UNIFIED PENSION SCHEME।।১০ শতাংশ ধনৰ কি হব?।। চাকৰিৰ কাৰ্যকাল কম হলে UPS ৰ সুবিধা পাবনে?

  Рет қаралды 47,815

DRISHTIKON দৃষ্টিকোণ

DRISHTIKON দৃষ্টিকোণ

Күн бұрын

Пікірлер: 140
@MonjuKhanikor
@MonjuKhanikor Ай бұрын
Dada apuni bor dhunia kotha kole .
@GajenPegu-zx9hs
@GajenPegu-zx9hs 2 ай бұрын
যেতিয়ালৈকে OPS নহয় তেতিয়ালৈকে কোনো কৰ্মচাৰীৰ একো লাভ নহয়। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে ২৫ বছৰতকৈ বেছি চাকৰি কৰাসকলেহে বুঢ়া হ'ব নেকি যে তেওঁলোকেহে বেছি পেঞ্চন পাই থাকিব। কম কাৰ্য্যকাল থকা কৰ্মচাৰীসকল বুঢ়া নহ'ব নেকি যে তেওঁলোকক নুন্যতম পেঞ্চন দিব। যিসকল কৰ্মচাৰীৰ কাৰ্য্যকাল বেছি তেওঁলোক এনয়েও আৰ্থিকভাৱে সবল হ'ব আৰু তেওঁলোক বুঢ়া বয়সত আৰামেৰে সময় কটাব । কিন্তু যি সকল কৰ্মচাৰীৰ কাৰ্য্যকাল কম তেখেতসকল দৰমহাও কমকৈ পায় কাৰণে আৰ্থিকভাৱে বৰ বেছি সবল হ'ব নোৱাৰে তেনে লোকসকলকেই নুন্যতম পেঞ্চন দি বুঢ়া বয়সত দিন হাজিৰা কৰোৱাৰ এটা ফন্দী কৰিছে। ক'বলৈ গ'লে বেছি কাৰ্য্যকাল থকা কৰ্মচাৰীসকল বেছি ভালকৈ কাৰ্য্য সম্পাদন কৰে নেকি? প্ৰতিটো বিভাগত দূৰ্নীতিগ্ৰ্স্থ কৰ্মচাৰীসকল বেছি কাৰ্য্যকাল থকা কৰ্মচাৰীয়েই হয়। যদি UPS চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য কৰাব লাগে তেনেহলে পাচঁ বছৰৰ কাৰণে নিৰ্বাচিত কৰা বিধায়ক, সাংসদ সকলৰ কাৰণে UPSতকৈ কম সুবিধাৰ এটা নিয়ম কিয় প্ৰণয়ন কৰোৱাৰ ব্যৱস্থা নকৰে? মুঠতে কৰ্মচাৰীৰ ক্ষেত্ৰত যদি UPS হয় তেনেহলে বিধায়ক, সাংসদৰ ক্ষেত্ৰত তাতকৈ কম সুবিধাৰ নিয়ম উলিয়াব‌ই লাগিব।
@dr.lakshmikalita8857
@dr.lakshmikalita8857 2 ай бұрын
We want OPS without any timebar. কোনো সময়ৰ ব্যৱধান নৰখাকৈ পেঞ্চন পোৱাৰ ব্যৱস্থা কৰিব লাগে। আগৰ নিয়মত সৰ্বমুঠ দৰমহাৰ ৫০% পেঞ্চন প্ৰদান কৰিব লাগে। বেছি বছৰ চৰকাৰী দৰ্মহা পোৱা সকল সুখী হ'ব, কিন্তু কম বছৰ চৰকাৰী দৰ্মহা পোৱা সকলৰ কি সুখ হ'ব? গতিকে সময়ৰ ব্যৱধান নৰখাকৈ পেঞ্চন প্ৰদান কৰক। ও পি এছ দিলে এন পি এছ ত ১০% কৈ জমা হোৱা ধন কি হ'ব?
