No video

Vitali Das' Daughter for the FIRST-TIME || Mother's Day Special || Assamese PODCAST - 110

  Рет қаралды 130,322

UNTOLD by Aboyob Bhuyan

UNTOLD by Aboyob Bhuyan

Күн бұрын

Пікірлер: 309
@bornalisaikia7372
@bornalisaikia7372 2 ай бұрын
সহজ সৰল গম্ভীৰ ছোৱালী। কথাবোৰ খুব সুন্দৰকৈ কৈছে।ভাল লাগিল।
@polmaina5741
@polmaina5741 3 ай бұрын
বয়সৰ অনুপাতে কমলিকাৰ কথাকেইটাত বৰ্তমান সময়ৰ বাস্তৱ ছবি খন ফুটি উঠিছে, তাইৰ কথা কেইটাত ভাৱদৰ্শ, বাস্তৱবাদী চিন্তাধাৰা, আধ্যাত্মিক মনোভাৱ এটা গঢ় দিছে। সঁচাই ভাল লাগিল শুনি কিদৰে তাই নিজৰ বাস্তৱৰ জীয়া ছবিখনৰ সৈতে সমিলতাৰে আগবঢ়িছে। এইদৰে আগবাঢ়ি যাওক আমাৰ সুভাশিষ সদায় থাকিব।....... ডিব্ৰুগড় মৰাণৰ পৰা অলেখ মৰম যাঁচিলো। ❤🙏
@sukanyachoudhury6376
@sukanyachoudhury6376 3 ай бұрын
অল্ড ফেশ্বন হৈয়ে থাকা মাজনী, অন্ততঃ কিছু ক্ষেত্রত বৰ সুখী অনুভৱ কৰিবা সময়ে সময়ে। বহুত মৰম তোমালৈ। Love from Nalbari ❤
@chinmoybharali96.
@chinmoybharali96. 3 ай бұрын
I like her statement when she said "Situation changes every person and maturity comes within".
@mridumonisaikia4710
@mridumonisaikia4710 3 ай бұрын
অন্তৰমনৰ ধুনীয়া ❤কমলিকাজনীয়ে যুৱ মানসিকতাৰ পৰিৱৰ্তন আনিব ! সনাতন সংস্কৃতিক সন্মান নকৰিলে ভাৰত বিশ্বৰ গুৰু কেনেকৈ হ'ব? কৌটি কৌটি কমলিকাৰ জন্ম হওঁক!!!!❤❤❤মা-দেউতাক এনেকৈ ভাল পালে বছৰে বছৰে নৈব্যদৰ ন পুৰুষৰ শ্ৰাদ্ধ কৰিব নালাগে!!!
@hiramonisutradhar7174
@hiramonisutradhar7174 3 ай бұрын
কুমলিকা এজনী সহজ সৰল ছোৱালী,তাই এজনী সঁচা মনৰ ছোৱালী যেন লাগে..এনেদৰে সদায় থাকক ❤️ গানৰ মাজেৰে মাকক জীয়াই ৰাখক..ভালে থাকা কুমলিকা❤
@Jyotiprasad958
@Jyotiprasad958 3 ай бұрын
মৰম লগা ছোৱালীজনী, ভগৱানে কুশলে ৰাখক। মনৰ কামনা বোৰ পূৰণ হওঁক❤❤
@whoisniha
@whoisniha 3 ай бұрын
ব্যক্তিত্বও বৰ ধুনীয়া কমলিকা ভন্তীৰ। ব্যৱহাৰো বৰ ধুনীয়া ❤️😘😘 বহুত মৰম পথালো তাইক বৰ মৰম লাগে কণ্ঠটোও সোণত সুৱগা
@DIPTIHAZARIKA_
@DIPTIHAZARIKA_ 3 ай бұрын
খুউব সুন্দৰ অনুষ্ঠান। বহুত মৰম আৰ্শীবাদ থাকিল মোৰ ফালৰ পৰা। অভয়ব তোমালৈকে বহুত মৰম আৰ্শীবাদ থাকিল। ভাল লাগিল আজিৰ অনুষ্ঠান টো চাই 😘
@kalpanakataky9092
@kalpanakataky9092 3 ай бұрын
খুব ভাল লাগিল।ইমান সৰু ছোৱালী ইমান ধীৰ গম্ভীৰ।সহজ সৰল।এইদৰে থাকা কমলিকা সদাই ৰাইজৰ আমাৰ মৰমৰ হৈ।এটা কথা সুধিলো অবয়ব তুমি কিহত masters কৰিছা জনাবা নেকি? Luv from nagaon ❤
@trishna-colourful-kitchen-vlog
@trishna-colourful-kitchen-vlog 3 ай бұрын
