Why Indian Education System is so BAD - এনেকৈ চলে - Dimpu Baruah

  Рет қаралды 209,429

Dimpu Baruah

Dimpu Baruah

4 ай бұрын

#dimpubaruah #education #school
indian education system Assamese

Пікірлер: 1 500
@sharmakaushik2009
@sharmakaushik2009 4 ай бұрын
সত্য কথা। এনেকুৱা শিক্ষা চলি থাকিলে মধ্য বৃত্ত নতুন প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰ!
@GVOLUTION-re8ue
@GVOLUTION-re8ue 4 ай бұрын
Apunaru tu ondhokar e hoise😂
@ANJANA1324
@ANJANA1324 4 ай бұрын
@akrombhaitv5091
@akrombhaitv5091 4 ай бұрын
Right ❤
@sharmakaushik2009
@sharmakaushik2009 4 ай бұрын
@@GVOLUTION-re8ue what do you mean batccha?
@GVOLUTION-re8ue
@GVOLUTION-re8ue 4 ай бұрын
@@sharmakaushik2009 1835 ot gurukul siksha destroy hoisil gotike xai xikha apuniyu puwa nai xaikarone level di labh nai apuni
@chandanmali1391
@chandanmali1391 4 ай бұрын
শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলে,,,সকলো সন্তানৰ মাক দেউতাকে চাওক আৰু বুজি উঠক,,,।
@ANJANA1324
@ANJANA1324 4 ай бұрын
❤❤
@user-xd2jl6uh6e
@user-xd2jl6uh6e 4 ай бұрын
❤❤❤ apuni jikhini kotha koise hardt tats kori goise thank you dada
@barnalibaro8543
@barnalibaro8543 4 ай бұрын
Halaki Khan sir ji khulkar bolna chahte hai por pabandi hai so dear students please samjha Karo,, Rajib Dixit ji KO sunne ki koshish Karo 🙏🙏
@djchildfunny989
@djchildfunny989 4 ай бұрын
খুব ধুনীয়া বিষয়, এনেকুৱা বিষয় ৰ ভিডিয় মুখ্য মন্ত্ৰী আৰু প্ৰধান মন্ত্ৰীয়ে চাওক অাৰু আমাৰ শিক্ষা ব্যৱস্থা টো তেনেকুৱা লেভেলত লৈ যাওক....
@lxurang3395
@lxurang3395 4 ай бұрын
কসম্ চে দিম্পো দা আপোনাৰ কথাবোৰ হৃদয় চুই যায় 😢
@jotishtalukdar9489
@jotishtalukdar9489 4 ай бұрын
ইংৰাজী ভাষাত কথা কোৱা বাদেই দিয়া আজি কালি মানুহে যদি মই কেতিয়াবা মোবাইলত লেখি থাকোঁতে যদি মোৰ লগৰ কোনোবাই দেখাই পাই সিহঁতে মোক দেখি হাঁহি বা ঠাট্টা কৰে কাৰণ মই যে নিজৰ ভাষাত লিখো সেইকাৰণে মই অসমীয়া আৰু মই সদাই নিজৰ মাতৃভাষাতে লিখি যাম জয় আই অসম ❤❤❤❤
@Mathsprotapan
@Mathsprotapan 4 ай бұрын
জয় আই অসম ❤
@jishnudeka7969
@jishnudeka7969 4 ай бұрын
100% Right
@BiplobDas-lz8lb
@BiplobDas-lz8lb 4 ай бұрын
সত্য কথা কৈছা বন্ধু জয় আই অসম ❤
@BarmanN-jt4ps
@BarmanN-jt4ps 4 ай бұрын
Xodai Nijor Bhakha Songskriti k Prothom t Rakhu ru mori Juwa loi k Rakhim ❤
@simaacharjee7642
@simaacharjee7642 4 ай бұрын
খুব ভালো লাগলো আপনার বাণী 🙏🙏
@user-dq5iy4ys7i
@user-dq5iy4ys7i 4 ай бұрын
এনে ধৰণৰ বিষয়ৰ ওপৰত স্বৰ্গীয় ৰাজীৱ দিক্সিত ডাঙৰীয়াই খুব সুন্দৰ ভাৱে প্ৰচাৰ কৰিছিল। আজি আপোনাৰ videot এনে ধৰণৰ টপিক মই অত্যন্ত সুখী ,গতিকে মই আপোনাক অনুৰোধ জনাও যে এনে ধৰণৰ তপিক আমাৰ মাজলৈ লৈ আহে । ধন্যবাদ
@phenoxassam57
@phenoxassam57 4 ай бұрын
3 idiots movie খন চালে বুজি পাই Education system 😢
@suprotim1.2k63
@suprotim1.2k63 4 ай бұрын
এই কথাটো অতি গুৰুত্ব দিয়া সকলোৱে।✊✊✊✊
@dikshithub
@dikshithub 4 ай бұрын
Exactly ...........এই শিক্ষা ব্যৱস্থা টো ব্ৰেক কৰিবলৈ ভাগৱত গীতা, পুৰাণ আদিৰ দৰে মহাকাব্য বোৰ পঢ়িব লাগিব ।
@AkashDas-mp6ke
@AkashDas-mp6ke 4 ай бұрын
Right ❤❤❤
@sudarshanbez7849
@sudarshanbez7849 4 ай бұрын
Point❤
@Prester.