@I__am__ruhi__
@I__am__ruhi__ 2 ай бұрын
❤OPSকিয় নিদিয়ে ।NPS টো UPS কৰিব পাৰে কিন্তু NPS। টো OPS কৰিব নোৱাৰে।এইখন চৰকাৰৰ আমাক নালাগে।
@barbaligirlshighschool1942
@barbaligirlshighschool1942 2 ай бұрын
2013 চনত প্ৰাদেশিকীকৰণ হোৱা বিদ্যালয় সমুহৰ 10 বছৰ কম হোৱা শিক্ষক সকলৰ কি হ'ব ? 56/57 বছৰ বয়সত নিয়মীয়া চাকৰি পোৱা শিক্ষক সকল OPS হে‌ যোগ্য অসম চৰকাৰক অনুভূতি সহকাৰে ভাৱি চাবলৈ অনুৰোধ জনালোঁ
@ritomnayan
@ritomnayan 2 ай бұрын
Right I malso same
@umolaghar8438
@umolaghar8438 2 ай бұрын
Aitu only central govt employees r karonehe
@swarajdutta9530
@swarajdutta9530 2 ай бұрын
Pension should be equal to all the Govt.emploees without any age bar. Besides, contribution by the employees towards pension fund should be removed , otherwise it is not be regarded as a person scheme. The govt.has manipulated all the govt. Employees Very much through the UPS scheme. It is very unfortunate.
@GajenPegu-zx9hs
@GajenPegu-zx9hs 2 ай бұрын
যদি কিবা এটা ভাল ফল আশা কৰি প্ৰত্যেক ক্ষেত্ৰতে আন্দোলন কৰিবলগীয়া হয় তেনেহলে এখন স্বাধীন দেশত জীয়াই থকা নাগৰিক হ'লোনে আমি। ইংৰাজে আমাক শাসন কৰি শোষণ কৰি গ'ল এতিয়া নিজৰ মানুহেই চৰকাৰ যন্ত্ৰৰ নামেৰে শোষণ কৰিছে। NPS, UPS বাদ দি OPS ঘূৰাই অনাৰ ক্ষেত্ৰত আৰক্ষী আৰু সামৰিক বাহিনীৰ কৰ্মচাৰীসকল ওলাই আহিব লাগে।
@I__am__ruhi__
@I__am__ruhi__ 2 ай бұрын
আমি অসমৰ কমচাৰী।আমি ১৯৯৬ চনত চাকৰিত যোগদান কৰিছিলো।চৰকাৰে আমাক FC,ADHOK,Financial Asistance দি চাকৰি তথা বিদ্যালয়ৰ বাবে অনুমতিও দিছিল।এইবোৰ কি চৰকাৰৰ ল'ৰা ক পুতলা দিয়া ধেমালি আছিল নেকি?চৰকাৰ খনৰ এনেকুৱা হ'লে কি হ'ব? ?????
@NaliniMahanta-w6q
@NaliniMahanta-w6q 2 ай бұрын
আমাক ops লাগে ।মাননীয় মন্ত্ৰীমহোদয় সকলৰ কাৰ্যকাল মাত্ৰ পাচটা বছৰহে ।তেখেতসকলৰ পিছে কি পেঞ্চন হ'ব ।ops নে Nps নে ups .
@akashdeepsaud7207
@akashdeepsaud7207 2 ай бұрын
সুন্দৰ বিশ্লেষন
@monuranjanpegu5984
@monuranjanpegu5984 2 ай бұрын
Very nice
@IshaFarhan
@IshaFarhan 2 ай бұрын
Jimane g nohok ops nohole eku lav nai..
@soulsaver-tz7br
@soulsaver-tz7br 2 ай бұрын
Vot for ops
@jogamayabaruah6977
@jogamayabaruah6977 2 ай бұрын
Nps Tu ups koriba pare ops kiya koriba nuware. Iyatu rohosya ase. Assamot school bilakor adhokor pora dhoribone.