ইমান সুন্দৰকৈ কথাখিনি কৈছে, প্ৰতিটো কথাই ভাবি চিন্তি ডাঙৰ মানুহৰ দৰে কৈছে । আৰু কমলিকাৰ মুখলে চালে গম পোৱা যায় কিমান গুণ, ধৰ্য্য, সাহসী হয়। মোৰ বহুত ভাল লাগে ❤ সদায় ভালে থাকা ❤❤
@polidutta7863
@polidutta7863 3 ай бұрын
ইমান সুদ্নৰকৈ কাথাখিনি কৈছে
@bitupondutta7858
@bitupondutta7858 3 ай бұрын
"muk follow kori laav nai..নিজস্বটো ৰাখি aagbarhi goi thakilei hol"..eitu bohut matured thinking
@allaboutlearning4359
@allaboutlearning4359 3 ай бұрын
খুব মৰম লগা ছোৱালী, ইমান mature ছোৱালী... সদায় সুখী হৈ থকা তাৰে আশীৰ্বাদ থাকিল
@manibankalitanath3648
@manibankalitanath3648 3 ай бұрын
খুব মৰমলগা , শান্ত, নম্ৰ, ধৈৰ্য্য শীলা , কোমলীকা এজনী এতিয়াৰ যুগৰ সাহসী বুজন ছোৱালী । আধ্যাত্মিক গুন থকা ছোৱালী । কোমলীকাৰ উজ্জ্বল আৰু সুন্দৰ জীৱনৰ কামনা কৰিছোঁ। অসমৰ লগতে সমগ্ৰ বিশ্বৰ উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি থাকিবা তুমি । 💐
@dhirajnath
@dhirajnath 3 ай бұрын
She's so much mature as compared to her age
@Gaiagirl_silka
@Gaiagirl_silka 3 ай бұрын
Jetiya maa naikia hoi jai tetiya age t ke besi mature hoi jua jai nijeii nijeii 🙂
@dhirajnath
@dhirajnath 3 ай бұрын
hmm, life is a journey not a destination so enjoy that journey
@kakalidas7450
@kakalidas7450 3 ай бұрын
ঠেকা খাই শিকা আচল শিক্ষা , কমলিকাই ঠেকা খাই বহুত পৈণত হৈছে।আশীৰ্বাদ থাকিল
@himashrikalita8797
@himashrikalita8797 3 ай бұрын
Skip nkrakoi sowa ata episode... Kthabor hunile huni thakibo mn jai tair Really a brave girl✊
@kandarpanath1533
@kandarpanath1533 2 ай бұрын
বহুত ভাল লাগিল। মন খুলি কথা বোৰ প্ৰকাশ কৰিছে ছোৱালীজনী এ
@janardanhazarika4270
@janardanhazarika4270 3 ай бұрын
বয়সৰ অনুপাতে কমলিকা সঁচাকৈয়ে এগৰাকী বৌদ্ধিকভাবে পৰিপক্ক ছোৱালী । ধীৰ গম্ভীৰ, সহজ -সৰল মনৰ ছোৱালীজনীক আমাৰ ফালৰ পৰা আন্তৰিক শুভাসা , অভিনন্দন আৰু আশীৰ্বাদ জনালোঁ ।
@tanmanasubhasini5949
@tanmanasubhasini5949 3 ай бұрын
Her maturity and sense of responsibility are truly admirable. Wishing her continued success and growth!🤍
@runudevibarman8706
@runudevibarman8706 3 ай бұрын
নাই নাই তোমাৰ দৰে আজিৰ দিনত ছোৱালী 🙏 কথা বোৰ শুনি বহুত ভাল লাগিল 🥰❤️🙌
@ruparanik.kashyap9543
@ruparanik.kashyap9543 3 ай бұрын
Her level of maturity is truly impressive ! It's inspiring to see someone of her age handling situation with such grace and wisdom. Her ability to navigate challenges with maturity sets a wonderful example for others. Keep shining bright 😎 love from Delhi 😊 Good luck to Aboyob 🎉🎉
