Utpal Sarma AASU: Income, Relationship & TRUTH about the 'Chanda Culture' || Assamese PODCAST - 130

  Рет қаралды 83,849

UNTOLD by Aboyob Bhuyan

UNTOLD by Aboyob Bhuyan

Күн бұрын

Пікірлер: 476
@KaSiYali
@KaSiYali 4 ай бұрын
'"বসন্তত যদি বিশ্বাস আছে ফাগুনলৈ কিহৰ ভয়! সোঁতৰ সতে উটি যাবলৈ আমিতো মৰা মাছ নহয়!"-মোৰ যদি ভুল হোৱা নাই তেখেতে ক'ৰবাত এই পষ্টটো দিছিল।তেতিয়াৰ পৰা তেখেত প্ৰিয়।তেখেতনো কোন,কি কৰি আছে সেই বিষয়ে তেতিয়া একোৱেই নাজানিছিলোঁ কিন্তু তেতিয়াৰ পৰাই তেখেতক শ্ৰদ্ধা কৰোঁ।ব্যক্তিগতভাবে, শব্দক ভালপোৱা আৰু শব্দৰ উচ্চাৰণ শুদ্ধকৈ কৰা মানুহলৈ সন্মান জাগে।তেখেত সেয়ে ক'ৰবাত সুকীয়াকৈ আছে।
@bhobenjyotiphukan91
@bhobenjyotiphukan91 2 ай бұрын
সুন্দৰ অনুভৱ।
@jehirulhuda3147
@jehirulhuda3147 4 ай бұрын
মই এজন ৫৯ বছৰীয়া শিক্ষক। শিৱসাগৰত আমি অসম আন্দোলনৰ লগত বিশেষভাৱে জড়িত আছিলো। সেইবাবে এতিয়াও ছাত্ৰ সন্থাৰ প্ৰতি দুৰ্বলতা আছে। গতিকে আজি গোটেই interview টো চালো। উৎপলৰ knowledge আৰু issue based কথনশৈলী বা উপস্থাপনক মই শ্ৰদ্ধা কৰো। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। লগতে অবয়বকো মৰম আৰু ধন্যবাদ জ্ঞাপন কৰিলো। জয় আই অসম।
@niorbikashcreations6096
@niorbikashcreations6096 3 ай бұрын
"প্ৰেম দৰ্শনৰ বিষয়, প্ৰদৰ্শনৰ বিষয় নহয়" তামাম দিছে...👌 জয় আই অসম🙏
@AlimpyshreyamGogoi
@AlimpyshreyamGogoi 4 ай бұрын
ইমানেই ধুনীয়াকৈ কথাবোৰ কয় শুনিলেই শুনি থাকিব মন যায় তাৰোপৰি আপোনাৰ প্ৰতি আস্থা আৰু বিশ্বাস আছে , সদাই আমাৰ কণ্ঠ হৈ থাকক
@bibeksaikiaofficial5500
@bibeksaikiaofficial5500 4 ай бұрын
উৎপল দাৰ মাত টো বৰ মিঠা লগতে শব্দৰ শৈলী বোৰ খুবেই ভাল লগা। মোৰ personally ভাল লগা এজন ব্যক্তি । খুব সুন্দৰ podcast 🤗 মৰিগাঁও জিলাৰ যাদুৰ নগৰী মায়ং ৰ পৰা অৱয়ব দা লৈ মৰম যাচিলোঁ। ❤
@shreemoyeephukan7388
@shreemoyeephukan7388 4 ай бұрын
ইমান সুন্দৰকৈ কথাখিনি উপস্থাপন কৰিছে। আমাৰ ভাষাটো কিমান সুন্দৰ উৎপল শৰ্মা ডাঙৰীয়াৰ কথাৰ মাজেৰে অনুভৱ কৰিব পাৰি।
@AlimpyshreyamGogoi
@AlimpyshreyamGogoi 4 ай бұрын
ইয়াতকৈ কি হব পাৰে তীব্ৰ ৰাগী যি প্ৰেমত মই বৈৰাগী🤍 ইমান সুন্দৰ উত্তৰ
@pranjitkonch1924
@pranjitkonch1924 4 ай бұрын
