Xatokhon Xuria Noi | Nilotpal Gayan | Hiren Bhattacharya | Dr. Birendranath Dutta | Assamese Song

  Рет қаралды 22,353

Nilotpal Gayan

Nilotpal Gayan

Күн бұрын

Пікірлер: 134
@sarangaborah2146
@sarangaborah2146 11 ай бұрын
দাদা বৰ সুন্দৰ লাগে আপোনাৰ কণ্ঠত চিৰ সেউজ গীতবোৰ
@nilotpalgayan2772
@nilotpalgayan2772 7 ай бұрын
ধন্যবাদ
@bhrigukr.kalita6043
@bhrigukr.kalita6043 3 жыл бұрын
যোৱাবাৰ গ্ৰন্থমেলাত আপোনাৰ গান এটা মই শুনিছিলো৷আকাশবাণী গুৱাহাটীৰৰ পৰা ফেচবুক লাইভ চলিছিল৷ লোকনাথ গোস্বামী চাৰৰ সাক্ষাৎকাৰ লৈ থকা সময়ত আপুনি গাইছিল খগেন মহন্ত দেৱৰ তাই কেতিয়াবা মন গ'লে শীৰ্ষক গীতটি৷ আপোনাৰ গানৰ মিঠা সুৰ আৰু সাধনা সঁচাকৈ প্ৰশংসনীয়৷ ভাল লাগিল৷
@jyotsnabordoloi2931
@jyotsnabordoloi2931 2 жыл бұрын
মাতৃভূমিৰ মৰম শ্ৰদ্ধা জীয়াই থকা এনে জীপাল গীত যেন তোমাৰ মুখেৰে সদায় নিসৃত হৈ থাকে তাকে কামনা কৰিলোঁ 🙏🏻🙏🏻👍🏻👌👌
@nilotpalgayan2772
@nilotpalgayan2772 Жыл бұрын
ধন্যবাদ
@nilotpalgayan2772
@nilotpalgayan2772 2 жыл бұрын
আপোনালোকৰ মৰম আশিসে মোক কৃতাৰ্থ কৰিলে। সকলোকে আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এনেদৰে আগলৈও সাহস দি যাব।
@RajuSarma202
@RajuSarma202 Жыл бұрын
❤বহুত ভাল লাগিল৷মিঠা কন্ঠত এটি কালজয়ী গীত
@aswaclantasaikia8174
@aswaclantasaikia8174 3 жыл бұрын
সুন্দৰ কণ্ঠ 👌 ভাল লাগিল
@rinkuborthakur9159
@rinkuborthakur9159 5 ай бұрын
তুমি মোৰ সদায় প্ৰিয় শিল্পী। স্পষ্ট আৰু মিঠা তোমাৰ কন্ঠ । শুভ কামনা জনাইছোঁ 🙏♥️♥️♥️
@tagarkanchan4804
@tagarkanchan4804 3 жыл бұрын
Bor xundor gaisa dei Nilutpal..god bless you
@kunwalicyclone2783
@kunwalicyclone2783 2 жыл бұрын
তোমাৰ পৰা আৰু গীত শিকাৰ আশা থাকিল 😌🌼
@barshahazarika4974
@barshahazarika4974 3 жыл бұрын
অতি সুন্দৰ পৰিৱেশন। খুওব ভাল পাওঁ গীতটি, মন চুই গ'ল,,,,
@nirupamadeka9088
@nirupamadeka9088 3 жыл бұрын
সুন্দৰ হৈছে। শুভেচ্ছা জনালোঁ।
@bhadrakantadas6101
@bhadrakantadas6101 2 ай бұрын
অতি বিতুপম, অনুপম।
@alakahaloi7212
@alakahaloi7212 3 жыл бұрын
বৰ ভাল লাগিল নীলোৎপল
@গীতমঞ্জুষা
@গীতমঞ্জুষা 3 жыл бұрын
বৰ সুন্দৰ হৈছে দেই।ছাৰে শুনিব পাৰিলে খুব ভাল পাব
@vandyavlogs
@vandyavlogs 3 ай бұрын
অতি সুন্দৰ কণ্ঠ তথা পৰিৱেশন।
@krittikasaikia2969
@krittikasaikia2969 3 жыл бұрын
Bor dhunia hoise... Best wishes
@shewalidevi7269
@shewalidevi7269 Жыл бұрын
Bhal lagil xuni
@ManabiGogoi
@ManabiGogoi Ай бұрын
Such song must be appriciated❤
@bidyutranjan4128
@bidyutranjan4128 2 жыл бұрын
অতি আপ্লুত হলো,আবেগিক হলো..