@Prester. 4 ай бұрын
Iyr lgte adhunikota r xikhau imp. Aru akhn democracy nation t etu huwa tu almost impossible. The leftists, liberal never accept that
@prasenjitnath1229
@prasenjitnath1229 4 ай бұрын
Akdom xosa kotha
@dipdutta2182
@dipdutta2182 4 ай бұрын
Totally wrong. Worldr top University bilakt koto Gita Bhagabat ved puran r education diya nahy.
@digitalcreator38
@digitalcreator38 4 ай бұрын
কোটি টকীয়া ভিডিঅ,, আশা কৰো যাতে, এনেকুৱা দিন আহে, ধন্যবাদ তোমাক, দিম্পু
@Lets_know503
@Lets_know503 4 ай бұрын
যিটো কথা মই প্রতিদিনে ভাৱো সেই কথাটোকেই কৈ দিলা দীম্পু দা । বহুত বহুত ধন্যবাদ এইবোৰ সমস্যা অসমৰ জণ গণক জনাই দিয়া বাবে ❤
@rparajbongshivlogs9087
@rparajbongshivlogs9087 4 ай бұрын
Hoi Moro monor kotha
@parthainspiration
@parthainspiration 4 ай бұрын
📌👌🏻অতি সুন্দৰ বিচাৰ । ॥ অধ্যয়নম্ বিনা জ্ঞানম্ ন ভৱতি। গৃহে পি পঞ্চেন্দ্ৰিয়নিগ্ৰহঃ তপঃ ॥ - অৰ্থাৎ, অধ্যয়ন অবিহনে জ্ঞান প্ৰাপ্ত সম্ভৱপৰ নহয় যদিও পঞ্চন্দ্ৰিয়ক নিগ্ৰহৰ দ্বাৰাহে মানৱ জীৱন সাৰ্থক কৰিব পাৰি। যি একমাত্ৰ গুৰুকুলাদি শিক্ষাব্যৱস্থাই স্বতঃ সাক্ষী। 🌹
@lingkonff
@lingkonff 4 ай бұрын
আমাৰ যিমান সম্পত্তি আছিল না বাহিৰা শক্তিয়ে ভাৰতক প্ৰায় 2000 বাৰ আক্ৰমণ কৰিলেও শেষ কৰিব পৰা নগল হৈ বুলি কোৱা হয় । কিন্তু যেতিয়াৰ পৰা ইংৰাজে ভাৰতত বেপাৰ আৰম্ভ কৰিলে তেতিয়াৰ পৰাই আমাৰ দেশখনত সলনি আনিলে । 😢
@dibyanayanbhattacharya3905
@dibyanayanbhattacharya3905 4 ай бұрын
প্ৰাচীন ভাৰতীয় শিক্ষাব্যৱস্থাৰ বিষয়ে নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ কৰা বাবে ধন্যবাদ জনালোঁ । NEP 2020 ত সংলগ্ন কৰা Multidisciplinary দৰে বিষয়সমূহ প্ৰাচীন ভাৰতীয় শিক্ষাব্যৱস্থাত আছিল ।।
@Learnwith-me122
@Learnwith-me122 4 ай бұрын
চৰকাৰ খনে শিক্ষা ব্যৱস্থাক সলনি কৰিব লাগিছিল,, কিন্তু সকলোবোৰে দেখুন নিজৰ আধিপত্য বজাই ৰাখিব হে বিচাৰে politics কৰিব জানে,, মানুহ যদি বুদ্ধিহীন আৰু অজ্ঞানী হৈ থাকে তেতিয়াহে আকৌ চৰকাৰে দেশখনক শুহি খাব পাৰিব,,,😢😢😢 বৰ দুখ লাগে,, এনেকুৱা লাগে নিজে কিবা এটা কৰিব পৰা হলে 😢😢😢😢😢😢😢😢😢
@Medico.Krishna
@Medico.Krishna 4 ай бұрын
বৰ্তমানৰ শিক্ষা ব্যৱস্থা টো কেৱল কিতাপৰ পাততে সীমাবদ্ধ হৈ থাকে,,, প্ৰতিগৰাকী অভিভাৱকৰ মাত্ৰ এইটো এ ধাৰণা যে পঢ়া-শুনাত ভাল হ'লেই তেওঁৰ সন্তানে জীৱনত ভাল হ'ব পাৰিব বা ডাঙৰ মানুহ হ'ব পাৰিব কিন্তু খেলা ধূলা , অভিনয় আদিৰ দ্বাৰাও এগৰাকী ভাল তথা সফল ব্যক্তি হ'ব পাৰে ❤।। আপোনাৰ কথাখিনি শুনি ভাল লাগিল Dimpu daa❤❤
