Рет қаралды 6,511
with 200 prize a genuine lottery in Lamding also have BMW / Ultra bus/ Fortuner / Innova /JCB and heavy prize
অসমৰ আটাইতকৈ ডাঙৰ উপহাৰ কুপনৰ খেল এইবাৰ লামডিংত । কোনেও নকৰা প্ৰশ্ন এইবাৰ মই কৰিছোঁ ।
200 টা পুৰস্কাৰ আছে তাত । 21 বছৰীয়া পুৰণি খেল
✅19 খন চাৰিচকীয়া , 5 খন তিনিচকীয়া সৈতে 170 খন বাহন
✅200 টা পুৰস্কাৰৰ বহু কোটি টকীয়া খেল
✅ 21 বছৰৰ পৰা পাতি আহিছে এই কমিটিয়ে খেলা
✅ উপহাৰ কুপনৰ বাবে অসম বিখ্যাত লামডিংত অনুষ্ঠিত হব