আজিলৈকে চোৱা সৰ্ব্বশ্ৰেষ্ঠ podcast... ইমান সাৱলীল ভাষা... অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ প্ৰতি প্ৰেম জাগ্ৰত কৰিব পৰা এক podcast.... 😍
@bhobenjyotiphukan91
@bhobenjyotiphukan91 2 ай бұрын
উৎপল শৰ্মা দেও , সুন্দৰ কৈ কথা কোৱাতো , আপোনাৰ এটা ধুনীয়া কলা । আপুনি নিশ্চয় কৈয়ে ইয়াৰ বাবে প্ৰশংসিত ।
@dhunupiyavlogs9558
@dhunupiyavlogs9558 2 ай бұрын
প্ৰেম দৰ্শনৰ বিষয়, প্ৰদৰ্শনৰ বিষয় নহয়।❤ এখনেই পতাকা, এটাই পন্থা, সদৌ অসম ছাত্ৰ সন্থা ✊ জয় আই অসম ❤✊
@bedabikashsaikiamusical5625
@bedabikashsaikiamusical5625 4 ай бұрын
পূৰ্বে আছিল অসমীয়া ভাষাৰ মাজত দুই-এক ইংৰাজী শব্দ আৰু বৰ্তমান ইংৰাজীৰ মাজত দুই-এক অসমীয়া শব্দ😊 উৎপল দাক আকৌ এবাৰ নিমন্ত্ৰন কৰিব বুলি আশা থাকিল।এতিয়ালৈকে যিমান খণ্ড চালো,সকলোতকৈ ভাল লগা খণ্ড❤
@RcS6930
@RcS6930 4 ай бұрын
আজি এই podcast তো দ্বাৰা বহু কথা বুজিব পাৰিলো গতিকে ইমান এটি সুন্দৰ podcast দিয়াৰ বাবে উৎপল দা ❤ তথা আপোনালৈ অত্যন্ত ধন্যবাদ 😊❤️ লগতে, লক্ষীমপুৰ বাসীৰ পৰা আপোনাৰ লগতে আপোনাৰ সমূহ কৰ্ম কৰ্তালৈ ভালপোৱা ❤ জয় আই অসম ✊❤️
@mintuallfriends7494
@mintuallfriends7494 4 ай бұрын
ছয়গাঁও মহাবিদ্যালয়ত উৎপল শৰ্মা ডাঙৰীয়াৰ মই প্ৰথম ভাষণ শুনিছিলো সঁচাই বহুত ভাল লাগে তেওঁৰ কথাবোৰ 🙏❤️ জয় আই অসম ❤
@Sanjibbora345
@Sanjibbora345 4 ай бұрын
আমাৰ দাদা উৎপল শৰ্মা ❤ সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ ✊🏼
@saratnath6782
@saratnath6782 2 ай бұрын
অসমৰ সমাজ জীৱনৰ পৰা যি সকল ব্যক্তি মোৰ প্ৰিয় সেই সকলৰ ভিতৰত উৎপল শৰ্মা অন্যতম।তেওঁৰ প্ৰতিটো কথাৰ পৰা এক সুকীয়া মাদকতা পাওঁ, তেওঁৰ কবিতা কবিতা লগা প্ৰতিটো কথাই হৃদয় স্পর্শ কৰে। শৰ্মা দা সদায় ভালে থাকক। তেওঁৰ কথা কোৱাৰ কৌশল অন্যতম। কবিতা ভালপোৱা মানুহবোৰ প্ৰেমিক হয়। তেওঁ প্ৰেমিক হয় বহুত তেওঁ নহয় বুলি ক'লেও নামানো, তেওঁৰ প্ৰেমত সত্য আৰু সততা আছে। তেওঁৰ দৰে প্ৰতিজন মানুহ প্ৰেমিক হ'লে পৃথিৱীখন বৰ সুন্দৰ হৈ পৰিব।
@EvaRajkhowa-g4h
@EvaRajkhowa-g4h 4 ай бұрын
খুব ভাল লাগিল , এনেকুৱা প্ৰতিভা বান ছাত্ৰ নেতাৰ হাতত আছুৰ ভৱিষ্যত উজ্বল হব বুলি আশা কৰিলো।
@shahrukhsultan8727
@shahrukhsultan8727 3 ай бұрын
He has economic vision for Assam, understands business. Thats a great quality.
