ডাউকি-চেৰাপুঞ্জী ভ্ৰমণলৈ যোৱা অসমৰ পৰ্যটকৰ হাহাকাৰ।

  Рет қаралды 78,298

DY365

DY365

Күн бұрын

ডাউকি-চেৰাপুঞ্জী ভ্ৰমণলৈ যোৱা অসমৰ পৰ্যটকৰ হাহাকাৰ। স্থানীয় লোক আৰু মেঘালয়ৰ জাতীয় সংগঠনে বাধা দিলে অসমৰ বাহন চলাচলত। মেঘালয় আৰক্ষীৰ আশ্বাসক অংগুষ্ঠ খোদ মেঘালয়ৰ স্থানীয় লোকৰ।
#shillong #assamtourist #dy365
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Пікірлер: 443
@utpalpatowary5721
@utpalpatowary5721 Ай бұрын
এতিয়াৰ পৰা মেঘালয়ৰ নম্বৰ প্লেট থকা গাড়ী অসমত চলাযলত বাধা দিয়া উচিত ৷
@monsterassam2672
@monsterassam2672 Ай бұрын
Guwahati t available 😅
@mrmajuli8736
@mrmajuli8736 Ай бұрын
অসমৰ পৰা মেঘালয়লৈ যোৱাৰ সকলো ৰাস্তাৰ ঘাট,খোৱাৰ খাদ্য সামগ্ৰী আহা যোৱা বন্ধ কৰি দিছিলেই খাছী চিধাই লাইনত আহি যাব। আৰু এটা কথা অসমৰ পৰা মেঘালয়লৈ ফুৰিবলৈ যাব লাগে কিয় ? অসমত ফুৰিবলৈ ঠাই নাই নেকি ?
@rajeshhazarika1663
@rajeshhazarika1663 Ай бұрын
চব জহৰা হয় সেইবোৰ😡
@saswatpritambaruah6981
@saswatpritambaruah6981 Ай бұрын
Hosa kobole nai😂. But yes, they can visit Arunachal instead.
@Partha_Protim_Borah
@Partha_Protim_Borah Ай бұрын
মেঘালয়ৰ পৰা অহা বোৰক খানাপাৰাত বন্ধ কৰি দিব লাগে।।।
@pradiptumung2527
@pradiptumung2527 Ай бұрын
ML number Gari Khanapar t detain koribo lage
@noorlaskar9974
@noorlaskar9974 Ай бұрын
কোন দিন ও হবে না। কারন ট্রাইবেল যা ছায় থা পারে। আমাদের মানুষ একথা হতে পারে না। তাই ইঠা সম্ভব নায়।
@BabluDas-hn3xy
@BabluDas-hn3xy Ай бұрын
Ri8
@bitoponsonowal9341
@bitoponsonowal9341 Ай бұрын
Nuwaribo, assam police a moriai maribo !!!!!
@indrajitgogoi5448
@indrajitgogoi5448 Ай бұрын
Dom axe???
@arealsoldierlife7679
@arealsoldierlife7679 Ай бұрын
খুব ভাল হৈছে, লাজ পাব লাগে অসম চৰকাৰে
@rajeshhazarika1663
@rajeshhazarika1663 Ай бұрын
হয়
@radhachura11
@radhachura11 Ай бұрын
Himasure meghaloyat christan utsed kori, church bhagi hindi coloney bonabo bisare😊
@Zimbabar574
@Zimbabar574 Ай бұрын
​@@radhachura11pagolor dare kotha nokobo.iyat church aur mandir mudda kor pora ahil.meghalaya public bure badha dise je teolukar gadit he meghalaya ghuribo paribo.axomor gadit nohoy
@hriday_gaming12
@hriday_gaming12 Ай бұрын
​@@Zimbabar574 aa bad diya bhaiii pagal manuh gilai ako najana ke ji ti boki thake
@shanki360
@shanki360 Ай бұрын
​@@radhachura11 miya kela mondir kori kori atiya church t ahi goli , tarpaxot ki guduwar t ahibi niki ? Xob jagat dhormo k loi anibi madrasa chap
@Hemanta104
@Hemanta104 Ай бұрын
খুব ভাল হৈছে---খাচিয়াৰ পুকৰ চেলেকিবলৈ অসমৰ পৰা যোৱা কেইটাৰ এনেকুৱা হ'ব লাগে।ফুৰিবলৈ যাবলৈ পৃথিৱীত আৰু ঠাই বিচাৰি নাপায় ইহঁতে।খাচিয়াৰ মনোভাৱ অসমৰ মানুহৰ প্ৰতি আগৰ পৰাই বেয়া।
@hriday_gaming12
@hriday_gaming12 Ай бұрын
Kela toi jabo Akkad niii belege gelii ... Gand jole .. laz Napa .... Mennerless 😂😂
@rajkumardihingia2331
@rajkumardihingia2331 Ай бұрын
মই একমত...
