উজনিত মিঞা খেদিবলৈ ওলাই অহা সংগঠনৰ নেতাক কঠোৰ সকীয়নি মুখ্যমন্ত্ৰীৰ

  Рет қаралды 98,987

DA News Plus

DA News Plus

Күн бұрын

Пікірлер: 394
@BhairabTaid-nn4ik
@BhairabTaid-nn4ik 2 ай бұрын
গৌৰৱ গগৈয়ে কোৱা কথাবোৰ বেয়াকৈ কমেন্ট কৰাবোৰে এতিয়া কি ক'ব
@success2089
@success2089 2 ай бұрын
মিয়াৰ আছল ৰক্ষক কোন এতিয়া ৰাইজে বুজি পাইছে | মিয়াক গালি পৰা নাটকখন ইমান দিনে ভাল দেখুৱালে ৰাইজক
@NabajitDas-eo5wz
@NabajitDas-eo5wz 2 ай бұрын
Right
@Axprg
@Axprg 2 ай бұрын
Right
@KhruloraPatar-yt3cf
@KhruloraPatar-yt3cf 2 ай бұрын
Cm ki koise bujisa janu
@KhruloraPatar-yt3cf
@KhruloraPatar-yt3cf 2 ай бұрын
Miya khedib lage kinto Mari Kati piti nhoi . Khakolu dol khang jai valkoi bujai 7days kham dib jabloi
@success2089
@success2089 2 ай бұрын
@@KhruloraPatar-yt3cf হয় চুমা খালে হে মিয়া পলাব
@commenti5459
@commenti5459 2 ай бұрын
মিঞাৰ ৰক্ষক
@pranitabarman8587
@pranitabarman8587 2 ай бұрын
নাটকখনৰ মূল নায়ক এওৱে
@BastopDoly
@BastopDoly 2 ай бұрын
এতিয়া ওলাই পৰিল কঙগেছক হে বদনাম দিছিল এতিয়া।সাপ হৈ খুটি বেজ হৈ জাৰি আছে।দুখিক শাস্তি দিয়ক
@arupdutta2554
@arupdutta2554 2 ай бұрын
Congres sorkar lage
@asomiaasom6008
@asomiaasom6008 2 ай бұрын
বামুণ ৰজা জাতিদ্ৰোহী বদন কুলাংগাৰ জাতিদ্ৰোহীটোৱেই অসম শত্ৰু কালপ্ৰিত ।
@deepjyotidas2397
@deepjyotidas2397 2 ай бұрын
Politics নকৰিব laura, মুঠতে Miya অসমত থাকিব দিয়া নহব, জয় আই অসম ✊✊✊
@MizanurRahman-it5yw
@MizanurRahman-it5yw 2 ай бұрын
😆 🤣 😂 😹 😆 🤣 😂 😹 😆 🤣 😂 😹 😆 5 Tokina dalal
@monjilmusic9534
@monjilmusic9534 2 ай бұрын
দম আছে তোৰ মিঞা খেদিবলৈ কেলা চুতমাৰাণি,আহোমৰ জাৰজ সন্তান।
@DrishitraHajarika
@DrishitraHajarika 2 ай бұрын
Mama apuni mukheray koisay na pateray koisay. Pasot gom pam apunar lnsaf. Joi Hind.
@samudrahazarika110
@samudrahazarika110 2 ай бұрын
কিবা এটা ভাল কৰিব ওলালে বাধা প্ৰদান কৰিব বিচাৰে। চাল্লা অসমীয়া অসমীয়াৰ শত্ৰু।
@bhaviks5213
@bhaviks5213 2 ай бұрын
Right..nijeu nokore aru axomiyak koribo nidiye asol hotru ebur neta
@DrishitraHajarika
@DrishitraHajarika 2 ай бұрын
Toi akuye gom pua nai. Sala kak koiso mathersut nonecence.
