উজনিত আশানুৰূপ নহয় বিজেপিৰ সদস্যভৰ্তি অভিযান

  Рет қаралды 3,446

The CrossCurrent

The CrossCurrent

Күн бұрын

#graphiccontent
উজনিত আশানুৰূপ নহয় বিজেপিৰ সদস্যভৰ্তি অভিযান। সদস্যভৰ্তি অভিযানত নামিল খোদ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

Пікірлер: 23
@UpenDeka-t9r
@UpenDeka-t9r 4 сағат бұрын
Smart Miter, মূল্য বৃদ্ধি, নিবনুৱা সমস্যা, উচ্ছেদ অভিযান, হিন্দু-মুছলিম, নেতা সকলৰ অহঙকাৰ,কৰ বৃদ্ধি ইত্যাদি বিভিন্ন প্ৰকাৰৰ কাৰণে বিজেপি চৰকাৰৰ পলোভন বাবে ৰাইজ অতিষ্ঠ হৈ পৰিছে। ৰাইজে পৰিবৰ্তন বিচাৰিছে।
@ranjugogoi4117
@ranjugogoi4117 4 сағат бұрын
Bjp ৰ দম্ভ বাঢ়িছে
@SubhasonTaye
@SubhasonTaye 4 сағат бұрын
Very good news
@MojahidulIslam-ok7rr
@MojahidulIslam-ok7rr 4 сағат бұрын
বিজেপিক এইবাৰ উজনিৰ ৰাইজে বিধায়ক দিব কাৰন বিজেপি নেতাৰ মুখৰ কথাৰ দাম নাই😊
@kishoridas6447
@kishoridas6447 4 сағат бұрын
সদস্য ভৰ্তি অভিযানত ইমান হাইপ্ৰফাইল নেতাৰ দৰ্কাৰ বাৰুকৈয়ে আছে। গৌৰৱ গগৈ যোৰহাটত জিকি সকলো ওলত পালত কৰি দিলে। ইফালে ৰানা গোস্বামীৰ দৰে নেতাই প্ৰাক্তন অধ্যক্ষ মাননীয় Hitendra Nath Goswami দেৱৰ ৰাজনৈতিক অৱসৰৰ বাবে অপেক্ষা কৰি আছে। পাকে প্ৰকাৰে সদস্য ভৰ্তি, পৰীক্ষা, উচ্ছেদ অভিযান আদি বেচিকৈ প্ৰচাৰ চলাই বেচিকৈ হুলুস্থূল কৰি আছে। ২৬ত বিজেপিৰে চৰকাৰ হব সদস্য নহলেও কথা নাই।
@akashchoudhury8630
@akashchoudhury8630 3 сағат бұрын
খালে খালে খালে সব খালে ৰিনিকি ভূঞাই।
@Bg22224
@Bg22224 4 сағат бұрын
Smart Meter কেইটা মুৰত মাৰি দিম , আহিবি
@SangitaboruahSangitaboruah-j9l
@SangitaboruahSangitaboruah-j9l 4 сағат бұрын
বিজেপিক লোকসভা নির্বাচনতেই উজনি ৰাইজে বিদায় দিলে। এতিয়া প্ৰলোভনেৰে সদস্য ভতি কৰালেও লাভ নহব ভোট কংগ্রেছক হে দিব।
@aruncharoh6722
@aruncharoh6722 4 сағат бұрын
Mojaa 😅
@RajibKashyap-yk8zc
@RajibKashyap-yk8zc 4 сағат бұрын
BJP hatao 6th Community basao No ST No Rest No Vote
@patraranjanburagohain7722
@patraranjanburagohain7722 4 сағат бұрын
আমাৰ শদিয়াত আধাৰ আৰু পেন কাৰ্ড লিংক কৰিম কৈ মানুহক অ টি পি লৈ ভৰ্তি কৰিছে, আৰু অলপ পাছত মেচেজ টো বিজেপিত ভৰ্তি হোৱা বুলি আহিছে বুলি ফোন কৰি কলে ফোনটো কাতি আৰু ৰিচিভ নকৰে
@RajuKumar-vh6mp
@RajuKumar-vh6mp 4 сағат бұрын
Opai nai BJPr membership nohole Aruunudoi ba Teaneck dhoronor sar kari hubidha napam. Vot kak dibo Samoiey kob.
@rahulaxom2603
@rahulaxom2603 3 сағат бұрын
Karon.. Ujoni Axom baxi e nijor bibek k aag sthan disey.. 🙏🙏🙏
@SerenePinkFlamingos-kz1vk
@SerenePinkFlamingos-kz1vk 4 сағат бұрын
Ujjonit tholua khilonjiyar jubokor uporot bohut oittasaar korise BJP a ,eku ata business koribo nidiye ,BJP mote okol onaokhomiyai he business koribo laage,hei karone vote diya nohobo
@HifjurRahman-f1l
@HifjurRahman-f1l 4 сағат бұрын
Ahokar besi hoisy.
@HariPrasadSwargari
@HariPrasadSwargari 5 сағат бұрын
Mr.Gurab Gogoi jodi aata' Face'hay ''2026'' nerbason hoyto ''Taitanic '' jahaj dubibo...
@dilipbaishya8813
@dilipbaishya8813 3 сағат бұрын
চৰকাৰ বিফল
@basantaborgohain5372
@basantaborgohain5372 3 сағат бұрын
একো ফালিব নোৱাৰে , দালাল গালে! উজনিত।
@healthworld9935
@healthworld9935 3 сағат бұрын
Bralatok kela dekhib mn nai.
@rahulaxom2603
@rahulaxom2603 3 сағат бұрын
Margherita ne ki heitu dekhile sun.. Kiba telia telia lage.. 😂😂😂 aru koila piyaj hazarika ahile tu aru nahe manuh... 😊
@akangsyabora8321
@akangsyabora8321 4 сағат бұрын
Misa kotha . B j p jindabaad
Как подписать? 😂 #shorts
00:10
Денис Кукояка
Рет қаралды 6 МЛН
Do you choose Inside Out 2 or The Amazing World of Gumball? 🤔
00:19
小丑妹妹插队被妈妈教训!#小丑#路飞#家庭#搞笑
00:12
家庭搞笑日记
Рет қаралды 36 МЛН
Men Vs Women Survive The Wilderness For $500,000
31:48
MrBeast
Рет қаралды 104 МЛН
Как подписать? 😂 #shorts
00:10
Денис Кукояка
Рет қаралды 6 МЛН