উৰণীয়া সেতুত জন্মদিন উদযাপন ! ৰোগাক্ৰান্ত সন্তানক আনন্দ দিয়াৰ বাবেই লৈ গৈছিল জন্মদিনলৈ

  Рет қаралды 258,834

News Live

News Live

Күн бұрын

Пікірлер: 454
@ashokkumarrabha9103
@ashokkumarrabha9103 3 жыл бұрын
আনৰ দুখ উপলব্ধি কৰিব নোৱাৰা সকলেহে তেনেকৈ ট্ৰল কৰে। নিৰাশ নহ'ব ল'ৰাটো ভাল পোৱা কাম বোৰ কৰি যাওক। সি যাতে ভাল হয়।
@korobidas5121
@korobidas5121 3 жыл бұрын
Right
@jugantibayan5243
@jugantibayan5243 3 жыл бұрын
Yes
@momibuki8120
@momibuki8120 3 жыл бұрын
Nijor mak bapeke lorar karone kiman anandot bartde patit goise apunar loratu hunkale val hoba lukor khata kan napatiba baideu apunar lorak furtyt rakhiba lukor khata kan nidiba
@nityanandbora628
@nityanandbora628 3 жыл бұрын
.......
@cristianomass6350
@cristianomass6350 3 жыл бұрын
Right ✅
@munmigogoi2377
@munmigogoi2377 3 жыл бұрын
ঈশ্বৰে প্ৰিয়াঞ্চুক কুশলে ৰাখক ।
@hbk..6107
@hbk..6107 3 жыл бұрын
💐💐💐💐💐গুটখা. তামোল পাণৰ পিকেৰে নস্ত্ নকৰি.....কণমানিটোৰ birthday party কৰি উৰনিয়া সেতু সনক সুন্দৰকৈ সজাই তোলাৰ বাবে ধন্যবাদ dada.....আপোনালোকৰ লগত সদায় আছো💐💐💐💐💐💐Happy birthday to you 💐💐💐💐💐💐
@1Bhaskarkathar
@1Bhaskarkathar 3 жыл бұрын
😇😊🙏
@manjulabaruah6216
@manjulabaruah6216 3 жыл бұрын
নিৰাশ নহব, মাথো লৰা তোৱে ভাল পোৱা কামটো কৰক। মানুহ তেনেকুৱাই ।
@Dhruvajyotilifewithvlogs7
@Dhruvajyotilifewithvlogs7 3 жыл бұрын
👌
@shadowgamer7961
@shadowgamer7961 3 жыл бұрын
100000 right
@saikiavlogs6277
@saikiavlogs6277 3 жыл бұрын
আজিৰ মানুহে আনৰ সুখত দুখ পায় আৰু আনৰ দুখত সুখ পায়, কোনো কথা নাই চিন্তা নকৰিব আপোনালোকে
@nitulsangma3742
@nitulsangma3742 3 жыл бұрын
একো ভূল কাম কৰা নাই আপোনালোকে দাদা বাইদেউ এইবোৰত গুৰুত্ব নিদিব আপোনালোকে লৰাজনক কেয়াৰ লওক আৰু ঈশ্বৰৰে সেই সন্তান টিক সুস্থতা দান কৰক। মানুহে কেতিয়াও নিজৰ ভুলতো দেখা নাপাই সদায় আনৰ ভূল বোৰ সেই দেখা পাই আপোনালোকে চিন্তা নকৰিব ঈশ্বৰে আপোনালোকৰ পৰিয়ালত আশীৰ্বাদ কৰিব ধন্যবাদ।❤❤❤
@shivampoultryfarmandhatche9580
@shivampoultryfarmandhatche9580 3 жыл бұрын
ইমান সৰু সৰু কথাবোৰ ত গুৰুত্ব দিয়া বাবে আমি বোৰ সদায়ে আনৰ হাহিয়তৰ পাএ হৈ আছোঁ।
@trilochanborah6623
@trilochanborah6623 3 жыл бұрын
Xosa kotha....
