@@harakantadeka7715 I am too small to comment on such matter However I appriciate wholeheartedly the revealation of the Mystries of incarnation of Supreme authority on the four yoogs unfolded by the most revered Satradhikar Sri Goswami in his discourse. Praying to the Allmighty to grant him long and healthy life and mental strength to impart knowledge of our various Sacred Vedas /Granthas to his disciples. Thanks.
Krishna Ram Krishna Ram Krishna Ram Hori Hori Ram 🙏🙏🙏🌺 hai Hai
@gayatriborah3530 Жыл бұрын
Krishna, Krishna Probhu, oti hundor
@rubineog9534 Жыл бұрын
Pronam probhu .sewa jonalu .
@bikashhazarikabikashhazari6298 Жыл бұрын
ব্যাসৰ পুতেক যে শোক মুনি সেই কথা তেওঁক সকলো বাপ প্রভু সকলে দাম্ভিকেৰে কয় কিন্তু সূত মুনি বা মহন্ত... এজন নীচ কূলীয়া মুনি বা মহন্তৰ হয় আৰু তেওঁৰ মুখৰ পৰা যে আঠাইছ হাজাৰ সহস্ৰ ঋষি সকলে যে পুনঃ ভগৱাত ব্যাখ্যা শুনিছিল সেই কথা বাপ প্রভু সকলে কিয় বিৱৰী কোৱা নহয়। তেওঁ যে এজন আছিল নীচ কূলীয়া বুলি। সেই বুলি কলে কিবা অপৰাধ বা ভুল কৰা হব বুলি ভাবি লোৱা হয় নেকি????
@dhrubajyotisarmah6733 Жыл бұрын
Ki bolokiche mr
@jagatborah81748 ай бұрын
সূত নীচ বা নীহ কুলিয়া বুলি ভাৰতবৰ্ষৰ কোনো ধৰ্ম গ্ৰন্থ বা পুৰাণত নাই। সনাতন হিন্দু ধৰ্মৰ প্ৰকৃত পৃষ্ঠপোষক সূত সকল। ৰামায়ণ, মহাভাৰত, গীতা আৰু পুৰাণৰ সকলোৰে সৃষ্টি সূতৰ। সম্পাদনা হে বাল্মিকী আৰু ব্যাস দেৱে কৰিছিল।
@kamalakantanath289611 ай бұрын
Gurujanar bhyakhya shuni hidayagam halu.Joy krishna.
@balendas3459 Жыл бұрын
Krishna Krishna he hari tomar Shri charanat bhakti Sawa janaisu
@munmigogoi2377 Жыл бұрын
কৃষ্ণ
@krishna5713 Жыл бұрын
Apunaloi hewa jonalu 🌹🥀🌷🙏🙏 Ami murhomotik prabhu e xoron dislle. .xoron loisilu apunar usorot prabhu ....apunar xorbotumongol kamana korisu ....KRISHNA_🌹🥀🌷🙏🙏🙏