@manjumechpathakofficial222
@manjumechpathakofficial222 3 ай бұрын
তোমাৰ মাক বহুত ভাল পাইছিলোঁ ।তোমালৈ বহুত মৰম পঠালোঁ ❤️ । আগবাঢ়ি যোৱা।
@archanakataki7289
@archanakataki7289 3 ай бұрын
খুব ভাল লাগিল ।কমলিকা তোমাৰ সপোন বোৰ বাস্তব হওক ভগবানৰ ওচৰত এই প্ৰাথনা ।
@manashdeka7545
@manashdeka7545 3 ай бұрын
Aboyob da podcast bur Ankwa olp unique lge , amazing podcast 😊❤
@devdas8542
@devdas8542 3 ай бұрын
বাপেকত তকৈ পুতেক জন ঠিক আছে কথা বোৰ শুনি ভাল লাগে আৰু কথাবোৰত গাম্ভিৰ্যটা আছে.... বহুত ভাল লাগিল কমলিকা আৰু অবয়বৰ বাৰ্তালাপ টো শুনি....love you ❤
@malamanibaruah3524
@malamanibaruah3524 3 ай бұрын
Komolika aru Aboyob duyujonei asorit dhorone matured. Hats off
@Ladyofpower
@Ladyofpower 3 ай бұрын
She is very matured.....ajir dore beperua generation etar jugot enekua lora swali thokatu khub dorkar....
@yashajitsaria260
@yashajitsaria260 3 ай бұрын
Kamalika is my junior classmate . I remember that in the year 2012-13 we will study together on kv maligaon.. then i got transferred to nagaon and till now date we not meet yet....
@vivekbora7974
@vivekbora7974 3 ай бұрын
Nice Inglis
@eniarakhatun4996
@eniarakhatun4996 3 ай бұрын
ইমান কম বয়সতে ইমান পৰিপক্কতাৰে কথাবোৰ কৈছা মন চুই গৈছে❤️তোমালৈ শুভকামনা থাকিল কমলিকা ভাল মানুহ হোৱা❤️
@lipadas312
@lipadas312 3 ай бұрын
কমলিকাৰ কথা বতৰাবোৰ শুনি খুব ভাল লাগিল,,, বয়স অনুপাতে বহুত mature তাই, কথাবোৰে মোহিত কৰিলে, তাইৰ ভৱিষ্যতটো খুউব উজ্জ্বল হওক, শুভকামনা জনালোঁ।
@AnupamYein
@AnupamYein Ай бұрын
ইমান সাৱলীল আৰু স্পষ্টকৈ কৈ যোৱা কমলিকাৰ কথাবোৰে অন্তৰ চুই গ'ল। ভাল লাগিল কমলিকা 🙏
@ayanrajbongshi09
@ayanrajbongshi09 3 ай бұрын
কমলিকা কাশ্যপৰ কথাবোৰ শুনি বহু কথা শিকিব পালোঁ। ভাল লাগিল
@juriie1023
@juriie1023 3 ай бұрын
Being a kvian tai use kora oxomiar words bur huni respect for her 🙌 because mur oxomiat sentence t hindii eng humai diu🙂🙂🙂🙂❤️
@Simanta_saikia
@Simanta_saikia 3 ай бұрын
Sudhor jao😂
@riyahazarika7519
@riyahazarika7519 3 ай бұрын
Amar eyate KV khonot tu English besi use e nohoi gutei teacher mukha hindi t kotha koi kenekuwa j lage kiba hindi medium type. Thank god moi tate noporhilu
@BhanitaSaikiah
@BhanitaSaikiah 3 ай бұрын
​@@Simanta_saikiamlv. . No no no. .........h
@juriie1023
@juriie1023 2 ай бұрын