@Deepshikhabora14
@Deepshikhabora14 5 ай бұрын
Sir apunar voice tu Mur xodai priyo♥️🫶
@bipuldeka6869
@bipuldeka6869 Жыл бұрын
Bo vaal lagil.
@arponapayeng6827
@arponapayeng6827 2 жыл бұрын
বহুত ভাল লাগিল ৷
@l.p.production3223
@l.p.production3223 3 жыл бұрын
শুনিবলৈ কষ্ট হোৱা অথচ নুশুনি নোৱাৰা এটি হৃদয় জুৰুৱা গান...! গীতটি শুনিলেই গীতৰ অনুভৱ আৰু সুৰে বুকুখনৰ লগতে দুচকুত পোৰণি তোলে...! শুনি হেঁপাহ নপলোৱা এটি চিৰসুন্দৰ গীত...। এই চেগতে অনুপম গীতটিৰ স্ৰষ্টা প্ৰাণৰ হীৰুদা আৰু অমিয়া সুৰ আৰু কন্ঠেৰে প্ৰাণ দিয়া চিৰপূজ্য বৰেণ্য সংগীত শিল্পী গৰাকীলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ...। সুন্দৰ কন্ঠ আৰু সুৰীয়া গায়কীৰে তুমিও গীতটিৰ মান ৰাখিলা নিলোৎপল...। গীতৰ সংগীতৰ কামখিনিও বৰ শ্ৰুতিমধুৰ হৈছে... মুগ্ধ হ'লো শুনি। আন্তৰিক অভিনন্দন জনাইছোঁ তোমাৰ লগতে সকলোকে...। অতি সুন্দৰ তোমাৰ গীতৰ বাছনি। মুগ্ধ কৰিলা...। এনেদৰেই তোমাৰ সুৰুচিশীল মনৰ সুন্দৰ বাছনিৰে ভৱিষ্যতেও আমাৰ ঐতিহ্যময় সংগীতৰ সোণসেৰীয়া ভঁৰালটিৰ হৃদয় জুৰুৱা সৃষ্টিৰ সুৰীয়া সুৰৰ প্ৰতিধ্বনি শুনাই থাকিবা বুলি আশা কৰিলোঁ।🎉🎉🎉 তোমাৰ channel-টি subscribe কৰিলোঁ...লগতে গীতটিও share কৰিলোঁ দেই...।
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
আন্তৰিক ধন্যবাদ
@shivamstudioassam3549
@shivamstudioassam3549 3 жыл бұрын
ভাল লাগিল গান টো
@dnsjjsakakaka
@dnsjjsakakaka 3 жыл бұрын
Oh krishna ... Ek bujabonuara anubhob 🤯
@thekaaju
@thekaaju 3 жыл бұрын
অতি সুন্দৰ চিৰসেউজ গীত লগতে তোমাৰ কণ্ঠৰ কথাটো ক’ব লগা নাইয়ে ❤️
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@swagatgaming1689
@swagatgaming1689 Жыл бұрын
❤ Bor hundor dei Bor bhal hoise
@rongbirong7684
@rongbirong7684 3 жыл бұрын
গীতটো শুনি আপোনাপাহৰা হৈ পৰিলোঁ। বৰ সুন্দৰ।
@rupjyotidevi8846
@rupjyotidevi8846 3 жыл бұрын
খুব সুন্দৰ হৈছে গীতটি 👍👍❤
@moureensvlogandworld225
@moureensvlogandworld225 2 жыл бұрын
গীতটো শুনি শুনি হেঁপাহ নপলাই।
@rupamdas1372
@rupamdas1372 3 жыл бұрын
ইমান শুৱলা, সুৱদী, সুৰীয়া .... সুকোমল মধুৰ গীত ... বৰ ভাল লাগিল, খুব ধুনীয়াকৈ গাইছা ... গ্ৰাফিক্সখিনিও ভাল লাগিছে 👌😊🌻👍
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ জনাইছোঁ
@kajallataborah276
@kajallataborah276 2 жыл бұрын
Xundor👌
@manabpratimsaikia5160
@manabpratimsaikia5160 3 жыл бұрын
Sir bhut dhunia hoise❤️
@kamalnayanmisra3518
@kamalnayanmisra3518 3 жыл бұрын
বৰ ভাল পালো গীতটি শুনি।
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@babuvlogs1701
@babuvlogs1701 2 жыл бұрын
Dhuniya
@ilorabora351
@ilorabora351 2 жыл бұрын
বৰ সুন্দৰ গাই আপুনি।
@infinitesmiles4623
@infinitesmiles4623 Жыл бұрын
অতি সুন্দৰ
@gitarthaborah2223
@gitarthaborah2223 3 жыл бұрын
Val lagil nilutpal. I have not capacity to judgment you.but I m telling God bless u.