@pranjitঅসম
@pranjitঅসম 4 ай бұрын
মৰিগাঁও পৰা দুয়োজনলৈ মৰম যাচিলোঁ! উৎপল দাক লৈ আমি মৰিগাঁওবাসীয়ে সঁচাকৈয়ে গৌৰৱবোধ কৰোঁ❤
@wrongwithyou-i9i
@wrongwithyou-i9i 4 ай бұрын
মৰিগাঁওৰ নেকি ?
@pujasriborgohain3654
@pujasriborgohain3654 4 ай бұрын
One of my favourite person is Utpal. One of the Nice episode. নিজক বিচাৰি পোৱা যেন অনুভৱ। আছু,কা,সকলো মোৰ বাবে এক আৱেগ। আছু মোৰ বাবে এক সত্বা🙏 নতুন প্ৰজন্ম‌ই উৎপলৰ ভাষ্যবোৰ শুনা প্ৰয়োজন। উৎপলক অনুকৰণৰ বাবে নহয়..অসমীয়া ভাষাটো শুদ্ধকৈ ক'বৰ বাবে। সদায় ভাল ভাল কাম কৰি যোৱা🙂 I m watching from Hyderabad 😊
@wrongwithyou-i9i
@wrongwithyou-i9i 4 ай бұрын
অসমীয়া বোলে অন্য ৰাজ্যত নাথাকে অসমৰ একাংশ দল সংগঠনৰ মতে 😂
@bishnudas2254
@bishnudas2254 Ай бұрын
সোণ যিমান পুৰিব সিমান উজ্জ্বল হব ❤ অসমখন আগুৱাই নিয়াত আৰু অসমৰ সমস্যাবোৰ সমাধান কৰাত আপোনালোকৰ ওপৰত গধুৰ দায়িত্ব আছে। সেই সমস্যাবোৰ সমাধানত চৰকাৰৰ লগত যুঁজ দিয়ক আৰু অনাগত দিনবোৰত নিবনুৱা সমস্যা সমাধান হওঁক আৰু আপোনালোকৰ ওপৰত ৰাইজৰ থকা বিশ্বাসবোৰ পুনৰ ঘূৰাই আনক তাকেই কামনা কৰিলোঁ। আপোনাৰ কথন শৈলী শলাগ লৈছোঁ 🙏
@SimantaSwarajGogoi
@SimantaSwarajGogoi 4 ай бұрын
মই লহ্মীমপুৰ পৰা উৎপল শৰ্মা ৰ কথা বার্তা বোৰে সচাঁ ই অনুপ্রাণিত কৰে। তেখেতক পুনৰ বাৰ podcast ৰ মজিয়াত চাব বিচাৰিছো। AASU ✊ long live
@dharitryboruah9379
@dharitryboruah9379 4 ай бұрын
উৎপল শৰ্মাৰ ব্যক্তিত্বৰ লগতে সুস্পষ্ট কথন শৈলীয়ে পডকাষ্টটো আকৰ্ষণীয় কৰি তুলিছে। বৰ্তমানলৈকে হোৱা ভাল পডকাষ্টসমূহৰ ভিতৰত এইটো অন্যতম।
@DigboiBorbil
@DigboiBorbil 4 ай бұрын
উৎপল দা আপোনাৰ কথা বোৰে মনবোৰ চুই গল।।।। কথা বতৰা ফালৰ পৰা আপুনি এজন যোগ্য ব্যক্তি।। আগুৱাই যাওঁক। From CHARAIDEO
@bhaijandas-ss7fg
@bhaijandas-ss7fg 4 ай бұрын
লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ পৰা 🙏✊ সদৌ অসম ছাত্ৰ সন্থা✊ ছাত্ৰ সন্থা কৰিবলৈ সাহস দিয়া এগৰাকী সবল সংগ্ৰামী নেতা উৎপল শৰ্মা দাদা🙏❤।
@karabideka1305
@karabideka1305 4 ай бұрын
ইমান Smartly হেন্দেল কৰিছে কথাবোৰ,ভাল লাগিল। (কেৱল ছাত্ৰ সন্থাৰ কৰ্মী বাবে কথাখিনি কোৱা নাই। )
@rajubarman4078
@rajubarman4078 4 ай бұрын
Smarty handle? তেওৰ কথাখিনি শুনি কিবা লাভ হ'ল জানো?