@himanshudeka9871
@himanshudeka9871 2 ай бұрын
Good discussion
@manojkumarbaishya7776
@manojkumarbaishya7776 2 ай бұрын
NPS এ হওক বা UPS এ হওক কোনো এটা Scheme এ অৱসৰি জীৱনত সহায় নকৰে।
@brijithabasumatary9662
@brijithabasumatary9662 2 ай бұрын
Govt diya buli dikhai.. Kintu manuhe koi sorkar eku contribute nkore, nijor khinie pai
@nobinboruah6855
@nobinboruah6855 2 ай бұрын
সময়ৰ ব্যৱধান থাকিব নালাগে।অসমৰ বাবে বিপদ ।ভেঞ্চাৰ প্ৰাদেশিক ৰ বয়স যোৱা ৰিটায়াৰ শিক্ষক সকলৰ সময় কম ।পৰিচালনা সমিতিৰ dt of joining department aprovel টো নধৰিলে বিপদ অনিবাৰ্য।ই কেৱল অসমত হে আছে।(ভেঞ্চাৰ‌ অৱস্থাৰপৰা প্ৰাদেশিক নিয়ম।
@NupurNandi-od8kl
@NupurNandi-od8kl 2 ай бұрын
Ji manuto chakori eri dile femily pention napabo naki?enoka Railway er bohut poriber pention poa nai please chabo
@goalpariya8630
@goalpariya8630 2 ай бұрын
আমাক পুৰণি পেন্সন লাগিবই অন্যথাই আন্দোলন অধিক ক্ষিপ্ৰতৰ কৰি গঢ়ি তোলা হ'ব। 10% টকা খিনি আমাৰেই টকা ।
@ankitabarman9770
@ankitabarman9770 2 ай бұрын
চৰম ডকাইতি কৰিবলৈ ইউ পি এছ প্ৰৱৰ্তন কৰিলে। মানি লব নোৱাৰি। আমাক পুৰণি মডেল লাগিবই।
@dipankardas3260
@dipankardas3260 2 ай бұрын
Good topic
@AnjulataPegu-fm4bo
@AnjulataPegu-fm4bo 2 ай бұрын
2013 চনত লোৱা শিক্ষক সকলৰ কি হ'ব।ভেন্সাৰ স্কুলতে 40 .50 বছৰ বয়স গুচি গ'ল।
@goalpariya8630
@goalpariya8630 2 ай бұрын
আমি ১৯৮৬ চনত চাকৰিত যোগদান কৰিছিলোঁ।
@ranjitadas5248
@ranjitadas5248 2 ай бұрын
We want ops
@mallikaswargiary8928
@mallikaswargiary8928 2 ай бұрын
এ এ আমাৰ এনেও নাই তেনেও নাই আমি দিন হাজিৰা কৰিলেই দিনটোত ৫০০ টকা পাওঁ আৰু এতিয়া ২০/৩০ বছৰ স্কুলত শিক্ষা দি বয়সে ভাটিলে তথাপিও যদি নিজৰ কৰ্মৰ টকা খিনি পাবলৈ ইমান যুঁজ দি থাকিব লাগে আমনি এ লাগিছে দেই লৈ লওক বেছেৰা হতৰ খাবলৈ নাই অটা লওক লওক আপোনালোকে লওক 🙏🙏
@mintusaikia4517
@mintusaikia4517 2 ай бұрын
আঠাইশ বছৰ ভেনছাৰত খাটিলো।এতিয়া কেইটামান টকা পাও।ভবি সতে টকাৰ অভাৱত ৰেল‌station ত দীক্ষা কৰি চলিব লাগিব।
@anuphukon1847
@anuphukon1847 2 ай бұрын
We want ops
@purnanathborah2729
@purnanathborah2729 2 ай бұрын
২০০৫ নহয় ৷ ২০০৪ চনৰ এপ্ৰিলৰ পিছতহে ৷
@rununath3764
@rununath3764 2 ай бұрын
দহ বছৰতকৈ কম কাৰ্যকাল থকাসকলৰ ভৱিষ্যত কি হব?