@umeshsarma4963
@umeshsarma4963 Жыл бұрын
Fantastic
@jyotimalabordoloi8745
@jyotimalabordoloi8745 3 жыл бұрын
বৰ সুন্দৰ হৈছে। অনুভূতি বৰ সুন্দৰ কৈ প্ৰকাশ পাইছে।
@nibirsvlogs7633
@nibirsvlogs7633 3 жыл бұрын
বহুত ভাল লাগিল। অভিনন্দন নীলোৎপল। 💚💚💚
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@violinakalita5288
@violinakalita5288 Жыл бұрын
Nice selection
@kashmireesaikia2624
@kashmireesaikia2624 3 жыл бұрын
বহুত ভাল লাগিল , অনন্য আপোনাৰ কণ্ঠ, মিঠা সুৰ
@dhrubajyotikakoti5518
@dhrubajyotikakoti5518 8 ай бұрын
ইমান দিনে যেন আপোনাৰ দৰে কাৰোবাক বিচাৰি আছিলোঁ। অপূৰ্ব কণ্ঠ। এই ধাৰা বজাই ৰাখিব বুলি আশা কৰিলোঁ।
@nilotpalgayan2772
@nilotpalgayan2772 7 ай бұрын
অশেষ ধন্যবাদ
@kristilakhisactivity8350
@kristilakhisactivity8350 3 жыл бұрын
বৰ ভাল লাগিছে।সুন্দৰ কণ্ঠ।
@kuldeepborah1777
@kuldeepborah1777 3 жыл бұрын
Bor val lagil bondhu 💓
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@probitrahazarikagajali2850
@probitrahazarikagajali2850 3 жыл бұрын
শিল্পী তোমাক প্ৰণাম 🙏
@medinigoswami2078
@medinigoswami2078 3 жыл бұрын
মোৰ ভাল লগা গীতটো নীলৰ কণ্ঠত শুনিবলৈ পাই মন জীপাল কৰি দিলে।শুনিবলৈ বৰ সুন্দৰ হৈছে।বহুত বহুত ধন্যবাদ জনালোঁ।
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ জনাইছোঁ
@bijoykrishnadoley4346
@bijoykrishnadoley4346 3 жыл бұрын
হৃদয়পৰশি যোৱা কণ্ঠ। বৰ ভাল লাগিল নিলোৎপল।
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@paragjyotimahanta2730
@paragjyotimahanta2730 3 жыл бұрын
ভাল পালোঁ ৷ আগলৈ আশা কৰিলোঁ
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@rupakmazumdar7679
@rupakmazumdar7679 3 жыл бұрын
অতি সুন্দৰ কণ্ঠ তোমাৰ অাৰু ইমান আবেগ ঢালি গাইছা , বাৰে বাৰে শুনিও হেপাহ পলোৱা নাই ভাই । বহুত ভাল লাগিল ।
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@pranjalbordoloi8155
@pranjalbordoloi8155 3 жыл бұрын
সময়োপযোগী
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@rikuborbora8428
@rikuborbora8428 3 жыл бұрын
Xundor .