@manashthakuria
@manashthakuria 4 ай бұрын
​@@rajubarman4078🤣🤣🤣
@CmantaDka
@CmantaDka 4 ай бұрын
😅​@@rajubarman4078
@ritumanibarman4381
@ritumanibarman4381 2 ай бұрын
গুৱাহাটী মহাবিদ্যালয়ত উৎপল শৰ্মা ডাঙৰীয়াইৰ মই প্ৰথম ভাষণ শুনিছোঁ, তেওঁ কোৱা কথা বোৰ বহুত ভাল লাগে
@hridoybaruah8145
@hridoybaruah8145 4 ай бұрын
অসমৰ নতুন সূৰ্য্য উৎপল শৰ্মা ✊
@rinjugogoi5969
@rinjugogoi5969 3 ай бұрын
খুব ভাল লাগিল অনুষ্ঠানটো।ভাতৃসম উৎপল সুন্দৰ কঠন শৈলী আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী। ছাত্ৰ নেতা হিচাপে অসমৰ বাবে ভাল ভাল কাম কৰি যোৱা। অনাগত দিনৰ বাবে দুয়োলৈ শুভেচ্ছা জনাইছো।
@Lover-o5d
@Lover-o5d 4 ай бұрын
সুৰীয়া সুৱদী অসমীয়া ভাষাৰ মাধুৰ্য্যতাৰে পৰিপূৰ্ণ কথোপকথন আৰু এগৰাকী নেতাৰ পৰিপক্ক চিন্তাৰ পূৰ্ণ প্ৰতিফলন।
@jayantachakravarty6129
@jayantachakravarty6129 3 ай бұрын
উৎপল ভাইটিৰ কথাবোৰ বহুত ভাল লাগিল। বহুত বহুত শুভেচ্ছা থাকিল। জয় আই অসম।
@dibakarmali5637
@dibakarmali5637 4 ай бұрын
উৎপল শৰ্মাৰ কথাখিনি শুনি আপ্লুত হলো। ছাত্ৰ সন্থাৰ কৰ্মৰাজি অসমীয়া ৰাইজে নতুন দৃষ্টিৰে আঁকোৱালি লব বুলি আৰু সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ।
@shyamkanumahanta702
@shyamkanumahanta702 4 ай бұрын
I am not directly an AASU supporter but utpal sharma da❤❤❤
@dhrubajyotiborgohain2843
@dhrubajyotiborgohain2843 4 ай бұрын
উৎপল দাৰ interview চাই ভাল লাগিল। কিন্তু Aboyob লৈ এটা request podcast ৰ time টো কমাব লাগে, আধা ঘণ্টাতকৈ বেছি হলে চাবলৈ ইমান হাতত সময় নাথাকে। ধন্যবাদ ড: ধ্ৰুৱ জ্যোতি বৰগোহাঁই
@kalpanakataky9092
@kalpanakataky9092 4 ай бұрын
শুনিলে শুনি থাকিবৰ মন যোৱা আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী উৎপল শৰ্মাৰ লগত podcast টো ভাল লাগিল। from nagaon
@monikadas3103
@monikadas3103 4 ай бұрын
তিনি ও জনৰ interview দেখিলো, অসমীয়া ভাষা সাৱলীল ভাৱে কোৱা সুন্দৰকৈ কৰা উপস্থাপন ভাল লাগে শুনি ভাল লাগে
@bhaktadeepchaliha700
@bhaktadeepchaliha700 4 ай бұрын
Bhal uttar dise, Utpal Sarma. Aboyob, you should stand for the nation and its people, not for fleeting opinions or partial support of a particular political narrative.