@purnabaro1258
@purnabaro1258 2 ай бұрын
Kormosarisokolok old pension nedile mla/minister sokolor pension bonhomie koribo lage
@moniruzzaman4180
@moniruzzaman4180 2 ай бұрын
We want OPS
@ABHILASHRay-u1b
@ABHILASHRay-u1b 2 ай бұрын
আমাক কংগ্ৰেছ চৰকাৰ লাগে, কংগ্ৰেছে মানি নললে হল
@abdulbareque1859
@abdulbareque1859 2 ай бұрын
We want ops. Kono condition namano.
@sailendradebnath9163
@sailendradebnath9163 2 ай бұрын
Yes , sir .
@parulhazarika9541
@parulhazarika9541 2 ай бұрын
চাৰ অসমত বিশেষকৈ গোলাঘাট জিিলাত বহু শিক্ষকে ১৯৯৯ চনত obb post ত চাকৰিত জইন কৰি ২০১৮ চনত চাকৰি নিয়মীয়া হৈছিল ।বহু শিক্ষকে মাত্ৰ ৪/৫/৬ বছৰহে পালে। তেওঁলোক অৱসৰ হ'ল। তেওঁলোকৰ কি পাব জনালে ভাল পাম চাৰ।
@dasbikash1991
@dasbikash1991 2 ай бұрын
Ops ত চাকৰিৰ কাৰ্যকাল ১০ বছৰতকৈ কম হলে Gratuity আৰু lumpsum পায় কিন্তু পেঞ্চন নাপায়। UPS তো স্পষ্টভাৱে লিখা আছে যে ১০ বছৰ চাকৰি কৰিলেহে নিম্নতম ১০০০০ টকা পেঞ্চন DA ৰ সৈতে পাব
@sahibachoudhury1968
@sahibachoudhury1968 2 ай бұрын
​@@dasbikash1991dada 10bsr hobo jdi 2month baki take tetiya ki hbo jonabo xun please 🥺
@gunakantasonowal4334
@gunakantasonowal4334 2 ай бұрын
নিজৰ টকাখিনি ঘুৰাই দি ১০ হাজাৰ দিলেও হব ৷
@NabserAliProdhani
@NabserAliProdhani 2 ай бұрын
NPS আৰু UPS কোনোটাই নালাগে অকল OPS পুৰণি পেঞ্চন লাগে
@I__am__ruhi__
@I__am__ruhi__ 2 ай бұрын
২৫বছৰ আৰু১০ বছৰ কথা জনালে আৰু১৫ বছৰ ২০ বছৰ চাকৰি কৰা সকলৰ কথা নকলে ।অতি কম ১০ বছৰ চাকৰি কৰা সকলৰfull pension দিয়া হ'লেও মানি ল'ব পৰা যায়।তেওলোকৰো নিজৰ জীৱনটোৰ কথা আছে, পৰিয়ালৰ কথা,ভৰন পোষনৰ কথা আছে। আমি ভাৰতৰ আটাইতকৈ সকলো কথা ভবিব, চিন্তা কৰিব পৰা মানুহ হিচাপে প্ৰথম প্ৰধান মন্ত্ৰী জনকে ধৰো। তেওঁ যদি দেশৰ জন গণৰ কথা ভাবিব, চিন্তা কৰিব নোৱাৰে তেন্তে দেশৰ কথা ক
@dasbikash1991
@dasbikash1991 2 ай бұрын
১০ বছৰতকৈ ওপৰত চাকৰি কৰিলে যিমান কাৰ্যকাল বেছি হব পেঞ্চনৰ শতকৰা হিচাপটো বাঢ়িব
@NiralaGohain
@NiralaGohain 2 ай бұрын
২০০৫চনত আমি বিতীয় সাহাৰ্য ও পাইছিলো চৰকাৰৰ পৰা কিন্ত্ !এতিয়া আমাৰ অৱসৰ বয়স ৮।৯বছৰ ।আমি কি পাম ?মহাশয় ।
@ah-vlog
@ah-vlog 2 ай бұрын
We want OPS any how
@moniruzzaman4180
@moniruzzaman4180 2 ай бұрын
Vote for OPS
@jitukalita1591
@jitukalita1591 2 ай бұрын
Good
