🔹উৰুকাৰ নিশাৰ ধেমালিয়ে কাল হ’ল এজন ছাত্ৰৰ

  Рет қаралды 82,398

NE BHARAT 24

NE BHARAT 24

Күн бұрын

Пікірлер: 98
@HarenPanging-f8w
@HarenPanging-f8w 11 күн бұрын
ল’ৰাজনৰ কিবা এটা অঘটন ঘটিলে দুখী সকল উচিত শাস্তি ভোগ কৰিব লাগিব ৷ যিহেতুকে মাঘ বিহুৰ পৰম্পৰা ৰ ওপৰত আঘাত দিছে ৷ গতিকে উপৰোক্ত নামঘৰীয়াৰ লগতে দুখী সকলক উচিত শাস্তি দিয়ক আৰু ল“ৰাজনৰ উপযুক্ত চিকিৎসা বহন কৰিবলৈ দিয়ক ৷
@RupjyotiBhuyan-nv8xn
@RupjyotiBhuyan-nv8xn 11 күн бұрын
Nam ghriak mutikhuwab laga
@BeautyBoro-v9d
@BeautyBoro-v9d 12 күн бұрын
বাহৰ লাঠি,কিতাৰ কাৰনে লৰাতু জিৱন বৰবাট কৰিলে নাম ঘৰিয়া জন পাপি হয় নামঘৰিয়া জনক লেঙটা কৰি ৰাস্তাৰ মাজেৰে ঘোৰাব লাগে 🎉🎉🎉🎉🎉🎉🎉
@AK_special25
@AK_special25 12 күн бұрын
এইবোৰ কেনেকুৱা মগজুৰ মানুহ কালি পৰহি ল'ৰা টোৰ মেট্ৰিক পৰীক্ষা আছে আমাৰ ঘৰৰ পৰা হাহ, কুকুৰা চুৰি কৰে তথাপিও আমি একো নকৰোঁ আমি মুচলমান হয় আমি জানো বচৰত এদিনেই চুৰি কৰে। আৰু সেই পুলিচ মখাই টকা খাইচে সিহঁতৰ পৰা গতিকে নিমাতী কইনা হৈ বহি আছে পুলিচে জাৰ পৰা মাল বেচি পাই তাৰ ওপৰতে মাত দিয়ে গতিকে ময় পুলিচক ভাল নাপাওঁ। এতিয়া আপোনালোকে ডিচি এচপিক জনাই চাওক পুলিচক দি লাভ নাই।
@MK_Animation-yi5wp
@MK_Animation-yi5wp 11 күн бұрын
Namghariya ma ki chood
@rabinnath8457
@rabinnath8457 11 күн бұрын
যি সকলে লৰাটোক পাহাৰ কৰিলে সেই সকল মানুহেই নহয়। নৰ পিশাচ।
@RupjyotiBhuyan-nv8xn
@RupjyotiBhuyan-nv8xn 11 күн бұрын
Mur anal Mara tak tar khandan khtm kori bim mam subu namGhiawa khmaj multi dib laga
@ManjuBorah-p8i
@ManjuBorah-p8i 11 күн бұрын
আপোনালোকে ন্যায় পাব লাগে।কৰ্টত কেচ কৰক। দুখীয়াৰ ওপৰত ধনী শ্ৰেণীৰ শাসন চলাব খোজে।
@MahanandaGogoi-dc9wo
@MahanandaGogoi-dc9wo 11 күн бұрын
ল'ৰাটোক ন্যায় দিবৰ বাবে অনুৰোধ জনালোঁ। সেই নামঘৰৰ ৰাইজে ল'ৰাটোৰ চিকিৎসা খৰচ বহন কৰিব বাবে অনুৰোধ জনালোঁ। ল'ৰাটোক তেনে দৰে মাৰিব নেলাগিছিল।সেই নামঘৰৰ ৰাইজে ল'ৰাটোৰ পক্ষে মত দিয়ক। তাৰে কামনা কৰিলো।
@kushalChetia-n4e
@kushalChetia-n4e 6 күн бұрын
Nip
@JunDa-u6m
@JunDa-u6m 9 күн бұрын
ইমান খাবলৈ নোপোৱা মানুহ নে সেই ঘৰখন। সাধাৰণ জেওৰা এখন নিলে বুলিয়েই। এনেকৈ সৰু লৰা এটাক মাৰে নেকি।
@ranumonibaruah3182
@ranumonibaruah3182 12 күн бұрын
বেয়া লাগিল কথাবোৰ শুনি
@NayanmoniSaikia-c8q
@NayanmoniSaikia-c8q 9 күн бұрын
বৰ্তমান মানুহৰ গাত মানৱতা গুণ নাই।সিহঁতক উচিত শাস্তি দিব লাগে।প্ৰথম কথা হৰি মন্দিৰত পহাৰ কৰিছে।দুইয় কথা ১৮ বছৰ নোহোৱাকৈ এজন নাবালকৰ গাত হাত তোলিবলৈ ক'ত অধিকাৰ পালে।
@krishnaprasaddeka8090
@krishnaprasaddeka8090 11 күн бұрын