@rparajbongshivlogs9087
@rparajbongshivlogs9087 4 ай бұрын
Thank you Dimpu da ❤,এনেকুবা 'Video' বনাই যাওক । ভগৱান আপোনাৰ মংগল কৰক ।
@thedivinediva6448
@thedivinediva6448 4 ай бұрын
Coaching institute bilak a aru toka lutibo karone bohi e ase.... .xihote xopun bechi pet cholay... Doctor, engineer huar xopun dekhai poisa lute..bohute exam die but seat limited thoka karone besivag ei chance npy...ultimately barbad........
@milonzyn
@milonzyn 4 ай бұрын
3rd class refference
@thedivinediva6448
@thedivinediva6448 4 ай бұрын
@@milonzyn 3rd class manuhor Val bostu o 3rd class a lage
@bhaskarhajongml1440
@bhaskarhajongml1440 4 ай бұрын
100%
@nkimagines8011
@nkimagines8011 4 ай бұрын
​@@milonzynThik ei koise uporor joone... Apuni hee goya hoi sage uncle ji 🤡
@bitumani1294
@bitumani1294 4 ай бұрын
I like ur mind 😊
@XubarnaMoran
@XubarnaMoran 4 ай бұрын
শিক্ষা ব্যবস্থা কেতিয়াওঁ ঠিক আৰু নহয়ও গ্যাৰন্তী দিব পাৰো মই, চবেই নিজৰ নিজৰ কামতেই ব্যস্ত, আনকি শিক্ষা ব্যবস্থাৰ মেইন মানুহকেইজনো নিজৰ আসনখন কেনেকৈও বচাই থব পাৰো সেইষাৰ ভাবি থাকাতেই ব্যস্ত, সেই একেই তেনেকুৱাকৈ সকলোয়ে নিজৰ নিজৰ নিজতেই ব্যস্ত।
@Allex191
@Allex191 4 ай бұрын
Video tu bhut agote banab laga asil . Baru holeu aku nai atiya lahe lahe manuhe realise korib loise as a student it's very easy to feel this 🤝
@sankarjtaid1622
@sankarjtaid1622 4 ай бұрын
আমাৰ ভাৰতীয় মানুহবোৰে ইংৰাজী ভাষাটো বেছি ব্যৱহাৰ কৰি থাকে,চৰকাৰি অফিচ কাচাৰি আদি বোৰত কেইদিন মানৰ পাচত হিন্দুস্তানৰ ঠাইত ইংলিচস্তান হব যেন লাগিচে 😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
@___rashmi___
@___rashmi___ 4 ай бұрын
দাদা আপোনৰ video বোৰ চাই কিবা নহয় কিবা এটা নতুন কথা জানিব পাৰো.. সেই বাবে আপুনি all time favourite 😍 thank so much ইমান ধুনীয়াকৈ আমাক প্ৰতিটো বস্তু বুজায় দিয়াৰ বাবে ❤❤❤❤
@kalpajyotisvlog7075
@kalpajyotisvlog7075 4 ай бұрын
একদম সত্য । আনকি এতিয়া supreme court ৰ ওপৰত বিশ্বাস নোহোৱা হৈছে। এইটো এনেকৈ প্ৰমান কৰে যে betting app ক মান্য কৰি দিছে। কিন্তু কি কাৰনত NIOS D.EL.ED ক অবৈধ কৰি দিলে বুজি নাপালো। এজন দুইজন হলেও বেলেগ কথা ভাৰতত ১৪ লাখ শিক্ষাৰ্থী আছে। এই ডিগ্ৰী লৈ চাকৰিও পাইছে । কিন্তু কি ভাবি সেইটো অবৈধ কৰি দিলে।
@nurmdhasan1290
@nurmdhasan1290 4 ай бұрын
আমাৰ ভাৰতত অলপ ইংৰাজী জানিলেই ভাল জনা বুজায়! কি যে মানসিকতা কিছুমান মানুহৰ.....