@dasbikash1991
@dasbikash1991 2 ай бұрын
Thanks
@nurulislam5014
@nurulislam5014 2 ай бұрын
এক বছৰ ঢাকৰি কৰি মৃত্যু বৰণ কৰিলেও pension পাব লাগে। চাকৰি কাল যিমান বছৰেই নহওঁক কিয় pension একে নিয়মেৰে পাব লাগে। আৰু NPS ত জমা ৰখা টকা সূদে মূলে ঘূৰাই পাব লাগে।
@dasbikash1991
@dasbikash1991 2 ай бұрын
১০ বছৰ চাকৰি নহলে OPSতো পেঞ্চন পোৱা নাযায়
@rohandeka6954
@rohandeka6954 2 ай бұрын
Govt undertaking employeeko Diya lage
@pranatidutta-sb3oj
@pranatidutta-sb3oj 2 ай бұрын
সকলো বিলাক দিশ বুজায় দিয়াৰ বাবে ধন্যবাদ জনালো চাৰ । কাৰ্য্যত কি হয় সেইটো লক্ষণীয় হ'ব ।
@Badanch
@Badanch 2 ай бұрын
Ten years talar khinir ki hb
@dasbikash1991
@dasbikash1991 2 ай бұрын
১০ বছৰৰ তলৰ সকলে OPSতো পেঞ্চন লাভ নকৰে।
@ganeshborgohain2040
@ganeshborgohain2040 2 ай бұрын
পচিছ বছৰ কম হো ৱা সকলৰ কি হব
@kalitakamal1859
@kalitakamal1859 2 ай бұрын
What will be provisions for VRS in UPS....
@ah-vlog
@ah-vlog 2 ай бұрын
Sorkare April foool bonaise
@XxPrinshu
@XxPrinshu 2 ай бұрын
PM Modi's penson scheme we don't want ,we want ops andolon , andolon Koro ,O,P,S la low.
@infotech6033
@infotech6033 2 ай бұрын
My father got benifit rs 1277 from nps..😢😢
@kalpa1508
@kalpa1508 2 ай бұрын
Kimn bosor korisil service
@pranamsaikia9116
@pranamsaikia9116 2 ай бұрын
Kimn bosor korisil job....plz reply
@Bishalbaruah7889
@Bishalbaruah7889 2 ай бұрын
যদি ১০ বছৰ চাকৰী কৰি Resign দিও তেতিয়া NPS ৰ পইচাবোৰ কি হব? পামনে ঘূৰাই?
@bhanushreedasray7411
@bhanushreedasray7411 2 ай бұрын
Mor husband te 2000 sonot marketing board t sakori t join koricil kintu teo 2009 sonot dhukai moi atiya pention pao 2000 toka teor sakori 4 bosor atiyo aase gotike moi ups pention pam ne please jonabo sun
@tapanaich1904
@tapanaich1904 2 ай бұрын
Aapuni full salery pabo lagichil ? Bartaman mote seya kintu aapuni bhalkoi jani aag barak lav hobo
@dasbikash1991
@dasbikash1991 2 ай бұрын
Nps যিহেতু ২০০৫ চনৰ পিছত লাগু হৈছে গতিকে আপোনাৰ দৰমহা OPS মতে হব লাগিছিল। কিন্তু কিয় হোৱা নাই সেইটো কব নোৱাৰিম তাৎক্ষণিক ভাৱে
@naim9930
@naim9930 2 ай бұрын
Apur jodi husband NPSt Antargat Tente apunio Apply koribo paribo sage !