@bhaviks5213
@bhaviks5213 2 ай бұрын
@@samudrahazarika110 thik koise
@samudrahazarika110
@samudrahazarika110 2 ай бұрын
​@@DrishitraHajarikaতই কাক মাদাৰ চুধ কৈচ? এনেকোৱা সুদিম টোক বাপাৰ মাৰৰ বিয়া দেখি যাবি। আমি মৰিছোঁ আৰু কুকুৰ তই অসমীয়া অসমীয়াৰ শত্ৰু হৈছ। মাদাৰ সুদ্
@samudrahazarika110
@samudrahazarika110 2 ай бұрын
@@DrishitraHajarika ৰাইজ সজাগ হওঁক। ইও এটা ভুৱা fake account khulise। ই মিয়া। মুকুল বৰুৱা নিচিনাই ইও এটা ভুৱা। ইহঁত ঘৰ বিভিছন। মহা বডমাইছ।
@junbora3558
@junbora3558 2 ай бұрын
আগতে হিমন্তয় উজনিৰ পৰা ল'ৰা নি মিঞা খেদিব লাগে বুলি দপদপাই আছিল। এটাও মিঞা অসমত থাকিবলৈ নিদিও বুলি কৈছিল। এতিয়া আকৌ আইন হাতত তুলি নলবলৈ কৈছে। ওলোটা খৰ মাৰিছে নহয়নে।
@axomsubhash7860
@axomsubhash7860 2 ай бұрын
সোনকালে পদত্যাগ কৰিব লাগে...
@Crezy_boy45
@Crezy_boy45 2 ай бұрын
Nohole congress'k akraman koribo nuaribo je 😂
@jayantakonwar2482
@jayantakonwar2482 2 ай бұрын
তোক কেলা ভোট লাগে বাবে মিঞাক মৰম কৰিছ।
@dadugogoi5548
@dadugogoi5548 2 ай бұрын
হা: হা: হা.........! এইয়াই হল ৰাজনীতি । দেখিলে । এইবাৰ স্বয়ং অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য । (ভোটৰ ৰাজনীতি) । 😗🥸😃😀🤣
@user-fe9yi5sp9b
@user-fe9yi5sp9b 2 ай бұрын
মিঞাৰ ভোট কেইটা নাপাম বুলি ভ'য়‌ হৈছে ।
@theviralclips8659
@theviralclips8659 2 ай бұрын
ইয়াৰ কথা বিশ্ৱাস কৰা আৰু সাপক গাখীৰ খুওৱা একে কথা । 😂
@bishnuborah6870
@bishnuborah6870 2 ай бұрын
মন্ত্ৰী মহোদয় আমাৰ নিজৰ খিলঞ্জীয়া মানুহ কিমান মৰি আছে আপুনি ভাল দৰে চিন্তা কৰি চাব
@NayanDeka-u9u
@NayanDeka-u9u 2 ай бұрын
এতিয়া মূখ্যমন্ত্ৰীয়ে পাৰ্টি নামাৰিব
@ManiyalNag
@ManiyalNag 2 ай бұрын
হিমন্ত মামা সদায় ভাল টো কৈ ৰাইট,👍
@Crezy_boy45
@Crezy_boy45 2 ай бұрын
নিজৰ স্বাৰ্থত কৰিছে এইবোৰ । নহলে কাৰ কথা কৈ কংগ্ৰেছৰ পৰা ভোট কাঢ়িব। মামাই মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব দেখোন।
@জয়_আই_অসম
@জয়_আই_অসম 2 ай бұрын
মিঞাৰ আচল ৰক্ষক এখেতেই, ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে যদি বহিৰাগত মিঞা বাংলাদেশী পক্ষত থিয় দিয়ে তেতিয়া হলে অসমীয়া অস্তিত্ব নাইকীয়া হব
@produ9340
@produ9340 2 ай бұрын
মিঞাই হে বিজেপি ক জিকাই আছে | অসমৰ ভালৰ বাবে একো কাম নকৰি মাত্র জনপ্রিয় হবৰ বাবে ভূল-শুদ্ধ হিন্দী ত মিচা মিচা কথা কৈ ফুৰে |
@KK.Everywhere
@KK.Everywhere 2 ай бұрын
😂😂😂 Ahigol Miya
@kinaramdas5198
@kinaramdas5198 2 ай бұрын
এইজনে আনক গছত টুলি পিচত গুৰি কাটিব বিছাৰিছে গতিকে এই বিষয়ে চিন্তা কৰা উচিত।
@SamujjalBoaur
@SamujjalBoaur 2 ай бұрын
Miya Rekhka BJP
@WhatsthehellXyz
@WhatsthehellXyz 2 ай бұрын
মুখ্যমন্ত্ৰীৰ পাভ লুটি 😂😂😂 মুখ্যমন্ত্ৰী জনে চল চাই কঠিয়া পৰাত ব্যস্ত হৈ আছে সেয়া আমি খিলঞ্জীয়া অসমীয়া লোকে বুজি পাব লাগিব। শিৱসাগৰ সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে ২০২৬ চনত শিৱসাগৰ সমষ্টিৰ পৰা যাতে অখিল গগৈ নিৰ্বাচিত হৈ দ্বিতীয় বাৰলৈ বিধান সভালৈ আহিব নোৱাৰে। ৰাইজে চিন্তা কৰিব লাগে যে কৰবাত কাৰোবাৰ প্ৰৰোচনাত এই ঘটনা বোৰ হৈছে নেকি ?