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@bhansarma5920
@bhansarma5920 3 жыл бұрын
বৰ ধুনীয়া‌ গাইছা‌ বাবু। ইমান‌ কোমল মিঠা হৈছে কন্ঠ । শুনি মন‌ ভৰি গ'ল ।
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@Dipikadevi_das
@Dipikadevi_das 3 жыл бұрын
বহুত ধুনীয়া লাগিছে গানটো চাৰ☺️❤️
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@JAYA1VIDEO
@JAYA1VIDEO 3 жыл бұрын
সর্বাংগ সুন্দৰ । মন ভৰি গল। অভিনন্দন নিলোৎপল
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ জনাইছোঁ
@pankajjyotibaruah3686
@pankajjyotibaruah3686 Жыл бұрын
বহুত সুন্দৰ লাগিল শুনি।
@nilotpalgayan2772
@nilotpalgayan2772 Жыл бұрын
ধন্যবাদ
@chitrakalpabora6785
@chitrakalpabora6785 3 жыл бұрын
ধুনীয়া❤️
@meghsayamusicstudio6732
@meghsayamusicstudio6732 3 жыл бұрын
Xundar hoise
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@harshitabora8335
@harshitabora8335 3 жыл бұрын
খুউব ভাল লাগিল শুনি নিলোৎপল। অভিনন্দন জনালো।
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@pinkidas8333
@pinkidas8333 3 жыл бұрын
Xundar
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@RJHMvideoblogs
@RJHMvideoblogs 2 жыл бұрын
অনন্য সুন্দৰ। কেতিয়াবা আকাশ আমাক গানটো গাব বুলি আশা থাকিল।
@muninmbcreation7720
@muninmbcreation7720 3 жыл бұрын
ইমান মধুৰ পৰিৱেশন,বৰ ভাল লাগিল শুনি👌
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@kalyankalita2261
@kalyankalita2261 3 жыл бұрын
সুন্দৰ হৈছে।আগবাঢ়ি যোৱা❤️❤️❤️
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@iamrinku..7846
@iamrinku..7846 3 жыл бұрын
👌👌🙂
@kulendrakashyap1688
@kulendrakashyap1688 3 жыл бұрын
How melodious your voice!
@utpalbordoloi2741
@utpalbordoloi2741 3 жыл бұрын
দাদা, ধুনীয়া হৈছে। অভিনন্দন জনালোঁ।
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@bikashkalita6064
@bikashkalita6064 3 жыл бұрын
Very very nice
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@karabimunu1241
@karabimunu1241 3 жыл бұрын
অভিনন্দন জনালোঁ ছাৰ🌸🌼, ভাল লাগিল শুনি💙🌸
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@sayanikagogoi2576
@sayanikagogoi2576 3 жыл бұрын
Bohut bhal lagil xuni
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@aneebhuyandeka7124
@aneebhuyandeka7124 3 жыл бұрын
অভিনন্দন জনালোঁ 💐 বহুত ভাল লাগিল শুনি, সুন্দৰ পৰিৱেশন ...
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@cimigayan4901
@cimigayan4901 3 жыл бұрын
Sundar hoise dei aru aguai jua 👌🙏
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@tapangayan2033
@tapangayan2033 3 жыл бұрын
Sundar
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@gyantirthaonlineschool2304
@gyantirthaonlineschool2304 3 жыл бұрын
কন্ঠ! ইমান ধুনীয়া
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@bijoybaruah9172
@bijoybaruah9172 Жыл бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@ganeshgogoi7312
@ganeshgogoi7312 3 жыл бұрын
বৰ ভাল লাগিল
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@nekibhussain4073
@nekibhussain4073 3 жыл бұрын
সুন্দৰ পৰিৱেশন , বৰ ভাল লাগিল 💙
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ জনাইছোঁ
@riyashreescreativity160
@riyashreescreativity160 3 жыл бұрын
Bohut dhuniya lagise gaan tu sir...☺️❤️ aru aguwai jaok apuni☺️☺️ All the best...