@birantabarman2086
@birantabarman2086 4 ай бұрын
Khub val lagil sai ....Apuni AASU k agor stan ghurai dibo buli aakaha thakil
@nilutpalgogoi4353
@nilutpalgogoi4353 2 ай бұрын
মানুহজন মোৰ বহুত প্ৰিয়। তেখেতৰ কথাবিলাক শুনি কেতিয়াও আমনি নালাগে। বৰ সুন্দৰভাৱে সকলো কথা বুজায় কয়।❤❤❤❤
@LiliDutta-mj4xy
@LiliDutta-mj4xy Ай бұрын
Interview টো ভাল লাগিল। সুন্দৰ উপস্থাপন, বিশ্লেষণ ---। শিকিলো, জানিলো। ভৱিষ্যতলৈ শুভ কামনা থাকিল।
@Prince_deka123
@Prince_deka123 4 ай бұрын
Utpal daa k xosake bht vl lge ... last month t Tihu t ahisil bht vl lgisil log pai
@AnjanOzah
@AnjanOzah 4 ай бұрын
বৰ ভাল লাগিল। উৎপল শৰ্মালৈ শুভেচ্ছা জনাইছোঁ।
@manashhazarika4744
@manashhazarika4744 4 ай бұрын
পৰিপক্ক ,জ্ঞানী আৰু অনাগত দিনত অসমৰ ৰাজনৈতিক প্রেক্ষাপটৰ এজন উজ্জ্বল জ্যোতিষ্ক Podcast তোৰ মাথ্যমৰে এইয়ে উমান পোৱা গ'ল ।
@intikaburrahman3597
@intikaburrahman3597 3 ай бұрын
বহুদিনৰ পাছত এটা বৰ সুন্দৰ interview চালো। উৎপল শৰ্মাৰ ডাঙৰীয়ালৈ বহুত বহুত শুভেচ্ছা জনালো
@abikdey2574
@abikdey2574 4 ай бұрын
এজন নেতা হিছাপে তেওঁৰ আদৰ্শ সদায় সুকীয়া আৰু শ্ৰেষ্ঠ 🙏❤
@pranabhaloi458
@pranabhaloi458 4 ай бұрын
বহুত ভাল লাগিল সাক্ষাৎকাৰটি চাই । তোমালোকৰ গোটেই দলৰ সদস্য সকলক বহুত মৰম।❤
@rumichutia6772
@rumichutia6772 Ай бұрын
জ্ঞান আৰু শব্দৰ ভৰাল🌿 আপোনাৰ দৰে মানুহৰ বাবে অসমীয়া জাতিটো আৰু ভাষাটো চহকী 😇
@bijoybarman4358
@bijoybarman4358 4 ай бұрын
সদাই ভালে থাকক উৎপল দা এইদৰে আগুৱাই যাওঁক
@JerifaWahida-o3w
@JerifaWahida-o3w 3 ай бұрын
বৰ ভাল লাগে দাদা আপোনাৰ কথা বিলাক শুনি। শুনিলে শুনিব মন গৈ থাকে। মানুহজন সৎ ভাবেৰে চলি থকা এজন সত্য মানুহ। ভালে থাকক আপুনি।
@pranabjyotisaikia7155
@pranabjyotisaikia7155 4 ай бұрын
সুন্দৰ, কথাবোৰে মনটো চুই গল ।। বিশ্বনাথ চাৰিআলিৰ পৰা
@hridayanandasaikia6383
@hridayanandasaikia6383 2 ай бұрын
Utpal Sarmah very talented boy.