@kabitaraj8263
@kabitaraj8263 3 жыл бұрын
সন্তানৰ সুখৰ বাবেই মাকদেউতাককে নিজৰ সকলো সুখ ত্যাগ কৰা উচিত আনে যি নক ও কান নিদিব নিজৰ মতে কৰি যাওক
@bulbulboruahbora2555
@bulbulboruahbora2555 3 жыл бұрын
অকমানি ৰ আনন্দ কন ও মানুহৰ সহ্য নাই হোৱা😭
@KARTIKDAS-ow6lt
@KARTIKDAS-ow6lt 3 жыл бұрын
Happy birthday 🎉🎁 -- কণমানি শিশুটোৰ আনন্দৰ কাৰণে এইখিনি মা দেউতাকে বাৰু কৰিলে তাত ইমান ট্ৰোল দিবো লগা ডাঙৰ কথা হোৱা নাই টো।। তামোল পান খাই পিট মাৰি আমাৰ ধুনীয়া গুৱাহাটি খনক লেতেৰা কৰা বোৰক হে আমি চিনাক্ত কৰিব লাগে।।
@buliborah5758
@buliborah5758 3 жыл бұрын
হয় কিছুমান মানুহে নুবুজাকৈ যি তি কই ভাল নেলাগে।আপোনালোকে দুখ নকৰিব। দুখ লাগিছে মানুহৰ চিন্তা ধাৰা বহুত তললৈ গৈছে। মানুহৰ কথাত বেছি গুৰুত্ব নিদিব 🙏🙏🙏
@honeybeeassam9362
@honeybeeassam9362 3 жыл бұрын
ভূকি থকা বোৰে ভূকি এ থাকিব কুকুৰৰ দৰে, ভগৱানে প্ৰীয়াংশুক অতি সোনকালে সুস্থ কৰি তুলিব। 🙏🙏
@Dhruvajyotilifewithvlogs7
@Dhruvajyotilifewithvlogs7 3 жыл бұрын
👌👌
@rituparnabhardwaj760
@rituparnabhardwaj760 3 жыл бұрын
সুবিধা জোনে নাপাই তেওঁৱেই ট্ৰল কৰে, সেই কাৰণে আজিও পিছ পৰি আছোঁ...
@Dhruvajyotilifewithvlogs7
@Dhruvajyotilifewithvlogs7 3 жыл бұрын
👌
@kuntalachakraborty9739
@kuntalachakraborty9739 3 жыл бұрын
Happy birthday God bless you beta,I wish every year your birthday will be celebrated that way,never ever do care any negativity
@assamprogyan7960
@assamprogyan7960 3 жыл бұрын
আজি কালি মানুহ বোৰ তেনেকুৱাই আনৰ কথা ভাবিলে সময় নাই কিন্তু আনক ট্ৰল কৰিব জানে । আমাৰ অসমীয়া মানুহ বোৰ তেনেকুৱাই আনৰ হোৱা খোৱা দেখিব নোৱাৰে । আমাৰ অসমীয়া মানুহ বোৰ ইনে পিছপৰা নহয়। মাইনাটো সোনকালেই আৰোগ্য লাভ কৰে তাৰে কামনা কৰিলোঁ।
@MBAdrita
@MBAdrita 3 жыл бұрын
প্ৰিয়াংশু সুখ-আনন্দৰ মাজত থাকক,কুশলে থাকা ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ।
@rituparnabhardwaj760
@rituparnabhardwaj760 3 жыл бұрын
একো নহয়, লোকচান নোহোৱা কোনো কাম নকৰিলে একো অসুবিধা নহয়... একো নাই বেয়া কাম কৰা নাই নহয়...