@@riyahazarika7519 same 🫠😭 Hindi medium
@HiyamoniBhattacharyaHiya
@HiyamoniBhattacharyaHiya 2 ай бұрын
​@@KankanaDas-qb4ei Apuni kun hoi..🤔🤔
@sikhadhrititalukdar8156
@sikhadhrititalukdar8156 3 ай бұрын
ভিটালী বা মিউজিক কলেজত মোৰ চিনিয়ৰ আছিল। সাংঘাটিক মৰম কৰিছিল জুনিয়ৰ হিচাপে মোক। ভবা নাছিলো ইমান সোনকালে বা গুছি যাব বুলি। ভগৱানে ভালে কুশলে ৰাখক মা তোমাক, এনেদৰেই আগবাঢ়ি যোৱা তুমি সদায় আশীৰ্বাদ থাকিল তোমালৈ 🙏🙏
@nilutpalsaikia9957
@nilutpalsaikia9957 3 ай бұрын
সুন্দৰ লাগিল চাই❤
@diptidas4994
@diptidas4994 3 ай бұрын
She is very simple and honest...I like u..God bless her❤
@rekhalahkar4951
@rekhalahkar4951 3 ай бұрын
How matured she is.....love that
@differentway7788
@differentway7788 3 ай бұрын
God bless you vonti❤ bohut hohoz horol vonti jonik vogobane vale rakhok hodaye❤
@sanghamitrabora119
@sanghamitrabora119 3 ай бұрын
Iman mature suwali....God bless you Komolika❤❤❤
@rimakonwar2046
@rimakonwar2046 3 ай бұрын
কমলিকা তোমাক বহুত শুভেচ্ছা জনালোঁ আৰু মৰম যাচিলো, তুমি আগবাঢ়ি যোৱা ❤
@nitulkalita2442
@nitulkalita2442 3 ай бұрын
দুয়োজনৰ কথনশৈলী বহুত সুন্দৰ, আগবাঢ়ি যোৱা |
@ritadas7352
@ritadas7352 3 ай бұрын
বহুত ভাল লাগিল
@simamoni4184
@simamoni4184 3 ай бұрын
Pura to the point answer dise, so polite girl. Lots of love ❤
@iamkankita
@iamkankita 3 ай бұрын
Really good to see this young talent with such liberal thoughts and maturity as life is the best teacher it proves in her conversation. But it is always good to change and adapt with the changing times because change is the only thing that is constant. As she pointed out that "Ajikali manuhe gaan sai nuhune". Thik tenedore podcast tuo eta audio medium jitu ami ajir jugot sai asu. Thanks to Aboyob and other emerging podcasters of Assam. Jugor logot xoloni hua tue hoise eta dhara. Aji ji nobo kaile he prachin. All the best to the budding artist - Kamalika
@munindradas4541
@munindradas4541 3 ай бұрын
আজিৰ দিনত ইমান শান্ত গম্ভীৰ গতানুগতিক জীৱনৰ কথাখিনি শুনি বহুত কথা উপলব্ধি কৰিলোঁ৷❤❤❤
@user-io7zl6yc4o
@user-io7zl6yc4o 3 ай бұрын
Bhut vl soali ru mrmial soali hy kamalila. Teo dine dine ru aguai jaok deotakok sukhere rakhok teo take kamona kriso. Bhut vl pao Vitali bar gan bur ru komolikar gan bur. Bhut dangr agoraki vl nagorik hoi uthok teo. May god bless she.