@TapashPandit-gg6fq
@TapashPandit-gg6fq 4 ай бұрын
দিম্পু দাৰ কথাটো একেবাৰে right তথামিও মোৰ মতে শিক্ষা ব্যবস্থাত শ্ৰীমত ভাগৱত গীতাৰ শিক্ষা দিব লাগে কাৰণ শ্ৰীমত ভাগৱত গীতাত জীৱনৰ প্ৰায় 90% সম্যসাৰ সমাধান আছে ।
@Creatormine01
@Creatormine01 4 ай бұрын
Not 90% , 101% aseee
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 4 ай бұрын
যেতিয়া প্ৰত্যেক টো বিষয়ৰ বাবে এজন সুকীয়া শিক্ষক থাকে তেনে স্থলত শিক্ষকে ছাত্ৰ ছাত্ৰীৰ পৰা প্ৰত্যেক বিষয়তে ১০০% পোৱা টো কেনেকৈ আশা কৰে? মই আজিলৈকে বুজিব নোৱাৰিলোঁ 🤔🤔
@Parthakalita01
@Parthakalita01 4 ай бұрын
দিম্ফু দাই অতি লাগতিয়াল কথা কৈছে 👍
@user-ts1vi1tg9k
@user-ts1vi1tg9k 4 ай бұрын
😂
@phenoxassam57
@phenoxassam57 4 ай бұрын
​@BhaniNath-xe4keToro vul hoise😂😂😂😂
@Rita_Borah
@Rita_Borah 4 ай бұрын
বহু ধন্যবাদ থাকিল তোমাক। অতি সচা কথা কৈছা।
@rajkumarnath2429
@rajkumarnath2429 4 ай бұрын
A square + B square aibur ki kam t ahil.. Naa job t aru naa business t.. thank you Dimpu..🙏
@utpalsarma636
@utpalsarma636 4 ай бұрын
লগতে সকলো কামৰে এটা উপযুক্ত duty hour আৰু উপযুক্ত দৰমহাৰ ৰ প্ৰয়োজন। যেনেকৈ চৰকাৰী চাকৰিয়াল সকলৰ আছে ঠিক তেনেকৈ private job কৰা সকলৰও থাকিব লাগে। ঠিক যেনেকৈ আমেৰিকাত ড্ৰাইভাৰ এজনৰ duty hour 8/10 ঘণ্টাতকৈ বেছি নহয়, বা আন job বোৰত ও এটা ভাল system আছে, আমাৰ ইয়াত ও তেনেকুৱা হব লাগে। Work আৰু life ৰ মাজত এটা ব্যৱধান থকা টো প্ৰয়োজনীয়। তেতিয়াহে আমাৰ ভাৰত বা অসম খন আগবাঢ়িব পাৰিব।
@b.nvlogs8450
@b.nvlogs8450 4 ай бұрын
Dimpu 2mar video bahut salu kintu aji ei video tu mur monor kotha koi dila tumi .