@navaborah976
@navaborah976 3 жыл бұрын
tatte sakaluwa eke kaam korib.. fatuwa kotha nokobo
@banasreedevi6568
@banasreedevi6568 3 жыл бұрын
Asolote gutei kothakhini agote buji loi xomalusona koribo lage. Teolukehe jane teolukor oboshatu.Priyanagshu sompurnna bhal hoi uthok takei kamona korilu. Social media k anurodh enekam aru agoloi nokoribo
@meghalirajkumariofficial9145
@meghalirajkumariofficial9145 3 жыл бұрын
@@navaborah976 toi ki bokiso ha kotha kbo njano manuhok
@pranabsaikia8984
@pranabsaikia8984 3 жыл бұрын
kzbin.info/www/bejne/boHEpnSHj76sldk
@prettybaro5668
@prettybaro5668 3 жыл бұрын
@@navaborah976 oh dhyan se bola karo thik hai
@rajibrabha9238
@rajibrabha9238 3 жыл бұрын
কোনো চিন্তা কৰিব নালাগে আমি সকলোৱে আছোঁ happy birthday to you
@Dhruvajyotilifewithvlogs7
@Dhruvajyotilifewithvlogs7 3 жыл бұрын
👌
@dimbesawrlahon1156
@dimbesawrlahon1156 3 жыл бұрын
Vale hoise, prsar hoise, amio birth day manisu, eku beya kam nohoi
@purabidutta5226
@purabidutta5226 3 жыл бұрын
আনেৰ কথা বাদ দিয়ক। কোৱাবোৰ যিদিনা নিজে ভুক্তভুগি হ'ব তেতিয়াহে অনুশোচনা কৰিব। ভালেই হওক বেয়াই হওক নিজৰ সন্তান নিজৰেই । ভুকি থকাবোৰ আচলতে মানুহৰ শাৰীত নপৰেই ছাগে।
@pujabaruah9619
@pujabaruah9619 3 жыл бұрын
আপোনালোকে সন্তানে ভাল পোৱা কাম কৰি যাওক।মানুহৰ কথাত অকনো গুৰুত্ব নিদিব।
@ark__brk
@ark__brk 3 жыл бұрын
বেয়া কামত লিপ্ত হলে‌ কি সন্তানক কাম কৰিবলৈ ‌দিব লাগিব নেকি
@deepjyotiroy7573
@deepjyotiroy7573 3 жыл бұрын
প্রথমে লৰাজনৰ দীর্ঘায়ু কামনা কৰিলো। যিকেইজন শিয়াল পন্ডিতে এই পৰিয়ালটোক বেয়া কে কৈছে সেইসকলৰ দেহত নাই মানৱীয়তা গুন। হাতত দামী মোবাইল টো থাকিলেই যি টি লিখিব নালাগে। আৰু মানুহৰ এই বেয়া বেয়া শব্দবোৰ শিশু টোৰ আৰু পৰিয়ালটোৰ বাবে আশীর্বাদ হৈ পৰক।হায় হায় মানৱজাতি।।
@pabanchetia7157
@pabanchetia7157 3 жыл бұрын
কনমানিটো ক ঈশ্বৰে কূশলে ৰাখক
@mayukhscoverworld643
@mayukhscoverworld643 3 жыл бұрын
We are with u.be brave.dont care for useless trolling.as parents we salute u.god bless him.he is lucky that he is blessed with a parent like u.
@tridipborah1124
@tridipborah1124 3 жыл бұрын
Ji hol hoi gol, xoru lora teu pua anondo konor logot ameu anondito hoisu, logote jonmo denor xuvesah jonalu, God bless you lit kid
@alakeshchakraborty738
@alakeshchakraborty738 3 жыл бұрын
....dada your priyangshu is not disabbled.....our society is disabnled.....প্ৰিয়াংশুক ভগৱানে সুস্থ কৰি তোলক ৷ আমাৰ সমাজ খন বহুত লেতেৰা ৷
@rinkukakoty782
@rinkukakoty782 3 жыл бұрын
God bless you priyangshu. HAPPY BIRTHDAY. Manuh bur eman nisthur ai okomani loratue enjoy kora dehlkhibo nuware.