@RajibRajkhowa-p9f
@RajibRajkhowa-p9f 2 ай бұрын
ৰাজনীতি কৰিবলৈ আবোল তাবোল বকা মুখ্যমন্ত্ৰী য়ে কি কৈছে দেখা।
@Debajitdutta1502
@Debajitdutta1502 2 ай бұрын
*"আপোনালোকে যিয়েই নকৰক কিয়,মিঞা খেদক,মাৰোৱাৰী খেদক আইন হাতত তুলি নলব" ইয়াত মিঞাক খেদিব নালাগে বুলি কোৱা নাই আৰু তই চুদুৰভাইয়ে মন্তব্যতোকে বিকৃত কৰিলি👍*
@abhijitkalita3209
@abhijitkalita3209 2 ай бұрын
😂 অন্ধভক্ত
@Pinuri2222
@Pinuri2222 2 ай бұрын
Thik kaise 👌
@Debajitdutta1502
@Debajitdutta1502 2 ай бұрын
@@abhijitkalita3209 ভক্ত অনাদি কালৰে পৰা আছে।কিন্তু চমচা (চোনিয়াৰ হেৰি##চেলেকাৰজাত) কংগ্ৰেছৰ দিনতহে জন্ম হল।এনে সময়তো ৰাজনীতি কৰিবলৈ এৰা নাই?
@usm87ii
@usm87ii 2 ай бұрын
samsa aru dalal akae kotha toi riniki heri seleka😂
@AngkuraShyam-wl6iv
@AngkuraShyam-wl6iv 2 ай бұрын
Thike koise apuni
@siraqram8388
@siraqram8388 2 ай бұрын
HIMANTA ❤❤❤❤❤
@kishoridas6447
@kishoridas6447 2 ай бұрын
সাপ হৈ খোটে- বেজ হৈ জাৰে।
@protimadutta2890
@protimadutta2890 2 ай бұрын
100 % এওঁৰ কথা ধানখেৰৰ জুই একেই ।
@gitumanibarman6536
@gitumanibarman6536 2 ай бұрын
Sei babetu miya bilake muror oporot thio dib bisare akhomot
@protimadutta2890
@protimadutta2890 2 ай бұрын
সকলো বোৰ সমক্ষ্যা তল পেলাই---এতিয়া অকল মিঞাৰ নেজত ধৰি থাক ।
@inglishvlogs1015
@inglishvlogs1015 2 ай бұрын
এই জনৰ দিনত অসম শেষ হব, সংঘৰ্ষত হয়তু কেইটামান প্ৰাণ হানি হব, মুখ্যমন্ত্ৰীয়ে উচটনি ভাষন দিয়া উচিৎ নহয়,
@NayanDeka-u9u
@NayanDeka-u9u 2 ай бұрын
তেখেতে ইংগিত দিছে আউপকীয়াকৈ কিন্তু তেখেতে খেদিবলৈ কৈছে যিহেতু তেওঁ ডাইৰেক্ট ক'ব নোৱাৰে, তেওঁ এজন ৰাজ্যৰ মূখ্যমন্ত্ৰী না
@flyingbird131
@flyingbird131 2 ай бұрын
সঁচাকৈ মানুহে তাকে বুজি পোৱা নাই।মিয়া খেদিবলৈকে কৈছে মাত্ৰ মাৰ ধৰ নকৰিবলৈ কৈছে
@anilboro4741
@anilboro4741 2 ай бұрын
নাই নাই মিঞা আৰু মাৰোৱাৰী বিহাৰী খেদিব লাগিব
@skmelodies2717
@skmelodies2717 2 ай бұрын
ইয়াক কোৱা হয় গুৰি কাটি পাতত পানী
@videomediaindia6177
@videomediaindia6177 2 ай бұрын
ধন্যবাদ
@DebarunDutta-r5l
@DebarunDutta-r5l 2 ай бұрын
এইবাৰ ২৬ চনত উত্তৰ টো দিব লাগিব। ৰাইজে চিন্তা কৰিব লাগিব
@nayan.j
@nayan.j 2 ай бұрын
কংগ্ৰেছত থাকোতে আনি বহুৱাইছিল৷ মৰম এৰিব পৰা নাই৷ 😂😂
@DebarunDutta-r5l
