Рет қаралды 45,431
🔹VODCAST-ৰ এইবাৰৰ অতিথি উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপ
🔹মাতৃ ভিটালী দাসে কিয় স্কেল ভাঙি যোৱাকৈ পিটিছিল কমলিকাক?
🔹কাকো প্ৰকাশ নকৰা কমলিকাৰ সপোন কি?
🔹কমলিকাৰ জীৱনৰ লক্ষ্য কি?
🔹মাতৃ অবিহনে প্ৰথম গানটো ৰেকৰ্ডিং কৰোতে কেনেকুৱা অনুভৱ হৈছিল কমলিকাৰ?
#nbnews #nbnewsdigital #NBPodcast #nbvodcast #vodcast #assamesevodcast #kamalikakashyap #singers #assamesesinger #bhitalidas #bhitalidasdaughter