@rasmirekhadevi6727
@rasmirekhadevi6727 3 жыл бұрын
ৰাইজৰ মানুহে নতুন উৰণীয়া দলং খনত থু পেলাই, পিকাই নোহোৱা কৰিলে সেইটো একো আলোচনাৰ বিষয় নহল। কিন্তু সৰু লৰা এটা ৰ মনত অলপ আনন্দ দিবৰ বাবে কিবা এটা সৰু প্রয়াস কৰোতে ইমান ট্রল কৰিব লগা হল। এইবোৰ কেনেকুৱা নীচ মানসিকতাৰ মানুহ। মানৱীয়তা বোলা গুণটো নোহোৱা হল। দুখ নকৰিব। আপোনালোকে আনৰ অপকাৰ নোহোৱাকৈ কিবা এটা কৰিছে তাত একো দোষ কৰা নাই। ভগৱানে আপোনালোকৰ মংগল কৰক। আৰু এনে নীচ মানসিকতাৰ মানুহবোৰক অলপ সুমতি দিয়ক।আপোনালোকৰ অৱস্থাটো মই ভালদৰে বুজিছো কাৰণ প্রিয়াংশুৰ নিচিনা মোৰো এজন দাদা আছে।তাক সুখী কৰিবলৈ সি ভাল পোৱা সকলো কাম কৰো। আপোনালোকেও প্রিয়াংশু ক আগুৱাই লৈ যাওক।
@beginners3352
@beginners3352 3 жыл бұрын
I wish he is cure very soon and having happy life ❣️ god blees you priyangksu.
@mukibulhussain2622
@mukibulhussain2622 3 жыл бұрын
ভগবানে লৰা জনক. সুস্থ. কৰক. আশীৰ্বাদ. কৰিছোঁ চিন্তা নকৰিবা
@shobrajgiri1895
@shobrajgiri1895 3 жыл бұрын
আপোনালোক নিৰাশ নহব আমি আপোনালোকৰ সমৰ্থন কৰোঁ 🎉🎉💐💐
@Hiya392
@Hiya392 3 жыл бұрын
তেনেকুৱা লৰা বা ছোৱালী যাৰ ঘৰত আছে তেওলোকে হে বুজিব । বাকী ভুকাই ভুকি থাকিব ।
@madhuborah5779
@madhuborah5779 3 жыл бұрын
U r right
@himashreekalita5914
@himashreekalita5914 3 жыл бұрын
Ma deotar dukh kone bujibo. Dukh nokoribo.Happy birthday betta... God bless u
@manalishadas2421
@manalishadas2421 3 жыл бұрын
God bless you priyanshu 🙏❤
@hemantiroy8004
@hemantiroy8004 Жыл бұрын
God bless priyanshu Bhaity bhonty maa dewta hisabe tumalokor ji mon jay tar karone ji korile val lage kori joa kunubai kiba koy don't mind dukh nokoriba
@rinkigogoi989
@rinkigogoi989 3 жыл бұрын
বেটাক সুস্থ কৰক ভগৱানে 🙏
@GamerX013
@GamerX013 3 жыл бұрын
Don't be depressed... I wish him good health and a bright future...
@pbcreaction123
@pbcreaction123 3 жыл бұрын
বহুত দুখ লাগিল ! ভালে ৰাখক batcha টোক
@Mvlog8913
@Mvlog8913 3 жыл бұрын
Manuha kothabur vabi senti kola val ...god bless you always beta 🙏
@kakumonisaikia6758
@kakumonisaikia6758 3 жыл бұрын
May Almighty gives strenght to you and Priyangshu ...