@rajkumardihingia2331
@rajkumardihingia2331 Ай бұрын
পুকৰ নহয় হেৰ পকৰ,পিছে আমাৰবোৰে সেইটো চেলেকি ভালপায় হবলা সেয়ে এইবোৰ...
@BirestBey
@BirestBey Ай бұрын
Stop supply from Assam in Meghalaya for one Month please 😂
@SolomonNokrek
@SolomonNokrek Ай бұрын
😂😂😂 stop no problem.
@Vir-vl4ul
@Vir-vl4ul Ай бұрын
​@@SolomonNokrekmeghalaya ke log stupid hai ya oversmart
@amarjitsandilya1236
@amarjitsandilya1236 Ай бұрын
পৰিয়াল লৈ মেঘালয় লৈ যোৱা তো এতিয়া বিপদজনক। মাত্র 6 মাহ অসমীয়া বোৰে মেঘালয় বৰ্জন কৰিলে , খাছীয়া ৰ নেগুৰ পৰি যাব।
@MuninGoswami
@MuninGoswami Ай бұрын
অসম চৰকাৰ নিদ্ৰামগ্ন নেকি। অসমতো কোনো গাড়ী সোমাব দিব নালাগে মেঘালয়ৰ নাম্বাৰৰ।
@jaiaiiaxom
@jaiaiiaxom Ай бұрын
আৰু আমাৰ অসমৰ নিৰ্লজ্জ কিছুমানে দুদিন বন্ধ পালেই মেঘালয় দৌৰ মাৰে, মেঘালয়ৰ তুলনাত আমাৰ অসমতেই বহুত চাবলগীয়া জেগা আছে
@pradiptumung2527
@pradiptumung2527 Ай бұрын
Meghalaya juwa sob Gari bandh kori dibo lage aru ahibou dibo nalage. Tetia he got pabo
@noorlaskar9974
@noorlaskar9974 Ай бұрын
ঠিক কইছ ও কি দরকার। মেঘালয়েত জাওয়ার। আমাদের মানুষ ট্রাই বেলের এ জন্য মার কায়।
@noorlaskar9974
@noorlaskar9974 Ай бұрын
আসামের মানুষ মেঘালয়ে কাজ ও করে। মাইর ও কায়। আবার ট্যুরিষ্ট হয়ে ও যায়। আবার বলে আমাদের গাড়ি যাইতে দের না। নিলজ্জ মানুষের এটা থ হবেই। কারন তারা কি বলছেনি যে এসে আমাদের অকানে ।
@rajeshhazarika1663
@rajeshhazarika1663 Ай бұрын
একদম ঠিক কথা
@Anitgarden
@Anitgarden Ай бұрын
Xossa koi
@makhangorh5914
@makhangorh5914 Ай бұрын
Emergency কাম নাথাকিলে , মেঘালয় যোৱা বন্ধ কৰিব লাগে
@manojbaishya1553
@manojbaishya1553 Ай бұрын
Boycott Meghlay
@dipubora1751
@dipubora1751 Ай бұрын
অসমৰ ৰাস্তা বন্ধ কৰি দিলেই হ'ল মেঘালয়ৰ বাবে।খেলা খতম।
@kanakrabha3239
@kanakrabha3239 Ай бұрын
লাগে দে পইছা খৰছ কৰি এনে গৈ থাকে অসমতে কিমান জগা আছে ফুৰিব। অসমৰ মানুহে মেঘালয় বাদ দি ভূটান অৰুণাচল যোৱা কৰিলে নিজে নিজে ঠিক হব। খানাপাৰা পৰা মেঘালয় গাৰি সমাব দিব নালাগে।
@BishnuBaruah-hr9uj
@BishnuBaruah-hr9uj Ай бұрын
মেঘালয়ৰ গাড়ী নালাগে মানুহবোৰক অসম আহিবলৈ দিব নালাগে।
@LorenceSangma-f2e
@LorenceSangma-f2e Ай бұрын
Meghalaya hoi kot jai Monot Rakibo, de Bhi hokol Dangor dangor kota kole nohobo bhai hmm,
@manashprotimgogoi9220
@manashprotimgogoi9220 Ай бұрын
Meghalaya hoi Scotland nohoi, nogolei hol
@Dhemajitown-j7r
@Dhemajitown-j7r Ай бұрын
Ki Bal r kotha Kobo aho kla
@angandeori1376