@JeslinAhmed
@JeslinAhmed 3 ай бұрын
Baa interview sabo bht mon asil ❤ bht besi val lgil baa r kotha bur . Ata kotha mon korisu baa r protitu kotha I mur lgt misila 😢❤
@gitudas2522
@gitudas2522 3 ай бұрын
প্রতিটো প্রশ্ন কি সুন্দৰকৈ কৈ গৈছে... ভাল লাগিল ❤
@jayasrichoudhury5117
@jayasrichoudhury5117 3 ай бұрын
just so genuine, no filter nothing , so real ,so matured unlike so many artist .
@HimiBordoloi
@HimiBordoloi 3 ай бұрын
ভাল লাগিল। কমলিকা আগুৱাই যোৱা ভগৱানে তোমাক সহায় কৰক ❤
@user-bn3jt6sg9e
@user-bn3jt6sg9e 3 ай бұрын
Bht vl suali tumi ❤❤ aguwai jua
@NajiraParbin-yy5vq
@NajiraParbin-yy5vq 3 ай бұрын
Emn dhunia koi kotha khini koise bhut bhut vl lagise ❤❤❤❤ I love them ❤
@TYCOON_GX
@TYCOON_GX 3 ай бұрын
Hosake khub val lagile, mother's day khub dhuniya program,hikibologiya kotha ajir projonmo babe .God bless you komolika . Tinsukia ar pora
@TutumoniBorgohain
@TutumoniBorgohain 3 ай бұрын
aaguai jua
@dimbeswarkonwar7659
@dimbeswarkonwar7659 Ай бұрын
দুই জন বয়সত সৰু অথচ ইমান গুৰু গম্ভীৰ।god bless you,
@priyankaborgohain5746
@priyankaborgohain5746 3 ай бұрын
কথাবোৰ বহুত ভাল লাগিল❤❤ আগবাঢ়ি যোৱা
@bivadhekial50
@bivadhekial50 3 ай бұрын
komolika tumaloi bohut morom ashirbad thakil . Tumar kotha khini suni khub bhal palu.sadai aneloiye thaka..Bhogowane tumak kripa borisan korok.
@jinadasdeori5895
@jinadasdeori5895 2 ай бұрын
Moromor vonti joni😍eman din hol video to diya sab pora nasilu.
@Doinondin-wu6gf
@Doinondin-wu6gf 2 ай бұрын
শিপা ধৰি ৰাখিব পৰা এজোপা বিশাল বটবৃক্ষ হবলৈ গৈ আছে কমলিকা। আগবাঢ়ি যোৱা ❤️❤️❤️
@rubirubi8599
@rubirubi8599 3 ай бұрын
অতি মৰম ল'গা ছোৱালী। কথাবোৰ শুনিলে শুনিয়ে থাকিব মন যায়।ইমান জনা বুজা ছোৱালী জনী।
@shilpasaikia7447
@shilpasaikia7447 3 ай бұрын
খুবেই সুকীয়া তোমাৰ ব্যক্তিত্ব। সদায় এই কমলিকা জনীয়েই হৈ থাকা।তোমালৈ বহুত মৰম।
@gitanjalibaruah8485
@gitanjalibaruah8485 3 ай бұрын
ভিতালি বাৰ শাহু শহুৰৰ ঘৰ আমাৰ ঘৰৰ একেবাৰেই কাষতেই ।আমি এখন ৰাইজৰেই । যদিও বা হত বেলেগত থাকে মাজে মাজে এই খন ঘৰত ও থাকিছিল । বাক লগ পাও আমাৰ ৰাইজৰ হোম বা সভা বোৰত । তেতিয়া কমলিকা কো মাকৰ লগত দেখা পাওঁ । বৰ কনমানি জনী আছিল তাই । ফটকে গাভৰুয়ে হ'ল । কুশলে থাকক তাই কমলিকা নামৰে এক অধ্যায়ৰ সুচনা কৰক মাকৰ দৰে ।
@Expresso123-z7s
@Expresso123-z7s 3 ай бұрын
She is way matured and sensible than her age❤
@jintugogoi678
@jintugogoi678 3 ай бұрын
Very well experienced girl..very confident,God blesses her
@bornalisaikia7372
@bornalisaikia7372 2 ай бұрын
সুন্দৰ মনৰ ছোৱালী। আগুৱাই যোৱা
@juntydutta6607
@juntydutta6607 3 ай бұрын
Bohut bohut morom tumarloi ❤ aguai jua😊❤
@bhaskarjyotimedhi4361
@bhaskarjyotimedhi4361 3 ай бұрын
Suwali joni km age t bht ai matured. Kotha khini khubai bhal lagil.