@DebarunDutta-r5l 2 ай бұрын
মহোদয় আপুনি কি কথা কৈছে। আপুনি অসমীয়া মানুহৰ ওপৰত কি হৈছে দেখা নাই নেকি
@digitallearning2.0
@digitallearning2.0 2 ай бұрын
আৰক্ষী বাহিনীৰ কঠোৰ হব লাগে,, যাতে অসমত কোনোধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ নহয় তাৰ বাবে,, আৰক্ষী বাহিনীক অনুৰোধ কৰিছোঁ।
@deepjyotihrishikesh
@deepjyotihrishikesh 2 ай бұрын
আচৰিত। মিঞা বাংলাদেশী ক খেদাত বাধা কিয় দিছে। এই বিলাক কি। বাৰে বাৰে কৈ থাকে বাংলাদেশীক খেদিব লাগে। এতিয়া আৰু CM য়ে কিয় বাধা দিলে
@ranjankakati4844
@ranjankakati4844 2 ай бұрын
এই চৰকাৰৰ কুকুৰ বিলাকৰ কাৰনে আজি মিয়াই বেয়া কৰ্ম কৰিবলৈ সাহস পাইছে।হিমন্ত বিশ্ব শৰ্মা অসমৰ ব্যৰ্থ মুখ্যমন্ত্ৰী।তেও সোনকালে পদত্যাগ কৰিব লাগে।
@KK.Everywhere
@KK.Everywhere 2 ай бұрын
Tor belere anisile Miya 2014 Snr agot
@gautamsaikia3564
@gautamsaikia3564 2 ай бұрын
এবাৰ সকলো সলনি কৰিব লগে।।।cm আৰু কিবা কিবি যদি মিয়াক চাপৰ্ট কৰিছে
@Bigbossjhvfuik
@Bigbossjhvfuik 2 ай бұрын
সেইকাৰণে অপৰাধী বিলাকে উচুটোনি পাই.... গেদা বোৰে জানে যিমানে কি কৰিলেও চৰকাৰ আমাৰ লগত..... সেই কাৰণে তেখেতৰ উপৰ্দ্ৰব দুগুণ ই বাহি গৈছে
@flyingbird131
@flyingbird131 2 ай бұрын
মিয়া খেদিবলৈকে কৈছে,,কিন্তু আইন হাতত তুলি নলবলৈ কৈছে,যদি মাৰ ধৰ কৰে তেনে সিহঁতিও আন মানুহবোৰক মাৰিবলৈ লব ন' গতিকে মুখ্যমন্ত্ৰীয়ে উচটাইটো দিব নোৱাৰে। কিন্তু তেওঁও বিচাৰিছে যে মিয়া যাওঁক। slow poisoin ত মিয়াক মাৰিব লাগিব আৰু খেদিব লাগিব।👍
@monjilmusic9534
@monjilmusic9534 2 ай бұрын
আমি মিঞাৰ লগত তালিবানেই,অলকাইদা আছে,আমি মিঞাক ঘণ্টাডাল কৰিব নোৱাৰে আহোমসকলে।
@flyingbird131
@flyingbird131 2 ай бұрын
@@monjilmusic9534 কেলা উজনিৰ পৰা তালি টোপোলা বান্ধি পলাইছে,,সি আকৌ কথা কৈছে শুন! চাল্লা মিয়াৰ জাতে মাছ নিদো বুলিছিল নহয় এতিয়া কিয় অসমীয়াৰ ওচৰত ক্ষমা খুজিব লগীয়া হ'ল? উপাৰ্জনৰ পথ বন্ধ হৈ পৰিল না,,এইয়া trailer হে বাকী চাই থাক তহঁতক কি দৰে অসমীয়াই বাহিৰ কৰিব।ঘেন্তা তহঁতৰ তালিবান,, ইমান সহজ পাইছ হা!ভালেই হ'ল তহঁতি অসমীয়াক জগাই তুলিলি,, নতুন আইন কানুনে তহঁতক কি দিন দেখুৱাব সেইয়া হাঁহি হাঁহি উপভোগ কৰিম।👍
@BiswajitGogoi-eh6hh
@BiswajitGogoi-eh6hh 2 ай бұрын
এইবোৰৰ কাৰণে সুবিধা পাইছে সকলো সময়তে ৰাজনীতি ভাল নহয় ।
@MIZANURRAHMAN-xp4pm
@MIZANURRAHMAN-xp4pm 2 ай бұрын
Good 👍