@LIfeturn25623
@LIfeturn25623 2 ай бұрын
Aapuni old pension eligibility hoi
@bipulborah8134
@bipulborah8134 2 ай бұрын
আমাৰ চাকৰি 2013 চনত প্ৰাদেশিকৃত হৈছে সঁচা।কিন্তু চৰকাৰে আমাক 1992 স্বীকৃতি প্ৰদান কৰিছিল।গতিকে আমি কোনো পধ্যে NPS or UPSমানিব নোৱাৰো ,আমি OPS ৰ সুবিধা পাব লাগে ।
@harisarmah5429
@harisarmah5429 2 ай бұрын
12 বছৰ চাকৰি কৰিলে পেন্ধন কিমান পাম?
@smovie6424
@smovie6424 2 ай бұрын
Need OPS
@jishoynarzary3289
@jishoynarzary3289 2 ай бұрын
post regular hua pora hol 8 papo ne pension
@bhubanrajkonwar5093
@bhubanrajkonwar5093 2 ай бұрын
10 persent ammount amak ghurai diba lagiba
@rupalipese4722
@rupalipese4722 2 ай бұрын
২০ বছর চাকৰি কৰা বহুত চাকরিয়াল আছে সিহঁতৰ কি হৱ জনাৱ চোন।
@dasbikash1991
@dasbikash1991 2 ай бұрын
কিবা এটা ফৰ্মুলা নিশ্চয় থাকিব। অন্তত ৪০ শতাংশ পাব লাগে।
@jatinroy9135
@jatinroy9135 2 ай бұрын
We do't want that BJP govt, we we'll come congress govt.to introduce OPS
@mainulhoque-th7ke
@mainulhoque-th7ke 2 ай бұрын
Contribution or tokabilak ki hobo
@HirumoniLaskar
@HirumoniLaskar 2 ай бұрын
Below ten years of service,what will be happen.
@HirenDeka-s6m
@HirenDeka-s6m 2 ай бұрын
Family pensioner a pbo ne
@dasbikash1991
@dasbikash1991 2 ай бұрын
যিহেতু চৰকাৰে সকলোখিনি কথা ৰাজহুৱা কৰা নাই গতিকে এতিয়াই কব পৰা নাযাব। কিন্তু ফেমিলি পেঞ্চন ৬০ শতাংশ পাব বুলি স্পষ্ট কৈ কৈছে
@sailendradebnath9163
@sailendradebnath9163 2 ай бұрын
Below 10 years service korraaa keyeee hobooo
@dasbikash1991
@dasbikash1991 2 ай бұрын
নতুনকৈ Update আহিলে গম পাম... অলপ ৰব লাগিব
@কুমাৰমৃদুল
@কুমাৰমৃদুল 2 ай бұрын
মোৰ আৰু ২২ বছৰ মান আছে retire হবলৈ গতিকে পেঞ্চন ৫০% নাপাম নেকি
@bhubanrajkonwar5093
@bhubanrajkonwar5093 2 ай бұрын
UPS nalage OPS lagiba
@deepgourab1418
@deepgourab1418 2 ай бұрын
UPS = Ullu pension Scheme 👌
@bmbestoffunzz5554
@bmbestoffunzz5554 2 ай бұрын
Bikash daa
@nabadeka2981
@nabadeka2981 2 ай бұрын
20 to 23 years service hole penson kiman hobo
@dasbikash1991
@dasbikash1991 2 ай бұрын
নতুন আচনি মতে যদি ২৫ বছৰ কৰিলে ৫০ শতাংশ পায় তেতিয়াহলে ২০ বছৰ কৰিলে অলপ তাতকৈ কম পাব বুলি ভাবো। যিহেতু কালি কথাবোৰ ওলাইছে আৰু official gazette. খন আহা নাই গতিকে ফৰ্মুলাটো কেনে হব তেতিয়াহে গম পোৱা যাব
@Prem-tk6tu
@Prem-tk6tu 2 ай бұрын
OPS lage NPS aru UPS nalage
@dasrumi367
@dasrumi367 2 ай бұрын
Want OPS
@upenchutiathikaiache4294
@upenchutiathikaiache4294 2 ай бұрын
পুৰণি পেঞ্চন লাগে ।
@NirenChBarman-rh8lc
@NirenChBarman-rh8lc 2 ай бұрын
Epf r Pension o Sonkale revice haba lagay
@bulandihingia8363
@bulandihingia8363 2 ай бұрын
২৪বছৰ ৯ মাহ চাকৰি কৰা সকলে কিমান পাব। ১০০০০ হাজাৰ টাকা পাব নে কি
@HiyaDeka-jx3bk
@HiyaDeka-jx3bk 2 ай бұрын
Napay tatke besi pabo
@dasbikash1991
@dasbikash1991 2 ай бұрын
১০ বছৰ চাকৰি কৰিলেহে ১০০০০ ২৪ বছৰ মানে প্ৰায় ৫০ শতাংশতকৈ অলপ কম পাব
@babulsaikia462
@babulsaikia462 2 ай бұрын
আটাইতকৈ বেয়া UPS
@HiyaDeka-jx3bk
@HiyaDeka-jx3bk 2 ай бұрын
Bstu xini buji lole nps tke vl
@babulbaro6063
@babulbaro6063 2 ай бұрын
Ups lale jama dhan ghurai nidie ,hi hi ki haba amer. !