@lovelyassam9974
@lovelyassam9974 4 ай бұрын
জীৱনত যদি, মই কাৰোবাক অনুসৰণ কৰো তেন্তে সেয়া হ’ল উৎপল শৰ্মা! দাদা ৰ কথাবোৰ শুনি বহুত ভাল লাগিছে তেখেতৰ কথা কোৱা শৈলী মন চুই যাই ❤️😌 We Love u Utpal daa 🙏🏻 জয় আই অসম ✊🏻
@chimpi..
@chimpi.. 3 ай бұрын
তেখেতৰ আদৰণীয় ব্যক্তিত্বৰ লগতে সাৱলীল কথনশৈলীৰ অনুৰাগী। ❤তেওঁ সঁচাকৈয়ে এক অতুলনীয়, প্ৰভাৱান্বিত ব্যক্তিত্বৰ অধিকাৰী।
@NUnicadventures
@NUnicadventures 4 ай бұрын
Greatest podcast I have seen really eman philosophy
@Mrin_Moy411
@Mrin_Moy411 4 ай бұрын
দাদা আমাৰ আবেগ আমাৰ উৎসাহ উৎপল দা জিন্দাবাদ সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ ✊✊✊
@JintuPatgiri-b8l
@JintuPatgiri-b8l 3 ай бұрын
উৎপল দা তুমি সচাই বিশেষ ❤ জয় আই অসম ✊
@khanindrathakuria289
@khanindrathakuria289 4 ай бұрын
উৎপল দাদাৰ কথাবোৰ শুনি ইমানে ভাল লাগিলে, অনুষ্ঠানতো চাই থাকিলো।
@bhumismitapatgiri9469
@bhumismitapatgiri9469 4 ай бұрын
তেখেতৰ কথাবোৰ সদায় প্ৰিয়।। জয় আই অসম ❤
@kabitaboro2178
@kabitaboro2178 3 ай бұрын
বৰ ভাল পালো এই podcast. আৰু উন্নতি হওঁক উৎপলৰ। শ্ৰুতিমধুৰ - - - -!!!!"
@PobitroBharali-ut5gt
@PobitroBharali-ut5gt 4 ай бұрын
জয় আই অসম ✊✊ সদৌ অসম ছাত্ৰ সন্থাৰ জিন্দাবাদ ✊✊ মই মাজুলী পৰা চাই আছোঁ 🙏🙏
@gitanjalibaishya9831
@gitanjalibaishya9831 4 ай бұрын
মানুহজনক খুব ভাল লাগিল। শুনি থাকিব পাৰি । তেওঁৰ ভাষা, উচ্চাৰণ খুব ধুনীয়া।
@kandarpakumar8347
@kandarpakumar8347 4 ай бұрын
মানুহ জনৰ কথা বতৰা বোৰ শুনি বহুত বেছি ভাল পালোঁ। ধন্যবাদ অবয়ব
@bikramsarma7476
@bikramsarma7476 4 ай бұрын
God bless you Utpal.Hodai jen Jatiyatabadi hoi thaka .
@manabdas4735
@manabdas4735 4 ай бұрын
উৎপল ককাইদেউ ❤ জয় আই অসম ✊ তামুলপুৰ পৰা....❤
@parthaneog5549
@parthaneog5549 4 ай бұрын
কথাখিনি শুনিলে শুনি থাকিব মন যায় @উৎপল শৰ্মা দা
@IK-vd2xl
@IK-vd2xl Ай бұрын
Both are 🌟 ❤
@JulanDas-pp2fz
@JulanDas-pp2fz 2 ай бұрын
জয় আই অসম ❤✊ উৎপল দাদা অমাৰ ছাত্ৰ জিৱনৰ নেতা
@manashdeka7545
@manashdeka7545 4 ай бұрын
আমাৰ সকলোৰে কথাবোৰ,মনৰ ভাৱবোৰ,চিন্তাধাৰাবোৰ এওঁৰদৰে হলে আমি ছাগে আজি বেলেগ এটা স্তৰত থাকিলো হয় !