@rajkumardihingia2331
@rajkumardihingia2331 2 ай бұрын
এনে কৰিলে ২৬ৰ পিছত জেলযাত্ৰা খাটাং
@KalpanaHatiboruah
@KalpanaHatiboruah 2 ай бұрын
প্ৰথম কোনে কৈছিল মিয়া খেদক বূলি। চাবচোন।
@nayankumarpawe2671
@nayankumarpawe2671 2 ай бұрын
কথা টো হল এনেকুৱা উচতাই গাই গৰু হাল বোৱাই পৰাচিতত ধন দিওঁতা নাই।
@rituparnasaikia1701
@rituparnasaikia1701 2 ай бұрын
ভাৰত বৰ্ষৰ সংবিধানৰ আইনৰ গণ্ডীৰ থকা অবস্থাত যাঠি জোং ফটকা ফুটাই জুই লৈ বনৰীয়া হাতী খেদাৰ দৰে মিঞাক কোনোবা জাতীয় সংগঠনে খেদিবলৈ যোৱাটো হাস্যকৰ! কাৰণ বিদেশী খেদা আন্দোলন কৰিবলৈ প্ৰায় ৬বছৰ লাগিছিল আৰু খেদিবও নোৱাৰিলে!
@______________Ss23
@______________Ss23 2 ай бұрын
গগৈ আৰু শৰ্মা এই অনা মিয়া এই বোৰ 😂
@किरण2021
@किरण2021 2 ай бұрын
😂😂😂.... সেই কাৰণে প্ৰথমতে মই কমেন্টত কৈছিলো... খোজ সাবধানে দিয়ক... পিছলৈ যাতে এনেকুৱা নহয় নিজৰ হাতৰ কুঠাৰ নিজৰ ভৰিত পাৰিব লগা নহয়... মিঞা খেদিম বুলি যি আন্দোলনৰ ভাবুকি দিছে তেঁওলোকক সুধিছোঁ... মিঞা বোৰ ভাৰতীয় নাগৰিক হয় নে নহয়... যদি নহয় তেন্তে তেঁওলোক বিদেশী... যদি বিদেশী তেন্তে অসমত আছে কেনেকৈ... আৰু যদি ভাৰতীয় নাগৰিক হয় তেন্তে সাধাৰণ জনতাক কিয় মিছা আস্বাস দি লতিঘটি খুৱাইছে... অসম অসমীয়াৰ বিপদ মিঞাৰ পৰা নহয়... বিপদ অনা অসমীয়া বিহাৰী মাৰোৱাৰী উত্তৰ ভাৰতৰ বেপাৰী বোৰৰ বাবে হে... গাঁৱে ভূঞে নগৰে চহৰে এবাৰ চকু দুটা মেলি চাবচোন... কি পৰিস্থিতিৰ সৃষ্টি হৈছে... যদিও মূখ্য মন্ত্ৰীয়ে সুযোগ লৈছে... কিন্তু সেইটো তেঁওৰ কৰ্তৱ্য.. সুৰক্ষা দিবই লাগিব কাৰণ তেঁওলোক ভাৰতীয় নাগৰিক...
@reshminamondal653
@reshminamondal653 2 ай бұрын
BJP Jindabad...Ami BJP,kei vote dim
@zGLoverboy
@zGLoverboy 2 ай бұрын
অসমীয়াৰ ওপৰত সিহঁতে হাত তুলিব আৰু আমি আইন হাতত তুলিব নালাগে
@NayanDeka-u9u
@NayanDeka-u9u 2 ай бұрын
এতিয়া মূখ্যমন্ত্ৰীয়ে পাল্টি নেমাৰিব
@SADAGARMILI
@SADAGARMILI 2 ай бұрын
👍👌👌👍
@ArupSonowal-r7h
@ArupSonowal-r7h 2 ай бұрын
CM Himantar Asal Rup Aya Dekhile Raij
@JunAliKumarAshique
@JunAliKumarAshique 2 ай бұрын
Pranjit das kun hoi nogaon or ghotonar avijukto aitu neuz bojabo lage
@ZubinRabha-p
@ZubinRabha-p 2 ай бұрын
Miya Miya কৈ ৰাজনীতি কোৱা মানুহ বিশ্ব কৰ্ম 😄 লাজ নালাগে নে
@budheswarnath6516
@budheswarnath6516 2 ай бұрын
কথাটো বুজি পাইছে নে ৰাইজ ???
