No video

Vastu for Home বাস্তু উপায় ঘৰখনৰ কাৰণে জানক সম্পূৰ্ণ বাস্তু শাস্ত্ৰ Vastu Shastra tips for Life

  Рет қаралды 60,426

NAVAGRAHA ASTROLOGICAL CENTRE

NAVAGRAHA ASTROLOGICAL CENTRE

4 жыл бұрын

Vastu shastra for Home Vastu tips in Assamese বাস্তু উপায় ঘৰখনৰ কাৰণে জানক সম্পূৰ্ণ বাস্তু শাস্ত্ৰ Vastu tips for life
#vastuforhome#
Home planning, Vastu Shastras for your Home.
প্ৰিয় শ্ৰোতা-বন্ধুসকল,
আপোনালোক সকলোকে আমাৰ নৱগ্ৰহ চেন্টাৰলৈ স্বাগতম জনাইছোঁ ।
আপুনি ঘৰ, কাৰ্য্যালয় বা অন্য কোনো ব্যৱসায়িক প্ৰতিষ্ঠান, ফাৰ্ম আদি নিৰ্মাণৰ কাম হাতত লৈছে বা ল'বলৈ চিন্তা কৰি আছে নেকি ?
আপোনাৰ ঘৰত সুখ-শান্তি তথা ধন-টকা-প‌ইচাৰ উপাৰ্জনৰ ক্ষেত্ৰত সন্তোষজনক ফল পাব পৰা নাই নেকি ?
যদিহে এনেবোৰ কাৰ্য্য-ক্ৰমনিকাৰ বাবে আপুনি চিন্তিত হৈ আছে আৰু ঘৰৰ বিভিন্ন সমস্যাত মনোকষ্ট ভুগিব লগীয়াত পৰিছে, তেনেহলে এই Video টো সম্পূৰ্ণৰূপে দৰ্শন কৰিলে বিভিন্ন ধৰণৰ ভুল-ভ্ৰান্তিৰ পৰা উপসম পোৱাৰ উপৰিও আপোনাৰ যোগাত্মক চিন্তা-ধাৰাৰ প্ৰসাৰ ঘটিব ।
এই বিষয়টোত ঘৰৰ শুভাৰম্ভৰ দিন-কাল-মাহ অনুসৰি দিশ-ভূমিৰ বাস্তু শিল্পকলাৰ মতে উপযুক্ত আৰু সঠিক বিৱৰণ দিয়া হৈছে ।
এখন ঘৰত থকা বিভিন্ন বাস্তু দোষৰ উচিত বিৱৰণ এই Video টোত আপুনি প্ৰত্যক্ষ কৰিব পাৰিব ।
এই উদ্দেশ্যৰেই নিৰ্দিষ্ট বিষয়টোৰ ওপৰত যথাসম্ভৱ বিৱৰণ আপোনালোকলৈ বুলি আগবঢ়াই দিছোঁ ।
আশাকৰোঁ আমাৰ এই Video টোৱে আপোনাক কিছু সম্ভৱ হ'লেও সহায় কৰাত সাৰ্থক হৈ ৰ'ব ।
( কৰ্ম প্ৰত্যাশী আৰু সংস্থাপন প্ৰত্যাশী সকলৰ কাৰণে আমি জ্যোতিষ শাস্ত্ৰৰ পৰ্য্যায়লোচনা কৰি নিৰ্ধাৰণ কৰা ৰাশি অনুসৰি বিভিন্ন শুভ তথা প্ৰচুৰ উৎপাদন-উপাৰ্জনমূলক কৰ্ম, ব্যৱসায় আৰু চাকৰিৰ দিশসমূহৰ ব্যাখ্যা আমাৰ Channel ত উপলব্ধ আছে :
চাবলৈ এই Link ত টিপক : • Successfull life জন্ম ... )
ইয়াৰ লগতে, আপোনালৈ এটা সৰু অনুৰোধ যাতে এই Video টো আপোনাৰ বন্ধু-বান্ধৱ আৰু আত্মীয়-পৰিজনৰ লগত share কৰি তেখেতসকলকো উপকৃত হোৱাৰ সুযোগ-সুবিধা কৰি দিয়ে যেন ।
শীঘ্ৰেই এনেধৰণৰ বিভিন্ন বিষয়ৰ ব্যাখ্যা লৈ আপোনালোকৰ মাজত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে....
#Vaastutipsinassamese#
ধন্যবাদ ।।
NAVAGRAHA CENTRE
Kula Pradip Sarmah.