@dipakkurmi6545
@dipakkurmi6545 4 ай бұрын
মৰিগাঁওৰ পৰা... দাদাক নিমন্ত্ৰণ কৰাৰ বাবে অশেষ ধন্যবাদ
@sinmoysaikia8957
@sinmoysaikia8957 4 ай бұрын
Dadaa morigaon loi sivasagar pra knke jbo pri
@nabajyotibora124
@nabajyotibora124 4 ай бұрын
Bus, train t​@@sinmoysaikia8957
@rakeshdasmorigaon
@rakeshdasmorigaon 4 ай бұрын
গুৱাহাটী আহোঁতে এ গুৱাহাটী পোৱা আগতে জাগীৰোড বা আহঁতগুৰিত নামিব পাৰে​@@sinmoysaikia8957
@pranjeethazarika6821
@pranjeethazarika6821 4 ай бұрын
​@@sinmoysaikia8957 direct bus thake purple wings travels
@abhibadanhazarika8016
@abhibadanhazarika8016 4 ай бұрын
বিশেষ খণ্ড...❤️ বহুত ভাল লাগিল
@miki9666
@miki9666 4 ай бұрын
One of the best podcasts so far ❤ Utpal Sarma is so handsome and well spoken
@bishalthakuria12345
@bishalthakuria12345 4 ай бұрын
Utpal sarma ❤ joi aai axom AASU LONG LIVE ❤🙏🤝
@manjubarman8824
@manjubarman8824 4 ай бұрын
মই মৰিগাঁও পৰা কৈছো উৎপল ভাইটীৰকথাবোৰ বহুত বেছি ভাল লাগিল। ভাষা শৈলীৰ গঠন বহুত বেছি ভাল। ভাইটী ৯ নম্বৰ ward ৰ ৰাস্তা বোৰ একদম অবস্হা নাই মানুহ ওলাব নোৱাৰি। দযাকৰি অপমান চোৱা হলে
@KalyanBorah-e1v
@KalyanBorah-e1v 2 күн бұрын
Val lga manuh jon❤❤❤
@MrinmoySarmw-lg6eh
@MrinmoySarmw-lg6eh 4 ай бұрын
খুব ভাল লাগিল কথাবোৰ শুনি❤️
@trideepburagohain9857
@trideepburagohain9857 3 ай бұрын
AASU long live ❤
@mintuchetia4668
@mintuchetia4668 4 ай бұрын
❤ from goa I am AASU supporter, joi Ai Axom✊️
@anamikadeka8077
@anamikadeka8077 4 ай бұрын
দাদা ৰ কথা খিনি শুনি থাকিব মন গৈছে ।।।বৰ ভাল লাগিল
@ankitaborah5949
@ankitaborah5949 4 ай бұрын
Aww,his voice .Just mesmerizing and at the same he's using some so best words of Assamese language. Had the opportunity of listening to his live speech at a bihu function.
@UsserOfficial-h1q
@UsserOfficial-h1q 2 ай бұрын
সুন্দৰ লাগিল
@Onlysanchi
@Onlysanchi 4 ай бұрын
আচৰিত ধৰণে ভাল লাগিল...ইমান শুৱলা তেওঁৰ কথা...
@souravkalita8530
@souravkalita8530 3 ай бұрын
এজন অসমীয়া হিচাপে AASU ওপৰত আমাৰ কোনো সন্দেহ নাই । কিন্তু এতিয়াও আপোনালোকৰ পিছফালে বহুতো AASU নেতাই pwd ৰাস্তাৰ কাম কৰা ঠিকাদাৰেই চান্দা নিদিয়া কাৰণে ঠিকাদাৰক খেদি পঠিওৱা কাৰ্য চলি আছে । বিচাৰোঁ আপুনি এই ground level reality বোৰত চকু দিব । জয় আই অসম 🌺
@subratdas6642
@subratdas6642 3 ай бұрын
সচাকৈ ইমান ধুনীয়া অসমীয়া কথাকব পৰা ব্যক্তি জন
@tirthadeka9677
@tirthadeka9677 2 ай бұрын
Utpal has a bright future...