@angandeori1376 Ай бұрын
Thika koisa​@@Dhemajitown-j7r
@user-lx3gx4zv4f
@user-lx3gx4zv4f Ай бұрын
মানুহৰ লগত থাকি জংঘলী পৰা মানুহ হৈ আকৌ এতিয়া জংঘলী হব গৈ আছে ।
@kripanshu-r4q
@kripanshu-r4q Ай бұрын
বৰ ভাল হৈছে। যেন অসমত ঘুৰিব যেন জাগাই নাই । সকলোৱে খালি চেৰাপুঞ্জীত শ্বিলং যায়।
@MonchoykumarRay
@MonchoykumarRay Ай бұрын
Nijoke dhoni dekhabo jay ..laj nohowa kisumane
@durlavboruah4034
@durlavboruah4034 Ай бұрын
Stop 🛑 going Meghalaya
@competitivestudies4717
@competitivestudies4717 Ай бұрын
We should take a strong action against these people
@never_backdown8611
@never_backdown8611 Ай бұрын
অসমৰ মানুহবোৰে অসমখনকে চাব লাগে, ইমানবোৰ ঠাই আছে।
@pranjalpdeka6111
@pranjalpdeka6111 Ай бұрын
আমাৰ অসমৰ মানুহৰ আত্মসন্মানবোধ নাই, boycott Meghalaya, Assam Tourist নগলে ইততৰ ককাল ভাঙি পাৰিব। COVID ৰ সময়ত এবাৰ ঠেলা পাই থৈছে।
@dipunath5976
@dipunath5976 Ай бұрын
Jorabat bandha karak.Assam -Shillong no connection.Ihote kobaloi jabalagile Guwahati hoi ye tu jaba.Guwahatit xumabo nidilei hol.
@rajeshhazarika1663
@rajeshhazarika1663 Ай бұрын
একদম ঠিক কথা😡
@babajan6873
@babajan6873 Ай бұрын
চব ফালৰ পৰা গৈ আমাৰ অসম ৰ মানুহ খিনিৰ হে এনেকুৱা হয়
@rajeshhazarika1663
@rajeshhazarika1663 Ай бұрын
মহামূৰ্খ যে🤣
@sumu1453
@sumu1453 Ай бұрын
Hosa kotha koisa ​@@rajeshhazarika1663
@asikurali1982
@asikurali1982 Ай бұрын
পৰ্যটকে কিছুদিনৰ বাবে মেঘালয় বৰ্জন কৰিব লাগে, সকলো পোন হৈ যাব।
@ranjitsaharia9363
@ranjitsaharia9363 Ай бұрын
মেঘালয়লৈ যাবই নালাগে । কাংথিলাংচ'ৰ দৰে ঘটনাবোৰৰ পৰা শিক্ষা লোৱা নাই কিয় । অসমৰ গোৱালপাৰা কোকৰাঝাৰ ওদালগুৰি আদিত ইমান সুন্দৰ দৃশ্য আছে সেইবোৰলৈ কাণসাৰ নাই । নিজ ৰাজ্যৰ স্থানীয় লোকসকলৰ অৰ্থনীতি টনকীয়াল হ'ব । মেঘালয়কৰ লোকক ধনী কৰি কিতহ'ব ।
@rajeshhazarika1663
@rajeshhazarika1663 Ай бұрын
মূৰত গু থকা বোৰহে তালৈ যায়😡
@utpalpatowary5721
@utpalpatowary5721 Ай бұрын
মেঘালয়ৰ টেক্সিত মুঠেও নুঠিব । ধন জনৰ বাবে অতি বিপদজনক ৷
@birenburagohain8132
@birenburagohain8132 Ай бұрын
মেঘালয় জনসাধাৰণৰ সুমতি হোৱা উচিত যে, মেঘালয় অসমৰ অংগ ৰাজ্য।ভ্ৰাতৃত্ব বজায় ৰাখিবলৈ অনুৰোধ জনালোঁ।
@nirupamdeb2509
@nirupamdeb2509 Ай бұрын
Dokhar hoi Bhai nohoi
@user-bd9pt2jn4m
@user-bd9pt2jn4m Ай бұрын
তোৰ মোৰ টো কেলা
@ncargojang609
@ncargojang609 Ай бұрын
Sat dal buli kolu
@rajkumardihingia2331
@rajkumardihingia2331 Ай бұрын
তোমাৰ ভগবানে এতিয়া জিৰনি লৈছে আমনি নকৰিবা অ সোণ...