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@kangkangayan2803
@kangkangayan2803 3 жыл бұрын
বৰ ভাল লাগিল শুনি।❤️
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@apdco1599
@apdco1599 3 жыл бұрын
Dhunia video
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@apdco1599
@apdco1599 3 жыл бұрын
@@nilotpalgayan2772 🙏🙏🙏
@pompibora362
@pompibora362 3 жыл бұрын
বৰ ভাল লাগিল❤🌼
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@nayanjyotibora6362
@nayanjyotibora6362 3 жыл бұрын
😍😍😍😍
@nilafagun5243
@nilafagun5243 3 жыл бұрын
বৰ ধুনীয়া হৈছে 💙🌸
@nilotpalgayan2772
@nilotpalgayan2772 3 жыл бұрын
ধন্যবাদ
@Bokakhat123
@Bokakhat123 2 жыл бұрын
Apunak j ekebare nijor dada r nisina lge...apunak moi dada buli kbo parim ne
@dipalisaharia7296
@dipalisaharia7296 Жыл бұрын
মোৰ অতি প্ৰিয় গীত ।
@AsthaMahanta
@AsthaMahanta 3 жыл бұрын
বহুত ধুনীয়া লাগিছে শুনি দাদা । মই গান গাওঁ ,সময় পালে মোৰ গান চাবাচোন
@pradipkalita6580
@pradipkalita6580 20 күн бұрын
কোনোবাই বাৰু এনেকৈ আবৃত্তি কৰিব পাৰিবনে? ভবিষ্যতে কেতিয়াবা দ্বিতীয় জন ওলাবনে? আৰু কেতিয়াও নোলায়
@moydulislam8241
@moydulislam8241 2 жыл бұрын
আপোনাৰ কণ্ঠ বহুত বেছি ভাল হয়। শুনি বহুত বেছি ভাল লাগিছে আজি প্ৰথম শুনিছোঁ। ভাল লগা বাবে চেনেলটো subscribe কৰিছোঁ ❤️
@saratsaikia6514
@saratsaikia6514 Жыл бұрын
বহুদিনৰ পৰা ইয়াকেই বিচাৰি আছিলোঁ‌। নৱপ্ৰজন্মৰ কোনো এক দীপ্তকন্ঠৰ গায়কে যেন নৱৰূপ দিব সেই সোণসেৰীয়া গীতসমুহক। ঘাইশিপাডাল অলপো ইফাল সিফাল নকৰি সম্পুণ´ একে ৰাখি analogue ব্যৱস্থাৰ mono recording ৰ আপেক্ষিক দুব´ল দিশসমুহ digital ব্যৱস্থাৰে আতঁ‌ৰাই সেই সোণসেৰীয়া গীতসমুহৰ এনেদৰে পুনৰ প্ৰতিস্থা, সংৰক্ষন তথা নতুনচাম শ্ৰোতাৰ মাজত জনপ্ৰিয় কৰাৰ আপোনাৰ এই মহৎ পদক্ষেপ যুগান্তকাৰী হ'ব। সুন্দৰ গায়কীৰ লগতে originality বজাই ৰখা যন্ত্ৰসংগীতে এই অপুব´ গীতটিক চিৰযুগমীয়া কৰাত বিশেষ অৱদান যোগাব। আপোনাক শতকৌতি প্ৰণাম। অলপ কথা হ'ব খোজোঁ‌। ড° শৰৎ শইকীয়া, পাঞ্জাবাৰী, গুৱাহাটী-৩৭। 60021 44060 ত এবাৰ যোগাযোগ কৰিব। আপোনাৰ contact number টো নাই বাবে এই অনুৰুধ।
@nilotpalgayan2772
@nilotpalgayan2772 Жыл бұрын
আন্তৰিক ধন্যবাদ। মই যোগাযোগ কৰিম আপোনাক।
@nisritakonwar1907
@nisritakonwar1907 2 ай бұрын
Very very nice
Леон киллер и Оля Полякова 😹
00:42
Канал Смеха
Рет қаралды 4,7 МЛН
Cat mode and a glass of water #family #humor #fun
00:22
Kotiki_Z
Рет қаралды 42 МЛН
To Brawl AND BEYOND!
00:51
Brawl Stars
Рет қаралды 17 МЛН
Hiren Namor Kabi
20:48
primenews ghy
Рет қаралды 58 М.
Boraxa Tomar Sokut (বৰষা তোমাৰ চকুত মেঘৰ অঞ্জন) - by Birendra Nath Dutta
5:44
Assamese Old Songs অসমীয়া পুৰণি গীত
Рет қаралды 35 М.
Леон киллер и Оля Полякова 😹
00:42
Канал Смеха
Рет қаралды 4,7 МЛН