@Boraanshu
@Boraanshu 4 ай бұрын
Utpal sharma kothat dom ase .. terrific 👍
@pritirekhabora9013
@pritirekhabora9013 4 ай бұрын
বহুত ভাল লাগিল অনুষ্ঠানটো চাই
@AnuKash9091
@AnuKash9091 4 ай бұрын
বহুত ভাল লাগিল উৎপল।
@bonnysmitakalita427
@bonnysmitakalita427 4 ай бұрын
Joi Aai Axom✊
@dibakarphukan8536
@dibakarphukan8536 4 ай бұрын
Utpal da বৰ সুন্দৰ বিশ্লেষণ✊ 🔥
@Sachinhazarika-h4j
@Sachinhazarika-h4j 4 ай бұрын
জয় আই অসম ।। বিশ্বনাথ চাৰিআলি জিলা ছাত্ৰ সন্থা।।
@manashuttam911
@manashuttam911 4 ай бұрын
"কথা শিল্পী" 💚
@bishalchetry565
@bishalchetry565 4 ай бұрын
জয় আই অসম ✊
@Dhritiraj170
@Dhritiraj170 4 ай бұрын
প্ৰেম দৰ্শনৰ বিষয় প্ৰদৰ্শনৰ নহয়।❤
@bonzo.lifestyel2077
@bonzo.lifestyel2077 4 ай бұрын
আকৌ যদি যাব লাগে শৰাইঘাটলৈ লুইত পাৰৰ ডেকা বন্ধু নাথাকিবা ৰৈ ! জয় আই অসম ❤🫡
@Vivekshorts8
@Vivekshorts8 4 ай бұрын
সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা দাদা জিন্দাবাদ ❤
@sivasiskashyap1194
@sivasiskashyap1194 3 ай бұрын
Inorganic general person with a genuine nature
@dhirajsarma6420
@dhirajsarma6420 4 ай бұрын
ভাল লাগিল চাই
@paragsway
@paragsway 4 ай бұрын
মোৰ‌ প্ৰিয় অনুষ্ঠান । উৎপল শৰ্মাৰ কথনশৈলী খুবেই আকৰ্ষণীয় । তেজপুৰ জামুগুৰিহাটৰ পৰা অনুষ্ঠান চাই আছোঁ ।
@madhabboruah6906
@madhabboruah6906 4 ай бұрын
বৰ ভাল লাগিল। কথাখিনি বৰ সুন্দৰকৈ ক'লে।
@kaveripradhan4753
@kaveripradhan4753 4 ай бұрын
Hundor Charaideo pora sai asu. Agoloi aru val val podcast saboloi pam buli akha korilu logote xuvesa jonalu 💐
@dhanjitdas5810
@dhanjitdas5810 Ай бұрын
জয় আই অসম ✊🏻✊🏻✊🏻
Мясо вегана? 🧐 @Whatthefshow
01:01
История одного вокалиста
Рет қаралды 7 МЛН
coco在求救? #小丑 #天使 #shorts
00:29
好人小丑
Рет қаралды 120 МЛН
Candid Conversation: Nana Patekar & Aamir Khan | On Set Off Script
25:36
Zee Music Company
Рет қаралды 1,7 МЛН
Assamese PODCAST ft. Atanu Bhuyan || Episode: 01 || Aboyob Bhuyan || @SatyaTruthIndia
24:56
NOS ANECDOTES #1  (ft Bassou & Adnane ) شي بلان ما وقع
1:06:24
Kawtar Bamo
Рет қаралды 1,3 МЛН
Мясо вегана? 🧐 @Whatthefshow
01:01
История одного вокалиста
Рет қаралды 7 МЛН