মৌলিক সংখ্যা হয় ঠিক সেই মৌলিক সংখ্যা কেইটাকেই মৌলিক উৎপাদক বুলি কোৱা হয় ইয়াত যেনে 12ৰ উৎপাদক 1,2,3,4,6,12 আমি জানো,2 আৰু 3 হৈছে মৌলিক সংখ্যা That is way 2,3 12 or উৎপাদক