@DJ_HAZARIKA01
@DJ_HAZARIKA01 4 ай бұрын
বৰ্তমানৰ শিক্ষা ব্যৱস্থাটো কেৱল কিতাপৰ মাজতেই সীমাবদ্ধ। প্ৰতিগৰাকী অভিভাৱক ৰ কেৱল এইটোৱেই একমাত্ৰ ধাৰণা যে,পৰীক্ষাত 90% পাই পাছ কৰিলেই তেওঁৰ সন্তানে জীৱনত ভাল হব পাৰিব বা ডাঙৰ মানুহ হব পাৰিব।।
@bibhujyoti2581
@bibhujyoti2581 4 ай бұрын
Hosa kotha koise Dimpu da, amr education system akdom practical nohoi school ot potha bur future ot ako Kam a nahe, kihol emn bosore school goi
@vlogging598
@vlogging598 4 ай бұрын
Dimpu dai hoise assamr ane ajon youtuber jar video hamuhe hakluke kiba nhoi kiba hikai...ajon bahut Val youtuber...❤❤❤dimpu da ❤❤❤
@tumantalukdar1645
@tumantalukdar1645 4 ай бұрын
দিপু টোৰ এনে কোৱা ভিডিও বিলাক ভাল লাগে 👍👍
@jyotimoy16
@jyotimoy16 4 ай бұрын
Dimpu da vedio to xuni bahut val lagil aru tomi bahut val topic r opar t vedio bonaisa. Guys vedio to xokoloke share kora jate Bharat r xokalo manuhe pai
@NoahTrevor-nl1px
@NoahTrevor-nl1px 4 ай бұрын
আচৰিত কথা যে, ইমানবোৰ কথা জানিও আমি একো কৰিব পৰা নাই বা নোৱাৰোঁ🙂
@aronboro1810
@aronboro1810 4 ай бұрын
সচাকৈ ভাল লাগিল কথাষাৰ এক চিন্তনীয় বিষয় আৰু ভাবিব লগা
@ujjalpatir507
@ujjalpatir507 4 ай бұрын
এটা ভাল বিষয়ত আলোচনা কৰিলা dimpu দা👍✅✅
@searchbidyutvlogs8004
@searchbidyutvlogs8004 4 ай бұрын
Bohot Dhuniya Kotha Kole Dimpu Da Aneke Hole Amr Bharat Aaru Ami Ketiyao Aag Baribo Nuwarim 😢
@Jitu-pe2up
@Jitu-pe2up 4 ай бұрын
আমাৰ সমাজত education system টোৱে বহুতৰ জীৱন নষ্ট কৰি পেলাইছে কিয়নো topper লৰা ছোৱালী বিলাক তো কিবা নাই কিবা এটা কৰি success অলপ হলেও হয় কিন্তু average লৰা ছোৱালী বিলাক পিছত গৈ labour কাম কৰিব লগা হয় একো নাই কাম তো কামেই কৰিব তো লাগিবই পিছত Depression বহুতৰে হয় । হেই কাৰণে নিজৰ skill develop কৰিব লাগে আৰু জীৱনত আগবাঢ়ি যাব লাগে। ।। জয় আই অসম।।❤❤
@gangabahadurnewar3421
@gangabahadurnewar3421 4 ай бұрын
Exactly aitu system hatai akou purani gurukul system implement karibo lage...but Kune kenekoi karibo heitu he important....,
@prodipbhumij3518
@prodipbhumij3518 4 ай бұрын
আজি আকৌ এবাৰ ভাৰতৰ শিক্ষা ব্যৱস্থাৰ প্ৰকৃত প্ৰতিচ্ছবি এই ভিডিঅ'ৰ পৰা প্ৰকাশ পালে। দেশৰ প্ৰধান জনেহে আগভাগ ল'ব পাৰিব এইক্ষেত্ৰত তেতিয়া দেশৰ প্ৰতিগৰাকী নাগৰিকৰ সহমত লাভ কৰিব।😊
@thekunalbhuyan
@thekunalbhuyan 4 ай бұрын
Anekua kotha, anekua video ru bhut dorkar ase amr axomot. Xokolue akei khini bostur pist a douri ase but realise Kora ni je ru bhut rasta ase ajir dint, iccha ru dhoijo thakile nijei self education loi bhut kiba kibi achieve koribo para jai. Thank you for your valuable words Dimpu Da❤️
@manashmotivation5573
@manashmotivation5573 4 ай бұрын
দিম্পু দা সচাই বহুত দৰকাৰী জানিবলগীয়া কথা কৈছে বহুত বহুত ধন্যবাদ
@user-kh8jb9ic3r
@user-kh8jb9ic3r 4 ай бұрын
Dimpu da Apuni kt Asa A Background tu vl lgise ❤
@Bhargab14
@Bhargab14 4 ай бұрын
Dimpu da apuni bahut val topic r uporat vedio bonaisa tar baba dhyanabad🙏🙏❤
@jobatapadar3397
@jobatapadar3397 4 ай бұрын
Emn vl ata vdo bnuar krne bht bht dhonnobad..Ajkli English jnile educated buli dhra hoi...amr education system khosak bht beya.. Apunar vdo tu sai bht a vl lgil ankua concept or uprt vdo bnai thakok
@pinku6957
@pinku6957 4 ай бұрын
Right কথা পঢ়ি শুনি কাম নাই 😢😢
@Rkochrajbongshi
@Rkochrajbongshi 4 ай бұрын
Dimpu dar video aamak bohut kibakibi sikibo paro hoy ne nohoy ? ❤💙
@lohitbarman5775
@lohitbarman5775 4 ай бұрын
Hoi
@binodlohar7289