@rey2794
@rey2794 3 жыл бұрын
He is not disabled. He is special ❤
@Kankanahandique-wr5cr
@Kankanahandique-wr5cr Жыл бұрын
Happy birthd day beta❤❤❤ vogobane tumak vll korok❤❤❤❤
@munmeedeka8089
@munmeedeka8089 3 жыл бұрын
He is not a disable child..he is a special abled child.. God bless d lil child
@dhirendramazumdar1384
@dhirendramazumdar1384 2 жыл бұрын
দুঃখ নকৰিব, সমাজক বুজি উঠাটোও এটা অভিজ্ঞতা বুলি ধৰি ল'ব ।ল'ৰাজন নিশ্চয় ভাল হৈ উঠিব,অশীতিপৰ ব্যক্তিৰ (মোৰ)আশীৰ্বাদ তেওঁৰ মন মগজুৰ সুষ্ঠতাত ফলপ্ৰফু হওক । ।
@GG-vz1gx
@GG-vz1gx 3 жыл бұрын
আনৰ ট্ৰল ৰ কথা চিন্তা নকৰিব। আপোনালোক ভাগ্যবন , কাৰণ উৰণীয়া সেঁতু ত প্ৰথম cake 🍰 কাটিছে । মইনাৰ মঙ্গল কামনা কৰিলো ।
@Dhruvajyotilifewithvlogs7
@Dhruvajyotilifewithvlogs7 3 жыл бұрын
👌
@rekhasaikia7336
@rekhasaikia7336 Жыл бұрын
সুস্হ ব্ৰেইনৰ মানুহ বোৰে এনেবোৰ সমালোচনা নকৰে। আপোনালোকে একো বেয়া কাম কৰা নাই। আপুনালোকে মা দেউতাৰ সম্পূৰ্ণ দায়িত্ব পালন কৰিছে। ভৱিষ্যতেও কৰি যাওক। 🙏🙏🙏🙏
@krishanagaming5441
@krishanagaming5441 3 жыл бұрын
Happy birthday ..Enjoy kora ...vaiti to hunkale val houk .
@beautyofassam-waterfall571
@beautyofassam-waterfall571 3 жыл бұрын
May God bless your son ..& family
@manoranjandas8375
@manoranjandas8375 3 жыл бұрын
বাইদেউ কিছুমান পাগলামী ল'ৰাৰ কমেন্ট কেৱাৰ নকৰিব,হয়দে মোৰও বেয়া লাগিল আপোনালোকৰ কথাখিনি শুনি।
@hitensharmah9991
@hitensharmah9991 3 жыл бұрын
I really empathaise with you and your family,,,I also had a little problem with my younger son,,,,but never loose heart,,,your mental spirit will be everrything for little Priyangshu💓
@utpaldas1642
@utpaldas1642 3 жыл бұрын
Gd bless child...I pay to god,
@successfulman369
@successfulman369 3 жыл бұрын
Don't mind bro we are with you!
@ggamers5219
@ggamers5219 3 жыл бұрын
God bless you priyanshu......🙏🙏
@ItsMe-ml9vl
@ItsMe-ml9vl 3 жыл бұрын
Happy birthday beta ... God bless you 🥧🥧🥧🍰🥧🍰🥧🍰🥧
@livinglegend2002
@livinglegend2002 3 жыл бұрын
Dear NewsLive....... Don't just make News on this Relevant Issues...... Give Some Befitting Replies to Those Bloody Trollers ..... Hats Off to the Lovely Parents.....
@pramoddeka8984
@pramoddeka8984 3 жыл бұрын
চিন্তা কৰিব নালাগে। happy birthday
@smj7047
@smj7047 3 жыл бұрын
ভগৱানে কৃপা কৰক 🌼🙏 Hare krishna 🌼 Hare Ram🌼🙏
@sabitakalita7096
@sabitakalita7096 3 жыл бұрын
একো বেয়া কাম কৰা নাই মোৰ মতে ।কেক এটা কাটিছে নিজৰ লৰাটোক অলপ ভাল লগাব কাৰনে আমি ভাল হে পাব লাগে লৰা ছোৱালীৰ ভাল লগাই আমাৰ ভাল।লৰা ছোৱালীৰ মুখৰ হাহিয়ে আমাৰ মনত কিমান যে সুখ দিয়ে।কিছুমান মানুহ সচাকৈ আনৰ ভাল নাভাবে।ভগৱানে যে কি কি ধৰনৰ মানুহ জীয়াই ৰাখিছে এই দুনিয়াত।
@gpentertainment2132
@gpentertainment2132 3 жыл бұрын
Aku vul kora nai apunar lorar hukhei apunar hukh gotike anor kothat care nokoribo..God bless you beta
@jamunaborgohain1574
@jamunaborgohain1574 3 жыл бұрын
May God bless you,muru ata vagin ase priyanshu dor akei problem.dhukh nkriba
@bhupendas3078
@bhupendas3078 3 жыл бұрын
We are the same both brother, oh God help us,guide us,bless us.