ধীক্কাৰ তেনেকুৱা নাম ঘৰিয়া উচিত বিচাৰ কৰি দুষিক সাস্তি প্ৰদান কৰিব লাগে। জৰ্জ
@KusumBorgohain-c1q
@KusumBorgohain-c1q 10 күн бұрын
নামঘৰীয়াজন প্ৰকৃততেই নামঘৰীয়া হোৱাৰ যোগ্য নহয়।
@labanyasaikiamedhi128
@labanyasaikiamedhi128 10 күн бұрын
যি সকলে লৰাটো মাৰিলে তেখেতসকলৰ লৰাছোৱালী নাইনে । বিহুৰ দিনা সেইবোৰ ধেমালি কৰেই তাকলৈ ইমান শাস্তি দিয়াটো অপৰাধ হৈছে ।
@bipulkakati9440
@bipulkakati9440 10 күн бұрын
নিউজ লাইভৰ সাংবাকিৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত ন্যায় পোৱা সম্ভৱ।।
@indiangaming1164
@indiangaming1164 10 күн бұрын
আপোনালোকপুলিচৰ ওচৰত যাওক মাঘ বিহুত চুৰি এটা পৰম্পৰা যিকেইজনে লৰাজনক মাৰিছিল সেই কেইজন মানুহ নহয় দানৱ গাৱৰ বাকী ৰাইজে লৰাজনক সহায় কৰক
@mbharali2627
@mbharali2627 11 күн бұрын
এই দুষ্কৃতিকাৰীক কেইটাক দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰা উচিত। নামঘৰৰ ভিতৰত ঈশ্বৰৰ নাম ল'ব লাগে নে মানুহক মাৰকিল কৰিব লাগে? নামঘৰৰ ভিতৰত এনে অপকৰ্ম কৰা কোনো ধৰ্মত নাই। ধৰ্মীয় অনুষ্ঠানৰ ভিতৰত এনে ধৰণৰ কাণ্ড কৰাটো ধৰ্মৰ বিৰোধী । গতিকে এই বিলাক মানুহক দৃষ্টান্ত মূলক শাস্তি দিয়াটো প্ৰয়োজনীয় কথা।
@BobySaikia-b6r
@BobySaikia-b6r 11 күн бұрын
ইমান ডাঙৰ অপমান কৰিলে নে পৰম্পৰাৰ গত বিহুৰ নিয়ম অনুসৰি জেউৰা খন আনোতে। ৰা ইজ সকল কত আছিল
@abhishekdevnath9959
@abhishekdevnath9959 9 күн бұрын
পৰম্পৰাগত নিয়ম হয়। কিন্তু এখন ঘৰত যেতিয়া গোটেই ঘৰৰ চাৰিওফালে থকা জেওৰা চুৰ কৰি লৈ যায়। তেতিয়া খঙ উঠা স্বাভাৱিক। কিন্তু মৰি যোৱা কৈ মাৰিবলৈ নালাগিছিল। কাৰণ সেই দিনটোৰ পিছত বাহ কিনা, কাম কৰা মানুহক হাজিৰা দিয়া বহু কথা জড়িত হৈ থাকে। গতিকে সময়ৰ লগে লগে কিছু পৰম্পৰা এৰি চলিব লগা অৱস্থা। আৰু এটা কথা চকুত পৰে। একে সীমাত থকা এঘৰৰ ভঙা জেঙৰা খনো থাকে। আৰু আন ঘৰত থকা নতুন জেঙৰা খনো উঠাই লৈ যায়।এক প্ৰকাৰৰ পৰম্পৰা নামত হিঙসা মূলক কাম কৰে।
@manjulakalita1723
@manjulakalita1723 8 күн бұрын
উচিত বিচাৰ হব লাগে
@rinkushivam8759
@rinkushivam8759 10 күн бұрын
বাবুটোক যি সকলে শাস্তি দিছে সেই অধম কেইটাক জেলত ভৰাই থৱ লাগে
@bhaitiregon6069
@bhaitiregon6069 10 күн бұрын
নামঘৰীয়াজন নামঘৰীয়াৰ হোৱাৰ যোগ্য নহয়৷
@violeenalaskar3742
@violeenalaskar3742 10 күн бұрын
লৰাটোক ইমানকৈমাৰিব নালাগিছিল।পৰম্পৰাৰ নামত বেয়া কাম বোৰ এৰিবৰ হ'ল।
@JunDa-u6m
@JunDa-u6m 9 күн бұрын
সেইবোৰ মানুহ নহয়। গৰু হয গৰু।
@DipikaBora-yd4yu
@DipikaBora-yd4yu 7 күн бұрын
কোন ঠাইত এনে অমানুশিক ঘটনা ঘটিছে ।
@jharnasaikia6434
@jharnasaikia6434 8 күн бұрын
মানুহৰ নামত এইবোৰ কঢাই। সৰু ল'ৰা এটাক ইমান মাৰেনে?