@ddeka6085
@ddeka6085 Ай бұрын
Kanapara t. Bonda kori deya.
@Bdjentertainment0
@Bdjentertainment0 Ай бұрын
মেঘালয়ৰ পৰা অহা সকলো গাৰি বন্ধ কৰিব লাগে!!
@rkbb8678
@rkbb8678 Ай бұрын
Why is nothing done in Assam. In Assam also Meghalaya cars should be blocked immediately.
@rupamkalita2274
@rupamkalita2274 Ай бұрын
#boycottmeghalaya
@Backpack_Buddies_
@Backpack_Buddies_ Ай бұрын
Meghalay holoni arunachal jauk hospitality saba kimn vl . Kimn dhunia dhunia place ase . Meghalaya pahori jabo . Thtr besi tel fatile
@arohanbharali2590
@arohanbharali2590 Ай бұрын
Khub bhal hoise, aru ja Shillong
@BorahDn1
@BorahDn1 Ай бұрын
Don't go shillong
@banjitchangmai4047
@banjitchangmai4047 Ай бұрын
কাজিয়া আৰম্ভ কৰক,,,,, কথা শেষ,, অসম NE,,, মূল দুৱাৰ হয়,,,, আমি ইহঁতৰ তলত থাকিব লগা হৈছে, অৰুণাচলী এ মাৰিব নগা এ মাৰিব আমি কোন তেন্তে,, কেবল চকী বচোৱাৰ কামত ব্যস্ত,,,
@abhijitpatar414
@abhijitpatar414 Ай бұрын
Laura Meghalaya 💦..1 month Assamr road block kri supply bndho kri dile koti fati jabo bokasudha htr😀..lbl dekhbo ahe bokasuda hot🤣....Assamt a phibo ahe , job kribo ahe ru Assamt k soku dekhai bokasuda ht🤣🤣🤣
@bikashpatowary4760
@bikashpatowary4760 Ай бұрын
মানে ভাৰতৰ অন্য ৰাজ্যৰ পঞ্জীয়ন থকা বাহন মেঘালয়লৈ যাব পাৰে অসমৰ নোৱাৰে। মেঘালয়ত নগলেও অসম চলিব পাৰে কিন্তু মেঘালয়ৰ মানুহ অসমলৈ আহিব লগা বাধ্য। এতিয়াৰ পৰা যাতে মেঘালয়ৰ পঞ্জীয়ন থকা বাহন অসমলৈ আহিব নোৱাৰে সেইটো বাধা দিয়ক দল সংগঠনে ।
@arupgogoi7241
@arupgogoi7241 Ай бұрын
নগলেই হল
@kdtravelingvlog2426
@kdtravelingvlog2426 Ай бұрын
Meghalaya car assamt entry koribo nidile hol..
@mohibulhoque5368
@mohibulhoque5368 Ай бұрын
তেওঁলোকৰ টেক্সিত উঠা একেবাৰে নিৰাপত্তা নাথাকিব
@Chanakya-jj7rw
@Chanakya-jj7rw Ай бұрын
Tourist নগলে খাব কি
@rajeshhazarika1663
@rajeshhazarika1663 Ай бұрын
Drugs😂
@monuranjanboruah5518
@monuranjanboruah5518 Ай бұрын
boycott meghalaya
@kankan8383
@kankan8383 Ай бұрын
Boycott meghalaya
@pradiptumung2527
@pradiptumung2527 Ай бұрын
Yes
@user-vj2kb1sb8k
@user-vj2kb1sb8k Ай бұрын
হিংসাই সকলো সমস্যাৰ সমাধান নহয় .... অহিংসাই পৰম ধৰ্ম 🙏
@poethub6430
@poethub6430 Ай бұрын
অহিংস ইহঁতক ইয়াতে অহা বন্ধ কৰিব পাৰি। বিদ্যালয় বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত ইহঁতক নাম ভৰ্তি বন্ধ কৰি দিব পাৰি। নে কি কয় বাইদেউ?