@himangshudas544
@himangshudas544 3 жыл бұрын
Hello ! Priyangshu Stay blessed always.
@SomiranBoruahvlogs
@SomiranBoruahvlogs 3 жыл бұрын
Dada & bow ...eku nai log to kush kehenge logo ka kam h kehna ....Happy birthday Prianshu ............
@MrNiv05
@MrNiv05 3 жыл бұрын
Bacha ata bhogobanor rup hoi..mak bapeke buji pai..jun keitai trol korise hei keitai mak bapek kenekuwa hoi buji napai..aponak loge val korise..ata notun hisape bacha r birthday monale..moyo muru bachar tenekuwa style t korim..god bless you..🥳🥳🥳🥳
@rumimedhi3624
@rumimedhi3624 3 жыл бұрын
God bless you Pr
@asaikia1123
@asaikia1123 3 жыл бұрын
God Bless U Priyangsu.Happy Birthday To You 🎂🎂🎂🎂🎂🎂🎂
@jutikadeka5040
@jutikadeka5040 3 жыл бұрын
May God bless priyankshu..
@brahmaputraservice6112
@brahmaputraservice6112 3 жыл бұрын
Belated birthday wish babu. May almighty bless u.
@joonmoni1234
@joonmoni1234 3 жыл бұрын
God bless your son🙏
@nayanmonideka3982
@nayanmonideka3982 3 жыл бұрын
💖💖💖 Happy Birthday To You 💖💖💖
@sailenneog5497
@sailenneog5497 3 жыл бұрын
দাদা,বৌ....চিন্তা কৰি নাথাক.যিবোৰে এনে কৰিছে সেইবোৰ অলগধ.....এটা এটা গাধ....... মৰমৰ ভতিজা লৈ জন্ম দিনৰ অলেগ শুভকামনা জনালো...........
@barnalitalukdar8573
@barnalitalukdar8573 3 жыл бұрын
God bless you. lovely san
@himadridas8185
@himadridas8185 3 жыл бұрын
Praise the lord isware babytuk sushtha korok
@suravirajbonshi8125
@suravirajbonshi8125 3 жыл бұрын
God bless you Priyangshu 🙏
@btslover6046
@btslover6046 3 жыл бұрын
God bless you priyangshu🙏🙏🙏
@gitanjalipatiri415
@gitanjalipatiri415 3 жыл бұрын
যোগাত্মক দৃষ্টিভংগীৰে সকলোৱে সমালোচনা কৰাটো দৰকাৰ!
@s....raykosrasbonsi8455
@s....raykosrasbonsi8455 3 жыл бұрын
দাদা বিবেক নথকা কিছুমান আমাৰ অসমত মানুহ আছে আপুনী এই বিলাকত কান দিব নালাগে জাৰ ঘৰত এনে কুবা হয় সেই ঘৰ মানুহে জানে
@nazrul161
@nazrul161 3 жыл бұрын
Very true...jar ghorot anekua issue ase teuluke he buji pai....
@maminsaikia6688
@maminsaikia6688 3 жыл бұрын
God bless u Priangshu
@voxx7840
@voxx7840 3 жыл бұрын
Priyanhshu r bright future kamona korilu..
@yasashrinath2628
@yasashrinath2628 3 жыл бұрын
Happy birthday priyangshu 🌹💐🎂🌹💐
@kalpanakataky9092
@kalpanakataky9092 3 жыл бұрын
Be positive.god blessed
@SkullGamesYT904
@SkullGamesYT904 3 жыл бұрын
ভগৱানে ভাল কৰক তাকে আশা কৰোঁ 🙏
@nitubaruah4695
@nitubaruah4695 3 жыл бұрын
সেই লৰাটোৰ দৰে কাৰোবাৰ থাকিলে বুজিলে হয় দুখ কি৷ মোৰ নিজৰ ভাগিন এটাও তেনেকুৱা৷ মাক বাপেকৰ কিমান দুখ কোনেও বুজি নাপাব৷ আমি ভুগি আছো সেই দুখত
@unsmart926
@unsmart926 3 жыл бұрын
Dukh lagil 💙💙💙
@aschryapran9553
@aschryapran9553 3 жыл бұрын
এইতো অপ্ৰিয় সত্য যে "লৰাই পানি পেলালে দাঙৰেও পিচলে"।
@junmonisarmah5194
@junmonisarmah5194 3 жыл бұрын
God blese you priyansu.