@r.hazarika9231
@r.hazarika9231 3 ай бұрын
কমলিকাৰ যি প্ৰতিভা,যি ব্যক্তিত্ব, সেইয়া অনন্য। তেওঁৰ ভিতালী দাসৰ কন্যা হিচাপে পৰিচয় আছেই কিন্তু স্ব প্ৰতিভাৰে উজ্বলি উঠিছে আৰু আগুৱাই যাওঁক হিয়া ভৰা মৰম শুভাৰ্শীষ যাচিছোঁ ❤❤❤
@lipimalakar6412
@lipimalakar6412 3 ай бұрын
Love this small girl♥️ how mature she is 🙇💝
@rubigogoi2299
@rubigogoi2299 3 ай бұрын
মাজনী আৰু আগ বাঢ়ি গৈ থাকা ❤❤❤
@angkitadas5804
@angkitadas5804 3 ай бұрын
Absolutely the best Assamese podcast❤ bht dhuniya.As a viewer,it's something juntu hske sbolei mon jai aru ata next episode le opekha ou koru. It's been a week I am obsessed with your contents and videos. Aru idk why,I start manifesting to be a guest of your podcast some day😬bhl lge aru,apuni hudha questions bhu huni bhbu muk eneke hudhile moi ki reply korim😬hihi besi hoi goise bhba tu, holou keteba enai random mhnu lgt podcast ata koribo nah, chance pale ami ou jam🙂. Ji hok nohok, kudos to you and your teams work,keep shining guysss!!!
@Iam_2008
@Iam_2008 3 ай бұрын
সলনি নোহোৱাকৈয়ে ভালে থাকা❤
@BaruvaUttara-rw5tq
@BaruvaUttara-rw5tq 3 ай бұрын
Liked this interaction. She is a matured, decent girl. All the best Kamalika.
@anweshapriyadarshini5
@anweshapriyadarshini5 3 ай бұрын
Emotional hoi golu kiba ata. Bhal lagil❤
@geetika7295
@geetika7295 3 ай бұрын
Ajikali r young suwali buror logot kamalika r akebare mil nai . ai suwali joni eman dhir, sthrir, santa, kotha botora bur marjita.. Xuni a val lage. Anekoi thakiba sadai. God bless u💓😊
@dandeswardutta2353
@dandeswardutta2353 3 ай бұрын
তোমাৰ লগত বহুত আছে, আশীৰ্বাদ কৰিছো।
@mahim_kr_nath_GPL
@mahim_kr_nath_GPL 3 ай бұрын
Moja❤❤
@chayag4336
@chayag4336 3 ай бұрын
Hodai vlke aguwai juwa ru nijr jimn xopun ase hklu khini fulfill houk tare aakha rakhisu gd bless u👐 lv frm lakhimpur ❤
@damayantisaikia2177
@damayantisaikia2177 3 ай бұрын
Kamalika Tumi Agbahi juwa Bhagawan Hahai Hok Bahut Bahut maram jasilu ❤❤❤
@PikumoniYein
@PikumoniYein 3 ай бұрын
কমলিকাৰ প্ৰতিটো কথাই বহুত ভাল লাগে । আগুৱাই যোৱা আগলৈ ভন্তী ।
@gyandeepborah79
@gyandeepborah79 3 ай бұрын
ভাল লাগে অবয়ব দা, আপোনাৰ ভিডিও সমূহ । প্ৰত্যেক টো ভিডিও য়ে চাওঁ। আগবাঢ়ি যাওক।
@priyankasarma4717
@priyankasarma4717 3 ай бұрын