Пікірлер: 77
@sunomuno8948
@sunomuno8948 9 ай бұрын
ভাল লাগিল
@anitadevi5037
@anitadevi5037 4 ай бұрын
সু প্ৰভাত
@ramensarma8263
@ramensarma8263 Жыл бұрын
Thanks
@shibarabidas3120
@shibarabidas3120 10 ай бұрын
ধনযবাদ
@sochinkumargogoi7258
@sochinkumargogoi7258 3 жыл бұрын
আপোনাক ধন্যবাদ জনালো মশাসয়
@nirupoma5935
@nirupoma5935 2 жыл бұрын
বহুত বহুত ধন্যবাদ 🙏 আঘোণ মাহত উত্তৰ মুখী ঘৰ হ'লে অশুভ নেকি তাৰ।
@lakhiborah534
@lakhiborah534 2 жыл бұрын
Thank you sir
@ritamoniassamesevlogs689
@ritamoniassamesevlogs689 2 жыл бұрын
ভাল লাগিল দাদা জানিব পাই
@akhilgogoi1869
@akhilgogoi1869 3 жыл бұрын
Bhal lagil
@ritulm7267
@ritulm7267 4 жыл бұрын
Bhal lagil..
@rajranjanivlog3153
@rajranjanivlog3153 3 жыл бұрын
Bohut val lagil aru kisuman vastu tips jonabo buli akha korisu
@bedakantamahanta2493
@bedakantamahanta2493 3 жыл бұрын
Thanks for information
@ramensarma8263
@ramensarma8263 2 жыл бұрын
Bahut vall pawo
@lakhiborah534
@lakhiborah534 2 жыл бұрын
👌👌👌👌
@bhanumatidas8637
@bhanumatidas8637 4 жыл бұрын
Shukhi holu. bohut...
@birajimedhi7236
@birajimedhi7236 2 жыл бұрын
Rabi bare griha armbha karile tar upay ase?
@santibalaburung278
@santibalaburung278 3 жыл бұрын
Sir eman katha janib lagey buli jana nasilu.appunar para jani sukhi holu.Thank uoy.
@NAVAGRAHAASTROLOGICALCENTRE
@NAVAGRAHAASTROLOGICALCENTRE 3 жыл бұрын
You are welcome.
@ramensarma8263
@ramensarma8263 2 жыл бұрын
Good morning
@ramensarma8263
@ramensarma8263 2 жыл бұрын
I want of your bastu lecture so you seen
@ramensarma8263
@ramensarma8263 2 жыл бұрын
I want everyday
@durlavbaruah7106
@durlavbaruah7106 4 жыл бұрын
Dhanyabaad.
@jiniarahman3798
@jiniarahman3798 3 жыл бұрын
Thanks dada
@kusumborthakur7743
@kusumborthakur7743 3 жыл бұрын
NArth mukah hom r silimachen kunfala bohab laga ph no 98591252755 🚉🏪Vast shAtr aasam
@biswajithazarika6071
@biswajithazarika6071 3 жыл бұрын
Dakhin pashim r majot eshan koan nohoy. Chitro to bhul hoise kinto baki khini val lagichee. NE koun tohe Eshan hobo boli bhabo. Thank you
@ritaborah3563
@ritaborah3563 Жыл бұрын
Dada sot Mahat safti tank bonab parana ?
@NAVAGRAHAASTROLOGICALCENTRE
@NAVAGRAHAASTROLOGICALCENTRE Жыл бұрын
পাৰি , দিনটো ভাল হ'ব লাগে ।
@GupShupWithRidip
@GupShupWithRidip 4 жыл бұрын
Gd mrng
@ritaborah3563
@ritaborah3563 Жыл бұрын
Dada sot Mahat ghor vati jukh loba pari na?
@NAVAGRAHAASTROLOGICALCENTRE
@NAVAGRAHAASTROLOGICALCENTRE Жыл бұрын
পাৰি
@arjupurnamsrock949
@arjupurnamsrock949 3 жыл бұрын
Amar ghrtu north r fale
@hiteshnath6300
@hiteshnath6300 3 жыл бұрын