@HasanAli-dn8ck
@HasanAli-dn8ck 2 ай бұрын
সান্তিৰ অসম অসান্ত কৰিব বিচাৰে । ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকল ওপৰত আপানা লোকে ৰাজনীতি নকৰি ভাতৃ বুদ বজাই ৰাসক
@bakulboruah2026
@bakulboruah2026 2 ай бұрын
মানে খুদ হিমন্ত বিশ্ব মিঞাঁৰ পক্ষত আছে।
@KhruloraPatar-yt3cf
@KhruloraPatar-yt3cf 2 ай бұрын
Cm kio koise buji Paisa janu tome .
@KhruloraPatar-yt3cf
@KhruloraPatar-yt3cf 2 ай бұрын
Miya khedib lage . Kinto Mari piti nhoi .
@krishnokachari7913
@krishnokachari7913 2 ай бұрын
Himonta Miya😅😅😅( title change kori dile....
@anamikatalukdar774
@anamikatalukdar774 2 ай бұрын
Right, Miya khedok, kothur hoi kintu Mari piti nohoi heitu bujaise, nohole law and order buli kotha ase....
@anamikatalukdar774
@anamikatalukdar774 2 ай бұрын
CM sir e kiyo koise bhabok, ami Mari piti khedar koi hehotok kaam diya bondho koribo lage, hehotor pora eku kinibo nalage....tenekuwa kisuman steps lolei hehotor bipad hobo ....
@nayankumarpawe2671
@nayankumarpawe2671 2 ай бұрын
মামাৰ এইবোৰ নাটক ৰাইজ এতিয়া বুৰ্বক নহয়।
@rakibulali550
@rakibulali550 2 ай бұрын
নিউচ প্ৰচাৰ কৰিব নোৱাৰা যদি। নিউচ কৰিবলৈ আহা কিয়।
@SamujjalBoaur
@SamujjalBoaur 2 ай бұрын
Miya haatao axom bosaa
@paranali8636
@paranali8636 2 ай бұрын
Good speech cm sir
@nipondeka2057
@nipondeka2057 2 ай бұрын
Miya nohole himanta r rajniti nosole😂😂 akou abr gom powa gol
@JatinHazarika-ex2xq
@JatinHazarika-ex2xq 2 ай бұрын
ভোট বেংকৰ কথা আছে ভাই।😂😂😂
@BandanaDhar-b9i
@BandanaDhar-b9i 2 ай бұрын
মিয়াক নেখেদিবি ঐ পিছৰখিনি লিখিবলে ভয় লাগিছ |মোকো যদি জেলত ভৰাই থয়😂😂😂😂😂😂
@AnuChutia-o9w
@AnuChutia-o9w 2 ай бұрын
Aku nohoi.. kobole hobo dekhor karone aandulon kori jailor hoisu buli😅
@K.G-z-I6b
@K.G-z-I6b 2 ай бұрын
এই ফটোৱা টোৱে নিউজটো বেলেগ ফালে টানি লৈ গৈছে ।
@bharatbaruah5702
@bharatbaruah5702 2 ай бұрын
Namak এতিয়াহে ভাল দৰে বুজি পোৱা যাব
@SamRock369
@SamRock369 2 ай бұрын
Katappa Mama Your Using Everyone Great
@anowarhussainkhan5731
@anowarhussainkhan5731 2 ай бұрын
যুগ যুগ ধৰি অসমত বসবাস কৰি আছো। আমাক কোনোবাই খেদিবলৈ আহক।কোনে‌ খেদা খায় দেখা যাব। সকলো বস্তুৰ এটা সীমা থাকে। কোনোবাই বেয়া কাম কৰিছে মাৰি পেলাওক আপত্তি নাই। গোটেই মিয়া জাতি লৈ নকব। নহ'লে মাৰিব আহিলে মৰিবও লাগে এইটো ভালকৈ জানে সকলোয়ে।
@youtubetv9392
@youtubetv9392 2 ай бұрын
তই মূৰ্খ গৰিয়া নহয় মানে মিঞা হে মনত ৰাখিবি মূৰ্খ খিলঞ্জীয়া গৰিয়া বা মূচলিম মিঞা নহয়
@kamrulislambarbhuiya8887
@kamrulislambarbhuiya8887 2 ай бұрын
Thanks CM Himantha Biswa Sharma Sir rajdhormo palon korisa.