Eman simple hoi taii ❤
@samualrabha1623
@samualrabha1623 3 ай бұрын
Bht bsi vl lgil.aru aguwai juwa xubho kamona thakil..❤️❤️❤️❤️
@user-tt7fl6bp4f
@user-tt7fl6bp4f 3 ай бұрын
সুযোগ্য মাতৃৰ সুযোগ্য সন্তান,আগুৱাই যোৱা তুমি।
@chayanikagandhia3335
@chayanikagandhia3335 3 ай бұрын
She is simple nd honest ..(Heitu a kotha)this line kiba ata val lage❤
@user-ej8mm1de2l
@user-ej8mm1de2l 3 ай бұрын
Gravity rakhi kotha kua tu khub vl lagil bohut aru aguai jua
@tapankumarbora3767
@tapankumarbora3767 Ай бұрын
তোমাৰ কন্ঠই অসমীয়া সংগীতক জগত সভালৈ লৈ যাব। আমি আশাবাদী। সাধনা কৰি যোৱা।
@Sabitachoudhari-fd3ll
@Sabitachoudhari-fd3ll 3 ай бұрын
Good bless You ; bhut Sundor !
@user-or6iu3mg6d
@user-or6iu3mg6d 3 ай бұрын
Eman morom loga kotha bor huni thakib mon jai❤
@kaverikashyapborah5271
@kaverikashyapborah5271 3 ай бұрын
Loved it❤
@dharitrideviboro2703
@dharitrideviboro2703 3 ай бұрын
Such a matured girl….😇God bless you
@debojaniphukon1832
@debojaniphukon1832 3 ай бұрын
Bohut val lagil sai.. All the best God bless you komolika❤
@runumideka8044
@runumideka8044 2 ай бұрын
Kamalika ajoni bhut simple suwali Val lage ❤
@nimakshirajkhowa6374
@nimakshirajkhowa6374 3 ай бұрын
এতিয়া যেনেকৈ আছা আগলৈও তেনেকোৱাই হৈ থাকা
@deepjyotihazarika3577
@deepjyotihazarika3577 2 ай бұрын
Tumi Ktiyau Old-Fashioned Nohoi...Bohut besi Loyal,Kind Hearted,Hard working Girl ❣️ Aaguai Jua Jibonot bohut Besi Hofolota Butoli...Monor pora Dhuniya Ajoni Matured Suwali Jen Anubhav hol....Stay Blssd 🤍Keep Shining ✨
@user-qs2ot1gl3g
@user-qs2ot1gl3g 3 ай бұрын
She is very mature ❤God bless her Alwz
@sumikakati172
@sumikakati172 3 ай бұрын
Khub val lage kamalikak .best wishes for your life
@AditiSaikia-tr1gk
@AditiSaikia-tr1gk 3 ай бұрын
Last part 2t duijonke bht morom lgile....❤️
@manjudas2981
@manjudas2981 3 ай бұрын
Bah,,,eman dhunia kotha bor ,,val lagi gl 😊
@M1NZ_1
@M1NZ_1 3 ай бұрын
Dada moi apunak request korisu next podcast axomr education minister Dr. Ranuj pegu dangoriya eta podcast kore zen onagot din burt axomor sikha bebsta kenekua dhoronr hoi ❤❤❤
ROLLING DOWN
00:20
Natan por Aí
Рет қаралды 10 МЛН
Prank vs Prank #shorts
00:28
Mr DegrEE
Рет қаралды 7 МЛН