@binodlohar7289 4 ай бұрын
Dimphu daa বহুতো গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰি দিছে। ❤😢
@HirakRazbongshi
@HirakRazbongshi Ай бұрын
Agdm monor kotha koisa dimpu da...aji r dinor education system middle class family r lora & suwali r karony bht problem hoi ase..ai education lobor karony 😢
@abhijitphukon7322
@abhijitphukon7322 4 ай бұрын
একদম শুদ্ধ কথা কৈছা মোৰ মনৰ কথা কৈ দিছা দিম্পু
@Rahulsvlogsnextlevel
@Rahulsvlogsnextlevel 4 ай бұрын
Dimpu Daa i sodai amar India and Assam or vall tu a koi 😊 i Love you Dimpu Daa ❤
@user-jd9gz9ep1y
@user-jd9gz9ep1y 4 ай бұрын
Ekdam hosa kotha. Amar education system tu change hole he future theek hbo. Bohut bhal content kori asa Dimpu, tumiu ata change anibo try korisa tar karne thank you
@user-friendly_neet
@user-friendly_neet 4 ай бұрын
💯 .thike koisa
@user-friendly_neet
@user-friendly_neet 4 ай бұрын
Doubt hoi olp
@mrg6969
@mrg6969 4 ай бұрын
Toi gurukul loi ja 😅
@rockystar5897
@rockystar5897 4 ай бұрын
Thanks you dimpu da ajir pora jiman video chaisu a video khon sabse best anekuwa video aru dibo manuhor future a Val hobo good luck
@Tuktuk714
@Tuktuk714 4 ай бұрын
হৃদয় চুই গ'ল দাদা আপোনাৰ কথাবোৰে ❤...
@travel-and-fun-ajoy
@travel-and-fun-ajoy 4 ай бұрын
My god মনৰ কথা কিছুমান কৈ দিলা ❤😢
@strugglingtosuccess24
@strugglingtosuccess24 4 ай бұрын
Bohut dukh lage ,, dekhi ahisu generation dhori hekh hoi jabo India... Atai bujilu 21ta bosorot ,,, 3/4 yearr prai self study ki buji pabo lagibo ... Tetiyahe India rokhya poribo
@financeclubbyKanishka1
@financeclubbyKanishka1 4 ай бұрын
Dimpuda Apunr topic2 bhal Ase, Ane kuwa video Amar society k bohut dorkar.
@champakdas2846
@champakdas2846 4 ай бұрын
আমি সকলোৱে সচেতন হ'ব লাগিব যাতে ল'ৰা- ছোৱালীসকলক মুখস্থ বিদ্যাৰ ওপৰত গুৰুত্ব আৰোপ নকৰি তেওঁলোকৰ নিজস্ব কৌশল বিকাশৰ ওপৰত শিশুকালৰ পৰা শিক্ষা দিব পাৰোঁ। লগতে চৰকাৰ , আমি সকলোৱে যদি আধ্যাত্মিক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ তেতিয়াহে এখন সুস্থ সমাজ আৰু উন্নত দেশৰ আশা কৰিব পৰা যাব।
@revenge2.o534
@revenge2.o534 4 ай бұрын
Ladakh aru Farmers r uprt videoi lgee👍👍👍
@loknathrabha3403
@loknathrabha3403 4 ай бұрын
সত্য কথা, ভাল চিন্তা ধাৰা !
@starlyjk7313
@starlyjk7313 4 ай бұрын
Ajir video 2 kubei bhal lagil aru gurutorpurna.
@Sanatani_Guy
@Sanatani_Guy 4 ай бұрын
Bohut dinor murot ata val topic uprt vdo bonyse dhyna baad❤
@BhaskarJyotiBorah-sg6qw
@BhaskarJyotiBorah-sg6qw 4 ай бұрын
Harsh reality 👍🏻 Thanks Dimpu.
@ChayankHazarika
@ChayankHazarika 4 ай бұрын
Practical skills and practical knowledge should be included in Indian education system. Entrepreneurship and encouragement of innovative ideas must be fostered.
@dibyajyotimoran5596
@dibyajyotimoran5596 4 ай бұрын
সৰু লৰা ছোৱালী বোৰক কেনেকুৱা ধৰণৰ শিক্ষা দিব লাগে, তাৰ ভাল কৈ video এটা বনাই, সহচ ভাষাৰে বুজাই দিবলৈ চেষ্টা কৰিব। তেতিয়া আমি আমাৰ সন্তানক ভাল শিক্ষা দিব পাৰিম। ধন্যবাদ দিম্পো দা❤
@Pawan__Dev__karmakar
@Pawan__Dev__karmakar 4 ай бұрын
Right Dimpu daa ... Moiu onubhob koribo parisu aji kali ...amar Education system tut real life r lgt jorito akuwe nai kewol mark mark mark aru mark....matha nosto hoi goise mur
@bhairabi974
@bhairabi974 4 ай бұрын
কথাখিনি খুউব ভাল লাগিল 😊
@rakiiibkhan01
@rakiiibkhan01 4 ай бұрын
যদি দেশৰ চৰকাৰখনে এনেকৈ দেশ চলায় ।
@Prester.