@nirugogoi4576
@nirugogoi4576 10 күн бұрын
এনেকুৱা হ'ব নালাগে বৰ নিদয়
@nabajyotidas452
@nabajyotidas452 9 күн бұрын
ৰাইজৰ মানুহৰ উপৰত সাচতি হব লাগে কাৰণ নাম ঘৰত বিচাৰ কৰিব মাতি নি মাৰ ধৰ কৰা নিয়ম নহয়
@SanjayBorahkumar
@SanjayBorahkumar 11 күн бұрын
এই বোৰ দানৱ। মানৱতা হেৰাল। হাই অসমীয়া জাতি ভাই ভাই মাজত কিহৰ কাজিয়া।
@nirupamadeka5661
@nirupamadeka5661 10 күн бұрын
নাম ঘৰীয়া জন নৰপিশাচ
@DigantaBorah-uj1bm
@DigantaBorah-uj1bm 11 күн бұрын
মানুজন ধৰি ভালকৈ দিব লাগে
@namratadutta1840
@namratadutta1840 9 күн бұрын
যি কেইটাই মাৰিছে তাহাতৰ পকৰত বাঁহ ভৰাই ৰছিত ওলমাই ৰাখিব লাগে
@JunmoniSaikia-b3b
@JunmoniSaikia-b3b 9 күн бұрын
উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে। ন্যায় পাব লাগে ।
@Oye_its_hard
@Oye_its_hard 5 күн бұрын
We want justice ⚖️
@anilhandique436
@anilhandique436 7 күн бұрын
নামঘৰ ৰাইজৰ। নামঘৰিয়াটো কোন
@jlgaming9595
@jlgaming9595 10 күн бұрын
হেগিটা ফাঁচী দিবৰ লাগে নামঘৰীযা জনপাপীনামঘত ৰখাতু ভাল নহয়
@BidyutKhanikor-su3dy
@BidyutKhanikor-su3dy 11 күн бұрын
Hokalu sisarak jail jaba
@DebabrotDas
@DebabrotDas 10 күн бұрын
Xeibur dharmiyo onusthan nohoi, namgharat valke bisar dilei hol
@BhogeswarBor
@BhogeswarBor 11 күн бұрын
Aikhon kenekuwa khomaj? Amar iyatu bohut jeora sur hol .ami khei buli karubak marim neki?
@EffiNawab
@EffiNawab 11 күн бұрын
মানূহ পাগল হৈছে ।ইমানকৈ মাৰেনে ?সিহঁতৰ ল'ৰা নাই নেকি ।
@kiransing5982
@kiransing5982 7 күн бұрын
Jeura suri maghbihu urukadina aetu ati asamis jatya param para aekathat ajon nabalok sisuk prahar kora beakti sakal manuh nahae januwar tahaty niyaik sasty pabo pabo lage.
@arunasenapati1099
@arunasenapati1099 9 күн бұрын
মেট্ৰিক দিবলগা ল'ৰাটো ৰাতি কিয় ওলাই গৈছিল মাকে গম পোৱা নাছিল নেকি বাধা দিবৈ।
@TukheswarLalung-i6t
@TukheswarLalung-i6t 9 күн бұрын
Kukur maagbihut kune nejaabo , tukur toiu namghoriya neki
@TuladharmurariTuladharmurari
@TuladharmurariTuladharmurari 8 күн бұрын
Apradhik adhik sasti diba lage
@binodmachary3638
@binodmachary3638 11 күн бұрын
😂😂
@BirinchiKonwar-o5s
@BirinchiKonwar-o5s 11 күн бұрын
take je marile logor keitak ki korile. ne hihotr logot kiba saturday asil
@mridulsaikia2584
@mridulsaikia2584 11 күн бұрын
Yehotok 10 Bosor jail hobo lugey.