@pradipkumardas7571
@pradipkumardas7571 2 ай бұрын
Mamak Miya vote lage
@ramensaikia5553
@ramensaikia5553 2 ай бұрын
বুজি পালোঁ 😁
@_____memebazzar____7644
@_____memebazzar____7644 2 ай бұрын
Good step❤
@azaharahmed8663
@azaharahmed8663 2 ай бұрын
মিয়া ৰাজনীতি বান্ধ হব লাগে
@SubhashDas-x8q
@SubhashDas-x8q 2 ай бұрын
Vote bank
@jayantachouhan7237
@jayantachouhan7237 2 ай бұрын
Val kotha koise Mama
@AbuHannansekh56
@AbuHannansekh56 2 ай бұрын
Himanta jindabaad 🎉
@pabitrajamatia-h7d
@pabitrajamatia-h7d 2 ай бұрын
Gol bjp jabo aibar
@ratulrajbongshi928
@ratulrajbongshi928 2 ай бұрын
তেতিয়ালৈকে অসম চৰকাৰ অসমীয়াৰ হৈ থাকিব ্্্ তেতিয়া লৈকে সঙবিধান থাকিব। যোনদিনাখন মিঞাৰ চৰকাৰ হ'ব তেতিয়াৰ পৰা বাঙলাদেশী সঙবিধান অসমত বলবৎ হ'ব। পৰিণতি আজিৰ বাঙলাদেশ।
@monalishakutumkutum2296
@monalishakutumkutum2296 2 ай бұрын
বি জে পি চৰকাৰ নহল হেতেন মিঞাই আৰু দপদপনি বাঢ়িল হেতেন
@arupdutta2554
@arupdutta2554 2 ай бұрын
Gourav gogoi akhil Gogoi congress jindabad
@youtubetv9392
@youtubetv9392 2 ай бұрын
আচল কথা ওলাই গ'ল যে কংগ্ৰেছি হিমন্ত এতিয়া বিজেপিত আহিও মিঞা প্ৰেম পাহৰি যাব পৰা নাই এফালে আকৌ বিষেশ সম্প্ৰদায়ৰ বুলি কথা কৈ চিয়ৰি চিয়ৰি ৰাজনীতি মেল পাতে এই হৈছে অসম ৰাজনীতি মূৰ্খ মানুহ নিজৰ হোবিধা কাৰণে মূখ্যমন্ত্ৰী হোৱা পৰিনাম
@binodsaikia1882
@binodsaikia1882 2 ай бұрын
অসমীয়া ওপৰত গজী থকা মিঞা কেইটাক কি ক'ব?
@NabajyotiBaruah-k2z
@NabajyotiBaruah-k2z 2 ай бұрын
Mama good advice.
@starllvt
@starllvt 2 ай бұрын
নিজেই উচটনি দিছে কিবা হলে আপোনাৰ চৰকাৰে দোষি হব
@KUSUNGTRADERS
@KUSUNGTRADERS 2 ай бұрын
অলপ ভালকৈ নিউজ কৰ,
@anamikatalukdar774
@anamikatalukdar774 2 ай бұрын
CM sir or kotha khini beleg rup nidibo
@AbdulRahman-p1u5d
@AbdulRahman-p1u5d 2 ай бұрын
প্ৰকৃততে অপৰাধীক কোনো সাম্প্ৰদায়ীক দিশত বিশ্লেষন নকৰিব যিহেতু মিঞাই কৰা অপৰাধৰ সমান্তুৰালকৈ অনা মিঞা মানুহেও কম বেছি পৰিমানে একেধৰনৰ অপৰাধ সংঘটিত কৰিছে সেয়েহে অপৰাধীক সদায়ে অপৰাধী সিচাবেহে অভিসিত কৰিব লাগে । কেৱল অপৰাধীক হে আইন গত বা বে আইনি ভাবে কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে জাতিটোক মাজলৈ টানি আনিব নালাগে এনে ৰ্কাযই ৰাজ্যখনত অশান্তুিৰ সৃষ্টি কৰিব ফলত মিঞা আৰু অনা মিঞা কিছু ৰ্নিদোষী মানুহে হাৰাহাষ্টি ভুগিব ।জাতি বা জনশিতকৰ কামৰ পৰিকল্পনা হাতত লোৱাৰ আগতে কামৰ পৰিনতিৰ বিষয়ে ভালকৈ চিন্তা কৰি লব লাগে যাতে পাছত অনুতাপ কৰিব নালাগে।অপ্ৰিয় হলেও সত্য যে মিঞা বনুৱাৰ বিহনে অসমীয়া জীৱন যাত্ৰা স্তব্ধ হৈ যোৱাৰ এটা পৰিবেষ অামাৰ সমাজত আমি নিজে গঢ়ি লৈছো।