নিশ্চয় কথাখিনি শুনি বহু উপকৃত হ'ম । মৃত মা দেউতাৰ ফটো কোন দিশত ৰাখিব লাগে জনালে ভাল পাম। ধন্যবাদ
@NAVAGRAHAASTROLOGICALCENTRE
@NAVAGRAHAASTROLOGICALCENTRE 3 жыл бұрын
মূখ্য কোঠালিৰ উত্তৰ ফালে ৰাখক
@bhargav889
@bhargav889 2 жыл бұрын
@@NAVAGRAHAASTROLOGICALCENTRE ০০০00
@abhigyanvlog5167
@abhigyanvlog5167 3 жыл бұрын
Moi ahin mahot ghor juri aghunt t rakh purnima t ghor loisilu . Najanilu ahin t ghor bonabo napai buli. Ati voi he lagise napai buli jani
@rameshsarma7118
@rameshsarma7118 2 жыл бұрын
ঘৰখনত পঢ়া ল'ৰা ছোৱালী থাকিলে পঢ়া টেবুল কোন ঠাইত থাকিলে ভাল হ'ব ক'ব চোন
@dhaniramdas7116
@dhaniramdas7116 3 жыл бұрын
আপোনাৰ ঈশান নৈৰাচ চবিত ওলোটা হৈছে নেকি শুনি ভাল লাগিল ধন্যবাদ
@NAVAGRAHAASTROLOGICALCENTRE
@NAVAGRAHAASTROLOGICALCENTRE 3 жыл бұрын
হয় । বনাওঁতে ভুল কৰিছে
@dhaniramdas7116
@dhaniramdas7116 3 жыл бұрын
@@NAVAGRAHAASTROLOGICALCENTRE um
@lakhiborah534
@lakhiborah534 2 жыл бұрын
🙏🙏🙏🙏👍👍👍👍
@barishsonara1443
@barishsonara1443 4 жыл бұрын
আপুনি লৈ অনা বিষয়বোৰ শুনি বৰ কামত আহে মোৰ । আপোনাৰ ৰাশিফলবোৰো সদায় শুনো ম‌ই । নতুন ফাৰ্ম এখন বনাম বুলি ভাবি আছিলোঁ এতিয়া কাতি বা আঘোণতহে বনাম আৰু । অনুগ্ৰহ কৰি মলমাহটো কেতিয়া আছে চাই কবচোন..!!
@NAVAGRAHAASTROLOGICALCENTRE
@NAVAGRAHAASTROLOGICALCENTRE 4 жыл бұрын
আহিন মল মাহ
@kishaisharambora609
@kishaisharambora609 3 жыл бұрын
Dakhin aru pashimr majot esan hoiap janu.? Ami kitapot uttar aru pubor majot esan dis paisu.apunar bastu chabit dakhin aru posimar majat esan dise. Koonto sudha.?
@NAVAGRAHAASTROLOGICALCENTRE
@NAVAGRAHAASTROLOGICALCENTRE 3 жыл бұрын
Thumbnail টোত ভুল হৈছে । লিখা খিনি শুদ্ধ
@joongogoi7745
@joongogoi7745 2 жыл бұрын
ভূমি পূজা কেনেকে কৰে জনাব
@NAVAGRAHAASTROLOGICALCENTRE
@NAVAGRAHAASTROLOGICALCENTRE 2 жыл бұрын
নমস্কাৰ । বিষয়টোৰ ওপৰত সবিশেষ জানিবলৈ তলৰ link টোত টিপক আৰু আমাৰ সৈতে যোগাযোগ স্থাপন কৰক 👉👉 wa.me/message/N5V3EPAYMJVSD1
@juutravelling
@juutravelling 3 жыл бұрын
কিছুমানে আকৌ দক্ষিণ দিশ ত চৰো থাকিব নালাগে বুলিহে কয়।।
@golapibaro9961
@golapibaro9961 3 жыл бұрын
বহুত কথা জানিব পাৰিলো । মহাশয় আপোনাৰ লগত ফোনত কথা পাতিব পাৰিম নে ?
@NAVAGRAHAASTROLOGICALCENTRE
@NAVAGRAHAASTROLOGICALCENTRE 3 жыл бұрын
পাৰিব
@nayanjyotisarma9800
@nayanjyotisarma9800 3 жыл бұрын
Aponer no to diyak
@NAVAGRAHAASTROLOGICALCENTRE
@NAVAGRAHAASTROLOGICALCENTRE 3 жыл бұрын
Description ত যোগাযোগ ৰ Link দিছো
@musicalassamnew825
@musicalassamnew825 3 жыл бұрын
ঘৰত সদায় কাজিয়া হৈ থকাৰ নিৰ্মূল কৰাৰ উপায় আছে নে
@NAVAGRAHAASTROLOGICALCENTRE
@NAVAGRAHAASTROLOGICALCENTRE 3 жыл бұрын
