Рет қаралды 13,331
স্বৰলিপিৰ নিবেদন
ৰূপজ্যোতি দেৱী আৰু স্বৰলিপিৰ ছাত্ৰ-ছাত্ৰীৰ কন্ঠত "কথাৰ সাগৰ" শ্ৰী শ্ৰী গোপালদেৱ আতা বিৰচিত গুৰু ভক্তিৰ অন্যতম অপূৰ্ব নিদৰ্শন "সেবহু মন ভজহো মন"
পৰিকল্পনা আৰু পৰিচালনা---অঞ্জনা গগৈ
সংগীত সংৰচনা--ঋতম চাংকাকতি
বাদ্যকাৰ--ভাস্কৰ জ্যোতি ওজা (খোল তাল বাঁহী)
গীত বাণীবন্ধন....ভাস্কৰ ডেকা (ফিল্মক্ৰাফ্ট ৰাজগড় গুৱাহাটী)
সংগীত সংমিশ্ৰণ....যতিন শৰ্মা (গীত অডিঅ'ক্ৰাফ্ট মুম্বাই)
দৃশ্যাংশৰ চিত্ৰায়ণ-- উপাসনা মহন্ত
সম্পাদনা-- ঝুলন কৃষ্ণ মহন্ত !
কেমেৰা-- সুৰজ ডেকা
কণ্ঠ শিল্পী-- ৰূপজ্যোতি দেৱী !
সহ শিল্পী--শাণ্ডিল্য বৰুৱা
ঋষভ বৰা, আদিত্যবৰ্ণা বৰগোঁহাই,চৈয়দা চায়েষ্টা চিমাজ !
Noted singer Ruojyoti Devi and students of Swaralipi presenting "Xhebohu Mono"... A devotional song by Sri Sri Gopaldev under Swaralipi production.
Producer and Director....Anjana Gogoi
Music Arranger .. Writam Changkakoti
Instrument....Bhaskar Jyoti Oja (Khol,Tal and Flute)
Recording.... Bhaskar Deka ( Filmcraft Studio.Rajgarh.Guwahati)
Mixing and mastering.... Jatin Sharma (Geet Audiocraft, Mumbai)
Videography.... Upasona Mahanta
Editing.....Jhulan Krishna Mahanta
Camera..... Suraj Deka.
Singer ...... Rupjyoti Devi.
Supporting voice..... Sandilya Baruah, Rishabh Bora, Adityabarna Borgohain and Sayesta Simaz.
গীতৰাগ ৰামকেলি চুটকলা
শ্ৰী শ্ৰী গোপালদেৱ আতা বিৰচিত........
সেবহু মন ভজহো মন
শংকৰৰ পদ দুই
যো পদ ৰজ পৰশি কলিত
অগতিৰ গতি হুই
যোহৰি যদু কুলে অৱতৰি বিস্তাৰি যশ বিপুল
ভাৰ সংহাৰিলা লোক নিস্তাৰিলা
নিস্তাৰিলা যদু কুল
সো-হৰি শঙ্কৰ নৰৰূপ ধৰ
ৰাজধৰ কূলে আশি
লোক নিস্তাৰিলা কুল উদ্ধাৰিলা
কৃষ্ণৰ যশ প্ৰকাশি
গীত কবিত্ব শুনন্ত লোকৰ
অমৃত বৰিশে মনে
মাধৱৰ পদ ৰেনু শিৰে ধৰি
দীন গোপালে ভনে
itunes.apple.co...
Licensed to KZbin by Geet Audiocraft, Mumbai.