@ab.barkhiya786
@ab.barkhiya786 2 ай бұрын
Good cm sir
@NilChand-m1d
@NilChand-m1d 2 ай бұрын
Jai shree ram
@আইনষ্টাইনৰ_জোঁৱাই
@আইনষ্টাইনৰ_জোঁৱাই 2 ай бұрын
Indirectly mamai miya khedi bagabo koise
@RajuKalita-q8y
@RajuKalita-q8y 2 ай бұрын
Cm a number one miya
@moniadas2378
@moniadas2378 2 ай бұрын
অসমৰ ৰাইজে বুজা উচিত যে তেওঁ এজন মূখ্যমন্ত্ৰী হয় সংগঠনৰ নেতা নহয়.. গতিকে তেওঁ সাধাৰণ জনতাক কাৰোবাক হত্যা কৰিবলৈ পৰামৰ্শ দিব নোৱাৰে। বাকি আমাক প্ৰতিবাদ কৰিবলৈ পূৰ্ণ সমৰ্থন দিছে যাতে এই প্ৰতিবাদে দিল্লী কপাই তোলে আৰু ভাৰত চৰকাৰে এই মিয়া খোপাক খেদাৰ ব্যৱস্থা কৰে
@rijubasumatary4410
@rijubasumatary4410 2 ай бұрын
आपने सही कहा समझ ने की जरूरत है और सभी समझ भी गए होंगे लेकिन इसमें उसकाने वाली कमेंट चामसा लोगों ने किया है
@Universaltruth84272
@Universaltruth84272 2 ай бұрын
Sabbas cm sir Anekai frre hand dibo laage #GO_BACK_MIYA #BOYCOTT_MIYA #BOYCOTT_MIYA_SUPORTER
@Rana-hg8hg
@Rana-hg8hg 2 ай бұрын
জনজাতি কৰণ বানপানীৰ সমস্যা নিবনুৱা সমস্যা মূল্য বৃদ্ধিৰ সমস্যা কৰৰ সমস্যা ভূমিৰ কেলেংকাৰীৰ লগতে অন্যান্য সমস্যা সমূহত গুৰুত্ব দিব লাগে জনসাধাৰণে লগতে কা বলবৎ কৰি অসমক দ্বিতীয় ত্ৰিপুৰা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বিজেপি চৰকাৰে, বৰাক অসমতেই কিন্তু বৰাকত অসমীয়া ভাষা সংষ্কৃতি জাতি জনগোষ্ঠীৰ কি অবস্থা এবাৰ অসমৰ জাতি জনগোষ্ঠী সকলোৱে ভাবি চাব লাগে, সেই সমূহ ডাইভাৰ্ট কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে কিছুমান ধূৰন্দৰ শিয়াল নেতাক ব্যবহাৰ কৰি
@dipengogoi5076
@dipengogoi5076 2 ай бұрын
মুঠতেই মিঞা খিদিব লাগে কৈছে ভাল দৰে খিদিব কৈছে।
@jaiaiiaxom
@jaiaiiaxom 2 ай бұрын
CM এ কৈছে এটা আৰু নিউজ চেনেলটোৱে বুজাব বিচাৰিছে বেলেগকৈ
@chandankn
@chandankn 2 ай бұрын
first time himantak kiba bhal katha kuwa xunilu
Wait for the last one 🤣🤣 #shorts #minecraft
00:28
Cosmo Guy
Рет қаралды 17 МЛН
Friends make memories together part 2  | Trà Đặng #short #bestfriend #bff #tiktok
00:18
Will A Basketball Boat Hold My Weight?
00:30
MrBeast
Рет қаралды 123 МЛН
Não sabe esconder Comida
00:20
DUDU e CAROL
Рет қаралды 55 МЛН
Wait for the last one 🤣🤣 #shorts #minecraft
00:28
Cosmo Guy
Рет қаралды 17 МЛН