নমস্কাৰ । তলত দিয়া link টোৰ যোগেদি আমাৰ লগত যোগাযোগ কৰক wa.me/message/N5V3EPAYMJVSD1
@monjitkachari7488
@monjitkachari7488 4 жыл бұрын
Ahar mahot ghr Lola ki Hoi Val Ka bujai diok plz
@NAVAGRAHAASTROLOGICALCENTRE
@NAVAGRAHAASTROLOGICALCENTRE 4 жыл бұрын
আহাৰত -- গৃহ পালিত প্ৰাণী ,ধন - সম্পদ নাশৰ কাৰণ ।
@ritamoni3934
@ritamoni3934 2 жыл бұрын
আপোনাৰ info number to dibosun
@NAVAGRAHAASTROLOGICALCENTRE
@NAVAGRAHAASTROLOGICALCENTRE 2 жыл бұрын
তলত দিয়া link টোৰ যোগেদি আমাৰ লগত যোগাযোগ কৰিব পাৰিব 👇👇 Message Joy Prakash Sarmah on WhatsApp. wa.me/message/N5V3EPAYMJVSD1
@suwalavlogs5026
@suwalavlogs5026 2 жыл бұрын
আমাৰ নতুন ঘৰটো মাঘৰ 3 তাৰিখ 2022 কুঠা পুতিম । মাঘত ঘৰ বনালে কিবা বেয়া নেকি অনুগ্ৰহ কৰি জনাবচোন
@NAVAGRAHAASTROLOGICALCENTRE
@NAVAGRAHAASTROLOGICALCENTRE 2 жыл бұрын
বেয়া নহয়, ভাল ।
@anjanjyotisarmaanjanjyotis3886
@anjanjyotisarmaanjanjyotis3886 4 жыл бұрын
Maat to beleg lagise, belege koisene ki (jp)
@NAVAGRAHAASTROLOGICALCENTRE
@NAVAGRAHAASTROLOGICALCENTRE 4 жыл бұрын
হয়, অলপ বেলেগ হৈছে ।
@prabirkxy878
@prabirkxy878 3 жыл бұрын
Apunak kenekoi log koribo parim, address tu discription t pua nai
@NAVAGRAHAASTROLOGICALCENTRE
@NAVAGRAHAASTROLOGICALCENTRE 3 жыл бұрын
নমস্কাৰ । তলত দিয়া Link টোৰ যোগেদি আমাৰ লগত যোগাযোগ স্থাপন কৰিব পাৰিব 👇 wa.me/message/N5V3EPAYMJVSD1 ধন্যবাদ ।
@chandanaborman3720
@chandanaborman3720 3 жыл бұрын
Dada namaskar.. Amar ghar khanot mul duwar khon dokhin dixor maj vagot ase.. dokhin dix 2 jomor dix hoi Duwar khon thoka usit ne onusit. Jonabo niki
@prafullalahakar2456
@prafullalahakar2456 9 ай бұрын
আপোনাক,লগ কৰিব পাৰিমনে।
@rekhamili8380
@rekhamili8380 3 жыл бұрын
তুলসী মা বৃহস্পতি বাৰে চুব নাপায়। চাকি। জ্বলাব পায় নে নাপায়।
@NAVAGRAHAASTROLOGICALCENTRE
@NAVAGRAHAASTROLOGICALCENTRE 3 жыл бұрын
সকলো বাৰতে চুব পাৰে , মহিলা ই পাত চিঙিব নেলাগে । ৰবিবাৰে পাত চিঙিব নেলাগে । ধূপ + বন্তি সকলো বাৰেই দিব লাগে , পাৰে ।
@rupalibora7988
@rupalibora7988 2 жыл бұрын
পূব মুখি ঘৰৰ কোন দিশত গোহালী বনাব পাৰি জনাব ছোন
@user-hs7nu6uq1p
@user-hs7nu6uq1p 3 ай бұрын
Thanks
@ramensarma8263
@ramensarma8263 2 жыл бұрын
Thanks
Finger Heart - Fancy Refill (Inside Out Animation)
00:30
FASH
Рет қаралды 30 МЛН
Pool Bed Prank By My Grandpa 😂 #funny
00:47
SKITS
Рет қаралды 14 МЛН
Can A Seed Grow In Your Nose? 🤔
00:33
Zack D. Films
Рет қаралды 31 МЛН
ৰাঙলী হ’ল ৰাজীৱ ভৱন
3:26
NKTV PLUS
Рет қаралды 12 М.
ঘৰৰ সম্পূৰ্ণ বাস্তু  Complete Vaastu For Home  Bhairab Astro
34:33
ভৈৰৱ জ্যোতিষ
Рет қаралды 293 М.
Finger Heart - Fancy Refill (Inside Out Animation)
00:30
FASH
Рет қаралды 30 МЛН