@banjitchangmai4047
@banjitchangmai4047 Ай бұрын
ধোৱা তুলসীৰ পাত আপুনি
@mrinaldas3417
@mrinaldas3417 Ай бұрын
Bro prothomote BJP hatao.. Karon BJP k meghalaya t val napai
@user-vj2kb1sb8k
@user-vj2kb1sb8k Ай бұрын
@@mrinaldas3417 সুন্দৰ মন্তব্য দিছে আপুনি , ভাল লাগিল । কিন্তু কোনে কি ভাল পায় আৰু কি ভাল নাপায় সেইটো নিজৰ নিজৰ কথা । তোমাৰ ঘৰখনৰ সদস্যই কি ভাল পায় সেইটোহে তোমাৰ বাবে গুৰুত্ব দিব লগিয়া কথা কাৰণ তোমাৰ কাষৰ ঘৰৰ মানুহে যি ভাল পায় সেইটো গুৰুত্ব দিলে কিন্তু তোমাৰ ঘৰখনৰ পৰিবেশ বিনষ্ট হবওঁ পাৰে , সেই কথা গুৰুত্ব দিয়া দৰকাৰ । ধন্যবাদ 🙏
@sumu1453
@sumu1453 Ай бұрын
​@@mrinaldas3417kela pagol ne ki toi
@nilutpaldeka282
@nilutpaldeka282 Ай бұрын
অসমত মেঘালয়ৰ পঞ্জীয়ন টেক্সী আৰু ব্যক্তিগত বাহন বন্ধ কৰিব লাগে । তাৰ উপৰিও অসমৰ পৰা সকলো সামগ্ৰী নিয়া ট্ৰাক-টেংকাৰ চলাচল বন্ধ কৰিব লাগে ।
@RituparnaPhukan
@RituparnaPhukan Ай бұрын
Boycott Meghalaya
@dibyagogoi4139
@dibyagogoi4139 Ай бұрын
তেতিয়া হলে মেঘালয়ৰ গাৰী অসমত আহা বন্ধ কৰিব লাগিব
@banibodom
@banibodom Ай бұрын
#boycott meghalaya
@binodborovlogs
@binodborovlogs Ай бұрын
অসম চৰকাৰৰ কোনো কাম নাই। ভিজা মেকুৰী হয় অসম চৰকাৰ।
@parikhitcherenga1311
@parikhitcherenga1311 Ай бұрын
😢😢😢, being People of ML, I love Assam.
@user-ki9lw9yr7u
@user-ki9lw9yr7u Ай бұрын
অসমৰ মানুহৰ লাজ থাকিলে হে
@pranabbaruah7687
@pranabbaruah7687 Ай бұрын
ভাতৃত্ববোধ ,মৰম অসমৰ মানুহে দেখুৱাব লাগিব কেৱল।বৰ্ণিত তেওঁলোকৰ গাড়ী বন্ধ কৰিব বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে,মেঘালয়ত যিদৰে তেওঁলোকৰ প্ৰশাসন ব্যস্ত হৈছে।অসমৰ বকোৰ ওচৰৰ সীমান্তৱৰ্তী অঞ্চলবোৰ উন্নত কৰক পয্যটকৰ বাবে।
@nikhilkalita2519
@nikhilkalita2519 Ай бұрын
Assom ot a emn sabo logiya thai ase ...kone jbo dise meghalaya
@rajeshhazarika1663
@rajeshhazarika1663 Ай бұрын
জহৰা নিলাজ হয় সেইবোৰ😡
@bishalpatar7366
@bishalpatar7366 Ай бұрын
Axomor pra bostu supply ngle val koi xaboi napabo tothapiu klaa xihntr he utpat besi😡😡
@subirsarkar3450
@subirsarkar3450 Ай бұрын
Atia kajiranga jua meghalaya Gari Bandhan Kari diok
@user-ot2tn5gl3i
@user-ot2tn5gl3i Ай бұрын
Very good👍👍👍👍
@frifrisona
@frifrisona Ай бұрын
Meghalaya joa Boycott koribo nuare kio tumaloke.