@MamaniKalita-g6i
@MamaniKalita-g6i 9 күн бұрын
😢😢😢
@purandarhazarika7669
@purandarhazarika7669 10 күн бұрын
Administration should take action and arrest all the culprits
@padumibaruah2798
@padumibaruah2798 10 күн бұрын
Meji Ghor Bonai Jodi Vuj Khabo u Pare Jeura Sur Goru puali. Khuli Dia. Enebilak Dhemali Agote u Asil Etia u Ase Manuh Bilakor ki Hise Hoine. Hokolu. English Men Hol
@AmiyaBora-ef9xx
@AmiyaBora-ef9xx 11 күн бұрын
Naam ghar vhagot thaka naamghriya jonakgeptar kori agbarok raig.....
@Prince_Abhi_x99
@Prince_Abhi_x99 11 күн бұрын
Kukur namghoria k bandhi sosorai loi najai kiya
@BikashSaikia-i1o
@BikashSaikia-i1o 4 күн бұрын
😢😢😢😢😢😢😢😢😢😮😮😮😮
@AnitaBasumatari-n4o
@AnitaBasumatari-n4o 7 күн бұрын
Junejune. Marise. Teulukok. 6.boshorkoi.karagar.diyok.basijabonuware.jen.akhon.raije.ajonlorak.khama.dibonuwarile.teulukor.khemanai
@joyahazarika5761
@joyahazarika5761 3 күн бұрын
আমি অসমীয়া হয় নে
@Narayan-ye2zl
@Narayan-ye2zl 7 күн бұрын
Apunalukor namghor nohoy bolihal
@RodaliBoraPutola
@RodaliBoraPutola 7 күн бұрын
Kalpit kita dhari Ani pitha khonda deak
@padumibaruah2798
@padumibaruah2798 10 күн бұрын
Namghorot. Tola. Logai Di. Bisar korok Mukolit
@MatuHazarika-l2w
@MatuHazarika-l2w 10 күн бұрын
Hihotkeitak goru poghare dingit bandhi susorai susorai gaw ghurawk
@babudas9192
@babudas9192 11 күн бұрын
Hat Kati dibo Lage kela
@llnm4891
@llnm4891 9 күн бұрын
Asrit manuh aiebur akhn jewrar krne laratuk marile
@binaburagohainwary5565
@binaburagohainwary5565 9 күн бұрын
Namghar ne .pitahal.
@DinanathPhukon-q6b
@DinanathPhukon-q6b 11 күн бұрын
বাবুল,.stoped
@mt.and.r15v4lovrs43
@mt.and.r15v4lovrs43 11 күн бұрын
Bihu ses aru amer iat to vagabot paha ajon maha pandit teu dah loi katiboloi gol
@tangkeswardeka5993
@tangkeswardeka5993 9 күн бұрын
Loratu mari aain hatat tuli luwatu bhul kintu rati jeora japana suri kori jui jaluwa aku parampara nahay
@namratadevi2584
@namratadevi2584 8 күн бұрын
Apunalok maiki neki. Tahate faliha lathi loi pitan diba nuarili. Tahatar samaj khel naai neki. Atia muth lathi lai jatai paaya taate pitan dibi tahat jadi mata manuh ha tetiyahe gam paam prakita manuh
@KarunaBaruah-p8y
@KarunaBaruah-p8y 11 күн бұрын
Manuh keijane marile hihatak badhi ggarupitan diyok aru pagala fatekoloi pathai diyok raije
@BijuPatiri
@BijuPatiri 8 күн бұрын
Balor.nam.goriya
@AnjuSingha-z8d
@AnjuSingha-z8d 10 күн бұрын
Iortok marpit kara manuh gijank khasti diba lag namghari khaegita pakhu
@Narayan-ye2zl
@Narayan-ye2zl 7 күн бұрын
Thohotor gat sakri nai maribola
@padumibaruah2798
@padumibaruah2798 10 күн бұрын
Tahator. Nijor. Lora. Asene. Nai
JISOO - ‘꽃(FLOWER)’ M/V
3:05
BLACKPINK
Рет қаралды 137 МЛН
Ozoda - Alamlar (Official Video 2023)
6:22
Ozoda Official
Рет қаралды 10 МЛН
I'VE MADE A CUTE FLYING LOLLIPOP FOR MY KID #SHORTS
0:48
A Plus School
Рет қаралды 20 МЛН