@Prester. 4 ай бұрын
Locked down kids learned history from reels 😢
@champakdas2846
@champakdas2846 4 ай бұрын
💯 percent practical katha koic Dimpu Da...xokolo parents ya aponar kathakhini valke buji lora suwali blk k xaimote aagborhai niya bhut pryojon hoi porise..
@himontagohain736
@himontagohain736 4 ай бұрын
Ekdom right kotha koise love from Golaghat 💕
@Dhanrgp
@Dhanrgp 4 ай бұрын
দাদা আপুনি যি কৈছে সঁচা কথা,❤❤
@aftabzamanvlogs1390
@aftabzamanvlogs1390 4 ай бұрын
Exactly I agree. I live in Bangalore from last 6-7years, so skilled people khinit value ase. And I really proud of myself, j bohut bosor agot moi skill ata gain korisilu "homor kola"(Martial Arts). Logote moi higher education masters academics & professional courses korau ase, but at the end muk first bahirot matisil mur skill sai especially in Sports. Porha degrees kiman ase ne nai heibur sai job pua nasilu. So, atai kotha kobo bisaru amar axom'r lora-suwali hokolok, besi degrees loi lav nai.. ultimately you guys wasting your time and money. Tat k bhal minimum qualification loi ahi work experiences kora2 practically bhal. Aru bohut kotha ase, kole dighol hoi goi thakibo.. especially amar Assam't bohut mentality tu low hoi, bahirot ahi jetiya practically struggle korile ha bohut bostu gom pua jai...so I wish growup everyone, don't waste time and money unnecessary, focus on skilled things, make yourself valuable 😊💞👍🏻
@jintu7860
@jintu7860 4 ай бұрын
Haii bll assamese right
@bhagyashreebrahma6766
@bhagyashreebrahma6766 4 ай бұрын
bohut val information dise dada agoloiyo enekua informative anithakibo❤
@sukuna.002
@sukuna.002 4 ай бұрын
বৰ্তমান যুগৰ শিক্ষা কেৱল নম্বৰৰ্কেন্দ্ৰিক শিক্ষা। এইটোৱেই এতিয়া আমাৰ শিক্ষা ব্যৱস্থাটোত চলি আছে। যিটো একেবাৰে ভুল।যাৰ বাবে লৰা ছোৱালী এ ভাল নম্বৰ লাভ কৰিও আত্মিৰ্ভৰশীল হব পৰা নাই। ইয়াৰ ভিতৰত মূখস্থ বিদ্যা ও পৰিলক্ষিত হয় ।আজিৰ দিনত কিছুমান স্কুল কলেজ বিলাকটো ভালদৰে শিক্ষা দিয়া নহয়। এনেদৰে চলি থাকিলে অসমৰ নিবনুৱা সমস্যা কেতিয়াও শেষ নহব।
@arupjyoti9211
@arupjyoti9211 4 ай бұрын
Skill +mark =perfect combination
@anantamoranvloge7255
@anantamoranvloge7255 4 ай бұрын
সুন্দৰ উপস্থাপন ডিম্পু
@monoranjanchakraborty1502
@monoranjanchakraborty1502 4 ай бұрын
Best video Gyan or. Dimpu akdom real kotha mur monor kotha bonale
@r.kachari
@r.kachari 4 ай бұрын
Hosa kotha koisa Dimpu daa👍
@assamgamingzoontoto4352
@assamgamingzoontoto4352 4 ай бұрын
Dimpu Kai karone like ata 👍🏻
@bishaldekaofficial
@bishaldekaofficial 4 ай бұрын
Nice information Dimpu Da ❤❤👍🙏
@AZARSTRVLOG
@AZARSTRVLOG 4 ай бұрын
Bohut val lagil kotha khini 1 second o skip kora nai
@lutfurmixassamese
@lutfurmixassamese 4 ай бұрын
Dimpu দা akdom সঁচা কথা love from nalbari ❤
@asim78638
@asim78638 4 ай бұрын
Dimpu da apuni aji Mur jibonot noton Puli logayi dise😮😮
@mukulchandrabaishya5169
@mukulchandrabaishya5169 4 ай бұрын
Right 👍
@jamanvlog3915
@jamanvlog3915 4 ай бұрын
Bohut dorkari kotha kole dimpu da 😢
@anilhazarika9131
@anilhazarika9131 4 ай бұрын
Birat val lagil dimpu video tu but nubuje kuneo enekoi e soli thakibo
@SabitaRay-bm7qe
@SabitaRay-bm7qe 4 ай бұрын
Dimpu da apuni thik kotha koise
@UniqueFacto
@UniqueFacto 4 ай бұрын
True line thanks for good information
@i_2000_boro
@i_2000_boro 4 ай бұрын
Hoi re dimpu da tomikua kotha 2 khosakoi right 👍 Amer education system 2 re update koribo lagi. Thank you dimpu da🎉🎉❤❤🎉🎉
@voiceofbodo165
@voiceofbodo165 4 ай бұрын
Bahut val ata bixoi loi banuar karne bht bht thanks dada
@neuferbasumatary8365
@neuferbasumatary8365 4 ай бұрын
Enekua video bur di taakibo....this type of videos are really helpful for our society and country...