@rajeshhazarika1663
@rajeshhazarika1663 Ай бұрын
জহৰা নিলাজ যে সেইবোৰ😡
@sunmonihatiboruah1607
@sunmonihatiboruah1607 Ай бұрын
অলপ দিন যাবলৈ বন্ধ কৰিব লাগে তেতিয়া গম পাব
@rubullahkar163
@rubullahkar163 Ай бұрын
Boycott Meghalaya 😊
@chandandas1654
@chandandas1654 Ай бұрын
সেয়েহে মই আজিকালি মেঘালয় যোৱা বন্ধ কৰি দিছো ইহত বহুত হাৰামি হয়, বাকি ৰাজ্যৰ লগতে অসমতো বহুত ভাল ঠাই আছে ফুৰিবলৈ ।
@nabarunhazarika4571
@nabarunhazarika4571 Ай бұрын
খাছিয়া কেইটাই নিজৰ কতিত বাঁহ সোমাই আছে।।
@dipankargoswami1152
@dipankargoswami1152 Ай бұрын
Nonsense...Assam't kiyo aahibo dise... Boycott Meghalaya
@assamunlimited348
@assamunlimited348 Ай бұрын
যোৰাহাটত অসম পুলিচ লগাই মেঘালয় অহা ৰাস্তা বন্ধ কৰি দিয়ক
@user-dg6xc7xl2h
@user-dg6xc7xl2h Ай бұрын
এনেকুৱা পৰিস্তিত মেঘালয়ত কোনেও নাজাব । এইটোকলৈ আমাৰ অসম চৰকাৰ ব্যাৱস্তা কৰিব লাগে
@s.h.3236
@s.h.3236 Ай бұрын
Maximum tourist are from Assam.If Assamese start Boycotting Meghalaya then it will be your downfall like Maldives...All the best
@renudeka8391
@renudeka8391 Ай бұрын
Very good...Assam manho hastti paishy good news..Assam eibur furibo jabo nuware eibur
@rohan3_official
@rohan3_official Ай бұрын
I am from Assam but I will still say Meghalaya is far better than Assam
@123Prediction
@123Prediction Ай бұрын
Assam should do something to stop this kind of harrasment of tourist people
@maheshgogoi
@maheshgogoi Ай бұрын
Tit for Tat Peoples of Magalaya must get back soon.
@northeast7617
@northeast7617 Ай бұрын
Jorabat khanapara para sob Ml 05 Shillong gari aaha bondho kori dibo lage Guwahatit.. Return pothai dibo lage jorabat khanapara para.. Tetiya gom pabo khasiya keita kenekuwa lage..
@SanjayDas-xg2ko
@SanjayDas-xg2ko Ай бұрын
Axom sarkar atiya bujibo lage
@user-tk9gk1zf7z
@user-tk9gk1zf7z Ай бұрын
I Want Justice by CM Sir.
@BiswajitVesra
@BiswajitVesra Ай бұрын
Bohut Sundanr Jai hind
@angshu975
@angshu975 Ай бұрын
Don't allow Meghalaya registered vehicle to ply in assam
@khairulzalal3509
@khairulzalal3509 Ай бұрын
Mojja.
@user-dc7zi3vp9h
@user-dc7zi3vp9h Ай бұрын
Buhut vl kotha ,from Mumbai ❤❤
@kalpajyotirabha2337
@kalpajyotirabha2337 Ай бұрын
অসমৰ মানুহ নগলে
@chitraregonpadun7405
@chitraregonpadun7405 Ай бұрын
Moja disey . Olop hikibo lagey ML r pora unity takiley sob koribo pari
@rebajittalukdar7488
@rebajittalukdar7488 Ай бұрын
They are also right.if the situation happen with our driver than what we will do. The taxi driver income source ia only tourists for meghalaya
@subirsarkar3450
@subirsarkar3450 Ай бұрын
Axomat Iman dhunia Thai ache furiboloi, axomor manuh bore kio ai jongolot ahibo lage. Pahar aru falls Axomot dher ache.