@jituphkuan3103
@jituphkuan3103 3 жыл бұрын
God bless you Priyanchu beta..
@bhagyashreesaikia9798
@bhagyashreesaikia9798 3 жыл бұрын
God bless you beta..
@dipaliboruah2757
@dipaliboruah2757 3 жыл бұрын
ছাগলে নাখাই কি পাগলে নকয় কি।কাম নাইকিয়া বিলাকেহে এনে কথা কয় ।এইবাৰৰ পৰা আমাৰ লৰা ছোৱালী বিলাকৰো জন্ম দিন তাতে পাতিমগৈ।কোনে কি কৰে চাম?
@kalyandas4534
@kalyandas4534 3 жыл бұрын
God bless you Priyangshu
@lifeisbeautiful_1111
@lifeisbeautiful_1111 3 жыл бұрын
Aku nai,,,aaibur vabi nathakibo,,hoi juatu hoi gl,,beta loi happy birthday bhtttt bhttt wish thakil,,stay bless always,,:)
@yasashrinath2628
@yasashrinath2628 3 жыл бұрын
God bless you 🙏🙏🙏🙏🙏🙏
@mamu1469
@mamu1469 3 жыл бұрын
God bless you
@sushmitakalita8213
@sushmitakalita8213 3 жыл бұрын
God bless you priyangshu
@hemantanath689
@hemantanath689 3 жыл бұрын
Vale he korse ...god bless u...and your child
@pradipbordoloi7293
@pradipbordoloi7293 3 жыл бұрын
ভগৱানে অকনমাণি প্ৰিয়াংশুক কুশলে ৰাখক । পলমকৈ হলেও কনমাণিটিক জন্মদিনৰ অপাৰ শ্নেহাশীষ যাচিছো ।
@enamulahmed1181
@enamulahmed1181 3 жыл бұрын
Gotei dinto Enjoy krileo beya pabo lga ako nii😘😘😘
@rajibdas5015
@rajibdas5015 3 жыл бұрын
Go ahead brother. You are right. Don't think of some nonsense people. They don't think about the parents and children who are really suffering.
@gitanjalibora2596
@gitanjalibora2596 3 жыл бұрын
God bless you beta
@subarnadevi3824
@subarnadevi3824 3 жыл бұрын
সমালোচনা থাকিবই লৰাটোৰ প্ৰতি গুৰুত্ব দিয়ক
@gamingyoutube5497
@gamingyoutube5497 3 жыл бұрын
Don't judge a book by its cover.... 👍👍
@kashilalagarwala1726
@kashilalagarwala1726 3 жыл бұрын
Best wishes to priyangshu
@jaanboruah8680
@jaanboruah8680 3 жыл бұрын
গোতখা তামোল পাণ খাই পিক পেলাই লেতেৰা কৰা সকতকৈ, এটা শিশুৰ জন্ম দিন উদ্জাপন কৰাতো একো বেয়া কাম হোৱা নাই তেওঁলৈ জন্ম দিনৰ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জনালো , এই মুহূৰ্তত পৰিয়ালটো যথেষ্ট ভাঙি পৰিছে কিছুমান সমালোচনা কৰি ভাল পোৱা ব্যক্তিৰ বাবেই ।
@amitavaroychoudhury4169
@amitavaroychoudhury4169 3 жыл бұрын
God bless you...
@nazibhassan3597
@nazibhassan3597 3 жыл бұрын
Monto saru nakaribo. God bless u all
Creative Justice at the Checkout: Bananas and Eggs Showdown #shorts
00:18
Fabiosa Best Lifehacks
Рет қаралды 16 МЛН
What type of pedestrian are you?😄 #tiktok #elsarca
00:28
Elsa Arca
Рет қаралды 36 МЛН
📌#StreamingNow |  #live
News Live
Рет қаралды 13