@cooloil2863
@cooloil2863 2 ай бұрын
Amar আগষ্ট মাহৰ pantion to aha nai dekhun
@pronarzee7239
@pronarzee7239 2 ай бұрын
30k at present is can do nothing. After 19years 10k will be 100rupees only or may be less why govt trying to make common people 😭 😭 idiots
@dimpeegogoi7593
@dimpeegogoi7593 2 ай бұрын
2013 t regularise huwa sakori bt 2017 t death hoi gol..atya ami fully selary py asu..2026 t retired hobo...tr pist ami pension pam ne...jonabo sun
@Riderrc390n
@Riderrc390n 2 ай бұрын
Yes puwa jabo
@AbdulHakim-ov4mo
@AbdulHakim-ov4mo 2 ай бұрын
PM VERY DANGAR PM OF INDIA
@UsmanganiChoudhury-h7p
@UsmanganiChoudhury-h7p 2 ай бұрын
বেশি নকই মূল কথা কিনি কলেই ভাল?
@dasbikash1991
@dasbikash1991 2 ай бұрын
ইয়াত মুখ্য কথাখিনিয়ে কোৱা হৈছে। আৰু চৰকাৰলৈ প্ৰশ্ন কৰা হৈছে।
@gamingzone4816
@gamingzone4816 2 ай бұрын
Amr pora kot 10% tu jodi govt e amak nidie dn nps ei best hbo
@Surajitboruah-fn6lr
@Surajitboruah-fn6lr 2 ай бұрын
চালে বেৰে কোবোৱা আঁচনি।
@indrajeetbhattacharyya5034
@indrajeetbhattacharyya5034 Ай бұрын
Ako bhal laga nai
@xman3897
@xman3897 2 ай бұрын
New Modi brand loly pop😂
@ayushff3669
@ayushff3669 2 ай бұрын
10 yearshuwa hokola ki. Hobho dukiya hokola dukiya hobho dhoni hokola dhoni hobho. 10 year service morila aru morak. Marila. Aru. 10 /11/12/13/ 14/15//16/17/18/19/20/21/222/23/24/service hokola morila aru it isnot equality
@barbaligirlshighschool1942
@barbaligirlshighschool1942 2 ай бұрын
আমাৰ nps ত থোৱা ধন খিনি কি হ'ব
@mrinmoydeka3116
@mrinmoydeka3116 2 ай бұрын
Nidiye..amar poisare amk e pension dibo..
@dasbikash1991
@dasbikash1991 2 ай бұрын
সেই কথাটো এতিয়াও স্পষ্ট হোৱা নাই। ভৱিষ্যতে গম পোৱা যাব Official gazette আহিলে
@kanakchandrabasumatary5388
@kanakchandrabasumatary5388 2 ай бұрын
১০%ঝটো কাটিব নালাগে
@jogamayabaruah6977
@jogamayabaruah6977 2 ай бұрын
Aber sorkare thogi thoise. Mla minister hokole ups noloi kiya.