@RajibRabha-vf3ti
@RajibRabha-vf3ti Ай бұрын
মেঘালয়ত হে অকল চাব লগা যাগা আছে নেকি অৰুণাচলত টো যাব পৰা অৰুণাচল আমাৰ অংশ নহয় নেকি, তেওঁলোকৰো টো মৰ্য্যদা বঢ়াব লাগিব না অকল মেঘালয়ৰ বঢ়ালে কেনেকুৱা হ'ব। সকলোকে মিলাই ৰাখক।❤❤❤
@abdussoburtapadar9025
@abdussoburtapadar9025 Ай бұрын
একেই অবস্থা মিজুরামতও
@sashibhatta5198
@sashibhatta5198 Ай бұрын
জানি-শুনিও কিয় গৈছিল ? শুনি থকা কথা বিলাক সঁচা-মিছাৰ প্ৰমাণ চাবলৈ !
@babluhajongeat
@babluhajongeat Ай бұрын
The police have arrested the peoples who involved in this incident
@laxmirekha1073
@laxmirekha1073 Ай бұрын
Khub bhal hoise akhomor tourist bilake aaru moza pavo lage. Ki dorkar jaboloi
@surasj7418
@surasj7418 Ай бұрын
তহঁতে আহিবি খানাপাৰা অসমলৈ পুনৰ মেঘালয় লৈ ঘূৰাই পঠাম । তেতিয়া কেনেকুৱা লাগিব মনটো । এইবোৰ সমস্যা অতি সোনকালে বন্ধ হব লাগে ।
@user-fl1yh6wn3x
@user-fl1yh6wn3x Ай бұрын
আমাৰ টপা মামাই কাৰ ঘটিতো কৰি আছে।
@jyotibrothereo1096
@jyotibrothereo1096 Ай бұрын
Jabo nalaguy. Mui meghalaya jua bandha korisu
@CMraksam
@CMraksam Ай бұрын
Meghalaya is always disturbing by khasi peoples.
@Ride_n_Roam
@Ride_n_Roam Ай бұрын
It's not khasi peoples of Meghalaya it's the cheap stupid NGO's disturbing the tourists and their own poor khasi peoples who are earning daily breads from all this tourist visits.
@North-East869
@North-East869 Ай бұрын
আৰে মেঘালয় মানুহবোৰকো আহিব দিব নালাগে অসম পৰা সোমাই হে বস্তু মেঘালয়ত যাব হিহঁতকো একেই অৱস্থা কৰিব লাগে
@apurbadas1622
@apurbadas1622 Ай бұрын
Boycott Shillong....
@BirestBey
@BirestBey Ай бұрын
Assam mot ahiba nidi ba ML car Stop to come in Assam 😂😅
@IndrajitMahatooArt
@IndrajitMahatooArt Ай бұрын
এতিয়া মামাই যি কৰে আৰু, নহলে অৰুণাচল যাম 😂
@binodsaikia1882
@binodsaikia1882 Ай бұрын
ডালেই কৰিছে অসমেহে কাকো একো কৰিব নোৱাৰে।
@rupamkalita3850
@rupamkalita3850 Ай бұрын
পৰিবহন মন্ত্রী আৰু পৰজতন মন্ত্রী অসমৰ চৰকাৰে তুপনি মাৰি অচে
@adv.mayurdas4538
@adv.mayurdas4538 Ай бұрын
Stop visiting Meghalaya, your life is more precious then visiting Meghalaya
@Deepvlogs-s8w
@Deepvlogs-s8w Ай бұрын
Mojjjjaaa
@d.m.o7698
@d.m.o7698 Ай бұрын
খানাপাৰাত মেঘালয়লৈ যোৱা যিকোনো গাড়ী বন্ধ কৰিব লাগে । খাদ্য লৈ যোৱা ট্ৰাকবোৰ ও । আৰু tpনা দেখাই গুৱাহাটীত ঘূৰি ফুৰা খাছীবোৰক সন্মানিত কৰিব লাগে
@Rameshchandra-ip8wc
@Rameshchandra-ip8wc Ай бұрын
Very good.
@b.s3077
@b.s3077 Ай бұрын
এতিয়া অসমৰ মানুহে গম পাইছে ভালেই হৈছে এতিয়া পৰা চিলঙ গৈ দেখাব নালাগে
Whoa
01:00
Justin Flom
Рет қаралды 54 МЛН
The CUTEST flower girl on YouTube (2019-2024)
00:10
Hungry FAM
Рет қаралды 40 МЛН
Muslims debate with a Hare Krishna Monk
20:51
Savya The Monk
Рет қаралды 2,7 МЛН
Whoa
01:00
Justin Flom
Рет қаралды 54 МЛН