@jitentokbi3350
@jitentokbi3350 4 ай бұрын
Right dimpu daa😟
@amonvlogs945
@amonvlogs945 4 ай бұрын
Dimpu da bohut dhuniya ke bujai diyar babe dhonyobad ❤
@nipanbaruah5241
@nipanbaruah5241 4 ай бұрын
জীৱনটো যিহেতু এবাৰেই সেয়েহে আমাৰ জীৱনকাল চোৱাত ব্যক্তিগত দয়িত্বৰ উপৰিও কিছুমান সামাজিক দায়বদ্ধতাও থকা উচিত। কাৰণ পূৰ্বপুৰুষৰ আদৰ্শ, জীৱন দৰ্শন, ব্যক্তিত্ব আদিৰ ধাৰণাসমূহ উত্তৰপুৰুষলৈ কঢ়িয়াই লৈ গৈ ব্যক্তিগত স্বাৰ্থৰ উৰ্দ্ধত কাম কৰিবলৈ কোনোবাটো আগবাঢ়িব লাগিব। আপোনাৰ এনেকুৱা সজাগতামূলক প্ৰচেষ্টাৰ শলাগ লৈছো। 🙏
@dipankartalukdar8074
@dipankartalukdar8074 4 ай бұрын
Sosakoi bohut besi val video attta bonala Dimpu Bro. Mor monor sokolo kotha koisa. ❤from Nalbari (Barnarddi).
@porideka6066
@porideka6066 4 ай бұрын
Kali dimpu dar logot kobat vat khabo jua dexa paisu xopunot 😅😂❤..... Btw kotha khini bohut vl lagil akdom thike koisee .. moi class 9 t ... Moiu nije realise koruu ... Student aru teacher r majot kunu parthoko nuhua hoisee .. aru jeh ki ki hbo ai kolirjugt
@prabalmalakar8312
@prabalmalakar8312 4 ай бұрын
Tr 😅mne tmi dimpu dar vdo sai sai addictive hoi goisa
@pranabrazguru723
@pranabrazguru723 4 ай бұрын
Hajar hok..... Kotha tu bht bht Hossa hoy❤
@intertainment025
@intertainment025 4 ай бұрын
তেনেকুৱা মহৎ শিক্ষা ব্যৱস্থা পুণৰ প্ৰচলন কৰা সম্ভৱ হ'ব পাৰে নে...? বিচাৰেনে তেনে শিক্ষা ব্যৱস্থা বৰ্তমান তথা ভৱিষ্যত প্ৰজন্মৰ কাৰণে..?
Secret Experiment Toothpaste Pt.4 😱 #shorts
00:35
Mr DegrEE
Рет қаралды 38 МЛН
Получилось у Миланы?😂
00:13
ХАБИБ
Рет қаралды 5 МЛН
Slow motion boy #shorts by Tsuriki Show
00:14
Tsuriki Show
Рет қаралды 10 МЛН
Why People become Criminals? | The Problem of Liberty | Dhruv Rathee
16:38
Dark Reality of Indian Education System | Dhruv Rathee
24:25
Dhruv Rathee
Рет қаралды 8 МЛН
1972 Andes Plane Crash Survivor
31:17
Nitish Rajput
Рет қаралды 1,9 МЛН
Secret Experiment Toothpaste Pt.4 😱 #shorts
00:35
Mr DegrEE
Рет қаралды 38 МЛН