@DhirenTalukdar-z9x
@DhirenTalukdar-z9x 2 ай бұрын
Bepari jetia Roja hoy tetia beper r sinta korib east india company
@RAMESWAR_G
@RAMESWAR_G 2 ай бұрын
UPS IS NOT EQUAVELENT OPS .UPS IS A KIND OF LOLIPOP. NO OPS NO REST.
@Sir-i6b
@Sir-i6b 2 ай бұрын
Assam t implement hbo ne nii😢
@dasbikash1991
@dasbikash1991 2 ай бұрын
নিশ্চয় হব
@kamalpatir9255
@kamalpatir9255 2 ай бұрын
It is not satisfied.
@XxPrinshu
@XxPrinshu 2 ай бұрын
Andolon suru koro no time to weat
@AbdulBasitChoudhury-u1h
@AbdulBasitChoudhury-u1h 2 ай бұрын
Good morning,I have only 7yrs of my service; then what will be my fate under UPS?
@daibashaktideka5567
@daibashaktideka5567 2 ай бұрын
Company p f ki jab
@SafedarRahman
@SafedarRahman 2 ай бұрын
Masar telara mas vajiba khujisa
@birendihingia5842
@birendihingia5842 2 ай бұрын
মই এজন প্ৰাথমিক বিদোলয়ৰ শিক্ষক ১৯৯৯ চনত নিযুক্তি পাও যদিও ২০২১ চনতহে চৰকাৰিীকৰন কৰে। ২০২৬ চনত অৱসৰ গ্রহণ কৰিম। এতিয়া মোৰ কাকা কিমান ধৰা হব।
@dasbikash1991
@dasbikash1991 2 ай бұрын
বৰ্তমান কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে এই পেঞ্চন আঁচনি আৰম্ভ কৰিছে। অসম চৰকাৰে যেতিয়া আৰম্ভ কৰিব তেতিয়া এই কথাবিলাক নিশ্চিতভাবে আলোচনা কৰা হব
@paramamazumdar1590
@paramamazumdar1590 2 ай бұрын
No OPS no Rest
@karabimalakar4558
@karabimalakar4558 2 ай бұрын
Dada no to dibason
@bikditabarman5591
@bikditabarman5591 2 ай бұрын
Thumbnail t ji disa nakali a dekhun....
@dasbikash1991
@dasbikash1991 2 ай бұрын
সেইকেইটা আমাৰহে প্ৰশ্ন চৰকাৰলৈ.. ভিডিঅটো ভালকৈ চালে গম পাব
@HimaniBasumatary-q9q
@HimaniBasumatary-q9q 2 ай бұрын
মোর চাকরী 20 বছর তেনেহলে মোই ফুল 50-/- বেছিক নাপাম নেকি?
@dasbikash1991
@dasbikash1991 2 ай бұрын
৫০ শতাংশ নাপায় নতুন আচনি মতে। কিন্তু অন্ততঃ ৪০ শতাংশ পাব
@nitulmedhi5206
@nitulmedhi5206 2 ай бұрын
মোৰ চাকৰি কাৰ্যকাল 24 বছৰ 8 মাহ মোৰ কি হব
@kamakhyasarmah2755
@kamakhyasarmah2755 2 ай бұрын
EpS95 ৰ পেঞ্চন ব্যৱস্থাটো 2013 চনত অৱসৰ পোৱা লোকে কিয় নাপায় জনাব পাৰিবনে ???
Random Emoji Beatbox Challenge #beatbox #tiktok
00:47
BeatboxJCOP
Рет қаралды 52 МЛН
黑的奸计得逞 #古风
00:24
Black and white double fury
Рет қаралды 30 МЛН
UPS Vs OPS / Unified Pension Scheme Vs Old Pension Scheme
11:48
Gyan Partner
Рет қаралды 63 М.
Random Emoji Beatbox Challenge #beatbox #tiktok
00:47
BeatboxJCOP
Рет қаралды 52 МЛН